Edu sir is adamant to show...he is most educated..Ph.D..(.Dr.)..But respect..teachers also...they are also educated and trained how to teach students...Except a few.
Education minister dagoriya apuni olop suden visit dibo privet schoolot.ji obosta.eku nopohrai.tution nolole mark kom diye.ajiloi apuni goi saisene,studentkok xudhisene mastore kenekoi porhai??????? English school or pora ajiloi top tu bad diyok standei nokore.olop sabo.spunar duty eitu.
Aajir dinot teacher ok student a respect nokora hoise, voi nokora hoise. Kiba bhool korileu haadharon punishment dibo nuari student k. Ubhotaai dhore, teacher r gaat haat diboleu voi nokora hoise. Tene homoyot aapunaluke nijor dokhyota dekhabo goi student r aagot aibur naatok nokoribo.
A car ba o car. Car kot keneke logabo lage nije janibo lage🙂. Assamese is our own language. Joy AI axom. ❤ moi xei karone jubin dak support koru. Matir manuh aru monor o. 😍 guru mur personal😊
Montri dangoriai "soworonit'' e kar bli kuwa2 tekhetr mate shuddho krn tekhete schoolot podhote "o kar" thaka wordbilk ussaran korote o kar bli kuwar paribate sage," e kar ru tat aa kar" blihe matisil .seikrne aji tekhetr ei question.tekhhete nijr namato j o kar ase take najane.
Such ministers force government employees to do their jobs wrongly, and such education ministers make laws for venture teachers. Many teachers are suitable for the teacher job but have to live in uncertainty. Many have retired without pay or some have already ended their lives. Such education ministers are garbage of Assam we don't need such people.
অতি সংবেদনশীল বিষয়। যি সময়ত ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুসকলক সন্মান নকৰে তেনে সময়ত সকলোৰে সন্মুখত এজন মন্ত্ৰীয়ে হকে বিহকে অপমান কৰিলে আমাৰ ল'ৰা ছোৱালীয়ে কি শিকিব। অভিভাৱক হিচাপে আমি অতি দুখ পাইছোঁ। কাৰণ আমি সন্তানক শিকাবলৈ যত্ন কৰো যে শিক্ষাগুৰু আৰু জ্যেষ্ঠজনক সন্মান কৰিবলৈ। ভাল ছাত্ৰ ছাত্ৰীৰ চকুত আজি আপুনি সৰু হৈ গ'ল মন্ত্ৰী মহোদয়, যিটো আমি বিচৰা নাছিলো। বৰ্তমান সময়ত সমাজখন সুন্দৰ ভাৱে গঢ় দিবলৈ হ'লে পুথিগত শিক্ষাত কৈ নৈতিক শিক্ষাত বেচিকৈ গুৰুত্ব দিব লাগে।
নেজানিলে মন্ত্ৰী হবই নেলাগে ।
অসমীয়াত দুটা -এ(ে) আছে । দুখন গ্ৰন্থৰ দুটা পৃষ্ঠাৰ বৰ্ণনা চাওক। স্পষ্টকৈ উল্লেখ কৰা হৈছে যে অসমীয়া ভাষাত ৮ টা বিশিষ্ট স্বৰধ্বনি আছে । ই,উ,এ,ও,এ', অ', অ আৰু আ । উদাহৰণ :
ই --- বিল (পথাৰৰ জলাশয়) । বিলত মাছ আছে ।
উ--- বুল । বাট বুল !
এ--- বেল (এবিধ ফল) । বেল খাবলৈ ভাল।
ও--- বোল (ৰং)
এ'--- বে'ল ( স্কুলৰ সামগ্ৰী) । ছুটীৰ বে'ল পৰিল ।
অ'--- ব'ল (যোৱা) । ঘৰলৈ যাওঁ ব'ল ।
অ--- বল ( খেলৰ বস্তু) । আমি বল খেলিছোঁ।
আ --- বাল(নোম/শিশু) । বালকৃষ্ণৰ লীলা মনোহৰ।
অধিক উদাহৰণ :
এ' --- খেৰ, মেৰ,দেশ,কেশ,ঢেৰ,বেদ ইত্যাদি।
এ--- খেল, মেল,অনেক, অলেখ, সংকেত ইত্যাদি।
উচ্চাৰণ কৰি চাওক, তেতিয়া ভালকৈ হৃদয়ঙ্গম হ'ব । খেৰ,মেৰ বুলি কওঁতে এ ৰ উচ্চাৰণ অলপ চেপা খোৱা । খেল,মেল বেল বুলি কওঁতে উচ্চাৰণ মুকলি । "এ" স্বৰ সম্পৰ্কে ড° গোলোকচন্দ্ৰ গোস্বামীদেৱে লিখিছে -- ওঁঠৰ অৱস্থান বিবৃত । দাঁত দুপাৰি যঠেষ্ট ফাঁক হৈ পৰে ।
