Home tour Assam ll বাঁহৰ কেঁচা-গোৱৰ মাটিৰ সুগন্ধ বিয়পা গাঁৱৰ তেনেই এখন সাধাৰণ ঘৰ ll চাওঁ আহকll

Поділитися
Вставка
  • Опубліковано 13 жов 2024
  • টেকনিকেল কাৰণ বশত: ভিডিঅটোৰ ভইচ খিনি/কথা খিনি পূৰ্বৰ তুলনাত আজিৰ পৰা অলপ খেলি - মেলি হৈ গৈছে🙏
    বুজি পোৱাত অসুবিধা হ'লে দায় নধৰিব।
    #Shree's_World 💌 (04/06/2022)
    📍My Instagram link- / jayshree_bhuyan
    📍insta crafty link - / craftshrees
    📍Facebook id- Jayshree bhuyan
    #biswanathchariali #Biswanath #hometour #homedecor #assamhome #assam #myhome #handmadecraft #homedesign #homelovers #ourhomesteaddiary #assamesehome #ourhome
    #assamhome #tour #অসমীয়া #myhome #shree #decoration #unique #viralhome #assam #diy #bnchannel #homeideas #assamese #selfmade #uniqueshorts #ideas #unique #bnctv ‪@shreesworld5657‬ #Shree's_world #biswanathghat #biswanath #bnc

КОМЕНТАРІ • 1,8 тис.

  • @shreesworld5657
    @shreesworld5657  Рік тому +14

    টেকনিকেল কাৰণ বশত: ভিডিঅটোৰ ভইচ খিনি/কথা খিনি পূৰ্বৰ তুলনাত আজিৰ পৰা অলপ খেলি - মেলি হৈ পৰিল😢🙏 বুজি পোৱাত অসুবিধা হ'লে দায় নধৰিব।
    #Shree's_World 💌 (04/06/2022)
    গাঁৱৰ ঘৰৰ আচৰিত😮 Room tour video চাওঁক-👇 ua-cam.com/video/8zSRfBjmfzo/v-deo.html

    • @champaksaikia3761
      @champaksaikia3761 14 днів тому

      Bohut dhunia lagise. Bahor ghor mur bor priyo, kesa matir poroh ase.

  • @Bhreetutalukdar
    @Bhreetutalukdar 8 місяців тому +17

    ইমান ধুনীয়া পৰিস্কাৰ এখন ঘৰ❤❤ দেখিয়েই মনটো ভাল লাগি গৈছে।। ডাঙৰ ডাঙৰ অট্টালিকাই ও পাট্টা নাপাই এনেকুৱা ঘৰৰ লগত।।

    • @shreesworld5657
      @shreesworld5657  8 місяців тому

      আন্তৰিক ধন্যবাদ আপোনাক।

  • @parthaborah2984
    @parthaborah2984 2 роки тому +33

    যি জন ব্যক্তিয়ে বনাইছে সেইজন প্রকৃততে বিশ্বকৰ্মা।আপোনালৈ প্ৰণাম

  • @rinadutta7598
    @rinadutta7598 2 роки тому +182

    কি সুন্দৰ ঘৰ। বনোৱা জনক বহুত ধন্যবাদ দিছো।কি মনোবল।কিমান মগজু খটাই বনাইছে

  • @bobyborah28
    @bobyborah28 2 роки тому +77

    অসাধাৰণ সুন্দৰ মনৰ গৰাকীৰ এখন সুন্দৰ ,পৰিপাটী ঘৰ । just wow.

    • @SaklinVlogs.
      @SaklinVlogs. 2 роки тому +1

      ua-cam.com/video/1epI-w9W33U/v-deo.html
      VIDEO AIHE GOL PLZ SUBSCRIBE TO MY CHANNEL AND SHARE 🙏🙃
      THANK YOU 💞

    • @salmassimplelife790
      @salmassimplelife790 2 роки тому +1

      Pls baby borah baideu mor video bilk okonman sabo

  • @upamadas2196
    @upamadas2196 2 роки тому +67

    কি সুন্দৰ ঘৰ খন🥰🥰 এনেকুৱা ঘৰ হলে পকী ঘৰ নহলেও হৈ যায় 🥰

  • @mukulmahanta6529
    @mukulmahanta6529 17 днів тому

    অপূৰ্ব সুন্দৰ । ভাল লাগিল । বনোৱা জনক শতবাৰ প্ৰণাম🙏🙏🙏🙏🙏

  • @himanshugogoi219
    @himanshugogoi219 2 роки тому +33

    সুন্দৰ এখন ঘৰ । ভাল লাগিল চাই । আজি প্ৰথম চাইছো আপোনাৰ video.

