'ৰেন মৌ'ত আইচেংফাৰ স'তে সুমধুৰ কণ্ঠৰ গায়ক ভাস্কৰ অপ্সৱেল

Поділитися
Вставка
  • Опубліковано 26 січ 2025

КОМЕНТАРІ • 572

  • @aichengfaboruah
    @aichengfaboruah  8 місяців тому +121

    যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏

    • @ayangentertainer9975
      @ayangentertainer9975 8 місяців тому +2

      বাজনীক কোনোবা এলবাম নে চিনেমা এখনত দেখিছিলো তেতিয়া আমাৰ বায়ে নামটো আইচেংফা বুলি কয় দিছিলে..নামটো শুনিয়ে প্ৰেমত পৰিছিলো💚💛কোনখন চিনেমা বা এলবাম আছিলে বাৰু..

    • @poragjutisaikia9244
      @poragjutisaikia9244 8 місяців тому +2

      Sankuraj dak lage

    • @gokuldasmusical
      @gokuldasmusical 8 місяців тому +3

      প্ৰবীণ বৰাক লাগে বাইদেউ এবাৰ।

    • @NibirGohain-sm7jj
      @NibirGohain-sm7jj 8 місяців тому +1

      Baa Vreegu Dak Lagree ❤

    • @dreamoflife2998
      @dreamoflife2998 8 місяців тому +2

      Bido Deepjyoti Barmanok matok aber val gaan gay. uthe aha lora. matile val hbo. request

  • @arindomgogoi6927
    @arindomgogoi6927 8 місяців тому +23

    ভাস্কৰ এদিন অসমৰ আকাশত উজ্বল নক্ষত্ৰ হৈ জিলিকি উঠিব। যাত্ৰা ৰেনমৌৰ জৰিয়তে তেওঁলৈ অশেষ শুভ কামনা যাচিলো।

  • @aamiakhmiya
    @aamiakhmiya 8 місяців тому +34

    ৰাতিপুৱা উঠি কামলৈ যোৱাৰ আগতে ভাস্কৰ দা আৰু জুবিন দাৰ গান শুনি মনটো জীপাল কৰি লওঁ সদায়❤️❤️❤️আৰু আইচেংফা বাৰ মাতটো ইমান ধুনীয়া ,কথাবোৰ ইমান ধুনীয়া।।শুনিলে শুনি থাকিব মন যায়।।অৰুণাচল ,Ziro ৰ পৰা বহুত মৰম❤️❤️

  • @arabinda_baba21
    @arabinda_baba21 8 місяців тому +32

    মৰমৰ ভাস্কৰ দা আৰু আইছেংফা বা লৈ বহুত বহুত মৰম আৰু ভালপোৱা যাচিলো.🤗🥰❤️
    ভাস্কৰ দাৰ গাঁওৰ পৰা ❤️❤️😘

  • @HuntuGohain-pc8nl
    @HuntuGohain-pc8nl 2 місяці тому +2

    @BhaskarOpswel .. 🎙️🎧🤍
    ভাস্কৰ দা কণ্ঠত গীত বোৰ সঁচাই ভাল লাগে। সঁচাই দাদা আৰু আগুৱাই যোৱা। 🙏 অনাগত দিনত আৰু ভাল কৰী যোৱা। মোৰ প্ৰিয় গীত কেইটা হল , শেৱালী , আধৰুৱাশব্দ, টোপাল , যৌৱনা, ভাল পোৱা কিনু হয়, হিলৈয়া ,নদী দৰে , তোমাৰ উশাহ , আৰু বহু কেইটা 💝🤍💚🌸😊

  • @kumarikasaikia797
    @kumarikasaikia797 8 місяців тому +8

    অনুষ্ঠানতো ইমান ধুনীয়া।।দুয়োজনৰে কথা বাৰ্তা ইমান সৰল।।আৰু আইচেংফা বা,কথাবোৰ শুনি থাকিলে শুনি থাকিবলৈয়ে মন যায়।।

