এই ৫ মিনিট সময় কেৱল আপোনালোকৰ বাবে। Thank You

Поділитися
Вставка
  • Опубліковано 13 жов 2024

КОМЕНТАРІ • 712

  • @KushalTaye-qc1sj
    @KushalTaye-qc1sj 2 місяці тому +121

    সময় দাক ভাল পোৱা সকলে এটা like কৰি দিব

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 2 місяці тому

      সময় গগৈ, সময় গগৈ তাৰমানে সময়ে সদায়ে আনৰ বাবেই সময় দি আহিছে আৰু দি থাকিব ।

  • @kjeng9809
    @kjeng9809 2 місяці тому +90

    তোমাৰ "মা"ক এবাৰ দেখুৱাবা চোন
    এনে এজন ব্যক্তিৰ মাতৃক চাব মন যায়।

    • @AbhinavShukla-wy9fw
      @AbhinavShukla-wy9fw 2 місяці тому

      YEH HUWI NA BAAT BHI PAISA AISA KHARCHA KARO YOH APKO KHUSHI DE AUR USKE AGE BHAGAWAN BHI HAR MANLETA HAIN PROUD OF YOU BRATHER 🎉🎉🎉

  • @parthamixarsassam6762
    @parthamixarsassam6762 2 місяці тому +75

    নিস্বাৰ্থ ভাৱে সহায় কৰা মানুহজন। যাৰ তুলনা বিহীন

  • @akulroy8908
    @akulroy8908 2 місяці тому +36

    অন্ন-বস্ত্ৰ-বাসস্থান হীন নিঃসহায় লোক সকলৰ বাবে, ৰুগ্ন লোক সকলৰ বাবে আপুনি দেৱতুল্য । ভগৱানৰ ওচৰত আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ 🙏🙏🙏🙏❤❤❤❤

  • @RakashNath-u4j
    @RakashNath-u4j 2 місяці тому +1

    আপোনাক হে ধন্যবাদ মোৰ ফালোৰ পৰা

  • @manojdas-c9b
    @manojdas-c9b 2 місяці тому +1

    Xomoy Da jib jontu bork rescue korar babe aru Manuhok xohai korar babe apunaloi dhynabad thakil mor marmor xomoy Da Best Best UA-camr ❤Joi aii Axom

  • @kabitamoran6158
    @kabitamoran6158 2 місяці тому +41

    কাৰ্বি আংলঙৰ পৰা মৰম যাঁছিলো। সদাই ভগবানে কুশলে ৰাখক তাকেই কামনা কৰিলো ❤❤❤❤❤

    • @sineswarmoran4006
      @sineswarmoran4006 2 місяці тому

      কাৰ্বি আংলং জিলাত কি কৰি আছে ?

  • @bhanunag1763
    @bhanunag1763 2 місяці тому +51

    Congratulations ❤❤❤ Kun Kun Homoy Gogoi r logot ase like kora❤❤

  • @mallikadeka2360
    @mallikadeka2360 2 місяці тому +29

    ভগৱানে তোমাক সদায় কুশলে ৰাখক সময়,,সমাজ খনক নতুন নতুন চিন্তা ধাৰা ৰে আগুৱাই নিয়া, তোমাৰ এই মহান চিন্তা ধাৰা ক শ্ৰদ্ধা জনাইছোঁ,, All the best 🎉🎉🎉

  • @khamsenggogoi7903
    @khamsenggogoi7903 2 місяці тому +21

    তোমাৰ সমান কাৰো তুলনা নাই ভাইটি। তুমি সদায় এনেকৈয়ে আগুৱাই যোৱা। ভগৱানে তোমাক সদায় কুশলে ৰাখক🙏🙏

  • @kaleswarrabha83
    @kaleswarrabha83 2 місяці тому +21

    নিস্বাৰ্থ ভাবে মানুহক সহায় কৰা মানুহজন যাৰ তুলনা বিহীন । আৰু এনেদৰে মানুহক সহায় কৰিবলৈ ভগৱানে আপোনাক আৰু শক্তি দিয়ক । মই গোৱালপাৰা জিলাৰ পৰা বহুত বহুত মৰম যাছিলো মৰমৰ সময় দা❤❤❤