    • @Rimpi598
      @Rimpi598 8 місяців тому +1

      Mur video bur o sabo dei

  • @hajaratali70
    @hajaratali70 2 роки тому +14

    দেখাত বহুত Simple যেন লাগিলেও বহুত কষ্ট কৰি বনাইছে❤️❤️bht bht dhuniya lgil 😊🤍

  • @acray2978
    @acray2978 2 роки тому +9

    মই আজিলৈকে কাৰো এনেকুৱা ঘৰ দেখি পোৱা নাছিলো। বহুত বেছি ভাল 🔥❤️

    • @shreesworld5657
      @shreesworld5657  2 роки тому +1

      অশেষ ধন্যবাদ আপোনাক

  • @tinaboruah3894
    @tinaboruah3894 2 роки тому +5

    সঁচাকৈ আকৰ্ষণীয় বহুত বহুত ভাল লাগিছে ঘৰখন

  • @ankitagogoi9756
    @ankitagogoi9756 8 місяців тому +3

    কি সুন্দৰ ❤️যিজনে বনাইছে তেওঁক সেৱা জনাইছো 🙏🙏 সদায় সুস্থ থাকক 🙏 তোমাকো ধন্যবাদ ভিডিওটো আগবঢ়োৱা বাবে আগুৱাই যোৱা তুমিও ❤ শিৱসাগৰ পৰা বহুত মৰম ❤️

    • @shreesworld5657
      @shreesworld5657  8 місяців тому

      আন্তৰিক ধন্যবাদ দেই। আগলৈও মৰম দি যাব।
      আপোনাৰ পৃথিৱী খনও খুব ভালে থাকক।💚

  • @sashipatowary8614
    @sashipatowary8614 2 роки тому +24

    সুন্দৰ এখন ঘৰ, আজি প্ৰথম দেখিছোঁ বহুত ভাল লাগিল

  • @padumitalukdar6621
    @padumitalukdar6621 2 роки тому +6

    সুন্দৰ আটোমটোকাৰী ঘৰ এখন চালো।মন জু ৰ। পৰি গৈছে।কলাসূলভ মনৰ পৰিচায়ক। ধন্যবাদ

  • @munmichetia6032
    @munmichetia6032 2 роки тому +1

    Bah eman dhuniya ghr hosakoi bohut dhuniya poki ghrt koi dhuniya

  • @anumali842
    @anumali842 2 роки тому +27

    সচাঁকৈ আকৰ্ষণীয় সুন্দৰ ঘৰ এখন ,চালেই চকু ৰোৱা । যোনে তৈয়াৰ কৰিছে তেওঁ লৈ অন্তৰৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ । এখন মনোমোহা সুন্দৰ ঘৰ 🙏🙏🙏

  • @himakshidas5249
    @himakshidas5249 2 роки тому +32

    অতি মনোমোহা আৰু অসাধাৰণ সৃষ্টি তেখেতলৈ অশেষ শুভকামনা থাকিল আৰু তোমালৈকো ধন্যবাদ জ্ঞাপন কৰিলো ইমান সুন্দৰ পৰিৱেশৰ এখন সুন্দৰ ঘৰ দেখুৱাৰ বাবে।প্ৰকৃততে এই ঘৰখন পকী অট্টালিকাতকৈ কোনো গুনে কম নহয় ।টিভি থোৱা বাকচটো মোকো বৰ দৰকাৰ হৈছিল 😊

    • @shreesworld5657
      @shreesworld5657  2 роки тому

      আন্তৰিক ধন্যবাদ আপোনাক ♥️🙏

    • @salmassimplelife790
      @salmassimplelife790 2 роки тому

      Pls mor video bilk okonman sabo buli Akha rakhilo

  • @shahaalomvlogs4301
    @shahaalomvlogs4301 2 роки тому +3

    ইমান দুনিয়া ঘৰ Fast Time দেখিছো.
    Bhal Lagise.