  • @r__1115
    @r__1115 8 місяців тому +14

    আইচেংফা বা তোমাৰ কথনশৈলী ইমান সুন্দৰ । শুনি থাকিলেও আমনি নলগা মাত।

  • @gokuldasmusical
    @gokuldasmusical 8 місяців тому +47

    জুবিন দাৰ পিছত যদি মোৰ কোনোবা ভাল লগা শিল্পী আছে সেয়া হল ভাস্কৰ অপেচৱেল আৰু প্ৰবীণ বৰা । এইবাৰ প্ৰবীণ বৰাক আপোনাৰ অনুষ্ঠানত দেখা পাম বুলি আশা ৰাখিলোঁ বা।😌😍❣️

  • @HuntuGohain-pc8nl
    @HuntuGohain-pc8nl 2 місяці тому +1

    @Bhaskar opswel
    ভাস্কৰ দা... দূৰ,,তুমি দূৰ,, 😢 এই গানটো বোৰ ভাল লাগে । আবেগিক কৰি তোলে। হৃদয় চুই যায় 😌😔

  • @bastobkalita6328
    @bastobkalita6328 8 місяців тому +12

    আইচেং বাৰ প্ৰতিটো অনুষ্ঠানেই সুকীয়া। তাতে প্ৰিয় মানু্হ। দুয়োজনৰ অনাগত দিনবোৰ সুখৰ হওঁক তাৰে শুভেচ্ছা জনালোঁ

  • @manishadeka6600
    @manishadeka6600 8 місяців тому +18

    Bhaskar Opswel ৰ গান বহুত প্ৰিয়।"শেৱালি তুমি মোৰ" গানটো নিজানত অকলে শুনি থাকিবৰ মন যায় বা আপুনি কোৱাৰ দৰে।bhaskar লৈ শুভ কামনা বহুত।
    এটা কথা ক'ব মন গৈছে বা-সংগীত শিল্পীৰ সৈতে আপোনাৰ কথোপকথন মোৰ বেছি ভাল লাগে।কেৱল আপুনি ....আপোনাৰ সুন্দৰ কথনশৈলী,মৰমলগা হাঁ‌হিটি😊,সুন্দৰ ব্যক্তিত্বৰ বাবেই "যাত্ৰা"আজি অসমৰ চুকে-কোণে।
    আপোনাৰ "যাত্ৰা" জয়যাত্ৰা হওঁ‌ক🙏❤️❤️❤️

  • @KapilKBorah
    @KapilKBorah 8 місяців тому +10

    আইচেংফা বা আপুনিও ইমান ধুনীয়া গান গায় ! আপোনাক বহুত ভাল লাগে । আপোনাৰ কথা কোৱাৰ শৈলী আৰু ভাষাৰ জ্ঞান সঁচাকৈয়ে শলাগিবলগীয়া । অনুষ্ঠানটো চাই বহুত ভাল লাগিল । ভৱিষ্যতেও এনেধৰণৰ ভিডিঅ পাই থাকিম বুলি আশা কৰিলোঁ । “ৰেন মৌ” লৈ মৰমেৰে, কপিল বড়া,লেজাই, ডিব্ৰুগড় ।

  • @santimoni7949
    @santimoni7949 8 місяців тому +15

    বৰ মৰমলগা প্ৰতিভাবান ল'ৰা। ভৱিষ্যত প্ৰজন্মৰ আৰ্দশ হওঁক💐❤

  • @HuntuGohain-pc8nl
    @HuntuGohain-pc8nl 2 місяці тому +1

    ভাস্কৰ দা কণ্ঠত নাহৰ বিহু গীতটো বৰ ভাল লাগে। @Bhaskar Opswel 🌸😊 . এপাক নাচি দিও দিও লাগি গল । আৰু এটা কথা ভাস্কৰ দা হাঁহি টো বৰ ধুনীয়া Cute smile.😊

