আকৌ বিচাৰি পালোঁ তোমাক.. || REDFM LOVE STORY BY RJ PAHI
Вставка
- Опубліковано 28 вер 2024
- This Love Story is very special and close to our heart.
Here we present the latest Love Story by our very own - the number one radio jockey of north east... RJ Pahi - Red Fm Assam | Guwahati.
Enjoy this story and don't miss to subscribe to the channel for regular dose of Love Stories. Every love story is based on respect and this story is based on that.
Follow RedFM Assamese FB Page: / redfmassamese
___________________________________________________
Now Enjoy your favorite show on the Red FM India App.
Download NOW: bit.ly/redfmapp
Connect with us at our social media handles
Facebook: / redfmindia
Twitter: / redfmindia
Instagram: / redfmindia
UA-cam: / 935redtv
Telegram: t.me/redfmindia
Clubhouse: www.clubhouse....
Follow your favorite RJ's at: www.redfmindia...
Regional Red FM UA-cam Channels -
/ bauaaredfmindia
Follow RJ Pahi :
/ rjpahi
/ rjpahiassam
Follow RJ Kuldeep :
redfm_rjkuldeep
redfmrjkuldeep
Thank you for all the love and support. Love story ti bonaute sokupani aamiu tukilu. ❤️ God bless the couple
Pahi baa kandilu bhut
Pahi baaa plzzzz.. Jetia xihot duijon apunalokr redfm t ahe plzzzz pic akopi post kribo.. Emn val lora ajon.. Emn vl suwali ajoni.. Ajir dint anekuwa prem thoka manhu duijonoke sabo bohut mon.. Plzzz pic acopi post kribo buli bhut akha rakhilu🙏🙏🙏🙏
@@kalyanidas1535 ummm😌
Pahi ba jdi apni teolkk lg kre....plzzz apni UA-cam t video share kribo .....Ami roi thakim 💕💕💕
Story naam tu change kori dibo lage on public demand.....ai story r naam tu unique hobo lage.....eg: "Love" speechless what a story...❤️❤️
শেষত দুইটাই কিমান সুখী হৈছে তাকেই ভাবি মোৰো বহুত ভাল লাগিছে,সুখী হোৱা তোমালোক ❤️ ভগৱানে তোমালোকক ভালে ৰাখক।
সঁচা প্ৰেমৰ যে সদায় জয় হয়, এই কথাষাৰ প্ৰমাণিত কৰি দিলে দুয়োজনে।।।💝
সঁচাকৈ জয় হয় নে .......?
ইমান মৰমলগা...❤
ক'ৰবাত যেন মোৰ সৈতে মিলি গ'ল...😓
কিন্তু মোৰ ক্ষেত্ৰত টো আজিও সম্ভৱ নহ'ল । 🙂
ভালে থাকক বিজু-নীহাৰিকা 💓
🙂🙂🥀সকলোৰে লগত নহয় ও😊
কন্দুৱাই দিলে, অন্তৰৰ পৰা কৈছো সদায় সুখত থাকক তেওলোক ,পৃথিবীৰ সকলো সুখ তেওঁলোকৰ হওক❤
Poetry bur Tumi likha na
হৃদয়স্পৰ্শী এটি বহুত ধুনীয়া প্ৰেম কাহিনী___এই প্ৰেম কাহিনীটো যেন চকুপানীৰ অবিহনে আধৰুৱা--চকু পানী ওলাই আহিল শুনি✨.....আৰু পাহী বা আপোনাৰ কণ্ঠত আৰু দুগুণ সুন্দৰ হৈ আহিছে❤️✨
অধিৰ আগ্ৰহে ৰৈ আছিলো..... ❤️ Really heart touching..... সচাঁকৈ প্ৰেম যদি সঁচা হয় হাজাৰটা ধুমুহাই সম্পৰ্কটি ভাঙি শেষ কৰিব নোৱাৰে, সেই সমস্যা দূৰ কৰি এদিন নহয় এদিন সফল হ'বই হ'ব.... ❤️ বিধাতাই হয়টো হাৰ মানে তেওঁলোকৰ মৰম, ভালপোৱাৰ ওচৰত🌹.... শেষত তেওঁলোকলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা , ভগৱানে সমষ্ট সুখেৰে আৱৰি ৰাখক দুয়োকে......🙏🙏
ohhh
@@debajanibora2901 umm
এনে স্বৰ্গীয় প্রেমৰ উপমা দিয়াটো সচাকৈয়ে কঠিন। এয়াই সঁচা অৰ্থত প্রেম। hats of to both of u. 💓💓
"সাজু নে তুমি" and the reply from Biju....That is enough for me to get Goosebumps....Wow man....Best story ever.
