যিকোনো মানুহক আকৰ্ষিত কৰক | টেঙৰামী খটুৱাই কথা কওক | মানুহৰ প্ৰিয় হ'ব পাৰিব | how to impress anyone

Поділитися
Вставка
  • Опубліковано 7 січ 2025

КОМЕНТАРІ • 328

  • @Pallabi55229
    @Pallabi55229 Рік тому +5

    আপোনা ভিডিঅ মই প্রথম চাইছো দাদা বহুত, বহুত ভাল লাগিল।

  • @minakshichoudhury477
    @minakshichoudhury477 Рік тому +3

    আপোনাৰ ভিদিঅ শুনি বহুত ভাল লাগিল। ধন্যবাদ।

  • @nitirajkhowa6521
    @nitirajkhowa6521 Рік тому +6

    বৰ সুন্দৰ কথা কৈছে। একেবাৰে সৈত্য , কথাতে গতা খায়,কথাতে বঁটা পায় ।🙏🙏🙏

  • @tapashkakati7882
    @tapashkakati7882 Рік тому +5

    আপোনাৰ কথাবোৰে যেন মোৰ মনৰ ভাব বোৰ প্রকাশ কৰিছে এনেকুৱা লাগিছে | আপোনাক ধন্যৱাদ 🙏

  • @ranjumanisarma6418
    @ranjumanisarma6418 Рік тому +2

    আপোনাৰ কথা খিনি শুনি সচাঁকৈ বৰ ভাল লাগিছে।

  • @dipaborah9884
    @dipaborah9884 Рік тому +1

    ভাল লাগিল

  • @porikshitbora3094
    @porikshitbora3094 Рік тому +1

    9 নম্বৰটো বহুত বেছি ভাল লাগিল।

  • @dancestudio8920
    @dancestudio8920 8 місяців тому +1

    আপোনাৰ কথাখিনি বহুত সাহস দিলে। ধন্যবাদ জনাইছোঁ❤❤

  • @arupmixvlogs8681
    @arupmixvlogs8681 Рік тому +4

    Hosai bohut basi val lagil nice shearing this video Thank you so much ❤️❤️👍👍👌

  • @SuraviRahang-ln1lg
    @SuraviRahang-ln1lg Рік тому +2

    দাদা মই বৰ বেয়া কৈ দুৰ্বল হৈ পৰিছিলো। কিন্তু আপোনাৰ কথাবোৰ যেন মোক জীয়াই থকাৰ শক্তি দিলে। তাৰ বাবে বহুত বহুত ধন্যবাদ।

  • @gupikantahazarika2113
    @gupikantahazarika2113 Рік тому +1

    অতি সুন্দৰ কথাৰে আপ্লুত কৰি মন সলনি কৰিবলৈ সক্ষম হৈছে মহাশয় দীৰ্ঘজীৱি হওক ,,,ধন্যবাদ থাকিল।🎉❤

  • @srletusitubahutu.670
    @srletusitubahutu.670 Рік тому +1

    সচায় বহুত ভাল লাগিল।

  • @bhaigyadas3303
    @bhaigyadas3303 Рік тому +2

    আপোনাৰ কথাবোৰ শুনি আৰু আপোনাৰ কথা মতে চলি , মই মোৰ জীৱনটু ঘূৰাই পালোঁ , অৰ্থাৎ যাক মই বহুত ভাল পাওঁ । thanks bro .

  • @purnimagoswami3746
    @purnimagoswami3746 Рік тому +3

    আপোনাৰ কথাবোৰ সদায় চাও।আৰুবহুত জীৱনটোত সাহস পাইছো।

  • @ikondas8254
    @ikondas8254 Рік тому +3

    কিচুমান মানুহ মানে জাৰ জেনে মনৰ ভাপ তাৰ তেনেই কথা পিচে কথাবিলাক শুনী ভাল লাগীল দাদা

  • @jyotiprakashsarma4333
    @jyotiprakashsarma4333 Рік тому +2

    সুন্দৰ লাগিলে আপোনাৰ কথাখিনি। ধন্যবাদ।🙏

  • @biswajitsonowal6323
    @biswajitsonowal6323 Рік тому +2

    Dada apunar video bur Sai hosai kiba ata bhal lagai aru bohut nojona kotha hiku bhal lagai video bur Sai positive feel hoi 😊

  • @anjalibaishya2287
    @anjalibaishya2287 Рік тому +1

    তোমাৰ কথা খিনি শুনি ভাল লাগিলে কিছু মান কাম কৰিবলৈ আমিও চেস্তুা কৰিম ভিদিয়তো শুনি ভাল লাগিল

