গুণোৎসৱত মই দেখিছোঁ বহু শিক্ষকে অসমীয়া বা ইংৰাজী কৱ তথা লিখিবও নাজানে কিয় ? আপোনালোকে চাবচোন ৰাইজৰ মাজত সাহিত্য , বিজ্ঞান , অংক , ভূগোল , ৰাজনীতি, অৰ্থনীতি , দেশৰ সমস্যা ইত্যাদি, ইত্যাদি কথা চৰ্চা হ'লে যিজন শিক্ষকে মনে মনে বহি থাকে বা কোনো অজুহাত দেখুৱাই আঁতৰি যায় আপোনালোকে জানিব যে সেই জন শিক্ষাত অলপ দূৰ্বল। ( সকলো শিক্ষক নহয় বাৰু) । নে মই মিছা কলো ?
Gunotsav patients student r test Kara najai--teache r he test Kara hoi/jadi ami arthat raije EM Pegu dangariya r gunotsav pato---apuni fail karar chance 80 percent ase/
মাত্ৰা থকা এ-কাৰ আৰু মাত্ৰা নথকা এ-কাৰ......... প্ৰথম শুনিছোঁ
এনেকুৱা ভিজিত bEEO Inspector crcc সকলে মাজে মাজে কৰিলেহে শিক্ষক শিক্ষা ছাত্ৰ উন্নতি হব
ঠিক কৈছে
শিক্ষা পৰিদৰ্শনকাৰী নিয়োগ কৰা উচিত ।
মাত্ৰা থকা আৰু নথকা একাৰৰ বিষয়ে কোনো ব্যাকৰণত পোৱা নাই ।
শিক্ষা মন্ত্ৰীয়ে নিজে লিখা ব্যাকৰণত এ কাৰ দুটা আছে 😂😂😂
শিক্ষা বিভাগৰ মন্ত্ৰী আৰু চৰকাৰৰ দুৰ্বলতা।
সকলো প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ ছাত্ৰ ছাত্ৰীয়ে দিব নোৱাৰে । বিশেষকৈ মন্ত্ৰীৰ আগত।
মন্ত্ৰীসকলৰ গুণোৎসৱ হলে ভাল হয়।
পাগলামিৰ ও এটা সীমা থাকে ।
মাত্ৰা থকা এ- কাৰ আৰু মাত্ৰা নথকা এ-কাৰ কথা আজি প্ৰথম শুনিছোঁ। এই বিষয়ে অসমীয়া ভাষাৰ বিশেষজ্ঞ সকলে ভালকৈ বুজাই দিলে ভাল হয়। সোঁৱৰণী, তেল, ৰণোজ কি পাৰ্থক্য বুজি পোৱা নাই।
Very nice step👍👍👍👍
দেশৰ ভবিষ্যৎ প্ৰাইমাৰী ইস্কুলৰ কন কন ছাত্ৰ ছাত্ৰী বোৰ।।।।। কিন্তু শিক্ষক বোৰক প্ৰায় কিবা নহয় কিবা কামত লাগাই ৰাখে।।।।। পাঠদান দিব পঢ়ুৱাব সুবিধা নাপায়।।।। তেন্তে এনেকুৱা ই হব
এ কাৰ দুদাল বুলি আজিহে গম পালো, অসমীয়া অভিধান কেতিয়া সলনি হ'ল তাকো গম নাপালো😊
শিক্ষামন্ত্ৰী মহাশয় এ-কাৰ দুডাল নহয়, এডালেই । মাত্ৰ ব্যৱহাৰ দুই ধৰণৰ।
এইয়াই সৰ্বশিক্ষাৰ দান, আৰু ফ্ৰী দিয়ক,ফেল কৰা ব্যৱস্থা দূৰ কৰক ল'ৰা-ছোৱালীৰ পৰিবৰ্তন হ'ব
Great step Dr Ronuj Pegu Education minister of Assam Sir
A kar edale baba...jene montri tene bhakta😂
বহুত ভাল কৰিছে শিক্ষামন্ত্ৰীয়ে
A kar edale goru sala.... Ane gadho bilak montri hoi ase.
শিক্ষামন্ত্ৰী মহোদয় লৈ ভয়কৰাটো স্বাভাবিক কাৰণ চি আৰ চি চি য়ে কিবা সুধিলে ও ছাত্ৰ ছাত্ৰী সকলে ভয় কৰে ।
Gunotsav pati labh nai school inspection monthly koribo lagibo.
কোন খন ব্যাকৰণত এই নিয়মটো আছে, অনুগ্রহ কৰি জনালে ভাল পালোঁ হেঁতেন।
Hasa
Pagol hoi jam
Good step
Kisuman slow learner student 1jone najane hobapare but it doesn't mean that everyone doesn't know.. Sir try to understand.
