Jayajaya Jadava# Borgeet
Вставка
- Опубліковано 7 лют 2025
- Jayajaya Jadava# Borgeet#Janmani & Jahnabi #Assamese devotional Song#
HARE KRISHNA and PRANAM !
This devotional music video under the aegis of"Gourangi's" is a tiny humble offering at the lotus feet of all the merciful Vaishnavas by the sisters -
JANMANI & JAHNABI
Dr Janmani Bhattacharjya (Jagadisvari Haripriya Devi Dasi) is an initiated disciple of His Holiness Jayapataka Swami of ISKCON (International Society for Krishna Consciousness) and has been involved with devotional services of ISKCON temple, Guwahati also . She has completed her PhD in BHAGAVAD- GITA AS IT IS by A .C. BHAKTIVEDANTA SWAMI PRABHUPADA under Gauhati University, Assam, India.
AND
Jahnabi Talukdar has completed her MA in Sanskrit
'JAYA JAYA JADAVA' Borgeet was written by SRIMANTA SHANKARDEVA, the great vaishnavite and religious reformer of Assam, India. He is the colossal figure in the cultural history of Assam. He is destined to preach 'SANATAN DHARMA' in Assam, India and the contemporary of Sri Chaitanya Mahaprabhu who was the chief proponent of 'Vaishnavism' in Bengal, India in 15th century.Srimanta Sankardeva composed borgeet in the 15th-16th century and used to begin prayer services in various religious institutions associated with 'Ekasaran Namdharma' . Through 'Borgeet' he expressed the religious sentiments and gave a whole new way to the Bhagavatic religious movement he started, Eksarana Nama Dharma and also called Neo-Vaishnavite movement primarily propagating chanting the divine holy name of the Supreme Lord in this age of Kali Yuga.
Audio & Video Concept by RIPUNJEET BORA
Vocals : JANMANI & JAHNABI
Music by RIPUNJEET
Khol & Taal : PRASANTA TALUKDAR
Flute : NABAJIT SAIKIA
Violin : RIPUNJEET
Mix & Mastering : KAUSTAV SAIKIA
Cinematographer & Video Editor : RAHAN DEKA
Dance & Choreography : KALASANGAM ( LEENA SHARMA, TONMOYEE BARUAH, PARISHMITA MEDHI)
Jaya jaya Yadava
|| raga : asovari ||
dhrum || jaya jaya Yadava jala nidhijadhava dhata
sruta matrakhilatrata |
smarane karaya siddhi dina daya nidhi
bhakati mukuti pada-data ||
pada || jagajana jivana ajana Janardana
danuja-damana dukha hari |
mahadananda kanda paramananda
nanda-nandana bana-cari ||
bibidha vihara bisarada sarada
indu nindi parakasi |
sesa sayana siva kesi binasana
pita basana avinasi ||
jagatabandhu bidhu Madhava madhuripu
madhura muruti mura nasi |
Kesava carana saroruha kinkara
Sankara ehu abhilasi.
We will be highly grateful if this humble effort evokes postive response from the viewers and touches the inner chord of hearts .
Kindly like , subscribe and share if you appreciate our sparkling journey ..🙏🙏🙏
#Assamese song
#Assamese devotional song
#borgeet
#srimanta shankardev
#Iskcon temple
#iskcon Bhajan
UCK86BM0tmt5q83nuc6iAKjw
সুন্দৰ কন্ঠ।।
সুন্দৰ ❤️❤️❤️❤️
গুৰুজনাৰ কি যে সৃষ্টি ! আপোনাৰ কণ্ঠত !! সুন্দৰ সংযোজন। সকলো কৃপাময় গুৰুজনাৰ দিহা।
আমাৰ গুৰুজনাৰ বৰগীতৰ সুৰ আৰু লয় গোটেই ভাৰতবৰ্ষৰ শ্ৰেস্ঠ ভক্তিগীত ৷
এইবৰগীতসমূহ শুনিলে মনটোখুবেই ভাল লাগে, বৰগীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়, এই গীতবিলাক সঙৰখন কৰিব চোন তেতিয়া অতিকৈ আনন্দ পাও, সেয়ে ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন, চেষ্টা কৰি চাব চোন,
Thank you
সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল সেয়ে তোমালোকে গাই যোৱা ইমান সুন্দৰ হৈছে সেয়ে ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন,
Thank you so much
Hundar ahomir hontan
Ati sundar
So.nice..tune.and.tal.man.in.sll.respecy..i.like.and.liteaning.sgsin.again.anf.again.thankd
ৱাহ্! কি সুন্দৰ কণ্ঠ👏👏 আৰু আশা কৰিলোঁ🙏🙏
Thank you
মুহোৰহু ৰসিকাঃ কৃষ্ণ..আই দুগৰাকী
❤
Very nice
Ati hundor kantha🙏
Massive love to both of you ❤
Peaceful
সুনদৰ ৰাগ ৰাগিনী ভুজঙগ প্ৰয়োগ , কন্ঠ সুলিত কৃষ্ণ...