  • @JyotishmanGogoi-y4u
    @JyotishmanGogoi-y4u 2 місяці тому +1

    Amak dhonyobad di laaz kio diye baru amare major kisumane tu nijok a vall k hongsthapon dibo pora nai.....apuni tu bohut dangor kam kari ase....... Ami aku koribo nuarileu like.comment.shere kori a sympathy lou..... Aru dhonyobad apunak he diluu......❤❤❤

  • @মেছাগড়ৰমৌচুমী
    @মেছাগড়ৰমৌচুমী 2 місяці тому +15

    ভগৱানে আপোনাক সদায় সুস্থ কৰি ৰাখক।ভোলানাথ তেওঁৰ ওপৰত সদায় তোমাৰ হাতখন ৰাখিবা।

  • @aparajitatamuli7273
    @aparajitatamuli7273 2 місяці тому +17

    সময় বোপা ভগৱন্তই কুশ লে ৰাখক ❤

  • @krishnasaharia1043
    @krishnasaharia1043 2 місяці тому +10

    সময় দা আপুনি সদায় আগুৱাই যোৱা ❤❤ জয় আই অসম 🇮🇳🇮🇳❤❤

  • @nimilagogoi2451
    @nimilagogoi2451 2 місяці тому +14

    তুমি বহুত মহান । যাৰ তুলনা নাই ।

  • @bobykonwarkotoky9226
    @bobykonwarkotoky9226 2 місяці тому +9

    সময় তোমাকো ধন্যবাদ।কাৰণ আমি কৰিম বুলি ভাবিলেও কৰিব নোৱাৰা কাম তুমি কৰিছা।ভগৱানৰ আশীৰ্বাদ তোমাৰ লগত আছে।তুমি আগবাঢ়ি যোৱা সময়।লগতে মোৰো আশীৰ্বাদ সদায় আছে আৰু সদায় সদায় থাকিব।

  • @anusaikia2104
    @anusaikia2104 2 місяці тому +19

    তোমাকো বহুত ধন্যবাদ জনালো।

  • @Black-oe8os
    @Black-oe8os 2 місяці тому +1

    Love from kumrup

  • @anjanahazarika2740
    @anjanahazarika2740 2 місяці тому +11

    সময় এটা ঘড়ী বহু ত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো বেটা টিমটোলৈ মৰম দিলো

  • @Kumoijyoti-kumoi-assam
    @Kumoijyoti-kumoi-assam 2 місяці тому +1

    very good dada

  • @Dpnlama
    @Dpnlama 2 місяці тому +1

    ❤We love You ###HomoY Daa❤❤❤❤❤

  • @jitensaikia2925
    @jitensaikia2925 2 місяці тому +3

    🙏সময়ৰ প্ৰধান বৈশিষ্ট্য = নম্ৰতা,কৃতজ্ঞতা,সহনশীল,দয়াশীল।

  • @bishwajitkonwar1473
    @bishwajitkonwar1473 2 місяці тому +3

    সময় দাদাই সোণৰ অসম গঢ়ি তুলিবলৈ চেষ্টা কৰিছে, কিন্তু কাৰ পৰা আমাৰ পৰা হে, সেয়েহে সময় দাদাক ভাল পোৱা সকলে লাইক চেয়াৰ কৰক আৰু সু-স্বাস্থ্যৰে আগবাঢ়ি যাবলৈ ভগৱানক সেৱা কৰক 🙏🪔 ।

