নগাৰ ঘাপ পৰিল আৰক্ষী জোৱানৰ পিঠিত। কাঢ়ি ল'লে লৈ যোৱা অস্ত্ৰ

Поділитися
Вставка
  • Опубліковано 23 січ 2025

КОМЕНТАРІ • 543

  • @jayantakumardas6710
    @jayantakumardas6710 15 днів тому +156

    অসম আৰক্ষী অসমীয়া মানুহৰ ওপৰত হে বৰমতা দেখুৱাই, অনাঅসমীয়া সকলক নোৱাৰে।

    • @jkrishview6672
      @jkrishview6672 15 днів тому +4

      Right.

    • @DebajitSenapati
      @DebajitSenapati 14 днів тому +3

      Thik koise 😂

    • @brojenray5921
      @brojenray5921 14 днів тому +1

      ১২ বছৰ ধৰি গাড়ী চলাই আছোঁ। কিমান যে টকা লৈছে ম ই ধনী হব পাৰিলো হৈ।

    • @ratanbora7624
      @ratanbora7624 9 днів тому

      Right

    • @ChandraKhanikar-d6c
      @ChandraKhanikar-d6c 8 днів тому

      Right ❤❤❤❤

  • @abhijitgogoi16
    @abhijitgogoi16 15 днів тому +82

    অসমত বৰ মতা দেখুওৱা কেইটাক পঠাব লাগে সীমাত

  • @BiplobhatiBaruah
    @BiplobhatiBaruah 15 днів тому +109

    অসমীয়া পুলিচ কেইটাই আন্দোলন কৰা মানুহ বিলাকক পিতিব পাৰে।নগাই বহুত ভাল কাম কৰিলে। অসমীয়া জাতিৰ বাবে লাজৰ কথা।

  • @SaidurRahman-fc3to
    @SaidurRahman-fc3to 15 днів тому +56

    অসম পুলিচ নিৰস্ত্ৰ অসমীৰ উপৰতহে দাদাগিৰি দেখাব পাৰে । ধিক্ অসম পুলিচ

  • @jayaborah2926
    @jayaborah2926 15 днів тому +60

    আত্ম ৰক্ষাৰ বাবেহে হাথিয়াৰ লোৱা হয় । যদি আত্ম ৰক্ষা কৰিব নোৱাৰে তেন্তে বন্ধুক নোলোৱা ভাল ।

  • @premanandadeka8469
    @premanandadeka8469 15 днів тому +35

    লাজ নাই..... বিনাদোষত এদিন মোক এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে বহুত চৰিয়াইছিল, নিৰীহক বলে পাৰে, সদায়ে এনেকুৱা ঘটনা দেখিয়ে থাকে কাৰ ওপৰত কিমান যে অতপালি কৰে এতিয়া অলপো লাজ লগা নাই নে????

  • @jahnobibora5212
    @jahnobibora5212 15 днів тому +28

    অসমৰ মানুহৰ ওপৰত হে অত্যাচাৰ কৰিব পাৰে আৰক্ষী য়ে ।নগাৰ ওপৰত এদাল নুম‌ চিঙিব ও নোৱাৰে।

  • @Regional-i7b
    @Regional-i7b 15 днів тому +34

    ভাল হৈছে , মজা ❤❤❤❤❤❤

  • @BitulChetia-qw4ix
    @BitulChetia-qw4ix 15 днів тому +64

    অসম পুলিচে অসমীয়াক হে দাদা দেখাব পাৰে এতিয়া নগাক কিয় নোৱাৰিলে

  • @BhaskarJyotiDas-ot1wf
    @BhaskarJyotiDas-ot1wf 15 днів тому +190

    Assam Police e Reels Banoyar Bahire Kiba Jane Jano .....😅😅

    • @mgnkl
      @mgnkl 15 днів тому +41

      Poisa khabo jane, Fake encounter koribo jane, Axomiya maribo jane, Marwari Bihari,Miya, Bongalir pukor selekibo jane

