ছানছিল্ক শ্বেম্পু, সৰু ক্ৰীম...প্ৰকৃততে বিয়াখনত কি হৈছিল?

Поділитися
Вставка
  • Опубліковано 16 вер 2024
  • ছানছিল্ক শ্বেম্পু, সৰু ক্ৰীম আৰু এখন বিয়া...
    কিয় চৰ্চাত এই বিশেষ বিয়াখন? সবিশেষ EXCLUSIVE

КОМЕНТАРІ • 1,4 тис.

  • @AnubhabAakhaar
    @AnubhabAakhaar Рік тому +1390

    কোনে কোনে মোৰ দৰে comment পঢ়িব আহিছা! Like এটা মাৰি যোৱা।🤧

  • @kuldipdas1537
    @kuldipdas1537 Рік тому +481

    পেটুৱা ভাই তোক যদি এমাহ আগৰ পৰা দাবী কৰি আছিল তোৰ ঘৰৰ লগত মিলাই নাছিল আগতে সিদ্ধান্ত লোৱা নাছিলি কিয়? কি ঘেণ্টা কৰিব সেন্দুৰ দি আহিছ? ছোৱালী এজনীৰ জীৱনৰ লগত কিয় খেলা কৰিছা বজাৰৰ পুতলা নহয় বুজিছা? তহঁতৰ দৰে এচাম ব্যক্তিৰ বাবেই বিয়া এখন উৎসৱ/মেলা হ'ব পাৰে কিন্তু দুখীয়া মধ্যবিত্ত পৰিয়ালৰ বাবে নিজৰ সন্তানৰ বিয়াখন মাক দেউতাকৰ বহু দিনৰ কষ্ট আৰু সপোন উন্মোচনৰ পবিত্ৰ সময় বিনিময় নোহোৱাকৈ এজনী ছোৱালীক 20/25 বছৰ ডাঙৰ কৰি, পালন কৰি আন এখন ঘৰলৈ বোৱাৰী কৰি পঠিয়াই দিয়ে ইমান সহজ কথা নহয়। তোৰ নিচিনা এচাম মুখা পিন্ধা ধনীৰ বাবে সমাজত বহু সঁচা প্ৰেমৰ সম্পৰ্ক‌ও ভাঙি গৈছে। নাৰীক সন্মান কৰিব শিকিবি।

    • @ultra8142
      @ultra8142 Рік тому +1

      😂😂😂😂😂🤣

    • @satyamevajayate1274
      @satyamevajayate1274 Рік тому +16

      এখন তাল অকলে নাবাজে।

    • @ankurhazarika8787
      @ankurhazarika8787 Рік тому +20

      এপাত তাল অকলে নাবাজে সি যদি সঁচাত থাকিল হয় সি তাৰ নিজৰ মেচেজ দিলিত নকৰিলে হয়

    • @juriprabhadeka2114
      @juriprabhadeka2114 Рік тому +2

      Sosa kotha

    • @kumudrabha2500
      @kumudrabha2500 Рік тому +2

      Kuldeep bhul kotha kaicha🙏

  • @utpaldeka6306
    @utpaldeka6306 Рік тому +64

    এপাত তাল কেতিয়াও নবজে ধন।দৰাজন ধোৱা তুলশী পাট ন।টকা আছে যে।

  • @pkparag2688
    @pkparag2688 Рік тому +200

    অসমত পুলিচ প্ৰশাসনক অৱসৰ দি সাংবাদিক সকলক দায়িত্ব দিব লাগে 😆

  • @ritubora7588
    @ritubora7588 Рік тому +140

    কোন সচা কোন মিছা ভগৱানেহে জানে
    প্ৰভু ।।

  • @purnagohain1853
    @purnagohain1853 Рік тому +125

    ধনী বোৰে এনেও দুখীয়া মানুহ বোৰক মানুহ বুলি গণ্য নকৰে সেই কাৰণে দুখীয়া ঘৰৰ ছোৱালী অভাৱত ডাঙৰ হৈছে বেয়া বস্তু দিলেও আপত্তি নকৰিব বুলি ভাবিছিল । নিম্ন মানৰ বস্তু দি অপমান কৰি এতিয়া ছোৱালীক দোষ দি আছে petlai 🙏 তাৰ নিজৰ যদি ইমান সন্মান আছে তেনেহলে নিজৰ সন্মান ৰ লগত মিলাই দিব লাগিছিল বস্তু বোৰ 🙏 ছোৱালী বদনাম কৰাৰ উদ্দেশ্য আছিল চাগে🙏

    • @prabhadas8896
      @prabhadas8896 Рік тому +1

      Ami dukhiya bilake sun dhoni ghort he biya dib khuja kio dukhiya ghor kisuman suwali ase dhoni ghor lora ba dhoni ghor pali bohut ure dhoni dukhiya kotha seybabe ami olp vabib lage ji disi disi ty o sage bohut dhoni ghort biya hob bohut dami dami kapur gohna lov asil sage

    • @ranjitsaikia6991
      @ranjitsaikia6991 Рік тому +2

      Kela sualir dukh nai neki epat tal kela ketiau nabaje o bupai vul soborei

    • @bobitaboro3606
      @bobitaboro3606 Рік тому

      @@ranjitsaikia6991 😡😡😡

    • @top-on-dus10
      @top-on-dus10 Рік тому

      @@prabhadas8896 Thik koise tai jodi dhukhiya hoi tair ghoror manuhe 8-9 lakh tokat mati bikri kori biya potat kiba jukti ase neki.
      Sunsilk shampoo nelage international brand or shampoo lagibo.

