Who is Zubeen Garg। জুবিন গাৰ্গ কোন বুলি প্ৰশ্ন বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ।
Вставка
- Опубліковано 6 лют 2025
- Who is Zubeen Garg। জুবিন গাৰ্গ কোন বুলি প্ৰশ্ন বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ। বৃক্ষ ৰক্ষাৰ যুঁজত যোগ দিয়া জুবিন গাৰ্গক আক্ৰমণৰ লক্ষ্য কৰি প্ৰশান্ত ফুকনে কলে- কেইটামান গান গালেই পণ্ডিত নহয় জুবিন। অসমীয়া ভাষা সন্দৰ্ভত জুবিনক সমালোচনা কৰিবলৈ গৈ জুবিনৰ চৰকাৰ বিৰোধিতাৰ প্ৰতিক্ৰিয়া কথাচহকী বিধায়ক প্ৰশান্ত ফুকনৰ।
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
👇Zubeen da respect botton ❤
Jubin Mur baari daalor naam hoi
কোন এই গৰু জন মই প্ৰশান্ত ফুকন নামৰ ব্যক্তিজন আজি দেখিলো জুবিন গাৰ্গ মই সৰুৰেই পৰা দেখি আহিছো প্ৰশান্ত ফুকন আপোনাক কিমানে চিনি পায় জুবিন দাক গোটেই ভাৰতবৰ্ষ মানুহে চিনি পায় দেখোন জয় আই অসম জয় জুবিন দা❤
Moio aji he xunilu nam2 sini e napao 😂 zubeen daar nam lole xoru batcha ataio sini pai ❤
জুবিন দা অসমৰ সম্পদ,, আৰু সম্পদ হৈ থাকিব দিয়ক তেওঁক ।।
32000 gaan galei je xi sob kothai vll hb ?...Over smart dxai
@@dhiraajdas9tu nu life ot ki koribo parisa
Sutmaroni aukatot thak olop maksudai puwali new generationor bokasuda kela @@dhiraajdas9
Sudmarani fofot ungli voram tor @dhiraajdas9
জুবিন দা অসমৰ সম্পদ। আৰু আপুনি কোন প্ৰথম দেখিছো
Right ❤
সম্পদ ❤
Absolutely right said.
Right
জুবিন গাৰ্গ কেইটামান গান গোৱা নাই গৰু 32000 গান গাইছে
I love jobin garg❤❤❤❤
বুপাই তই বুজি নেপাবি এবাৰ তই বিধায়ক হয় চাবা 😅😅.....গান গোৱা মানে লাখ লাখ কথা কোৱা গৰু ত ই😅😅😅
Homoit dakha jabo MLA
Atia 38000 songs hol❤
Yes❤❤
Jubin dar লগত আপোনাৰ কোনো তুলনাই নহয় ! 😢😢😮😮
প্ৰশান্ত ফুকন কোন আপোনাক কোনোৱে চিনি নাপাই জুবিন বুলি কলে গোটেই অসম এ চিনি পায় । 😂
Osa kota moiu sini nai puwa
অহ মই ও আজিহে এওঁৰ নামটো সুনিলো ।।
Akol axom a nohoy bro
All india i seni pai zubeen da ❤🫀
32000 gaan galei je xi sob kothai vll hb ?...Over smart dxai
Moi kosom aji ha dekhisu aiuk
আপোনাক আজি এ প্ৰথম দেখিছোঁ । আপুনি কোন হয়...
এইটোক ৰাইজে ইমান ধুইছে কমেণ্ট বোৰ পঢ়ি ভাল লগিছে।
Akdom right 😂
বুঢ়া শগুন
জুবিনৰ লিভাৰটো বেলেগ বেলেগত নাই, ❤আমাৰ লিভাৰটো জুবিনৰ লগত আছে।
আপুনি কোন হয়????
জুবিন দাই কেইটামান গান গোৱা নাই ৩৬০০০ ত কৈ বেছি গান গাইছে❤❤❤
জুবিন দা ৰ এটা ভৰিৰ মূল্য হয় । ইয়াক আজি দেখিচো মই পথম
কথা চহকী বুঢ়া মক্কেল।মন্ত্ৰীত্ব পোৱাৰ আশাত বেছেৰাই........
Anekoi moribo montry jibont napai
😂
Pale pale etia 😂😂😂
মই কমেন্ট পঢ়ি আছোঁ, ভাল দিছে পিয়াজৰ মালা পিন্ধা পণ্ডিত জনক।
এনে এজন MLA এ জ্ঞান দিছে যাৰ নিজা জ্ঞানে নাই। পিয়াজ আৰু গেছ বাবা😂
Yss bro 😂😂😂
Exactly... 👏👏👏
জুবিন গাৰ্গৰ কথাত মাত ওলাইছে কিন্তু বস্তুৰ দাম বঢ়া কথা কলে মুখ ন ভেবেৰা ছাগলীৰ দৰে ভোৰভোৰায়
জুবিন দা কোন নাজান বুঢ়া
জুবিন দা আমাৰ হিয়াৰ আপোন
তহতৰ নিচিনা মিচলিয়া নহয় বুজিছ বুঢ়া
জয় জুবিন দা ❤
প্ৰশান্ত ফুকন ক আজি হে চিনি পালো
Bhal kotha zubeen best
জুবিন দা অসমৰ সম্পদ
তই কোন হয় জুবিন দাক এনেকৈ কবলৈ তোৰ ঔকাদ কি জুবিন দাৰ আগত... তই কথায়ে ইমান কোৱা নাই জুবিন দাই গান যিমান গাইছে...