Very nice and as well as sweet tune . Good will to all of you . Want your bright future . Thànks.
Jai shree Krishna
আৰু সতীয় নৃত্যৰ পৰিৱেশন চাইও ভাল লাগিল তোমালোকৰ সবাকে ধন্যবাদ জ্ঞাপন কৰি শুভেচ্ছা জনালো,,,,
ভগৱনতই আপোনালোক দুয়োগৰাকীক মঙল কৰক এই নতুন গীতটো শুনি মই মনতে সুখ অনুভৱ কৰিছোঁ,
পুৱাতে এই ভক্তি মূলক বৰগীত টি শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয় যে ইমান সুন্দৰ হৈছে সেয়ে আপোনালোকে গাই যাওক চোন অতি সুন্দৰ পৰিৱেশন ও সকলো ঠিকেই আছে আৰু সেই একেই ইচ্ছা সহজ হৈ এই গীতটো বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে সেয়ে একে সুৰতে ক ও আপোনালোকে গাই যাওক চোন অতি সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে বহু সুখ পালোহেঁতেন জয় হওক আপোনালো দুয়োৰে,,,,
সুন্দৰ আৰু শুনিও ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক কুশলে ৰাখক এই মানসেৰে ই জয় হওক আপোনালোকৰ,,
Bohuthundor
I can't and couldn't pause my finger for a little time ❤️🙏🏽......
Very good thank s over ...
Melody voice both singers & perfect notes🙏🙏
বৰগীত টো ভাল লাগিছে ।।
পৰিতালৰ 'হৰি হেৰৰে বাপ 'বৰগীতটো গাবো চুন
সুন্দৰ উপস্থাপন তথা পৰিৱেশন ও চাই অতিকৈ আনন্দ পাইছো ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ পালে আশা কৰিলোঁ, সেয়ে আপোনাসবে গাইযাওকচোন সুন্দৰ অতি সুন্দৰ হৈছে,
Very good nice...
কৃষ্ণ, জয় গুৰু শ্ৰীমন্ত শঙ্কৰ 🙏
Thank you
Ki humodhur kontho bujabo nuwari bohut bohut val lagil
সুন্দৰ অতি সুন্দৰ আৰু ভালো লাগিল এই গীতটো শুনি,,,,
Thank you
Bahut bhal lagil kinto guru smaran kiyakaranai
ইমান সুন্দৰ লয়েৰে, সুৰ তথা পৰিৱেশন চাইও ভাল লাগিল আৰু এনে ধৰণৰ বৰগীত শুনিবলৈ পাই মনতে খুব সুখ পালো, ইমানেই, তোমালোকে গাই যোৱা ইমান ভাল লাগিল,
Thank you
Xosaky bor dhuniya lagil huni..ru kontho xosaky apurbo...anky ru hunibo pm buli axa korilu...
অতি সুন্দৰ
दिव्य
Jay Sanatan jay Kamrupi 🚩
গুৰুজনাৰ সৃষ্টিৰ প্রেৰণা ভাৱ, ভক্তি আৰু বৰগীত ৰধূনীয়া কৈ যিলহৰ তুলিলে সচাকৈ অনুপম হৈছে, খুবেই ভাল লাগিল গীত টো শুনি,, ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক বৰগীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে, তোমালোকক কুশলে ৰাখক আৰু সুমতি দিয়ক ইয়াৰ মানসেৰেই,,,,,
ইমান ধুনীয়া হৈছে শুনিবলৈ ❤❤❤
Thank you
সুন্দৰ ৷
সুন্দৰ সুমধুৰ ভাল লাগিল। কিন্তু যাধৱ নহয় যাদৱ হে কৃষ্ণ কৃষ্ণ।
আজিকালি বৰগীত সত্ৰীয়া নুশুনা আৰু নেদেখা হলো । খুব ভাল লাগিছে।মন সাত পৰি গৈছে।
বৰ ভাল লাগিল
কৃষ্ণ 🙏
🙏বহুত ভাল লাগিল দেই.......