    • @dimpulbaruah5979
      @dimpulbaruah5979 6 місяців тому

      Kela sunsilk shampoo nalage branded shampoo lage😂😂ambanir jiyek nki tai

  • @chayanikasristiofficial4177
    @chayanikasristiofficial4177 Рік тому +185

    নিজৰ ব্যক্তিগত কথা নিজে সমাধান কৰি লব লাগে ৰাজহুৱা কৰিব নালাগে,,

  • @niharikadas6189
    @niharikadas6189 Рік тому +231

    আজি কালি কিন্তু জোৰোনৰ বস্তু কইনাই আগতেই দেখা পাই। নহলে দৰা ঘৰৰ মানুহৰ লগত একেলগে বজাৰ কৰে। পেতুৱা দাই মিচা কথা কৈছে,,,

    • @porishmitasaikia3479
      @porishmitasaikia3479 Рік тому +4

      Mja disa😇 petua dada...!

    • @anitasarma654
      @anitasarma654 Рік тому +7

      Hosake
      Aji kli sob koinar pasanda mote kine
      Dekhat toh gahari dada jnr family Tu modern jen a lgisil
      Tathapio eman narro minded na

    • @jesussong9328
      @jesussong9328 Рік тому

      Petela

    • @nayansaikia9665
      @nayansaikia9665 Рік тому

      Khosa kotha hoi...duyu bojar kore biar

    • @porishmitasaikia3479
      @porishmitasaikia3479 Рік тому +2

      @@arryankashyapkalita.2020 it's not important now okay🥱

  • @atulgowala7384
    @atulgowala7384 Рік тому +138

    Demand jodi দিছিল আগতে kio জোৰোণ দিব গৈছিল

  • @anupamlahan8931
    @anupamlahan8931 Рік тому +20

    একেখিনি কথা শুনি আমনি লাগিছে। বিয়া হৈছে দুটা পৰিয়াল আৰু দুটা মনৰ মিলন। কিন্তু যি দেখিছো তেওঁলোকৰ একো মিলেই নাই। তেনেক্ষেত্ৰত বিয়াখন কেনেকৈ আগবঢ়াইছিলে?

  • @devdas8542
    @devdas8542 Рік тому +119

    লৰা জনৰ লগত কোনো ছোৱালী সুখী হব নোৱাৰিব in future...,,বাৰে বাৰে এটা কথাই কই অহংকাৰী লৰা জনে ঘৰৰ একমাত্ৰ লৰা.... তই একমাত্ৰ লৰা বাৱে তই এনেকুৱা কৰিব পাৰিলি তোৰ যদি ঘৰত দাদা বা ভাইটি এজন থাকিল হয় টয় এনেকুৱা অভদ্রামি কৰিব নোৱাৰিলি হয়...

    • @kamrup133
      @kamrup133 Рік тому

      শুন ভাই সাংঘাতিক ভূল আছে এই ছোৱালী জনীৰ ওপৰত লাজ নেলাগিল ছোৱালী হৈ তেনেকুৱা লেতেৰা মন্তব্য দিবলৈ .........সেই ছোৱালী জনীৰ এবাৰ বদনাম হল ন তাইক আৰু কোনেও বিয়া নকৰাই কিন্তু লৰা জনে পুনৰ বেলেগক বিয়া কৰাব পাৰিব যদি তাৰ টকা আছে আজিকালি টকা মেইন ভাই টকা টকা , কিন্তু ছোৱালীৰ এবাৰ বদনাম হব লাগিলে সেই টকাও একো কামত নিদিয়ে মই কী কব খুজিচো আপুনি চাগে বুজি পাইছেয়

    • @ddcreations1049
      @ddcreations1049 Рік тому

      Right

  • @sadstory6014
    @sadstory6014 Рік тому +16

    ইমান কষ্ট কিয় দিছে দাদাক,,,,,,বহিবলৈ টো পীড়া এখনো দিব পৰিলে হয়।।।।।

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 Рік тому +121

    এই পেটলা কাছোটোৱো কম নহয় কিন্ত্ত... তাৰ মনত কোনো বেজাৰ নাই দুখ নাই... ইমান ডাঙৰ ঘটনা এটা হৈ যোৱাৰ পিছত... ই বদমাছ যেন লাগে... মাজে মাজে... একটিং হে কৰি আছে যেন লাগিছে... গাহৰিটোৱে....

    • @assameseentertainment9361
      @assameseentertainment9361 Рік тому +2

      Ekdom right

    • @Ragnar4104
      @Ragnar4104 Рік тому +3

      🤣🤣🤣🤣🤣 kasu bule

    • @kabindeka1307
      @kabindeka1307 Рік тому

      Nhy bandhu,... Apat tale ketiyaw nabaje. Xklo khettat je loray sowalir jibn xekh kre tene nhy. Nijr khettat nowale manuhe xdai agte lorake dokh japi diye

    • @rakeshchoudhury3768
      @rakeshchoudhury3768 Рік тому +1

      @@kabindeka1307 সেইটো বাৰু মানিলো... কিন্ত্ত সি মালৰ বটল কেইটা ফটো মাৰি দি আজি তামাম খাম বুলি কিয় দিয়ে... সি ইমান অমায়িক নিৰ্জু প্ৰকৃতিৰ...গোটেই দেহাত বাল সোপা লৈ ভালুকৰ ৰূপ দেখুৱাই... ফটো কিয় দিয়ে... ৰেড নাইটি পিন্ধিব দিয়ে হট চিলি যেন লাগিব... এইবিলাক কৰি লৈ সি ভদ্ৰ শান্ত যুধিষ্ঠিৰ হৈ পৰিছে... কথাটো মন কৰিছা নে....

