অসমৰ শিক্ষা খণ্ডত কি দেখিছে দিল্লীৰ শিক্ষা মন্ত্ৰী আতিশীয়ে?

Поділитися
Вставка
  • Опубліковано 9 кві 2024
  • ২০২৪ নে ২০২৬ৰ টাৰ্গেট আম আদমি পাৰ্টীৰ? অসমৰ শিক্ষা খণ্ডত কি দেখিছে দিল্লীৰ শিক্ষা মন্ত্ৰী আতিশীয়ে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা টাৰ্গেট নেকি AAPৰ? কাৰ্যবাহী সম্পাদক ড০ কুমুদ দাসৰ সৈতে আতিশীৰ সাক্ষাৎকাৰ।
    #aap
    ______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

КОМЕНТАРІ • 528

  • @user-mj7cd7nh7d
    @user-mj7cd7nh7d Місяць тому +137

    আপ আদমীলৈ পাটীলৈ শুভেচ্ছা থাকিল। very good.

    • @mahendrabaro9365
      @mahendrabaro9365 Місяць тому +3

      Sur party axomot darkar nai

    • @natureuplift6235
      @natureuplift6235 Місяць тому

      ​Sure electricity, health free korice. Sur nokora jen a kyo koribo para nai​ @@mahendrabaro9365

    • @user-pi3nf4wk6j
      @user-pi3nf4wk6j Місяць тому

      Chor to tum Hain

    • @user-pi3nf4wk6j
      @user-pi3nf4wk6j Місяць тому

      সঁচা কথা কবলৈ সাহসো লাগব

  • @amaldasofficial
    @amaldasofficial Місяць тому +86

    শিক্ষা মন্ত্ৰী আতিশী‌য়ে ধন্যবাদ থাকিল আপোনালৈ।

  • @hndekari8011
    @hndekari8011 Місяць тому +20

    দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মহোদয়াৰ বক্তব্য বহুত বহুত ভাল লাগিল । "আপ"ৰ কৰ্ম দক্ষতা আৰু আদৰ্শৰ প্ৰতি আমি আগৰেপৰা আকৰ্ষিত । এনে প্ৰগতিশীল ৰাজনৈতিক মতাদৰ্শৰ অভাৱ আমাৰ দেশত থকা বাবেই সামাজিক আৰু অৰ্থনৈতিক বৈষম্যতাই গা কৰি উঠিছে । গতিকে, সৰ্বসাধাৰণ ৰাইজে বিবেকক গুৰুত্ব দি ভোটাধিকাৰ সাব্যস্ত কৰক ।।

    • @mahendrabaro9365
      @mahendrabaro9365 Місяць тому +2

      Kiman bottle liquor ghus dile, hahi hahi dat nikutai koy ei bajradanti madam jani jail jaboloi aaru besi din nai.

    • @natureuplift6235
      @natureuplift6235 Місяць тому

      ​@@mahendrabaro9365adani r pora kiman ghus paico toi???? Ne toiu hei viral hua lora jonor nicina June poica karone campaign kori asil 🤣

    • @prankrishnavlogs9890
      @prankrishnavlogs9890 12 днів тому

      Assam ma ve aap sorkar hona sahia

  • @user-wm3gu8mk6u
    @user-wm3gu8mk6u Місяць тому +31

    সত্য কথা কৈছে আপুনি

  • @AbdulJalil-jj2co
    @AbdulJalil-jj2co Місяць тому +9

    OK, right honorable Atishi ji

  • @A.IMOTIVATION-ed2zx
    @A.IMOTIVATION-ed2zx Місяць тому +29

    Respect button for AAP❤

  • @BhimeswarGonju-du6kb
    @BhimeswarGonju-du6kb Місяць тому +10

    সুন্দৰ বক্তব্য প্ৰদান কৰাৰ বাবে দিল্লীৰ শিক্ষা মন্ত্ৰী সন্মানীয় আতিশী বাইদেউ লৈ।

  • @hustler3577
    @hustler3577 Місяць тому +17

    If you want real development & educated society then only option is AAP ❤🇮🇳

  • @rajeshsaikia7942
    @rajeshsaikia7942 Місяць тому +11

    Sahi bat🎉

  • @JitenMahali-yi5wr
    @JitenMahali-yi5wr Місяць тому +13

    Wah didi wah Dil Chuliya

  • @kumarjeevanchannel
    @kumarjeevanchannel Місяць тому +6

    খুব ভালো লাগলো আম আদমি পার্টি জিন্দাবাদ

  • @user-cb5vm9to3o
    @user-cb5vm9to3o Місяць тому +5

    Bahut bahut dhanyawad DY365.

