Ojaantric II Assamese Podcast ft. BHASKAR OPSWEL II Udayan Duarah II Ep.35

Поділитися
Вставка
  • Опубліковано 13 гру 2024
  • Follow us on instagram.....
    / oasis_talukdar
    / udayanudy
    / bhaskaropswel
    Bhaskar Opswel's UA-cam channel....
    / @bhaskaropswel
    Ojaantric II Assamese Podcast ft.BHASKAR OPSWEL II Udayan Duarah II Ep.35
    #ojaantric
    #assamesepodcast
    #bhaskaropswel
  • Розваги

КОМЕНТАРІ • 2,1 тис.

  • @OasisMotionFilms
    @OasisMotionFilms  3 роки тому +562

    Thank you so much for all the love and support guys.
    And please don't forget to subscribe his channel.🙂

  • @BHASKAROPSWEL
    @BHASKAROPSWEL 3 роки тому +706

    First of all Thank you - Thank you so much for inviting me and Congratulations for 100k Subs...!
    Much much ❤️
    #UDY_Da
    #Oasis_Da

    • @OasisMotionFilms
      @OasisMotionFilms  3 роки тому +58

      Thank you so much.
      And keep growing brother.🤘

    • @Managedbym
      @Managedbym 3 роки тому +1

      Tumi dur gaan tu hunkale dibo Bhaskar da

    • @legendsquotes9531
      @legendsquotes9531 3 роки тому +2

      Tumi dur........

    • @manishahandique5192
      @manishahandique5192 3 роки тому +3

      Tumi দুৰ...moi definitely sameii

    • @captainprice8756
      @captainprice8756 3 роки тому +1

      Tumi dur gaan tu definitely viral hb. Vl vibes ata ahise👍👍👍
      Best of luck

  • @rahuldeka9579
    @rahuldeka9579 3 роки тому +158

    ৪-৫ টা মান খণ্ডত ভাস্কৰ দাক আনিবলৈ অনুৰোধ কৰিছিলোঁ
    আজি হঠাতে দাদাক দেখি বহুত ভাল লাগিল
    আগবাঢ়ি যাওঁক অযান্ত্ৰিক ❤️🥺

  • @bhargabkashyapgogoi5315
    @bhargabkashyapgogoi5315 3 роки тому +143

    I felt like Bhaskar was the most comfortable guest in the history of the show.

  • @prantikdas4110
    @prantikdas4110 3 роки тому +1

    অযান্ত্রিকলৈ তন্ময় শইকীয়াক এবাৰ মাতক। তাৰ বয়স মাত্ৰ ১৬ বছৰ। তাৰ কণ্ঠ বৰ্তমান নৱপ্ৰজন্মৰ এটি অতি চিনাকি কণ্ঠ। ৰাংঢালি,গাগৰী গানত সি নিজেই সুৰ কৰি ,নিজেই লিখি কণ্ঠদান কৰি বৰ্তমান সি এটি জনপ্ৰিয় নাম।
    তাক এবাৰ অযান্ত্রিকলৈ মাতক চোন।ইমান সৰুতে কেনেকৈ ইমান ডাঙৰ ডাঙৰ কাম কৰিবলৈ অনুপ্ৰেৰণা পাইছে সেই বিষয়ে কথা পাতক।
    আমাৰো ভাল লাগিব

  • @hiphopboxx8852
    @hiphopboxx8852 3 роки тому +73

    অসম চৰকাৰৰ অনুৰোধ আৰু ভকত গাঁও দলং খন অতি সোনকালে নতুন কৈ নিৰ্মাণ কৰিব লাগে আৰু 🤗
    #Biggloveojaantic and #Opswel ❤️

  • @Silentsoulll
    @Silentsoulll 3 роки тому +74

    মিঠা মাতৰ লৰা জন। । ইমানেই ভাল লাগে নহয় কি কম । । 😍😍😍 ।।। বহুত মৰম ভাস্কৰ ❤️❤️ অযান্ত্ৰিক 🙏🙏

    • @Silentsoulll
      @Silentsoulll 3 роки тому +1

      Thnk U Ojantric.. ❤️❤️

  • @ashamonisonowal257
    @ashamonisonowal257 3 роки тому +29

    ক্লান্ত সময় নাভাগৰাকৈ শুনি আছিলো Finally Bhaskar Opswel মৰমৰ অযান্ত্রিকত 😍😍। প্ৰিয় অযান্ত্রিক, মৰমৰ UD da and Oasis da কি কম আৰু সদায় ভালে থাকক কুশলে থাকক 💞💞