  • @rupasmagicalworld1662
    @rupasmagicalworld1662 2 роки тому +1

    Wah iman dhunia bahor ghor 🥰 bahut bhal lagil sai ❤️ koboloi gole hator jadu 👍🏻👍🏻👍🏻👍🏻

  • @jyotishikhadas7368
    @jyotishikhadas7368 Рік тому +5

    বা আপোনালোকৰ ঘৰটো সঁচাই বৰ মোহনীয়😍❣️ হাতৰ কলাৰে পৰিপূৰ্ণ🤗 বহুত মৰম লগা ঘৰখন

    • @shreesworld5657
      @shreesworld5657  Рік тому

      অশেষ ধন্যবাদ ভনী ❤️✨

  • @apuarupborah7184
    @apuarupborah7184 2 роки тому +8

    সঁচাই বহুত সুন্দৰ কৈ সজাই তুলিছে।
    সৰু ৰেষ্টুৰেণ্ট খনত চাহ একাপ খাবলৈ আহিম দেই বিহুত।

  • @DhritishmaBasistha-vf3el
    @DhritishmaBasistha-vf3el 8 місяців тому +4

    প্ৰকৃত অসমীয়া ঘৰ❤️🌸💕🌼

    • @shreesworld5657
      @shreesworld5657  8 місяців тому

      আন্তৰিক ধন্যবাদ ❤️

  • @anjumonihazarika8953
    @anjumonihazarika8953 12 днів тому

    যি জনে বনাইছে তেওঁ ক মনিছোঁ 🙏🙏 কি সুন্দৰ ঘৰ ❤️❤️❤️

  • @deepikadeuri
    @deepikadeuri 2 роки тому +6

    সঁচাকৈ বহুত ধুনীয়া লাগিল home tour চায়। মাটিৰ ঘৰ হ'লেও কিমান ধুনীয়াকৈ সজাব পাৰি এই ভিডিঅ চায়ে শিকিব পাৰি।

  • @swagotabora2201
    @swagotabora2201 17 днів тому

    তোমাৰ video প্ৰথম বাৰ বাবে চাইছিলো comment নকৰাকৈ নোৱাৰিলো।এনে কোৱা এখন ঘৰ থাকিলে মানুহক ডাঙৰ ডাঙৰ অট্টালিকাৰ কোনো প্ৰয়োজন নাই গম পোৱানে। খুব সুন্দৰ। যি কেইজন ব্যক্তিৰ হাতৰ পৰশত ঘৰ খন হৈ উঠিল তেওঁলোক শ্ৰদ্ধা নিবেদন কৰিছো।

    • @shreesworld5657
      @shreesworld5657  17 днів тому +1

      ইমান ধুনীয়া কৈ কৈছে।❤️
      আপোনাক আন্তৰিক ধন্যবাদ।

  • @paparihaloi1250
    @paparihaloi1250 2 роки тому +7

    কি Art ও এয়া...কি সাংঘাটিক Creativity ❤️
    চালে চাই থাকিব মন যায়।
    বনোৱা জনলৈ মোৰ অলেখ প্ৰণাম 🙏

  • @atikulahmed2692
    @atikulahmed2692 2 роки тому +1

    ঘৰ খন চাই সচাই বহুত ভাল লাগিল,, বনোৱা জনক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো 🙏🙏

  • @preronabhuyan22
    @preronabhuyan22 2 роки тому +16

    কাৰিকৰী শিল্পী জনৰ শলাগ লৈছোঁ 🙏🙏

  • @Borkharaniborah
    @Borkharaniborah 7 місяців тому +1

    ইমান ধুনীয়া ঘৰ🥰 ভাল লাগিল

  • @phukongirl1402
    @phukongirl1402 2 роки тому +7

    দেখিবলৈ যিমান আকৰ্ষণীয় লাগিছে কষ্ট ও মানিব লগীয়া❤️❤️❤️

  • @nabogogoi7763
    @nabogogoi7763 2 роки тому

    Hadharon nhy bht bht okhadharon ru hundor...nivaj okhomia ghr akhn...vl lgise bht..🤗❤️🌼💐

  • @shayu...5729
    @shayu...5729 2 роки тому +3

    Hosakoi eman dhuniyakoi hojaise 🥰 nijoke gourav anubhab koru assamt jonmograhon korisu 😘 ata monomoha poribekh 😍😍😍😍😍 wow... Koboloi bhakha nai eman dhuniya ghr 🥰.