অৰ্থাৎ অসমীয়াত -এ দুটা । একেদৰে দুটা অ আছে ।
অধিক তথ্যৰ বাবে ভাষাচাৰ্য ড° গোলোকচন্দ্ৰ গোস্বামী, ড° উপেন্দ্ৰনাথ গোস্বামী আদিৰ ব্যাকৰণ, "অসমীয়া বৰ্ণ-প্ৰকাশ", "ধ্বনিবিজ্ঞান" আদি গ্ৰন্থ চাব পাৰে ।
ইয়াত প্ৰামাণিক তথ্য হিচাপে দিয়া পৃষ্ঠাংশ ড° উপেন্দ্ৰনাথ গোস্বামীৰ "অসমীয়া ভাষাৰ ব্যাকৰণ" নামৰ গ্ৰন্থৰ পৰা দিয়া হৈছে । উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকো হাতপুথি হিচাপে এনে ব্যাকৰণ পঢ়িবলৈ দিয়া হয় ।
সৰুতে পঢ়াবোৰ পঢ়াশলীয়া ব্যাকৰণ । তেতিয়া কেৱল স্বৰবৰ্ণ পঢ়োৱা হয় । কিন্তু উচ্চ শ্ৰেণীত ধ্বনিৰ জ্ঞান দিয়া হয় । স্নাতক পৰ্যায়ত অসমীয়া বিষয়ত মেজৰ লোৱা আৰু স্নাতকোত্তৰ পৰ্যায়ত অসমীয়া( ভাষা)ৰ ছাত্ৰ-ছাত্ৰীয়ে এইবোৰ বিস্তৃতভাৱে অধ্যয়ন কৰিব লাগে । এইবোৰ ধ্বনিবিজ্ঞানৰ কথা ।
কেইজনমানৰ মন্তব্যৰ আধাৰত স্পষ্ট কৰা হ'ল যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যৰ আধাৰত মোৰ এই পোষ্ট নহয় । মোৰ কেইজনমান বন্ধুৱে ক'ৰবাত দুটা "এ" আছে বুলি কোৱা শুনি পৰম আশ্চৰ্য প্ৰকাশ কৰাতহে এই পোষ্ট দিয়া হৈছে । গতিকে অযথা মন্তব্য বা বিতৰ্কৰ কাৰণে মন্তব্য নিদিবলৈ অনুৰোধ জনোৱা হ'ল ।
Super master ,, এই অঘাইতং পুতলা মন্ত্ৰী টোৱে শিক্ষক সমাজৰ ওচৰত আঠু কাঢ়ি ক্ষমা খোজক
ভেঞ্চাৰ শিক্ষকক বুঢ়া কালত ৫০% নম্বৰ বা TEET পাছ কৰিব লাগিব বুলি ধমকি দিয়া ডুপ্লিকেট ডক্টৰেট হিমন্ত আৰু ডুপ্লিকেট ডাক্তৰ ৰণোজ হতৰ সমষ্ট শিক্ষাৰ চাৰ্টিফিকেট সমূহ তদন্ত কৰা উচিত।
Neet ৰ ব্যৱস্থা তেতিয়া থাকিলে এই অহঙ্কাৰী মানুহ টোৱে হোমিও বিভাগতো স্থান নাপালে হেতেন ।
শিক্ষা মন্ত্ৰী হ'লেই ভাষাবিদ নহয় ভাষাৰ সম্পুৰ্ণ জ্ঞান শিক্ষা মন্ত্ৰীৰো নাই বুজি পালোঁ।
অসমীয়াত দুটা -এ(ে) আছে । দুখন গ্ৰন্থৰ দুটা পৃষ্ঠাৰ বৰ্ণনা চাওক। স্পষ্টকৈ উল্লেখ কৰা হৈছে যে অসমীয়া ভাষাত ৮ টা বিশিষ্ট স্বৰধ্বনি আছে । ই,উ,এ,ও,এ', অ', অ আৰু আ । উদাহৰণ :
ই --- বিল (পথাৰৰ জলাশয়) । বিলত মাছ আছে ।
উ--- বুল । বাট বুল !
এ--- বেল (এবিধ ফল) । বেল খাবলৈ ভাল।
ও--- বোল (ৰং)
এ'--- বে'ল ( স্কুলৰ সামগ্ৰী) । ছুটীৰ বে'ল পৰিল ।
অ'--- ব'ল (যোৱা) । ঘৰলৈ যাওঁ ব'ল ।
অ--- বল ( খেলৰ বস্তু) । আমি বল খেলিছোঁ।
আ --- বাল(নোম/শিশু) । বালকৃষ্ণৰ লীলা মনোহৰ।
অধিক উদাহৰণ :
এ' --- খেৰ, মেৰ,দেশ,কেশ,ঢেৰ,বেদ ইত্যাদি।
এ--- খেল, মেল,অনেক, অলেখ, সংকেত ইত্যাদি।
উচ্চাৰণ কৰি চাওক, তেতিয়া ভালকৈ হৃদয়ঙ্গম হ'ব । খেৰ,মেৰ বুলি কওঁতে এ ৰ উচ্চাৰণ অলপ চেপা খোৱা । খেল,মেল বেল বুলি কওঁতে উচ্চাৰণ মুকলি । "এ" স্বৰ সম্পৰ্কে ড° গোলোকচন্দ্ৰ গোস্বামীদেৱে লিখিছে -- ওঁঠৰ অৱস্থান বিবৃত । দাঁত দুপাৰি যঠেষ্ট ফাঁক হৈ পৰে ।
অৰ্থাৎ অসমীয়াত -এ দুটা । একেদৰে দুটা অ আছে ।
অধিক তথ্যৰ বাবে ভাষাচাৰ্য ড° গোলোকচন্দ্ৰ গোস্বামী, ড° উপেন্দ্ৰনাথ গোস্বামী আদিৰ ব্যাকৰণ, "অসমীয়া বৰ্ণ-প্ৰকাশ", "ধ্বনিবিজ্ঞান" আদি গ্ৰন্থ চাব পাৰে ।
ইয়াত প্ৰামাণিক তথ্য হিচাপে দিয়া পৃষ্ঠাংশ ড° উপেন্দ্ৰনাথ গোস্বামীৰ "অসমীয়া ভাষাৰ ব্যাকৰণ" নামৰ গ্ৰন্থৰ পৰা দিয়া হৈছে । উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকো হাতপুথি হিচাপে এনে ব্যাকৰণ পঢ়িবলৈ দিয়া হয় ।
সৰুতে পঢ়াবোৰ পঢ়াশলীয়া ব্যাকৰণ । তেতিয়া কেৱল স্বৰবৰ্ণ পঢ়োৱা হয় । কিন্তু উচ্চ শ্ৰেণীত ধ্বনিৰ জ্ঞান দিয়া হয় । স্নাতক পৰ্যায়ত অসমীয়া বিষয়ত মেজৰ লোৱা আৰু স্নাতকোত্তৰ পৰ্যায়ত অসমীয়া( ভাষা)ৰ ছাত্ৰ-ছাত্ৰীয়ে এইবোৰ বিস্তৃতভাৱে অধ্যয়ন কৰিব লাগে । এইবোৰ ধ্বনিবিজ্ঞানৰ কথা ।