  • @nityanandarajkhowa6875
    @nityanandarajkhowa6875 3 роки тому +2

    xorotore ratipowa.....mrityunjoy kakotir gaan bhut dhuniya

  • @BhikiPathak
    @BhikiPathak 3 роки тому +21

    প্ৰতি
    উদয়ন দা আৰু Oasis দা..
    অনাবিল মৰম। আমি জানো অসমীয়া সংস্কৃতিৰ পথাৰত একান্ত আৰু নিঃস্বাৰ্থ ভাবে সাধনা কৰা প্ৰতিভাবোৰক হে ইয়াত দেখো। অসমৰ সাংস্কৃতিক ক্ষেত্ৰত বহু প্ৰতিভা আছে...যিয়ে অসমীয়া সাংস্কৃতিক বহুত দিছে.. বিনিময়ত বহুত কম সন্মান আৰু প্ৰচাৰ পায়।
    প্ৰচাৰবিমুখ তেনেকুৱা তিনিজন ব্যক্তি অন্যতম...
    ১.ইবচন লাল বৰুৱা
    ২.হিমাংশু প্ৰসাদ দাস
    আৰু ৩.মৃত্যুঞ্জয় কাকতি
    সোনকালে তিনিওজনক অযান্ত্রিকত দেখা পাম বুলি আশা থাকিল❤️

  • @MRITYUNJOYKAKATI
    @MRITYUNJOYKAKATI 3 роки тому +310

    wow 😍..মোৰ কামৰ শলাগ লোৱাৰ বাবে UDY da আৰু OASIS Da ক বহুত বহুত ধন্যবাদ৷ And Thanks to Bhaskar 😊 Keep shining..

    • @ankurgogoi8844
      @ankurgogoi8844 3 роки тому +6

      Congrats, aru val val gan likhi jaok

    • @subhashiskalita9298
      @subhashiskalita9298 3 роки тому +6

      We love you man ❤️❤️❤️❤️

    • @jonak4547
      @jonak4547 3 роки тому +6

      Para Jodi huwana r poetry version tu u borhiya asil 🙂

    • @aneebhuyan8898
      @aneebhuyan8898 3 роки тому +6

      শুভেচ্ছা জনাইছো। আৰু ধুনীয়া গান লিখি যাওঁক।🙏❣️

    • @regonvlogs1137
      @regonvlogs1137 3 роки тому +2

      *_A G U W A I J U W A B R O_*

  • @montusaikiaediting5895
    @montusaikiaediting5895 3 роки тому +7

    যান্ত্ৰিকতাৰে ভৰা পৃথিৱীৰখনৰ পৰা আহি......দুয়ো একো একোজন প্ৰতিষ্ঠিত ব্যক্তি হৈয়ো নিজৰ ব্যস্ততাৰে ভৰা জীৱনটোৰ পৰা অলপ সময় উলিয়াই ❤"অযান্ত্ৰিক"❤ ৰ দৰে এটি সুন্দৰ অনুষ্ঠান আমাক উপহাৰ দিছে অন্তৰৰ পৰা কৈছো বহুত বহুত ধন্যবাদ 🙏 লগতে এনেকৈ নতুন নতুন খণ্ড পাম বুলি আশা থাকিল | শেষত দুইজনলৈ পলম কৈ হ'লে ও বিহুৰ বহুত বহুত শুভকামনা জনালো.......Big 👍❤❤❤❤❤ OJAANTRIK FAMILY ❤❤❤

  • @bhairobkumarborah8816
    @bhairobkumarborah8816 3 роки тому +37

    আযান্ত্রিকত আমাৰ লেবেল আছে। পুৰণা দৰ্শক। 1 মিলিয়নৰ পাৰ্টিত বগা চফা'ত বহিম গে।

  • @assam4149
    @assam4149 3 роки тому +2

    Dada bohut bhall lagile aru apunk lukr aii channel 2 joldi 1c hoi take kamna koru jai aii axom ..... Lov from Indu Asian ....