  • @anilbora3519
    @anilbora3519 Місяць тому +7

    Atishi madam, my mind is Blown after listening to your speech.

  • @pranabjyotinath6301
    @pranabjyotinath6301 Місяць тому +25

    নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবেও উচ্চ শিক্ষা বাধ্যতামূলক কৰাটো অতি প্ৰয়োজন ।

  • @ariesshaun7959
    @ariesshaun7959 Місяць тому +2

    Wow, mam, you are too good , I love AAP, AND I SUPPORT AND I WILL FOREVER

  • @user-dm4ig8to9b
    @user-dm4ig8to9b Місяць тому +62

    আমাকো লাগে শিক্ষিত আৰু দক্ষ নেতা। বিধান সভা নিৰ্বাচনত আপ লাগে অসমত, বহুত হৈ গল bjp/congress, সঁচা অৰ্থত কাম কৰা মানুহ লাগে আমাক।

    • @mahendrabaro9365
      @mahendrabaro9365 Місяць тому +1

      Axomok barbad kariboloi Sor party, ji kejruddin ne Anna Hajarek lat mari disile. Ai bajradanti madam a dat nikutai kiman mitha mitha molai logaise...

  • @SatymevaJayate007
    @SatymevaJayate007 Місяць тому +25

    Good show Kumud ji

  • @gtimepass3214
    @gtimepass3214 Місяць тому +6

    Very Valuable Speech Mam..... Hope all the Best

  • @rubullaskar2101
    @rubullaskar2101 Місяць тому +5

    Very well said Mam 👏 😊

  • @barunmakhal7073
    @barunmakhal7073 Місяць тому +5

    We really appreciate your visit Madam. We expect more seats for AAP in Assam.

  • @migangsmemories3250
    @migangsmemories3250 Місяць тому +3

    bjp no washing mecin, dushbin.

  • @user-vh2ci9dd3c
    @user-vh2ci9dd3c Місяць тому +6

    সুন্দৰ

  • @lyricistmilan3541
    @lyricistmilan3541 Місяць тому +27

    Really nice speech

  • @akshaymili4916
    @akshaymili4916 Місяць тому +9

    You are right mam ...