  • @bishwajithazarika1158
    @bishwajithazarika1158 Рік тому +67

    সঁচাকৈ
    এই বিয়াখনে বহুত কথা শিকাইথৈ গল,
    প্ৰতিখন বিয়াতেই এই বিশেষ বিয়াখন চৰ্চিত হৈ ৰব।

  • @devdas8542
    @devdas8542 Рік тому +145

    পেটলাও কম নহয় তই..... নিজৰ চাগে ইচ্ছা নাছিল এ টোৰো বিয়া পতাৰ... আচল কথা বিয়া ঘৰৰ কথা মতেই হব নালাগে কেবল... লৰা ছোৱালী ৰ মাজত প্ৰথম মৰম ভালপোৱা বুজা বুজি হোৱাৰ পিছত হে বিয়া হব লাগে....যদি দুজনৰ মাজত 5%ও মৰম ভালপোৱা থাকিল হয় ইমান ডাঙৰ ঘটনা এটা হব নাপালে হয়...
    বিয়া ভঙা শুনিছোঁ বহুত কিন্তু এনেকুৱা ঘটনা লৈ আজিলৈ বিয়া ভঙা শুনা নাই ময়.. মোৰ বয়স 58 হল.... পঢ়াৰ কোনো মূল্য নাই তহটৰ

    • @dipankardeka3876
      @dipankardeka3876 Рік тому +1

      হয়

    • @sangitachetia6751
      @sangitachetia6751 Рік тому

      Right

    • @pinkidas2606
      @pinkidas2606 Рік тому

      Ekdam hosa katha .....lorajon gutei ghotona tu handle koribo parile heten but no coward tu MSG dekhowai ase .... Just ceeeeee

    • @techT_assam9712
      @techT_assam9712 Рік тому

      Koinar vashya xunak 👇
      m.ua-cam.com/video/ZPsJQ4EYuTc/v-deo.html 🙏

    • @techT_assam9712
      @techT_assam9712 Рік тому

      @@kamrup133 asolote suali ghoror family tu ahikhyit aru luvia...xeikarone shampoo shampoo kari ase

  • @rinadeka2756
    @rinadeka2756 Рік тому +76

    ল'ৰাটো ভিতৰত কিবা এটা আছে । ইমান ধনী ঘৰৰ ইঞ্জিনিয়াৰ ল'ৰা এটা হৈ ইমান দুখীয়া ঘৰৰ ছোৱালী এজনীক বিয়াৰ প্ৰস্তাব দিছিল ৰহস্য

    • @taiyaburrahman33
      @taiyaburrahman33 Рік тому +3

      Manuhor manobota main ......., Kon dukiya kon dhone aito asol kota nohoi

    • @bishalsarma5306
      @bishalsarma5306 Рік тому +6

      বাল ধনী দুখীয়া বুলি কথা নাই,, ভাল ঘৰ বেয়া ঘৰ বুলি হে কথা

    • @Animal55571
      @Animal55571 Рік тому

      Dhoni holei bhul dukhiya holeu bhul kehna Kiya chahti ho behen

    • @Ridip498
      @Ridip498 4 місяці тому

      Myo engineer .mro vlpuwa dukhiya hoi .prem dhani dukhir ktha nhy

  • @kishorhaloi5563
    @kishorhaloi5563 Рік тому +83

    নিজৰ হবা লগা মানুহ জনী কিবা কলে যেনিবা সেইটো জগৰ নেকি

    • @deepadas3542
      @deepadas3542 Рік тому

      hoy...moio kou 2 kg hun dibo lagibo buli...but mr manuhjone hahi thake...

    • @dimpulbaruah5979
      @dimpulbaruah5979 6 місяців тому

      Lorajone bhalei korise bator kosu gat gohi noloi 😂😂tai jodi dorak biya nohoutei eman beya apomaan koribo parise tente biya huar pisot dorar abostha ki hol hoi😂😂dora nodit jap di moribo lagil hoi

  • @manikabarman2970
    @manikabarman2970 Рік тому +21

    দৰাই ম'বাইল চাই চাই কৈ আছে কোনোবাই শিকাই দি আছে এনে লৰাক পিতন দিব লাগে আন ছোৱালীৰ লগত যাতে এনেকুৱা নকৰে

    • @kamrup133
      @kamrup133 Рік тому

      Toi ki jan xi kijani beleg a saise

    • @kabindeka1307
      @kabindeka1307 Рік тому

      Dokh nathakilew dokh japi diyatkoi mne mne thakai val. Dorajne ji ji koise thanda vabe, aru with prove & genuine reson t koise. Biyar agdina nijr professionk loi ty ty buli ajni hblgiya koinai gali parile rati kon lorai biya krba.... 🙄 Jibn akl sowalire dhankha hoi neki,... Lorar man xnman nathake neki....

