BARNIL BYAKTITTO SYED SAADULLA | বৰ্ণিল ব্যক্তিত্ব ছৈয়দ ছাদুল্লা

Поділитися
Вставка
  • Опубліковано 27 жов 2024

КОМЕНТАРІ • 54

  • @atanuphukon228
    @atanuphukon228 2 дні тому +3

    মোৰ অতি প্ৰিয় Radio announcer আৰু সংগীতজ্ঞ । ইংৰাজী আৰু অসমীয়া দুয়োটাতেই পাৰ্গত, মোৰ অশেষ ধন্যবাদ আৰু শ্বৰ্দ্ধা জ্ঞাপন কৰিলো ।
    A perfectionist to the 't'.

  • @bijayagogoi8549
    @bijayagogoi8549 22 години тому +1

    Anushthan tu Sai ekebare nostalgic hoi golu ,tahanir dibrugarh radio centerot huma bornali anushthan tuloi monot pori gol heije namaskar priyo srutabandhu buli arombho korisil Ami kitab japai radior usorot bohi silu hokolu monot porigol sadula devoloi bohut dhanyabad thakil

  • @minatimedhi1739
    @minatimedhi1739 2 дні тому +2

    অতি সুন্দৰ অনুষ্ঠান এটা উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ জনালো। এই সকল শিল্পীয়ে উপযুক্ত সন্মান পোৱা নাই যেন অনুভৱ হয়। ভাবিলে দুখ লাগে

  • @Birenmannoi8786
    @Birenmannoi8786 День тому +1

    চৈয়দ ছাদুল্লা ডাঙৰীয়াৰ মাতটো ৰেডিঅত শুনিছিলো মানুহ জনৰ ইন্টাৰভিউ টো দেখি ভাল লাগিল ধন্যবাদ

  • @putulchgayan
    @putulchgayan День тому +1

    খুড়ালৈ সেৱা জনালো 🙏🙏🙏। তাহানিৰ সৰুকালচোৱা আপোনাৰ লগতে ঁ মুনীন ভূঞাদেৱৰ খুহুটীয়া অপুস্থান "বৰ্ণালী /বিনোদন" আদি হাস্য- ৰস ধৰ্মী অনুস্থান সমুহ আমাৰ অতিকৈ প্ৰিয় আছিল । আপোনাৰ সু-স্বাস্থ কামনা কৰিলো ।

  • @kukimahanta2815
    @kukimahanta2815 2 дні тому +1

    ধন্যবাদ, ইমান ভাল মানুহজনৰ বিষয়ে জানিবলৈ লগতে দেখিবলৈ ও পালো

  • @ranjitaborgohain6233
    @ranjitaborgohain6233 День тому +1

    Hokolu priyo byaktik ekeloge dekhilu.....❤❤❤❤
    Bohut Dhanyawad DD Assam

  • @aparajitatamuli7273
    @aparajitatamuli7273 День тому +1

    ❤❤❤❤❤❤❤❤ভাল লাগিল বহু দিনৰ মূৰত দেখা পাই,কুশ লে থাকক❤

  • @putuldevidas2835
    @putuldevidas2835 2 дні тому +1

    তেতিয়াৰ দেওবা ৰ দিনা গধূলি চাৰে সাত বজা লৈ অপেক্ষা কৰী থাকো ৰেডিঅ বৰ্ণালী অনুষ্ঠানৰ। কাৰণে। ইমান যে ভাল লাগে। চৈয়দ sadullar মাত টো ইমান মিঠা । মাত্ৰ পোন্ধৰ মিনিট সময় ।

  • @aditybaruah1129
    @aditybaruah1129 2 години тому

    ৰাজবি দা আপোনাৰ প্ৰতিটো গীতৰ আঁৰৰ কাহিনী শুনি ভাল লাগিল। কুশলে থাকক🙏

  • @brothersglobe5706
    @brothersglobe5706 2 дні тому +2

    একেটা অনুষ্ঠানতে তিনিজন বৰেণ্য ব্যক্তিৰ সাক্ষাৎ হৈ অতি আপ্লুত হলোঁ।এই আপাহতে ৰাজেন দা, হীৰেন দা,ৰাজবী দা তিনিওৰে সুস্বাস্থ্য কামনা কৰিলোঁ 💕🌹🙏🌹

  • @prvgohain
    @prvgohain День тому +1

    Great. Big Brother, Bo-kai...

  • @saratsaikia6514
    @saratsaikia6514 День тому +1

    The work of Gautam Sarma is indeed praiseworthy. He has been fully successful in projecting the core elements of legend Syed Sadullah. While AIR (especially Dibrugarh centre) has given him the scope and the platform to showcase his unique creativity, he has also made sky- high contribution for enhancing the name & fame of AIR, Dibrugarh. He did, is doing and will do the needful for the cause of our society using art & culture of music as an instrument for social change. Now, it is the turn of the society to think seriously for a bigger recognition of the contribution of this legend above whatever has been done so far.

