সেইজন বিধায়কক আপুনি ভোট দিবনে, যিয়ে আপোনাৰ সন্তানক গঢ়ি তোলাৰ দায়িত্ব ল'ব?

Поділитися
Вставка
  • Опубліковано 9 січ 2025

КОМЕНТАРІ • 174

  • @Karma_is_Life.
    @Karma_is_Life. 10 годин тому +47

    চাচপেণ্ড কৰক শিক্ষামন্ত্ৰীক।
    অযোগ্য শিক্ষামন্ত্ৰী। এখেত শিক্ষক হলে শিশুসকলৰ কি হব?!

  • @moneswargogoi725
    @moneswargogoi725 9 годин тому +19

    ৰণোজত এ কাৰ কৰ পৰা আহিল ? প্ৰকৃততে ৰণোজত ও(ো) কাৰ হে আছে। গতিকে শিক্ষা মন্ত্ৰীয়ে নিজে স্বৰবৰ্ণৰ মাত্ৰা ভাল দৰে শিকা উচিত

  • @prabitachutia448
    @prabitachutia448 10 годин тому +16

    কম নহয় দেই শিক্ষা মন্ত্ৰী গৰাকী ! ইমান জ্ঞানৰ ভাণ্ডাৰ আছে বুলি আজিহে গম পালো বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে

  • @bibhutigogoi4248
    @bibhutigogoi4248 9 годин тому +31

    আগতে যি পঢ়িলো,যি শিকিলোঁ সকলো অথলে গ'ল, সেই বাবে পুনৰ শিক্ষা মন্ত্ৰী মহোদয়ৰ ওচৰত পাঠ দান‌ ল'ব লাগিব যেন পাইছোঁ

    • @ayaanarhan395
      @ayaanarhan395 17 хвилин тому

      ওলাব আমিও নাম ভৰ্তি কৰিম ডাঙৰীয়াৰ ওচৰত।

  • @bibhadas5050
    @bibhadas5050 8 годин тому +8

    কলম্বাছে আমেৰিকা আবিষ্কাৰ কৰাৰ দৰে শিক্ষা মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই অসমীয়া ভাষাত দুদাল একাৰ আবিষ্কাৰ কৰিলে।ধন্যবাদ ।

  • @AbdusSalam-u4w
    @AbdusSalam-u4w 20 хвилин тому

    আচৰিত হৈ যাওঁ,

  • @sudarshanjyotisaikia9295
    @sudarshanjyotisaikia9295 9 годин тому +18

    এইজন আৰু দুবাৰ মান শিক্ষা মন্ত্ৰী হ'লে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ ইংৰাজী নিচিনা কৈ বৰফলা সৰুফলা উলিয়া দিব।।😂😂

    • @ayaanarhan395
      @ayaanarhan395 14 хвилин тому

      😂😂😂😂😂😂😂কি যে হ'ব। পৰিবৰ্তন

  • @bhargabacharja1778
    @bhargabacharja1778 9 годин тому +19

    তাৰ মানে নেদেখাকৈ এডাল নেগুৰ আছে। আমি এডাল হে দেখিছো। 😂

  • @RanjanMahanta-jk4rl
    @RanjanMahanta-jk4rl 10 годин тому +20

    শিক্ষা মন্ত্ৰী মহোদয় আপোনাক শিক্ষা গুৰুয়ে কি বুলি শিকাইছিল

  • @mofizur199
    @mofizur199 9 годин тому +10

    মূৰ্খৰ ৰাজ্যত বাস কৰি আছো...

  • @dhormendradoley7382
    @dhormendradoley7382 4 години тому +4

    শিক্ষা মন্ত্ৰী শিক্ষক হ'লে অসমীয়া ভাষাৰ ৰূপ সলনি হৈ গ'লে হয়।

  • @bipulbarokalaigaon7911
    @bipulbarokalaigaon7911 9 годин тому +5

    হায় হায়, শিক্ষা মন্ত্ৰী । এয়াহে আমাৰ অসমীয়া ভাষাতত্ত্ববিদ

  • @SavagemodeON973
    @SavagemodeON973 6 годин тому +5

    সি নামতে শিক্ষামন্ত্ৰী 😂😂😂 বামুণে সকলো চলায় আছে , ইহঁ‌ত নামতে মন্ত্ৰী হৈছে , বামুনৰ কথাত উঠা বহা কৰি পাগল হয় গৈছে । এই ৰনোজে মিচিংৰ ষষ্ঠ অনূসুচী লৈ আন্দোলন কৰিলে , আজি বিজেপিৰ মন্ত্ৰী হয় সকলো পাহৰিছে ।।