নমস্কাৰ গ্ৰহণ কৰিব আপোনালোক দুয়োগৰাকী ৰএই বৰগীত শুনিবলৈ পাই মই অতিকৈ সুখ অনুভৱ কৰিছোঁ আপোনালোক গাই যাওক চোন আপোনালোক দুয়োগৰাকী ৰ গীত ৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও মই অতিকৈ আননদিত্ হলো,,,,
Tmaluke ankua borgeet bur bnai jua adn vl succes hba ba. Bhut hundor geet ru bnua ankuake😊❤❤❤
সুন্দৰ অতি সুন্দৰ,, মই পুৱাতে এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয়, আৰু শুনিও অতিকৈ ভাল পাও বৰগীত শুনিবলৈ পালে,, তাতে ইমান সুন্দৰ লয়েৰে গোৱা বৰগীত, সেয়ে তোমালোকে গাই যোৱা ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ তোমালোকক দিবলৈ ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো,
Dhonyobad
সুন্দৰ পৰিবেশন, ধন্যবাদ
বহুত ধুনীয়া হৈছে ।10 বৰ শুনিলোঁ মই
Thank you. Really means a lot🙏
So sweet prathme guru smaran smarankariile bhhal
Thank you so much 🙏
Krishna Krishna ai
সুন্দৰ অতি সুন্দৰ,।
Hundor👌 bor geet hundor kontho val lagil hidoi sui gol dhoinobat
বৰ ভাল লগা হৈছে ।আৰু অধিক গীত গাই আমাক আনন্দ দিব বুলি আশা কৰিলো । আগুৱাই যাওক ।
নমস্কাৰ গ্ৰহণ কৰিবা ,গুৰু দুজনাৰ হৈ পৰিৱেশন কৰা দেখি অতিকৈ আনন্দ পাইছো ধন্যবাদ জ্ঞাপন কৰি ছো, তোমালোকৰ এই পৰিৱেশন দেখিও মই খুব সুখ অনুভৱ কৰিছোঁ একে সুৰতে ক ও তোমালোকৰ গীতৰ সুৰ শুনি মই খুব ভাল পাইছো,,ইমানেই,,,,
আপোনলোকে এই বৰগীত ত যিগুৰু জনাৰ হৈ পৰিৱেশন কৰা দেখি মনতে খুব সুখ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক বৰগীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনালোক দুয়োজনকে সুমতি দিয়ক সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল সেয়ে আপোনালোকে গাই যাওক চোন কবলৈ ভাষা নাই সেয়ে একে সুৰতে ক ও ইয়াত যিসুনদৰ লহৰ তুলিলে তাৰ বাবে বহু ধন্যবাদ থাকিল আৰু শুভেচ্ছা জনালো ইমানেই ভাল পালোঁ যে কবলৈ ভাষা ইবিচাৰি পোৱা নাই ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক,,,,,,
Thank you so much
ধ্ৰং - জয় জয় যাদৱ জলনিধি জাধব ধাতা
শ্ৰুতমাত্ৰাখিল ত্ৰাতা, স্মৰণে কৰয় সিদ্ধি।
দীন দয়ানিধি ভুকুতি মুকুতি পদ দাতা।।
যাদৱ- কৃষ্ণ, জলনিধি-সমুদ্ৰ, জা-কন্যা ,ধব- স্বামী,শ্ৰুতমাত্ৰাখিল-শুনা মাত্ৰেই অখিল সমস্ত জগতৰ জীৱ,ত্ৰাতা-উদ্ধাৰ কৰা, সিদ্ধি-অষ্ট প্ৰকাৰ সিদ্ধি।
জগতপতি কৃষ্ণ সমুদ্র কন্যা লক্ষীদেবীৰ স্বামী,তেওঁৰ নাম শুনাৰ লগে লগে জীৱই সিদ্ধি লাভ কৰিব পাৰে। তেওঁ দুখী জনক দয়া কৰে আৰু কৃষ্ণৰ কৃপাত ভুকুতি অৰ্থাৎ ভোগৰ সামগ্ৰীৰ লগতে মুক্তি লাভ কৰে। যেনেঃ-প্ৰহ্লাদে ভোগৰ পোৱাৰ পিছত শেষত মুক্তি পাইছিল।
