Free medical, Free Education, Free Electricity Axomia jatituk diyok, UP Bihar r Politics yaat nokoribo CM sir hobo pare apunar origin UP Bihar, kintu ami khati Axomia
Val kotta kole dada apuni 👍🏻,hosakoi Mama hol ki ????🤔 Ami eman Val paisilu mamak,jote mamar (BJP) meeting hoi tate goisilu, kintu atiya lahe lahe tita lagibo ধৰিছে 😟😟😏😏
Mama ebilak noha noha kotha koi raijok dukh dise . Jib hoita moha pap jodi tente okol goru kio chagol,boiler,murgi sob bondho kori diok mamar kiman dom ase tetia he gom pao jabo.
তই হাদিছটো ক'ত পাইছা, আমি কি খাম কি নাখাম এইটো আমাৰ সিদ্ধান্ত চৰকাৰে কলে আমি কি মানি লম জীয়াই থকা লৈকে খাই থাকিম গৰু পাৰিলে কোনোবাই বন্ধ কৰি দেখুৱাই দিয়ক, আল্টু-ফাল্টু কথা নকবা, যিবোৰ ইছলাম বিষয়ে জ্ঞান নাই এইবোৰৰ পৰা দূৰত থাকিবা 😡😡😡
Ulta hadis hunabo nahibi aneu kom ke ai khau, jnu besi khale health r krne val bohoi buli toi dalali kom kor, ki kham ki nakham amar kotha, toi ja agot nijk saa😊
Goru kotha tu bru bad disu Digital meter logaisa na sbr ai ghr t..?.Bhabi sauk sun kimn lutisa Digital Meter logai.Himanta Mama ai khatra khel kheli asa Axom t. Kunu gm ai pua nai etia loika sobe soku bondho kori asa.😂😅
অহংকাৰী ৰজা হ'লে পজাৰ গতি এনে কোৱাই হ'ব অকন মান পজাৰ কথা ভাবক নহ'লে এইবোৰ সহজ সৰল মানুহ অভিখাপ লাগিব
himonto danogriar goru jodi ma himonto domora
গাখীৰ সেৱন কৰাৰ পৰিবৰ্তে মদ খাওক,,,, দুখীয়া কৰিব
U. 😅
.
এক মাহিয়া আইন, নিজেই বাতিল কৰিবলৈ বাধ্য হব,চাই থাকক।
এটা মন কৰিবলগীয়া কথা ৰাইজ 🙏🙏🙏
বহু অভিভাৱকে গৰু - ছাগলী বিক্ৰী কৰিয়েই ছাত্ৰ - ছাত্ৰীক শিক্ষা গ্ৰহণ কৰি আহিছে ।
Take
জানো অকল পঢ়া শুনা নহয় পৰিয়ালক অ ভৰণ পোষণ দিয়ে,তেওঁ লোকক চাকৰি দিব নে চৰকাৰ, এটা কথা ভাবিব আপোনাৰ ঘৰত চাউল নাথাকিলে চৰকাৰে নিদিয়ে খাব দিলে ওচৰৰ মানুহে দিব এসাঁজ তেওঁ হিন্দু হওঁক বা মুছলমান হওঁক ,বিজেপি বা কংগ্ৰেছ এ নিদিব, তেওঁলোকৰ লাভৰ কাৰণে আমি নিজৰ ভৰিত কুঠাৰ মৰাৰ নিচিনা হৈছে অসমখন
গৰু বিক্ৰি নহলে দিছপুৰ লৈ যাব লাগে 😂😂😂😂😂😂
😊😂
@@rajenborah6629 Hoy bro aitui koribo lagibo
ভাৰতবৰ্ষৰ পৰা গো মাংস ৰপ্তানি কৰা কোম্পানিৰ সুবিধাৰ্থে এই কায্য কৰা হৈছে।
Right eitu a main plan👍
গৰু মাংস বন্ধ নকৰি
গৰু চোৰক ধৰিব লাগিছিল
ভাল লাগিছে নিউজটো শুনি
Pogola sarkar hoi hitu
ভাবি চিন্তি ভোট নিদিয়াৰ ফল আৰু ভুগিব।
Hoi
