Eman vaal lagil kothbur huni... Huni a thakibo mon jai... Hosakoi teo bohut kotha jane... And dada apunar protyek tu video a special hoy.. Sai a vaal lage.
Tumar 1ta video moi 6 bar k sau..................... because tumi mur homoy aru jiban...... God bless you....... Adin kotha patim.... Aaji frist comant korilu..........
মানৱ অৰণ্য যাদৱ পায়েঙ ডাঙৰীয়ালৈ শতিকাত প্ৰণাম। তেখেতৰ সৰলতা আৰু কথাবাৰ্তাৰ নথৈ আনন্দিত হলো। মানুহৰ সাজ পোচাকত মানৱীয়তা ধৰিব নোৱাৰে। ধন্যবাদ পায়ঙ ডাঙৰীয়া।
পায়েং ছাৰৰ লগতে আপোনাকো বহুত গৌৰৱান্বিত কৰোঁ। পায়েং ছাৰ আমাৰ অক্সিজেন। আৰু আপুনিও এজন মহান ব্যক্তি।❤
যাদৱ পায়েং অসমৰ গৌৰৱ ।চৰকাৰে কোটি কোটি টকা খৰছ কৰিলে গছ কিমান গজিল বা জীলে ভগৱানেও নেজানে চাগে।
যাদৱ পায়েঙ ডাঙৰীয়াক স্বচক্ষে দেখিলোঁ আৰু তেখেতৰ বহুমূলীয়া , সাৰুৱা বাস্তব জ্ঞানৰ অভিজ্ঞতাৰ বিষয়ে শুনি বহু উপকৃত হলো।
শ্ৰী যুত পায়েং ডাঙৰীয়াৰ সু স্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ ।
জয় আই অসম !
বহুত ভাল লাগিল পায়েং চাৰৰ কথা খিনি শুনি। একেৰাহে তিনি বাৰ চালো আৰু শুনিলো। শত কোটি প্রনাম জনালোঁ। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ🙏🙏🙏🙏
আপোনালোক দুয়োকে ভাগবানে দীৰ্ঘ আয়ুস দিয়ক তাৰেই কামনা কাৰণ দুই জন আমাৰ গৌৰৱ।
দুয়ো জনকে ভগৱানে ভালে ৰাখক তাৰে কামনা কৰিলো ❤❤
খুব ভাল লাগিল। অৰন্য মানবজনৰ দীৰ্ঘ জীৱন কামনা কৰিলোঁ।
" তাত বিশ্বৰ 195 খনৰ 13 খন দেশে ইংৰাজীত কথা কয়। বাকী সকলোৱে নিজৰ মাতৃভাষাত কথা কয়।"
নিজৰ ভাষা প্ৰতি সচেতন জাতিয়ে হে সচা অৰ্থত বিকাশ কৰিব পাৰে।
ধন্য ধন্য কলি কাল ধন্য নৰ তনু ভাল ধন্য ধন্য ভাৰত বৰিষে। কুশলে ৰাখক ভগৱানে আজীৱন। জয় গুৰু শঙ্কৰ, কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
Krishna joy guru sankar
ইমান সুন্দৰ কথাবোৰ তেখেতৰ।মই আজি হে শুনি ছো।❤
ইমান সুন্দৰ কথাবোৰ একেবাৰে অন্ত ৰ চুই গৈছে।
Eman vaal lagil kothbur huni... Huni a thakibo mon jai... Hosakoi teo bohut kotha jane... And dada apunar protyek tu video a special hoy.. Sai a vaal lage.
Bahut val lagil jadav payeng sirat khota khuni aru video upload kori diya karone🎉🎉tq
🙏🏻💐মহান ব্যক্তি ধন্যবাদ থাকিল।
Aipunar video sai val laga da vogobana vala rakhok aipunak❤❤❤❤❤
Manuh Jon nijor nojor lagise ...morom lagise khura jonk ...bht bht mrm.. Assam raijo falor pora
His heart is so pure wonderful person ❤
ভিডিওতোৰ বাবে ধন্যবাদ দাদা ❤।। বহুত কথা শিকিবলৈ পালো 😊
বহুত বহুত ভাল লাগিল,vdo টো চাই। নজনা কথা জানিব পৰিলো। তোমাক বহুত ধন্যবাদ।
Love from tezpur ❤️ my inspiration jadob payeng ❤❤😊
Hats off to you Payeng Sir.