পদঃ-জগজন জীৱন অজন জনাৰ্দন দনুজদমন দুখ-হাৰী
মহদামন্দ,কন্দ পৰমানন্দ,নন্দ- নন্দন বনচাৰী।।
জগজন জীৱন- সমস্ত জীৱৰ প্ৰাণ, অজন- জন্মহীন,জনাৰ্দ্দন-জনামায়া মৰ্দ্দনকাৰী,দনুজদমন- দৈত্যক দমনকাৰী,মহদানন্দ- মহৎ আনন্দ,কন্দ-কাৰণ
কৃষ্ণ সমস্ত জীৱৰ আত্ম।তেওঁৰ শক্তি অসীম, জন্মহীন,জনামায়া,মৰ্দ্দনকাৰী আৰু দৈত্য দমনকাৰী।কৃষ্ণ মহৎ আনন্দৰ স্বৰূপ, কাৰণ নিজেই পৰমানন্দ,সেইজনেই নন্দন বনত গৰু চৰি ফুৰিছিল।
বিবিধ বিহাৰ বিশাৰদ, শাৰদ ইন্দুনিন্দি পৰকাশী।
শেষ শয়ন শিৱ,কেশী বিনাশন, পীতবসন অবিনাশী।।
বিবিধ-বিহাৰ- বিভিন্ন লীলা, বিশাৰদ- পাৰ্গত,শাৰদ-শৰত কাল, ইন্দুনিন্দি- পূৰ্ণিমাৰ জোনতকৈ ,পৰকাশী- প্ৰকাশ,শেষ শয়ন-অনন্ত নাগত শয়ন,শিৱ-মঙ্গঁলময়।
ভগবান কৃষ্ণই বিভিন্ন অৱতাৰ ধাৰণ কৰিছে। লীলাৰ ক্ষেত্ৰত তেওঁ পাৰ্গত।কৃষ্ণৰ ৰূপ শৰৎ কালৰ পূৰ্ণিমা ৰ চন্দ্ৰতকৈ চমকপ্ৰদ।তেও অনন্ত বধ কৰোঁতা কৃষ্ণই গেৰুৱাবসন পৰিধান কৰে।
জগত বন্ধু বিধু,মাধৱ মধুৰিপু, মধুৰ,মূৰতি মুৰনাশী।
কেশৱ চৰণ সৰোৰুহ কিঙ্কৰ,শঙ্কৰ এহু অভিলাষী।।
বিধ-চন্দ্ৰ,মধুৰিপু-মধুদৈত্য বধকাৰী,মুৰনাশী-মূৰ দৈত্যক বধ কৰা বাবে মুৰাৰি।
কৃষ্ণ জীৱৰ বান্ধৱ,তেওঁ মধুদৈত্যক বধ কৰিছিল, মুৰ দৈত্যক বধ কৰা বাবে কৃষ্ণৰ আন এটি নাম মুৰাৰি। চন্দ্ৰই যেনেকৈ ৰাত্ৰিৰ আন্ধাৰ দুৰ কৰি পোহৰ কৰে সেইদৰে কৃষ্ণ নামেও জীৱৰ অজ্ঞান আন্ধাৰ দুৰ কৰে।তেও ভৰিৰ তল পদুম ফুলৰ ৰঙৰ দৰে কৃষ্ণৰ আন এটি নাম কেশৱ।
অতি সুন্দৰ
Eman dhinake bujai dise , dhanyabad apunaloi
ইমান সুন্দৰ কৈ ভাঙণি কৰিদিয়াৰ বাবে এভাগ সেবা জনাইছো ।সেবা ভাগ গ্ৰহণ কৰি অধমক কৃপা কৰে যেন । কৃষ্ণ কৃষ্ণ ।
This one has become one of my favourite borgeets.. would like to listen more from you.
কৃষ্ণ ❤
সুন্দৰ 🙏
Krisna
❤❤❤❤❤❤❤❤❤
What a lovely song! Please upload more Borgeets. This is my humble request to you.
Lovely and sweet borgeet for me
ati sundar hoise
Oti Sundar Kantha re Gurujanar Borgeet aapunaloke Aamak Upahaar Dile. Shuni oti Santosh Palo. Bhabishyateo Ene Sundar Borgeet Shunar Aasha Korilo. Aaponalokak Mangal Karak. KRISHNA
সুন্দৰ নৃত্য আপ্লুত হলো।
Hundor hoise baideu..
Hari krishna
Thank you
বহুত ভাল লাগিছে ৰাগটো দিয়া হেতেন আৰু ভাল লাগিলে হয় ্য
Bohut val lagil,share Kori dilu
Thank you so much.. means a lot 🙏
Thank you 🙏
So beautiful
Joi guru Sankar Madhav 🙏🙏🙏🌼🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
বহুত ভাল লাগিল দোয়োৰে কণ্ঠ অতি মনোমোহা
সুন্দৰ হৈছে বহুত ভাল লাগিল শুনি।
🎉🎉 wonderful performance with melodious voice......
