জালুকবাৰীত কাৰ ঘৰ এইবিলাক? কোনে বহুৱাইছে গাঁও?

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • জালুকবাৰীত কাৰ ঘৰ এইবিলাক? কোনে বহুৱাইছে গাঁও? কোন এওঁলোক, ক'ৰ পৰা আহিছে? TIME8 EXCLUSIVE

КОМЕНТАРІ • 360

  • @karunarabha2979
    @karunarabha2979 3 роки тому +7

    এইটো খুব ভাল বাতৰি সম্প্ৰচাৰ কৰিছা।
    চৰকাৰে এই বাতৰি চাই কঠোৰ আইন লব লাগে। কোন সেই ঘৰ বিলাকৰ মালিক চৰকাৰে হস্তক্ষেপ কৰি জুপুৰি ঘৰ সমূহ উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিব লাগে।

  • @prabinbaruah6863
    @prabinbaruah6863 3 роки тому +51

    এঠাইত উচ্ছেদ কৰিলে আন এঠাইত বহি যায় । সেয়েহে নাগৰিকত্বৰ পৰীক্ষা আগতে হব লাগে ।

  • @amarswapna1133
    @amarswapna1133 3 роки тому +24

    সেই মানুহ বোৰৰ লাইনৰ বিল আছে নাম চাঁওক,,বিল দিয়ে নে নিদিয়ে,,মুখ্যমন্ত্ৰী ডাঙৰীয়া ই কি কৰি আছে

  • @user-iu2he7ct9o
    @user-iu2he7ct9o 3 роки тому +18

    ৰাইজৰ টকাৰে দৰমহা খোৱা প্ৰশাসনৰ মানুহ বিভাগীয় বিষয়া কৰ্মচাৰী বোৰে কি আছে???

  • @nilotpalsarma8659
    @nilotpalsarma8659 3 роки тому +3

    মিয়া হই এইবিলাক

    • @soniomyoutube1228
      @soniomyoutube1228 3 роки тому

      নহয় কেলা জহৰা কেইটামান আছে

  • @ujjaldas5167
    @ujjaldas5167 3 роки тому +20

    Moi jalukbari t thaku ai manuh bur je ase gutai bur Miya hoi taat sur dokait sob ase

  • @monojkalita4927
    @monojkalita4927 3 роки тому +4

    বাংলাদেশত পৰিণত হৈছে জালুকবাৰী হাতীগাঁও ধীৰেণপাৰা

  • @gunamonibordoloi7456
    @gunamonibordoloi7456 3 роки тому +10

    Himanta sir চব কাম কৰিব নেকি, লোকেল দাদাগীৰি কৰা পাৰ্টি নেতা বোৰ কলৈ গল?

  • @prayashikalita6989
    @prayashikalita6989 3 роки тому +5

    আজি ভাড়া ঘৰ বুলি কোৱা এইসকলেই এদিন স্থায়ী বাসিন্দা নাম পাব। চৰকাৰে নেদেখা কৈ থকা নাই। এইবোৰ অবৈধ প্ৰবজনকাৰী।ভাড়ালো লোৱা মালিক জন কোন????
    মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ এই অবৈধ প্ৰবজনকাৰী বোৰক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰি বহিস্কাৰ কৰাৰ বাবে ব্যৱস্থা লওঁক।

  • @dr.lakshmikalita8857
    @dr.lakshmikalita8857 3 роки тому +4

    যদি এই মাটি খিনি চৰকাৰী হয়, তেনেহ'লে তাত এটা বৃহত আকাৰৰ পুখুৰী নিৰ্মাণ কৰিব লাগে, তাত লৰা ছোৱালীএ সাতুৰ শিকিবও পাৰিব । মাছ কাছ থাকিব। বোট চাফাৰি কৰিব পাৰিব। পৰিবেশ ভাল হৈ থাকিব ।

  • @montusaikia2680
    @montusaikia2680 3 роки тому +15

    খেদিব লাগে

  • @bibekchangmai7472
    @bibekchangmai7472 3 роки тому +15

    Electricity connection kenekoi dise ?? Electricity board manuh logot ase eyat

  • @sankobkoushik8554
    @sankobkoushik8554 3 роки тому +10

    এইবোৰ ভোট bank । মজ্জা মজ্জা। জুই।।

  • @sacindradeka8192
    @sacindradeka8192 3 роки тому +2

    Mamai bahuise sage.