    • @ajitexplorer1382
      @ajitexplorer1382 15 днів тому +12

      ​@@mgnklaro bangladeshi manhu hok support kora

    • @MithuRay-ur2oi
      @MithuRay-ur2oi 15 днів тому +3

      Right

    • @mgnkl
      @mgnkl 15 днів тому

      @@ajitexplorer1382 right

    • @NirajSarmah-u2t
      @NirajSarmah-u2t 15 днів тому +4

      Right

  • @bimalbhatt2266
    @bimalbhatt2266 15 днів тому +14

    অকণো লাজ নাই দেই আমাৰ আৰক্ষী বিভাগটোৰ, অসমত বাহনৰ পৰা চান্দা তুলি বৰমতা দেখুৱাই।

  • @jayantabora2827
    @jayantabora2827 14 днів тому +8

    অসমত দেখোন অসম আৰক্ষীয়ে বহুত শক্তি দেখুৱাই।
    নগা দেখি কিয় নেগুৰ দাঙি পলাব লগা হ'ল 😂😂

    • @hirenborah1183
      @hirenborah1183 13 днів тому +1

      ভটুৱা কুকুৰ বিলাকে নাগাৰ ভয়ত নেগুৰ পেলাই দিলে

  • @dipubora3518
    @dipubora3518 15 днів тому +14

    ইহঁতি কেৱল ৰিক্সা,ঠেলা চালক হেলমেট নিপিন্ধা মানুহৰ ওপৰত দাদাগিৰি দেখুৱাই

  • @SanjayKumar-td9um
    @SanjayKumar-td9um 15 днів тому +29

    অসমীয়াৰ ওপৰত বৰ মতা ৷ নগাৰ আগত ভিজা মেকুৰী ৷

  • @jibeshrabha
    @jibeshrabha 15 днів тому +12

    Val lagil huni. Assam police Nagai legta koribo..

  • @sasankrava7344
    @sasankrava7344 15 днів тому +24

    অসম পুলিচ মাত্ৰ reels bonuwa aru অসমীয়া ৰ উপৰত দাদাগীৰি দেখাব পাৰে,

  • @জিতুনমশূ্দ্ৰ
    @জিতুনমশূ্দ্ৰ 14 днів тому +5

    খবৰটো শুনি ভাল লাগিল 😂😂

  • @ratultaro6391
    @ratultaro6391 15 днів тому +11

    বৰ লাজ লগা কথা...চি চি অসম আৰক্ষী...

  • @Raindropsfalling-c5u
    @Raindropsfalling-c5u 14 днів тому +4

    Khobor2 pai bohut val lagise 😂😂😂

  • @arupkachari1432
    @arupkachari1432 15 днів тому +4

    নগাই ঘপিয়াই পেলালে, ধৰি বান্ধি থলে তাত কৈ আৰু লাগিছে নে। সাধাৰণ ৰাইজক ভূলবশত হেলমেট টো নিপিন্ধিলেই যিটো ব্যৱহাৰ
    তাত গৈ কিয় আমাৰ মানুহে দা' ঘাপ খাব লগা হ'ল??? 😢😢😢

  • @bubuldeka8138
    @bubuldeka8138 15 днів тому +8

    কি হল মামা ? আপোনাৰ বিভাগ ইমান ভিৰু নে ? আপোনি নিমাত কিয়? বিৰ কেবল অসমীয়া সাধাৰন জনতাৰ ওপৰতহে অসম পুলিচ ?

  • @parthajitable
    @parthajitable 15 днів тому +20

    পলাই অহা কেইটাক ৰিজাইন মাৰি গেলামালৰ দোকান খুলিব দে😂😂😂

  • @bipulborah2193
    @bipulborah2193 15 днів тому +11

    মৰি‌য়নিৰ Tiger টো বুঢ়া হল , গতিকে কাম নাই। Nagaland অৰ Vehicles বিলাক বন্ধ কৰক অসমলৈ অহা।

  • @Rabiya-mr8rr
    @Rabiya-mr8rr 15 днів тому +26

    Axom police axomote dada giri😂😂😂😂

  • @adarshdutta5042
    @adarshdutta5042 15 днів тому +11

    A mojja...😂

  • @MrDipankarGogoi0007
    @MrDipankarGogoi0007 15 днів тому +2

    লাজৰ কথা, অসমীয়া খিলঞ্জীয়া ওপৰত অসম পুলিচে বৰমতা দেখোৱাই নগাই কিমান বাৰ খেদি পঠিয়াইছে