কেইজনমানৰ মন্তব্যৰ আধাৰত স্পষ্ট কৰা হ'ল যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যৰ আধাৰত মোৰ এই পোষ্ট নহয় । মোৰ কেইজনমান বন্ধুৱে ক'ৰবাত দুটা "এ" আছে বুলি কোৱা শুনি পৰম আশ্চৰ্য প্ৰকাশ কৰাতহে এই পোষ্ট দিয়া হৈছে । গতিকে অযথা মন্তব্য বা বিতৰ্কৰ কাৰণে মন্তব্য নিদিবলৈ অনুৰোধ জনোৱা হ'ল ।
ৰনুজ পেগু ডাঙৰীয়া আপুনি আৰু এবাৰ ক মানৰ পৰা পঢ়িব লাগিব
মন্ত্ৰী হৈ এনে ভুল কৰিলে,, বাকী বোৰ টো সাধাৰণ কথা
অন্ধ ভক্ত সকলৰ মতে শুদ্ধ কথা কৈছে
সেই কাৰণে এনে বিভাগৰ মুৰব্বী সদায় শিক্ষাৰ লগত জড়িত থকা লোকক দিয়া উচিত।
আচলতে কাক দুখীব ?চকুৰ চিকিৎসা কৰা জনক যদি যকৃতৰ অপাৰেচন কৰিব দিয়ে তেন্তে বাকী খিনি ৰাইজে কব। গুণ উৎসৱৰ নামত বেমেজালি।
তেখেত শিক্ষা মন্ত্ৰীহে শিক্ষক নহয় ৷শিক্ষকক প্ৰশিক্ষকে হে শিকায় মন্ত্ৰীয়ে নহয়৷মই এজন শিক্ষক হিচাপে দুখ পাইছো৷
Right........
অসমীয়াত দুটা -এ(ে) আছে । দুখন গ্ৰন্থৰ দুটা পৃষ্ঠাৰ বৰ্ণনা চাওক। স্পষ্টকৈ উল্লেখ কৰা হৈছে যে অসমীয়া ভাষাত ৮ টা বিশিষ্ট স্বৰধ্বনি আছে । ই,উ,এ,ও,এ', অ', অ আৰু আ । উদাহৰণ :
ই --- বিল (পথাৰৰ জলাশয়) । বিলত মাছ আছে ।
উ--- বুল । বাট বুল !
এ--- বেল (এবিধ ফল) । বেল খাবলৈ ভাল।
ও--- বোল (ৰং)
এ'--- বে'ল ( স্কুলৰ সামগ্ৰী) । ছুটীৰ বে'ল পৰিল ।
অ'--- ব'ল (যোৱা) । ঘৰলৈ যাওঁ ব'ল ।
অ--- বল ( খেলৰ বস্তু) । আমি বল খেলিছোঁ।
আ --- বাল(নোম/শিশু) । বালকৃষ্ণৰ লীলা মনোহৰ।
অধিক উদাহৰণ :
এ' --- খেৰ, মেৰ,দেশ,কেশ,ঢেৰ,বেদ ইত্যাদি।
এ--- খেল, মেল,অনেক, অলেখ, সংকেত ইত্যাদি।
উচ্চাৰণ কৰি চাওক, তেতিয়া ভালকৈ হৃদয়ঙ্গম হ'ব । খেৰ,মেৰ বুলি কওঁতে এ ৰ উচ্চাৰণ অলপ চেপা খোৱা । খেল,মেল বেল বুলি কওঁতে উচ্চাৰণ মুকলি । "এ" স্বৰ সম্পৰ্কে ড° গোলোকচন্দ্ৰ গোস্বামীদেৱে লিখিছে -- ওঁঠৰ অৱস্থান বিবৃত । দাঁত দুপাৰি যঠেষ্ট ফাঁক হৈ পৰে ।
অৰ্থাৎ অসমীয়াত -এ দুটা । একেদৰে দুটা অ আছে ।
অধিক তথ্যৰ বাবে ভাষাচাৰ্য ড° গোলোকচন্দ্ৰ গোস্বামী, ড° উপেন্দ্ৰনাথ গোস্বামী আদিৰ ব্যাকৰণ, "অসমীয়া বৰ্ণ-প্ৰকাশ", "ধ্বনিবিজ্ঞান" আদি গ্ৰন্থ চাব পাৰে ।
ইয়াত প্ৰামাণিক তথ্য হিচাপে দিয়া পৃষ্ঠাংশ ড° উপেন্দ্ৰনাথ গোস্বামীৰ "অসমীয়া ভাষাৰ ব্যাকৰণ" নামৰ গ্ৰন্থৰ পৰা দিয়া হৈছে । উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকো হাতপুথি হিচাপে এনে ব্যাকৰণ পঢ়িবলৈ দিয়া হয় ।
সৰুতে পঢ়াবোৰ পঢ়াশলীয়া ব্যাকৰণ । তেতিয়া কেৱল স্বৰবৰ্ণ পঢ়োৱা হয় । কিন্তু উচ্চ শ্ৰেণীত ধ্বনিৰ জ্ঞান দিয়া হয় । স্নাতক পৰ্যায়ত অসমীয়া বিষয়ত মেজৰ লোৱা আৰু স্নাতকোত্তৰ পৰ্যায়ত অসমীয়া( ভাষা)ৰ ছাত্ৰ-ছাত্ৰীয়ে এইবোৰ বিস্তৃতভাৱে অধ্যয়ন কৰিব লাগে । এইবোৰ ধ্বনিবিজ্ঞানৰ কথা ।
কেইজনমানৰ মন্তব্যৰ আধাৰত স্পষ্ট কৰা হ'ল যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যৰ আধাৰত মোৰ এই পোষ্ট নহয় । মোৰ কেইজনমান বন্ধুৱে ক'ৰবাত দুটা "এ" আছে বুলি কোৱা শুনি পৰম আশ্চৰ্য প্ৰকাশ কৰাতহে এই পোষ্ট দিয়া হৈছে । গতিকে অযথা মন্তব্য বা বিতৰ্কৰ কাৰণে মন্তব্য নিদিবলৈ অনুৰোধ জনোৱা হ'ল ।
মন্ত্ৰী গৰাকীক অতি শীঘ্ৰে শিক্ষা মন্ত্ৰীৰ পৰা অপসাৰণ কৰি বেলেগ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব দিব লাগে।
Right
Right eak gahore palonor montri dayato Debo lage.