  • @dilipgogoi3682
    @dilipgogoi3682 3 роки тому +2

    মালিক চিনি নাপায়, এইটো আক কেনেকুৱা কথা? চৰকাৰী নিয়মমতে যধেমধেটো ভাৰাত দিয়াথকাটো নীতি নহয়।

  • @thehouseofftllchannel5706
    @thehouseofftllchannel5706 3 роки тому +4

    মোৰ সমস্তিত মই জানিম গতিকে জালুক বাৰি সমস্তিতো য়াৰ হয় তেওঁৱেই জানিব কাৰণ মোৰ সমস্তিতো যদি চৰকাৰিৰ মাতিত মোৰ বিনা অনুমতিত জানু কোনোবাই ঘৰ বনাব পাৰিব একে দিনাই উঠাই দিয়া হব বিধায়কৰ অনুমতি নোহোৱাকৈ যদি এনেদৰে ঘৰ বনাই না বিধায়ক জনে এই মাতিবোৰ কাৰোবাক বিক্ৰী কৰিলে এই মাতি বোৰ নহলে কিয় মালিকৰ নাম নাজানো বুলি কৈছে ।

  • @bhaskarjyoti2777
    @bhaskarjyoti2777 3 роки тому +4

    Eitoh news moi time 8 ok salute disu👍
    Eitoh 10 bosor agor pora daykhi asu.

  • @Charmerr123
    @Charmerr123 3 роки тому +8

    জালুকবাৰী ৰাইজক FIR দি দিবলৈ অনুৰোধ জনালোঁ।🙏🏻

    • @paramanandabora1047
      @paramanandabora1047 2 роки тому

      আমাৰ মূখ্য মন্ত্ৰীয়ে দম্ভালি মাৰি ৰাইজক শুনাই থাকে সঘনাই যে কোনোবা চৰকাৰী
      বিষয়াই যদিহে কাৰোবাৰ পৰা এটকাও ঘোচ
      লয় ,তেওঁ লগেলগেই জেলত যাব লাগিব। গুৱাহাটী চহৰৰ মাজ মজিয়াত কোনো চৰকাৰৰ মানুহে বহু টকাৰ লেন-দেন নোহোৱাকৈ
      এই বিদশী মানুহবোৰ fly over থকা মেইন পথৰ দাঁতিত বহুত দিন বসতি কৰি থাকিব পাৰিব নেকি । কোন চৰকাৰৰ মানুহে এটকাৰ
      কম লৈ এনেবোৰ মানুহক বহুৱাব পাৰিলে তাক
      হিমন্ত বিস্ব শৰ্মাই খবৰ কৰক । চৰকাৰে আইন
      কৰক, এতিয়াৰ পৰা চৰকাৰী মাটিত বহা কোনো মানুহে বিজুলিৰ সংযোগ নাপাব, কোনো যাতায়াতৰ পথ ,খোৱা পানী আদিৰ
      বসতিৰ সা সুবিধা নাপাব। এই মানুহবোৰক
      বহুওৱাসকলক শাস্তি দিয়ক ।

  • @anjupegu9766
    @anjupegu9766 2 місяці тому +1

    Good job 👍👍👍

  • @SriCCDas
    @SriCCDas 3 роки тому +7

    চৰকাৰে এই বিলাক লোকৰ ওপৰত গুলি কৰিব লাগে।

    • @soniomyoutube1228
      @soniomyoutube1228 3 роки тому

      তোৰ কথা মতে চৰকাৰ নচলে

    • @SriCCDas
      @SriCCDas 3 роки тому +1

      @@soniomyoutube1228 তোৰ চলিলেও হ'ব কিন্তু বেদখল কাৰিক তহতৰ ঘৰৰ পিছফালে দখল কৰিবলৈ দে।

