Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
প্ৰকৃতি প্ৰেমী সংগঠন সমূহে এই প্ৰথাৰ অৱসান ঘটাব লাগে , নিৰিহ জীৱ কেইটা বচাব লাগে, বৰ দুখ লাগে এই বোৰ দেখি
সছাকে, পাপ কাম এইবোৰ
এই নিৰিহ প্ৰানি বিলাকক বলি দি মূৰ্খ মানূহ বিলাকে কি পাব বিচাৰে বাৰু । যি সকলে এই বলি দিবলৈ আহে তেওঁ লোকে এই প্ৰানি বিলাকৰ সলনি নিজৰ সতি সন্তান বোৰক লৈ আহিব লাগে। তেতিয়াহে তেওঁলোকে নিজকে দেবি মাতাৰ পৰম ভক্ত বুলি প্ৰমাণিত হব
Bali protha bondho korok
মন্দিৰ যদি পবিত্ৰ স্থান বোলি গন্য কৰা হয়, তেন্তে তাত নিৰ পৰাধীৰ হত্যা কিয় ?
June boli dibo xihotok boli diok😢😢
বলিৰ কার্যটোর ভিডিও কিয় পৰিবেশন কৰা নহয়? সাহসর অভাৱতেই লুকাই আছে নীতিটোর দুৰ্বলতা।
Moh bor dukhiya kirsokor majot bilai dyok desor kalyan hb
মহা পাপ কৰিছে নিৰিহ জন্তুৱে কি বুজিব ।
Stop this wrong bali pratha, মা দুৰ্গাই বলি লয় কোনে দেখিছে ? দুৰ্গা মাই ক'ত কিতাপত কৈছে মই বলি খাওঁ বুলি ?..বলি দিয়াজন পাপৰ ভাগী হ'ব লাগিব। যাক বলি দিয়া হৈছে সিটোএ পিছৰ জনমত কাটোতা জনক কাটিব 😁🤣 ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে……ইতি 🙏
Jai Maa Durga 🙏🙏🙏🙏❤️❤️❤️❤️❤️
এই মহ বলি প্ৰথা বোৰ বন্ধ কৰক l
This is totally wrong.. Ma durga never wants her children to be sacrificed😢
পোৱালি মহ কেইটাৰ ওপৰত বীৰত্ব প্ৰদৰ্শন বাদ দি বহিৰাগতৰ ওপৰতবীৰত্ব প্ৰদৰ্শন কৰক l
ঈশ্বৰে জানো বলি বিচাৰে
Prani boli diyatke dhorsonkari borak boli diya hole val asil
Jobo keitak dekhi bor dukh lagise
Boil band to hobo lage
Boli pratha kone bnd koribpare pakhandahat tohate bolirkathakoi lov nai
Azekali borbaka ha bali dia
Nijor jibon tu valor karone jibo boli di ki xanti pai baru?dukh nalagene baru olopu jibo keitaloi

পোৱালি মহ কেইটাৰ ওপৰত বীৰত্ব প্ৰদৰ্শন বাদ দি বহিৰাগতৰ ওপৰত
বীৰত্ব প্ৰদৰ্শন কৰক l