এইজনাই আমাৰ শিক্ষা মন্ত্ৰী!!!! গতিকে অসমৰ শিক্ষা !!! বৰ লাজ পাইছোঁ...
ভাল লাগিছে দেই সুন্দৰ কৈ বুজাই দিয়া বাবে। ভিডিঅ' টো ছাই থাকোতে ভাবিছো ভোলটো আমাৰনে তেওঁৰ। 🙏🙏
অতি জনপ্ৰিয় অতি সোন্দৰ অতি আনন্দ ধন্যবাদ।
Bor val lagil news2
অসমীয়াত দুটা -এ(ে) আছে । দুখন গ্ৰন্থৰ দুটা পৃষ্ঠাৰ বৰ্ণনা চাওক। স্পষ্টকৈ উল্লেখ কৰা হৈছে যে অসমীয়া ভাষাত ৮ টা বিশিষ্ট স্বৰধ্বনি আছে । ই,উ,এ,ও,এ', অ', অ আৰু আ । উদাহৰণ :
ই --- বিল (পথাৰৰ জলাশয়) । বিলত মাছ আছে ।
উ--- বুল । বাট বুল !
এ--- বেল (এবিধ ফল) । বেল খাবলৈ ভাল।
ও--- বোল (ৰং)
এ'--- বে'ল ( স্কুলৰ সামগ্ৰী) । ছুটীৰ বে'ল পৰিল ।
অ'--- ব'ল (যোৱা) । ঘৰলৈ যাওঁ ব'ল ।
অ--- বল ( খেলৰ বস্তু) । আমি বল খেলিছোঁ।
আ --- বাল(নোম/শিশু) । বালকৃষ্ণৰ লীলা মনোহৰ।
অধিক উদাহৰণ :
এ' --- খেৰ, মেৰ,দেশ,কেশ,ঢেৰ,বেদ ইত্যাদি।
এ--- খেল, মেল,অনেক, অলেখ, সংকেত ইত্যাদি।
উচ্চাৰণ কৰি চাওক, তেতিয়া ভালকৈ হৃদয়ঙ্গম হ'ব । খেৰ,মেৰ বুলি কওঁতে এ ৰ উচ্চাৰণ অলপ চেপা খোৱা । খেল,মেল বেল বুলি কওঁতে উচ্চাৰণ মুকলি । "এ" স্বৰ সম্পৰ্কে ড° গোলোকচন্দ্ৰ গোস্বামীদেৱে লিখিছে -- ওঁঠৰ অৱস্থান বিবৃত । দাঁত দুপাৰি যঠেষ্ট ফাঁক হৈ পৰে ।
অৰ্থাৎ অসমীয়াত -এ দুটা । একেদৰে দুটা অ আছে ।
অধিক তথ্যৰ বাবে ভাষাচাৰ্য ড° গোলোকচন্দ্ৰ গোস্বামী, ড° উপেন্দ্ৰনাথ গোস্বামী আদিৰ ব্যাকৰণ, "অসমীয়া বৰ্ণ-প্ৰকাশ", "ধ্বনিবিজ্ঞান" আদি গ্ৰন্থ চাব পাৰে ।
ইয়াত প্ৰামাণিক তথ্য হিচাপে দিয়া পৃষ্ঠাংশ ড° উপেন্দ্ৰনাথ গোস্বামীৰ "অসমীয়া ভাষাৰ ব্যাকৰণ" নামৰ গ্ৰন্থৰ পৰা দিয়া হৈছে । উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকো হাতপুথি হিচাপে এনে ব্যাকৰণ পঢ়িবলৈ দিয়া হয় ।
সৰুতে পঢ়াবোৰ পঢ়াশলীয়া ব্যাকৰণ । তেতিয়া কেৱল স্বৰবৰ্ণ পঢ়োৱা হয় । কিন্তু উচ্চ শ্ৰেণীত ধ্বনিৰ জ্ঞান দিয়া হয় । স্নাতক পৰ্যায়ত অসমীয়া বিষয়ত মেজৰ লোৱা আৰু স্নাতকোত্তৰ পৰ্যায়ত অসমীয়া( ভাষা)ৰ ছাত্ৰ-ছাত্ৰীয়ে এইবোৰ বিস্তৃতভাৱে অধ্যয়ন কৰিব লাগে । এইবোৰ ধ্বনিবিজ্ঞানৰ কথা ।
কেইজনমানৰ মন্তব্যৰ আধাৰত স্পষ্ট কৰা হ'ল যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যৰ আধাৰত মোৰ এই পোষ্ট নহয় । মোৰ কেইজনমান বন্ধুৱে ক'ৰবাত দুটা "এ" আছে বুলি কোৱা শুনি পৰম আশ্চৰ্য প্ৰকাশ কৰাতহে এই পোষ্ট দিয়া হৈছে । গতিকে অযথা মন্তব্য বা বিতৰ্কৰ কাৰণে মন্তব্য নিদিবলৈ অনুৰোধ জনোৱা হ'ল ।
নিজে নাজানিলে লোকক শিক্ষা দিব যায়। ইফালে তেওঁ শিক্ষা মন্ত্ৰী😅
শিক্ষামন্ত্ৰী দেৱ,
গাৰ জোৰেৰে কথা কবলৈ চেষ্টা নকৰিব ।প্ৰথমতে নিজৰ ভুলটো স্বীকাৰ কৰক । পিছতহে শিক্ষকক দোষ দিয়ক । শিক্ষক সকলৰ হয়টো আপোনাৰ দৰে ??????