  • @biswajyotitaid6487
    @biswajyotitaid6487 8 місяців тому +11

    আইচেংফা বা আাপোনাৰ অনুষ্ঠানবোৰ ,কথন ভংগীমাবোৰ ইমান শুৱলা ইমান মধুৰ যে ভাষাৰে শব্দৰে বুজাব নোৱাৰি ।তাতে আজিৰ এই অনুষ্ঠানত ভাস্কৰে আৰু সোণত সুৱগা চৰালে। দুয়োগৰাকীলৈ দীৰ্ঘায়ু কামনা কৰিলো ।

  • @upenboro8825
    @upenboro8825 8 місяців тому +5

    আইচেংফা মানুজনি ও ধুনীয়া program ও ধুনিয়া আৰু আগবাঢ়ি যোৱা ভগৱানে তোমাক সহায় কৰক। Bhaskar লৰাটো বৰ চিধা কথাবোৰতে ধৰিব পাৰি ভগৱানে সহায় কৰক

  • @HuntuGohain-pc8nl
    @HuntuGohain-pc8nl 2 місяці тому +1

    ভাস্কৰ দা হাঁহি টো বৰ ধুনীয়া আৰু মৰম লগা । 😊👌🌸

  • @ManojDas-rx6iw
    @ManojDas-rx6iw 8 місяців тому +6

    All'time fvrt Bhaskar opswel...

  • @rashmitabaglari7854
    @rashmitabaglari7854 8 місяців тому +5

    This boy have something in him who can attract people through his music. Just love him 😍💗. I just get goosebumps when he sings without music ❤️

  • @pranabjyotichetia3155
    @pranabjyotichetia3155 8 місяців тому +7

    সৰলতাৰে আমাৰ প্ৰিয় হৈ আগুৱাই যাওক ❤❤...।
    ভাস্কৰ দা সদায় প্ৰিয়, লগতে বা ৰ অনুষ্ঠানটো ভাল লাগে। 👌

  • @swarnabhajani6884
    @swarnabhajani6884 8 місяців тому +12

    বৰ সুমধুৰ কণ্ঠ । ভাল লাগিল । অলেখ শুভেচ্ছা ....।

  • @PrasenjitKalita-o8v
    @PrasenjitKalita-o8v 8 місяців тому +17

    ভাস্কৰৰ কথনশৈলি আৰু ব্যৱহাৰত আপ্লুত হলো সদায় এনেদৰে থাকিবা ।

  • @mamonidevi617
    @mamonidevi617 7 місяців тому +1

    Bohut bhal Aichengfa tumaluk 2 jonoke dhaynobad jonalu

  • @minakshidutta2376
    @minakshidutta2376 8 місяців тому +2

    এটি সুন্দৰ অনুষ্ঠানৰ সুৱাদ দিয়াৰ বাবে অশেষ ধন্যবাদ ৷আপোনাৰ সাক্ষাৎ লোৱাৰ ধৰণ টো বৰ ভাল লাগে

  • @HarijitSenapoti
    @HarijitSenapoti 8 місяців тому +10

    বা ৰ কথাখিনি শুনি থাকিলে আমাৰ অসমীয়া ভাষাতো অতি মধুৰ আৰু চহকী হৈ উঠে। শব্দৰ ভৰাল।

  • @dipankarmazumdar6929
    @dipankarmazumdar6929 8 місяців тому +2

    Bhal lagile Programe tu sai...special Thanks to Baa loi...kotha bor bor dhuniyake koi....ru Bhaskaror gaanor kotha toh koboi nalage...always special for new comers......best wishes to both....