    • @thewellnesszonetube2374
      @thewellnesszonetube2374 День тому

      Sir it’s a team work; considering your beautiful words as an encouragement , I m humbled and the journey is still on
      Thank you

  • @ratulbaruah4598
    @ratulbaruah4598 День тому +1

    Bhal lagil ❤😃👌

  • @abhijitgogoi16
    @abhijitgogoi16 2 дні тому +1

    তেওঁক দেখি অতিতলৈ ঘূৰি যোৱা যেন লাগিছে, সেই ৰেডিঅ' শুনা দিনবোৰ বৰ সুন্দৰ আছিল

  • @Gardeningwithmeena
    @Gardeningwithmeena 2 дні тому +2

    বর ভাল লাগিল ধন্যবাদ

  • @nfhaquescreativehouse8731
    @nfhaquescreativehouse8731 2 дні тому +1

    Very beautiful interview with a great Assamese Artist .Deep insight to human values .Thnx DD Assam

  • @sushilhandique6350
    @sushilhandique6350 2 дні тому +1

    Bohut bhal lagila,agoloiu ana dhoronor onusthan saboloi pam buli akha korilu..

  • @moloyhazarika6495
    @moloyhazarika6495 2 дні тому +1

    Simply love and admire this great personality....so versatile....rare breed

  • @puspadharkutum7325
    @puspadharkutum7325 2 дні тому +1

    জনপ্ৰিয় শিল্পী ছৈয়দ ছাদুল্লাদেৱৰ বৰ্নিল জীৱনালেখ্য অনুষ্ঠানটি চাই আপ্লুত হলো। তাহানি আমাৰ ল'ৰালি কালত অনাতাঁৰ যোগে প্ৰচাৰিত জনপ্ৰিয় অনুষ্ঠান 'বৰ্ণালী'ৰ সেই গভীৰ পৌৰুষ সুলভ, বলিষ্ঠ মিঠা কণ্ঠ স্বৰৰ ঘোষনা শুনিবলৈ উচ্ছুকতাৰে অপেক্ষা কৰি থকা দিনবোৰলৈ মনত পৰে। আমাৰ বাবে যেন অসমৰ অমিতাভ বচ্চনৰ কণ্ঠ স্বৰ । তেখেতক সু স্বাস্থ্যৰে কৰ্মঠ হৈ থকা দেখি ভাল লাগিল।

    • @naruttamsharma561
      @naruttamsharma561 2 дні тому

      আপুনাৰ কথাত ময় একমত। তেখেতৰ কণ্ঠত সাগৰৰ গভীৰতা অনুভৱ হয়।আপুনাক অশেষ ধন্যবাদ, এই পুৰণা স্মৃতি বিলাক মনত সজীৱ কৰি ৰখাৰ বাবে।

    • @MamoniSonowal-v1o
      @MamoniSonowal-v1o 12 годин тому

      তেখেতে কেইবাটাও ভাষা সলসলীয়াকৈ ক'ব পাৰে । এবাৰ। এগৰাকী শ্ৰোতাই তেখেতক মুঠতে কেইটা ভাষাত কথা পাতিব পাৰে বুলি সোধোতে তেখেতে উত্তৰ দিছিল যে ক'বলৈ গ'লে আচলতে নিজৰ মাতৃভাষাটোকে ভালকৈ নাজানে । বৰ ভাল লাগিছিল সেই দিনবোৰ । তেখেতে দীৰ্ঘজীৱি হওক , কুশলে থাকক ।

  • @birensaikia2559
    @birensaikia2559 2 дні тому +1

    মই তিনিচুকীয়াৰ। তেওঁ আৰু সংগী বৃন্দই ৮০ দশকত বিহুৰ মঞ্চত পৰিবেশন কৰা অনুস্থানৰ বাবে মোৰ সমনিয়াৰ সৈতে অধীৰ আগ্ৰহেৰে ৰৈ থাকো। তেখেতৰ সৃষ্টি অনন্য আৰু যুগমীয়া হওঁক।

  • @voiceoflmp
    @voiceoflmp День тому +1

    Sundar anusthan. Ki je sanghatik shristisheel eku ekuta mon! Amar apurugiya sanskritik sampad.