চৰকাৰ তথা ৰাজনৈতিক দলবোৰৰ ওচৰত জনসাধাৰণৰ জীৱন জীবিকাৰ কি মুল্য আছ? তেওঁলোকে নিজৰ ৰাজনৈতিক স্বা‘থত ৰাইজৰ পেটত লাঠ মাৰিবলৈ অকণমানো কুণ্ঠাবোধ নকৰে ৷
Aru Bjp k support korok
গৰু গাই লৈ আপোনালোকে দিশপুৰ চলো আন্দোলন আৰম্ভ কৰক ! নহ'লে গোপালক সকলৰ জীৱনলৈ অন্ধকাৰ নামি আহিবলৈ আৰু বেছি সময় নালাগে। গতিকে সময় থাকোঁতেই ব্যৱস্থা গ্ৰহণ কৰক ।
গৰু কান ফুলি পিন্ধালে।গৰু বেমাৰ লাগিল।এতিয়া ২০২৬ চনলৈ ৰয় থাকক, বিজেপি হাৰিলে গৰু বিক্ৰী কৰিব, জীকিলে গৰু পূহা বন্ধ কৰক।কাৰণ কাম নাই।
ভাল লাগিছে শুনি , মই সমগ্ৰ মুছলিমক আহবান কৰিব খোজোঁ যে কোনেও যাতে গৰু নিকিনে ,আৰু নাখায়, মুখ্য মন্ত্ৰী এ বুজিব গৰু বিলাক কি কৰিব , আমি এতিয়া ছাগলী খাম, চাও গৰু কি কৰে পইচা খৰচ কৰি দানা খোৱাই পালি পিছত এনে বুঢ়া হৈ মৰিব তাৰ পিছত কি কৰিব চাম,
আজি আছোঁ কালি নাই মানুহৰ দুদিনীয়া জীৱন ইমান অহংকাৰ কিয়
সঁচা কৈছ কালি বাদ দিয়ক 1 মিনিট পিছত থাকিব নে নাই গেৰান্তি নাই কিহৰ ঘৃণা কিহৰ লেভেল,
অসম চৰকাৰে এইবোৰ কথা বুজি পালে তেনেকুৱা কামটো কৰি নাপালে হয়, হিমন্ত ওৰফে পগলা কুকুৰটোৱেই ভাবিছে অকল মুছলমানৰ লছ হ'ব কিন্তু তেনেকুৱা নহয়, কাৰণ ভাৰতবৰ্ষতে যিমানেই গৰুৰ কোম্পানী আছে চব কেইটা হ'ল হিন্দু মানুহৰ কতো মুছলমানৰ ডাঙৰ ডাঙৰ কোম্পানী নাই 😊😊😊
Oversmart is beggining of downfall, our CM is acting oversmart!
জাতি ধৰ্ম বিশেষকে সকলো মানুহে চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক বাবে সংগ্ৰাম কৰিব লাগে
We the citizens tremendous ly will suffer. Thank you for your Appeal.
ভাল হৈছে b jp ক শিকাই লৈ
Good
অ দাদা আপুনি গৰু কিয় বিক্ৰী কৰা এইটো গো মাতা হয়।
Toi bamun neki
Koli গাই
এহাল গৰুৰ দাম কিমান গুৱাহাটীবাসীয়ে নাজানে।শকত আৰু ডাঙৰ হ'লে 2,00000 টকা। একেবাৰে সৰু হলেও 50,000। দুই আৰু পাচ তাৰ লগত শূণ্য কেইটা আছে এবাৰ গনি চাওক গুৱাহাটীবাসী ৰাইজ। আপোনাৰ হয়তো বিশ্বাস নহ'বও পাৰে কথাটো কিন্তু সঁচা। দুখীয়াৰ পেটত আঘাত নকৰিব ভগৱানে সহ্য নকৰিব।
আমি গো মাংস নেখালেও জীয়াই থাকিব পাৰিম কিন্তু গো পালক সকলোৰ অবস্থা একেবাৰে শুছনিও হৈ পৰিব
মতা গৰু বোৰ বিজেপি দলৰ অফিচত ৰখাৰ ব্যৱস্থা kori দিব লাগে
😂😂😂
Baiya kiya bol diya😅😅😅😅
পাৰিলে মতা গৰু বিলাগক ভোটাৰ card উলিয়াই bjp ক ভোট দিয়া ব্যৱস্থা কৰিব লাগে হিমন্ত মামাই
মামিত ফোন করুক গো মাংস কোম্পানির মেনেজার হয়ে মামি😂😂
Aru aber bjp sorkar
Ami goru puhi jivon nirbark kori asu.atiya amar bohut problem hobo.cm sir oti hunkale ei ahin poityahar korok.majulir pora koisu.