  • @chinmoymusic8875
    @chinmoymusic8875 3 роки тому +30

    সপোন এটা আছে, অযান্ত্রিকৰ কোনোবা এটা খণ্ডত আপোনালোক দুইজনৰ সন্মুখত মই এনেকৈ বহিম। গান গাম❤️🌺

  • @runjungogoi9613
    @runjungogoi9613 3 роки тому +28

    ক্লান্ত সময় গানটি যিমান শুনিলেও আমনি নালাগে। 🥰🥰🥰🥰

  • @Assameseboy19993
    @Assameseboy19993 3 роки тому +57

    ছাইকেল লৈ প্ৰেমিকা ঘৰৰ আগেদি গৈ তাইক নেদেখি সিহঁতৰ ঘৰৰ ফফৰা কুকুৰটো ও দেখিলে ও মনটো ভাল লাগে । । ৯০ দশক ।

    • @smritymahi1926
      @smritymahi1926 3 роки тому +4

      ঘৰৰ গেট খন দেখিও ভাল লাগে দিয়া 😂😂😂

    • @Assameseboy19993
      @Assameseboy19993 3 роки тому +3

      @@smritymahi1926 ভঙা জেৰুৱা খনো দেখি ভাল লাগে ।

    • @jayantahazarika4466
      @jayantahazarika4466 3 роки тому +3

      একো নেদেখিলেও ভাল লাগে দিয়া।যিহেতু সিহতৰ ঘৰ আগৰ যে

    • @kamalkrishnagogoi2746
      @kamalkrishnagogoi2746 3 роки тому +3

      পদূলি মূখেদি পাৰ হৈ যোৱা টোৱেই মনত এটা বেলেগ ভাল লাগিছিল❤️

    • @Assameseboy19993
      @Assameseboy19993 3 роки тому +4

      বাপেকক দেখিলে এনেকুৱা লাগে কেলা এইটোৱেই এদিন মোৰ শহুৰ হব

  • @nirmaliboruah5669
    @nirmaliboruah5669 3 роки тому +13

    Aiiio eai horu horu lora kita etukura etukura Hira dei ki melodious .God bless you all the diamonds of Assam aru UD aru Oasis bohut dhonyabad.

  • @tutumonisaikia4046
    @tutumonisaikia4046 3 роки тому +1

    Klanto homoi... Wao... My favorite😍😍😍

  • @rituparnasaikia1427
    @rituparnasaikia1427 3 роки тому +1

    আশাময় জীৱনৰ হতাশা নেওচি অযান্তিকে কঢ়িয়াই তিক্ত জীৱনৰ অতিক্ততাপূৰ্ণ গাথাঁ ৷ দি যায় বেদনা অতিক্ৰমী প্ৰেৰণা ৷৷❤️

  • @learnflyhigh780
    @learnflyhigh780 3 роки тому +13

    তিনিৱো জনেই মোৰ প্ৰিয়। আপোনালোকৰ এই মানে আমাৰ এই শ্ব' টো চাবলৈ মই বহুতকে কৈছো। যেতিয়া মোৰ চিনাকী মানুহে আহ একেলগে অযান্ত্রিক চাও বুলি কয় মন ভৰি যায়। আগুৱাই যাওক, সকলো সময়তে চাম বুলি কথা দিব নোৱাৰোঁ কাৰণ জীৱন নামৰ চিনেমা খনত অভিনয় কৰোতে কৰোতে কেতিয়াবাহে সময় পাও। ❤❤

  • @dikshasarmah6031
    @dikshasarmah6031 3 роки тому +21

    মানুহৰ আগত ojaantric ৰ কথা কৈ ভাল লগা হৈ আহিছে আজিকালি ।Bhaskar opswel ৰ নদীৰ দৰে 💚💙

  • @lipikasaikia4926
    @lipikasaikia4926 3 роки тому +40

    Sini nopoa face dekhi nasao buli skip maribo loislo..hathat nam tu dekhi aare bhaskar opswel dkhn🤩..nasai nowarilo..big fan of his songs💖

  • @SKumar-ne4sz
    @SKumar-ne4sz 3 роки тому +3

    Sivasagar buli kowte UDY dai Oasis dar fale dia look tu vl lagil.❤️

  • @tulumonigogoi8385
    @tulumonigogoi8385 3 роки тому +1

    সন্মুখত কিতাপ মেলি এই show টো চাই আছোঁ। ইমান ভাল লাগিছে।

  • @pranabbhagabati6759
    @pranabbhagabati6759 3 роки тому +6

    তুমি দূৰ 🔥🔥হবই. ... অধিক আগ্ৰহেৰে বাট চাই... Bhaskar Opswel pure Gem of assam.....