অতি সুন্দৰ কণ্ঠৰ বৰগীতভাগি বৰ ভাল লাগিল।
Khub bhal laagil..Aamar Barpeta anchalar sur bisari palo .. share karilu..
Thanks for sharing 🙏🙏🙏
Dhonyobad 🙏
Krishna 🙏
দুয়ো গৰাকী গায়কক মোৰ কোটি কোটি প্ৰণাম। ইমান সুন্দৰ সূৰ আৰু লহৰ বহুত ভাল লাগিছে..ভগৱানে আৰু আগুৱাই যাওক আশীৰ্বাদ থাকিল। ধন্যবাদ ধুনীয়া কন্ঠ।
Dhonyobad 🙏
MAi moyurponkhi ma'am ❤❤lovelylovely
Thank you mayurponkhi
Pranaam 🙏🙏.
Hare Krishna Hare Ram Hari Om Narayan.
Thank you
এই পৱিত্ৰ ভাদ মাহৰ এই পৱিত্ৰ পূৰ্ণিমা তিথিত গুৰু জনাৰ আমাৰ সৃষ্টি কীৰ্তন তথা বৰগীতৰ যি লহৰ তুলিলে সেয়া সঁচাকৈ অনুপম....বহুত ভাল লাগিল সুন্দৰ কণ্ঠ আপোনালোক দুয়োজনাৰ,লগতে বাদ্যযন্ত্ৰী সকলোৰ ছেৱে জেউতি চৰাইয়ে চৌদিশে,নৃত্য ছন্দ আটক ধুনীয়া, আকৌ নতুন আশাৰে....গুৰু দুজনাৰ সৃষ্টি অমৰ হৈ ৰ'ক তাৰেই কামনা কৰিলোঁ, ধন্যবাদ জনালোঁ🌸👏
Dhonyobad
@@jahnabitalukdar2442 adoriso baa..
P0
8:38
Dhannyba
সুন্দৰ কন্ঠেৰে অপূৰ্ব পৰিবেশন
Sundar ❤
সুন্দৰ হৈছে জানবা, জাহ্নৱী❤️❤️❤️❤️
Thanks dear
অতি সুন্দৰ সুমধুৰ কণ্ঠত বৰগীত।
Man magahi Santa hoi jai❤❤❤🙏🙏🙏
ভনী , দুয়োগৰাকীক গুৰুজনাই আশিষ কৰক | ভনী , তোমালোকৰ গায়নশৈলী অতি সুন্দৰ ||
ইমান সুন্দৰ সুৰ লয়েৰে গোৱা গীতটি শুনি মন ভক্তিভাৱেৰে ভৰি পৰিছে। সুন্দৰ সত্ৰীয়া নৃত্যই গীতটি আৰু সৰ্বাঙ্গসুন্দৰ কৰি তুলি ধৰিছে। সকলোলৈকে হৃদয়েৰে শুভেচ্ছা যাঁচিলো ।
অপূৰ্ব ❤❤❤ জয় শ্ৰী মাধৱ 🪔🕉️🙏
Bohut val lagil.😍♥️
বৰগীত সমূহ শুনিলে শুনি থাকিব মন যায়। বৰগীত সমূহ অসমৰ প্ৰাণ। এই বৰগীত সমূহ শুনিলে অসমীয়া হিচাবে গৌৰৱ অনুভব হয়। 🥰🥰🙏🙏🙏🙏🙏
অতি অপূৰ্ব কণ্ঠ, বৰগীত ভাগি পৰিবেশনৰ লগতে নৃত্য শৈলী অতি সুন্দৰ। উজ্জ্বল ভবিয্যত ৰ বাবে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালো -কৃষ্ণ
অতি সুন্দৰ হৈছে৷শুনিলে গাতু শিয়ঁৰি জায়। ঈশ্বৰে মংগল কৰক তোমালোকক।
Thank you
Bhal lagil. Keep it up.
🙏🙏🙏🙏বহুত বহুত ভাল লাগিল
Dhuniya lagise baa
Thank you
Verysweet voiceanddançewas verygood
Very sweetvoice
অতি সুন্দৰ কন্ঠ নিগৰাইছে। উত্তম হৈছে।
Jaiyo Krishna, Jaiyo Guru Shankara 🙏🏽
Thank you 🙏
Vary nice
Kesava sarana saroruha kinkara...Oti xundor..💐