  • @chetia847
    @chetia847 9 годин тому +6

    শিক্ষকে মন্ত্ৰীক ভুল ধৰিব নোৱাৰে মনে মনে তেওঁৰ হাঁহি উঠিছিল ছাগে উপাই নাই একাৰ দুডাল কলেওঁ হয় তিনিডাল কলেওঁ হয় ।😂বাইনে 😅বা ।

  • @jahirulislam4311
    @jahirulislam4311 5 годин тому +2

    যেনে মন্ত্রী তেনে এ কাৰ দুটা। আমি শিকি আহা বোৰ ভূল আজিহে বুজিলো এ কাৰ দুটা।

  • @dulalgogoi-e7k
    @dulalgogoi-e7k 49 хвилин тому +1

    এ কাৰ দুডাল হবলৈ হলে এ আখৰ দুটি হব লাগিব।

  • @dulalgogoi-e7k
    @dulalgogoi-e7k 51 хвилина тому +1

    এ্ কাৰ দুডাল হবলৈ হলে এ দুটা হব লাগিব

  • @BrajenRajbangshi-m6y
    @BrajenRajbangshi-m6y 23 хвилини тому

    ৰাজাই যি কয় ,সেয়াই সঁচা ।

  • @pradipsarma9199
    @pradipsarma9199 9 годин тому +14

    এ কাৰ দুডাল নাথাকে, কিন্তু আখৰ ভেদে এ কাৰৰ প্ৰয়োগ ভিন্ন হয়।

    • @LearningSparkAxom
      @LearningSparkAxom 8 годин тому

      যেনে

    • @ManjuBorah-p8i
      @ManjuBorah-p8i 52 хвилини тому

      ৰূপান্তৰ বুলি কয়, কিন্তু এ কাৰ দুডাল নহয় এডালেই।

  • @hiramaggi
    @hiramaggi 9 годин тому +9

    গৌৰৱ গগৈক যে মতা মাছ, মাইকী মাছ বুলি হাঁহে এতিয়া নাহাহে কিয়?

  • @SimaDowerah
    @SimaDowerah 15 хвилин тому

    শিক্ষামন্ত্ৰীয়ে কৈ থাকোত এগৰাকী ছোৱালীয়ে মনে মনে হাহিঁ আছিল তাই গম পাইছিল শিক্ষা মন্ত্ৰীৰ মচলা কিমান ৷

  • @purnimakalita1805
    @purnimakalita1805 9 годин тому +3

    এই জনেই অসমৰ শিক্ষা মন্ত্ৰী

  • @knowledges.8688
    @knowledges.8688 2 хвилини тому

    নতুনকৈ আখৰ উলিয়াব চাগে শিক্ষামন্ত্ৰীয়ে।

  • @pabankumar4461
    @pabankumar4461 10 годин тому +7

    তেওঁ অসমীয়া ভাষা সাহিত্যৰ ওজা নেকি ? শিক্ষা মন্ত্ৰী হলে শিক্ষাৰ সম্পৰ্কে জনা ভাল । তেওঁ তেনেকুৱা আখৰ থকা কিতাপ পঢ়া ভাল হব ,শুদ্ধ হব পাৰিব ।

  • @abdulsultan2175
    @abdulsultan2175 8 годин тому +1

    সৰ্বনাশ ! মাত্ৰা নথকা আখৰতহে এই কথা খাতে ।

  • @akalobyasaikia3949
    @akalobyasaikia3949 59 хвилин тому

    নৈতিক দায়িত্ব পালন কৰি ..পদত্যাগ কৰক

  • @NiralaGohain
    @NiralaGohain Годину тому +1

    এনে দৰে হলে কি হবগৈ চাৰ বাইদেউ সকল ?খ খেল শব্দলৈ কেনেদৰে বুজাইছে !

  • @dr.ranjanadas7073
    @dr.ranjanadas7073 8 годин тому +1

    নতুন শিক্ষানিতি।

  • @NKMedia-d6k
    @NKMedia-d6k 7 годин тому +1

    অলগদ্ধ এটাক শিক্ষামন্ত্ৰীৰ দায়িত্ব দি লাজ পোৱা নাই নে হিমন্ত বিশ্বই
    “ে” এইদালে হ’ল একাৰ
    #ranujpegu
    এইয়াই অলগদ্ধ শিক্ষামন্ত্ৰীৰ গুণোৎসৱ