ৰজা বেপাৰী হলে প্রজা ভী খাৰী হব এইটো পুৰণা বচন |
আমাৰ দুখিয়া দৰিদ্ৰক মুৰত মাধমাৰ দিছে।।
Ru jikaba BJP k .Digital Meter logaisa na tumalukor ghr t, digital meter logai tu pura luti pelaisa hadharon manuh k.
👌👌👌👌👌👌👌👍👍👍👍👏👏👏
চিন্তা নকৰিব আপোনালোকৰ গৰু হিমন্ত কিনি শুনিল কাপুৰৰ ফেব্ৰুৱাৰী লৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব
💯 right kota ❤❤❤❤❤
Good 👍👍
হিমন্ত sudur vai
অৰুনোদইৰ ১২৫০ টকা পোৱা মাইকী মানু্হ বোৰে নুবুজিব
Khatra khel kheli asa Mama ai Axom t.😂😂😂
Take the news important cm sir
Good news
Free medical, Free Education, Free Electricity Axomia jatituk diyok, UP Bihar r Politics yaat nokoribo
CM sir hobo pare apunar origin UP Bihar, kintu ami khati Axomia
তিল ঋগ্বেদত (6/17/1) কোৱা হৈছে যে "হিন্দু দেৱতা ইন্দ্ৰই গৰু, পোৱালি, ঘোঁৰা আৰু ম 'হৰ মাংস খাইছিল।"
অ-ৰাজনৈতিক মনুস্মৃতিত (অধ্যায় 5/শ্লোক 30) কোৱা হৈছে, "খোৱা জন্তুৰ মাংস খোৱাটো পাপ নহয়, কিয়নো ব্ৰহ্মই খোৱা আৰু খোৱা বস্তু দুয়োটাই সৃষ্টি কৰিছে।"
শতপথ ব্ৰাহ্মণত (3/1/2/21) মহৰ্ষি যজ্ঞবাল্ক্যই কৈছে যে, "মই গোমাংস খাওঁ কাৰণ ই অতি কোমল আৰু সুস্বাদু।"
অপস্তম্ব গৃহসূত্ৰম (1/3/10) ত কোৱা হৈছে, "অতিথিৰ আগমনত, পূৰ্বপুৰুষৰ 'শ্ৰদ্ধা' উপলক্ষে আৰু বিবাহ উপলক্ষে গৰু বধ কৰা উচিত।"
ঋগ্বেদত (10/85/13) ঘোষণা কৰা হৈছে, "ছোৱালী এগৰাকীৰ বিবাহ উপলক্ষে গৰু-ম 'হ বধ কৰা হয়।"
ঋগ্বেদত (6/17/1) কোৱা হৈছে যে "ইন্দ্ৰই গৰু, পোৱালি, ঘোঁৰা আৰু ম 'হৰ মাংস খাইছিল।"
বশিষ্ঠ ধৰ্মসূত্ৰই (11/34) লিখিছে, "যদি এজন ব্ৰাহ্মণই 'শ্ৰদ্ধা' বা পূজা উপলক্ষে তেওঁক আগবঢ়োৱা মাংস খাবলৈ অস্বীকাৰ কৰে, তেন্তে তেওঁ নৰকলৈ যায়।"
হিন্দু ধৰ্মৰ সবাতোকৈ ডাঙৰ প্ৰচাৰক (The Complete Works of Swami Vivekanand, vol.3, p. 536).
