জোকাৰি যাব অসম🔥😯কিয় একগোট হল নাৰীসকলে?কেৱল নাৰীয়েই দুখীনে?প্ৰশ্ন পুৰুষলৈ???

Поділитися
Вставка
  • Опубліковано 20 вер 2024
  • সভ্যতাৰ বাহক নদী আৰু সৃষ্টিৰ আদি প্ৰতিক নাৰী। এই সৃষ্টিৰ আদিম শক্তিৰ ওপৰত বৰ্তমান যি অমানসিক অত্যাচাৰ, উৎপীড়ন,নাবালিকা ধৰ্ষণ,পৰকীয়া প্ৰেম , যৌতুকৰ বাবে বলী হৈ মৃত্যু দন্দ দিয়া আদি বিষাক্ত বীজাণুৰে গ্ৰাহ কৰিছে সেই সময়তে সমাজ সচেতক অপকৰ্ম ৰ বিৰোধি শ্ৰী বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়াই নদী আৰু নাৰী জাগ্ৰত শক্তিৰ জন্ম দিছে। যি দৰে পৃথিৱী অন্যায় অধৰ্মেৰে ভৰি পৰিলে ভগৱানে অৱতাৰ ধৰি পৃথিৱীৰ পাপ মষিমূৰ কৰে ঠিক তেনেদৰে। পাঠক ডাঙৰীয়াৰ নেতৃত্বত গঢ় লৈ উঠা এটা শক্তিয়ে কাকো ক্ষমা নকৰে। এই শক্তিৰ আগত কোনো আপোন পৰা নাই। সমাজত গঢ় লৈ উঠা মদ, ড্ৰাগছ, নাৰী দেহৰ ব্যৱসায় বৃদ্ধ পিতৃ মাতৃ ৰ ওপৰত সন্তানৰ অত্যাচাৰ আৰু লগতে সমাজৰ প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে নদী আৰু নাৰী থিয় দিব। অকল নাৰীয়ে ই নহয় নিৰ্য্যতিত পুৰুষ সকলৰ হৈয়ো নদী আৰু নাৰী ঠিয় দিব

КОМЕНТАРІ • 19