  • @nikuj.n.d8212
    @nikuj.n.d8212 Рік тому +2

    Apunar video bur sai bohut val lge💖

  • @rumibegum611
    @rumibegum611 Рік тому +4

    সচাকৈ বহুত সুন্দৰ কথা কৈছে ভাইজান ধন্যবাদ 🙏🙏

    • @chitraranjannath
      @chitraranjannath  Рік тому

      আন্তৰিক ধন্যবাদ...এনেকৈ সদায় যদি কমেন্ট এটা কৰি যায় বহুত সাহস পাম..ভাল বেয়া আঙুলিয়াই দিব অলপো সংকোচ নকৰাকৈ

  • @hiramoni6073
    @hiramoni6073 Рік тому +1

    Aponar katha t mon t shanti palo..thq so much ❤️

  • @sukanyadevibora6928
    @sukanyadevibora6928 Рік тому +1

    হৃদয়স্পৰ্শী

  • @sabitasarma1546
    @sabitasarma1546 5 місяців тому

    আপোনাৰ ভিদিও টি‌ চালো । সচাকৈ আপোনাৰ বহুমূলীয়া উপদেশ বোৰ অনুসৰণ কৰিলে উপকৃত হম বুলি পূৰ্ণ বিশ্বাস। আগলৈকেও যেন আধ্যাত্মিক কথাবোৰৰ দৰ্শন দিয়ে ধন্য হম । ভগৱানক অশেষ ধন্যবাদ জনাইছো যে আকৰ্ষণীয় অতি সুন্দৰ কণ্ঠ প্ৰদান কৰিছে আপোনাক। আন্তৰিকতাৰে ধন্যবাদ জনাইছো

  • @duluranideka5974
    @duluranideka5974 Рік тому +2

    আপোনাৰ এইবোৰ কথা বহুত ভাল লাগে

  • @misingkonengbebydoley1911
    @misingkonengbebydoley1911 Рік тому +1

    বহুত ভাল লাগে আপোনাৰ কথা কিনি শুনি,মনটো শান্তি পাও দাদা

  • @nanghunpha
    @nanghunpha Рік тому +2

    আপুনি বৰ ভাল কথা কৈছে ।ভাল লাগিল ।

  • @archanasarmah1008
    @archanasarmah1008 Рік тому +1

    বহুত দৰকাৰী কথা কৈছে । ভাল লাগিল।

  • @arjunchetry1337
    @arjunchetry1337 Рік тому +2

    বৰ ভাল কথা কৈছে

  • @dibajyotibora4085
    @dibajyotibora4085 Рік тому +2

    Video to say aru huni val lagil

  • @kalpanasonowal3548
    @kalpanasonowal3548 Рік тому +1

    Thank you bohut val lagil apuni hosake koise hosakoi ami nijok gurutto dibo lage.apuna kotha bilak hunile hosakoi mon tu val lagi jai .logote bohut anupranito hou.

  • @ajitbarman8246
    @ajitbarman8246 Рік тому +1

    Bhal lagiche

  • @Bidyadhar29
    @Bidyadhar29 7 місяців тому +3

    Best video.

  • @mplanetiri9988
    @mplanetiri9988 Рік тому +3

    Bahut val lagil sir uponer motivation tu thank you so must

  • @tutumonideka6784
    @tutumonideka6784 Рік тому +1

    আপোনাৰ কথাবোৰ বহুত ভাল লাগে।আৰু আপোনাৰ ভিডিও প্ৰায়েই চাও

  • @faizurrahman8473
    @faizurrahman8473 Рік тому +2

    দাদা সচাঁকৈয়ে আপোনাৰ কথাবোৰ
    অমৰিত বাণী, আপুনি আৰু আগুৱাই যাওঁক তাকেই কামণা কৰোঁ।

  • @BenoniAmsong-cy9qm
    @BenoniAmsong-cy9qm Рік тому +2

    Bohut val kagise

  • @hemodharborah2834
    @hemodharborah2834 Рік тому +1

    ধন্যবাদ ।এইয়া জীৱনৰ বাবে প্ৰয়োজন আছে ।

  • @mitaliburagohaingogoi509
    @mitaliburagohaingogoi509 Рік тому +1

    ভা ল লাগিল।

  • @AvantiNarah-ip3oq
    @AvantiNarah-ip3oq Рік тому +1

    চিত্ৰ দা, আপোনাক প্ৰথমে আন্তৰিক অভিনন্দন জনাইছো। মই আপোনাৰ দিয়া প্ৰতিটো ভিডিঅ ঢাও আৰু শুনো । মোৰ বাবে প্ৰতিটো কথাই মানৱ জীৱনৰ অতিকে প্ৰয়োজনীয় বিষয়। এনেবোৰ কথা প্ৰতিজন ব্যক্তিকে দৰকাৰ। সেয়েহে সদায় ভালকৈ থাকক আৰু ভাল ভাল শিক্ষাবোৰ দি যাব বুলি অনুৰোধ থাকিল।