  • @nikumonisaikia256
    @nikumonisaikia256 2 роки тому

    Eman dhuniyke xojai rakhise ghortu. Bohut vl lgil ghortu sai

  • @jambholo3093
    @jambholo3093 2 роки тому +6

    বহুত ধুনীয়া এখন ঘৰ, সুন্দৰ কাৰিকৰী ....

  • @jimidevi3569
    @jimidevi3569 2 роки тому

    Khub dhunia.jabo mon goise sabole.khub dhunia poribekh.

  • @joyapgogoi3122
    @joyapgogoi3122 2 роки тому +17

    ইমান সুন্দৰ ঘৰ!শিল্পীসুলভ মনৰ পৰিচায়ক।🙏🙏🙏

  • @pritishmitakataki2971
    @pritishmitakataki2971 2 роки тому

    ইমান ধুনীয়া ঘৰ খন,কবলৈ ভাষা নাই ইমান সুন্দৰ,

  • @sonalibhattacharjee6410
    @sonalibhattacharjee6410 2 роки тому +13

    So beautiful house..... Everything is so creative😍

  • @upasanasarmamunu1363
    @upasanasarmamunu1363 2 роки тому

    Buhut dhuniya lagise dei xosake vakha nai amazing 👍👍👍😍

  • @localentertainment2730
    @localentertainment2730 2 роки тому +14

    বহু ত বহুত বেছি ভাল লাগিল দেই ঘৰৰ চৌহদ আৰু ভিতৰখন। ধুনীয়া কৈ সজাই তুলিচা। সঁচা এক বুজাব নোৱাৰা অনুভূতি। মাটিৰ ঘৰত থকা মজাই বেলেগ। তাতে আকৌ গাঁৱলীয়া পৰিবেশ। মইও এজন গাৱলীয়া লৰা। কোন ঠাই হয়। চাবলৈ যাবলৈ মন আছে।

    • @shreesworld5657
      @shreesworld5657  2 роки тому +1

      আপোনাক অশেষ ধন্যবাদ 🙏🙏 বিশ্বনাথ চাৰিআলিত হয়

    • @localentertainment2730
      @localentertainment2730 2 роки тому

      @@shreesworld5657 বিশ্বনাথ চাৰিআলি,, বেছি দূৰ নহয় বাৰু আমাৰ ইয়াৰ পৰা। মোৰ ঘৰ উত্তৰ লক্ষীমপুৰত হয়। আপোনাৰ নাম টো কি কব নেকি

    • @maniktanti8841
      @maniktanti8841 2 роки тому

      Hundor💐💐💐💐💐👏👏👏👏🙏🙏🙏

  • @coverworld1266
    @coverworld1266 2 роки тому +1

    আচৰিত প্ৰতিভা, বনোৱা জনক সেৱাহে আৰু দেই,,কি কম কবলৈ ভাষা হেৰাই গৈছে😍😍

  • @priyakhisworld4918
    @priyakhisworld4918 2 роки тому +4

    অতি সুন্দৰ ঘৰ👍👍

  • @sinkideka6780
    @sinkideka6780 2 роки тому +1

    🥰Anekuwa hale building r darkar niii 👍👍bahut vl lagil dekhuwar babe thank you baaa🥰

