নগাঁও,তেজপুৰ নহয় মেক্সিকোলৈ গছপুলি ৰুবলৈ মাতিলে যাদৱ পায়েঙক,অৰণ্য মানৱক চেল্যুট

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • নগাঁও,তেজপুৰ নহয় মেক্সিকোলৈ গছপুলি ৰুবলৈ মাতিলে যাদৱ পায়েঙক,অৰণ্য মানৱক চেল্যুট । মেক্সিকো চৰকাৰে এই গছপুলি ৰোপনৰ বাবে ক্ৰয় কৰিছে ৮ লাখ হেক্টৰ ভূমি ।১০ বছৰৰ বাবে মেক্সিকো চৰকাৰে যাদৱ পায়েঙৰ সৈতে চুক্তি কৰাৰ লগতে প্ৰদান কৰিছে ভিছা।

КОМЕНТАРІ • 310

  • @subharajgogoi7316
    @subharajgogoi7316 3 роки тому +255

    সন্মানীয় যাদৱ পায়েঙ দেৱক ভাৰতৰন্ত উপাধি প্ৰদান কৰিব লাগে । ব্যক্তিগত মত ।। তেওঁ সমগ্ৰ ভাৰতৰে গৌৰৱ❣️❣️ যিসময়ত একাংশ দানৱে এফালৰ পৰা বন ধ্বংস কৰি কোটি টকাৰ মালিক হৈছে লগতে সেইসকলে হাতী মনুহৰ সংঘাত বৃদ্ধি কৰাত সহায় কৰিছে। কিন্তু সেই সময়তে যাদব পায়েঙ দেৱে অকলেই এখন অৰণ্য গঢ়ি তুলিছে। ক্ৰিকেট খেলি যদি শচীন তেণ্ডুলকাৰে ভাৰতৰ সৰ্বোচ্চ সন্মান (ভাৰতৰত্ন) উপাধি আৰ্জিব পাৰিছে তেন্ত পৰিৱেশ সজাগতাৰ ক্ষেত্ৰত যাদৱ পায়েঙ দেৱৰ অৱদানৰ বাবে সমানেই যোগ্য।

    • @PBG-555
      @PBG-555 3 роки тому +11

      Amar sakare manuh morar pisot he har pai

    • @bhesojbaruah6265
      @bhesojbaruah6265 3 роки тому +14

      আপোনাৰ মতামত মই সম্পূৰ্ণ সমৰ্থন কৰিছো।

    • @anamikadas9320
      @anamikadas9320 3 роки тому +4

      Mori jwa pisot he honman korib Basi thakat nokore amr eyar niyom

    • @subharajgogoi7316
      @subharajgogoi7316 3 роки тому +1

      @@anamikadas9320 হয়।

    • @deepokofficial_123
      @deepokofficial_123 3 роки тому +2

      Right brou

  • @pritamroy12345
    @pritamroy12345 3 роки тому +126

    সন্মানীয় যাদৱ পায়েঙে ডাঙৰীয়াক ‌অসম চৰকাৰে তেখেতক এটা চৰকাৰী ভাবে ফৰেষ্ট বিভাগ দায়িত্ব দিব লাগে ।

  • @someswariborah4891
    @someswariborah4891 3 роки тому +26

    ধন্য হলো এজন অসমীয়া লোকৰ এনে গৌৰৱৰ অংশীদাৰ হৈ ।পায়েং ডাঙৰীয়া, আপুনি আগবাঢ়ি যাওক-উঠি অহা প্ৰজন্মৰ আদৰ্শ হ‌ওক ।

  • @Mathrphukonsir123
    @Mathrphukonsir123 3 роки тому +29

    অতি সুন্দৰ ককাইদেউ। আপোনাৰ আদৰ্শক আদৰণি জনাইছোঁ। আপুনি সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰিছে।

  • @bishalbora123
    @bishalbora123 3 роки тому +9

    মানুহজনক কাষত পোৱাৰ সুভাগ্য হলো ,,,কাষত পাই মানুহ জন বৰ ভাল লাগিল ,,মানুহজনৰ ভাষণ শুনি বহুত ভাল লাগে ,,,মানুহজন সহজ সৰল ,,অসমৰ নাম জিলিকি উঠিব সমগ্ৰ বিশ্বত,যদি এখেতৰ দৰে মহান সকলৰ আদৰ্শ লওঁ,,