হায় হায় মন্ত্ৰী মহোদয় ! দেশ প্ৰগতিৰ পথত হেনো বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে
কেনেকুৱা এজন মানুহ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে মন কৰক।এনেকুৱা এজন মন্ত্ৰী পৰা কিবা আশা কৰিব পাৰি জানো!!
Minister মহোদয় অসমীয়া ভাষাত আপোনাৰ মতে ও দুটা। এটাৰ ওপৰত চন্দ্ৰ বিন্দু বহে আনটোত নবহে। কাৰণ উচ্চাৰণ অনুযায়ী কেতিয়াবা ও ৰ ওপৰত চন্দ্ৰ বিন্দু দিয়া নাযায় আৰু কেতিয়াবা দিয়া যায ।
"গুণোৎসৱ "- ৰ মূল্যবান প্ৰশ্ন । অসমীয়াত এ -কাৰ কেইডাল ?? উত্তৰ - দুডাল ।(শিক্ষা মন্ৰী)
হাতীৰ নেজ কেইডাল ?
উত্তৰ - দুডাল , (এডাল আগফালে আনডাল পিছফালে )।
সি ডিগ্ৰী লোৱা certificate কেইখন দুই নম্ব ৰীয়া আছিল নেকি । শিক্ষা মন্ত্ৰী হিচাবে শিক্ষা বিভাগটো ভাল কৰক , সেইটোহে তাৰ কাম, স্কুলত আকাৰ , ইকা ৰ শিকাবলৈ যাব নেলা গে । কাম নাই তাৰ , কামত নোহোৱা শিক্ষা মন্ত্ৰী
কাৰণ পেগু মাত্ৰা নাথাকে সেইবাবে হয়টো মহাশয়ে কৈ দিলে । গতিকে কথা ভাবি গুণী কব লাগে । ধনুৰ কাৰৰ দৰেই কথা এবাৰ ওলাই গলে ঘূৰি নাহে । সাৱধান হোৱাটো ভাল ।
বৰ্ত্তমান মোৰ বয়স 66। আমি প্ৰাইমেৰী স্কুলত পঢ়ুতে আমাক শিক্ষা গুৰুৱে মাত্ৰা নথকা ব্যঞ্জবৰ্ণৰে আৰম্ভ হোৱা শব্দবোৰত স্বৰবৰ্ণৰ মাত্ৰা নথকা বৰ্ণকেইটাৰ চিন যেনে এ কাৰ অই কাৰ ৰ আগত মাত্ৰা নবহে বোলি শিকাইছিল।
শিক্ষামন্ত্ৰী পদটো এৰি শিক্ষকতা কৰক।
অসমীয়াত দুটা -এ(ে) আছে । দুখন গ্ৰন্থৰ দুটা পৃষ্ঠাৰ বৰ্ণনা চাওক। স্পষ্টকৈ উল্লেখ কৰা হৈছে যে অসমীয়া ভাষাত ৮ টা বিশিষ্ট স্বৰধ্বনি আছে । ই,উ,এ,ও,এ', অ', অ আৰু আ । উদাহৰণ :
ই --- বিল (পথাৰৰ জলাশয়) । বিলত মাছ আছে ।
উ--- বুল । বাট বুল !
এ--- বেল (এবিধ ফল) । বেল খাবলৈ ভাল।
ও--- বোল (ৰং)
এ'--- বে'ল ( স্কুলৰ সামগ্ৰী) । ছুটীৰ বে'ল পৰিল ।
অ'--- ব'ল (যোৱা) । ঘৰলৈ যাওঁ ব'ল ।
অ--- বল ( খেলৰ বস্তু) । আমি বল খেলিছোঁ।
আ --- বাল(নোম/শিশু) । বালকৃষ্ণৰ লীলা মনোহৰ।
অধিক উদাহৰণ :
এ' --- খেৰ, মেৰ,দেশ,কেশ,ঢেৰ,বেদ ইত্যাদি।
এ--- খেল, মেল,অনেক, অলেখ, সংকেত ইত্যাদি।
উচ্চাৰণ কৰি চাওক, তেতিয়া ভালকৈ হৃদয়ঙ্গম হ'ব । খেৰ,মেৰ বুলি কওঁতে এ ৰ উচ্চাৰণ অলপ চেপা খোৱা । খেল,মেল বেল বুলি কওঁতে উচ্চাৰণ মুকলি । "এ" স্বৰ সম্পৰ্কে ড° গোলোকচন্দ্ৰ গোস্বামীদেৱে লিখিছে -- ওঁঠৰ অৱস্থান বিবৃত । দাঁত দুপাৰি যঠেষ্ট ফাঁক হৈ পৰে ।
অৰ্থাৎ অসমীয়াত -এ দুটা । একেদৰে দুটা অ আছে ।
অধিক তথ্যৰ বাবে ভাষাচাৰ্য ড° গোলোকচন্দ্ৰ গোস্বামী, ড° উপেন্দ্ৰনাথ গোস্বামী আদিৰ ব্যাকৰণ, "অসমীয়া বৰ্ণ-প্ৰকাশ", "ধ্বনিবিজ্ঞান" আদি গ্ৰন্থ চাব পাৰে ।
ইয়াত প্ৰামাণিক তথ্য হিচাপে দিয়া পৃষ্ঠাংশ ড° উপেন্দ্ৰনাথ গোস্বামীৰ "অসমীয়া ভাষাৰ ব্যাকৰণ" নামৰ গ্ৰন্থৰ পৰা দিয়া হৈছে । উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকো হাতপুথি হিচাপে এনে ব্যাকৰণ পঢ়িবলৈ দিয়া হয় ।