  • @phanilkalita5972
    @phanilkalita5972 9 годин тому +3

    এ‌‌ কাৰ এডাল থাকে। দুডাল থকাটো আজিহে শুনিলো ।

  • @pkj22222
    @pkj22222 2 хвилини тому

    শিক্ষামন্ত্ৰীৰ মতে "ৰামে ক'লে " -ইয়াত "ক'লে" টো এটা বাক্যহে🤔🤔

  • @sanjiblaskar8274
    @sanjiblaskar8274 9 годин тому +2

    Jindabad Sir apuni greet

  • @baharullslam4297
    @baharullslam4297 8 годин тому +1

    ঠিকেই আছে। যেনেকুৱা শিক্ষা মুন্ত্ৰীৰ জ্ঞান, কেনেকুৱা দিশত অসমৰ শিক্ষা ব্যৱস্থা গতি কৰিছে। 😂😂

  • @SrishtiAssam
    @SrishtiAssam Годину тому

    এইজন ডক্টৰেট কেনেকৈ পালে তাকে ভাবি হাঁহি উঠিছে😂😂😂😂

  • @bitupongogoi9718
    @bitupongogoi9718 8 годин тому +2

    বুৰ্বক মিৰি।

  • @tapanchandrakalita6420
    @tapanchandrakalita6420 10 годин тому +3

    শিক্ষামন্ত্ৰী য়ে শিক্ষাগুৰু হ'ব পাৰিব নে?

  • @bipulsaikiabipulsaikia5677
    @bipulsaikiabipulsaikia5677 9 годин тому +5

    লাজৰ বিষয়।

  • @BornaliGogoi-qp8ln
    @BornaliGogoi-qp8ln 15 хвилин тому

    ছাত্ৰ ছাত্ৰীৰ মানসিক বেমাৰ লগাব এইজনাই

  • @SimaDowerah
    @SimaDowerah 23 хвилини тому

    এ কাৰ বাদ দিয়ক প্ৰথমতে চিন্তা কৰি চাওঁক চোন এ কেইটা অসমীয়াত ৷ আমাৰ কিতাপত এ মাত্ৰ এটাহে আছে গতিকে সেই এটোৱে কেতিয়া পোৱালি দিলে আমি গমেই নাপাওঁ ৷ হায় !'

  • @abdulhakim8279
    @abdulhakim8279 8 годин тому +1

    ভূগোল শব্দত মাত্ৰা বহিব নেকি মত্ৰীমহোদয়?

  • @monagogoi
    @monagogoi 17 хвилин тому

    পেগুৰ নতুনকৈ আবিষ্কাৰ 😅😅😅

  • @ManjuBorah-p8i
    @ManjuBorah-p8i 42 хвилини тому

    ছাত্ৰ-ছাত্ৰী সকলে মন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিব লাগে তেওঁৰ নামৰ মাজৰ আখৰটো কিয় "ণো" লিখে।

  • @SyedMaidulIslam-im6ct
    @SyedMaidulIslam-im6ct Годину тому

    ৰনোজ ত একাৰ নাই, ও‌ কাৰ হে আছে।

  • @PrasannaHazari-s1q
    @PrasannaHazari-s1q 7 годин тому +1

    আনক জ্ঞান দিয়াৰ আগত নিজে অলপ অধ্যয়ন কৰি বুজি জ্ঞান কন আহৰণ কৰি লব লাগে | নহবা জ্ঞানৰ নমুনা উলাই পৰিব |

  • @ayaanarhan395
    @ayaanarhan395 11 хвилин тому

    ইমানেই পৰিবৰ্তন হৈছে যে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ সমূহো পৰিবৰ্তন হৈ গৈছে।মামাই চাগে তেওঁ ৰ এইবোৰ দেখি কৈছে ঐ বাবা তয় স্বৰচিন খিনিও বদলাই দিলি হ'ব দে বাবা ভালকৈ পঢ়িব দেই বাবা 😂😂😂😂😂😂😂😂😂😂