    • @soniomyoutube1228
      @soniomyoutube1228 3 роки тому

      @@SriCCDas অসমৰ মানুহ অসমতে থাকি ব তয় কি কৰিবি বাল চিঙি বিনে

    • @SriCCDas
      @SriCCDas 3 роки тому +1

      @@soniomyoutube1228 অই জহৰা তই অসমৰ কি প্ৰমাণ আছে,যদি অসমৰ বুলি ফুটনী মাৰিছ মাটি দখলত কিয় নামিছ বাল ছিঙা কথা ক'বলৈ আহিছ পাগল কথা ভালকৈ কবি পাগল ছালা।

  • @bandanabarman5909
    @bandanabarman5909 7 днів тому

    Bahut val Katha koise apuni ehatok sonkale uthai dib lage

  • @utpaltalukdar9976
    @utpaltalukdar9976 3 роки тому +27

    নলবাৰী মুকালমুৱাত নদীৰ মাজৰ বালি চৰত বহুত গাওঁ বহিছে ৷ উচিত তদন্ত কৰিব লাগে ৷( বৰক্ষেত্ৰীত)

    • @Jesminnahor1234
      @Jesminnahor1234 3 роки тому +1

      Yes,I am also agree with you but hindu mnuh xini a besi mati bikise

    • @naturediscovery5640
      @naturediscovery5640 3 роки тому

      @@Jesminnahor1234 হিন্দু মানুহে তো তেওলোকক বহাইছে।

    • @safimedicose
      @safimedicose 22 дні тому

      Kor pora ahise...ji bilak manuh r nodi a ghor bhangise teu loke nodir major Bali chorot ghor bonai jiyai ase...
      Tor ghor jodi noi a bhangile hoi tetiya toi Buji Pali hoi....

  • @parbinsultana5644
    @parbinsultana5644 3 роки тому +2

    যদি এইবোৰ বিদেশী তেন্তে সোনকালে খেদিব লাগে। ইয়াৰ বাবে দায়ী মালিক সকল। আৰু যদি এইসকল ভাৰতীয় হয়, তেন্তে গুৱাহাটীত বিল্ডং বনোৱা ঠিকাদাৰ বোৰে ধুবুৰী, গোৱালপাৰাৰ পৰা নিয়া কৰ্মচাৰী। চৰকাৰে উচিত তদন্ত কৰিলে সকলো ভালকৈ পোহৰলৈ আহিব।

  • @enriqueofficial1460
    @enriqueofficial1460 3 роки тому +9

    বহুত দিনৰ পৰাই দেখি আহিছো

  • @jehirulhuda3147
    @jehirulhuda3147 3 роки тому +2

    ঘৰৰ মালিকক প্ৰথমে ধৰিব লাগে। elictricity connection যাৰ নামত আছে তেওঁক বিচাৰি উলিয়াব লাগে। কি documents ৰ আধাৰত electric connection দিছিল চাব লাগে। without prior notice ত উচ্ছেদ কৰি দোষীক legal punishment দিব লাগে।

  • @parthapratimdas5047
    @parthapratimdas5047 Місяць тому +1

    মামাৰ চকু পৰা নাই নেকি ভোট নাপাব টো ইলেকচনৰ পিছত হে ভাবিব কাৰন ভোট খিনি নাপাব টো

  • @prasantaborah5229
    @prasantaborah5229 3 роки тому +1

    ভালদৰে অনুসন্ধান কৰাৰ অন্তত সেই ঘৰবোৰ উচ্ছেদ কৰিব লাগে

  • @lunanath8519
    @lunanath8519 3 роки тому +1

    Uthai diokk...vl kaam kori ase aibur news d...thnk time8

  • @sashibhatta5198
    @sashibhatta5198 3 роки тому +1

    টাইম 8-ৰ বাতৰিটো পঢ়িবলৈ পোৱাৰ লগে লগে চকু মেলক চৰকাৰে, জিলা প্ৰশাসনে, পৌৰ নিগমে ৷