  • @kabirahmed-oh6vj
    @kabirahmed-oh6vj Місяць тому +42

    She is the real politician vote for work only

  • @wasimakram459
    @wasimakram459 Місяць тому +21

    We are all with you aap

  • @jayaborah2926
    @jayaborah2926 Місяць тому +28

    Thanks to Atshi Madam 🙏🙏

  • @thestillsmallvoice4690
    @thestillsmallvoice4690 Місяць тому +12

    Wow Athisi Mam! You're most welcome . God bless you.❤

  • @UnToldTalkByOc
    @UnToldTalkByOc Місяць тому +42

    *আমাৰ দেশৰ উন্নয়ন*
    মই যিহেতু এজন ভাৰতীয় ভোটাৰ, মই ভাৱিবৰ হ'ল ভোট কাক দিম। কেতিয়াবা কেতিয়াবা ভাৱো পোস্ট কৰি দিওঁ আকৌ ভাৱো মোক কি কৱ মোৰ জেষ্ঠসকলে, অন্ধভক্তসকলে। হওঁ সিদিনা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল। ঠিক আছে, আইন মতে হ'ল যিহেতু কিন্তু হেনো ৰামক পুনৰ প্ৰাণ দিলে। *মানে ৰাম মৰি গৈছিল?*
    মোৰ ক'বলৈও লাজ লাগে যে এনে এখন দেশত বাস কৰি আছো য'ত ভগৱান এ নাই, এতিয়া প্ৰধান মন্ত্ৰী-এ ভগৱান (ৰাম)ক আনি আছে। পিছে প্ৰশ্ন হ'ল - ৰামক ক'ৰ পৰা আনি আছে? ৰাম মন্দিৰত আমি নিজৰ টকাৰে যাব সামৰ্থ নাইনে যে গৃহ মন্ত্রীয়ে আমাক ফ্রিত লৈ যাব, যদিহে আমি ভাজপা ক ভোট দিওঁ। ইয়াৰ অৰ্থ কি? ৰাম মন্দিৰৰ লগত BJP ৰ কি সম্পর্ক? ৰাম মন্দিৰ বনোৱাত সমগ্র বাতৰিকাকত দেখি আছো দেশত আনন্দৰ উল্লাহ কিন্তু কিমান মানুহ গৃহহীন হৈছে তেওঁলোকৰ কেতিয়াবা খবৰ লৈছেনে গোদী মেডিয়াই।
    দেশৰ প্ৰধান মন্ত্ৰী ভোট জয়ী হ'বলৈ যি কয় আমি অজ্ঞান লোকে তাকে বিশ্বাস কৰি আছো। তেওঁ কি কি কৰিলে আমাৰ শিক্ষাৰ ক্ষেত্রত?
    *আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ দেশত হীৰাৰ টেক্স (Tax) ৩ % আৰু কিতাপ বা কলমত Tax ১৮% । ৱাহ মোদী ৱাহ এইয়াই আপোনাৰ উন্নতি?*
    হিন্দু- মুছলিমৰ ৰ মাজত লগাই আছে কাজিয়া, কই আছে বনাম হিন্দু ৰাষ্ট্ৰ কিন্তু ২.৫কোটি টকাৰ চান্দা (ED) চোন মাংসৰ দোকানিৰ পৰা লৈছে। কিন্তু কিয়? আপোনালোকে মাংস কটা বন্ধ কৰিছে চোন, আৰু আপোনালোকে কিয় গৰু মাংসৰ বেপাৰীৰ পৰা কোটি কোটি টকা লৈছে? বেপাৰীসকলে কোটি কোটি টকা দিয়াৰ আগতে কিমান গৰু মাৰিছে হিচাপ আছে নে? নিউজৰ সন্মুখত কয় গো হত্যা মহাপাপ আৰু আপোনাৰ চৰকাৰেই গো - হত্যা কৰিবলৈ অনুপ্ৰাণিত কৰা নাই জানো!
    মই জানো বহু অন্ধভক্তই এই পোস্টটো দেখাৰ পিছত জলিব, শুনক, আমাক ১ টকাৰ চাউল , ১২৪৫ টকাৰ অৰুণোদয় আঁচনি, দিয়াকে উন্নয়ন নুবুজায়। উন্নয়ন কৰিবলৈ হ'লে শিক্ষাৰ ক্ষেত্রত কৰ মুক্ত কৰিব লাগিব, কৃষকসকলক বস্তুৰ উচিত মূল্য দিব লাগিব৷ কিন্তু বিজেপি এ কৃষক সকলৰ হৈ মাত মতা সকলো Social media একাউন্ট বন্ধ কৰি দিছে।
    ২০১৪ চনত ভাৰত ৪৯.৬ লাখ কোটি ঋণী আছিল আৰু এতিয়া ২০৫ লাখ কোটি ঋণী হ'ল। এইয়াই জানো উন্নয়ন?
    প্ৰকৃততে মোদি চৰকাৰে দেশৰ লগত Scams কৰা নাই কৰিছে আমাৰ মগজুৰ লগত। আমাৰ হিন্দু মুছলিম ভাই ভাইৰ মাজত লগাইছে জুই, সেই জুইয়েৰে মোদি চৰকাৰে ভাত বনাই খাব বিচাৰি আছে। ইয়াতেই কওঁ মই চৰকাৰৰ বিৰুদ্ধে মাত মাতিম যেতিয়া চৰকাৰে ভূল কৰিব। এতিয়া সকলো আমাৰ হাতত। আমি যি কৰো তাকেই হ'ব। আগন্তুক ভোটত আপোনালোকে দেশৰ উন্নয়ন বিচাৰে নে কি? এতিয়া ভোট বাচি দিবৰ সময় হ'ল। মাত্ৰ এটাই উপায় #মোদীক আতৰোৱাৰ। কাক ভোট দিম, কেনেকৈ চৰকাৰ গঠন কৰিম আমাৰ হাতত পিছত থাকিব। আৰু অনুগ্রহ কৰি সকলোৱে ভোট দিয়ক আৰু আপোনাৰ প্ৰিয় দলক ভোটত জয়ী হোৱাত সহায় কৰক। আমাৰ দেশ, আমাৰ উন্নয়ন হোৱাটো বিচাৰো। #জয়হিন্দ #জয়আইঅসম

    • @A.IMOTIVATION-ed2zx
      @A.IMOTIVATION-ed2zx Місяць тому +4

      100% true all the details.