Love you Zubeen da ❤❤❤❤
Joy Zubeen daa ❤❤❤ love you 💖 Zubeen daa ❣️
জয় জুবিন দা ❤❤❤
অসমৰ বাহিৰতো এবাৰ সুধি চাব চোন আমাৰ জুবিন দা কোন হয় সুন্দৰকৈ বুজাই দিব।
Thik😂❤
১০ বাৰ জনম ললেও জুবিন দাৰ সমান হব নোৱাৰা . Zubin dai val ktha koise abar aponi vabi sab
Zubeen da is proud of assam. he is of music & everything, joy zubeen da.
Zubeen Daa Is Ideal ❤Lives In Everyone's Heart ❤He is known Everywhere 🎉🎉
Jiyai thoka gos jupa jiyai thakiboloi diya zubeen dar logot moi asu ❤
Jubeen da amar vogoban❤
জুবিন গাৰ্গ ❤❤❤❤❤❤❤❤❤
Zubeen daa thikei koise❤❤❤❤(Goss thakilehe manuh thakibo)..........................I love zubeen daa.
Zubeen da bhogoban hoi.. aru apuni sudhise Zubeen kun hoi? Zubeen da is a good human being hoi.. ❤❤❤
Moi zubeen ❤😊 fale asu my vote is zubeen garg ❤
❤তই কি জানা এ জুবিন দাৰ কথা গৰু
তই আজিক লেগি যদি জুবিনক এ চিনি ❤❤❤নাপা তই আৰু কি বাল কাম কৰবি এ যিজন মানুহক মানুহে ভগৱান বুলি ভাৱে তই যদি সেই জনক এ চিনি নাপা তই অসমত থাকি এ লাভ নাই 😡😡
জুবিন দা জিন্দাবাদ
Long ❤live
জুবিন দা অসমৰ ৰজা হয় im king 👑i
Juben❤❤❤.....King
প্ৰশান্ত চেলখোৱা কোন ?😂
Yes ZUBEN
Jai Zubeen Garg ❤❤🎉🎉🎉
Jai Zubeen da
ৰাইজৰ ভোটেৰে বলিয়ান হৈ যি মন যায় তাকেই কৰিলে অহা দিনত মাটিত ভৰি থবৰ বাবে ঠাই নোহোৱা হৈ যাব।
অহা election আপুনি MLA হোৱাৰ সপোন আৰু পাহৰি যোৱক।।😂😂
আপুনি ভাল মানুহ এজনক যুকাই ললে 😂😂
Right dada ❤
Right bro
Right
Right
জয় zubeen da ❤❤❤
Zubeen daa zindabad ❤❤❤
Love you zubeen Daa❤❤
Zubeen Garg always best ❤❤❤❤
Zubeen da love you 😘😘😘
মই আজি প্ৰথমবাৰ দেখিলোঁ ইয়াক
জুবিন দা আপোনাৰ.......... হয়।
😅😅😅😅😅😅😅😅😅
কোনোবাই চিনি পাই নে আপোনাক।
Zubin is right
Toi kun hoi sudur bhi zuban da Amar kolija hoi joi zuban da ❤❤
Jai zubeen da❤❤❤
Jobin great singer in assam i love jobin❤❤❤❤😅😅
Zubeen main❤🎉
আপোনি কোন হয় জুবিন দাক পৃথিৱীৰ প্ৰায় ভাগ মানুহ চিনি পায় ৷ বিধায়ক মহাশয় আপোনাক কেইজনে চিনি পায় ৰাইজে ভাল দৰে জানে
Zubeen da ❤❤❤❤❤
Joi Jubeen da...✊😎❤❤❤
Khura aapuni kun ha aami najanu zubin kun all wold or luke jane❤❤
Zubeen Garg respect button ✅😊
Tumar Assamese giyan kiman ase zubeen dar tumak koi besi ase kum MLA ooo❤❤❤❤❤
Zubeen Assam king 👑❤❤❤
Good.zubin.da
Dr zubeen garg is best
Zubeen Garg tur father hoi sudur bhai , zubeen garg zindabad ❤❤❤❤
Apuni coment nokora hole val asil
জুবিন দা আমাৰ যুৱ প্ৰজন্মৰ ভগৱান এখেতে নাজানে চাগে ।
Joi zubeen da ❤❤❤❤❤
Zubeen amr Assam hoi Assam mane Zubeen da ❤❤❤❤❤❤