সচাকে হৃদয় চুই গ'ল শুনি ।
যুগ্ম জীৱন সুখী হওঁক।
হৃদয় চুই গ'ল,,,ভাষা নাই কি কম
সদায় সুখী হৈ থকা দুইয়োজনে ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা
মৰমবোৰ সদায় এনেকৈ থাকক 😌💖god bless you both ♥️
বহুতেই ধুনীয়া লাগিছে story তো। মৰমবোৰ যেন সকলোৰে বাবে এনেকুৱাই হৈ ৰয়।❤️❤️
Toiu love story xunaa😁
@@jontideka4598 Ooo
@@jontideka4598 ll lll
I was literally weeping listening to the story and finally felt relieve by the end of the story❤️❤️❤️
Hats off to this couple...best love story till now....khub dhunia khub dhunia...kandi golu love story ti huni...hosai ontor sui gol reh🥺❤❤❤
কয় নহ প্রেম স্বৰ্গীয়
এইবোৰেই তাৰ প্রমান।। 🥺❤
এয়া কেৱল হৃদয়ৰ মিলন নহয়
এয়া আত্মাৰো মিলন।। ❤♥
হৃদয়ৰ গভীৰ কোণৰ পৰা অনুভব কৰিব পাৰিছো এই প্রেম কাহিনী 💘❣️
💕💕💕💕💕💕
সঁচাই ☺❤😍
❤❤❤❤❤❤❤
❤❤❤❤❤
2016 চনৰ পৰা নিয়মিতভাৱে প্ৰতিটো Love Story শুনি আহিছোঁ আজি লৈকে। কিন্তু আজিৰ এই Story টো যে সচাঁকৈ কিবা এটা ব্যতিক্ৰম। হৃদয়ৰ কোনোবা খিনিত ৰৈ যাব আজীৱন। শেষত এটাই আশা কৰোঁ সদায় সুখী হওঁক তেওঁলোক দুয়ো। Lots of Love Red FM Love Story ❤️❤️
প্ৰেমত সময় নহয়, বিশ্বাসৰ হে প্ৰয়োজন হয়। যিটো দুয়োজনেই কৰিছিল।❤️
পাহি বা মই জীৱনত কাকো এই ভাল পাই পোৱা নাই । কিন্তু এই কাহিনী তো শুনি মোৰ চকুৰ পানী বৰষুণৰ টোপাল পৰা দিছে। ❤️
সচাঁ প্ৰেমৰ যে সদায় জয় হয়, এই কথাষাৰ প্ৰমাণিত কৰি দিলে দুয়োজনে। দুয়োজনে দুয়োজনে সচাঁ কে ভাল পাব লাগে 💜💜
Comment বিলাক পঢ়ি পঢ়ি love story টোৰ প্রতি গভীৰ শ্রদ্ধা জাগি উঠিছিল❤❤❤❤ আৰু প্রেম কাহিনী টো শুনাৰ পিছত কবলৈ ভাষা নাই সচাঁ কৈ এটা সুন্দৰ সম্পর্ক❤❤। এনেকুৱা ভালপোৱা আজিৰ দিনত বৰ দুৰ্লভ 👍👍 । এবাৰ যদি বীজু দাৰ কবিতা বোৰ শুনিব পাৰিলো হৈ.......... যদিও আপোনালোকে এই কেইবছৰ বহুত কষ্ট পালে কিন্তু যুগ্ম জীবন বহুত সুখৰ হব কাৰণ বীজু দাই নিহাৰীকা বা ক বহুত সুখত ৰাখিব। সচাঁ কৈ চকুপানী ওলাই গ'ল।এনেকুৱা ভালপোৱা আজীবন জীয়াই থাকক।👍👍👍👍😍😍😍💕💕💕
❤❤❤❤❤❤
সঁচাকৈএই love story to এক নতুন অনুভৱৰ সৈতে সম্পৃক্ত কৰিছে ❤️❤️❤️ মন চুই গৈছে ( মন যাই )
সঁচাকৈ হৃদয় চুই গৈছে, আপোনালোকৰ মৰম ভালপোৱাবোৰ সদায় এনেকৈ থাকে যেন। ❤❤❤