  • @oceanalyrics5586
    @oceanalyrics5586 3 роки тому +57

    My ears : listening carefully
    My one hand : scrolling comments ( minimize screen )
    My face : a little cute smile 😁
    Oh god, what a busy person I am !😌😌

  • @abhihehe
    @abhihehe 3 роки тому +20

    অসমীয়া সংগীতজগত এতিয়া সুৰক্ষিত হাতত 💓

  • @umasankartawdhemaji9282
    @umasankartawdhemaji9282 20 днів тому +1

    Very Nice Song Bhaskar🎉🎉🎉

  • @chitraranjandas6066
    @chitraranjandas6066 3 роки тому +1

    এই যে ভাস্কৰ গান বোৰ সচাঁকৈয়ে আগৰ স্মৃতি বিচাৰি পাইছো। আৰু চাইকেল মাৰি পুৰনা প্ৰেমিক চাবলৈ যোয়া স্মৃতি বোৰ মনত ভাহিঁ আহিছে ইউ দা মনত পেলাই দিলে।

  • @lj8866
    @lj8866 3 роки тому +17

    বহুত অপেক্ষাৰ অন্তত ❤❤❤ অসমৰ উজ্বল নক্ষত্ৰ bhaskar opswel

  • @pranabjyotibailungpjb2416
    @pranabjyotibailungpjb2416 3 роки тому +4

    ভাষ্কৰ দাদাক মাতিব কৈ কৈ আজি হঠাৎ দেখাপাই বহুত ভাল লাগিছে ।ভাষ্কৰ দা কণ্ঠত একশক্তিশালী যাদু আছে।মোৰ ভাল লগা এজন প্ৰিয় গায়ক।

  • @Lovemusic0133
    @Lovemusic0133 3 роки тому +20

    আটাইতকৈ ভালপোৱা যুৱ সংগীত শিল্পী জন❤️💙

  • @uddipbora9596
    @uddipbora9596 3 роки тому +1

    আজিৰ খণ্ড টোত প্ৰথম অংশ অলপ বেছি গান গান হল যেন লাগিল।লগতে অলপ বেছি অপ্ৰাসংগিক কথা কিছুমান সোমোৱা নিচিনা লাগিল।আগৰ নিচিনা কিবা ভাল ভাল নালাগিল।
    যিকি নহওক,আপোনালোকলৈ বহুত মৰম মোৰ ফালৰ পৰা।

  • @jyotshnasaikia8001
    @jyotshnasaikia8001 3 роки тому +1

    Nodir dore mur most fav hoi 🥰🥰🥰

  • @deepjyotiadhikary8472
    @deepjyotiadhikary8472 3 роки тому +24

    Please invite Bishnu Kharghoria Sir (only if his health is fine enough). Its always a pleasure listening to him. What an artiste he is!

  • @luhitjyotigogoi2502
    @luhitjyotigogoi2502 3 роки тому +190

    Your channel is growing faster than corona virus🥺

    • @bishwapratimsaikia1462
      @bishwapratimsaikia1462 3 роки тому

      😂😂

    • @uttararabha9635
      @uttararabha9635 3 роки тому

      😂😂 true

    • @priancarobin2375
      @priancarobin2375 3 роки тому

      R u jealous?? 😂😂

    • @luhitjyotigogoi2502
      @luhitjyotigogoi2502 3 роки тому +1

      @@priancarobin2375 nah nah।। অতি কম সময়তে উন্নতি কৰা বাবে ভালহে লাগিছে😌।। মই নিজে এইটো চৌ আৰম্ভণিৰ পৰা চাই আহিছো😹