  • @puspanjalideka9541
    @puspanjalideka9541 2 роки тому +14

    সাধাৰণতে Home tour নেচাওঁ।কিন্তু তোমাৰ ভিডিঅ টো skip কৰিব নোৱাৰিলোঁ। অপূৰ্ব।

  • @parismitaborah2087
    @parismitaborah2087 2 роки тому

    কি সুন্দৰ. সঁচাই বহুত ভাল লাগিছে ঘৰখন 👌👌👌

  • @pranitakakati9658
    @pranitakakati9658 2 роки тому +11

    বহুত ধুনীয়া জয় !! আচলতে হাতত যাদু থাকিলেহে এনে সৌন্দৰ্য্য ফুটি উঠে ।

  • @dhrubajyotisarma9322
    @dhrubajyotisarma9322 2 роки тому

    খুব সূন্দৰ....sound টো অলপ loud কৰি দিলে ভাল লাগিব।।

  • @pahiphukan8201
    @pahiphukan8201 2 роки тому +6

    কি যে মনোমোহা এটি পৰিৱেশ ,কবলৈ একো ভাষা নাই 🙏🙏🙏

  • @sangeetahazarika2773
    @sangeetahazarika2773 2 роки тому

    Ki j hundor ghor akhon dekha palu.. bahut dhanyabad..

  • @chayanikagogoi5654
    @chayanikagogoi5654 2 роки тому +6

    উফ! সচাই বহুত বেছি মনোমোহা আৰু সুন্দৰ পৰিৱেশ ❤️!মই খুউবেই বেছি ভাল পাঁও এনে পৰিৱেশবোৰ😊🌼

    • @shreesworld5657
      @shreesworld5657  2 роки тому

      অশেষ ধন্যবাদ ♥️☺️

  • @sumitraprinche1142
    @sumitraprinche1142 2 роки тому

    ইমান সুন্দৰ ঘৰ আজি প্ৰথম দেখিছোঁ বহুত ভাল লাগিল

  • @dhanmanibasumatari9821
    @dhanmanibasumatari9821 2 роки тому

    😱😱😱 emn dhuniya ❤️😘 aji first time dekhilu

  • @beautipayeng523
    @beautipayeng523 2 роки тому +5

    আটোমটোকাৰিকৈ সজাই তোলা জয়াৰ ঘৰখন ❤️❤️ এদিন আমিও জিৰামগৈ।

  • @pranjaldeori4964
    @pranjaldeori4964 2 роки тому

    Hosai khub akhon dhunia ghar..video tu Val lgil..🥰

  • @pujaphukon3168
    @pujaphukon3168 2 роки тому +5

    ঘৰ খনে ইমান মনটো আকৰ্ষণ কৰিলে যে আপোনাক আপোন যেন লাগিল,এইখিনি সদায় অক্ষুন্ন হৈ থাকক💞

    • @shreesworld5657
      @shreesworld5657  2 роки тому

      আন্তৰিক ধন্যবাদ আপোনাক ♥️🙏

  • @gcvlogs1394
    @gcvlogs1394 2 роки тому +2

    প্ৰথম বাৰ দেখিবলৈ পালো ইমান ধুনীয়া ঘৰ ঔ ভগৱান 🙏

  • @rumideka4459
    @rumideka4459 2 роки тому +7

    ভিডিঅ'টো ময়ো চালোঁ আৰু মাকো দেখুৱালো । বৰ ভাল লাগিল।😊

    • @shreesworld5657
      @shreesworld5657  2 роки тому

      অশেষ ধন্যবাদ আপোনাক☺️🙏

  • @suvadramili9740
    @suvadramili9740 2 роки тому +2

    Eman dhuniya ghor. Ghor khanar
    gorakir logot sinaki kori dibo lagisil

  • @bitunath8748
    @bitunath8748 2 роки тому +9

    Wah ইমান ধুনীয়া লাগিছে । কি পকী ঘৰৰ দৰকাৰ হে ? 👍👍👍👍

  • @manabdas5760
    @manabdas5760 2 роки тому

    সুন্দৰ .....আগবাঢ়ি যোৱা...মিউজিকটো বেছি হৈছে...