  • @BituponBora-t7g
    @BituponBora-t7g 15 днів тому +3

    লাজ নালাগেনে অসম আৰক্ষীৰ অসমত নগা প্ৰবেশ কৰিলে সসন্মানে পঠিয়াই দিয়ে ৷

  • @pranavdutta4327
    @pranavdutta4327 14 днів тому +1

    mojaa❤❤❤❤❤❤❤❤❤❤❤❤

  • @Binanda_Biswa_musical
    @Binanda_Biswa_musical 11 днів тому +2

    নগাই মাৰি পেলাব লাগিছিল তেতিয়া আৰু ভাল লাগিল হয় অসম আৰক্ষী কাম নাই

  • @RatulGogoiRatulGogoi-d7j
    @RatulGogoiRatulGogoi-d7j 15 днів тому +2

    অসমীয়া উপৰত দাদাগিৰি দেখুৱা ফলভোগ কৰিছে ।শুণি আৰু দেখি ভাল লাগিছে ।মজা

  • @gogoimonjitmonjitgogoi2761
    @gogoimonjitmonjitgogoi2761 15 днів тому +3

    A mojaa

  • @GirishBorah-z2u
    @GirishBorah-z2u 15 днів тому +16

    বৰ লাজৰ কথা

  • @BishalChopra
    @BishalChopra 15 днів тому +3

    Bhot accha kiya naga bhai log 🤝👍

  • @sabitarabha4663
    @sabitarabha4663 14 днів тому +1

    Moza dise

  • @SofiqulIslam-e6p
    @SofiqulIslam-e6p 15 днів тому +1

    Very good news

  • @gayatriborgohain239
    @gayatriborgohain239 15 днів тому +1

    Moja hoise,axomiyar uporot dadagiri ki saba!

