চকুলো টুকি বিধানসভাক বিদায় দিলে ফণীভূষণ চৌধুৰীয়ে, মৰমৰ বিধায়কৰ বিদায়ত দুখী সমষ্টিবাসীও
Вставка
- Опубліковано 13 чер 2024
- 📌ৰাজনীতিৰ এটা যুগ। এটা সম্পৰ্কৰ যৱনিকা। আবেগিক সাংসদ ফণীভূষণ চৌধুৰী। চকুলো টুকি বিধানসভাক বিদায় দিলে ফণীভূষণ চৌধুৰীয়ে। বঙাইগাঁৱক বিদায় দিয়াৰ বিষাদত কাতৰ ফণীভূষণ চৌধুৰী। বঙাইগাওঁবাসীক কৃতজ্ঞতা। মৰমৰ বিধায়কৰ বিদায়ত দুখী সমষ্টিবাসীও।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
38 বছৰ এজন নেতা ভাৰত বৰ্ষ ৰ প্ৰথম জন ব্যক্তি হব চাগে ।। চৰকাঁৰ আহিছে গৈছে কিন্তু ফণী ভূষণ তাতেই বিৰাজ মান হৈ আছে কোনোৱেই হিলাব নোৱাৰিলে,, কাৰণ মানুহ জনে 38 বছৰে যদিও বা কাম কৰা নাই বিশেষ তেওঁ কোনো টকা খোৱা বা দলালি কৰি নাপালে সেয়ে ৰাইজে বিচাৰে,, ইতিহাস জীবনৰ পৰি সমাপ্তি আজি,, 😢 ধেমালি নহয় ইমান বছৰ।।
চকুঁৰ পানী টুকি মাগিলো বিদায় 🙏৮৫ চনৰ পৰা আছিলো সদায় 🙏এৰি থৈ যাবলৈ ওলালো আজি মই🙏৩৮ বছৰৰ স্মৃতি বুকুত বান্ধি লৈ 🙏
আপুনি এক মহান বেক্তি হয় ৷ আপুনি জীয়াই থকালৈকে অসম মাতৃভূমিক সদায়ে আপুনি সন্মান কৰিব সেইটো আমাৰ বিশ্বাস ৷ আমি আপোনাৰ লগত সদায়ে আছোঁ ৷ আপোনাৰ সপোন সফল হব দাদা ৷
জননেতা... মৰমৰ নেতা..
ইমান আবেগিক কিয় হৈছে? দিল্লীলৈ যাব।অসমৰ বাবে ভাল কাম কৰক। সকলোৰে সমাদৰ পাব।
আপোনাৰ আগত সাংসদ জীৱন সুখময় হওঁক।
ধন্যবাদ আপোনালৈ।অসমৰসকলো ৰাইজে ভাল পাই
এই মানোবল আজীৱন অটুট থাকক! বহুত বহুত শুভকামনাৰে 🙏❤️🙏 জয় আই অসম, 👍👍👍👍👍👍
God bless sir
হিন্দু হক মুছমান হক ছবে তেওঁক ভাল পাই তেওঁৰ নিচিনা আৰু কোনো MLA হবৈ নৰে। Ajon val মনৰ মানুহ হয় তেওঁ। God bless you sir phanibhushan.
Best wishes dada
বৰপেটাৰ লোক, সভাৰ সমষ্টিৰ মানুহে বহত প্ৰত্যাশাৰে আপোনাক বিপুল ভোটত জয়ী কৰাইছে... আপুনি দায়িত্ব বুজি লোকসভা সমষ্টিৰ ক্ষীপ্ৰতাৰে কাম কৰক, ছাৰ,... দৃহ হৈ কাম কৰাৰ সংকল্প লওক
Bohut val manuh dai
😢 অতি দুখৰ কথা এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ
কি অনুৰোধ থাকিল নো? প্ৰত্যেক টো কথা তে কি অনুৰোধ থাকে আপোনাৰ।
God bless sar
ফণীদা আপুনি আমাৰ লগত জীৱনৰ সদায়ে আছে আৰু থাকিব৷
আপোনাৰ পুত্ৰক বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাত নমাব ভাল হ'ব ছাৰ। অন্যক সুবিধা নিদিয়ে যেন।
Mamai bjp candidate namabo tat aibur sob calculation ase
Good bless you sir......
❤❤❤❤❤
🙏🙏🙏
বহুত নিকা ৰাজনীতিক তেখেত ।
Sir u r a nice person salute again sir
Congratulations sir and miss you
Best wishes to you Sir..
❤❤❤❤❤❤🎉
He is great politician 🎉🎉
❤
এই ফণী দা বিৰাটেই আবেগিক লৰা.... তৎক্ষণাত চকুপানী ওলাই... আগতেও বহুত কান্দিছে...😂😂😂
He is a good man.Best of luck for the future.👍👍👍
Aapunaloi sahsra pronam 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Bajalir anandapur ansalar pora kiman vote di joyjukta korilo aru Anya manuhako vote diboloi koisilo jate bhal Kam kore asha korilo dhanyabad
🤔🤔🙏🙏🙏
কান্দিবলৈ কি টো হল??
Just now who hastaken he canot take more that so the people given again and again chance becouse new one will be more greedy to earn money what is done by the people it is good long live
Apuni mohan manu
😄😄😄😄😄😄😄😄😄😄
Pun angulit ghiun nahe dada
Sobor kopal eman lucky nhoi kintu dei♟️.
Sir aponi ajibon luike mla hui thakibo paleheten kintu mamar sakrantotor babe eyai hoyto xes.
English knowledge ...?????
A G P aijan byktik koy
Sansad phani Bhushan choudhary sir vidhayak pora etya sansad xol 1986 por 2024 loke aru pariwar nisina ashile val paishile bongaigaon manhua sirok beya laghibo biday dile but Etya sansad xoise kandibo nalaghe iman bsl neta AG P aru Jikibo nalaghishile tetya nakandie Hoy 😂😂 kandibo nalaghe moy bahut val paishu sir M P huwa karone Barpeta manhua vote dise but beya Logha to sobhabik sobe kande mor Dewta kandishile retirement somoyt Jetya chakori Kori ashile Section Officer S S B. Lahe lahe natun jagha natun Kam jetya Koribo pahari jabo aru phani Bhushan choudhary siror putra o petrol Dipu Kam korishile petrol disile sur M L A Putra chakori dibo nuarile aru putra dekhishile xodai karone Kora nashile petrol pump ⛽ Kam bapekok Toka nukhuje xaitu bahut val sir aru don't cry 😭 sir always keeo smiling 😊😊 God blessed always and best wishes for future endeavors 🙏❤️😍😊 great m p phani Bhushan choudhary sir Good news 📰🗞️ 🙏🙏❤️❤️😊😭
Aitu a mp hoi ki koribh thik ni
Kndi lv ni vl km koribo chance pisa Kam korak
Kam nai aitu
Apunak bagahwane dirga aiyoh karak karan apunar dare anajan MLA napam apuni bahut bal manuh
Mp হয় আপোনার পাখি কটা গল ! আপোনাৰ সমষ্টি বিজেপি হব 🤔🤔
❤❤❤❤
🙏🙏🙏