  • @shyamantikadas29
    @shyamantikadas29 3 роки тому +3

    👍

  • @salilmarak3694
    @salilmarak3694 3 роки тому +6

    Kot 200 km, aito matra 200/300 miter hai hobo,

  • @debablogs6638
    @debablogs6638 3 роки тому +1

    Bangladeshi

  • @sanjibdey2430
    @sanjibdey2430 5 днів тому

    Building builder bilak.....aachal Hero.... Bangladeshi labour paale....kom hajira di kaam karabo paare u

  • @roserbro1917
    @roserbro1917 3 роки тому +7

    Bangladesh miya geda aibur assam government request krisu assam pra kheda gold assam khn nhle hekh krib geda bur re

  • @junuhaloi3575
    @junuhaloi3575 2 місяці тому

    মামাৰ চৰকাৰৰ মানুহ বোৰে এই বোৰ দেখা নাপায় নেকি। চৰকাৰে দেখিও নেদেখা ভাআউ ধৰি থকা জেন লাগে।😢😢😢😢

  • @pulakeshkumar7632
    @pulakeshkumar7632 3 роки тому +1

    Same situation in Deepor Beel area opposite to Assam Science and Technology University,Jalukbari. Please visit there and understand the scenario.

  • @sanjiprava278
    @sanjiprava278 3 роки тому +3

    Eika koi puriborton

  • @birkhangbrahma1520
    @birkhangbrahma1520 3 роки тому

    Cm sir or xomosti hoi tenson nolobo sir or a Manu hoi noholy kot khahok paisy.

  • @rajumurmu9168
    @rajumurmu9168 3 роки тому +1

    আমাৰ,আশা, থাকিল, যে,,মাননীয়,, মুখ্য, মন্ত্ৰীৰ, ওচৰত,,,,, এই বেদখলকাৰী,,,উচ্ছেদ,কৰে,জেন,আসা,থাকিল,,এক,মাত্ৰ,বি,জে,পি,সৰকাৰ,, উচ্ছেদ,কৰিব,,এই,কেটা,ভুমি,মাফিয়াক,,নাকি,লগাব,বোলি,আসা,থাকিল,,,

  • @sabitadeka9608
    @sabitadeka9608 3 роки тому +1

    আজি পলিথিনৰ ঘৰ তাৰপিছত টিনপাত ৰ তাৰপিছত তৰজাৰ অৱশেষত এতিয়া পকীঘৰ .....গোটেইবোৰ মিঞা ...আৰু চৰকাৰ চকুমুদা কুলি....সেইফালেদি বৰমুৰিয়াসকলৰ আহ যাহ দেখোন বেছি হে .....কিয় বা দেখা নাপাই সেইটোহে ভাবিব লগীয়া কথা.....

  • @crazygamer4661
    @crazygamer4661 2 роки тому +1

    মিছা কথা ভাৰাতীয়া নহয় মিঞা বাংলাদেশ ৰ🛩🛩🛩🛩 পৰা আহি ধুবুৰী নলবাৰী ৰ নহয়🚒🚒 ইহঁতি তাতে নেথাকি ইয়ালৈ কিয় আহিলে????????? 🚛🚒🚒🚒🚒🚒🚒ইহঁতি চুৰ দকাইতো কৰে🚌🚌🚌🚌🚌🚌🚌