    • @kamrup133
      @kamrup133 Рік тому

      @@kabindeka1307 xaitu a mur mate tu vull suwali jonire hoi

  • @papulbhuyan3322
    @papulbhuyan3322 Рік тому +72

    লৰাই সকলো pre plan kri থৈছে so biya ভাঙিছে। ছোৱালী জনি বেয়া আছিল যদি মাকে কিয় সেন্দুৰ দিছিল।সেন্দুৰ দিয়া আগত বিয়া ভঙা নাছিল কিয়? End time যৌতুক নাপালে বাবে ছোৱালী বেয়া হৈ গল। কইনাই ব্যৱহাৰ কৰা বস্তু খিনি কইনাৰ পছন্দৰ হলে কিহৰ ক্ষতি।

    • @worldfoodies1259
      @worldfoodies1259 Рік тому +1

      Khyoti ase. Jdi swali ajnia bos2 bisari bya bebohar kribo pare tene khetrot lora ataiu bisaribo pre. Hator tali akhon hate mabaje mnt rakhiba

    • @ktboss1110
      @ktboss1110 Рік тому

      Lora bodmas. Bujibo baki nai

  • @biplabvlogs1503
    @biplabvlogs1503 Рік тому +42

    Biya patile Sunslick sempu nidiw pai 😂😂😂😂

  • @jaharr4206
    @jaharr4206 Рік тому +20

    Patient and true love nohole biya patibo nalage.

  • @dwipenkumarsaikia.2645
    @dwipenkumarsaikia.2645 Рік тому +58

    এই বিলাক বাতৰি, খবৰ সংবাদ মাধ্যমত প্ৰকাশ বা প্রচাৰ কৰাটো ভাল কথা নহয় আৰু এনেধৰণৰ কথাবোৰে সমাজত বহুত ক্ষতি কৰিব পৰা |দুয়ো পক্ষই বুজা বুজিৰে সমস্যা সমাধান কৰিবলৈ প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে |

  • @sukleswardas3869
    @sukleswardas3869 Рік тому +91

    Vai এইখন বিয়া জীৱনত মনত ৰব কিন্তু

  • @gyangk8038
    @gyangk8038 Рік тому +44

    কইনা জনৰ কপাল ভাল হল বিয়া পতাৰ কেইমামান পিছত ৰক্তচাপত মৰি থাকিলে হয়। 🤔🤔🤔🤔🤔🤔😂😂😂😂

  • @musicallibrary4149
    @musicallibrary4149 Рік тому +29

    ছোৱালী তাত থকা মেচেজ বোৰ দেখাই দিব লাগে,

  • @ratannath3071
    @ratannath3071 Рік тому +36

    ছিঃ লাজৰ কথা বিয়া খন যেন পুতলাৰ খেল কৰি পেলালে .... আগতেই ইমান বোৰ হোৱাৰ পিছতো জোৰোণ দিব নালাগিছিল ছোৱালীজনী জীবনতো বৰবাদ কৰিম বুলিয়ে এনে কৰিলে চাগৈ ... সি তু আকৌ এজনী আনিব পাৰিব কিন্তু ছোৱালী জনীয়ে গোতেই জীবন এই বদমান তু গাত লৈ থাকিব লাগিব ..... নাৰী সন্মান কৰিব নজনা এই লোক বোৰ সমাজৰ আবৰ্জনা.....

    • @yutfufty
      @yutfufty Рік тому

      Munda singi jbo set

  • @newtub9568
    @newtub9568 Рік тому +8

    কিহৰ জোৰোণ জোৱাৰ পিছত সিদ্ধান্ত লৈছিলি, আগতে কাৰ মুৰা কৰি আছিল, যোনে কথা সাৰ সঁচা পাইছে এটা like কৰি যাব

  • @smarttrick7008
    @smarttrick7008 Рік тому +25

    বাইদেউ এনেবোৰ news আপুনি কৰিলে শোভা নাপাই

  • @SanjoyDas-id5jq
    @SanjoyDas-id5jq Рік тому +26

    আৰু অলপ বয়স হওক দে তোৰ। ইমান কম বয়সত বিয়া কৰাব নালাগে দে।

  • @V....170
    @V....170 Рік тому +11

    মই এনেকুৱা এখন ঘৰত বিয়া হব বিচাৰোঁ যত মোক বোৱাৰী নহয় জীয়েক হিচাপে লৈ যায়। আৰু মইও মোৰ শাহু নহয় মা হে বিচাৰোঁ।🥺 পাম জানো তেনেকুৱা ?

  • @sikhabaishyabaishya9601
    @sikhabaishyabaishya9601 Рік тому +57

    সাংবাদিক কেইটাই যে উলটা পুলটা কই আছে ছোৱালী মেচেজ খেনি কিয় নেদেখাই ।সেইখেনি লই আৰু নিউজ কৰিব কাম নাই আৰু।।।

  • @rajarishibhattacharyya80
    @rajarishibhattacharyya80 Рік тому +75

    Nktv is the best channel, congratulations. You are highlighting the most sensational news of the year, all the audiences are interested in this type of news only. TRP is very important, is not it. Do this channel still recognize themselves as forth pillar of democracy.

  • @nitulpathak2868
    @nitulpathak2868 Рік тому +43

    Jaldi jaldi note kori Lou, UPSC/APSC interviewt khudhibo pare ! Thank you news channel.

  • @RK-gj9zn
    @RK-gj9zn Рік тому +1

    Moi aji bohut dinor pora sunsilkr rohoshya tu bisari habathuri khai furisilu. Dhanyabaad nk TV urohi gosor urh tu bisari diar karone.