  • @santoshborah6757
    @santoshborah6757 3 роки тому +45

    বৰ ভাল কথা । ভাল মানুহ ভাল কাম ।

  • @binoykalita3415
    @binoykalita3415 3 роки тому +43

    পায়েঙ ডাঙৰীয়াৰ এটা কথাত মই একমত, প্ৰতি বছৰে সাত দিন প্ৰক‌ৃতিক দিব লাগে ।

  • @rajibkalita9889
    @rajibkalita9889 3 роки тому +29

    অসম চৰকাৰে যাদৱ পায়েং ডাঙৰীয়াক বন বিভাগৰ ব্ৰেণ্ড এম্বেছেদৰ বনাব লাগে।

  • @Abhijitphukan07
    @Abhijitphukan07 3 роки тому +7

    সম্নানীয় যাদৱ পায়েঙ ছাৰক লগ পাইছো মানুহজন বহুত ভাল 🌳🌳🌳😍🤼

  • @xingkele3322
    @xingkele3322 3 роки тому +42

    "Jai aai axom"
    #proud of india ,assam and Mising 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

  • @bhesojbaruah6265
    @bhesojbaruah6265 3 роки тому +16

    মেক্সিকো চৰকাৰে আমাৰ অসমৰ পৰা অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙদেৱক দহ বছৰৰ বাবে ভিচা প্ৰদান কৰি অৰণ্যৰ সৃষ্টি কৰিবলৈ লৈ গৈছে - এইটো আমাৰ বাবে বৰ গৌৰৱৰ কথা ।
    কিন্তু আমি উত্তৰ পূৰ্বাঞ্চলত দেখিছো কি ? দিহিং পাটকাই বৰ্ষাৰণ্যখন চৰকাৰী পৃষ্ঠপোষকতাত ধ্বংসৰ গৰাহলৈ গতি কৰিছে ।
    দিহিং পাটকাই সুৰক্ষিত কৰক
    অসম/সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সুৰক্ষা প্ৰদান কৰক ।

  • @deepjyotidutta2872
    @deepjyotidutta2872 3 роки тому +30

    Proud of you my Superman🦸‍♂️.... Long live jadav sir...

  • @ratnakalita3020
    @ratnakalita3020 3 роки тому +1

    আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ । ভগৱানে আপোনাক সদায় ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ

  • @paharideori4288
    @paharideori4288 3 роки тому +1

    সঁচাকৈ এজন সন্মানীয় ব্যক্তি তেওঁ...তেঁওক লৈ গৌৰৱ কৰিব পাৰো আমি অসমীয়া আৰু ভাৰতীয় হিচাপে।তেঁওক এটা উচ্চ সন্মানীয় পদত অধিষ্ঠিত কৰি দিব লাগে অসম চৰকাৰে।

  • @prabinbaruah6863
    @prabinbaruah6863 3 роки тому +1

    অসম মন্ত্ৰী সভাৰ বৈঠকত আজি কেইটামান পুৰষ্কাৰ বা সন্মান সূচক উপাধি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। অৰণ্য মানব যাদব পায়েঙ এনে এজন বিৰল ব্যক্তি যাক অসম চৰকাৰে অসম ৰত্ন উপাধিৰে সন্মান যাচিব পাৰে। মেক্সিকো চৰকাৰে তেওক দহ বছৰৰ ভিছা প্ৰদান কৰাত অসমৰ গৌৰব নিশ্চয় বাঢ়িছে ।

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 3 роки тому +12

    যাদৱ পায়েঙ ডাঙৰীয়া আমাৰ অসমৰ, দেশৰ গৌৰৱ।
    তেখেতৰ কৰ্মৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

  • @hridayajitnarzary2863
    @hridayajitnarzary2863 3 роки тому +15

    You are the Pride Of Assam🙏

  • @binanmedi10
    @binanmedi10 3 роки тому +3

    আপোনাৰ নিচিনা মানুহ এজন ভাৰতত জন্ম লৈছা ।নমস্কাৰ আপোনাক গুৰু

  • @gitarthabarman2201
    @gitarthabarman2201 3 роки тому +29

    পায়েং দাদা আপুনি এই মোবাইল টাৱাৰ বোৰৰ rediation বন্ধ কৰিব দিয়ক

  • @nilotpaljyotithakuria5359
    @nilotpaljyotithakuria5359 3 роки тому +16

    He is Pride of Assam ❤️

  • @nitya2524
    @nitya2524 3 роки тому +14

    অসমৰ গৌৰৱ ❤️

  • @bindas2490
    @bindas2490 3 роки тому +1

    Khubei Vaal loga ata kotha ....aamar okhomot anekuwa manuh ase buli gom pai bohut bht Vaal lagil

  • @rajupegu2149
    @rajupegu2149 3 роки тому +18

    proud to be a missing people....