  • @Sudiptaa_Gogoi.
    @Sudiptaa_Gogoi. 2 роки тому +4

    এনেকুৱা এখন ঘৰ থাকিলে আৰু কি লাগে 😍

  • @momikalita2054
    @momikalita2054 2 роки тому

    Emn dhunia lgise... Anykua ghr thakile ki aru poka ghr lage o... Magaju kintu blg dei... ❤️👍

  • @junglemanfood6133
    @junglemanfood6133 2 роки тому +8

    ধুনীয়া ঘৰ তোমাকো ধুনীয়া লাগিছে

  • @RajibSonowal-re6lj
    @RajibSonowal-re6lj 12 днів тому

    নিজ চকুৰে চাবলৈ বহুত মন গৈছে জনাবলৈ নাপাহৰিব চোন কোন ঠাইত আছে এনেকুৱা বিৰল প্ৰতিভা সম্পণ ভক্তি ৰসেৰে বিলোৱা গৰাকী প্ৰভুক এবাৰ দৰ্শন কৰিবলৈ ধন্যবাদ থাকিল

  • @BTidea
    @BTidea 2 роки тому +6

    এতো সুন্দর ঘর এর আগে কখনও দেখিনি। দেখে মন ভরে গেল।🥰

  • @bornalichangmai707
    @bornalichangmai707 17 днів тому

    Hosakoi jibont prothom bar emn dhunia kesa ghr dakhisu Emn dhunia..

  • @subhadraborah2999
    @subhadraborah2999 2 роки тому +7

    ধুনীয়া এখন অসমীয়া ঘৰ .... চাফা কৰি ৰাখিবলে অলপ কষ্ট হয় চাগে

  • @junmonibora6615
    @junmonibora6615 9 місяців тому

    Ba apunalukr ghorr nisina kotu dekha nai eman dhuni a dekhible ❤️
    So nice

  • @inupahigogoi
    @inupahigogoi 2 роки тому +7

    সাংঘাটিক পছন্দ হৈছে ঘৰখন 😍

  • @jijendehingia
    @jijendehingia 2 роки тому

    Ghr ti hosakoi dhuniya lagile, ghartit koi apunar kotha bilak besi sweet lagise.

  • @pubalisaikia3201
    @pubalisaikia3201 2 роки тому +6

    Wow, everything is so creative ❤️

  • @nirusaikia7631
    @nirusaikia7631 2 роки тому

    ইমান সুন্দৰ কৈ সজাইছে , সজোৱা জনক কৌটি কৌটি প্ৰণাম ।

  • @cakepicture9337
    @cakepicture9337 2 роки тому +4

    Beautiful home 👍👍

  • @urbashibora8474
    @urbashibora8474 2 роки тому

    Wow ki xundor ghr..kiman vallagise bujabo nuari de

  • @majulimissingkoneng4314
    @majulimissingkoneng4314 2 роки тому +5

    বহুত ধনীয়া লাকীছে ঘৰখন

  • @jahnabineog7990
    @jahnabineog7990 2 роки тому

    Eman hundor kesa ghor jodu hosai sai val lagil waw val lagil

  • @ranjuworld6900
    @ranjuworld6900 2 роки тому +3

    ইমান ধুনীয়া ঘৰখন❤

    • @Rimpi598
      @Rimpi598 8 місяців тому

      Mur video bur o sabo dei😊

  • @purobidas6107
    @purobidas6107 2 роки тому

    Eman dhuniya lagise.first time❤️❤️❤️❤️

  • @pritirekhagogoi5652
    @pritirekhagogoi5652 2 роки тому +4

    খুউব ধুনীয়া ❤️

  • @its....gungun5759
    @its....gungun5759 2 роки тому +1

    Bohut val lagil ghrkhn......bohut hundor

  • @kimronprotimphukan7359
    @kimronprotimphukan7359 2 роки тому +5

    Speechless.... Truly every article in this House shows, with how much love the owner has been crafted everything. Beautiful ❤❤❤❤❤✨✨✨✨

  • @AjijulRahman-d2f
    @AjijulRahman-d2f 8 місяців тому

    ঘৰখন সচাকৈ বৰ ধুনীয়া যি জন ব্যক্তি বনায়চে অন্তৰৰ পৰা ধ্যনবাদ।🙏

    • @shreesworld5657
      @shreesworld5657  8 місяців тому

      আন্তৰিক ধন্যবাদ

  • @rasminsultana8454
    @rasminsultana8454 2 роки тому +4

    Beautiful home🥰

  • @nabanitagogoi8467
    @nabanitagogoi8467 2 роки тому

    Bohut val lgil apunar video bur say❣️

  • @tundraligogoi5592
    @tundraligogoi5592 2 роки тому +5

    Just wow.....such a beautiful house...so creative...