  • @purnimadas1267
    @purnimadas1267 8 хвилин тому

    এইবাৰ মেট্ৰিক পৰীক্ষাত এম চি কিউত এ কাৰ কেইদাল আহিব

  • @bluestar4720
    @bluestar4720 10 годин тому +4

    উৰি বাবা 😅

  • @AbdulHakim-ov4mo
    @AbdulHakim-ov4mo 7 хвилин тому

    No Two Akar

  • @abdulhakim8279
    @abdulhakim8279 8 годин тому

    মন্ত্ৰী মহোদয় আপোনাৰ অসমীয়া ভাষা নতুনকৈ শিকাৰ দৰকাৰ আছে।

  • @EVN02
    @EVN02 9 годин тому +1

    একাৰ দুটা হব নোৱাৰে।

  • @muktiborah-pe6ix
    @muktiborah-pe6ix 10 годин тому +3

    তেল শব্দত থকা এ-কাৰ ডালত মাত্ৰা নাই বুলি আজিহে জানিব পাৰিছো।

  • @bhupennath3368
    @bhupennath3368 8 годин тому +1

    ইমান ডাঙৰ মানুহে কৈছে যেতিয়া হবও পাৰে ।

  • @dineshachandrarabha7158
    @dineshachandrarabha7158 Годину тому

    আজি 'এ' কাৰ কেইডাল বুলি প্ৰশ্ন হৈছে। পিছলৈ ঐ ও ঔ ই ঈ উ ঊ কাৰ কেইডাল বুলিও সম্ভৱ প্ৰশ্ন হ'ব নে কি!

  • @satyabandas1007
    @satyabandas1007 7 годин тому

    কোন অভিধানৰ পৰা পালে শিক্ষা মন্ত্ৰীয়ে অসমীয়া ভাষাত দুডাল একাৰ থকা বুলি আৰু তেওঁক কোন জন শিক্ষকে তেনেকৈ শিক্ষা দিছিল তেওঁ কব পাৰিব নেকি ?

  • @bijusaikia5372
    @bijusaikia5372 4 години тому +1

    আমাৰ পালে ৩ ডাল তাকে ও।

  • @benipegu2302
    @benipegu2302 8 годин тому +1

    এ =কি ? উত্তৰ পাব, দুটা নহয় নে,
    এইটো ইমান চিঞৰি ক'ব নেলাগে,
    উদাহৰণ , ৰাতি পুৱা এখোজ দুপৰীয়া দুখোজ আবেলি তিনিটা খোজ, পিছে উত্তৰ আছে,বুজা জনে
    বুজে। পৃথিৱীৰ সকলো বস্তুৱেই
    সময়ৰ সাপেক্ষে ৰূপ ধাৰণ কৰে।
    আৰু নিজৰ ইচ্ছা অনুসৰি নামতো
    ৰাখিব পাৰে।যেনে, ঞনা,ণতা গদা
    🎉

  • @snwlaxom
    @snwlaxom 4 хвилини тому

    Apuni doctor hoi sikitsa korok...teacher hobo jugya nai apunar...😂😂😂

  • @BishajitKalita-k5j
    @BishajitKalita-k5j 8 годин тому

    Not deserve for an education minister

  • @abdurrouf2996
    @abdurrouf2996 Годину тому

    Baad diyok he,eibor

  • @jatintamuli5343
    @jatintamuli5343 8 годин тому

    আমি পঢ়া পাঠত এ‌কাৰ এডাল্পেই পাইছিলো ।😢

  • @basantapegu6211
    @basantapegu6211 21 хвилина тому

    100 bar dim

  • @hemantakumarnath1079
    @hemantakumarnath1079 10 годин тому +3

    Ami byobohar kora a kar edale...keyboard t type koriboloi 2dal diya mane 2dal thoka tu nubujai...

  • @abdulhakim8279
    @abdulhakim8279 8 годин тому

    ৰ আখৰৰ পিছত ন নহয় ণ হে হয় । কিন্তু আপোনাৰ নামৰ ক্ষেত্ৰত ৰনোজ কেনেকৈ হ'ল?

  • @HiteshwarBorah
    @HiteshwarBorah 4 години тому

    এখেত বোলে phd ডিগ্রী ধাৰী। শিক্ষা মূৰব্বী

  • @nirmalhazarika
    @nirmalhazarika 9 годин тому

    এও ভাষাতত্ববিদ কেতিয়াৰ পৰা হল ?😂

  • @Mimbrangboro4589
    @Mimbrangboro4589 3 години тому

    Asomot keita bibhag aase ulatakoi khudhibo laagisil.

  • @shibanipravaroy901
    @shibanipravaroy901 9 годин тому +2

    Pegu sirepagol hole

  • @dgogoi9403
    @dgogoi9403 9 годин тому +2

    অসমীয়া ভাষাত এ কাৰ ১২ডালমান আছে ঔ মন্ত্ৰী

  • @travellingwithbhushanjit
    @travellingwithbhushanjit Хвилина тому

    😂😂😂😂 kapil sarma show r kiku 😂

  • @anuwarhussain6920
    @anuwarhussain6920 56 хвилин тому

    Ki hobo amar Axom r vobishot

  • @BishajitKalita-k5j
    @BishajitKalita-k5j 8 годин тому

    Dhhikkar.....