আদি শংকৰাচাৰ্য্যৰ বৃহদৰণ্যকোপনিষদ 6/4/18 ৰ ওপৰত কৰা ভাষ্যত কোৱা হৈছেঃ 'ওদন' (চাউল) মাংসৰ সৈতে মিহলি কৰাটো 'মনসোদন' বুলি কোৱা হয়। এইটো কাৰ মাংস হ "ব লাগে বুলি সোধাত তেওঁ উত্তৰ দিয়ে 'উক্ষা"। বীৰ্য্য উৎপাদন কৰিব পৰা ষাঁড়ৰ বাবে 'উক্ষা "ব্যৱহাৰ কৰা হয়।
ভাৰতীয় বিদ্যা ভৱন, ব 'ম্বেৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰখ্যাত বুৰঞ্জীবিদ R.C.Majumdaar (Vol.2, পৃষ্ঠা 578) ৰ দ্বাৰা সম্পাদিত' দ্য হিষ্ট্ৰী এণ্ড কালচাৰ অৱ দ্য ইণ্ডিয়ান পিপল 'গ্ৰন্থখনত কোৱা হৈছেঃ "মহাভাৰতত কোৱা হৈছে যে ৰজা ৰান্তিদেৱে দাতব্য কামত তেওঁলোকৰ মাংস দিবলৈ দৈনিক দুই হাজাৰ গৰুৰ উপৰিও আন দুই হাজাৰ জন্তু হত্যা কৰিছিল।"
লীন গোমাংস হৈছে প্ৰ 'টিনৰ এক অতি ভাল উৎস, যিয়ে মাত্ৰ 4 আউন্সত পুষ্টিৰ দৈনিক মূল্যৰ 64.1% প্ৰদান কৰে। ই ভিটামিন বি12 আৰু ভিটামিন বি6-ৰ এক ভাল উৎস হিচাপে কাম কৰে, যি সম্ভৱতঃ বিপজ্জনক ৰাসায়নিক হোমোচিষ্টাইনক সৌম্য অণুলৈ ৰূপান্তৰিত কৰিবলৈ শৰীৰৰ বাবে প্ৰয়োজনীয়। ভিটামিন বি12 সমৃদ্ধ খাদ্য অধিক, কিন্তু চৰ্বি কম থকা আহাৰে কোলন কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। জৈৱিক গোমাংস হৈছে চেলেনিয়াম আৰু জিংকৰ এক ভাল উৎস। দুৰ্বল গোমাংসত থকা চেলেনিয়াম গ্লুটাথিয়ন পেৰক্সিডেজৰ সঠিক কাৰ্য্যৰ বাবে প্ৰয়োজনীয়, এক এণ্টিঅক্সিডেণ্ট যিয়ে হাঁপানি আৰু বাতবিষৰ দৰে প্ৰদাহজনিত অৱস্থাৰ তীব্ৰতা হ্ৰাস কৰে।
You are right sir.. As a Muslim, I also know this.... 😊😊😊
Thanks very good voice
Cm sir xuni loyok. Ac roomot thaki dangor dangor bakhon diya jay. Kintu bastobot bohut kothin
Thanks.be patience Minister/ MLA ki aha jai ''''''''
এওঁ লোকে ক্ষমতা পায় ক'ত ব্যৱহাৰ কৰিব বিচাৰি পোৱা যায়। এই বোৰতে ব্যৱহাৰ কৰিছে আৰু।
গৰুলৈ দিছপুৰ যাত্ৰা কৰক , চৰকাৰে এনেই বাধ্য হ'ব। আইন বাতিল কৰিবলৈ।
খাব দিয়ক লাগিলে GST লগাই দিয়ক
2026 লৈ সকলোৱে সাজু হৈ থাকক, আৰু বিবেচনা কৰি ভোট দিয়ক
Wright
Guru bondhu Ho lagibo
Thanky
👍👍👍💪💪💪
Right
😂😂😂 মা দেউতা ক বিক্ৰী কৰিব নাপায় কিন্তু?
খিলঞ্জীয়া টিলঞ্জীয়াৰ সংজ্ঞা নিৰ্নয় হৈছে নে ? যদি হৈছে প্ৰকাশ কৰক।
যদি হোৱা নাই -সংজ্ঞাহীন শব্দ কিয় কয়?
গো যদি মাতা হয় মাতা বজাৰত বিক্ৰী হয় নেকি
Advise to Muslim brothers respecting others feelings not to buy cows from others..
Hau maksudai emotional blackmailing koribo ahiso tohote ki ki khao kom ni laaj t pani pani hoi jabi chup chap bohi thak kla maderchut
A moja
অসমীয়াক সেস কৰী দিয়াৰ ঠিকা লৈছে জেন লাগে
Sarkare goru kinibo chinta nokoribo
Sinta krib nalage .mamai sob goru khini kini apunalokok poisa dib 😂
E kela asomiya bamun hoi ne nohoi
Mur doubt ase
Val korise
Goru logot gari tana hal bua sob bonda hobo Lage goru bhagowan: : :
Ekdom khosa kotha guru puhi bahut manuhe ghor soli ase
কম দামত কিনি নিয়ক,,নি আমাৰ ফালে লৈ আহক আমি খাইয়ে আছো
Gd cm sir amr aku nhoi ami goru gus khai asu thanda botr gus bonse kham aji bht
B J P ৰ পৰা আতঁৰি আহোক ছব ঠিক হৈ যাব
Bhut diwa bondho korok
Atia ahomiak kolgas khabo ligibo oi
Hosa dada.