  • @nayanjyotinath2786
    @nayanjyotinath2786 3 роки тому +11

    Really proud of you as an Assamese🙏

  • @jahnugogoi02
    @jahnugogoi02 3 роки тому +20

    Proud of you 👏

  • @rajendasofficial7121
    @rajendasofficial7121 3 роки тому +1

    গৌৰৱ কৰিছোঁ, আন্তৰিক শুভেচ্ছা আপোনালৈ

  • @paharidutta8509
    @paharidutta8509 3 роки тому +16

    Really heads of to you......such type of person is not seen in this today's world... very good idea.... Wish ur dream come true and God will help you every step of ur life 🙏🙏 long live 👍😊😊

  • @tapana2z160
    @tapana2z160 3 роки тому +2

    Proud of যাদৱ পায়েঙ ডাঙৰীয়া 🙏🏻 সকলোৱে আগ বাঢ়ি আহিব লাগে 🙏🏻 আৰু নিজৰ জন্ম দিনত 10 জোপা গছ ৰুব লাগে 🙏🏻

  • @nazimahmed1610
    @nazimahmed1610 3 роки тому +11

    Great , allahe apunak good health diok. Assam really proud of you. We need green revolution to save the world

  • @jananinarah7474
    @jananinarah7474 3 роки тому +2

    Proud of you payeng sir❤❤❤

  • @probhatmoran994
    @probhatmoran994 3 роки тому +4

    আমাৰ গৌৰৱ পায়েং ডাঙৰীয়ালৈ প্ৰণাম জনাইছো।

  • @rebochutia2585
    @rebochutia2585 3 роки тому +1

    আপোনাক প্ৰণাম জনাইছোঁ🙏🙏🙏
    আপুনি আৰু আগুৱাই যায় যেন।

  • @Kripal_Das
    @Kripal_Das 3 роки тому +1

    Your are the real Pride of Assam. May God bless you!

  • @monurammili7713
    @monurammili7713 3 роки тому +23

    Such a wonderful person in this planet,...

  • @hhhhhhiu
    @hhhhhhiu 3 роки тому +1

    অতি সুন্দৰ পায়েং চাৰ।

  • @sumudarrang8399
    @sumudarrang8399 3 роки тому +2

    এখেতক লৈ সদায় গৌৰৱ কৰো.... 😍😍❤❤🙏🙏

  • @Stuti187
    @Stuti187 3 роки тому +3

    প্ৰিয় মানুহজন 💚

  • @Brai20001
    @Brai20001 3 роки тому +11

    Pauing sir
    Respect him 👏🙏❤

  • @spdas9309
    @spdas9309 3 роки тому +6

    Pride of Assam he must get Bharat Ratna jai ai axom.

  • @cutestanimallover6579
    @cutestanimallover6579 3 роки тому +8

    Proud of you sir 🙏

  • @yetumpayeng5571
    @yetumpayeng5571 3 роки тому

    অভিনন্দন চাৰ! আপোনাৰ যাএা শুভ হওক।

  • @fastivelgrup6131
    @fastivelgrup6131 3 роки тому +2

    ai mnauh jonok log pabole bor mon ase ❤❤❤

  • @chandragogoi460
    @chandragogoi460 3 роки тому +21

    বছৰত এসপ্তাহৰ বন (Lock down) দিয়া কথাতো সচায়ে , ভাল হব বুলি ভাবো

  • @jatinpayeng5027
    @jatinpayeng5027 3 роки тому +5

    We are proud of you 👍👍👍👍👍👍

  • @localvode6934
    @localvode6934 3 роки тому +9

    Absolutely beautiful..!!!!!!!

