Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
এইবোৰ গীত শুনিলে দেহা মন ভৰি যায়।। উজাগৰি নিশা হেডফোন লগাই শুনি থাকো। তথাপিও হাজাৰ বাৰ শুনিলেও আমনি নালাগে।।সঁচাই মনপৰশা মধুৰ গীত।।
দুভাগ ৰাতি, প্ৰতিটো শব্দ প্ৰতিটো সুৰেই টিল টিলকৈ অতীতলৈ মনত পেলাইছে 😢😢❤❤কেতিয়াবা সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ যে মই ৯০ শতিকাৰ ❤❤❤আকৌ এবাৰ সেই সময়কণ বিচাৰোঁ 😢😢
সচাকৈ , কানত হেড ফোন ডাল লগাই দুভাগ ৰাতি এই গানটো শুনিলো , প্ৰিয় জনৰ প্ৰতিছবি চকুৰ আগত ভাহি আহিছে অন্তৰ শাত পৰি গল ধন্যবাদ জুবিন দা আপোনাৰ অবিহনে আমি আধৰুৱা 👌👌👍👍❤️❤️
Great 👍👍👍👍👍👍 old is gold
যৌৱনতো ঘুৰাই আনি আকৌ উপভোগ কৰিৱ মন যায় এইৱোৰ গাণ শুণিলে
@@billalhosen9360hi nahi g l
Great ❤❤❤❤❤❤❤❤❤❤
@@utpalkalita3011মোৰ সৰু কালৰ বিহু
গানটি অনেক সুন্দর👌বাংলাদেশ থেকে দেখছি। 🇧🇩
❤❤❤
জুবিন দাৰ অবিহনে অসমীয়া সংগীত আধৰুৱা।জুবিন দাই একমাত্ৰ কাৰণ যাৰ বাবে আমাৰ নতুন প্ৰজন্মই অসমীয়া বিহু গীতবোৰ আজিও শুনি থাকে।Dk..
𝑋𝑎𝑥𝑎 𝑘𝑎𝑡ℎ𝑎 𝑘𝑖𝑛2😍😍
dhuniya ktha koisa ❤
একদম ১০০% সত্য ।
দেহা মন নাচি উঠে,এইবিলাক গান শুনিলে।।এইটো আমি পঢ়ি থকা দিনৰ এটা হিট গান আছিল।।আজিৰ বিহু গানত এনেকুৱা সুৰ,কথা,তাল,লয় নাপাওঁ।।
আগৰ বিহু গীতবোৰ যিমান শুনিলেও শুনিয়ে থাকিব মন যায়। এতিয়াৰ বিহুবোৰ দুদিন মান শুনিলে আৰু শুনিব মন নাযায়। বিশেষকৈ ২০০০ চনৰ ২০০৫-৬ চনলৈ এই খিনি সময়ৰ গানবোৰ মোৰ খুবে প্ৰিয়।
Apuni manar katha k koise..2008 loi sob thike asil
Happy behu💘🌹💕
Sem muru pio
যিমানে ৰাতিৰ ভৰ বেছি হয়,,, সিমানে বুকুৰ কুঠৰিত প্ৰতিটো শব্দৰ সুৰেই গভীৰ হয়, আপোন হয় ।💓💗💖💕💞
Yes brother.