😂😂 দেখা দেখি শিক্ষার্থী 100% পাই যাব,,, এনেদৰে ে কাৰ দুটা ,,, প্রথমে ে কাৰ থাকিলে মাজত মাত্রা ডাল নাথাকে ,,,, মানে মই 0 বুজিছো😂😂
হয় দেই মই. ও ঘণ্টা দাল বুজিছো
Education department should evaluation like this. For the development of students
গুণোৎসৱত মই দেখিছোঁ বহু শিক্ষকে অসমীয়া বা ইংৰাজী কৱ তথা লিখিবও নাজানে কিয় ? আপোনালোকে চাবচোন ৰাইজৰ মাজত সাহিত্য , বিজ্ঞান , অংক , ভূগোল , ৰাজনীতি, অৰ্থনীতি , দেশৰ সমস্যা ইত্যাদি, ইত্যাদি কথা চৰ্চা হ'লে যিজন শিক্ষকে মনে মনে বহি থাকে বা কোনো অজুহাত দেখুৱাই আঁতৰি যায় আপোনালোকে জানিব যে সেই জন শিক্ষাত অলপ দূৰ্বল। ( সকলো শিক্ষক নহয় বাৰু) । নে মই মিছা কলো ?
এৰ চিন এই কাৰ এডাল বুলি হে আমি জানো। এটা শব্দ কব নোৱাৰি লেই এজন ছাত্ৰৰ মগজুৰ তীক্ষ্ণতা নাই বুলি কোৱাটো সম্ভৱ নহয়।
এ কাৰ যদি দুডাল থাকে তেন্তে আমি প্ৰাথমিক বিদ্যালয়ত পঢ়োতে আমাৰ চাৰ সকলে আমাক এ কাৰ এডাল বুলি ভুলকৈ শিকালে
যদি প্ৰয়বেট স্কুলৰ ছাত্ৰ ছাত্ৰী যদি চৰকাৰী বিদ্যালয়ৰ হৈ পৰিক্ষা নিদিয়ে তেনেহলে হে আছল টো ওলাব
This will happen commonly if there are more UTSAV than MAIN STREAM education in the schools.
"এ " কাৰ এডালেই। কৰবাত মাত্ৰা ব্যবহাৰ হয় আৰু কৰবাত নহয়
। মন্ত্ৰী মহোদয় ৰ দুডাল এ কাৰ কৰ পৰা আহিল নাজানো।।।
Rajnitibid aru xikhok...kak xonman koribo lage raije jane aru buji pai...bhul hoi jai..
এ কাৰৰ আগত মাত্ৰা নাথাকে কথাষাৰ বুজি নাপালো।বাকী কিছুমান চৰকাৰী বিদ্যালয়ৰ কথা কি কম গুণোৎসৱৰ কেইদিন খুব পঢ়াব বাকী কেইদিন ,,,,,,,,, কবলৈ গলে অভিভাৱকৰ সভাত নামাতে আৰু।
চৰকাৰে ধন অপচয় কৰি আছে gunotsav নামৰ নাটকৰ বাবে😂
ছাৰ,শিক্ষক সকলৰ একো দোষ নাই। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ দোষ আছে।
দোষ সকলোৰে।
Dr. Ronus pegu Sahab, Teacher k Traning pati sikabo lagisil, students r osorot teacher k beya ke kobo nelage.....,
চাকৰিৰ পৰা বৰ্খাস্ত কৰি দিয়ক, তেতিয়া গম পাব কেনেকুৱা লাগে ।
1+1=2 hobo
Protomtu nohoi next + hobo lagibo
Aijonor nijor aku nai dhurasap cm sir ag koi seituhe hoi
Gunotsav patients student r test Kara najai--teache r he test Kara hoi/jadi ami arthat raije EM Pegu dangariya r gunotsav pato---apuni fail karar chance 80 percent ase/
Evaluation koriboloi juakeijon mangsho bhat khai gusi ahe. Logot gamucha akhon loi photo diye😅😅😅
It is now a fashion to harass teacher
Sir apuni pandit..
শিক্ষা মন্ত্ৰীৰ শিক্ষা দান. 😂😂😂। উপাই নাই
Attitude sa 🤣🤣🤣
Its. True. A. Grade. Kanekua. Pale. Aji. Kio. 0. Grade. hol
Kunu ejon dujon student najanibo pare..eitu imn dangor kotha nohoi.. ejonok evaluation kori kole nohobo.... Student jon regular school aahe ne naahe baa pohe ne nopohe ghorot..eiburu sabo lgno..hoi kisu khetrot teacher r koroniyo ase..eitu nhoi teacher e pohabo Jona niii.. nhle tet exam, deled B.ed, education policy.. department, sobote kena ase...
Ardha matra thakae as far I know..
Ex-Tel 😂😂😂
Education minister k B.ed degree loa usit
মাত্রা নথকা একাৰ কত আছে?
Answer bur Teacher board t likhi diye A + pai
এই কাৰ ২ ডাল।😂
Eitu kuntu axomiya bhai jot dudal e kar ase😂😂😂😂😂
ে কাৰ এডালেই
Amar class 7nam likhiba najane. Tak porhoa aru balit pani diya ake
Hed masters jonok 12mahot 24 ta man terning dibo pothauk .
😅
Sarkari school nine stuendant or prabate school two student same
sadiya school last hoi parise sir
Sir patikhan school t camera lagab lagea
Congress r school sagoi 🤣
Ki master ako e em
Ki a kar 😂😂😂
Toi jeneke A kar keidal najana k education minister holi teneke xihote o A grade paisile
Toh ... O -- kar kunto hob... Te