  • @AmarjitBoro-vi8uj
    @AmarjitBoro-vi8uj 8 місяців тому +8

    Music has no language and artist has no boundaries ❤

  • @rajeshgohain1847
    @rajeshgohain1847 8 місяців тому +3

    চাবুৱা পৰা এসাগৰ মৰম আৰু শুভ কামনা যা চিলো দুই য় কে ,এনে দৰে, সৰলতা ক সাৱটি আগ বাঢ়ি যোৱা,জীৱনৰ বাটত,,

  • @Someoneelse.1650
    @Someoneelse.1650 7 місяців тому +2

    সকলোৰে জীৱন ত এনেকুৱা এজন শিক্ষক থাকে, যিয়ে জীৱন টো আগবঢ়ায় নিয়াত খুউব সহায় কৰে।। 😢❤

  • @binitachetia7327
    @binitachetia7327 8 місяців тому +10

    'ৰেন মৌ'ত আইচেংফাৰ স'তে সুমধুৰ কণ্ঠশিল্পী ভাস্কৰ অপ্চৱেলৰ লগত হোৱা কথোপকথন শুনি ভাল লাগিল। ভাস্কৰ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।

  • @HasinaMannan-p2w
    @HasinaMannan-p2w 8 місяців тому +1

    বহুত বহুত ভাল লাগিল। মনটো ভাল লাগি গ'ল।

  • @chimpusharma288
    @chimpusharma288 8 місяців тому +1

    Eman val lagil Ba jonik eman xorol. Kotha khini,,,, Opswel2
    Favourite

  • @krishnagogoi301
    @krishnagogoi301 8 місяців тому +6

    ভাল লাগিল দেই অনুষ্ঠানটি উপভোগ কৰিলোঁ ❤। সান্নিধ্য আৰু তনময় শইকীয়াক আনিব দেই বা।

  • @assameseentertainment3437
    @assameseentertainment3437 8 місяців тому +1

    Aji hote moi 5days hol episode tu kheh
    Korilu aji.time nupuat sabo pra nasilu.....bhal lagil ajon ST lowa hisape bohut bhal kam krise... love from- morigaon....

  • @likhansaikia7013
    @likhansaikia7013 8 місяців тому +8

    বহুত ভাল লাগিল অনুষ্ঠানতো চাই

  • @ParbinBegum-rk2xg
    @ParbinBegum-rk2xg 8 місяців тому +2

    Val lagil ba

  • @barashadevi1972
    @barashadevi1972 8 місяців тому +3

    প্ৰথমবাৰ যাত্ৰাৰ এটি খণ্ড চালো।খুব ভাল লাগিল। মৰমৰ ভাইটি ভাস্কৰ তোমাৰ গীতৰ লগতে তুমি বহুত মৰমলগা। সংগীতৰ জগতখনত আৰু অধিক আগুৱাই যোৱা । বহুত মৰম আৰু শুভ কামনা তোমালৈ❤ আইছেংফা বা আপোনাৰ অনুষ্ঠানটি চাই বহুত ভাল পালোঁ।আজিৰ পৰা প্ৰতিটো অনুষ্ঠানেই চাম 😊আপোনাৰ কথনশৈলী মোৰ খুব ভাল লাগিছে❤❤❤

  • @smbmusical2770
    @smbmusical2770 8 місяців тому +5

    Bohut dhuniya manuh ajonok matile bhal lagil ❤❤❤

  • @Harensaikia-u7m
    @Harensaikia-u7m 8 місяців тому +3

    Bhaskar bahot bhal lagil aro bhal kariba

  • @kalpananeog3532
    @kalpananeog3532 8 місяців тому +8

    আন আন বাৰৰ দৰে এইবাৰো 'ৰেন মৌ' ত যাত্ৰাৰ অনুস্থানটো উপভোগ কৰিলোঁ। বৰ ভাল লাগিল, সদায় নতুনত্ব থকা অনুস্থানটি এইবাৰো ব্যতিক্ৰম নাছিল। মোৰ মৰমৰ আইচেংফাৰ, সুন্দৰ আৰু ভাল লগা প্ৰশ্ৰবোৰৰ অতিথিসকলে নিজৰ নিজৰ প্ৰতিভা আৰু ক্ষেত্ৰখনৰ লগত সংগতি ৰাখি ইমান মনোগ্ৰাহীকৈ কৰ্মৰাজীবোৰ কৈ যায়, সঁচাকৈয়ে আপ্লুত হও। এইবাৰৰ অকণমানি অতিথি গৰাকীকো ভাল লাগিল। তেওঁৰ গীত-মাত,কথনশৈলী সঁচাই শলাগিবলগীয়া। অদূৰ ভৱিষ্যতে তেওঁৰ সকলো মনোকামনা সফল আৰু সম্পূৰ্ণ হৈ উথক, আমাৰ মৰম, আশীৰ্বাদ আৰু শুভকামনা ভাস্কৰʼৰ লগত সদায় থাকিব। শেষত আইচেংফালৈ এসোপামান মৰম দি,অনুস্থানটোৰ দীৰ্ঘায়ু কামনা কৰিলোঁ....❤😊