    • @pranabdas840
      @pranabdas840 Місяць тому

      Absolutely right,6000 cr Electoral Bond Scams.

    • @binoydas6838
      @binoydas6838 Місяць тому +1

      আপোনাৰ কথাবোৰ ভালেই লাগিছে কিন্তু আপুনি এটা প্ৰশ্নৰ উত্তৰ দিয়ক....
      মোডীৰ বিপৰীত বা বিৰোধী পক্ষত থকা কেইজন কিমান যোগ্য ভাৰতৰ প্ৰধান মন্ত্ৰীৰ আসন খনৰ ?

    • @A.IMOTIVATION-ed2zx
      @A.IMOTIVATION-ed2zx Місяць тому +1

      @@binoydas6838 AAP bohut jogyo hoi , ruling party r karone . 5 basic rights rr guarantee diye aru prove o kore nijor guarantee bilak

    • @UnToldTalkByOc
      @UnToldTalkByOc Місяць тому +1

      @@binoydas6838 good question, Modi a aji 10 years t atao press conference kori napale, tak kimn jogya buli vabi asu, God of india🙁, aree bhai Modit koi Rahul, Kejriwal bahut educated hoi, teon loke education t focus koribo, aru abar sarkar hobo diya, pist Ami a akou thik koribo parim

  • @kakolichetia8696
    @kakolichetia8696 Місяць тому +25

    Proper visionary Party of India .❤

  • @genuinepegu5769
    @genuinepegu5769 Місяць тому +21

    Well said ATISHI JI❤. WE LOVE KAJARIWAL MODEL.

  • @MaoBourah
    @MaoBourah Місяць тому +8

    Mem dhonur ji Iam support him

  • @AbethMunda
    @AbethMunda Місяць тому +45

    I love aam admi party,atish marlina zindabad

  • @explorewithsubhrata
    @explorewithsubhrata Місяць тому +1

    Love you Mam. Respect for you. 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @ashadulislam7365
    @ashadulislam7365 21 день тому

    Atishi Ma'am very valuable speake hope all the best great leader person maam ❤❤🙏🙏🙏🙏🙏👍

  • @shamimlaskar7053
    @shamimlaskar7053 Місяць тому +9

    Welcome Assam

  • @ratandas1928
    @ratandas1928 Місяць тому +2

    Aap gerenti pura karne wala partti hai ham apke shath. Hai atishi mam good jovh God bless you n. Your family arvind kajriwal verry good lider God bless you

  • @mohammedgolamfarouque
    @mohammedgolamfarouque Місяць тому +4

    Thanks
    Real & practical speech by Honourable Atishi mam

  • @mousinakhan29
    @mousinakhan29 18 днів тому

    Ham aapke sath he

  • @pungbileebrahma432
    @pungbileebrahma432 Місяць тому

    Very very thanks for clearing discussion.

  • @kalyanxonowal3783
    @kalyanxonowal3783 Місяць тому

    Welcome To Assam

  • @Humanity-mh9yz
    @Humanity-mh9yz 13 днів тому

    Great

  • @depanchetia5621
    @depanchetia5621 Місяць тому +3

    Thanks to At shi madam 🙏

  • @otooto3529
    @otooto3529 Місяць тому

    I love aap👍❤️

  • @pranjalgogoi7894
    @pranjalgogoi7894 Місяць тому +2

    Salute atishi mam

  • @durnadeepbaruah6330
    @durnadeepbaruah6330 Місяць тому

    সচাঁ কথা কৈছে।

  • @khargeswardeka3827
    @khargeswardeka3827 Місяць тому

    Very good Idea !