🙏🙏🙏 great man of India 🇮🇳
বহুত ভাল লাগিছে ভিডিঅ টো চাই
খুব সুন্দৰ Video। আগলৈও এই ধৰণৰ video পাম বুলি আশা কৰিলো।
Bohut bhal laagil xaai....👌👌💐💐
Val video ❤ Jadab Payeng 👑 Sir xodai vale thake jen 🙏
এটা কথা মন কৰিছেনে? সময় ককাইডেউয়ে যে যাদৱ পায়েং ছাৰে কথা কৈ থকা সময়ত কিমান মনোযোগেৰে মৌন হৈ অনুসৰণ কৰি চাইছে...এনেকুৱাই হয় যেতিয়া দুজন মনে মিলা মানুহ লগ হয়, পায়েং ছাৰে মন খুলি কৈ গৈছে সময়ে মাত্ৰ শুনি গৈছে...কিছুমান ছাগলীৰ সন্তান ইউটিওবাৰৰ দৰে নহয় যে মাত্ৰ পপুলাৰীতিৰ কাৰণে ভিডিঅ' কৰি নিজেই বেবাই থাকিব।।
১০০% সঁচা কথা কৈছে আপুনি। সময় আৰু যাদৱ খুৰা সুন্দৰ মনৰ গৰাকী।
Ki kom bhakha nai. Great duyojan
Liked this informative video. Thank you!
Nice information. Keep it up. God Bless you.
Bar hundar kotha huni bar val lagil.
Love ❤ from udalguri payeng sir❤
Val lagil jadav payeng sr apunar kta huni
Bohut bohut bhal lagil ❤❤❤❤
Bor Dhuniya video Dada
Payeng sir real hero ❤❤❤
পায়েং ছাৰৰ ভিদিওবোৰ চালে চাই থাকিবৰ মন যাই ।ধন্যবাদ🙏
বহুত ভাল লাগিল🙏
I love him he is my inspiration
বিশ্বজয়ী সৰলতা ❤
এৰা এজনে অভৰায়নৈ কৰিলে ,চৰকাৰে বিয়াগোম বন বিভাগৰ বিষয়া সকলৰ যোগেদি কোটি কোটি টকা খৰছ কৰিও নোৱাৰে ।
Forest man of India ' Jadav payeng ' I want to meet him.
Thank you so much.
Nilakanta chandi
Inspiration unlimited ! Thanks !!!
Tumar 1ta video moi 6 bar k sau..................... because tumi mur homoy aru jiban......
God bless you.......
Adin kotha patim....
Aaji frist comant korilu..........
বহুত ধুনীয়া দাদা।
ভাল লাগিল শুনি।।।
❤❤❤
Jadav payeng aru homoy dui favourite person hy mr
ভাল লাগিল। ধন্যবাদ।
KhubVal lagil ❤
অসমৰ গৌৰৱ ❤
Helpful video for me 👍
Jadab payeng দেবলৈ সহস্ৰ প্ৰণাম।
Salute u u tbr..from kashmir
All the best 👍 from Assam Jagiroad
অমৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো
Frst video tumar ai2 tatya pora tumak seni pwa holu moi tumi matir manuh tumar mon2 bohut val ...MSD ❤❤
Vall lagil sai
ভাল লাগিল পায়েঙ চাৰৰ কথা শুনি
Wanderfull Sir
Amazing video ❤
Xundar video vai
অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙ ডাঙৰিয়াৰ লগত তোমাৰ সৈতে কথোপকথন অতি আৰ্দশনীয়.. বহুত কথা জানিব পাৰিলো vdo টোৰ পৰা ।
বহু ত ভাল লাগিছে
খুব ভাল লাগিল কথাবোৰ জানি
Ultimate
Bohut bhallagise
God bless you thanks
সুন্দৰ ❤️❤️
Vall lagil homoy daa🙏❤
Xundor👌
Salute payeng Sir.
Very nice ❤️❤️👍👍
Dhuniya video
Great news bt❤❤🎉🎉
Hom
...hom
Oy❤❤
Love india love assam ❤❤❤❤❤❤❤❤❤❤
Great message
God bless you 🙏❤❤❤❤
❤❤❤super man
Bar gyani manuh❤
Excellent homoy daa❤❤
Great man.❤❤❤❤
Very nice video ❤❤ h😊
Dhunia ❤
ভাল লাগিছে❤
Very good video ❤❤❤
i love jadob payeng sir❤❤❤
Nice 👍
Great message ❤️
Apunak instagram't dekhi ahisu eyat ❤
Bohut bhal kaam kori ase apuni
Aru aguwai jaok ❤️
Verry nice
Right 😢papa mami buli koi deota ma kobo pahori goise nijor bakha jiya rakhibo lagibo
Nice video❤
Monor manuh dujon❤️❤️
যাদব পায়েং ছাৰ ❤❤❤
Love you payeng dada❤❤❤
Well said and well done sir
সহজ সৰল যাদেৱ পায়েং ছাৰলৈ শতকটি প্ৰণাম ভগৱানে কুশলে ৰাখক লগতে সময় তোমাকো কুশলে ৰাখক৷
❤❤❤❤❤❤jadob sir
Apunar VDO sai val lage
Undor kta ❤❤❤
Kothabur huni bohut val lagil🙏🙏🙏