  • @apurbaborha3621
    @apurbaborha3621 2 місяці тому

    মৰম পাবলগীয়া কাম কৰাৰ বাবে ৰাইজে মৰম দিছে । ভগৱানে আপোনাক কুশলে ৰাখক ।

  • @user-A_J_P
    @user-A_J_P 2 місяці тому

    ভগৱানে তুমাক চিৰকাল জিয়াই ৰাখক
    মানুহৰ ৰূপত তুমি যে ভগৱান

  • @bhairabgogoi7691
    @bhairabgogoi7691 2 місяці тому +3

    সময় গগৈ তোমাৰ subscriber এক কোটি হবগৈ ৷ আৰ্শীবাদ কৰিলো৷

  • @PranabjyotiMahanta-ys3pw
    @PranabjyotiMahanta-ys3pw 2 місяці тому +20

    Homoy Dak bhal Puwa hokole ata like.

  • @mirrorofmajuli905
    @mirrorofmajuli905 2 місяці тому +8

    মাজুলীৰ পৰা সময় দালৈ অশেষ মৰম যাচিলো। ❤

  • @monster250_DADUL
    @monster250_DADUL 2 місяці тому +20

    Khodai axomor priyo manuh jon ❤

  • @BGEDITZ2821
    @BGEDITZ2821 2 місяці тому +1

    " BOR AXOM "💓💓💓

  • @anjanahazarika2740
    @anjanahazarika2740 2 місяці тому +9

    তুমি কলি ঘুগৰ. যীচু ভগৱান

    • @banjitchangmai4047
      @banjitchangmai4047 2 місяці тому

      কাম নাই তোৰ, কি ভগবান

  • @r.k.brothers332
    @r.k.brothers332 2 місяці тому +1

    ❤❤❤

  • @AnjaliDevi-ce8sr
    @AnjaliDevi-ce8sr 2 місяці тому

    বহুত ধন্যবাদ আপোনাক। দুখীয়া দৰিদ্ৰৰ ভগবান।

  • @dipaklama6711
    @dipaklama6711 2 місяці тому +1

    Video tu sai val lagil..
    Dhanyabad

  • @ankursharma3304
    @ankursharma3304 2 місяці тому +1

    I love you dada❤❤❤❤

  • @hirakroy5818
    @hirakroy5818 2 місяці тому +1

  • @comedymasterab6962
    @comedymasterab6962 2 місяці тому

    আপোনাৰ কাম আৰু আপোনাৰ কথা সলাগ ল'ব লগিয়া। নিজৰ দেশৰ প্ৰতি থকা প্ৰেম ভাল পোৱাই আৰু আপোনাক আগবঢ়ায় নিব।

  • @Animash22135
    @Animash22135 2 місяці тому +132

    Homoy dak val lage jodi like kora jai bojorong boli🚩🙏❤😊😊

  • @LovelyFlowerBouquet-om2vq
    @LovelyFlowerBouquet-om2vq 2 місяці тому

    পৃথিৱীলৈ আহিব লগা বা জন্ম হ'ব লগা সন্তানবোৰ যাতে তোমাৰ দৰে হবলৈ ভগৱানক প্ৰাৰ্থনা জনাইছোঁ , মোৰ 17 বছৰীয়া ল'ৰাটোও যাতে তোমাৰ দৰে হওঁক, তোমাৰ আৰু তোমাৰ সহযোগী বন্ধুসকলোৰলৈ ধন্যবাদ থাকিল 🥺🙏

  • @RimjhimBasumatary
    @RimjhimBasumatary 2 місяці тому

    ভগৱানৰ সদায় কৃপা থাকক তোমাৰ ওপৰ সময় দা❤❤

  • @GitaliPhukan-l2b
    @GitaliPhukan-l2b 2 місяці тому

    ঈশ্বৰে সদায় কুশলে ৰাখক। আগবাঢ়ি যোৱা ।

  • @nikhitagogoi6795
    @nikhitagogoi6795 2 місяці тому +1

    সময় দা জিন্দাবাদ ❤ সময় দা অন্তৰত সোমাই গৈছে সকলোৰে ❤...