    • @preronamoyee8862
      @preronamoyee8862 3 роки тому

      Bro
      Funny af

  • @Lakhya_Prajil
    @Lakhya_Prajil 3 роки тому +13

    Commentটো অলপ দীঘলীয়া হ'ব 🙂
    #Bhaskar_Opswel মোৰ অপ্ৰকাশিত অনুভৱ বোৰ সিঁচৰতি হৈ থকা এটা উৎস...
    তেওঁৰ “পূৱালী” এলবামটো আৰু সেই এলবামৰে “পূৱালী” গীতটো মোৰ বহুত বেছি প্ৰিয় হয়, গীতটো যেতিয়া অকলশৰে হেডফ’ন লগাই শুনো সেই সময়কনত মই সম্পুৰ্ণ ৰূপে এখন বেলেগ দুনীয়াত গুচি যাওঁ-শব্দবোৰ উফফ💚 || এই নামটো মোৰ বাবে একদম বিশেষ, আৰু বিশেষ হৈ থাকিব💜 || বাকী আহিব লগীয়া “তুমি দূৰ” গীতটোও যে মোৰ বাবে বিশেষ হৈ ৰ'ব সেইয়া নিশ্চিত, শুভ কামনা থাকিল ||
    বাকী #অযান্ত্ৰিকৰ পৰিয়াল 100k জনীয়া হ'বলৈ গৈ আছে, তাৰ বাবে আগতিয়াকৈয়ে আন্তৰিক শুভেচ্ছাৰ লগতে অভিনন্দন জ্ঞাপন কৰিলোঁ ❣️ মই এই চেনলটোৰ ভিডিঅ' আচুৰ্য দাৰ ‘Dergaon’ গীতটি releaseহোৱাৰে পৰা চাই আছোঁ গতিকে মই বহুত পুৰনা সদস্য/subscriber/viewer 😁 || Oasis Da(khura) & UD da(Borta)😜😝লৈ শুভ কামনা সদায় আছে, এদিন লগ হ'ম/কথা পাতিম খাটাং🤗
    মই মাজুলীৰে হয়💜
    Instragram & Facebook: #lakhya.prajil.psychaea

  • @dimpychetia7683
    @dimpychetia7683 3 роки тому +9

    Nodir dore..😍 awesome lyrics by priyanku daa.. and the song got justified by the beautiful voice of Bhaskar opswel..☺️

  • @abhinobgogoi6981
    @abhinobgogoi6981 2 роки тому +14

    In the time of sanidhya and shankuraj,bhaskr opswel is a gem❤️ i repeat he is a gem✌️

  • @chimpi..
    @chimpi.. 3 роки тому +17

    One of my favourite singer
    Bhaskar opswel ❤️

  • @parthaprotimhatiboruah23
    @parthaprotimhatiboruah23 3 роки тому +70

    May Bhitalee ba's departed soul rest in peace💔

  • @dhunuphukon726
    @dhunuphukon726 3 роки тому +6

    বহুত ভাল লাগিলে আৰু ৯০ দশকৰ যিবিলাক কথা কলে সচাকৈ ভাবিলেই কিবা-কিবি লাগে Lots of memories. .. Keep blessings grow up❤️

  • @arpidas4028
    @arpidas4028 3 роки тому

    4barr pasot aji video2 sai complete korilu, bhaskar opswell bht besi priyo.teur kontho bohut xukiya, tupal,klanta xomoy,nodir dore ei tintita all time favorite.now tumi dur2 xuni xompurno gaan2 ketia xunibo paujen lgise. Teur ganor lyrics,music,voice ki kom.....mrityunjoy kakati r nixa nixa aru xorotore ratipuwa, xubaxhi eikeita bohut val lage.Klanta xomoi xunile monor oboxadbur akou ebar jukiyai sau..bhaskar r gaanbr only voice lyrics music karonei val lageje tene.the best part in bhaskar's song is the humming that he uses in his song..i can't compare this with others. Kiba eta bohut proxanti thake.& lastly thnx to ojaantric..bhaskarr notun porisoy eta amar agot dile.bohu kotha janilu.comment digholiya nokoru ru...100k cross kora karone akou congratulations.bhaskarr songt agor porai like comment share koru so ojaantric r presence aji nidu aru😊anyways lots of love to ojaantric family...go ahead...oasis da❤ & UD❤da...