  • @manishadeka6600
    @manishadeka6600 8 місяців тому +9

    অপেক্ষা❤️❤️❤️❤️

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 4 місяці тому

    Heart touching video. Go ahead way to your journey. All' the best wishes to you and your family

  • @AmarjitBoro-vi8uj
    @AmarjitBoro-vi8uj 8 місяців тому +152

    Assam ot Bhaskar opswel or dore kune o khur tanibo nuware real ot without Mike filter and without autotune ❤

    • @bishal2005
      @bishal2005 8 місяців тому +1

      😂

    • @kallolnath2557
      @kallolnath2557 8 місяців тому +3

      Gaan Goa kuneo Autotune nokore

    • @diibakar
      @diibakar 8 місяців тому +35

      হয় হয় জুবিন দায়ে টো পানিপুৰি হে বিকে ।

    • @informativevideo6424
      @informativevideo6424 8 місяців тому +1

      Torun tonmoy

    • @informativevideo6424
      @informativevideo6424 8 місяців тому +2

      Tonmoy saikia

  • @nabanitasaikia8749
    @nabanitasaikia8749 8 місяців тому +7

    ভাস্কৰৰ কণ্ঠ সছাকৈ বৰ শুৱলা ❤ মৰম আৰু শুভ কামনা থাকিল তোমালৈ, আৰু আগুৱাই যোৱা ❤❤আইচেংফাৰ লগতে ৰেন মৌৰ সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক মৰম আৰু শুভ কামনা থাকিল❤❤❤ ইমান ধুনীয়া video বোৰ আমালৈ আগবঢ়াই থকাৰ বাবে ধন্যবাদ তোমালোকলৈ আৰু সোনকালেই নতুন video পোৱাৰ আশাৰে ❤❤❤

  • @themorningstrar
    @themorningstrar 8 місяців тому +12

    " Nodir Dore "
    Geet tu Mrng ghr box t bojaisil Dadai , Tatiar porai aji loi priyo❤

  • @rebulupadhayay9779
    @rebulupadhayay9779 4 місяці тому

    Aichengfa ur voice ur thought and your creativity every thing is excellence....

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 8 місяців тому +2

    তোমাক দেখাত লাগে খুব সৰল মনৰ,শেৱালী গানটো বহুত বাৰ শুনো আমনিয়ে নালাগে,আৰু আগুৱাই যোৱা,কুশলে থাকা তুমি বহুত মৰম আৰু শুভকামনা জনালো।আইচেংফা বা তুমি দিনে দিনে ধুনীয়া হৈ গৈছা দেই বহুত ধন্যবাদ এনেকুৱা অনুষ্ঠান আমাৰ বাবে আগবঢ়াই দিয়াৰ বাবে❤❤❤

  • @susmitadeori8606
    @susmitadeori8606 8 місяців тому +1

    Bohut val lagil episode ti.. Bhaskar tumi hosai eman hohoj horol, hodai jate anakoi a moromiyal hoi thaka and keep it up and believe your self ❤❤

  • @gautambaro1816
    @gautambaro1816 6 місяців тому +1

    Sannidhya , Bhaskar opswel hotor gan bilakot ata beleg music hunibole paisu ...uncommon .Gotei keita gan a bohut val lage ....❤❤❤❤❤❤Aru agwai jua2 kamona korilu