  • @lakhindratairai5278
    @lakhindratairai5278 2 місяці тому

    ভগৱানে সদায় কুশলে ৰাখক তোমাক ❤❤❤❤ আগলৈ আৰু আগবাঢ়ি যোৱা।

  • @NNG-SINGER
    @NNG-SINGER 2 місяці тому +2

    ইমিন ধুনীয়া ধুনীয়াকমেণ্ট্।তুমি সদায় ভালে থাকা দুলীয়াজানৰ পৰা মৰম যাচিলো ।

  • @papukalita1164
    @papukalita1164 2 місяці тому

    সদায় ভগবানে ভালে ৰাখক সুষ্ঠ সবল কৰি ৰাখক আৰু যাতে আগুৱাই যাওক ❤

  • @niromaboruah143
    @niromaboruah143 2 місяці тому

    নিস্বাৰ্থ ভাৱে সহায় কৰা মানুহ জনে হ'ল সময় ❤️❤️

  • @mr.random462
    @mr.random462 2 місяці тому

    সদায় এনেকৈ থাকিবা নিষ্ঠা আৰু সততাৰে আগবাঢ়ি যোৱা তাৰ কামনাৰে❤🎉

  • @gohandroburagohain3571
    @gohandroburagohain3571 2 місяці тому

    শদিয়াৰ পৰা মৰম যাচিলো । আৰু ভবিষ্যতে ভাল ভাল কাম কৰি যোৱা ।
    ❤❤❤❤

  • @rupagogoi930
    @rupagogoi930 2 місяці тому

    তোমাৰ মাতৃ বহুত মহান তোমাৰ দৰে ভগবান সত্নান পাইছে

  • @Assamesecelebritiesfan
    @Assamesecelebritiesfan 2 місяці тому +2

    , ভগৱানে তোমাক কুশলে ৰাখক।❤❤❤❤

  • @Mofidul3542
    @Mofidul3542 2 місяці тому +1

    Homoy dada thanks

  • @lukendrachutia242
    @lukendrachutia242 2 місяці тому +1

    সময় তুমি যিমান পাৰা আগবাঢ়ি যোৱা।ঈশ্বৰে তোমাক নিশ্চয় সহাই কৰিব। আমাৰ ফালৰ পৰা ধন্যবাদৰ লগতে আশীৰ্বাদ কৰিছো।

  • @rekhamonibharali383
    @rekhamonibharali383 2 місяці тому +3

    তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ ঈশ্বৰ তোমাৰ সহায় হক। ঈশ্বৰক কোটি কোটি বাৰ ধন্যবাদ জনাইছোঁ মৰমলগা ভাইটিটোক আশীৰ্বাদ কৰিবা।

