লুৰিণজ্যোতিৰ সাক্ষাৎকাৰে কঁপাইছে অসম ৰাজনীতি🤔

Поділитися
Вставка
  • Опубліковано 8 кві 2024
  • লুৰিণজ্যোতিৰ সাক্ষাৎকাৰে কঁপাইছে অসম ৰাজনীতি🤔#news18assamnortheast #time8news

КОМЕНТАРІ • 56

  • @nripenborgohain201
    @nripenborgohain201 27 днів тому +24

    নিজ জননী জননায়কৰ দায়িত্ব লুৰীণজ্যোতি গগৈয়ে পালন কৰিবৰ পৰা কণ্ঠ আছে ও উচ্চ শিক্ষিত যুৱনেতা ৷ ৰাইজে আশীৰ্বাদ দিয়ক অসমৰ ভবিষ্যতৰ বাবে ৷

    • @harakantadeka7715
      @harakantadeka7715 27 днів тому +3

      অসমত,কঙৰেছৰ,পৰা,বহুত,নেতা,গ'ল,কিন্তু,অসমৰ,বাহিৰে,বাকী,ৰাজ্যত,বি,জে,পি,পৰা,আহি,কঙৰেছত,যোগ,দিলে,গতিকে,এইবাৰ,কেন্দ্ৰত,কঙৰেছৰ,চৰকাৰ,হব

    • @harakantadeka7715
      @harakantadeka7715 27 днів тому +2

      মুঠতে,এইবাৰ,খাতাঙ,কঙৰেথৰ,চৰকাৰ ,হব

    • @harakantadeka7715
      @harakantadeka7715 27 днів тому +5

      ,লুৰিণক,আমি,সহায়,কৰিব,লাগে

    • @umeshchetiya1340
      @umeshchetiya1340 23 дні тому +1

      Lurinjyoti Gogoi dada jindabad

  • @mohendradohutia
    @mohendradohutia 15 днів тому +2

    লুৰিণ জ্যোতি আমাৰ অসমৰ উচ্চ কণ্ঠ যুৱনেতা। দিল্লীলৈ পঠিওৱা আমাৰ কৰ্তব্য। সকলোৱে দায়িত্ব বোজি জাহাজ চিনত আপোনাৰ বহুমূলীয়া ভোট দি জয়যুক্ত কৰক।।

  • @amarendradas2268
    @amarendradas2268 27 днів тому +6

    Good

  • @pareshdaloy4512
    @pareshdaloy4512 17 днів тому +1

    বিজয় নিশ্চিত।অভিনন্দন থাকিল।

  • @user-dh5sf5wo8e
    @user-dh5sf5wo8e 27 днів тому +4

    Dhibrugharbahiy e lurinok vote diboloi anurut jonalu .

  • @user-eo8sn8lk7x
    @user-eo8sn8lk7x 8 днів тому

    লুৰণভাই বহুত দেখিলো সেই ৮৩ৰ বিদেশী খেদা আন্দোলনৰ পৰা ৷আন্দোলনৰ সময়ত কিমান শ্বহিদ হল আলফাৰ নামত কিমান আমাৰ ডেকা লৰা মাৰিলে এই কংগ্ৰেছ চৰকাৰে আইএম ডি টি আইন অসমত জাপি দিয়া ৫০/৬০ বছৰ শাসন কৰি কংগ্ৰেছ চবকাৰে অসমৰ কিমান উন্নতি কৰিছে আমি দেখিছো ৷ তুমিও সেই ছাত্ৰ সন্হা কৰি কিডাল কৰিবি অনুমান কৰিব নোৱাৰিনে ? লুৰিণ তুমি সাংসদ হৈ কাৰ বাবে কাক লৈ কি কৰিবি জনাব পাৰিবিনে ? সেই কংগ্ৰেছ দল অখিল আৰু অজিতক লৈ অসমখন ধংস কৰিব খুজিছা নেকি ? নে বুঢ়া কাললৈ পেন্সন খোৱাৰ আশাত সাংসদ হব খুজিছা ?