আমাৰ জুবিন দাৰ অসমৰ এমেলে হব লাগিব বাকি বোৰ গৰু
জয় আই অসম❤ জুবিন দা❤❤
প্রকান্ত ফুকন ,,, ৰ আজিৰ পৰা বেয়া দিন চলিব ,, অহা election harib
এই মানুহটো কোন ,,জয় জুবিন দা❤❤
Joi Zubeen Da ♥️♥️🥰
জুবিন দাৰ কথা বেয়াকে নকবি।জয় জুবিন দা ❤❤
Kla Zubeen daa k beya bli koise kon a toi MLA 🙆😅ki je hbo nhoi kor pora je ki bor ahe no 😂 Zubeen daa amr king hoi ❤😊 beya ke nkoba koneo dada k🙏🥰😘❤️♥️
জুবিন গাৰ্গ কোন এই উত্তৰ টো মই কেনেকৈ দিম জনে নে তেওঁ মোৰ ভগবান বুজি পাইছে ন ,মোৰ প্ৰশ্ন আপুনি কোন ? এই ধৰণৰ প্ৰশ্ন কৰি ৰাইজক বিভ্ৰান্তিৰ সৃষ্টি নকৰিব প্ৰশান্ত ককাই, জুবিনৰ নাম মানে আমাৰ গৌৰৱ
Zubeen daa I Ane nokobi Montri bilakor ako nolej ba Giyan nai xosake nai 😅 Zubeen daa I a kaitaman nohoi 48000 gan gaisi
Zubeen da mein ❤️❤️
Zubeen da 32000 gai Sa Dai aru 1 koti apuni Kun hoi I love Zubeen da ♥️
তই কোন কোনেও চিনি নাপাই জুবিন দাক গোটেই অসমতে চিনি পাই ।
সাংবাদিকৰ প্ৰশ্নবাণত এবাৰযে তুমি মুখৰ মাত নাইকিয়া হৈ একেবাৰে কঠুৱাটি হৈ পৰিছিলা ,এবাৰ মনত পেলাবা প্ৰশান্ত .......।
জুবিন গাৰ্গ অসমৰ সাংস্কৃতিক জগতৰ এক আপুৰুগীয়া সম্পদ।
আপোনাৰ দৰে মানুহে চিনি নাপাও বুলি কোৱা একো ডাঙৰ কথা নহয় তেওঁৰ দৰে অন্তৰৰ অধিকাৰী হবলৈ আপোনি হিমালয়ত গৈ তপস্যা কৰিও লাভ নহব কাৰণ আপোনালোক চল চাই কঠীয়া পৰা মানুহ হে
Jar g pesa bujise
আপোনালোকৰ কথাৰ কোনো মূল্য নাই ৷ সেয়েহে ৰাইজ এতিয়াও গছৰ তলত বহি আছে ৷
Sagoli per perai thakiboi. 🦙🦙🦙🦙🦙🦙🦙🦙. Zubeen Boss❤❤❤❤
Zubeen Garg is the pride of Assam 😊 Forever
Who the hell is Prashant Phukan😂
Who is Prashanta phukon
Dogs🐶🐕😂😂😅😅
Aitu johora hoi
True Friendship.zuben da.all the best.
Toi zubeen hobo nuwaro kla
Jubin prkhnto hbo nwre ok
কাই যে নেতা পাতে এইবোৰ মানুহক জুবিন গাৰ্গক চিনি নাপায় অসমত
Zubeen garg celebraty hoi apuni kun?😂
জুবিন দাৰ দৰে আপুনিও গান গাব পাৰে নে 😂😂😂 জয় জুবিন দা❤️❤️❤️❤️❤️✋✋ জুবিন দা আমাৰ ভগৱান )
Journalist ❌ Roaster ☑️
😂🔥
Gan gai thik asa hokolu fla kam kora amr Zubeen da love u Zubeen da
লিভাৰ???? কি যে কয়
Zubin da jui ❤❤❤❤❤
এইজন মহাপুৰুষ কোন kela
Burah hogun
এই মুৰ্খ কেইটা মান গান নহয় তোক শিকাম মই 3260 গানৰ ওপৰত গাইছে মন্ত্ৰিত কৈ বহুত জানো বে মই জুবিন দা বুজাম বুজি নাপালে শিকাম দুখিয়াৰ জিৱন হয় গছ গছনিৰ বপেক গছ বোৰ বপেকে লৰাক বোছোৱৰ দৰে জুবিন দাই বছোৱৰ কথুৰ চেছতা প্ৰশ্ন জুবিন কোন জুবিন আমাৰ অসমৰ সম্পদ ❤ মুৰ্খ
Joy zubeen da...❤zubeen da vogoban hoi be vogoban..❤
Zubeen da jinda bad ,Zubeen da our wealth Zubeen dai kaku khatir nokore.❤❤❤