  • @theheartless5349
    @theheartless5349 3 роки тому +7

    হিমাংশু তালুকদাৰৰ কথাৰে আৰু ভাস্কৰ অপচৱেলৰ ৰ কন্ঠত আহিব লগা 'বষষা' গীতটিলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছো❤️🙏

  • @hirokjyotinath1832
    @hirokjyotinath1832 3 роки тому +10

    ক্লান্ত সময়ে গাৰ নোম শিয়ৰাই দিছে ....🌼🌼🔥🔥🔥❤️❤️❤️

  • @babytamuli4928
    @babytamuli4928 3 роки тому +9

    ভাল লগা ব্যক্তিজন মৰমৰ অযান্ত্ৰিকত😍💗। UDAY দা আৰু OASIS দা লৈ বহুত মৰম❤️। ভাস্কৰ দাক অনা বাবে এতিয়ালৈকে 4k subscriber বাঢ়িল দেই😊।

  • @sewalidas6977
    @sewalidas6977 3 роки тому +3

    Ojaantric show. Sai bht val lage 🥰🥰

  • @Tumi5678
    @Tumi5678 3 роки тому

    Udayan da apunk agt video bur t dekhisu jdiu emnu vlke sini pua nsilu ..apunr nm2 v nsanislu ..jetia pra ojaantric sbo lolu apunre nam Udayan Duarah tetia gm plu.. ojaantric r pra bht vl lgil apunk. ajon hero hoiu apuni jidore thke ki kom ru apunr kth waw..olpu attitude nai apunr majot.agt apunk dekhi lga nsil emn vl manhu hbo apuni.big fnd apunr.atia jnke ase tnke thkok apuni (dhemli bur).hsai bht akha ase abr apunk lg pble ❤️fm charaideo🙏

  • @harrmusic8444
    @harrmusic8444 3 роки тому

    Bhaskar dar babe salu...val lagil sai.....gotei video nusuwake thakibo nuwaribo..

  • @sandipanphukan1472
    @sandipanphukan1472 3 роки тому +8

    One of my close friends recommended me to listen to Bhaskar’s songs, wow amazing voice and we have some real singing talents in Assam, also a big thumbs up to this show, thanks to Udi for wonderful hosting of this show

  • @parimitahaloi5461
    @parimitahaloi5461 3 роки тому +19

    Alakananda in his voice is Just wow🔥❤️

  • @SGogoi-vu8vd
    @SGogoi-vu8vd 3 роки тому +11

    He has such a soothing voice.He added his soul to the song 'Tumi dur'...and for 'Ojaantric' I would say , you guys are going great...keep growing👍

  • @minakshisaikia4982
    @minakshisaikia4982 3 роки тому

    Moiu Hoi, duyu khon noi , Ake log huwa gaon khn r xuwali... Morigaon ,bhokotgaon ...r... Val lagil dada bohut.. 🙏🙏 aguwai jaok aru tare Kamon...

  • @rajoshree304
    @rajoshree304 3 роки тому

    Emn dhunia BHASKAR opswel r hahi tu❤️❤️❤️

  • @manabprotimsharmah3019
    @manabprotimsharmah3019 3 роки тому +8

    ভাবিছিলো Bhaskar দাই প্ৰগেমত গান গাব আৰু এপাক নাচিম বুলি. . কিন্তু নাপালো,,,, 😪😪
    কিন্তু ojaantric r জড়িয়তে যে আজি এই আশা পূৰ হল.....😘😘😘😘😘

  • @rudraleemilon864
    @rudraleemilon864 3 роки тому +12

    ভাস্কৰ 😍😍 বৰ মৰম লাগে অ ল'ৰাটি 😌😌

  • @trishnaborgohain4969
    @trishnaborgohain4969 3 роки тому +23

    ক্লান্ত সময় ❣️ উন্মুক্ত বতাহ ❣️ ৰুগ্ন হৃদয় ❣️ ৰাঙলী আকাশ ❣️🔥🔥🔥🔥....চাই ভাল লাগিল ojantrik...❣️❣️

  • @dimpolbora2460
    @dimpolbora2460 3 роки тому

    Hdai sau prgm2.aji bht bsei vl lgil bht hahilu.. Vl lgil.... Udoy da usrt bhi thka dda jonk bht vl lge ❤❤

  • @DMWorld123
    @DMWorld123 3 роки тому +2

    সহজ, নিবিড়, নিভাঁজ, একক আৰু অনন্য ...ভাস্কৰ অপচোৱেল❤
    উদয়ন দা আৰু অ'ৱেছিছ .. শুভেচ্ছা যাচিলোঁ ❤

  • @Dipu_choudhary
    @Dipu_choudhary 3 роки тому +4

    জুবিন দাক আনক এদিন আৰু congrats for 100k family তাৰ ভিতৰত মইও এজন হব পায় বহু সুখী 😊😊
    আগুৱাই যাওক অযান্ত্রিক ...