  • @kunjachoudhury3155
    @kunjachoudhury3155 Рік тому +1

    Val lageli

  • @ChinmoyAssamyoutuber
    @ChinmoyAssamyoutuber Рік тому +1

    Dada bohut bohut❤

  • @bharatihazarika945
    @bharatihazarika945 Рік тому +1

    আপোনাৰ কথাভোৰ বহুত ভাল লাগে দাদা।

  • @kabitachoudhury4954
    @kabitachoudhury4954 Рік тому +1

    বহুত ভাল লাগিল। অৱশ্যে মোৰ এই মতামতটো কিজানি তেনেই সাধাৰণ হ'ল। চেষ্টা কৰিম, সময় কিছু লাগিব।

    • @runjundevi1571
      @runjundevi1571 Рік тому

      দাদা আপোনাৰ video bure kintu mur jibonot baru koi provab palise aru apunar kotha bur xuni val lage

  • @SikhaBordoloiKashyap-sh5qd
    @SikhaBordoloiKashyap-sh5qd Рік тому +2

    Dada apuni kthabur eman dhuniyakoi bujai koise bohut besi val lagil aru bohut2 kotha hikibo parilu 😊😊🙏🙏🙏

  • @anupambini3930
    @anupambini3930 Рік тому +1

    আজি প্ৰথম চালোঁ দাদা, বৰ ভাল লাগিল,সঁচাকৈ আপোনাৰ মাতটো বৰ ধুনীয়া

  • @ddhemali2.040
    @ddhemali2.040 Рік тому +2

    খুব সুন্দৰ উপদেশ দিলে দাদা।
    এতিয়াৰ পৰা নিশ্চিতভাৱে মই এইকেইটা
    কথা মানুহৰ সৈতে কথা পাতোতে মনত ৰাখিম। আপোনাক অশেষ ধন্যবাদ। সদায় ভালে থাকক,😊

    • @chitraranjannath
      @chitraranjannath  Рік тому +1

      আন্তৰিক ধন্যবাদ Chironjib

  • @prajwalitaboro7008
    @prajwalitaboro7008 Рік тому +5

    Eman xondor koi bojai diyar babe dhanya bad. 🙏🙏

  • @bhubenthakuria9006
    @bhubenthakuria9006 Рік тому +5

    মান্য বৰ আপোনাক ভাল বেয়া ক'বলৈ মোৰ সাহস নাই আপুনি সকলো জানে, এই কথাৰ গুণ বোৰে হৃদয় চুই গৈছে ধন্যবাদ।

  • @dhrubajyotiborah8559
    @dhrubajyotiborah8559 Рік тому +1

    Vl lgil sai

  • @moonmikalita
    @moonmikalita Рік тому +5

    অতি সুন্দৰ, আপোনাৰ প্ৰতিটো ভিডিঅ'ই মোক অনুপ্ৰাণিত কৰে । ধন্যবাদ জনাইছোঁ 🙏

    • @bhaigyabiswas9261
      @bhaigyabiswas9261 Рік тому

      Apunar katha bur honi moi bahut khini agbari b parishu thanks

  • @antaralahkar154
    @antaralahkar154 Рік тому +2

    বহুত ভাল লাগিল শুনি।

  • @prodipsaikia794
    @prodipsaikia794 Місяць тому

    আপোনালৈ আন্তৰিক মৰম যাছিলোঁ।

  • @dipenkalita9591
    @dipenkalita9591 Рік тому +2

    ধন্যবাদ দাদা । অলপ লাহে লাহে কবচোন অনুগ্ৰহ কৰি ।

    • @chitraranjannath
      @chitraranjannath  Рік тому

      নিশ্চয়
      পৰৱৰ্তী Video ত আপোনাৰ কথাটো ৰাখিম

    • @KishorTalukdar-r8x
      @KishorTalukdar-r8x 7 місяців тому

      Apuni ji dhorone kotha koi mor bohut val lage..Aponar voice2 xundar.

  • @sweetaroy2523
    @sweetaroy2523 Рік тому +1

    Aapuni bohut val ktha koise. Aji aaponar video prathom bar saiso khub val lagil.