বিশ্বাস আছিল বাবেই আজি দুয়ো সফল হ'ল ।। সচাকেই দে চকুপানী ওলাই গ'ল 🥺 আগলৈকে আৰু সুখী হোৱা দুয়ো মৰম বোৰ দুগুণ হওঁক তাৰেই কামনা🥀❤️
❤️
Xosai bht dukh lagil o ...... 😢
বহুত ভাল লাগিল ,মনৰ কোনোবা খিনিত শেষত এটা খুন্দা মাৰিলে 😢 ভালে থাকক সদায় বিজু আৰু নিহাৰিকা । পাহি বা আপোনি এনেকৈয়ে আমাক ভাল পোৱাৰ সুন্দৰ অনুভৱ বোৰ দি থাকে ।❤
দুয়োলৈ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা ভালে থাকা দুয়ো❤️❤️❤️
হাতত সুন্দৰতা প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ হৈ গৈছে, ইমান ধুনীয়া এটি প্ৰেমৰ গল্প ।।
২০১৮ ৰ পৰা শুনি আহিছোঁ কিন্তু এনেকুৱা এটাও শুনা নাছিলোঁ ।।
দুইজনকে salute ❤️
সচাঁই চকু পানী ওলাই গ'ল ...সদায় সুখেৰে থাকা দুয়ো ।❤❤ আজিৰ দিনত এনেকুৱা নিস্বাৰ্থ মৰম ভালপোৱা আৰু সন্মান পোৱাটো বহুত কঠিন ।ছেলুট জনাইছো দুয়োকে ❤
Hosai bohut dukh lagise
Bpre kandi dilu 😰😰
Hosakoi konduai dile 😢😢❤
Hske vl lgil xuni...
Bor hundor bor mitha aru bor dukhomoi story
এবাৰ হাহিঁছো 😊এবাৰ কান্দিছো🥺 হৃদয় চুই গৈছে পাহি বা🥺😌,
My hearts melts after hearing this story♥️
Aji loike iman bur love story hunilu but aa love story tu a hosakoi konduai dile... Best wish to both of you❤
বহুদিনৰ পিছত এটা অন্যতম শ্ৰেষ্ঠ কাহিনী শুনিলোঁ পাহি বা।এয়াই সঁচা অৰ্থৰ ভালপোৱা। তেওঁলোক সদায় সুখী হৈ থাকক। ভগৱানেও চাগে তেওঁলোকক উপযুক্ত কৰি এজনক আনজনৰ কাৰণে স্ৰজিছে।
সঁচাকৈ story টো শুনি চকুপানী ওলাই গল। ইমান ধুনীয়া story. তেওলোকৰ জীৱন ভগৱানে সুখেৰে উপচাই তোলক। এয়াই কামনা কৰিলো❣️
মই আজিলৈকে আপোনাৰ story শুনা নাছিলোঁ ।কাৰোবাৰ অনুগ্ৰহত শুনিলোঁ এ story 2 ।সচাঁই সুন্দৰ। এজন বা এজনী সৎ মনৰ মানুহে খুব ভালকৈ অনুভৱ কৰিব এ সঁচা প্ৰেমৰ মূল্য
বহুত ভাল লাগিল❤ তেওঁলোকৰ ভালপোৱা সদায় যুগমীয়া হৈ থাকক। এইয়াই হয়তো প্ৰকৃত ভালপোৱা, যি প্ৰতিজন মানুহে বিচাৰিছে দুয়ো এক হওক বুলি। শুনি থাকোতে চকুলো ওলাই গল। বহুত বহুত শুভেচ্ছা আপোনালোকৰ যুগ্মজীৱনলৈ❤❤❤ সুখী হৈ থাকক❣️
হৃদয় চুই গল ❤ সঁচাকৈ নামবোৰ অমিল হলেও বাকী বহুখিনি মিল আছে কোনোবা খিনিত যেন হুকে খুন্দা মাৰি ধৰিছে শুনি নিজেই চকুৰ পানী ওলাই আহিছে। ❤