  • @DijenChandradas-e2n
    @DijenChandradas-e2n 51 хвилина тому

    Ranjan pegu dangoriyak L P School ot naam logai dibo lage, tetiya hai osomiya Bhaskar siksha grohan koriba

  • @RupjyotiPathak-i2r
    @RupjyotiPathak-i2r 20 хвилин тому

    School inspection r namot camerat Studentr face dekhua tu val hua nai.

  • @ranjitborpuzari2329
    @ranjitborpuzari2329 7 годин тому

    Bad luck 😢

  • @purnimadas1267
    @purnimadas1267 3 хвилини тому

    অ ভা উ সাই কি ক'ব ?

  • @bibekbhatta254
    @bibekbhatta254 8 годин тому

    সিমা চেৰাই গৈছে।

  • @mainulhaque1998
    @mainulhaque1998 28 хвилин тому

    Minister a kunoba foren country t degree Loishal .

  • @bisheswarborah4141
    @bisheswarborah4141 9 годин тому

    Oh God ! What kind of Scholar is Education Minister !He should be resigned immediately himself ..He has no right to be a Minister....😂😂..

  • @anupamvlogs1552
    @anupamvlogs1552 9 годин тому +1

    Dudal bule ki j minister o😂😂😂😂

  • @guwahati95
    @guwahati95 9 годин тому

    😂😂😂 haye r education minister 😂😂😂

  • @jahirulislam4311
    @jahirulislam4311 5 годин тому

    ডাঙৰীয়া কৈছা তিনিটা হলেওঁ শুদ্ধ।

  • @Utpalftofficial
    @Utpalftofficial Годину тому

    গোবৰ

  • @Dhruba7856
    @Dhruba7856 6 годин тому

    Lol pegu sir 😂😂

  • @Dhruba7856
    @Dhruba7856 6 годин тому

    Creative manuh education minister

  • @TCF573
    @TCF573 2 години тому

    Es Es kene rajyat jiyai asu ?????

  • @monjitgohain9000
    @monjitgohain9000 8 годин тому

    xes aaru dei
    val aagotei pohi jenten school aerilu nohole metrik tu meteka hol heten

  • @joymohan8157
    @joymohan8157 9 годин тому

    No comments sir, because he is education minister

  • @bimalrabha8554
    @bimalrabha8554 12 хвилин тому

    E kar adalhe ase dudall nohoy matro byaboharhe beleg beleg.

  • @Pallab659
    @Pallab659 31 хвилина тому

    Bjp jindabad

  • @BH19555
    @BH19555 16 хвилин тому

    আখৰত মাত্ৰা থাকিলে 'এ' 'ঐ ' 'ও' 'ঔ' কাৰত মাত্ৰা থাকিব যেনে ক ঘ চ ছ জ ঝ ট ঠ ড ঢ ত দ ন ফ ব ভ ম য ৰ ল ৱ ষ স হ ক্ষ ড় ঢ় য়।
    আখৰত মাত্ৰা নাথাকিলে 'এ' 'ঐ' 'ও' 'ঔ' কাৰত মাত্ৰা নাথাকিব যেনে খ গ ঙ ঞ ণ থ ধ প শ ।
    যেনে খেলুৱৈ, মেখেলা।

  • @MartojaAli-qn2fk
    @MartojaAli-qn2fk Годину тому

    Ae hori ki xonilo

  • @parthaboruah634
    @parthaboruah634 9 годин тому

    Sir Apuni bahut Tenent Assam Rai nohoy kandeya Hikha Monti paba laga

  • @mainulhaque1998
    @mainulhaque1998 31 хвилина тому

    Nai

  • @Dhruba7856
    @Dhruba7856 6 годин тому

    Adal A kar tolor fale thake😂

  • @TCF573
    @TCF573 2 години тому

    Swarborno t A kar didal buli kot ase dekhuwai diyok.. Ean bhool tothya diyar jobab diyok!!!!

  • @udityasaikia1820
    @udityasaikia1820 10 годин тому

    সচাকৈ নে ? 😮

  • @BhobenBora-b5d
    @BhobenBora-b5d 21 хвилина тому

    S T😂😂😂

  • @nilamoniupadhyay1885
    @nilamoniupadhyay1885 2 години тому

    Kam naikia Minister ...

  • @ranjitborpuzari2329
    @ranjitborpuzari2329 7 годин тому

    😅😢

  • @BidyutKhanikor-su3dy
    @BidyutKhanikor-su3dy Годину тому

    Monti Moontii basi kotkoti hobo aidora Sola sixa bivag