  • @anowarhussainkhondokar1124
    @anowarhussainkhondokar1124 Рік тому +14

    এটা মুখত শুনিলে ভালেই শুনা যায়

  • @munudevi3284
    @munudevi3284 Рік тому +36

    কোনো ছোৱালী য়ে কেতিয়াও দাবী নকৰে।দৰাজনে‌ একো নকৰাকৈয়ে তাই মেচেজ নকৰে।সি চাগে বেলেগ ছোৱালী ভাল পায়।ইমান টকা খৰচ কৰাৰ পিছত এতিয়া সেই মানুহ ঘৰৰ কি হ'ব? মানুহঘৰক ন্যায দিয়ক। এনেকুৱা ল'ৰা লৈ দিলে ছোৱালী জনীৰ জীৱন ধঙশ হব

    • @meIanchoIia
      @meIanchoIia Рік тому +2

      Tumar dorar logot olop ghonisthota ase jen pau...heikrne opinion diyar upori criticize kribo parisa...

    • @munudevi3284
      @munudevi3284 Рік тому

      @@meIanchoIia pagal neki?Mur ghr Hojai t Tat ghr korbat ki ghonista ase? Uchit comment likhile Kiya laj pawa? Ne tur kiba ase? Kanfaliya char chini pawa?beleg mar baperhte comments diya dekha nai?Mur commenthe tur ga farfrai gol?2nd time aru aku commentnidiya?

    • @aucjripz4732
      @aucjripz4732 Рік тому

      Tumaku Sunsilk sempu nalage sagee nhh 😂

    • @munudevi3284
      @munudevi3284 Рік тому

      @@aucjripz4732 তুমি তোমাৰ মা ,বা,ভনীক দিয়া । মোক মোৰ ল'ৰা বোৱাৰী ‌husbande dib.কাৰ কিমান বয়স নজনাকৈ‌ যিকোনো মন্তব্য নিদিবা আগলৈকে দেই

    • @aucjripz4732
      @aucjripz4732 Рік тому

      Baideu duita pokhore vul ase,swli jniu komti neki dami dami bstu dabi kore,prai bur suwali dekhisu anekuwai 😂,aji kali kunu compromise nkre sbo ke dami dami lge,bia past baruh teor khongkhar khn khukhr hbo ne??matir manuh hbo lage ji diye sbre lgtei mili juwa,

  • @youtubeuser8607
    @youtubeuser8607 Рік тому +71

    যদি জানিছিলেই , বিয়া কৰাবলৈ কিয় আগবাঢ়িছিল ?

    • @joyshreedas5371
      @joyshreedas5371 Рік тому +5

      Duyotare dokh ase...

    • @rsrajsarma1341
      @rsrajsarma1341 Рік тому +5

      gadha.... taik bujo bli koise na nai... ru juron r rati xeneke koa r pist kunu atmoxonman thaka apai bia patpa najai

    • @joyshreedas5371
      @joyshreedas5371 Рік тому +1

      Ami lgi ako hba nhy bhaiii....😂😂😂

    • @techT_assam9712
      @techT_assam9712 Рік тому

      Koinar bhashyo xuni lua m.ua-cam.com/video/ZPsJQ4EYuTc/v-deo.html

  • @bhaswatientertainment1077
    @bhaswatientertainment1077 Рік тому +47

    Important for Apsc examination ❤️💕 note down kri loa !!

  • @supriyaborah4234
    @supriyaborah4234 Рік тому +31

    ছোৱালী জীৱনটো এনেধৰনৰ ল'ৰা বাবে ধংখ হয়।এই ল'ৰা তোক জেল দিব লাগে। নহ'লে আগলৈ এনেকুৱা ঘটনা আকৈ হ'ব।কি মেচেজ মেচেজ কৰি আছে।

    • @rishigogoi1030
      @rishigogoi1030 Рік тому

      Aitu 1 no seni hoi

    • @supriyaborah4234
      @supriyaborah4234 Рік тому

      @@rishigogoi1030 হয়

    • @dimpulbaruah5979
      @dimpulbaruah5979 6 місяців тому

      Tohotor dore suwali buror logot enekuai hbo lage 😂😂bhal lora, dukhia loraburok dhoka di xihotor জীবন dhonxo kori tohotok engineer lage😂😂doctor lage😂😂ambani type dora lage 😂😂xaikarone di dise bamboo tu😂

  • @malamishra9893
    @malamishra9893 Рік тому +33

    কোন সঁচা কোন মিছা আইনৰ দাৰস্থ হলেহে গম পোৱা যাব

  • @ViralOfficial-jh6bm
    @ViralOfficial-jh6bm Рік тому +130

    বিচাৰ কৰিবলৈ পুলিচৰ নে সাংবাদিকৰ চাকৰি কৰিম 🤣🤣

  • @dipaliray5259
    @dipaliray5259 Рік тому +16

    দৰাই ছোৱালী পাই যাব কিন্তু ছোৱালী জনীৰ কি হব। জোৰন দিয়া ছোৱালী ক কোনে বিয়া কৰাব। এমাহৰ পৰা কি কৰি আছিল দৰাই। জোৰন দিয়া মানে তেওঁৰ কন্যা হৈ গল। কোন সচাঁ কোন মিছা না জানে। কাৰো জীবনক লৈ হেতালীখেলিব নালাগে। বুজাবুজিৰ মাজেৰে আকৌ নতুন কৈ চিন্তা কৰক। মানুহ মাএে ভূল হয়

