কঠোৰ পৰিশ্ৰমেৰে জীৱন গঢ়া মানিক বৰাৰ সফলতাৰ কাহিনী | businessman of assam
Вставка
- Опубліковано 27 лип 2024
- কঠোৰ পৰিশ্ৰমেৰে জীৱন গঢ়া মানিক বৰাৰ সফলতাৰ কাহিনী | businessman of assam
তেওঁ কেতিয়াবা যদি শাক পাঁচলি ব্যৱসায় কৰিছিল ,তেন্তে কেতিয়াবা কটাইছিল শ্ৰমিকৰ জীৱন ৷
কিন্তু তেওঁ জীৱনৰ মূল মন্ত্ৰ আছিল যে কোঠোৰ পৰিশ্ৰম কৰিলে এদিন জীৱনলৈ ভাল দিন আহিবই ৷
সঁচাকৈ তেওঁৰ জীৱনো সলনি হৈছিল ৷ লাহে লাহে তেওঁ এখন ফাৰ্ম পঞ্জীয়ন কৰি আৰম্ভ কৰিছিল ঠিকাদাৰৰ কাম ৷
আৰু এতিয়া তেওঁ একাধিক ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰী।
শূন্যৰ পৰা উন্নতিৰ জখলাত আগবাঢ়ি যোৱা এই ব্যক্তিজনৰ নাম মানিক বৰা ৷ ঘৰ তৈলনগৰী দুলীয়াজানত ৷
ব্যৱসায়ী পিতৃৰ এনে কঠোৰ পৰিশ্ৰম দেখি এদিন অনুপ্ৰাণিত হ’ল দুই পুত্ৰও ৷
এও মানিক বৰাৰ জ্যেষ্ঠ পুত্ৰ উদ্দীপ নাৰায়ণ বৰা ৷
৷Indigo এয়ালাইনচৰ ষ্কিপাৰৰ চাকৰি এৰি ২০২০ চনৰ পৰা এওঁ পৰিচালনা কৰি আহিছে টাটা মটৰচ ব্যৱসায়িক যানবাহনৰ এই ডিলাৰটো ৷
কনিষ্ঠ পুত্ৰ উদয় নাৰায়ণ বৰাই ২০১৯ চনৰে পৰা দেউতাকৰ আদৰ্শ সৰোগত কৰি আৰম্ভ কৰিলে হোটেল ব্যৱসায়ী ৷ ইউট’পিয়া নামৰ এই হোটেল এতিয়া দুলীয়াজানত সকলোৰে চিনাকী ৷
আহকচোন এই অসমীয়া ব্যৱসায়ী পৰিয়ালটোৰ লগত কথা পাতো ।
uparjan.in
এইটো channel ৰ subscriber অতি সোনকালে বাঢ়িব লাগে। এইটো channel এ এটা মহান কাম কৰি আছে অসমৰ নিবনুৱা সকলক এটা উৎসাহ দি যোৱাৰ চেষ্টা কৰি আছে।
আপোনাৰ লোকৰ দৰে মানুহৰ ভিদিওঁৰ যৰিয়তে যুৱপ্ৰজন্মৰ নতুন প্ৰেৰণা পাৱ বুলি আশা কৰিলোঁ । উৰ্পাজনৰ সকলোলৈ ধন্যবাদ ।
thank you
বৰ ভাল লাগিল, অ , 🥀☺️ ইমান সুন্দৰ কে কথা বোৰ কৈছে
True talking this man business is one person development everything poroblm solving in life good job
Lahe lahe uparjan grow hoise.. Thanks to all Assamese people 🙏🏻🙏🏻🙏🏻❤❤❤✌✌✌..
thank you
ভিডিঅ'টো কিবা খাপচৰা যেন লাগিল।Ending টো অলপ ভাল কৰিব।
Best line - buisness tu lakshi 😘😘
উপাৰ্জন এটা বহুত ভাল ছেনেল মই ছেনেলটোৰ এজন subscriber
ভাল লাগে সকলো ভিদিঅ
thank you
Our inspiration 🙏
Apuni amar tatha asamar adarsha.live long.god be with you.
Great moment to cherish 🙏
Manik Da is a very wonderful man I met ever so.
😍😍❤❤বহুত অনুপ্ৰাণিত হ'লো
Aru agbhaha axomia mnuh amr manuh hofol hobo lge khali 💪💪
God bless you
Great moment to cherish🙏🙏🙏🙏
সঁচাকৈয়ে বহুত ভাল লাগিল
Dewta ma best in the world.
ভাল লাগিল।
Thank you uparjan channel giving for good news👍
thank you
Thank you for uparjan channel giving good news for us
Bhut Val lagile sai 🙏
Tnq Apunalokaloi
Aru aag barhi jaok
ধন্যবাদ উপাৰ্জন..আশা কৰো আপোনালোকৰ চেনেলটোৰ জৰিয়তে নৱ প্ৰজন্মই যথেষ্ট উপকৃত হ'ব।
বহুত ভাল লাগিল।
Great work Manik da🙏
Uparjan zindabad
Bohut dhayabad
thank you
Straggle is life
Bohut val lagil
Great job
Bhal lagel
Apunaluke bhut vl kam loise apunalukr channel tur jriote bhut e uthah pab
Salute you
Nice dada 💞💞
Very nice
Sudur bhai 2ye bhal darmoha nidiye kela, kukuror do re khatuaai, 6 month kaam kori leri hukai gol
Etya kot kora
❤️❤️❤️
Super Uparjan.
thank you
Anekowa video jate agoleu pai thakim buli akha krilu
nishay
congratulations
Apunar video bur Sai bohut motivation paw ...akha koru adin amiu dangar manuh hom aru apunar lgt bohi adin interview korim.
ok
0:24
Uparjon channel apuni ketiaba ahibo aru apunar channel ot loi ahibo ajon lukar jebonor hopolota kahini ai manujan chirang district ot toka kajolgaon or pradip basumatary sweet stall or dukandar
Apunar dara jibur vedio pau...moi hodai sau aru mur aim val business man hua
thank you
❤😢
Amiu jugi axu jkibo pra ni😢
🙏🙏🙏🙏
Khura moi u duliajanor hoi tipling tata dealer tu lole nky bru
Aponaloi namaskar janalo
Xosa kotha....kostor fool....Paise...
🙏🙏🙏🙏🙏🙏🙏🙏
Prpnam
Moi government job koru but mor mn bisnas kora r
Bor. Val. Lagil. Kotha. Khini. Jani.
PЯӨMӨƧM 😩
ua-cam.com/video/4uTK9gzCjzA/v-deo.html..
putin অাৰু zelenesky ৰ জীৱনী
Very nice