  • @jugenborah7842
    @jugenborah7842 2 місяці тому

    ভগৱানে তোমাক শট বছৰ আয়ুখ দিয়ক ❤❤❤❤❤

  • @dhurbajyotiborah8743
    @dhurbajyotiborah8743 2 місяці тому +2

    তোমাক ভাল পোৱা মানুহ বেছি সেই কাৰণে তুমি আগবাঢ়ি গৈছা সময়।

  • @KaSiYali
    @KaSiYali 2 місяці тому

    সততাৰে সদায়ে কৰি যোৱা সময়।তোমাক সন্মান কৰোঁ।শুভেচ্ছা আৰু মৰম আগলৈও থাকিব।

  • @jayantirabha3325
    @jayantirabha3325 2 місяці тому

    Val Lagise Raiyor Asirbad Tumar Logot Hoday Thakiba Agbari Joya

  • @ritamoniphukon2461
    @ritamoniphukon2461 2 місяці тому

    তোমাৰ সকলো মনৰ আশা পূৰণ কৰিব পৰা ভগৱানে সদায় তোমাক কুশলে ৰাখক

  • @gchelleng4265
    @gchelleng4265 2 місяці тому

    ভগৱানে ভালদৰে ৰাখক।
    ,,,,প্ৰথনা 🙏🙏🙏🙏❤

  • @dipabhuyan3684
    @dipabhuyan3684 2 місяці тому

    ভাল লাগিলে আগোৱাই গৈ থাকা তোমালৈ আশীৰ্বাদ কৰিছো

  • @tarali2276
    @tarali2276 2 місяці тому

    আপুনি আৰু ভাল ভাল কাম কৰি যোৱা দাদা। আমাৰ ফালৰ পৰা সদায় মৰম আশীৰ্বাদ কৰি যাব চেষ্টা কৰিম♥️🙏🏻🙏🏻💐💐।। আপুনি ভগৱান হয় ,,,, আপোনালৈ ধন্যবাদ জ্ঞাপন থাকিল 🙏🏻 ওদালগুৰি জিলাৰ পৰা মৰম স্নেহ যাচি লো।।

  • @pabitraborah632
    @pabitraborah632 2 місяці тому

    বহুত বহুত মৰম তোমালৈ❤️❤️ আৰু আগুৱাই যোৱা,,, ভালে থাকা সদায় 🙏🙏❤️

  • @bitugarem8810
    @bitugarem8810 2 місяці тому +2

    তোমাৰ ভবিষ্যতে উজ্বল হক ❤❤❤❤❤❤❤❤❤

  • @santanachetia3556
    @santanachetia3556 2 місяці тому +6

    আপোনাক বহুত শুভেচ্ছা জনালোঁ

  • @ManabBordoloi-l1n
    @ManabBordoloi-l1n 2 місяці тому +5

    সময় দা আপুনাক বহুত বহুত ধন্যবাদ জনালু মই সোণাপুৰৰ পৰা

  • @SachiA-b2u
    @SachiA-b2u 2 місяці тому

    আপোনাক ধন্যবাদ জনাইছো আপোনি আমাৰ দৰে দুখীয়া মানুহক সহায় কৰা বাবে❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @Bpegu-p8l
    @Bpegu-p8l 2 місяці тому

    সময় bhai তোমাৰ সপোন সাৰ্থক হওঁক ।

  • @Joba222
    @Joba222 2 місяці тому

    Bhogobanok aji loi dekha nai jodiu... Tumak dekhile bhogobanok dekha puwa jen lage . Hodai bhale thaka tumi ta kei kamona korisu🙏🙏

  • @gogoidavlogs5866
    @gogoidavlogs5866 2 місяці тому +2

    Gogoi manu bohut bhal

  • @FakeLove-zw2rc
    @FakeLove-zw2rc 2 місяці тому +1

    Vl lage bohut apunak❤❤❤

  • @RanjitTaid-b3h
    @RanjitTaid-b3h 2 місяці тому +1

    1 million joli kori diyo all my friends❤❤❤❤

  • @LIZUCHsLiFe
    @LIZUCHsLiFe 2 місяці тому

    Apunak he Dhanyabaad dibo lage Axomr hokolu manuhe

  • @trishna-colourful-kitchen-vlog
    @trishna-colourful-kitchen-vlog 2 місяці тому +5

    বহুত ভাল কাম কৰিছে ❤ তোমাৰ নামটো যিমান ধুনীয়া তেনেদৰে তুমি কামো কৰিছাঁ। আৰু আগবাঢ়ি যোৱা ❤❤❤

  • @rajatrabha3465
    @rajatrabha3465 2 місяці тому

    Murbabe..tumi.hoday.vogoban.. Ago loi.goithaka.anedore.akhirbad.dilu

  • @rajeshtirkey6514
    @rajeshtirkey6514 2 місяці тому

    You are the best of the of Assam. Support from Jorhat Assam.