  • @atulgowala7384
    @atulgowala7384 Рік тому +16

    দুখীয়া বুলি এনে কৰিছে লৰা ঘৰে

  • @kartikroy8619
    @kartikroy8619 Рік тому +7

    কোন সঁচা কোন মিছা নাজানো বাৰু... তথাপিও কব বিচাৰোঁ যদি আগৰ তেনেকৈ কিবা ছোৱালী জনী কৈ আছিলে জোৰোণ দিবৰ আগতে ছোৱালী জনী ঘৰৰ লগত আলোচনাৰ মাজেৰে সম্পৰ্ক
    শেষ কৰিব লাগিছিল... এইকাৰণে কৈছোঁ বিয়াত কিবা বস্তু দাবী কৰাটো লৰা ছোৱালী দুটা ফালৰ পৰাই crime buli vabo

  • @bikashdeka8714
    @bikashdeka8714 Рік тому +39

    এতিয়া ডাঙৰ কথাটো হল এওঁৰ বিয়া আৰু 5 বছৰ pisowale.. কাৰণ এতিয়া ছোৱালী পোৱাটো টান হব এওঁৰ।😎😎🙏
    নয়ন নীলিম দাৰ 16 ডিচেম্বৰ যেন লগা হৈছে।

  • @atulgowala7384
    @atulgowala7384 Рік тому +72

    ছোৱালী জনিক লৈ নিউজ কৰক

  • @bablu..544
    @bablu..544 Рік тому +1

    Bohut val kaam korila vai.. nohole tumi gutai zebon kandibo loga hol hoi.... thanks Brother...i respect you...👍👍👍

  • @atulgowala7384
    @atulgowala7384 Рік тому +74

    One side news নকৰিব

  • @dipenrabha117
    @dipenrabha117 Рік тому +24

    আগতে বিয়াখন ভাঙিব লাগে কিও বিয়া দিনাখন সে ভাঙিব লাগে । বিয়া দিনাখন ভঙা মানে ক‌ইনা ঘৰৰ কিমান টকা আছে পৰিক্ষা চোৱা সে কথা।

  • @atulgowala7384
    @atulgowala7384 Рік тому +5

    লৰা জনো এক নম্বৰ ফালটো

  • @nabajitdeka9357
    @nabajitdeka9357 Рік тому +20

    এইবোৰ news দি থাকে বাবে indian Media ৰ rank পৃথিৱীৰ ভিতৰত 150 নম্বৰ । অতি উত্তম।

  • @axomrkothare4875
    @axomrkothare4875 Рік тому +17

    hoiu kotha tu Sunsilk okol Gari dhuat use hoi

  • @priyankasaikia5302
    @priyankasaikia5302 Рік тому +12

    দৰা ডাঙৰীয়া চেনেলবোৰ কিনি লৈ,,,যধে মধে ঘুৰি আছা যে,,,,,,বৰবাদ কৰিলি ছোৱালী জনী,,,,,কণা আছিলি নেকি,,,,,,???? মদাহী যেনেই লাগে তেওঁক 😀😀😀😀😀

  • @nayanmanideka5758
    @nayanmanideka5758 Рік тому +82

    ছোৱালীজনীৰ কথা কনো নিউজ ত দিয়া নাই j। বেছি লৰা জনেই। তাইৰও কথা শুনিব মন আশিলে।

  • @dhrubajyotiboruah9544
    @dhrubajyotiboruah9544 Рік тому +1

    Intersting discussions

  • @nitugogoi8133
    @nitugogoi8133 Рік тому +28

    Dora famous hoigol all assamor manuhy Dora dekhapale...😆😆😆😆😆petela Dora gahoritu guty lgse

  • @reemagogoi7865
    @reemagogoi7865 Рік тому +19

    ক‌ইনাকো একেলগে মাতি NEW কৰক..

  • @darpandeka5141
    @darpandeka5141 Рік тому +37

    জোৰণৰ দিনা বিয়া নপতাৰ তাৎক্ষণিক সিদ্ধান্ত লোৱাৰ আৰত নিশ্চয় দৰাৰ ভিতৰি কিবা কাৰণ । ল'ৰাৰ ওপৰত ভালদৰে তদন্ত চলাব লাগে ।

    • @chandandutta3186
      @chandandutta3186 Рік тому

      Lorai Karan hisape dekhon suwalir SMS bor dekhai disei

    • @sumitlalmohan2113
      @sumitlalmohan2113 Рік тому

      Tadantat aitu pua gol j this is zurun Traping case....lol....😂😂😂😂😂😂

  • @munudevi817
    @munudevi817 Рік тому +9

    Agote cancel koribo lagisile suwali r bodnam..... Aru nu ki kom agote vabibo lgisile 🙏 suwali jonik anekua koribo nlgisile