  • @KhagenLagachuvlongs
    @KhagenLagachuvlongs 10 днів тому +1

    Mjaa krile Naga Manu bur

  • @BijanPhukan
    @BijanPhukan 15 днів тому +3

    Instagram or reels or HERO 😂😂😂🌺 দিছোঁ লৈ যোৱা। Reels বনাই বনাই।

  • @sahabuddinahmed-mp3hu
    @sahabuddinahmed-mp3hu 15 днів тому +5

    সৰু সুৰা বেপাৰীৰ আৰু ট্ৰাক চালকক মাৰ ধৰ কৰি টকা লোৱাত বিৰত্ব দেখাব পাৰে।

  • @user-wx8wy1bw8w
    @user-wx8wy1bw8w 15 днів тому +1

    Baah axomor manuh gitai axom arokhik he hahise 🙏.....dhanya tomalokoloi

  • @sarojsaikia213
    @sarojsaikia213 15 днів тому +3

    অসম পুলিচে অকল নগাৰ লগত মিটিং কৰিব সুনিলেনে । মই খুব ভাল পাইছোঁ।

  • @mrinalphukan5425
    @mrinalphukan5425 15 днів тому +11

    নাগালেণ্ড পুলিচৰ অনুমতি নোলোৱাকৈ আন ৰাজ্যত লেবেল দেখুওৱা পৰিণতি😅

  • @Ybu05
    @Ybu05 15 днів тому +4

    ইহঁতে ৰিলচ্ বনোৱাত আৰু যাৰে তাৰে মাইকীৰ লগত চেনি খোৱাতহে পাকৈত 😂😂😂

  • @TarunPayeng
    @TarunPayeng 15 днів тому +13

    অসম police ba অসম চৰকাৰে কি কৰিব পাৰে

  • @pranjaldas2298
    @pranjaldas2298 14 днів тому

    Val a hoisa mark Suda Assam polic

  • @adarshduttalungyalee7301
    @adarshduttalungyalee7301 15 днів тому +2

    East or West Nagaland people are Best❤

  • @mintukhan4601
    @mintukhan4601 15 днів тому +3

    Good news

  • @ankursaikia7459
    @ankursaikia7459 12 днів тому +1

    Smart Assam police 👮 😂😂😂reals ha bonabo jane😂Mubarakho police 👮

  • @indianjamesbond0076
    @indianjamesbond0076 15 днів тому +5

    ভাল হৈছে। অসমীয়াৰ ওপৰত হে দাদাগীৰি অসম আৰক্ষীৰ 😂

  • @sanjibsaikia6978
    @sanjibsaikia6978 15 днів тому +2

    Hundar

  • @MonjitGogoi-b8m
    @MonjitGogoi-b8m 14 днів тому +2

    Moja 😂

  • @naja18
    @naja18 14 днів тому

    Bhal kotha

  • @ManiramKoch
    @ManiramKoch 15 днів тому +1

    Very good👍

  • @mf-xz6es
    @mf-xz6es 14 днів тому

    Mjaa aru diak ahetak

  • @BiswajitDutta-p9s
    @BiswajitDutta-p9s 15 днів тому +2

    Moza

  • @birensaikia4667
    @birensaikia4667 15 днів тому +4

    বৃহত বুলি নকব শুনিবলৈ বেয়া।

  • @Fghjkkkkkk
    @Fghjkkkkkk 15 днів тому +8

    Assam police reels bahire blg aku nuuware to

  • @RupakNath-d5q
    @RupakNath-d5q 15 днів тому

    xundar

  • @northeastindia279
    @northeastindia279 15 днів тому +8

    মৰিয়নিত এজন Tiger আছে,, তেওঁ কি কৰি আছে

    • @Regional-i7b
      @Regional-i7b 15 днів тому +1

      Rupjyoti Kurma a neki tiger tw ? Ei jamba burbok hoi Rupjyoti Kurma

    • @indianarmymotivation6084
      @indianarmymotivation6084 15 днів тому

      ​@@Regional-i7btekhet abr polai ahisil sun vhulotu najai hei2 jegat😊

  • @debakumar5124
    @debakumar5124 15 днів тому +4

    হাঁহি উঠা কথা দেখুন

  • @AnantaSaikia-xq8xu
    @AnantaSaikia-xq8xu 15 днів тому +4

    কেইমাহ মান আগতে নাজিৰাত আৰক্ষীজনে গুলিয়াম গুলিয়াম বুলি কৈছিলে , তেওঁক লগত নিয়া হেঁতেন নগাক গুলিয়াব পাৰিলে হয় !😂

  • @sadullaahmed3437
    @sadullaahmed3437 15 днів тому +11

    হাতত বন্দুক ৰাখি কি লাভ গুলিয়াব লাগিছিল

  • @ArunDhan-jj9gs
    @ArunDhan-jj9gs 6 днів тому +1

    😊ki hbo aru

  • @Rabhax
    @Rabhax 14 днів тому

    Nice noga ❤❤❤❤❤❤❤❤ nice Rabha

  • @Dasrahull
    @Dasrahull 15 днів тому

    Power of Smart police👮

  • @User654-s2m
    @User654-s2m 15 днів тому +6

    Wao 😆😆😆😆 mekhelapindha keita,,,khati khua axomiya r uporot he dadagiri pare😆oti lojjajnk,,,kali poroxi Zomato boy k sor mribo oha tuk Pothai diyok

  • @rajuhandique574
    @rajuhandique574 15 днів тому

    Very good nagaland power💪

  • @ShomorBorborah
    @ShomorBorborah 14 днів тому

    😂😂 moja

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 14 днів тому

    নগাৰ সন্মুখত অসম আৰক্ষীৰ শক্তি পৰীক্ষা হৈ গল। লাজেই লাগে । বৰষুণ গ'লে জাপি লৈ কি লাভ?

  • @prameswarmoran3902
    @prameswarmoran3902 9 днів тому

    Assame police local Don

  • @SahilChetry-ei8cr
    @SahilChetry-ei8cr 15 днів тому

    Smart pulice

  • @বনৰপক্ষী-po6uf
    @বনৰপক্ষী-po6uf 14 днів тому

    হগাৰ সমান সুখ পালো😂

  • @pranjaldas4049
    @pranjaldas4049 11 днів тому

    Moja

  • @khagenkakati6380
    @khagenkakati6380 15 днів тому +3

    লাজ লাগিছে।এয়া অসম পুলিচ।

  • @RinaBora-u9x
    @RinaBora-u9x 15 днів тому +3

    অসমৰ চৰকাৰে নগাক অসমত থাকিবলৈ দিব নালাগে।

    • @bkp9774
      @bkp9774 15 днів тому +2

      মিয়াক থাকিব দিব লাগে নেকি?