সৰুতে পঢ়াবোৰ পঢ়াশলীয়া ব্যাকৰণ । তেতিয়া কেৱল স্বৰবৰ্ণ পঢ়োৱা হয় । কিন্তু উচ্চ শ্ৰেণীত ধ্বনিৰ জ্ঞান দিয়া হয় । স্নাতক পৰ্যায়ত অসমীয়া বিষয়ত মেজৰ লোৱা আৰু স্নাতকোত্তৰ পৰ্যায়ত অসমীয়া( ভাষা)ৰ ছাত্ৰ-ছাত্ৰীয়ে এইবোৰ বিস্তৃতভাৱে অধ্যয়ন কৰিব লাগে । এইবোৰ ধ্বনিবিজ্ঞানৰ কথা ।
কেইজনমানৰ মন্তব্যৰ আধাৰত স্পষ্ট কৰা হ'ল যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যৰ আধাৰত মোৰ এই পোষ্ট নহয় । মোৰ কেইজনমান বন্ধুৱে ক'ৰবাত দুটা "এ" আছে বুলি কোৱা শুনি পৰম আশ্চৰ্য প্ৰকাশ কৰাতহে এই পোষ্ট দিয়া হৈছে । গতিকে অযথা মন্তব্য বা বিতৰ্কৰ কাৰণে মন্তব্য নিদিবলৈ অনুৰোধ জনোৱা হ'ল ।
Class 1 pora pohibo lagibo
মন্ত্ৰী মহোদয়ক ক শ্ৰেণীত নাম লগাই দিব লাগে
এনেকুৱা মন্ত্ৰী বিলাকক লৈ ভবিষ্যত উন্নয়নৰ সপোন দেখুৱাই আমাক বুৰ্বক বনাই আছে হীমন্ত মামাই , হাহিঁ উঠে------
অতভুত কথা কৈছে মন্ত্ৰী ডাঙৰীয়া , কিয় নকব কাৰণ বিজেপি নেতা বা মন্ত্ৰী যি কয় তাকে শুদ্ধ অন্ধ ভক্ত সকলৰ মতে
তেখেতে বা অ আ ক খ পঢ়িৱ জানে নে নাই ওভতাই ধৰিলেই গম পালেহেতেন তেওঁ কি পঢ়ি শিক্ষা মন্ত্ৰী হৈছে, তেওঁৰ শিক্ষা মন্ত্ৰী হোৱাৰ যোগ্যতা কিমান
দেবেন দত্ত ছাৰ থকা হ'লে এইটোক কাণত ধৰাই আঠু কঢ়াই থলে হেঁতেন ।
গেলা আৰু কেলা।এই দুটা শব্দত এটা এ কাৰত মাত্ৰা নাই দ্বিতীয়টোত আছে।শিক্ষামন্ত্ৰী গৰাকীয়ে চাগে ইয়াকে বুজাব বিচাৰিছে।
শিক্ষা মন্ত্ৰী মহোদয় ক এইবাৰ স্কুল খনৰ অধ্যক্ষ পাতিব লাগিব।।
বেলেগ মন্ত্ৰীয়ে ভুল কৰাটো অন্য কথা,কিন্তু শিক্ষা মন্ত্ৰী.....😫
অল্প বিদ্যা ভয়ংকৰ গম নেপায় 😂
বাহ বাহ ল'ব গৈছে তাত
এওঁৰ চাৰ্টিফিকেটবোৰ চাব লাগে আচল নে নকল
অসমীয়া মাধ্যমৰ শিক্ষা মন্ত্ৰী আৰু কিমান যোগ্যতা। প্ৰমাণ কৰি দেখুৱালে
শিক্ষা মন্ত্ৰী মহোদয়,অল্প বিদ্যা ভয়ংকৰ, আপুনি অলপ শিকক।
বৰ লাজ লগা কথা 😢😢😂😂 ইয়াকে কয় অল্প বিদ্যা ভয়ংকৰ।
মুখ্ৰক দিছে শিক্ষা মন্ত্ৰীৰ দায়িত্বভাৰ
Tewar oddessa beleg asil teacher or oporot
Mukhro mne ki dada 😂
এই খন চৰকাৰৰ দিনত এ কাৰ ৫ দালো হৱ পাৰে তাতে কিহল ? যেনেকৈ বুজাই দিছে তেনেকৈ বুজি লোৱা নহলে চাকৰিৰ কথা আছে ।
যি কম সঁচা কম-------------
হাঃ হাঃ হাঃ বাঃ কিযে ভাষাৰ মহা জ্ঞান মন্ত্ৰী মহোদয়ৰ । বাঃ বাঃ
এও এক প্ৰকাৰ মূৰ্খ শিক্ষা মন্ত্ৰী।
সিংহ বনৰ ৰজা, গতিকে সি মন গলে কনীও পাৰিব পাৰে, মন গলে পোৱালীও দিব পাৰে ।
এ কাৰ আৰু আ কাৰ দুডাল একেলগে থাকিলে সেইডাল এ কাৰো নহয় আ কাৰো নহয় তেতিয়া সেইডাল হৈ পৰে ও কাৰ ।
সদায় শিক্ষকক জন্তুৰ দৰে ব্যৱহাৰ কৰা এই পণ্ডিত টোৱে আজিলৈকে এ কাৰ আ কাৰ একোকে জননাকৈ কিদৰে প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিছিল বাৰু ?