  • @GamingWorld-lt8oy
    @GamingWorld-lt8oy Рік тому +3

    Studio ত দৰা কইনা দুইজনকে আগত ৰাখি মতামত লব লাগিছিল । কোন সচা কোন মিছা ।

  • @bikkrampegu2763
    @bikkrampegu2763 Рік тому +13

    দৰাৰ পেট ২ দেখুন ৯ মহীয়া চলি আছে যেন পাও

  • @taralisaikia8281
    @taralisaikia8281 Рік тому +3

    সঁচা ভাল পোৱা নহৈ অ এইবোৰ। । জন্ম, মৃত্যু , বিবাহ কোনেও নাজানে।।। হলেও যদি পছন্দ নাছিল তেন্তে ইমান দুৰ আগ bahebo নালাগিছিল।।।বিয়া টো মাক bapakor মতে নহৈ, লৰা ছোৱালীৰ u সন্মতি লব লাগে।। মিছা তে ইমান দুৰ kio আগ bahibo লাগে।। এজনী ছোৱালীৰ গোটেই জীৱন টো আছে।।। ভগৱানে যি কৰে ভালৰ কাৰনে কৰে।।। দৰা সম্পত্তি লুভিয়া বনেকি? সঁচা ভাল পোৱাই সম্পত্তি নিবিচাৰে প্ৰিয় জনক সদায় কাষত বিচাৰে।।

  • @dipumonibora682
    @dipumonibora682 Рік тому +32

    Sunsilk shampoo shares are down after this... So sad.. 😂😂

  • @brindabangogoiofficial
    @brindabangogoiofficial Рік тому +7

    দলিল খন কোনে কৰ পৰা কিনি আনিছিল এবাৰ চাওঁক। দলিলৰ পিছ পিনে কাউণ্টাৰ ষ্টাম্প থাকে

  • @Momomative123
    @Momomative123 Рік тому +1

    মিছা কথা পেতুৱা ভাই নিজকে বৰ ধনী দেখাইছে ।

  • @bikashgogoi9910
    @bikashgogoi9910 Рік тому +10

    আজিকালি Instagram আছে বা । ছেম্পু, ক্ৰীমক লৈ কাজিয়া নকৰিবা । আৰু এই পেটুৱা টো লে ক'ত ছোৱালী আহিব বাৰু । পেটুৱা প্ৰথমে পেট ভাঙ তাৰ পাছত বিয়া পাতিবলৈ ছোৱালী চাবি

  • @sauravp723
    @sauravp723 Рік тому

    Media baideu bohut val lagise
    Ei news to continue rakhibo

  • @arupdutta9812
    @arupdutta9812 Рік тому +4

    মুঠতে এই সম্বন্ধ হ'লে ভবিষ্যত বিপদ আছে গতিকে বেলেগ বেলেগ হোৱাই ভাল

  • @Prernaira_
    @Prernaira_ Рік тому +1

    Aikhon biyar karone aji sir tv t ulabole chance ple beh kimn lucky beh sir apuni 😭😭,, moiu anke jodi tvt ulai porilu hoi,news live wahh

  • @riturajunofficial
    @riturajunofficial Рік тому +9

    নাৰীক (এচাম) ইমান সহজ বুলি নাভাবিব
    Well done bro.....

  • @rajiplx6428
    @rajiplx6428 Рік тому +3

    আপুনি যি ভাবি আছে, 🙂
    লজিক্যালি কথাটো কিন্তু তেনেকুৱা নহয় দেই।
    কথাটো যেনেকুৱা কথাটো আকৌ তেনেকুৱাও নহয়... 😑 যদি মই কওঁ বুজি নাপাবো, নক'লেও আপুনি বুজি নাপাব।
    সেয়েহে কোৱা নাই, কোৱাৰ ইচ্ছা আছিল বাট ক'লে বুজি নাপাব, পিচে নকলেও বুজি নাপাব।
    সেয়েহে কৈছো কথাটো একচুৱেলি তেনে নহয়। আপুনি বুজি পাব, কিন্তু বুজি নাপায়।
    এনেদৰে কলেও বুজি নাপাব। গতিকে যি কি নহওক
    মই যেনেদৰেই নুবুজাও কিয় মূল কথাটো হ'ল আপুনি বুজি নাপাব।
    সেয়েহে বুজায় নিদিলো। ধন্যবাদ 🙏🏻

  • @yellowtube1539
    @yellowtube1539 Рік тому +5

    Great....jani huni jola juit hat nidiya tu bhal kotha...aagote jiyei msg nethakok suwalir msgkhiniyei hosakei biya bhangibole jothestho..

  • @nippuali5420
    @nippuali5420 Рік тому +1

    নিউজ ওপৰত নিউজ নিউজ ওপৰত নিউজ
    কিন্তু ইমান বাৰ চালো বুজি নাপালো🥲

  • @bhaskarborah7873
    @bhaskarborah7873 Рік тому +2

    লৰাজনৰ কথাত যুক্তি আছে।ছোৱালী জনীক কিবা বেয়াকৈ কৈছে যদি দেখুৱাই দিয়া।লৰাজনে যি কৈছে স্পষ্ট কথা কৈছে👌

  • @lilimech4021
    @lilimech4021 Рік тому +1

    All the best disiton,,

  • @atulgowala7384
    @atulgowala7384 Рік тому +11

    নিজৰ msg bur dlt kori mediak dekhai

    • @manjitdas5733
      @manjitdas5733 Рік тому +2

      Salu petlar birat buddhi

    • @kiritibora8908
      @kiritibora8908 Рік тому

      100%right

    • @meIanchoIia
      @meIanchoIia Рік тому +1

      Oi goru jodi toi kua tu hoiu koina r tu phn t ase tair kokayeke dekhabo parile heten nhoi..aru jodi both side t delete kore koina r phn t "this message was deleted" buli ahibo..but since kunu relevant evidence nai koina ghore aku dekhabo pora nai...tohotr matha gutit humai ase nki🤣🤣...