Eibur bihu geet ajikali lora suwali ye buji napai
@@cutie643 hmm
আজিকালি গানবোৰ অলপ সময় শুনা পাছত আকৈ শুনিব মন নাযায় আগৰ zuben da ganbur ekerahe huni thakileu amoni nalage assame koing zubeen love u
এই গীত টো 2024 t কোনে কোনে শুনিছে Like কৰিব
Moi😊
Moi
শৈশৱৰ সেই মিঠাদিনবোৰলৈ মনত পৰি গ'ল। জুবিন দা জিন্দাবাদ।
গানটো শুণি এটা নষ্টালজিক অনুভৱ কৰিছো । আমি পঞ্চম মান শ্ৰেণীত পঢ়ি থাকোঁতে প্ৰথম শুনি ছিলো । বিহুৰ অনুভৱ থকা আৰু সকলো সময়তে শুনিব পৰা এটা বিহু গান ।
জুবিন দা আৰু ভিতালি বাইদেউ ৰ বিহু গীতৰ কথাই সুকীয়া ; বহুত ভাল লাগিল শুনি ধন্যবাদ জনাইছোঁ আপলোড কৰাৰ বাবে কৃষ্ণ গগৈ,
গীতটি শুনিলে হিয়া মন আনন্দত নাচি উঠে।মন শিহৰিত হৈ পৰে।
Atiyau kune kune sai ase video Tu. . You always be missed Bhitali Baidew😢
Eta bujabo nwara onuvuti pau aitu gaan hunile.. atia bea lagibo bihu t aitu gan bajile.. we miss you vitali baa
@@santanutamuli1392 ভিটালী বা আমাৰ মাজত এতিয়াও আছে
Vitali baa tumak miss korisu,eman eta hundor kontho herai gol
আজিৰ গান অলপ দিন শুনাৰ পাছত শুনিব মন নাযায় । এইবোৰ গান সৰুৰে পৰা শুনি আছো আৰু এতিয়াও শুনিব মন যায় । বহুত ভাল লগা গান
Hi m call me at 6002406489
Akdom xosa
Ll
তেতিয়া ৰ গান শুনি মন ভাল লাগিল ছিল,
@@rabotdowerah5871 Ohio**(*(🏠🏠🐭🔰🐶🔝🔝🔰
যিমানেই বছৰ বোৰ গৈ আছে কিন্তু সেই বোৰ দিনলৈ কেতিয়াও হব নোৱাৰে আকৌ উভতি যাবলৈ মন গৈছে মোৰ সেইবোৰ দিনলৈ 😢
same too u
zubeen dar nicna kono hoba noware..❤love from Darrang❤😊
bht mojja lagil. exually moi hiyar dapunot tumarei sobi bulsobi khonr eti gaan bisari thakutei eitu plu. sai kin2 bht bhal lagil.
বিহু বিহু লাগি যায়, সঁচাকৈ শুনি আমনি নলগা বিহু গান
Best childhood memories..... Dihing paror piriti💕💕💕
Zubeen da❤️ Hoihobor kotha monot pore .... Joi zubeen da❤️
❤from south India🤗
We all have the same identity as indian 🫠
Old is gold..ga mon jur pori joa geet❤️
Zubeen daa apunar puroni gaanbur moi khadai khuni thaku mur bohut bhal lage Joi zubeen daa
At 45 it strengthens me and reminds me of my youthful days.Getting nostalgic being an assamese.
Old is gold ❣️🔥
ইমান ধুনীয়া নাচনী-ধুলীয়,ঁগানৰসুৰ ,বাহীৰ সুৰ ,ধুলৰ বাদন আজিৰ যুগত আৰু নাপাও
No words... lovable songs...
কবলে ভাষা নাই ❤️
Very.nice❤🎉🎉
Eman dhuniya gaan,zubeen dar ei khokulu hanbur hodai thakibo aamar hridoit hiya bhora gaan I love those song
জয় জুবিন দা 🥀😍❤
Exilent, superb.....old is gold 👌👌👌👌👌
Chaildhood memories 😊
old is always goldthanks Zubeen Da
Kune kune gaan2 2023 ot khuni asa 😊 😃 💕 💞
গানটু শুনি মোক বহুত ভাল লাগে l love you❤
এই বিহু গীতৰ তুলনা নাই।
শুনি থাকিলে শুনি থাকিবৰ মন যায় আমনি নালাগে
Bor sunder geet...shuni thakibor mon jai
All India best culture number 1 Assamese culture
Thank you so much for ur compliment & lovely comment..
Zubeen dar 🥺 apunar Gaan xuni Mon a val lagi jai ❤️
Bor dhuniya bihu geet❤️
Goosebumps? Old is really gold.... Like
OLD IS GOLD
nice .bohut vl lagil
বহুত ভাল গান আপোন পাহৰা হৈ যাও শুনিলে।
Nice 💘💘💘💘💘💘
Ei geet to xsakoi bahut dhunia. Jiman xunileo hepah napolai
এই বিহু বোৰ শুনিলে আগৰ টেপ, ড্ৰেগত শুনাৰ দিন বোৰলে মনত পৰি যায়....
মনত শান্তি দিব পৰা গান.. 🌹❤️
Assamese culture is the best culture of the world.
old song is super hit in my life
Aeibur bihu gaan aru aji aei lua bihu gaan or majot aakakh patal pathoikoh ase. Jubeen da agor bihu gaan bur hunile huni thakibo mon Jai . Amoni neilagei imane dhunia dhunia.