  • @deepjyotidutta2872
    @deepjyotidutta2872 3 роки тому +4

    For the first time I have found a reasonable news in your platform.... @time8

  • @bituponkakoty2353
    @bituponkakoty2353 3 роки тому +2

    আমাৰ গৌৰৱ আপুনি চাৰ,সমগ্ৰ বিশ্বৰ গৌৰৱ আপুনি ।

  • @rumeekalita3812
    @rumeekalita3812 3 роки тому +1

    🙏অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়ালৈ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো 💐💐তেখেতৰ বহুমূলীয়া চিন্তা আৰু আদৰ্শক সন্মান জনাই সকলোকে আমাৰ পৃথিৱীখনৰ কথা এবাৰ চিন্তা কৰিবলৈ বিনম্র অনুৰোধ জনাইছো 🙏🙏অকল মুখৰ কথাত পৃথিৱীৰ ভাৰসাম্যতা ৰক্ষা নহয়, আমি সকলোৱে হাতে কামে লাগিবই লাগিব, আৰু এইটো অকল যাদৱ পায়েং ডাঙৰীয়াৰ নহয় আমাৰ সকলোৰে প্ৰধান কৰ্তব্য আৰু দায়বদ্ধতা 🙏🙏

  • @Dipandita888
    @Dipandita888 3 роки тому

    Jadav pateng sir r ata kotha kinu kom tekhetor obodanok ami aku koboi nuwaru.. Ata kotha aru bhal lagile tekhete koise je homogro biswat protyek bosore 7 dinkoi lockdown dibo lage.. Amar prithibir bharohamyo roikhya hobo.. Great thiking sir..

  • @choudhuryhatchery7670
    @choudhuryhatchery7670 3 роки тому +1

    Pride of Assam ❤️❤️❤️

  • @Animesh1230
    @Animesh1230 3 роки тому

    ভগৱানে আপোনাক সুস্হ সবল কৰি ৰাখক ।🙏🙏🙏🙏

  • @chandannath5009
    @chandannath5009 3 роки тому +1

    khub bhal katha. proud of you. Pise mexico develop country nahai

  • @paramanandataid575
    @paramanandataid575 3 роки тому

    I am proud of you...Payeng dangoriya..God bless you

  • @chandbarman2620
    @chandbarman2620 3 роки тому +12

    He should get Nobel prize according to my individual view.

  • @basantirabha3107
    @basantirabha3107 3 роки тому +3

    Oti sundar sinta God bless you 🙏

  • @jibonbaskey4030
    @jibonbaskey4030 3 роки тому

    Real man of the world.God for the world.johar 'MARANGBURU.'

  • @INDIANARMY-pl1ld
    @INDIANARMY-pl1ld 3 роки тому +7

    Proud of you🙏

  • @officalvivekshardukpen8129
    @officalvivekshardukpen8129 3 роки тому +2

    A great man of the planet ❤️

  • @probhatgezera41
    @probhatgezera41 3 роки тому +3

    Sir, greatful to you for giving us planets in Assam .🙏🙏🙏

  • @bhubonindia2885
    @bhubonindia2885 3 роки тому

    Salute to Jadav Payeng. Pride of Assam.

  • @nilimdoley9122
    @nilimdoley9122 3 роки тому +4

    Proud of you sir 🙏🙏👍👍

  • @ubanpayeng826
    @ubanpayeng826 3 роки тому +7

    Proud of you sir.

  • @pallabjit6045
    @pallabjit6045 3 роки тому +3

    Proud of You Sir....

  • @subilathaosen3912
    @subilathaosen3912 3 роки тому

    Really salute you iman sadharon manuh iman bhahal Kam korise ,Ami hokoluye ene koribo lahibo environment protection karone

  • @kushalsaikia1214
    @kushalsaikia1214 3 роки тому +2

    আৰু অসমত পাহাৰ ভাঙি বাগান খুলিবলৈ অনুমতি দিছে ।।

  • @gboys7573
    @gboys7573 3 роки тому +2

    Proud of you jadob sir

  • @RajuAhmed-gj8fy
    @RajuAhmed-gj8fy 3 роки тому

    Wow good job ❤..