  • @Hirokjyotivlogs
    @Hirokjyotivlogs Місяць тому +1

    Modi hai to Mumkin hai ❤❤

  • @UmaraliAli-wk9ox
    @UmaraliAli-wk9ox Місяць тому +1

    Right

  • @rajkishoresharmasharma4949
    @rajkishoresharmasharma4949 Місяць тому +15

    ❤❤❤AAP❤❤❤

  • @manmayuri2001
    @manmayuri2001 Місяць тому +2

    Her speech is quite visionary especially the part about quality education and the real fact about her title that is so small but a very significant factor of voting process. Good speech 👏
    Addressing crucial issues of the time like unemployment, demographic dividend, poverty, tea gardens, entrepreneurship, skill education are really important for any party which will rule as it'll impact India's growth and development in near future.

  • @tanujadas1846
    @tanujadas1846 26 днів тому

    True

  • @user-vi3he8qg7u
    @user-vi3he8qg7u Місяць тому

    Nice,speech

  • @Deep_Buragohain
    @Deep_Buragohain Місяць тому +4

    Wow.... Ki dhuniya kotha bur koixe

  • @monojdas1667
    @monojdas1667 Місяць тому +8

    Welcome to Assam ATISHI Madam...

  • @Short-story8
    @Short-story8 Місяць тому +4

    Salute mam

  • @reetuPegu
    @reetuPegu Місяць тому +1

    Well came aribinda kejirowal thanks

  • @koushikrajkonwar2431
    @koushikrajkonwar2431 Місяць тому +6

    Good

  • @user-sg8ev8yi7c
    @user-sg8ev8yi7c Місяць тому +4

    Best show ❤❤❤

  • @bullettrain112
    @bullettrain112 Місяць тому +3

    Ai party ahile Second Delhi hobo amar assam.. Moi nissoi vote dim.. AAP jindabad...

  • @purnakantachutia7433
    @purnakantachutia7433 Місяць тому

    Very good idea....

  • @user-wm3gu8mk6u
    @user-wm3gu8mk6u Місяць тому +2

    ধন্যবাদ বাইদেউ। আপোনাৰ লগত আমি সদায় আছো

  • @SatymevaJayate007
    @SatymevaJayate007 Місяць тому +3

    R8 said madam 🙏

  • @user-hg7jr6fx5o
    @user-hg7jr6fx5o Місяць тому +2

    Mor vote aap

  • @anjanadeori7927
    @anjanadeori7927 Місяць тому +3

    Bohut bhal kotha koli

  • @ranjanbodo7609
    @ranjanbodo7609 Місяць тому +2

    Right madam

  • @pranjalpegu6684
    @pranjalpegu6684 Місяць тому +2

    She will be the iron lady 2nd of India in the upcoming days🎉

  • @user-wm3gu8mk6u
    @user-wm3gu8mk6u Місяць тому +2

    ধন্যবাদ বাইদেউ

  • @santoshbaidya3164
    @santoshbaidya3164 Місяць тому +1

    Very very Nice --🙏🙏🙏🙏🙏

  • @nurvlogger244
    @nurvlogger244 Місяць тому

    Bahut achha speech diya atishi ji ne Aam Aadmi party zindabad

  • @HaricharanThakuria-zl1jl
    @HaricharanThakuria-zl1jl 25 днів тому

    Nibonuwa samoshyatu koloi gol Dhanuwa sir

  • @Animalplanet8638
    @Animalplanet8638 Місяць тому +1

    Wel come to Assam AAP

  • @educationrelated4124
    @educationrelated4124 Місяць тому

    Atishi Marlene ❤

  • @biralal9189
    @biralal9189 Місяць тому +4

    👍👍👍👋👋👋👋👌👌👌✌✌

  • @BISHWAJITDUTTABABA-gw5te
    @BISHWAJITDUTTABABA-gw5te Місяць тому +1

    FEW FACTS ARE RIGHT ❤

  • @user-cb5vm9to3o
    @user-cb5vm9to3o Місяць тому +1

    Welcome to aap (Assam)