  • @pubalihazarika1783
    @pubalihazarika1783 3 роки тому +20

    😍😍❤Oasis The voice Talukdar

  • @dipankarsaikia6710
    @dipankarsaikia6710 3 роки тому +6

    Mal tu ahi gol❤️❤️...bht din pa roi asilu...
    Atiya main jnk lge zubeen da❤️❤️...

  • @ranjanaxom4534
    @ranjanaxom4534 3 роки тому

    100k hoi gol Oisis da ,Uayan da lgte ojantic team congress....

  • @gautampathari957
    @gautampathari957 3 роки тому

    Ki buli Kom brother koboleo othereo vakha heruwaise...... Ekdum jui 🔥🔥🔥 logai Disa aru... Awesome

  • @rimpi2289
    @rimpi2289 3 роки тому +15

    Fvrt singer❤haidina comment korisilu tauk lage buli❣️

  • @manmidey5939
    @manmidey5939 3 роки тому +7

    Bohut Kom voice ase ba anekua singers ase June recording Kori jitu Gaan uliyai n live too same gai..hei quality too bhaskaror tat ase ...keep shining brother..Baki ud da moja aru ronakkk jama detain hain aap😬
    oasis da ❤️😌😌

  • @ManoxKB
    @ManoxKB 3 роки тому +18

    Ohh... 1 hour.. It's nice to see new faces here..
    "Klanto xomoy" is special and it's my favourite..
    And 100k will complete within 24 hours

  • @riturajborah6090
    @riturajborah6090 2 роки тому +1

    "Tumi dur " gaan 2 sage 100 times besi xunilu , such a melody , what a vibe 🌸🌸
    Wait kari asu gaan tur babe 😊

  • @mridulmishra4404
    @mridulmishra4404 3 роки тому

    Hosa orthot ojaantric eta onusthanloi oha okritim lora tu😍.... Aru oasis dar hahie hunote huoga sorai😘😘

  • @itzrupjyoti6222
    @itzrupjyoti6222 3 роки тому +45

    Bhaskar Opswel
    Sannidhya bhuyan
    Sankuraj Knowr..............
    Aihkolu Assamese music Industry or naykhyatra buli kow😍❤️❤️👍
    Long live OJaantriC production ❤️

  • @krishnajinadeka
    @krishnajinadeka 3 роки тому +7

    Thank you so much for this beautiful show. Because of you,getting to know about so many young talents from my land which is otherwise not possible for people like us who lives overseas.

  • @pallaviphukon6801
    @pallaviphukon6801 3 роки тому +3

    "তুমি দূৰ" absolutely heart touching.. And last line with the tune 🔥🔥

  • @bhaswatisarma4764
    @bhaswatisarma4764 3 роки тому

    ❤❤❤wow .... biratei val lge dei..xkolo gan xuno tumar.

  • @specialdishangspecial4616
    @specialdishangspecial4616 3 роки тому

    Congratulations #ojaantric
    সদায় চাও কিন্তু কমেণ্ট আজিয়েই প্রথম

  • @wildhairchronicles4009
    @wildhairchronicles4009 3 роки тому +4

    my goodness that one of the sweetest voices I have heard in a while!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!

  • @wanderlusttheexplorer9680
    @wanderlusttheexplorer9680 3 роки тому +9

    পৰিস্থিতি যিয়ে নহওঁক UD দা মেহফিল বনাই দিব জনে অইই 🥰🔥🔥

  • @nimegrin9847
    @nimegrin9847 3 роки тому +11

    Much love and respect to Ojaantric for doing these podcasts ❤️

  • @luishlemaboruah5064
    @luishlemaboruah5064 3 роки тому

    ইমান মৰম লাগিছে অ ল'ৰা টো। উজ্বল ভৱিষ্যত কামনা কৰিলো

  • @shilpimedhi3151
    @shilpimedhi3151 3 роки тому

    Bhaskar Opswel r konthot geet
    Oasis da r smile
    UD da r kothabur 🔥❤

  • @moyurbikash555
    @moyurbikash555 3 роки тому +208

    100k hole axom Or king ok anibo.Zubeen garg 😍. Zg lover kun kun asa like kora.