  • @zitul2020
    @zitul2020 3 роки тому +18

    Kintu amar Assam governmente najane kak Ki honman dibo lage🙂

    • @garam705
      @garam705 3 роки тому

      Ai interview luwa jone o honman kribo najana sa payeng da koise idiyot tu . Film actor huwa sir kole heten chudur bhai tu kela

  • @roshanparajuli4658
    @roshanparajuli4658 3 роки тому +2

    Moi bisaru tew Mexico ot kora daily Activity r jdi vlog bnowa hoi aru UA-cam ot ata forest man channel khuli tat upload kre bht ata val kam hbo

  • @colorfullife2422
    @colorfullife2422 3 роки тому +1

    Proud of you sir

  • @AJayTHakuria
    @AJayTHakuria 3 роки тому

    মানুহজন সচাকৈ মহান 🙏

  • @pubkhagrabari1829
    @pubkhagrabari1829 3 роки тому +5

    ন'বেল বঁটা প্ৰদান কৰিব লাগে

  • @SUMAN-cn9yg
    @SUMAN-cn9yg 3 роки тому +1

    xosa kotha....

  • @jitenrahang7778
    @jitenrahang7778 3 роки тому

    শুভেচ্ছা থাকিল । অসম গৌৰৱ ।

  • @kardongao7857
    @kardongao7857 3 роки тому

    He is a great man of India salute sir

  • @aabha-assamesechannel1001
    @aabha-assamesechannel1001 3 роки тому +1

    Salute sir

  • @arindombaruah8504
    @arindombaruah8504 3 роки тому

    Grt thinking Guy...God bless him💯

  • @phukanpegu6757
    @phukanpegu6757 3 роки тому

    Payeng Sir..... I'm earnestly saluting you.... Go ahead and from my side Best of luck...

  • @krishnamonidas6391
    @krishnamonidas6391 3 роки тому

    আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো ছাৰ 🙏

  • @-nikhilht8em
    @-nikhilht8em 3 роки тому

    Proud of Assam people 🙏🙏❤️

  • @lachitgotra1956
    @lachitgotra1956 3 роки тому

    Salute Sh.Jadav Payeng,,

  • @Namitabasumatary6951
    @Namitabasumatary6951 3 роки тому

    Bht Val kotha koise akhere.. anekua manuh k he award dibo lage

  • @dilipapurba9761
    @dilipapurba9761 3 роки тому +2

    Payeng dada apuni xosakoi mohan 🙏

  • @rajkumaryein6846
    @rajkumaryein6846 3 роки тому

    আপোনাৰ মেক্সিকো যাত্ৰা সফল হওক

  • @rupalirabhavlog4063
    @rupalirabhavlog4063 3 роки тому +1

    অসমৰ গৌৰৱ আপুনি.আমি পৃথিবীক ৰখাব লাগিব

  • @ridipmaina3827
    @ridipmaina3827 3 роки тому

    proud of you sir.. God bless you

  • @dhrubadev5236
    @dhrubadev5236 3 роки тому

    Bhal lagile dadar kotha khini👌👌👌

  • @padmasaikiavolg6537
    @padmasaikiavolg6537 3 роки тому +3

    Proud of you

  • @tutudewri6303
    @tutudewri6303 3 роки тому

    Bah apunar bohut vhal senta dhara thanks

  • @biswajitgogoi7686
    @biswajitgogoi7686 3 роки тому

    মানুহজনৰ কথাবোৰ শুনি বৰ ভাল লাগে

  • @papuboruah6996
    @papuboruah6996 3 роки тому +1

    Bohut val kotha

  • @biswajitpadi5744
    @biswajitpadi5744 3 роки тому

    Jadavp payeng sr apunak salute koriaxu jai ai akhom mising regam irroi

  • @anantaboruah8778
    @anantaboruah8778 3 роки тому +4

    Dai proud of u

  • @hironyanarah7140
    @hironyanarah7140 3 роки тому +1

    Payeng sir nice

  • @mariozdoc5101
    @mariozdoc5101 3 роки тому

    Really Really great person 🙏 salute sir

  • @papumunda4626
    @papumunda4626 3 роки тому

    Product off. You. Jadav. Sir.......never give up.💕💕💕💕

  • @dhrubagohain6489
    @dhrubagohain6489 3 роки тому +2

    Jadav payeng Sir k Forest department r DFO patibo lage iman bhal kam kori ase
    Keneke hima das k DSP post 2 dile teneke dibo lage

  • @jyotidtp.centre5672
    @jyotidtp.centre5672 3 роки тому +1

    Proud you sir

  • @zgdebashishkonwar9928
    @zgdebashishkonwar9928 3 роки тому +1

    It's Jorhatian❤️❤️❤️❤️👍👍

  • @brr19
    @brr19 3 роки тому +3

    "Tamul" khuni hahi uthi gol.
    Keep it up DADA.