সচাঁকৈ কান্দি দিলোঁ love story টো শুনি ইমান মৰম লগা love story আগতে কেতিয়াও শুনা নাই ❤তোমালোক দুয়ো সুখী হোৱা 🤗বহুত বহুত মৰম থাকিল মোৰ ফালৰ পৰা তোমালোক দুয়োলৈ❤
সচাকৈয়ে বহুত ভাল লাগিলে ৷ প্ৰেমৰ সঁচা অৰ্থ বুজি পালোঁ ৷ আজিলৈকে প্ৰেম হোৱা নাই কিন্তু বহুত ৰাতি প্ৰেমৰ কাহিনীৰে পাৰ কৰিছো ৷ ভগৱানে তোমালোক দুয়োকে কুশলে ৰাখক ৷
😭😭😭😭😭😭
সচাঁ ভালপোৱাৰ এদিন নহয় এদিন জয় হবই। ধৈৰ্য আৰু নিস্বাৰ্থ মনেৰে প্ৰিয়জনৰ বাবে অপেক্ষা কৰিলে জীৱনতোৰ আহিবলগীয়া দিনবোৰ অত্যন্ত সুখৰ হৈ পৰে। দুয়োপক্ষৰ প্ৰেম সত্য আৰু পবিত্ৰ হলে দুটি মনৰ মিলন হলে প্ৰকৃত ভালপোৱাই প্ৰান পাই উঠে। এই love story তো তাৰেই এটা উদাহৰণ। শুনি ভাল লাগিল। love u pahi ba. Love from Nalbari. 💓💓💥💥
Bohut vl lgil hune 😍😍
Pahi Ba Voice Best❤apunar voice t Love story bur hunile huni thakib mon jai.. Amoni nalage... Love from majuli.
Hosai tumar love story bur huni bohut vhl lge..agote emn ke nuhisilu..atia hodai hunu❤
বহুত মৰম বিজু আৰু নীহৰিকা লৈ।❤️❤️ সুখী হোৱা 🥰।
মনৰ কোনোবা এটা কোণত যেন শোকে খুচি-বিন্ধি ধৰিছিল, প্ৰথম বাৰৰ বাবে কান্দিছো love story শুনি।
ভালে থাকা নিহাৰিকা-বিজু❤️
এনেকুৱা মোৰো হৈ আছে কৈ দিও নিকি ময়ো মোৰ মনৰ কথাবোৰ তেওঁক!
কিন্তু কি হ'ব মই কৈ দিয়াৰ পিছত যদি আমাৰ বন্ধুত্বৰ সম্পৰ্ক থান-বান হৈ যায়!
ভয় লাগে😢
শব্দ বোৰ নোহোৱা হৈ গৈছে। চকুপানী ৰোৱা নাই। সঁচাকৈয়ে প্ৰেম ৰ প্রকৃত ৰূপ এইয়া।❤️ ইমান দিনে বিচাৰি ফুৰা প্ৰেমৰ প্ৰকৃত সংজ্ঞা আজি বিচাৰি পালোঁ ইয়াৰ যোগেদি ।বহুত বহুত শুভেচ্ছা দুয়ো লৈকে। ❤️💐
সাজু নে তুমি ।।।।। মই বাট চাই আছো ।।।।।। Aiti line t bhut ..................bujabo nowara vakha humai ase 🤐..😊...xosake bhut bhut bhut besi vl lagile....bujabo nowaro....অন্তৰ চুই গ'ল অ 😢😓 ji ki nohok ....hihot 2jon Vle thakok hodai...god bless you both ❤️
সদায় সুখী হৈ থাকা তোমাৰলোক ।চকুপানী ওলাই গল সচাঁকৈ ❤️❤️❤️❤️❤️
সচাকৈ চকুৰ পানী ওলাই গৈছে... ইমান মৰম ভালপোৱা....good luck both of you for your new journey❤❤❤❤❤❤❤❤ .. তোমালোকৰ মৰম ভালপোৱা সদায় এনেকৈয়ে থাকক...