  • @jadavgogoi944
    @jadavgogoi944 25 днів тому +1

    সৰ্বানন্দ আৰু লুৰিণৰ মাজত তুলনা কৰিলে দেখা যায় যে, সৰ্বানন্দৰ কাম-কাজ ইতিমধ্যে ৰাইজে দেখিলে; দেখিলে তেওঁ অসম, অসমীয়াৰ জাতীয় আবেগক ভৰিৰে মোহাৰি কা বোলা জাতিধ্বংসী আইন আমাৰ ওপৰত জাপি দিলে, অসমৰ মানুহক বহু প্ৰতিশ্ৰুতি দি পালন নকৰিলে, ডিব্ৰুগড় জিলা খনৰ স্বাৰ্থতে একো কৰিব নোৱাৰিলে। বিপৰীতে লুৰিণ এক সম্ভাৱনা পূৰ্ণ যুৱক, এক আপোচহীন চৰিত্ৰ, জাতীয় চেতনাক অগ্ৰাধিকাৰ দি গঠিত এটা আঞ্চলিক ৰাজনৈতিক দলৰ মুৰব্বী, গতিকে লুৰিণক জিকাই পঠোৱাটো আমাৰ বাবে অতি প্ৰয়োজনীয়।

  • @hndekari8011
    @hndekari8011 27 днів тому +7

    ভাল লাগিল সাক্ষাত্কাৰটি ।।

  • @apurbadas2233
    @apurbadas2233 7 днів тому

    ৰাজপথৰ আন্দোলন খেলপথাৰলৈ লৈ যোৱা এইটো এটা ভিত্তিহীন কথা, আন্দোলন আন্দোলনেই সি ৰাজপথত খেলপথাৰত সকলোতে হব পাৰে৷ মুল কথা অসমীয়া জনগন এতিয়া পথভ্রষ্ট হৈছে , সকলো এতিয়া নিজৰ নিজৰ ব্যক্তিগত স্বাৰ্থক লৈ ব্যস্ত , তদুপৰি সৰ্বসাধাৰণ ৰাইজ নানা সমস্যাৰে ভাৰক্ৰান্ত্ৰ | এনে স্থলত আমাৰ জাৰ্তিটোৰ বাবেই দুর্ভাগ্য যে এজন দূৰদৰ্শী আপোচহীন জাতিয়তাবাদী নেতাৰ অভাব অসমত |

  • @official-hm3tf
    @official-hm3tf 27 днів тому +9

    Lurinjyoti Gogoi Zindabad ❤❤❤🎉🎉🎉

  • @tuleswargharphalia3866
    @tuleswargharphalia3866 13 днів тому

    Lurin the thunder voice of Assam. The real Assamese are with him. Wish him the best.

  • @HariCharanKalita-fu8kt
    @HariCharanKalita-fu8kt 25 днів тому +1

    লুৰিণজোতি,জিন্দাবাদ ভাল কথোপকথন, শালিন আৰু ভদ্ৰ ভাবে দাঙি ধৰা বক্তব্য‌ই আকৰ্ষন বৃদ্ধি কৰিব ।

  • @nirmalhazarika
    @nirmalhazarika 21 день тому +2

    লুৰিণজ্যোতিলৈ শুভেচ্ছা জনালোঁ

  • @doley-gr9kg
    @doley-gr9kg 6 днів тому

    Side r pora atori diyok. Sai bhal lagibo

  • @manassarmah1241
    @manassarmah1241 23 дні тому +1

    লুৰীন আৰু ধানোৱাৰৰ যদি তুলনা কৰে এটাই কম " কোথায় আগরতলা কোথায় চকিরতলা"

  • @rajunath8070
    @rajunath8070 27 днів тому +2

    Sarbananda jdi Assam or babe kiba kore rajya sabha pra karak 10 basart ki krile xai2 dekhilu atya xingha dre garaji thoka ajon jbo dyak AMR paypa central government te nidileow ajuri anak baki sarbananda ki pra rajya sabha thakile oo anibo pariba

  • @user-pm4el9uj5o
    @user-pm4el9uj5o 27 днів тому +6

    lurinjyoti❤❤❤

  • @user-bz1bs5tu3j
    @user-bz1bs5tu3j 27 днів тому +10

    Lurin joty jindabad

  • @philipssurin8832
    @philipssurin8832 13 днів тому

    Welcome

  • @user-wm3gu8mk6u
    @user-wm3gu8mk6u 17 днів тому

    শুভেচ্ছা থাকিল

  • @Parishmita-fv1vf
    @Parishmita-fv1vf 27 днів тому +5

    মজা

  • @user-co8of1pl3q
    @user-co8of1pl3q 27 днів тому +2

    👍👍🏻👍🏻👍🏻👍🏻👍🏻🤲

  • @user-gc3jx9kk8e
    @user-gc3jx9kk8e 16 днів тому +1

    Lourin zindabad

  • @bhabanigogoi3278
    @bhabanigogoi3278 15 днів тому +1

    Lourin.da.zindabad

  • @snigdhabharali8783
    @snigdhabharali8783 14 днів тому

    Lurinjyoti jindabad.joi aai axom.

  • @parangogoi4570
    @parangogoi4570 27 днів тому +5

    Lurinjyoti gogoiok vote di joy jukta korok .