  • @DibyaJyoti-lq1gw
    @DibyaJyoti-lq1gw 2 місяці тому +2

    মই মৰিগাঁও জিলাৰ পৰা ধন্যবাদ সময়

  • @Mintu577
    @Mintu577 2 місяці тому

    Assamese No 1 youtuber 🎉🎉 Thank you god bless you 🎉

  • @Babita_4x
    @Babita_4x 2 місяці тому

    Homoi dada ❤❤❤

  • @babluhajong7257
    @babluhajong7257 2 місяці тому

    Val lga Kam khini Val lge agowai jwa aro lgote sobesha thakil joi ai axom

  • @niharika9212
    @niharika9212 2 місяці тому

    সময় দা আপোনাক হিয়া বুলি কোৱা জনীয়ে কিবা কিবি কৈছে যে আপোনি কিন্তু মাত নামাতিব পাত্তাই নিদিব

  • @IshitaGogoi-u2t
    @IshitaGogoi-u2t 2 місяці тому

    তুমি এজন ভাল মানুহ সময়

  • @Shanti-7rabha7b
    @Shanti-7rabha7b 2 місяці тому

    ভাল লাগিলে দা কথা খিনি।

  • @lookmetazlina7199
    @lookmetazlina7199 2 місяці тому

    সময় তুমি... মানুহে মানুহৰ বাবে... দুখীয়াৰ দুখ পূৰ হোৱাৰ বাবে.. অসহায়ক সহায়ৰ বাবে... খুউব সোনকালেই তোমাক লগ পাম....sure 😊

  • @birajborah3589
    @birajborah3589 2 місяці тому

    Apunalukar family tu sab mon ase ❤❤❤ family tu dekhab. Adinn ❤❤ love from jorhat ❤️🥰

  • @jonjyotideka5370
    @jonjyotideka5370 2 місяці тому

    Congratulations 🎉👏❤🙏❤ Tomi real Hero 🙏🥰

  • @bhanibalasaikia5176
    @bhanibalasaikia5176 2 місяці тому +1

    ঈশ্বৰে মংগল কৰক, আগুৱাই গৈ থাকা আশীৰ্বাদ কৰিছো ।

  • @Village_vlock_786
    @Village_vlock_786 2 місяці тому

    Ane Dore Lagi Thakok, Thanku DaDa.🎉🎉🎉❤🎉🎉🎉

  • @MayrumBegum
    @MayrumBegum 2 місяці тому

    সময় দা তুমি আৰু আগুৱাই যোৱা ❤❤❤❤

  • @Dimpalboruahphukan
    @Dimpalboruahphukan 2 місяці тому +1

    Aru aguaai juwa

  • @buddhadevbarman7832
    @buddhadevbarman7832 2 місяці тому

    Bhogobane apunak soday valy rakhok Love from bongaigaon

  • @prativahazarika1727
    @prativahazarika1727 2 місяці тому +4

    Homoy tmi bhut besi val kam kri asa ....aru aguai jua ... God bless you 🙏❤

  • @Mainusvlog78
    @Mainusvlog78 2 місяці тому

    আগুৱাই যোঁৱা সময়।

  • @Pulinbora-us6qp
    @Pulinbora-us6qp 2 місяці тому +1

    ভগবানে তোমাক সদাই ভালে ৰাখক সময়❤❤❤❤🙏🙏🙏

  • @BibpobMohan
    @BibpobMohan 2 місяці тому

    Juwa prajanmoi tomak hodai ho hai koribo.

  • @robijr614
    @robijr614 2 місяці тому

    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ love you so much hodai anekoi help kori thakibo

  • @SabitaRay-tx6bk
    @SabitaRay-tx6bk 2 місяці тому +1

    সময় তোমাক বহুত বহুত ধন্যবাদ জনালে❤❤❤❤

  • @monditabakalial3928
    @monditabakalial3928 2 місяці тому

    Aii sarthopor prithibit apuni ajon nirshartho byokti... U are the gem of assam❤😊.

  • @bloggeroum
    @bloggeroum 2 місяці тому

    Homoy dai Padma poraskar pabo lage buli akha rakhilu 🌷🌹👏🙏🙋

  • @PronotiMohon
    @PronotiMohon 2 місяці тому

    তোমাক কিয় জানো খুউৱ আপোন আপোন যেন লাগে ❤❤