আপোনাৰ মিঠা কণ্ঠৰে সন্ধিয়াটো সুৱলা কৰি তুলে ৰৈ থাকো প্ৰতিটো ৰবিবাৰে আপোনাৰ কণ্ঠৰে শুনিব Love Story বোৰ Story টো ভাল লাগিল বিজু আৰু নিহাৰিকা সদায় সুখী হৈ থাকক সচা ভালপোৱাৰ জয় হবয়ে❣️❣️😍😍
The Only One Word for this AMAZING Love Story IS "Perfect"❤
Lots of love to the couple🤍
Aitu story tu sage moi 20barr besi khunilu aru tat ke o besi k last ending khuni thku ....mne vabibo nuwaru kmn vl lge aitu story❤❤❤❤❤
Last lines from Pahi baa it's gives me goosebumps 😍😍
শেষৰ খিনি যে উফ,,,,প্ৰেম বিবাহ কৰা মানুহে অনুভৱ কৰিব পাৰিব,,,,ভালকৈ,,,,, নিজৰ প্ৰিয়জনক আজীৱন🥰🥰
প্ৰেম কাৰোবাৰ বাবে শাৰিৰীক সুখৰ ক্ষন্তেকীয়া সঁজুলি।কাৰোবাৰ বাবে জীৱন ।
Right
আন কাহিনী বোৰতকৈ পৃথক, ভাল লাগিল 💜
Ati unbelievable story pahi baa. Moi 2017 pora ai love story pletfrom khon huni asu. Ajir agot Ane kuwa story Huna nasilu. Story tu huni anekuwa lagise. aitu Jen story nohoi kunubai likha ati kahini haa...
সঁচাকৈ ইমান সুন্দৰ এটা প্ৰেম কাহিনী story টো শুনি থাকোঁতে গা নোম বোৰ হিয়ৰি উঠিছে,। শুনি সঁচাকৈ ভাল লাগিল।❤❤❤❤
হৃদয় চুই গল পাহি বা বহুত love stry শুনিছো কিন্তু আজি লৈকে এনেকোৱা love stry শুনা নাই dill se selut দুয়োলৈ । এনেকোৱা stry শুনিলে হৃদয় খনক বুজাব লৈ প্ৰেৰনা পাই । সচাই কি জানা পাহি বা এই দুনিয়াত এনে কিছুমান নিয়ম চলি আহিছে যাৰ বাবে বহুত সচা ভাল পোৱাও সফল নহয় । যিটো মই উপলদ্ধি কৰো । poblem সকলোয়ে থাকে কিন্তু কিছুমান সম্পৰ্ক অলপ বেছি কাৰোবাক বহুত ভাল পাই আতৰি থাকিব লগা হয় ।আকৌ এবাৰ চেলুত তোমালোক ২ জনলৈ । এইটো stry জীয়াই থকা প্ৰেৰনা
ইমান অনুপ্ৰেৰণা যোগাৱা প্ৰেমৰ গল্পটোৰ সুন্দৰতা প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ হৈ গৈছে পাহি বা🥺💕
True love never end 🤍 that is proved ✨❤️ Congratulations both of you✨
তিনি বাৰ শুনিলোঁ তথাপিও হেঁপাহ পলোৱা নাই । বহুত ধুনীয়া লাগিছে তোমালোক সুখী থকা সদায়
Xuni bohut bhal palu.. mur jibonor logot kisuman xompurna mili goise.. Especially "eta ktha hudhu" . Ei ktha khar a muk aku hey agor xomoi khini le loi goisil.. love it..♥️