  • @satyajitphukon7598
    @satyajitphukon7598 8 місяців тому +1

    Voice tu bohut bohut dhuniya aru logote ktha bur u khub bhal loga ,,,, aichengfa ba r maat aru kotha bur emn a bhal lage j kobole/ bujabole hobdar abhab 🥰🥰🥰🥰🥰

  • @Kankanahandique-wr5cr
    @Kankanahandique-wr5cr 8 місяців тому +15

    আপোনাৰ কণ্ঠত যাদু আছে শুনিলে শুনি থাকিব মন যায় মেম ❤❤❤❤❤❤❤❤❤❤😘😘😘😘

  • @Sumitra-pj4bm
    @Sumitra-pj4bm 8 місяців тому +7

    Gaanbur bht priyo❤️

  • @NishitaBorah-hp3or
    @NishitaBorah-hp3or 4 дні тому

    Bhaskar dar kotha khini je iman vl laga aru gaan r kotha tu ki kom xuni amoni nalaga aru Bhaskar dar hahi tu uff 💕💕

  • @jintumahanta3094
    @jintumahanta3094 8 місяців тому +14

    Fvrt singer Bhaskar ❤❤❤❤

  • @DineshLoing
    @DineshLoing 7 місяців тому +2

    Aichangfa b apunk dekhile montu kiba ata vl lagi jai sai thkibo mon jai vl pai pelalu ❤

  • @diisha_sarma
    @diisha_sarma 8 місяців тому +1

    Baa episode to bahut vl lagil..aro Bhaskar da r katha bor bahut morom laga ke hahi hahi kai...

  • @anupjyoti6574
    @anupjyoti6574 8 місяців тому +3

    অনুষ্ঠানটি চাই খুউব ভাল লাগিল ।আগন্তুক দিনতো এনে অনুষ্ঠান পাম বুলি আশা থাকিল ।

  • @ninibhai5305
    @ninibhai5305 8 місяців тому +5

    Voice Ufff ❤ Next level

  • @arjinabegum2044
    @arjinabegum2044 8 місяців тому +16

    bahut bahut val lage ganbur ❤❤❤

  • @DimpiThakuria699
    @DimpiThakuria699 8 місяців тому +3

    Zubeen dar pisotei Bhaskar da priyo ❤❤❤

  • @lakhyajeetphukan2379
    @lakhyajeetphukan2379 8 місяців тому +7

    Waiting 😊

  • @taidvlog9094
    @taidvlog9094 8 місяців тому +14

    আগুৱাই যোৱা ভাস্কৰ। তোমাৰ ভৱিষ্যত আছে। তোমাৰ গানবোৰে সঁচাই বহু ভাল।

  • @dipikadas2342
    @dipikadas2342 8 місяців тому +12

    Bohut besi val pau bhaskar ok..... You are just awesome😊..... Tumar bihu program aji loi 40khn man salu kin2 hepah nopolai...... As a fan i love you opswel ❤❤❤❤❤❤❤❤❤

  • @gautamrajbongshi9053
    @gautamrajbongshi9053 7 місяців тому +2

    পোন প্ৰথমে বা আপোনালৈ বহুত বহুত মৰম। ❤ আপোনাৰ ভিদিও চাই বহুত বেছিয়ে ভাল লাগে। আৰু ভাস্কৰ ককাইদেউৰ মই বহুত ডাঙৰ অনুৰাগীয়ে হয় তেখেতে চিনি পায় মোক বহুত বেছি ভাল লাগে তেখেতক মই চাগে ৭ বছৰ মান শুনিলু গান এখেতৰ। আৰু সপোনতো ভবা নাছিলো তেখেতক কেতিয়াবা লগ পাম বুলি। কিন্ত সোভাগ্যৰ কথা যে ২০২৩ আমি তেখেতক অনুস্হান কৰিবলৈ আমন্তন কৰিছিলো আমি নলবাৰী বিহামপুৰত । আৰু জুবিন দাৰ পিছত আকো এজন অসমত ৰাজত্ব কৰা গায়ক এখেতে হব । গান বিলাকৰ অৰ্থ আছে মোৰ বহুত প্ৰিয় এখেত। বহুত বহুত মৰম আপোনালোক দুইটালৈ ।