    • @manishahandique5192
      @manishahandique5192 3 роки тому +20

      Ojantrice or monsot zubeen dak bisarisu..kune kune bisare 1 ta like di dibo

    • @nabajyoti2180
      @nabajyoti2180 3 роки тому +8

      Zubeen dak lage..bohut bar request krisu ru...🙏

    • @ffx4sagoryt955
      @ffx4sagoryt955 Рік тому +5

      Zubeen dak lage

    • @bhodrapegu7027
      @bhodrapegu7027 Рік тому

      Zg k lage ♥️

    • @pranjalsaikia2469
      @pranjalsaikia2469 9 місяців тому

      Zubeen Garg ok lage please ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @pubalihazarika1783
    @pubalihazarika1783 3 роки тому +6

    ❤😍অযান্ত্ৰিক সদায় ধুনীয়া❤

  • @BHKBhaskar
    @BHKBhaskar 3 роки тому +18

    100k 😍😍😍😍❤️. Congratulations in advanced

  • @dhritidhriti302
    @dhritidhriti302 3 роки тому

    Bohut hahilu de Ai show tu sai hosay birat vl lagil emn free .oasis da gotei kaita❤❤ emn hahi thake .. bht hahilu de tmalokr lgt .. ankua manuh vl lga. Mio hahi thku

  • @bastabgogoi4870
    @bastabgogoi4870 3 роки тому

    Oasis daa ai hsa khta koise hosa jui 🔥 logai dibo Tumi dur song tuye ......bohut bohut Val lagile huni hunkale pam buli akha korilu Bhaskar daa tummii dur song 2....

  • @ranjangoswami4412
    @ranjangoswami4412 3 роки тому +5

    QNA video বহুত ধুনীয়া হৈছে দেই , UD তোমাৰ চাকৰিতো যাব চাগে ( এনেই কৈছোঁ দেই ) 😃

  • @prabaljyotisarma7125
    @prabaljyotisarma7125 3 роки тому +6

    22:25 Oasis Dai Jegat Dhre Ekdm😂💙

  • @mbmbmbora
    @mbmbmbora 3 роки тому +10

    MOST AWAITED PODCAST🤩😍😍😍😍😍

  • @Dekapriyanka1
    @Dekapriyanka1 3 роки тому

    Amar gaonr usoror hoi ... Bhaskar dar voice😍🥰🥰 ....knkoi j kom kimn val Lage ...Ru ojantric j Sai bht val lge ...💕❤️❤️

  • @krishnasura9711
    @krishnasura9711 3 роки тому

    100 হৈ গল, congratulations #ojaantric team

  • @hazarikamani
    @hazarikamani 3 роки тому +4

    Stay safe UD, OT.... Long live Ojantric

  • @zuu4336
    @zuu4336 3 роки тому +4

    Most awaited guest ♥️♥️in ojantric

  • @biplabrajkhowa1926
    @biplabrajkhowa1926 3 роки тому +26

    Tumi door is became a masterpiece in our industry 🔥🔥🔥

  • @nimishadeka5809
    @nimishadeka5809 3 роки тому

    Ojaantric ❤️ apunalukr video bur sai xsai bht mja lage 😍

  • @upasanadas9149
    @upasanadas9149 3 роки тому

    Bapre tiniujon jui manuh akeloge💘💘💘borhiya lagise..

  • @satabdigogoi4392
    @satabdigogoi4392 3 роки тому +17

    "Nodir dore"was just awesome 🥰🥰🥰

  • @gourovck7123
    @gourovck7123 3 роки тому +4

    I am big friend from ojantric.. All show s saisu, utpal das r ata interview hola vl hoi aru

  • @smritymahi1926
    @smritymahi1926 3 роки тому +4

    Oasis's Voice ❤️

  • @flyingbird131
    @flyingbird131 3 роки тому

    Bhaskar Opswel🌸
    বহুত প্রিয়❤️❤️

  • @purnimaboruah3841
    @purnimaboruah3841 3 роки тому

    Best wishes thakil bhashkar dada.. Tumar klanta xomoy gaan tu huni hepah nopolai.. Aguwai juwa aru jibon t aru dhunia dhunia aagbohai diya..