  • @user-tc7ke1io8k
    @user-tc7ke1io8k Місяць тому +3

    Thank you medam

  • @user-uv6kv7hc5y
    @user-uv6kv7hc5y Місяць тому +3

    Ecrllent

  • @drxjunaedalom3098
    @drxjunaedalom3098 Місяць тому +1

    Very good step anchor ji

  • @rupjoymon-topic9776
    @rupjoymon-topic9776 Місяць тому

  • @apolo2173
    @apolo2173 Місяць тому +4

    ❤🎉

  • @BabulChowhan-dm3hb
    @BabulChowhan-dm3hb 26 днів тому

    ❤ please come Tripura

  • @gaurirabha3236
    @gaurirabha3236 Місяць тому +2

    ,Good,

  • @kardongjyotisri9773
    @kardongjyotisri9773 Місяць тому +4

    আমাৰ ধেমাজিত আম আদমি পাৰ্টি লাগে। আম আদিম পাৰ্টি জিন্দা বাদ।

  • @mahfidafiruj5699
    @mahfidafiruj5699 Місяць тому +19

    Ab tak ke best educated CM arvind kejriwal❤

  • @EduSD4
    @EduSD4 Місяць тому

    Thank you ma'am ❤

  • @MandeepBasumatary-jb9tx
    @MandeepBasumatary-jb9tx Місяць тому

    Very nice mam

  • @sarajali439
    @sarajali439 Місяць тому +1

    She spoken true ❤

  • @user-fu6qi8sr4z
    @user-fu6qi8sr4z Місяць тому +2

    Nice

  • @AjitRabha-qo8rb
    @AjitRabha-qo8rb Місяць тому +1

    Mozza mam

  • @deepankarpatir
    @deepankarpatir Місяць тому +3

    AAP zindabad

  • @Shanbh89
    @Shanbh89 Місяць тому

    Fact said by atishi mam

  • @monalishasaiki7842
    @monalishasaiki7842 Місяць тому +3

    AsHa and AWW, midday meal workers ke bare me achcha se suchie mam

  • @mridulkbora5349
    @mridulkbora5349 Місяць тому +8

    Powerful speech

  • @middletonshullai111
    @middletonshullai111 Місяць тому

    Save garip Hindustan sister

  • @scaryp_gaming_9902
    @scaryp_gaming_9902 Місяць тому +3

    Axomot axomia ✊ baki hindi Bangali eibur..pixt...
    ....amar khilonjiya hokolor babe kimn km kribo pribo heitu important...karon..bahiror State otkoi..amar axomor kthatu olp beleg....eikhn axom..amr.. AXOMIYA r pran.. axomia jati..vakha..june respect.. nokori..... blg bahiror krishti honskriti japibo..nuaribo...himnei..ktha...
    JOI AII AXOM ✊❤️
    moi kunu sorkaror prokhyot nhoi.. bortoman axomot thoka..hokolu sorkare bya...kintu ktha hoixe j..kune bexi bya..ru kun komoke bya..😅
    Amar khilonjiya hokolor ktha kune kimn vabise..heitu main....axomot jiye ntn sorkar nahok kio..axomiya ostitor jate..hani nhoi...
    ASE HENGDANG LUWA NAI LOLE KINTU ROKHYA NAI ✊❤️

    • @nuruzzamanlaskar3090
      @nuruzzamanlaskar3090 Місяць тому +1

      Kya Axom India k bahar hai

    • @scaryp_gaming_9902
      @scaryp_gaming_9902 Місяць тому +1

      @@nuruzzamanlaskar3090 nai kintu... Iat khilonjiya hokol prothom.. axomot axomia jati agot..ru june axomot bahiragoto manuh ase tewluke..axomiak respect kori axomia culture grohon koribo lage..heitue..
      Ru bondhu tumi...axomiya buji pixa jetya..axomita rply dibou hika...dei

  • @RJ_vlogs2
    @RJ_vlogs2 Місяць тому

    We love u mam..aap has golden leader

  • @navajyotibaruah2266
    @navajyotibaruah2266 27 днів тому

    কবলে বহুত সহজ দেৰ ঘণ্টাত গোটেই দিল্লী অৰ পাৰ হৈ যাব পাৰি তাতেই কি কাম হৈছে তাত থকা মানুহে গম পাই

  • @akshaymili4916
    @akshaymili4916 Місяць тому +8

    Boriya ...

  • @goodtobadvideo9
    @goodtobadvideo9 Місяць тому +1

    Nice kjerebol