❤
গৰুৰ মাংস খোৱা পৰিহাৰ কৰক অসমৰ মুছলমানে ।
আমি মুছলমানে যেনিবা গৰু খোৱা বন্ধ কৰিলোয়ে। কিন্তু অসমীয়া হিন্দু ভাই কেইটাৰ অবস্থা কি হব ভাবিছা নে? সিহতে গৰুবোৰ কত বিক্রি কৰিব? মানুহৰ পেটত লাথ মাৰিছে হিমন্তই। আব্দুলক টাইট কৰিম বুলি ৰামৰ জাঙিয়াটোও খুলি পেলাইছে
Val kotta kole dada apuni 👍🏻,hosakoi Mama hol ki ????🤔 Ami eman Val paisilu mamak,jote mamar (BJP) meeting hoi tate goisilu, kintu atiya lahe lahe tita lagibo ধৰিছে 😟😟😏😏
Very good.....BJP Zindabad
Himanta moha fokor
Moi Muslim but I like this I support cm.miya manuhe nijei goru puhi nijei khabo moribo axomiya
গাখীৰ নিদিয়া গৰুক ভোট দি কি লাভ মামাৰ ভাষণ
Mama ebilak noha noha kotha koi raijok dukh dise .
Jib hoita moha pap jodi tente okol goru kio chagol,boiler,murgi sob bondho kori diok mamar kiman dom ase tetia he gom pao jabo.
Suaselekabore Pisot Pahari Jabo
Right koril C M jiman ghoru aase saab kini lobo wait kora
E kola babun kela
Bjp sarkar zindabad 😂 besi ke bjp k vote diok 😂😂😂😂
Goru bikri manei goru hoitya.tene apuni ki koribo?
অসমৰ মুছলমান সকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে গৰু খোৱা বাদ দিয়ক । আপোনালোকে প্ৰত্যেকে এখনি দূজনি কৈ গাই গৰু পুহক আৰু গৰুৰ মাংস বাদ দি গাখীৰ খাওক কাৰণ আমাৰ নবিজিয়ে গৰুৰ মাংস কমকৈ খাব দিছে আৰু গৰুৰ গাখীৰ বেচি কৈ খাব কৈছে ।
তই হাদিছটো ক'ত পাইছা, আমি কি খাম কি নাখাম এইটো আমাৰ সিদ্ধান্ত চৰকাৰে কলে আমি কি মানি লম জীয়াই থকা লৈকে খাই থাকিম গৰু পাৰিলে কোনোবাই বন্ধ কৰি দেখুৱাই দিয়ক, আল্টু-ফাল্টু কথা নকবা, যিবোৰ ইছলাম বিষয়ে জ্ঞান নাই এইবোৰৰ পৰা দূৰত থাকিবা 😡😡😡
Ulta hadis hunabo nahibi aneu kom ke ai khau, jnu besi khale health r krne val bohoi buli toi dalali kom kor, ki kham ki nakham amar kotha, toi ja agot nijk saa😊
Himantar biruddhe public awaz tulok.
Aijon CM nohoy jom raz hoy
Sob gorur bajar bond hobo
ভাল হৈছে totally বন্ধ হবলাগে
গৰুমাংস নেখালে বহু বেমাৰ আতৰিব
হাঃ হাঃ হাঃ
আমি অসমীয়া আগুৱাই যাব পাৰিম
আকৌ এবাৰ মামাৰ চৰকাৰ
Thanks dada aji e goru mankho kham 😂😂😂
Goru tuk bisnes buli kio lobo lage baru ki hbo
💔💔😭😭
Vot diok
Hemanta Biswas Sharma go back
Bhut di jikai labh nai
Aru diok
1 ta xadaran poriyalor line bill ahe 1000/1500 toka
Smart mtr
Goru kotha tu bru bad disu Digital meter logaisa na sbr ai ghr t..?.Bhabi sauk sun kimn lutisa Digital Meter logai.Himanta Mama ai khatra khel kheli asa Axom t. Kunu gm ai pua nai etia loika sobe soku bondho kori asa.😂😅
Aru jika bjp aru pabi
চৰকাৰ খীলনজীয়া পক্ষত আছেনে ?
Tumalokk1250toka thise Take di soli thaka
Atia gakhir napabi ahomia modkha
Akou Ebar Modi Sarkar. Vl din ahi asa ru. Bharat r GDP 7% r pora etia 5.4% hoi gol.😂😂
Mamai Aibar Gorur Nejat dhari Nirbasoni Boitaroni paar hobo khujise 🐂🐂🐂🐂