  • @urmilagogoi1398
    @urmilagogoi1398 8 місяців тому +1

    All time fvrt bhaskar da 👍❤

  • @ragini_musical
    @ragini_musical 7 місяців тому +2

    Zubeen dar pisotei Bhaskar Opswel dadar Sthan disu 😊❤❤❤
    Anedore agontok dinbutot xundor xundor Geet agborhai thkibo buli akha korilu Bhaskar da 😊❤❤❤

  • @surabisaikia6357
    @surabisaikia6357 8 місяців тому +2

    Xdai vlle thaka❤, mur priyo Konthoshilpi ❤

  • @BandanaDewri-i4g
    @BandanaDewri-i4g 8 місяців тому +1

    বহুত বহুত আগবাঢ়ি যোৱা

  • @JanmoniRabha-c8b
    @JanmoniRabha-c8b 8 місяців тому +5

    মৰমৰ ভাস্কৰ দা ৰ কণ্ঠ হৃদয় চুই গৈছে ♥️♥️🫶🥹

  • @pankajburagohain8048
    @pankajburagohain8048 8 місяців тому +2

    Really vl lagil ❤❤

  • @DipanjaliDuarah
    @DipanjaliDuarah 8 місяців тому

    Val lagil baidew duyuke .Bhaskar agbahi juwa.god bless you

  • @tribidsenapoti5548
    @tribidsenapoti5548 8 місяців тому +1

    Khub val lagil. Bhaskar Mur ajon Val loga aru moromor singer. Aru dhoinobad baa apunaloiu. Aji apunar krne Bhaskar or monor kotha bur janibo parilu. ❤❤

  • @kishorekumarchoudhury6833
    @kishorekumarchoudhury6833 5 місяців тому

    Wonderful talking,
    Congratulations to both of you.

  • @khagenrai2279
    @khagenrai2279 8 місяців тому +4

    Eman j morom loga kotha bur 🥰 gan bur ufff ki ase tmr matot ❤️‍🩹🥰🌺

  • @nipubarman5735
    @nipubarman5735 8 місяців тому +2

    Euniq Music composition , ufffff really attracted mee❤❤❤

  • @Paporipapu
    @Paporipapu 8 місяців тому +2

    Bhaskar dar kotha khini huni emn vl lge and gan buru ❤❤bht bht bhal lge

  • @sunumohan
    @sunumohan 8 місяців тому +1

    Ufff ultimate voice ba,,"aaioo dehi"

  • @Sportz__
    @Sportz__ 8 місяців тому +4

    বৰ্তমান সময়ৰ আটাইতকৈ ভাল লগা কণ্ঠশিল্পী জনক নিমন্ত্ৰণ জনোৱাৰ বাবে মই আইচেংফ্ৰা বা ক ধন্যবাদ জ্ঞাপন কৰিলোঁ 🤗 ইমান ধুনীয়া এটা খণ্ড উপহাৰ দিয়াৰ বাবে ❤🥰.... আইচেংফ্ৰা বা.. পাৰিলে প্ৰবিন বৰাক ওও আমন্ত্ৰণ কৰিবলৈ অনুৰোধ জনালোঁ 👍 মোৰ ফালৰপৰা আপোনালৈ অলেখ শুভকামনা আৰু মৰম যাচিলোঁ ❤🤗

  • @ikcreative954
    @ikcreative954 8 місяців тому +3

    খুব ধুনীয়া লাগে আপোনাৰ এই যাত্ৰাৰ খণ্ড কেইটা চাই। এই অনুষ্ঠানটিও খুব ভাল লাগিল প্ৰিয় শিল্পী💞। ২০জুনৰ আগে পাচে যদি নতুন খণ্ড হয় তেনে কনেং খ্যাত "প্ৰাণদ্বীপ হাজৰিকা" দাক মাতিবলৈ অনুৰোধ জনালোঁ🙏।

  • @Master_Records
    @Master_Records 8 місяців тому +1

    Aichengfa Ba aru Bhaskar bhut bhut val lagil. Ai anusthan khub aguwai jauk. Best wishes always. From Nilutpal Xobdo

  • @bibhutihandique6269
    @bibhutihandique6269 8 місяців тому +1

    This is the second episode i liked the most after interview of Shekhar Goswami and Raja Boruah.