চকুপানী ৰখাব পৰা নাই 💗🥺 বহুত আগৰ পৰাই শুনি আহিছোঁ বা তোমাৰ love story আজি লৈকে এনেকুৱা লগা নাছিল এনেকোৱা ❤️✨ speechless 😭💗 happy ending 😭😭🦋🦋🦋❤️❤️❤️❤️❤️❤️
তেওঁৰ যদি প্ৰকীত পৰিচয় টো পালোঁ হয়,এবাৰ কবিতাবোৰ শুনি চাবৰ বহুত মন গৈছে।
Bapre aji 2023 din hoi aapunar biya hol sage bapre really happy moi
Xosake muru mn asil teor kobitabur xunib
Photo ekhon oke dekha hole akha tu thaki jabo hodai karone
চকু পানী ৰখাব নোৱাৰিলো সচাঁকৈয়ে। 😌
ইমান মৰম , ইমান ভাল পোৱা..থকাৰ ওপৰিও বহুত বহুত বহুতেই ভাল লাগিল আপোনালোকৰ দুয়োৰে মাজত থকা 'বিশ্বাস' 💗 । ৫বছৰে আপোনালোক দুয়োৱে কেনেকৈ কটাইছে সেয়া আমিও অনুভব কৰিছো।আপোনালোকৰ দুয়োৰে ভাল পোৱাক বহুত শুভেচ্ছা জানাইছো😊 । প্রেম ভালপোৱা ❤ যে শক্তিশালী হয় আপোনালোকৰ ভালপোৱাই বোজাই দিলে । ❤
শেষতঃ বিজু দা আপুনি এজন সচাঁকৈয়ে বহুত শক্তিশালী বিয়ক্তি ।
আপোনালোক দুয়োৰে পৰাই শিকিছো আচল ভালপোৱা কি ❤💗
I just cried after listening to this story 🥹so much Happy for them
true love never ends ❤
সচাকৈয় পাহি বা আপোনাৰ বহুত love story শুনিছ কিন্তু নীহাৰিকা আৰু বিজুৰ love story মোৰ হৃদয়ত লাগি গৈছে ৷ i wish your love story successfully and iam very proud of you and thanks for পাহি বা that is wonderful love story shared _❤😊❤❤
দুয়ো জনে সদায় সুখত থাকা তাৰে কামনা কৰিলোঁ।❤️💞❤️
চকুলোৱে বুজালে তোমালোকৰ প্ৰেমৰ গভীৰতা 💗 Want to meet you gyz 🙃
Kandi dilo re... Ufff.. Ajir dinot enekuwa prem🥰🥰.. Congratulations both of u... Both r lucky.. Actually true love success hb lagile duyojone equal hb lgbo
Eman val lagise love story to.. Kandisu O hahisu O.. Last t duore prem jayi hoa suni bht bht bhal lagil
অযুত প্ৰেম আৰু সন্মান❤️
নকৈ নোৱাৰি , চকুপানী ওলাল ৮ বছৰ কাৰোবাৰ কাৰণে ৰ'লো । তেওঁ জানে ৰৈ আছিলো বুলি । কিন্তু??? য'তে আছা সুখত থাকা প্ৰত্যাশী ❣️( তাইক দিয়া উপনাম ) । সকলোবোৰ কাহিনীৰ দৰেই হোৱা হয়???
সঁচাকৈ পাহি বা ।।। অন্তৰ খন কান্দি গল । কি নু কম একো ভাষা নাই পাহি বা।। thank you
@@4udipakয'ত 38:45 ডু
সচাঁ কৈ প্ৰেম ভালপোৱা এনেকোৱা হ'ব লাগে.. মৰমৰবোৰ এনেকৈ থাকক সদায় দুয়োৰে.. চকুপানী ৰখাব নোৱাৰিলো.. সকলোৰে ভালপোৱা বোৰ এনেকোৱা হওক.. দুয়োজনৰে সম্পর্কটো প্ৰতি থকা মৰমৰবোৰ🥰
ভাগ্য লাগিব এনেকোৱা ভালপোৱা পাবলৈ..