  • @jaharr4206
    @jaharr4206 3 роки тому +1

    Electricity connection kenekoi pale.....? How how....? They should be questioned

  • @mantuhussain6183
    @mantuhussain6183 3 роки тому +2

    Ami xodai dekho bohut din hol dekhibo! Bangladesh🇧🇩 or pai ahise bole

  • @rajeshboro3035
    @rajeshboro3035 3 роки тому

    News Sai bhal lagil

  • @itsfunwithpapuli2340
    @itsfunwithpapuli2340 2 роки тому

    কোঠোৰ আইন প্ৰনয়ন কৰক কোনোবাই যদি visa নোলোৱাকৈ অবৈধ ভাৱে প্ৰৱেশ কৰে আৰু সেয়া প্ৰমানিত হয় তেওঁলোকক মৃত্যুদন্ড দিয়াৰ ব্যৱস্থা হব লাগে।আৰু তেওলোকক সহযোগ কৰা আৰু আশ্ৰয় দি সুবিধা দিয়া ব্যক্তি সকলকো ৰাজহুৱাভাৱে ফাচী দিব লাগে ।

  • @PadmaLalung-iq7ik
    @PadmaLalung-iq7ik 5 днів тому

    গুৱাহাটীৰ অলিয়ে গলিয়ে ৰঘুমলা ৷ অসমৰ নদীৰপাৰে পাৰে ৰঘুমলা ৷ৰঘুমলাই শেষ কৰে এজোপা গা গছ া

  • @hemantabori8339
    @hemantabori8339 20 днів тому

    চৰকাৰৰ মানুহে কেনেকৈ গম নেপাব ? Highway কাষতে আছে দেখোন । চৰকাৰৰ দায়িত্ব/কৰনীয় নাই নেকি ?

  • @jimu.12
    @jimu.12 3 роки тому +4

    00:08 Bhupen Hazarika naam tu ussaron koribopora ny . Ey aa asomor haangbadikor obostha.

  • @itsfunwithpapuli2340
    @itsfunwithpapuli2340 2 роки тому

    কোনো নিদিৰ্ষ্ট এখন ঠাইত কোনো নিদিৰ্ষ্ট সংখ্যক লোক বসবাস কৰি থকাতো প্ৰয়োজনীয় কাৰন আমাক খেতিপথাৰ,চৰনীয়া পথাৰ,বনান্শল লাগিব industry, building,flat, machine এইবোৰ খাই জীয়াই থাকিব নোৱাৰি নহয় মানুহ হে বাঢ়ি গৈ আছে মাটিকালিৰ পৰিমান বাঢ়ি গৈ থকা নাই আৰু ইয়াৰ পৰিণতি অসমত থকা সকলো লোকে ভুগিব লাগিব সেয়া লাগিলে হিন্দুই হওক বা মুছলমানেই হওক কাৰন আমি যেতিয়া প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিম কেৱল নিজৰ স্ৱাৰ্থৰ বাবে প্ৰকৃতিয়েও আমাক শাস্তি দিবই,হিন্দু,মুছলমান,অসমীয়া,বঙালী.....জাতি,ধৰ্ম,বৰ্ন,ভাষা চাই শাস্তি নিদিয়ে গতিকে অসমত বসবাস কৰা প্ৰত্যেকজন নাগৰিক সচেতন হব লাগে অবৈধ নাগৰিকক ভূমি গ্ৰাস কৰাৰ সুযোগ দিব নালাগে,আপোনাৰ ওচৰে পাজৰে যদি এনেকুৱা সন্দেহজনক লোকৰ আগ্ৰাসন দেখিছে পুলিচ প্ৰশাসনক জনাওক,media ক জনাওক, social media ত viral কৰক,CM sir ক Tag কৰি tweet কৰক......যিখিনি already আহিছে তেওলোকক ওভতাই পঠিওৱাতো ইমান সহজ নহব কিন্তু নতুন আগ্ৰাসনত আমি বাধা দিব পাৰো......হিন্দু,মুছলমান,অসমীয়া,বঙালী,মাৰোৱাৰী,বিহাৰী,নেপালী যিয়েই নহওক কিয়? অসমত বহুদিন ধৰি বসবাস কৰি থকা সকলো লোক এক হৈ.....আমি এই সমস্যাটো শিপাৰে সৈতে উভালি পেলাব পাৰো.....অন্যথা আমাৰ ভৱিষ্যত প্ৰজন্মই ইয়াৰ ভয়ংকৰ পৰিণতি ভুগিব লাগিব।