  • @sailenbordoloi1895
    @sailenbordoloi1895 8 місяців тому +2

    সেই পূবালী, ক্লান্ত সময়ৰ পৰা আজিলৈকে শুনিয়েই আছো ❤ ৫ বছৰ

  • @BIPULGOGOI
    @BIPULGOGOI 8 місяців тому +1

    শান্ত শিষ্ট লৰাজন । শান্ত শিষ্ট গায়ক জন । Ati Hundor❤❤❤❤❤

  • @SirajPanging
    @SirajPanging 8 місяців тому +10

    Bhaskar opswel da apunar gan huni bhut bhut val lage

  • @sajidahmed1066
    @sajidahmed1066 7 місяців тому +1

    Baa kotha bur emn mrm lga ru dada kotha koboi nlgy❤❤❤

  • @ruhitmithi5646
    @ruhitmithi5646 8 місяців тому +1

    Aji jani bohut bhal lagil Bhaskar daa je Tiwa r lora, love from West karbi anglong

  • @hafizurrahmanvlog2578
    @hafizurrahmanvlog2578 Місяць тому

    Bohut besi dhuniya gai so best off luck

  • @ghorhongkhar7745
    @ghorhongkhar7745 8 місяців тому +1

    Hosakoi bor dhunia lagil epsd tu sai

  • @jitkumar122
    @jitkumar122 8 місяців тому +1

    Bor dhuniya lagil anusthanti 👍👌

  • @Runumi-h4w
    @Runumi-h4w 8 місяців тому +5

    Bar val lagil thanks

  • @momigogoi5355
    @momigogoi5355 8 місяців тому +2

    আপোনাৰ এই অনুষ্ঠান আজি প্রথম চাইছো।ভাল লাগিল চাই।ভাস্কৰ দাক বহুত ভাল লাগে।গান বোৰ omg ❤❤❤❤❤

  • @SailenDas-nd6vi
    @SailenDas-nd6vi 8 місяців тому +5

    Ichengfar "I O Dehi " ei sabdatu bare suni thakibor mon eman morom loga ke koi

  • @madhusmitavlog7088
    @madhusmitavlog7088 5 місяців тому

    Bhaskar Tumi adin blg thait thakiba Tumr ktha a koi aguwai jua Tumi Heitu a bisaru ❤️🥰

  • @KARINA-li7gr
    @KARINA-li7gr 8 місяців тому +7

    সদায় প্রিয় মানুহজন ❤

  • @akanidoley7714
    @akanidoley7714 8 місяців тому +2

    Bout dhunia añushtn dekhilu.

  • @prapanjlitalukdar1111
    @prapanjlitalukdar1111 8 місяців тому +1

    Favourite singer 🎵😍❤

  • @hrishikeshsarma9040
    @hrishikeshsarma9040 7 місяців тому +3

    Best singer of assam after zubeen daa.

    • @sumandeka4324
      @sumandeka4324 4 місяці тому

      Bhaskar Opswel and Prabin Bora.....

  • @padmaboro6601
    @padmaboro6601 8 місяців тому +2

    Bohut vl lagely Bhaskar dar kotha bur xune

  • @nayanjyotiphukan6630
    @nayanjyotiphukan6630 8 місяців тому +5

    One of my favourite singer ❤

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 8 місяців тому +1

    আপোনাৰ সুৰ কণ্ঠ সচাকৈ সুমধুৰ কণ্ঠত সৰস্বতী ৰাখিছ বহুত বহুত শুভকামনা প্ৰেৰণ কৰিলো।। শুভ সন্ধ্যা।।