  • @dhrubakaibarta5842
    @dhrubakaibarta5842 Рік тому +2

    মহাশয় আপুনি অলপ পলম কৈ সিদ্ধান্ত ললে।

  • @mscreations3553
    @mscreations3553 Рік тому +25

    Ei news studio t o goi pal neki😂😂😂

  • @nabajyotidasdas8451
    @nabajyotidasdas8451 Рік тому +12

    Petla bhii 🤘

  • @manalishadas2421
    @manalishadas2421 Рік тому +18

    Moi sunsilk pink shampoo use koro kn2☺

  • @bharatdas3469
    @bharatdas3469 Рік тому

    Amazing story

  • @rajashreenewvideo8107
    @rajashreenewvideo8107 Рік тому +5

    Suwali puwa nai karone bura hoi ase laj nai tar x girl friend ase😡😡😡

  • @rajivrajput3130
    @rajivrajput3130 Рік тому

    Val basi goiso bhai... Enekuwa suwalik biya potat koy nopotai val. Basi goise apuni. Agoloy val suwali pabo.👍

  • @raktimdutta7895
    @raktimdutta7895 Рік тому +4

    Blg topic uport talk show patok....

  • @deijeedas5086
    @deijeedas5086 Рік тому +2

    Axom r News channel bilak emn a kam nhowa buli voba ncilu.. dukhan ghr r personal matter ata emn rajahuwa korile, man Xanman nilam t dile..jar pra public r ba society r ako lav nhy 🙏..

  • @gautamdas8556
    @gautamdas8556 Рік тому +9

    দৰাক finely studio লৈ আনিলে ঠিকেই আৰু কিনো দেখাৱ TRP TRP

  • @apurbanath938
    @apurbanath938 Рік тому

    Petuwa da tor kotha bor alop alop shosa jen lagise .

  • @atulgowala7384
    @atulgowala7384 Рік тому +5

    লৰা জনৰো দোষ আছে

  • @janadrankrishnasaikia4020
    @janadrankrishnasaikia4020 Рік тому +2

    সহনশীলতা গুণ নাই। ছোবালী জনিযে কবই কি দাঙর কথা হল,,,,,,,,,,,,,,,

  • @NoOne-tg9tk
    @NoOne-tg9tk Рік тому +26

    জীম কৰবা দাদা....কেম্বাকে পেটটু ওলছে গটে

  • @lipikamedhi6114
    @lipikamedhi6114 Рік тому +9

    সাংবাদিক বোৰে বেলেগ news বিচাৰি নাই পোৱা চাগে😂😂😂😂সেই কাৰণে ইমান ....লাজ ও নাই

  • @priyasaikia3075
    @priyasaikia3075 Рік тому +6

    One side news nkorib .. parile 2ta fmly ky loi ahok.. aru tak nd tar fmly dekhile lage luviya j hoi 😡😡😡

  • @sumivlog151
    @sumivlog151 Рік тому

    তাৰ তিভিত উঠা মন আচিল চাগে . সেই বাবে এইবোৰ নাতক . দ

  • @porishmitasaikia3479
    @porishmitasaikia3479 Рік тому +6

    Dada jon bht besi conference dei 🙄 ki ktha ase mane eyat!? Agr porai sb proof gutai asile nki? 1 month Agr porai jodi janisil suwali joni kenekua toh kio eman dur aagborhai nisil? ajoni suwali r jibonok loi khel khelibole odhikar kune dile o petua dada...?

  • @nababaishya9194
    @nababaishya9194 Рік тому +2

    লৰাজনৰ মেচেজ বোৰ ক'ত??

  • @sonybigtv6160
    @sonybigtv6160 Рік тому +10

    Sunsilk shampoo company tui tohotor uporot case dibo etiya market beya huwa karone. Eitu TV t aani dekhuwai thoka tuye eitu bujai je aamar TV channel bur kitu stage paise. Chi...chi....chi...

  • @AnantaMisong
    @AnantaMisong Рік тому

    There standing CID officers u say clean clear

  • @musicallibrary4149
    @musicallibrary4149 Рік тому +10

    যৌতুকৰ বাবে হ'লে ধনী ঘৰত ছোৱালী বিচাৰি গ'ল হৈ , 🤔

    • @chandanbora720
      @chandanbora720 Рік тому +3

      You're right 👍

    • @asomiyasuwali6290
      @asomiyasuwali6290 Рік тому +2

      Right

    • @gargee8241
      @gargee8241 Рік тому +1

      Dhoni Suali pua nasile sage petla krne.. emn dur t kio suali bisari goisile. Usr mnuh e janeibo sage manuh ghr knekua..🙂

  • @ranjitlachan7332
    @ranjitlachan7332 Рік тому +1

    দৰাৰ বিয়া পতাৰ ইচ্ছাই নাছিল
    তেওঁক ধনী ঘৰৰ ছোৱালী লাগে।
    কন্যা ঘৰ দুখীয়া দেখি কিবা কিবি অজুহাত দেখুৱাই বিয়া ভাঙিলে
    পেটুৱা তোমাৰ ভনী এজনীৰ যদি এনেকৈ বিয়া ভাঙিলহেঁতেন তোমাৰ অৱস্থা কেনেকুৱা হলহতেন ভাৱি চাইচানে

  • @iamreels5821
    @iamreels5821 Рік тому +13

    বিয়া হব গে বাৰু no tension
    মকা মিলা কৰিব গে
    ছোৱালী বৰ্বাদ হৈ jabo no