  • @itsfunwithpapuli2340
    @itsfunwithpapuli2340 2 роки тому

    ৰাজপাটত কাপুৰুষ বহাৰ পৰিণতি সাধাৰন অসমীয়া জনতাই ভুগি আছো,এতিয়াৰ CM sire বা নিজকে কি বুলি পৰিচয় দিয়ে....পুৰুষেই নে.......?অসমৰ নিবনুৱা সমস্যাতকৈও ভয়াবহ সমস্যা বুলি ভাবো অবৈধ নাগৰিকৰ ভূমি আগ্ৰাসনৰ সমস্যাটো।

  • @mausumidas2400
    @mausumidas2400 3 роки тому +3

    These encroachers should be punished in such a way that they can never ever think about not only encroaching but also stepping on the land of our beloved Assam.

  • @ratulgiri686
    @ratulgiri686 3 роки тому +1

    উচ্ছেদ অভিজান চলাওক চৰকাৰে।

  • @jaharr4206
    @jaharr4206 3 роки тому +2

    CM Sir.... is that area occupied by Bangladeshi ....?

  • @ritamoni3934
    @ritamoni3934 3 роки тому +1

    good 👍 anekuwa news dibo lage time 18 ne .kiman abection korise photo dibo! bat explain nokoribo

  • @liaapborpatragohain8006
    @liaapborpatragohain8006 2 роки тому +1

    Ami purbo purukhor pora nija matit bah kori ahisu tothapi sorkare kiba hole amar nothipotro bisare kintu eibilak kiyo nothipotro nibisare? Aru ki homoisya ase homadhan kiyo nokore????

  • @dhrubajyotideka4192
    @dhrubajyotideka4192 3 роки тому

    Vry good job

  • @hirakjyotikalita8008
    @hirakjyotikalita8008 3 роки тому +1

    Allahu Akbar

  • @sunilchandrasarkar2414
    @sunilchandrasarkar2414 3 роки тому +1

    Garigaon. R. Goria. Bilakor. Kam

  • @jiusenmeck7859
    @jiusenmeck7859 3 роки тому +3

    CAA side effect aro ki . CAA implement axom ot je holl gom puwa goll.

  • @kiranpegu76vlog65
    @kiranpegu76vlog65 3 роки тому

    Good expose sir

  • @taranideka2274
    @taranideka2274 8 днів тому

    Assam government

  • @gaganthakuria3133
    @gaganthakuria3133 3 роки тому +2

    Aiborok khadibo lga

  • @debajeetboro9360
    @debajeetboro9360 3 роки тому

    Hoi de bhut ase moiu dekha paisu jopori pati manuh ase

  • @anildeka4109
    @anildeka4109 2 місяці тому

    The tenant must be reported to local police station. So police have to check

  • @bipulboro8957
    @bipulboro8957 10 днів тому

    Thik teneke chirang jilar Bortoloa trible bloke onsol Bangladesh hoi goise.

  • @dhrubajyotisarma9035
    @dhrubajyotisarma9035 3 роки тому +3

    Bahu DNR porai asam loke enedore agrakhan hoise,ajihe sakumel khalene,bhangi d kela sibir,ki Sai ase.

  • @hiteshsarma8682
    @hiteshsarma8682 3 роки тому +2

    Mukhaymantir nijare shomosti dekhon . teo aolokar votote jike neki

  • @subhashnath2338
    @subhashnath2338 3 роки тому +2

    Prakhakhne ki kri ase. Othai dibo lage. Kinto kia dibo. Sabko mil raha hai, barabar mil raha.

  • @aroopgogoi1314
    @aroopgogoi1314 3 роки тому

    Swasta bharat koriba lage. Mane operation all clear koriba lage.