  • @PrasantaDewri-hy3ys
    @PrasantaDewri-hy3ys 14 днів тому

    লাজ পোৱা নাই।

  • @songeetchetry
    @songeetchetry 14 днів тому

    অসম আৰক্ষী নিজৰ অসমীয়া মানুহৰ উপৰত হে নিজৰ power দেখাব পাৰে....lol assam police sem sem..

  • @mahendragogoi5000
    @mahendragogoi5000 15 днів тому

    Very good Assam Police

  • @PutulGogoi-hq1md
    @PutulGogoi-hq1md 15 днів тому

    Mazaa

  • @KourabPatra
    @KourabPatra 14 днів тому

    ভাৰগৱ কত গ'ল

  • @manojmoran965
    @manojmoran965 15 днів тому +7

    Faltu police..

  • @iloveyouzindagi4864
    @iloveyouzindagi4864 15 днів тому

    অসম আৰক্ষীয়ে অসমীয়া সাধাৰণ মানুহক সে মাৰিব পাৰে। লাজ নাপাই ।

  • @PSPuma-oy9mz
    @PSPuma-oy9mz 15 днів тому

    Moja smart police

  • @mrinalhandique5217
    @mrinalhandique5217 15 днів тому +3

    Where is kurmi

  • @MonJyoti-zt1xf
    @MonJyoti-zt1xf 14 днів тому

    অসম আৰক্ষী পইচা অবিহনে একো কাম কৰি দিব নোৱাৰে।

  • @DhrubajyotiHazarika-l2j
    @DhrubajyotiHazarika-l2j 15 днів тому +1

    Akhomothe hero assam police etia dekhuwak herogiri khub bhal hoise

  • @bablunath9747
    @bablunath9747 15 днів тому

    সিহঁতে তাত কিয় যাব লাগে হেলমেট নিপিন্ধা মানুহ বোৰ ধৰিলে হল 😂😂😂😂

  • @jamboassam1506
    @jamboassam1506 15 днів тому

    Ki hol atea Assam police. Nijor asomiyar majot dadagiri, gundagiri bahere aku nai Assam policer

  • @medinitalukdar4873
    @medinitalukdar4873 15 днів тому

    😂😂😂😂😂 কৃষ্ণ কৃষ্ণ ৰাম ৰাম 😂😂😂😂

  • @akashigonga7641
    @akashigonga7641 15 днів тому +3

    Gari driver bilakoku bohut kosto diye ketiyaba Jodi gari Rakhi thoi ketiyaba ako poisa loi . Emanke koi gari Malik aru driver bilake akuke gat nalage atiya kenekua. Kiba ga loribo ne??

  • @RockyBhai-yp1in
    @RockyBhai-yp1in 20 годин тому

    মজা😂😂😂😂

  • @dhunsaikia8667
    @dhunsaikia8667 15 днів тому

    অসম আৰক্ষী মাইকী হয় নিজৰ মানুহৰ ওপৰত ৰজা

  • @NipanBoruah
    @NipanBoruah 15 днів тому

    চুলাই বেপাৰীৰ পৰা টকা খাব পাৰে নগাৰ পকৰৰ নোম ডালো হিলাব নোৱাৰে অসম পুলিচে।

  • @HappyGardeningTools-vf4bm
    @HappyGardeningTools-vf4bm 14 днів тому

    দাদা গিৰি চব জেগাত নচলে

  • @bimalbhatt2266
    @bimalbhatt2266 15 днів тому

    Nagaland police ৰ permission লৈছিল নে?

  • @MkBoruha
    @MkBoruha 7 днів тому

    where you go News 18 Assam police Assam police nirikshak kamjori Hai Uska kamjori hai ❤

  • @Dasrahull
    @Dasrahull 15 днів тому

    Power of Smart 👮police😂

  • @dewriparimal
    @dewriparimal 15 днів тому +4

    Assam mor police nijor manuh khinik marpit korib pare balegok aku korib nuwar

  • @NitulChetia-ev1om
    @NitulChetia-ev1om 15 днів тому

    Umm সঁচা কথা কবলৈ হলে আমাৰ অসম আৰক্ষী কোনো কাম নাই,আক অকল অসমত হে দম বেছি

  • @Rabhax
    @Rabhax 14 днів тому +2

    😂😂😂😂😂😮😮😮😮😅😅😅😆😆😆😆😆😆😆 nice