  • @purabiborah7550
    @purabiborah7550 2 дні тому +1

    Wow! Wish you all the best Sadulla Sir

  • @JintiraniDeka-p8k
    @JintiraniDeka-p8k 2 дні тому +1

    বৰ সুন্দৰ অনুষ্ঠান।

  • @MamoniSonowal-v1o
    @MamoniSonowal-v1o 11 годин тому +1

    তেখেতে কেইবাটাও ভাষাত সলসলীয়াকৈ কথা ক'ব পাৰে । এবাৰ এগৰাকী শ্ৰোতাই মুঠতে কেইটা ভাষাত কথা পাতিব পাৰে বুলি সোধোতে তেখেতে উত্তৰ দিছিল যে ক'বলৈ গ'লে আচলতে নিজৰ মাতৃভাষাটোকে ভালকৈ নাজানে । তেখেত দীৰ্ঘজীৱি হওক, কুশলে থাকক ।
    ভিডিঅ' টোৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @kalpanamomin4328
    @kalpanamomin4328 2 дні тому +1

    Bohu guni aru mohan bioktitbyor ajonSaayed Saddula God bless him.🙏

  • @chapter00
    @chapter00 День тому +1

    Aibur he Interview
    ❤❤❤

  • @DrArjizRahman-kq6sp
    @DrArjizRahman-kq6sp 2 дні тому +4

    My Salam 2 you sir❤❤❤❤❤I salute you for your dedication 2 lovely Assam.❤❤❤❤❤be bless,be happy,be kind ,be help and be glory from almighty of Allah. ❤❤❤❤❤.

  • @HIRAKJYOTIKALITA-zh2wl
    @HIRAKJYOTIKALITA-zh2wl 2 дні тому +1

    বৰ ভাল লাগিল,,

  • @shibashischakraborty3060
    @shibashischakraborty3060 22 години тому +1

    salute🙏

  • @19tunku
    @19tunku 22 години тому +1

    ❤❤❤❤❤❤❤❤

  • @jabinabegum544
    @jabinabegum544 2 дні тому +1

    Very beautiful interview.

  • @TridibRanjanBaruah-j6k
    @TridibRanjanBaruah-j6k 2 дні тому +1

    Salute to Syed Sadulla Sir ❤❤

  • @pradiplahon9313
    @pradiplahon9313 2 дні тому +1

    Nomosker aru sardha jonalu,dada bhale thakok

  • @shreddedface6039
    @shreddedface6039 2 дні тому +2

    চাদদুলা চাৰৰলৈ শতশত নমন ।🙏🏿🙏🏿

  • @trinayanhandique7459
    @trinayanhandique7459 2 дні тому +1

    বৰ সুন্দৰ সাক্ষাৎকাৰ।

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 2 дні тому +1

    Salute to Syed Sadulla saheb

  • @UtpalKalita-t9b
    @UtpalKalita-t9b 2 дні тому +1

    Bahut vall lagilay 🙏

  • @chandanbezbaruah985
    @chandanbezbaruah985 2 дні тому +1

    প্ৰিয় শিল্পী গৰাকীলৈ মোৰ শ্ৰদ্ধা জনাইছোঁ ।🙏

  • @konwarutpal
    @konwarutpal 2 дні тому +1

    ভাল লাগিল🙏🙏

  • @KisorMech
    @KisorMech День тому +1

    🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤

  • @kalpanabhuyan2372
    @kalpanabhuyan2372 2 дні тому +1

    Wonderful program so nice 🙏🙏

  • @tulyaboruah7078
    @tulyaboruah7078 2 дні тому +1

    Vry nice vdo . ❤

  • @beautynazir2834
    @beautynazir2834 2 дні тому +1

    Mor oti Priya byakti Shayad Saddula Dev.Moi bahut xarure pora Radio r prai bilak anusthan Xunu.Bixex bhabe Shayad Saddula Dev r voice tiye mok bor besi aapuluta korisil aaru aajiu Radio r xei anusthan bor manat xas bahi aase🙏

  • @SafiUllah-o9y
    @SafiUllah-o9y День тому +1

    Salaamat raho

  • @rupanjalisaikia3080
    @rupanjalisaikia3080 2 дні тому +2

    Bor bhal lagile

  • @jukro2016
    @jukro2016 2 дні тому +1

    সেই সময়ৰ Radio-শিল্পীসকলৰ সমকক্ষ কেতিয়াবা ওলাবনে? অসাধাৰণ কণ্ঠৰ গৰাকী-অৱন বৰপুজাৰী, নেচিউৰ ৰহমান, নীৰেন বৰুৱা, কমল শৰ্মা, চৈয়দ ছাদুল্লা ডাঙৰীয়াৰ কথাটো কʼবই নালাগে, আৰু অধিক নজনা কথা জনাসকলে নিশ্চয় কʼমেণ্টত লিখিব

  • @subratasarma123-uj3pw
    @subratasarma123-uj3pw 2 дні тому +1

    Excellent.

  • @rupanjalisaikia3080
    @rupanjalisaikia3080 2 дні тому +1

    🙏🙏🙏

  • @manojkumarbaruah2459
    @manojkumarbaruah2459 2 дні тому +1

    Very nice program.