  • @s28k35
    @s28k35 Рік тому +1

    অতি সুন্দৰ

  • @hiranyabaruah1223
    @hiranyabaruah1223 Рік тому +1

    kotha poter niyamto khubei vl lagil

  • @porishmitagogoi6580
    @porishmitagogoi6580 Рік тому +2

    Val lagise kthabilak huni

  • @rubulphukan9973
    @rubulphukan9973 Рік тому +1

    আপোনাক বৰ মৰমৰ লাগে। বিশেষ কৈ আপোনাৰ মাত টো। 🌼🙏🤷‍♂️☺❤।

  • @আৰকেকুলি
    @আৰকেকুলি 6 місяців тому

    অতি প্ৰয়োজনীয়❤

  • @Life_style-1990
    @Life_style-1990 4 місяці тому

    Hundor hoise

  • @mondeep__das
    @mondeep__das Рік тому +2

    Wow very interesting video ❤😊

  • @Freefirelovevolg
    @Freefirelovevolg Рік тому +1

    Dada apuna video sale mon2 akdom vl hoi ja 🧡😍

  • @joonbaruah4494
    @joonbaruah4494 8 днів тому

    ভাল লাগিল ধন্যবাদ দাদা

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 Рік тому +1

    জোখতকৈ এনেকুৱা কৈ লিখিব। কিছুমান ভূল হৈ আছে। শব্দ কিন্তু উচ্চাৰণ বহুত ভাল। ভিডিঅ চাই বহুত ভাল লাগে। কোৱা বাবে বেয়া নাপাব 🙏🙏

    • @chitraranjannath
      @chitraranjannath  Рік тому +1

      বেয়া নাপাওঁ আঙুলিয়াই দিব সদায়। Typing Mistake-ৰ বাবে হোৱা ভুলৰ বাবে video ৰ শেষত উল্লেখ কৰিছিলোঁ। বাইদেউ আপোনাৰো ভুল বানানটো ভুল হৈ আছে

  • @gopaldoley2764
    @gopaldoley2764 Рік тому +1

    Very important video Thank you so much

  • @Sarala24
    @Sarala24 Рік тому +1

    দাদা আপোনাৰ কথাই মোৰ মন চুই যায়

  • @majanikalita6025
    @majanikalita6025 Рік тому +5

    ভাল লাগিল ❤❤❤

    • @chitraranjannath
      @chitraranjannath  Рік тому +1

      আন্তৰিক ধন্যবাদ...এনেকৈ সদায় যদি কমেন্ট এটা কৰি যায় বহুত সাহস পাম..ভাল বেয়া আঙুলিয়াই দিব অলপো সংকোচ নকৰাকৈ

  • @BolinChawra-bf9jm
    @BolinChawra-bf9jm 6 місяців тому

    Hundor motivation ❤

  • @mimobiles7090
    @mimobiles7090 Рік тому +2

    বহুত ঊপকিত হচু এনেকুৱা নজনা কঠা শুনি বহুত আগুৱাই জাব সাহক দিএই

  • @ajaydas61
    @ajaydas61 Рік тому +1

    Thank you apuni amak bohut bhal motivation dise apunar video tu sai bohut upokrit hom buli axa korisu moio ajir pora koribloi try korim again thank you so much ❤😊❤from kukurmara 3 no amtola chhygaon

  • @majonidas2878
    @majonidas2878 Рік тому +11

    দাদা!! আপোনাৰ প্ৰতিটো কথাই মোৰ হৃদয় চুই যাই। বহুত ভাল লাগে শুনি। যেন কিছুমান কথা মোক লৈহে কৈ আছে 🙂🙏🙏

    • @chitraranjannath
      @chitraranjannath  Рік тому +2

      আপোনাৰ অনুভৱ জানিব পাৰি বৰ ভাল লাগিল
      এইদৰে সদায় Comment কৰি যাব

    • @muzaalom991
      @muzaalom991 Рік тому

      Hi

  • @bandanaborah2207
    @bandanaborah2207 Рік тому

    Bohut bhal lagil kothabur , gen ajon good personality thoka manuh ajonor logot kotha pati bohut bhal kotha xiki asu. Onuvob tu tengorami buli bhabile bhul hobo. Anekoi xosa kothare anok change koibo pora byokti ajikali nai so, need your valuable speech for all. Thank you 👍

  • @bikashbora6739
    @bikashbora6739 9 місяців тому

    বহুতেই ভাল লাগিল

  • @PasannaDewri-hc4kp
    @PasannaDewri-hc4kp Рік тому +2

    Apunar video bur mur xosai bohut bixashoi dada

  • @jimoniray1282
    @jimoniray1282 Рік тому

    Hosakoi apuni kua protitu kothai bohut gurutto purno...val lagil aapunar mulyoban,gurutto purno dikh keita amar hoite sahre kora babe apunak oxekh dhyobad..lgote asomia noboborkhor aru baputi khahun rongalir bihutir hiya bhora ulog jonalu.....🌸🌸🌸🌼🌼🌼🍁🍁🍁

  • @jilidas3221
    @jilidas3221 Рік тому +2

    Many many thanks to you. Good Night.