তোমালোক দুয়ো সুখী হোৱা ।আজি সচাঁকৈ কান্দিলো,হৃদয় চুই গ'ল👍সদায়ে সুখী থাকা তোমালোক❤
Ufff,,, sokupani ulai gol,,,cmnt ata nokori nuarilu,,,prokito premor adorkho tumaluk,,,,,bht besi uproloi loi gola tumaluke premor proti thoka biswakh..aru honmanok,,,,ajibon hukhi hua duyu❣️❣️❣️
"প্ৰেমৰ কোনো ভাষা নাই"ৰ পাছত "আকৌ বিচাৰি পালোঁ তোমাক" ufff সঁচাকৈ 💘❤️
Hokolutkoi hridoi sui jua kahini ai 2ta 😊🥰💝pahi bar matere kahinibur hunila kahinitur vitorot nijoke humai jua Jen lage , character homuh imagine kori monote vahi thake protitu drisyo , gomei napau homoi bur nu kenekoi bagori jai ☺️ teuluk duiure jibontu aru modhur houk 😇 vogowanor usorot parthona jonaisu 😇🤗😊🥰☺️
ভালপোৱাবোৰ সফল হবলৈ ভাগ্য লাগে যিটো সকলোৰে কপালত নাথাকে💜বহুত ধুনীয়া লাগিল ,সুখী হওঁক ।
Punam nath so right ❤️
Xosakoi ai bht bosore bht love story xunilu. Kin2 ai love story 2 okol murei nohoi sagoi xokolure ontor sui goise. Salute 2 the lovely couple. Dhoijyo r fol ja mitha aji story 2 proman kori dile. Many many congratulations to both of you. Stay always happy. Lots of love to both of you❤❤❤❤❤❤❤❤❤😍😍😍😍😍😍😍😍😍😍😍😘😘😘😘😘😘😘😘
সুখী হওক বিজু আৰু নিহাৰীকা ❤️
🗣️:সঁচায় দে বহুত ধুনীয়া পাহি বা আপোনাৰ মাত ত আৰু video তৰ চৰিত্ৰ ৰ মাত কেইটাও বহুত মৰম লগা। 💖🙃
সচাঁই হৃদয়ে বৰকৈ কান্দিলে। প্ৰেম হলে মনৰ পৰা হব লাগে। love u both ♥
হৃদয় খনে চকুলো টুকিছে😭।কিন্তুু ভাল লাগিছে যে সকলোকে আপোন কৰি প্রেমৰ জয় হল। ❤❤❤
Right
জীৱনত প্ৰথমবাৰ কাৰোবাৰ love Story শুনি চকুৰ পানী ৰাখিব নোৱাৰিলোঁ, সুখী হোৱা তোমালোক...
কি কম ভাষা পোৱা নাই চকু পানি ওলাই গল হ্ৰিদয় শ্পশ কৰি গল ধন্যবাদ পাহি বা ইমান ধুনিয়াকে সজাই তোলা বাবে।
এইবোৰ সফল মানুহৰ সফল প্ৰেম। বহুত প্ৰেৰণা পালো।
Hats off to both of you and entire red fm lovestory crew, konduwai dila beh ❤
সুখী হোৱা দুয়ো. . . আশা কৰো আমাৰ ভালপোৱাবোৰো যেনে শেষত Hapoy ending হয়. . .
