ফাৰ্ণিচাৰ ব্যৱসায়ে সলাই পেলালে তেওঁৰ জীৱন Binayak sweets

Поділитися
Вставка
  • Опубліковано 7 жов 2024
  • ফাৰ্ণিচাৰ ব্যৱসায়ে সলাই পেলালে তেওঁৰ জীৱন Binayak sweets
    uparjan: 9101735732
    এসময়ত তেওঁ নাৱৰীয়া আছিল নাও চলাই উলিয়াইছিল দৈনন্দিন খৰচ
    কিন্তু নদীত উটি অহা কাঠৰ কুণ্ডাবোৰে তেওঁৰ মনলৈ আনিলে নতুন চিন্তা
    ২০০১ চনত আনৰ পৰা ২০ হেজাৰ টকা সুতলৈ আনি গৌৰীসাগৰৰ পথৰ কাষত গখন টিঙৰ চালিৰ তলত আৰম্ভ কৰিলে ফাৰ্ণিছাৰৰ দোকান ৷ নম দিলে জিতু নিতু ফাৰ্ণিচাৰ
    ফাৰ্ণিচাৰ ব্যৱসায়ে সলাই পেলালে তেওঁৰ জীৱন । এতিয়া প্ৰতিবছৰত দুই কোটি টকাৰ ফাৰ্ণিচাৰ ব্যৱসায় কৰে তেওঁ ৷ গৌৰীসাগৰৰ জিতু দত্ত নামৰ এগৰৰকী ব্যক্তিৰ কঠোৰ পৰিশ্ৰমৰ কাহিনী এয়া
    uparjan.in

КОМЕНТАРІ • 118