  • @jimikantadoley5659
    @jimikantadoley5659 27 днів тому +4

    Lurinjyoti gogoi zindabad

  • @charudas947
    @charudas947 25 днів тому

    Lurinak vot dile assamkhan
    Raksha paribà dibrugarhbasie
    Vote d joyjukta karak
    Maina

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1r 16 днів тому

    Akhil Gogoi is voice of ass am he may make dignified speachs in parliament অ

  • @user-co8of1pl3q
    @user-co8of1pl3q 27 днів тому +3

    ❤❤❤❤❤

  • @bhabendas2719
    @bhabendas2719 22 дні тому

    '৮৫ ত এই একেই প্ৰতিশ্ৰুতি দিয়া হৈছিল, পিছে কি হল? অসমৰ ৰাজনীতি অন্য প্ৰদেশ সমূহৰ দৰে সহজ নহয়, ইয়াত প্ৰতিশ্ৰুতি পূৰণ কৰা অতিকৈ কঠিন,পিছে ধন গোটাই জীৱন ধন্য কৰাটো সিমান কঠিন নহয়,যিটো আমি বিগত ৪০ বছৰে ৯৯.৯% লোকে সম্ভৱ কৰা দেখিছোঁ।

  • @DebojitkrboraBora
    @DebojitkrboraBora 26 днів тому +2

    ।।দহ বছৰে বিজেপি চৰকাৰে জনসাধাৰণক বহুতো ঠগিলে।।

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 25 днів тому

    Why Lurin had scolded Axom Hahitya Hova and Shrimant Sankardev Sangha ?

  • @user-fe6fs2ql5t
    @user-fe6fs2ql5t 23 дні тому

    Eaitu lurink somorthon koraa canale

  • @harakantadeka7715
    @harakantadeka7715 27 днів тому +3

    লুৰিণতকৈ,মনোজ,ৰ,চিনাকি,ৰাজজত,,কম

  • @meenadevi3116
    @meenadevi3116 27 днів тому +4

    AAP is B team of BJP .

  • @kandarpa2622
    @kandarpa2622 27 днів тому

    I think that the anchor is not imparcial .

  • @kakatiop4122
    @kakatiop4122 27 днів тому +2

    Eight,fivety,five,l,Khan,gogoi

  • @upanandabora8905
    @upanandabora8905 27 днів тому +1

    Asamor. Venture. Buji. nupura. Engraj. Sarkaror. manuh. mili. juli. Kaam. Phera. Kori. thake

  • @ushaburagohain6612
    @ushaburagohain6612 27 днів тому +1

    Aap bjp B team .😊

  • @jyotiprasaddas8946
    @jyotiprasaddas8946 27 днів тому

    Bhul kotha.as per exit poll ofdiiference polling agency INDIA will be win in 2024 election.

  • @prahladsharma1506
    @prahladsharma1506 12 днів тому

    লুৰীণে চাহ জনগোষ্ঠী অঞ্চলৰ উন্নতি কংগ্ৰেছৰ ষাঠী বছৰীয়া শাসন কালত বাৰু বহুত হোৱা দেখিলে নেকি? অসমত বিজেপীৰ আঠ বছৰীয়া কালত হোৱা উন্নয়ন মুঠেই চকুত নপৰাৰ কাৰণ কি? একালৰ কংগ্ৰেছ বিৰোধী জাতীয়তাবাদী নেতাৰ অদ্ভুৎ মানসীক পৰিবৰ্তনৰ আৰৰ ৰহস্য কি? যুখাৰ আৰৰ মুখখন এতিয়া অসমৰ ৰাইজে ভালকৈয়ে চিনি পালে । শুভেচ্ছা থাকিল তেওঁৰ মনৰ আশা পুৰণ হওঁক।

  • @lohitdihingia9134
    @lohitdihingia9134 27 днів тому

    Ami Lorinak vot dim konu dal boli nahoi ajon hoseton jyob neta hisape.

  • @DhrubajyotiPhukan-dv5er
    @DhrubajyotiPhukan-dv5er 5 днів тому

    Lurin+gourob+akhil-ajonu-jikar-asa-nai-karon-teulok-bjp-buridhi-todupori-assomor-gorib-+middle-class-peopleok-past.presant.-bjp/mamai-jimankhini-dise(all.side)-future-diyar-asa-ase-ann-kuneu-diyar-asa-nai-future-ki-dibo-raije-janei-gotike-bjp.zindabad-modiji-zindabad-todupori-centre-aru.state-bjp-sorkar-ahilehe-gorib:m.c.people-future-sokolu-puwar-asa-ase-belegor

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe 27 днів тому +7

    Good

  • @RakeshTayung
    @RakeshTayung 27 днів тому +4

    Good

  • @ranjanagogoi4569
    @ranjanagogoi4569 26 днів тому +2

    Good