"অতি সুন্দৰ " ।
Nibhaj axomiya bihu geet....horute husori gabole jaute bohu bar gaisilu eitu geet....smitir kunuba chukot hodai baji thake eitu bihu geet.
সুন্দৰ গীত ❤️
EvergreeN SonG ❤️💮🏵️😍
So nice videos n song jai zubin da
জীৱনটোত.বহুত.গান.শুনিলো..১৯৯৫.সোনালী.মৰমজান..এই.গানবোৰ.বহুত.২০০৫.এতিয়া.গানৰ.কোনো.অথ.নাই....❤❤❤❤❤
I'm residents of gujarat my fevreet mujeec behu geet
Um boriya lagise dei.
Old is gold..jai Zubeen da,, Zubeen da is my guru.......
Moojja... Eiyahe asol bihu gan..
Mozaa gan👍👌
Bor dhuniya da
Best Melody bihu song.
Nice song .old is gold .joy zg da
Nice song ajir dinotu huni amoni nloga gaan
So nice song❤️
শুনি ভাল লাগিল 👌❤️
Older bihu songs are hert of Assam
Bahut vl lagil 🌷
Zubin kokaideur ganbur amar loralire bondhu.eibur din monot porile buku bikhai jai
Pagol hoi jao #gaan2 huni😘😘😘
Deh Mon Jur pari gol o
Old is gold.
Aajoli nasoni..Um 👌👌👌👌👌👌
Moja.......
very very romantic . Nice bihu 😎😋🤣
Old is gold zubeen da❤
Bohut hundar bihu val lagise 👌👌
সাংঘাটিক বঢ়িয়া👌🏻👍🏻💖😀
যিমানেই ৰাতি হয়,সিমানেই বুকুৰ কুঠৰিত শব্দ ৰ সুৰ অতিকৈ হয় মোৰেই, কি খাই পাহৰি থাকো তোমাক কাষতে দেখি, বুকু হমহমাই যায়,, দেখি তোমাক, নহবৰ হল দেই সেই তেতিয়াই,,, দিবানে মৰমৰ মাত এষাৰি, তেহে দেহা শাঁত পৰে,,,
Owao very nice video ❤❤❤
Wow very nice song love from assam
Hosakoi bht..Vaal lgil..huni.👌
Please reproduce this song with 4k camera.this is a nice song
Jai Zubeen daaa
Most lovely song and so beautiful ❤❤❤ thanks happy nite
Moja lagisa gantu..mn vl Lage jai
Old is gold songs is nice
Dhuniya
সুন্দৰ বিহু আছিল
Very nice song.
Old is gold love you good💖💖💖💖💖💖😘😘😘😘😘😘😘
Bor dhuniya gan hunile deha jur pori jai
Nice song 😍😍😍😍...
Zubeen da geet hune hosai bohut Val paw.ago purona bihu geetbou.
ভাল লাগিল ।
এইবোৰ গীত শুনিলে দেহা মন ভৰি যায়।। উজাগৰি নিশা হেডফোন লগাই শুনি থাকো। তথাপিও হাজাৰ বাৰ শুনিলেও আমনি নালাগে।।
সঁচাই মনপৰশা মধুৰ গীত।।
দুভাগ ৰাতি, প্ৰতিটো শব্দ প্ৰতিটো সুৰেই টিল টিলকৈ অতীতলৈ মনত পেলাইছে 😢😢❤❤
কেতিয়াবা সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ যে মই ৯০ শতিকাৰ ❤❤❤
আকৌ এবাৰ সেই সময়কণ বিচাৰোঁ 😢😢
সচাকৈ , কানত হেড ফোন ডাল লগাই দুভাগ ৰাতি এই গানটো শুনিলো , প্ৰিয় জনৰ প্ৰতিছবি চকুৰ আগত ভাহি আহিছে অন্তৰ শাত পৰি গল ধন্যবাদ জুবিন দা আপোনাৰ অবিহনে আমি আধৰুৱা 👌👌👍👍❤️❤️
Great 👍👍👍👍👍👍 old is gold
যৌৱনতো ঘুৰাই আনি আকৌ উপভোগ কৰিৱ মন যায় এইৱোৰ গাণ শুণিলে
@@billalhosen9360hi nahi g l
Great ❤❤❤❤❤❤❤❤❤❤
@@utpalkalita3011মোৰ সৰু কালৰ বিহু
গানটি অনেক সুন্দর👌
বাংলাদেশ থেকে দেখছি। 🇧🇩
❤❤❤
জুবিন দাৰ অবিহনে অসমীয়া সংগীত আধৰুৱা।জুবিন দাই একমাত্ৰ কাৰণ যাৰ বাবে আমাৰ নতুন প্ৰজন্মই অসমীয়া বিহু গীতবোৰ আজিও শুনি থাকে।
Dk..