ভাষা নাই কবলৈ ইমান মৰম লগা আৰু ইমান সুন্দৰ story 💖 চকুৰ পানী ওলাই গৈছে 🥺❤️ তোমালোক দুটা সদায় এনেকৈ সুখী হৈ থকা যেন 💞🙏
At the end of the story tears came out of my eyes to hear the last lines 🥺❤️ hats off to both of them..... they proved that true love is belongingness❤️God bless them 🙏🏻🤍
The real love ❤😘 ..... Vl lgi gol... Akol kandibo baki thakil.... Kbo babe aku ni jiman kolau kome hbo kua.... Akha koru tumaluk hodai happy thaka... 💝❤️
Pahi baa thankyou so much..i love you so much..anekua iman dhunia dhunia love story amak khunua babe...aru telokol dutake amr o bht mon goise sabo please dekhai diba amk o
পাহি বা আপোনাৰ শুৱলা মাতত love story বোৰে এটা নতুন ৰূপ পাই❤️ কাহিনীটো শুনি আবেগিক হৈ পৰিচো..... , নিস্বাৰ্থ ভালপোৱাৰ আগত সঁচাকৈ সকলো হাৰি যায়, bless the copule ✨
উফ প্ৰথম বাৰৰ বাবে এনেকুৱা কাহিনী শুনি কান্দি দিছো❤️
Kenekoi bisari pam baru abar log Jodi paluheten kandisu bohut
❤❤❤❤❤❤
@@jibantahazarika9235 😊😊😊😊
মই নিয়মীয়া শ্ৰোতা নহয় যদিও সময় উলিয়াই মাজে সময়ে love story পঢ়ো কিন্তু এনেকুৱা love story আজি প্ৰথম পঢ়িলো আৰু পঢ়িয়েই সচাই চকুলো নিগৰি আহিল।দুয়োজনেই সুখত থাকক তাকেই কামনা কৰিলো।🙏🙏🙏
Aji bohu bosor pasot buli koleu vul nohobo, aulukor story huni Jen bukut akou hei hosa valpuwa puwar hei akhai bukut khamus Mari dhora Jen lagil, God bless both of U🥰🥰
ইমান ভাল লাগিল শুনি...মোৰ ২০০১ ফেব্ৰুৱাৰী ২১ তাৰীখলৈ মনত পৰিগল পাই...আমাৰ সন্তানৰ আজি ১৪ বছৰ মেট্ৰিক দিব অহা বছৰ...শুভকামনা থাকিল ।
মই ভাৱো এইটো love story শুনা প্ৰতিজন অনুৰাগীৰ চকুত পানীৰ সুত বলিলে.....
সচাঁকৈ অন্তিম মুহূৰ্ত্ব কন্দুৱাই দিলে....
ধন্যৱাদ সকলোলৈ ....
😇😇😇😇
সচাই্।
পাহি বা সঁচা ক'বলৈ গ'লে মই সদায় আপোনাৰ show নাচাও কিন্তু অলপ আগত ফেচবুকটো চাই থাকোঁতে আপোনাৰ পোষ্টটো পালোঁ আৰু পঢ়ি ৰৈ থাকিব নোৱাৰিলোঁও video টো চাব আহিলো ❣️ কি ক'ম পাহি বা আৰম্ভণিৰ পৰা শেষৰলৈকে বহুত ভাল লাগিল ❤️🥺 যেন এক বুজাব নোৱাৰা অনুভূতি। তেওঁলোক সদায় যেন সুখী হৈ থাকে তাৰে ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে আপুনি আৰু আপোনাৰ red FM love story সকলো সদস্য যেন আগবাঢ়ি যায় ❤️😊
নিৰিবিলি - এক নীৰৱ কাহিনীৰ লেখক কৌশিক নন্দন বৰুৱা দাদাই ঠিকেই লিখিছিল "আৰম্ভ হ'লেতো শেষ নিশ্চয় হয় । কিন্তু শেষৰ পৰা যি আৰম্ভ হয় , তাৰ শেষ কেতিয়াও নহয় "
শেষত বহুত ভাল লাগিল ❤️
২০১০ চনৰ পৰাই ৰেড এফ . এফ লাভ ষ্টৰী শুনিছো । বহুতো প্ৰেম - কাহিনী তোমালোকৰ লাভ ষ্টৰীয়ে বুকুৰ কোনোবাখিনিত আহি চুলিহে। চকুপানী ৰখাব পৰা নাই। বিশ্বাস হৈছে আজিৰ যুগটো সঁচা প্ৰেম জীয়াই আছে। সদাই সুখী হৈ থাকা যেন দুয়োজন। নিহাৰিকা তোমালোক দুয়োজনে দুয়োজনক ভাগ্যৰ ফলতহে পাইছা।
Xosaii.... You both are best..... Anekua val pua pabole khube taaann..... Val pua xosa hole sob pabo pari 😌❤...mon suii gol.. ❤
One of the best story I ever heard Amazing god bless you both 🙌❤And Huge salute to the team really great work I appreciate it 🙏❤