  • @user-nr3rt6nn2q
    @user-nr3rt6nn2q 2 місяці тому

    Ati sonkle usched koribo lage

  • @user-ci2ki5ew3p
    @user-ci2ki5ew3p 3 роки тому

    মামাৰ ভাগিন

  • @kailashbharali5604
    @kailashbharali5604 12 днів тому

    Kamrup prasasn arukhilanjiasakle mili ussed kiy. Rajyr cenrbindu kamru tatha gaouhati

  • @pramoddas4655
    @pramoddas4655 3 роки тому +1

    Quarter or kakhot poka ghor bonay ase kintu Sarkar khakolu sai ase bhoot bankor karone

  • @mrinmoy5696
    @mrinmoy5696 3 роки тому +3

    Bechi din nye aru hindu buror obosta west bengalor hinduburor nisina hobo jodi sarkare joldi NRC nokore.

  • @jibonborahofficial6778
    @jibonborahofficial6778 3 роки тому

    মুখ্য মন্ত্ৰী সমষ্টিত এনেকুৱা কিছুমান হব নালাগে দেই।।।।।।কি হব ৰাজ্য স্থাপন কৰিব ।।।।।

  • @bijoyboro1922
    @bijoyboro1922 3 роки тому

    Good news

  • @chaliamlowang2018
    @chaliamlowang2018 3 роки тому

    American man

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 роки тому +1

    উইৰ হাফলুৰ! তলত কোনো উই ৰজা আছে নিশ্চয়।ইয়ক খান্দি উলিয়াই নেপেলালে নিশতাৰ নাই । সেই আকৌ গৰুখুটিৰ অভিযান ।এই বাৰ গড়গাঁওৰ কাৰেঙৰ সমুখতে বঙালে হিলৈ ৰাখিব ও স্বৰ্গদেউৰ সোনৰহোলেঙত চকু দিব।সাবধান ।

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh Рік тому

    HBS ক সুধিব লাগে। তেওঁৰে সমষ্টিৰ খীলীনজীয়া অসমীয়া মানুহ ইয়াৰ মালিক।

  • @abdulmokimmollah2303
    @abdulmokimmollah2303 3 роки тому

    Nagorikotto porikha kori vumi usched koribo lage...

  • @nipenghosh4747
    @nipenghosh4747 3 роки тому

    Good

  • @tapanbaruah4601
    @tapanbaruah4601 3 роки тому

    Himanta Mama gharbur destroy kari Samasti logote Asom basaok Jai Ai Asom

  • @kukububu5087
    @kukububu5087 3 роки тому

    ফথাষাৰে মনত দুখ দিয়ে এইটো এঈটো এটা সংগীন আৰু চিন্তনিয় বিয়ে। এনেবোৰ কথা ৰাইজৰ মাজত উলিয়াই অনাত সতাই প্ৰশংশনীয়া । ইয়াৰ লগে লগে ওয়াও জৰুৰী শাক উপযুক্ত সন্মান দিয়াৰ দৰকৰ
    তেখেতক সন্মান জনোৱা টো জানো উচিত নহয়!! যদি হয় তেনে যেতিয়া কোনো এজন সাংবাদিকে উপযুক্ত এজনক উপযুক্ত সন্মান দিব নুখুজে তেনে দুখ লাগে। আচলতে সেই সাংবাদিক জনৰ দাম্ভিকতা নে তেও নাজানে নে দিব নিবিচাৰে।সন্মান এজনক। কেইদিন মানৰ পৰা দেখা গৈচে কিছুমান সাংবাদিকে ঙ, ভূপেন হাজৰিকা আৰু মাননীয় C M ঙ, হিমন্ত বিশ্ব শৰ্মা নকৈ সেই জনে বাৰে বাৰে মাথোন ভূপেন হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা হে কোৱা দেখা যায়। বিনম্ৰ অনুরোধ তেও যেন উপযুক্ত জনক উপযুক্ত মান দি। ে

  • @bkp9774
    @bkp9774 3 роки тому +2

    Guliai diok eaiburok.

