‘প্রতিদিন টাইম’ৰ চৰজমিন তদন্তত ফাদিল প্রকৃত স্বৰূপ
Вставка
- Опубліковано 4 лип 2024
- বান বিধ্বস্ত অঞ্চল আৰু বানাক্রান্তৰ মাজত উপস্থিত হৈ জনপ্রতিনিধিৰ ফটো চেচন ঠিকেই চলিছে, কাগজে-পত্রই সুবিধাৰে ওপচাই পেলোৱা হৈছে বানাক্রান্তক। কিন্তু জৰুৰীকালীন সেৱা, ঔষধ-চিকিৎসা আদি দূৰৈৰে কথা, পেটৰ ক্ষুধা দূৰ কৰাৰ বাবে চৰকাৰীভাৱে কি সাহায্য লাভ কৰিছে বানাক্রান্তই? ‘প্রতিদিন টাইম’ৰ চৰজমিন তদন্তত ফাদিল হৈছে সাহায্যৰ নামত চলি থকা ভেকো-ভাওনাৰ প্রকৃত স্বৰূপ।
#pratidintime #assamflood #ASSAMNEWS
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳
জয় আই অসম ❤️
হিমু হঠাও অসম বচাও
এইখন চৰকাৰ আঁতৰাব লাগে দেই ৰাইজ।
হয়নে, কংগ্রেসী দগাবাজ বোৰকে মাতি খালখান্দি ঘৰিয়াল চপাই ললে হে হব।
মোদীয়ে দিয়াটো নাজানে লব লগাটোহে জানে
Mutote বাজেট হব কোটি কোটি,,,,ৰাইজে পাব 100 টকা নিজৰ নিজৰ জেপত যাব কোটি কোটি টকা
অমৃত কলহৰ পানী সাহায্য দিয়ে কেনেকৈ বানপানী বুলি ভবা নাই চৰকাৰ পকেট গৰম কৰা বিল পানী যেন লাগিছে কিন্তু ঈশ্বৰ সঠিককৈ চাব
স্কুটি বিক্ৰী কৰক বানপানীৰ পৰা ৰাইজক সকাহ দি য়ক, নিৰ্বাচিত লোক ক'ত ভোট বিচাৰি গলে মিঠা মাত , এতিয়া বিপৰিত
Pratidin time is best news channel for assam ❤
বানপানী হৈছে একাংশৰ বাবে সোনৰ কনী পৰা হাঁহ ।গাওঁ প্ৰধান সকলৰ কিছুমানৰ ঘৰলৈ গলেই প্ৰমান পাব
উপৰৰ মালে দিব
Asol news❤
চৰকাৰে কেবিনেট পাতি বৰ ভোজ খাই থাকিলেই জনসাধাৰণৰ পেত ভৰিব। এয়াই তুলনা মন্তব্য দিয়া চৰকাৰৰ কাম।
Ba ba ma
Bor asorit mahnu.. Olopu beya nalage ne baru... 😢
Why did government spend money on cabinet meeting? Now flood affected. Victim what will do? They can say loudly for relief. What is happening?
সছা কথা কৈছে দাদা,, কিন্তু ৰাইজে নাপায়
Kindly provide this information to our state super C M Mr H B Sharma me from guwahati Assam
ইয়াত মধ্যভোগীৰ বেছি লাভ হোৱা দেখা যায়।
আপোনালোকৰ জনপ্ৰতিনিধি গৰাকী ক'ত গ'ল,, ৰাইজ ৰ ওচৰত নাই,, দাদা
Amiyo anekoi paisu.
১০০% সঁচা
চৰকাৰৰ বৰ ডাঙৰ-দীঘল ভাষন দীয়ে
Amr eatu akai.
Raijor dukh ety kune bujibo??
😢
Bukaghatot matro nimokr rilip shahajyo 1 pecat 1/2litur mitha tel 2doghar vgabologiya hoise.chahul namot 1kg 😂😂😂heee rilip?alu 1/2kg
Laz lagise kothatu xuni .
Mama mama 🎉🎉🎉
Aibur 70 parsent nijor jepot humai
Goverment change hab lage 2026
A.mr naharkatiyloi ahibo ake abatha
Sukaan Baah(Bamboo) sepi rokh uliua manuh r hatot sarkar parile Axomiar aru durdakha habo.
Sudur vai ht vhukh ki bstu kune bujibi
Moidhya bhugi bilakok hai ban panit Dubai loi hudhibo lage atiya kene
Val hoise aru ...aru dibo hinduto r vote..aru dibo gowmata r namot vote...atiya gowmata ki jai buli siyori thakok petor bhuk nije nije naikiya hobo...
বানপীড়িত ৰাইজে খাবলৈ নেপালেও কেবিনেট বৈঠকত একৈশ বিধ শাক মাছ, মাংস খাবলৈ পাব লাগিব ।
Congress sarkar dinat 20 kg koi desil
1 kg nimokh 3 jon bhag koribo lage
Chahul 1kg a paise.ohhh kenekoi imane hol no?
Gulaghat,Bukakhat rilip😂😂😂
Sarkarr kamnai gonack
Paisa Marisa
BJP Sarkar very go back
5 jon manuh 2kg saul
Thikai asa BJP vote diok.... Bhal paisu mai... 1250 biki jua mnuh enkua hba
Himantar kotha besi kaam nai
BJP jindabad diya tetiyahe paba bad.upai nai.
nai nai kela moi aau bjp vot namaru mamak aru nalage 😢😢
Aaiooo dehahat, Banyadher Takaa keotaku maribaloi earaah naie. Chee, chee.
Hi hi BJP .hi hi himonto
BJP jindabad jindabad😂😂😂😂
Sob gaddi loviya,,,,,
আকৌ এবাৰ মোডি চৰকাৰ
😢
BJP jindabad diya tetiyahe paba bad.upai nai.
BJP jindabad diya tetiyahe paba bad.upai nai.