  • @kalpanaboro3623
    @kalpanaboro3623 Рік тому

    Hoi bhut val lage apunar kathabur thanks.

  • @SumpiDas-ih8fw
    @SumpiDas-ih8fw Рік тому

    Bohut besi Val lagil videotu

  • @dipalidutta2552
    @dipalidutta2552 2 місяці тому

    আপো নাৰ ভিডিঅইমোৰ বৰ ভাল লাগিল দাদা 👍

  • @PrabinDas-w6z
    @PrabinDas-w6z 2 місяці тому

    Bohut val lagil moiu babohar korim ai hini thankyou dada aru val video di thakibo

  • @bulbuldutta9043
    @bulbuldutta9043 Рік тому +1

    vl lgil deii realities ase ktha burot

  • @gayotribhuyan5639
    @gayotribhuyan5639 Рік тому +4

    ধন্যবাদ দাদা🥰👍

  • @dipamonikalita4365
    @dipamonikalita4365 Рік тому

    বৰ ভাল পালো কথাবোৰ শুনি

  • @GhanaHazarika-er2ei
    @GhanaHazarika-er2ei Рік тому +1

    Thanks for yours idia,voice and thinking.go ahead.

  • @ankitasutradharoffical6280
    @ankitasutradharoffical6280 Рік тому

    Dada apunr kotha bur bohut vl lage apunr pora bohut kotha xikisu aru mur problem hole apunr video bur sai problem solve koru ....

  • @BanamaliKalita-k7t
    @BanamaliKalita-k7t Рік тому

    বহুত মানুহ আছে ।লগাতকৈ বহুত মিচা কয়।

  • @TiluBora-y6e
    @TiluBora-y6e Рік тому

    Vdiotu Sai ..bhal lagil..agoloiku enakuwa ..kothabu ..kobor buli akha korilu

  • @chandanaphukanboruah1238
    @chandanaphukanboruah1238 Рік тому +3

    সছাকৈ বৰ ভাল লাগিল 😊😊❤

  • @MunuBawri-y4u
    @MunuBawri-y4u 5 днів тому

    Apunar video tu bohut val lagile

  • @Gi5usi6jjco4oofbvo5
    @Gi5usi6jjco4oofbvo5 Рік тому +1

    Xundor

  • @Assamesegirl9864
    @Assamesegirl9864 Рік тому +1

    Sir apunar kotha t jadu ase mon beya lagi thakileu hothat val lagi jai

  • @RabenDas-u3u
    @RabenDas-u3u Рік тому

    Apunar kathai mor life t growth Hoise Dada.

  • @as79ps
    @as79ps Рік тому +2

    Val lagil dada Moi khosakoi apunak dhoinrabad disu agoloi anekuwa vdeo bonab

  • @_xigc_adas_6682
    @_xigc_adas_6682 Рік тому +1

    carect advice

  • @dipasaikia1613
    @dipasaikia1613 Рік тому

    Bhut val lagile video to sai

  • @assamk2k
    @assamk2k Рік тому +1

    Mind fresh sir🥰

  • @rupanjalisaikia540
    @rupanjalisaikia540 Рік тому

    Val lagil kotha khini huni apunar

  • @lipssingvideo4757
    @lipssingvideo4757 9 місяців тому +2

    Dada apunar video khuni moi mnt bht khahokh paw

  • @sumitailoring4669
    @sumitailoring4669 Рік тому

    Apunar video sai moi bhut xikibo parisu.thank you.val lage iman dhuniya dhuniya kotha koi.👍👍

  • @abhijitboruah5692
    @abhijitboruah5692 Рік тому +2

    Dada aapunar video aru kothaburor pora bohu upokito hoisu,xodai jate aamak Val poth dekhuai tarai kamona korilu.God bless you Bro

    • @chitraranjannath
      @chitraranjannath  Рік тому

      আন্তৰিক ধন্যবাদ
      এনেকৈ সাহস দি যাব