  • @Amin-kd8yr
    @Amin-kd8yr 3 роки тому +1

    CM siror sage nijor suli, dari sabole taime nohy, aro Eibur babole taim hobne.

  • @NazrulIslam-yl6de
    @NazrulIslam-yl6de 3 роки тому

    হঠাৎ নহয় প্ৰায় 8 বছৰ মানৰ পৰা দেখিছোঁ

  • @user-re5og3dh8j
    @user-re5og3dh8j 7 днів тому

    Uchched abhijan khorkotia korok

  • @pramoddas4655
    @pramoddas4655 3 роки тому +1

    Jalukbari samasti sarkari bhoomit sob bahiror manuh

  • @dhrubajyotikoch2440
    @dhrubajyotikoch2440 3 роки тому

    অসমত এনেকৈ অব্যাৱহিত হৈ থকা জলাশয় আৰু দ চানেকিয়া ঠাই সমূহত চৰকাৰীভাৱে অথবা সমবায় ভিত্তিত মাজ কাছ বা এক্কাকৃতীত কৃষি ( integrated farming ) মাছ,হাহ, মৃৰ্গি ইত্যাদি ৰ ফাৰ্ম খুলিব পৰা যায় , তেনে কৰিলে এনে অব্যৱহিত মাটীবোৰৰ সৎব্যৱহাৰ হ'ব। অন্যথা এনেবোৰ ঠাইত অবৈধ দখলীৰ সমস্যা সদায় থাকিব । জনসংখ্যাৰ বিস্ফোৰণ যিটো হাৰত হৈ আছে , তাৰ পৰা নিশন্দেহে কব পাৰি যে এনেধৰণৰ দলনি পিতনি ও আগ্ৰাসনৰ পৰা বাদ নপৰিব ।

  • @itsabtrishu
    @itsabtrishu 3 роки тому +1

    এই বিলাক বঙালী নে মুছলিম

  • @testyyummy7811
    @testyyummy7811 8 днів тому

    মহাশয় আজি দেখা পালে যে। ৰেলৰ ৰ মাটিৰ অকল জালুক বাৰীত নহয়। গোটেই অসমত দেখা পাবি

  • @labakumar4494
    @labakumar4494 3 роки тому +1

    Miyna aru Amorlatar majot aku ata parthakya nii. Athait katile Saat thait goje.

  • @SanjayKrDas-hb2kf
    @SanjayKrDas-hb2kf 5 днів тому

    NRC
    1951 লাগে

  • @AnilKalita-ol2pv
    @AnilKalita-ol2pv 7 днів тому

    Dacoment tes koribo laga

  • @rakibalam9136
    @rakibalam9136 3 роки тому

    Barbari USHA nager aru sanjibani path abar goi sabo Tate 1000 Ghar man bohise...602 dagh number mati....kin2 Tate 2 evaction nohoi....ai2 adin apunar newst dekhauk sn Jodi khosai Dom ase apunar

  • @hatharkhibrahma8738
    @hatharkhibrahma8738 3 роки тому

    Moi aito drisya 1990 para deki ahi asu. Aponalokar aji he dristigasar halne

  • @bhaskarborah8767
    @bhaskarborah8767 3 роки тому

    Laj palu dei CM sir

  • @mahendradas307
    @mahendradas307 3 роки тому

    মাননীয় অসম চৰকাৰ ই অসমৰ ভবিষ্যতৰ কাল কঠোৰ পদক্ষেপ ল'বলৈ অনুৰোধ জনালোঁ

  • @anibro4162
    @anibro4162 2 місяці тому

    Aibor xonkale ussed korok . Nohole gojei gojali hoi jabo ! 200 KM ????

  • @rajanidas4831
    @rajanidas4831 3 роки тому

    CM sir Jalukbari samastir singimarir pora alop jai ai bilak geda kor pora ahise. Khihate bengali katha pate. Pls time 8 abar eyate ahok