আচলতে ইহতে নৈতিকতাৰ মাত্ৰা চেৰাই গৈছে ।
ঘোচ দি HSLC পাছ কৰা নিকি শিক্ষামন্ত্রীটো তদন্ত কৰিব লাগে।
এইজনক শিক্ষা মন্ত্ৰীৰ পৰা আঁতৰাব লাগে ।
শিক্ষা মন্ত্ৰী মহোদয় । বেলেগ কাৰোবাক হে কৈছিল আপোনি দৰমহা ইনেই হে খাই আছে কিন্তু তেওঁ পিছে ??
শিক্ষাৰ মন্ত্ৰী হৈ এনে শিক্ষা দিলে কি হ'ব!
😮 sikamontri
অল্পবিদ্যা ভয়ংকৰী
অলপ বেছি জনা দেখাব গৈছিল 😂😂।এই মন্ত্ৰী জনে টেট পাচ কৰি মন্ত্ৰী হৈছিল নে???????😂😂
তেখেতে ইঙৰাজী মাধ্যমিক ত পঢ়ি ছিলচাগে
ডাঙৰ মানুহে ভুলকৈ কলেও শুদ্ধ হয়!যাকে তাকে শিক্ষা মন্ত্ৰী পাতিলে এনেকুৱা হয়!
Val dise
ৰজাই কৰিলে লীলা, প্ৰজাই কৰিলে ধৰি বান্ধি কিলা।
Edu sir is adamant to show...he is most educated..Ph.D..(.Dr.)..But respect..teachers also...they are also educated and trained how to teach students...Except a few.
Mojaaaa
Akash phukon jindabad
Ee are kam nai
চুটমাৰণী শিক্ষা মন্ত্ৰী ঠিয়গোৰ দুটা মান বহুৱাই নিদিয়ে কিয় সেই সকল শিক্ষকে
তেখেতে কৈছে যেতিয়া হয় আৰু।
মহোদয়ক ক শ্ৰেণীত নামভৰ্তি কৰাই দিয়ক।
সোঁৱৰণিত োকাৰ বঢ়িয়া ৷ েকাৰ নহয়। বেজৰ নাকত খৰ ৷
মোৰ মতে যদি ভূল হোৱা নাই সৰুতে য কাৰ ডাল আমি য় কাৰ বুলি শিকিছিলো। এতিয়া গুগল কি ব'ৰ্ডত য আখৰ লিখিলেহে য় কাৰ ডাল আহে। আচলতে ভূল কাৰ আমাৰ পাঠ্যপুথিৰ নে গুগল কি ব'ৰ্ডৰ।
Education minister dagoriya apuni olop suden visit dibo privet schoolot.ji obosta.eku nopohrai.tution nolole mark kom diye.ajiloi apuni goi saisene,studentkok xudhisene mastore kenekoi porhai??????? English school or pora ajiloi top tu bad diyok standei nokore.olop sabo.spunar duty eitu.
হাই হাই
হাহি
দেশৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যেতিয়া সেয়াই সঁচা ।😂😂
🤣🤣🤣🤣🤣🤣 mure laaz lagil pai..
বি জে পি ৰ নেতা সকলে আকাৰ এটাৰ নেজানে বধয়।
পদত্যাগ কৰক
Aajir dinot teacher ok student a respect nokora hoise, voi nokora hoise. Kiba bhool korileu haadharon punishment dibo nuari student k. Ubhotaai dhore, teacher r gaat haat diboleu voi nokora hoise. Tene homoyot aapunaluke nijor dokhyota dekhabo goi student r aagot aibur naatok nokoribo.
A car ba o car. Car kot keneke logabo lage nije janibo lage🙂. Assamese is our own language. Joy AI axom. ❤ moi xei karone jubin dak support koru. Matir manuh aru monor o. 😍 guru mur personal😊
Education system of assam 🤡
Hi hi hi... Moi u vabi asilu o,..kor pora dudal ee kar pale, moi e confused hoi goisilu.. Ustadi r u xima thake aru dei.. Thanks 😮😮😅
এইটোৱে কেনেকৈ ডক্টৰেট ডিগ্ৰী লাভ কৰিলে তাকেই ভাবিছোঁ।
মই সুধি আছো এ কাৰ কেইডাল !!
এ কাৰ কেইডাল নো !!
এ কাৰ এডালে আকৌ
শিক্ষা মন্ত্ৰী বোলে
আপোনালোকে বুজি পোৱা নাই(ে)সেই এ-কাৰটোৰ ওপৰত মাত্ৰা আছেনেকি?শব্দৰ মাজত এ-কাৰ বহিলেহে এ-কাৰৰ ওপৰত মাত্ৰা থাকে ৷(কে)ইয়াত এ-কাৰৰ ওপৰত মাত্ৰা নাই৷এই কথাটোকে তেখেতে বুজাব বিছাৰিছে৷আ-কাৰ,ই-কাৰবোৰ আপোনালোকে এবাৰ ভালকৈ চকু ফুৰাব৷তাৰ পাছতেহে কথাবোৰ প্ৰচাৰ কৰিব৷
Mafi bisaribo laga
গোটেই চৰকাৰখনে ওলট পালট..
শিক্ষামন্ত্ৰী কি নহব
Class 1 pora pohibo Lage aei Jon monti
Tumar monti Mane ki Buji puwa nai bhai
Monti😂😂😂
Mantri @@BikashMichang
অসমীয়াত দুটা -এ(ে) আছে । দুখন গ্ৰন্থৰ দুটা পৃষ্ঠাৰ বৰ্ণনা চাওক। স্পষ্টকৈ উল্লেখ কৰা হৈছে যে অসমীয়া ভাষাত ৮ টা বিশিষ্ট স্বৰধ্বনি আছে । ই,উ,এ,ও,এ', অ', অ আৰু আ । উদাহৰণ :
ই --- বিল (পথাৰৰ জলাশয়) । বিলত মাছ আছে ।
উ--- বুল । বাট বুল !