  • @poriphukanvlog613
    @poriphukanvlog613 2 роки тому

    সঁচাকৈ কবলৈ ভাষা নাই ইমান ধুনীয়াকৈ bonaise বনুৱা জনক বহুত বহুত শুভেচ্ছা জনালোঁ দেই 🙏👍👌

  • @pragyaboruah1356
    @pragyaboruah1356 11 місяців тому +4

    তোমাৰ হাতৰ কামেই হয় এইবিলাক mini design বোৰ 😂😂 খুব সুন্দৰ 👍👍👍ঘৰ টো তোমাৰেই হয় ❤️ am I right ❤😂

  • @moushumgogoi9563
    @moushumgogoi9563 2 роки тому +1

    কি সুন্দৰ। সচা সৰু ঘৰ বৰ ধুনীয়া ঘৰ মৰমৰ ঘৰ 😍

  • @parismitabaishya3660
    @parismitabaishya3660 2 роки тому +4

    Emn dhuniya lagise ghr khn 🥰

    • @rishitasarma1190
      @rishitasarma1190 2 роки тому +1

      Hi parismita ba tumar photo khonot sai kobat dekha jen lagise . Tumar ghor Nalbari t neki?

    • @parismitabaishya3660
      @parismitabaishya3660 2 роки тому

      @@rishitasarma1190 umm..

    • @rishitasarma1190
      @rishitasarma1190 2 роки тому +1

      @@shreesworld5657 nohoi ba comment t likha Baa janir kotha koisu de

    • @rishitasarma1190
      @rishitasarma1190 2 роки тому +1

      @@parismitabaishya3660 Shankar dev sisu niketan ,ghograpar t pohisila neki? moi i tate pohu Tumak dekha jen laagise

    • @rishitasarma1190
      @rishitasarma1190 2 роки тому

      @@shreesworld5657 nice sweet home

  • @syamrabha5197
    @syamrabha5197 23 години тому

    Corore tokiya ghor..... 😢😢😢...ajikali aibur dekhibolui ny...khub bhl lgl.

  • @ashmanasani5984
    @ashmanasani5984 2 роки тому +5

    A peaceful home ❤️❤️

  • @seemamaram105
    @seemamaram105 2 роки тому

    সঁচাকৈয়ে বহুত ধুনীয়া ঘৰ। মোৰ এনেকুৱা ঘৰ আৰু পৰিৱেশ বহুত ভাল লাগে। ইমান ধুনীয়াকৈ ৰাখিছে বস্তুবোৰ।

    • @shreesworld5657
      @shreesworld5657  2 роки тому

      অশেষ ধন্যবাদ আপোনাক 🙏♥️

  • @shivani5494
    @shivani5494 2 роки тому

    Bhut besi e vl lgile❤️😊aguai jua ...

  • @SweetysMiniWorld
    @SweetysMiniWorld 2 роки тому +9

    সঁচাকৈ আকৰ্ষণীয় 💕

  • @mhodhamza8083
    @mhodhamza8083 2 роки тому

    Bah...ki dhuniya Ghar...birat dhuniya lagise

  • @nayandas5790
    @nayandas5790 2 роки тому +5

    Beautiful home

  • @smucha604
    @smucha604 2 роки тому

    Bohut bohut dhuniya ghor bonowa jonok dhoinobad dai

  • @halima8056
    @halima8056 2 роки тому

    OOOsadharon. Mistri jonoloi osesh dhonyobad..❤️❤️❤️❤️❤️❤️

  • @taapseesharma1750
    @taapseesharma1750 2 роки тому

    Bohutt Basi dhuniya lagise baa..poka ghrtke bhut gun dhuniya❤️🤗❤️

  • @swapnasaikia7675
    @swapnasaikia7675 2 роки тому

    এনেকুৱা এখন ঘৰত থাকিবলৈ পালে পকী ঘৰলৈ মনতেই নপৰিব।।বহুত সুন্দৰ