এ--- বেল (এবিধ ফল) । বেল খাবলৈ ভাল।
ও--- বোল (ৰং)
এ'--- বে'ল ( স্কুলৰ সামগ্ৰী) । ছুটীৰ বে'ল পৰিল ।
অ'--- ব'ল (যোৱা) । ঘৰলৈ যাওঁ ব'ল ।
অ--- বল ( খেলৰ বস্তু) । আমি বল খেলিছোঁ।
আ --- বাল(নোম/শিশু) । বালকৃষ্ণৰ লীলা মনোহৰ।
অধিক উদাহৰণ :
এ' --- খেৰ, মেৰ,দেশ,কেশ,ঢেৰ,বেদ ইত্যাদি।
এ--- খেল, মেল,অনেক, অলেখ, সংকেত ইত্যাদি।
উচ্চাৰণ কৰি চাওক, তেতিয়া ভালকৈ হৃদয়ঙ্গম হ'ব । খেৰ,মেৰ বুলি কওঁতে এ ৰ উচ্চাৰণ অলপ চেপা খোৱা । খেল,মেল বেল বুলি কওঁতে উচ্চাৰণ মুকলি । "এ" স্বৰ সম্পৰ্কে ড° গোলোকচন্দ্ৰ গোস্বামীদেৱে লিখিছে -- ওঁঠৰ অৱস্থান বিবৃত । দাঁত দুপাৰি যঠেষ্ট ফাঁক হৈ পৰে ।
অৰ্থাৎ অসমীয়াত -এ দুটা । একেদৰে দুটা অ আছে ।
অধিক তথ্যৰ বাবে ভাষাচাৰ্য ড° গোলোকচন্দ্ৰ গোস্বামী, ড° উপেন্দ্ৰনাথ গোস্বামী আদিৰ ব্যাকৰণ, "অসমীয়া বৰ্ণ-প্ৰকাশ", "ধ্বনিবিজ্ঞান" আদি গ্ৰন্থ চাব পাৰে ।
ইয়াত প্ৰামাণিক তথ্য হিচাপে দিয়া পৃষ্ঠাংশ ড° উপেন্দ্ৰনাথ গোস্বামীৰ "অসমীয়া ভাষাৰ ব্যাকৰণ" নামৰ গ্ৰন্থৰ পৰা দিয়া হৈছে । উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকো হাতপুথি হিচাপে এনে ব্যাকৰণ পঢ়িবলৈ দিয়া হয় ।
সৰুতে পঢ়াবোৰ পঢ়াশলীয়া ব্যাকৰণ । তেতিয়া কেৱল স্বৰবৰ্ণ পঢ়োৱা হয় । কিন্তু উচ্চ শ্ৰেণীত ধ্বনিৰ জ্ঞান দিয়া হয় । স্নাতক পৰ্যায়ত অসমীয়া বিষয়ত মেজৰ লোৱা আৰু স্নাতকোত্তৰ পৰ্যায়ত অসমীয়া( ভাষা)ৰ ছাত্ৰ-ছাত্ৰীয়ে এইবোৰ বিস্তৃতভাৱে অধ্যয়ন কৰিব লাগে । এইবোৰ ধ্বনিবিজ্ঞানৰ কথা ।
কেইজনমানৰ মন্তব্যৰ আধাৰত স্পষ্ট কৰা হ'ল যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যৰ আধাৰত মোৰ এই পোষ্ট নহয় । মোৰ কেইজনমান বন্ধুৱে ক'ৰবাত দুটা "এ" আছে বুলি কোৱা শুনি পৰম আশ্চৰ্য প্ৰকাশ কৰাতহে এই পোষ্ট দিয়া হৈছে । গতিকে অযথা মন্তব্য বা বিতৰ্কৰ কাৰণে মন্তব্য নিদিবলৈ অনুৰোধ জনোৱা হ'ল ।
Montri dangoriai "soworonit'' e kar bli kuwa2 tekhetr mate shuddho krn tekhete schoolot podhote "o kar" thaka wordbilk ussaran korote o kar bli kuwar paribate sage," e kar ru tat aa kar" blihe matisil .seikrne aji tekhetr ei question.tekhhete nijr namato j o kar ase take najane.
Ae kar adalei sir
অসম দেশৰ বিষম কথা শিক্ষা মন্ত্ৰী নে শেঙুন মন্ত্ৰী কথাত ধৰিবই পৰা নাই 😂😂😂 কিবা বোলে সোঁৱৰনিত এ কাৰৰ মাত্ৰা নাথাকে ।কেলাত থাকিব নে নাই পিছে শেঙুন মন্ত্ৰী 😂😂😂
কি অ এই জন শিক্ষা মন্ত্ৰী
😢😮😮😮😮😮😮😮😮😮😮😮Dance dhamaka hoba lage😊 😅😮😅😅😅😅😊😅😮😢😂😂
একাএদাল। দুদাল। কত। পালে
Teachers xokolok hoke bihoke opoman korar odhikar teor nai😢
Manuh mora koi sorai mora roi .
শিক্ষামন্ত্ৰী মহোদয়ক কোনে ভুল ধৰে ? তেখেতে যিহেতু এ কাৰ দুডাল বুলি কৈছে সেয়ে এ কাৰ দুডালেই হ'ব /
এখেত কেনেকৈ শিক্ষামন্ত্ৰী হল ? যিজন অসমীয়া ভাষাত এ কাৰ কেইডাল আছে তাকে নাজানে
অসম গৌৰৱ এনে এজন মন্ত্ৰী পাইছোঁ 😂😂
Ihot keitak kheti potharat hal maribo dibo Lage,eneye dispur dakhal kari ache
এ কাৰ এডাল হে থাকে
Etiya kisuman goru gadho e Dex solai ase. So it was expected.
গৰু 😂😂😂😂
Mahapandit
Good goru mane amar ekhet 😂😂😂gom puwa goll atia 😅😅😅😅😅
Ologoddho,Guru he😂😂😂😂
Belgak ko enekai dharile Val lagiba.
শিক্ষা মন্ত্ৰী হয় বে