𝑋𝑎𝑥𝑎 𝑘𝑎𝑡ℎ𝑎 𝑘𝑖𝑛2😍😍
dhuniya ktha koisa ❤
একদম ১০০% সত্য ।
দেহা মন নাচি উঠে,এইবিলাক গান শুনিলে।।এইটো আমি পঢ়ি থকা দিনৰ এটা হিট গান আছিল।।আজিৰ বিহু গানত এনেকুৱা সুৰ,কথা,তাল,লয় নাপাওঁ।।
আগৰ বিহু গীতবোৰ যিমান শুনিলেও শুনিয়ে থাকিব মন যায়। এতিয়াৰ বিহুবোৰ দুদিন মান শুনিলে আৰু শুনিব মন নাযায়। বিশেষকৈ ২০০০ চনৰ ২০০৫-৬ চনলৈ এই খিনি সময়ৰ গানবোৰ মোৰ খুবে প্ৰিয়।
Apuni manar katha k koise..2008 loi sob thike asil
Happy behu💘🌹💕
Sem muru pio
যিমানে ৰাতিৰ ভৰ বেছি হয়,,, সিমানে বুকুৰ কুঠৰিত প্ৰতিটো শব্দৰ সুৰেই গভীৰ হয়, আপোন হয় ।💓💗💖💕💞
Yes brother.
Eibur bihu geet ajikali lora suwali ye buji napai
@@cutie643 hmm
আজিকালি গানবোৰ অলপ সময় শুনা পাছত আকৈ শুনিব মন নাযায় আগৰ zuben da ganbur ekerahe huni thakileu amoni nalage assame koing zubeen love u
এই গীত টো 2024 t কোনে কোনে শুনিছে Like কৰিব
Moi😊
Moi
শৈশৱৰ সেই মিঠাদিনবোৰলৈ মনত পৰি গ'ল। জুবিন দা জিন্দাবাদ।
গানটো শুণি এটা নষ্টালজিক অনুভৱ কৰিছো । আমি পঞ্চম মান শ্ৰেণীত পঢ়ি থাকোঁতে প্ৰথম শুনি ছিলো । বিহুৰ অনুভৱ থকা আৰু সকলো সময়তে শুনিব পৰা এটা বিহু গান ।
জুবিন দা আৰু ভিতালি বাইদেউ ৰ বিহু গীতৰ কথাই সুকীয়া ; বহুত ভাল লাগিল শুনি ধন্যবাদ জনাইছোঁ আপলোড কৰাৰ বাবে কৃষ্ণ গগৈ,
গীতটি শুনিলে হিয়া মন আনন্দত নাচি উঠে।মন শিহৰিত হৈ পৰে।
Atiyau kune kune sai ase video Tu. . You always be missed Bhitali Baidew😢
Eta bujabo nwara onuvuti pau aitu gaan hunile.. atia bea lagibo bihu t aitu gan bajile.. we miss you vitali baa
@@santanutamuli1392 ভিটালী বা আমাৰ মাজত এতিয়াও আছে
Vitali baa tumak miss korisu,eman eta hundor kontho herai gol
আজিৰ গান অলপ দিন শুনাৰ পাছত শুনিব মন নাযায় । এইবোৰ গান সৰুৰে পৰা শুনি আছো আৰু এতিয়াও শুনিব মন যায় । বহুত ভাল লগা গান
Hi m call me at 6002406489
Akdom xosa
Ll
তেতিয়া ৰ গান শুনি মন ভাল লাগিল ছিল,
@@rabotdowerah5871 Ohio**(*(🏠🏠🐭🔰🐶🔝🔝
🔰
যিমানেই বছৰ বোৰ গৈ আছে কিন্তু সেই বোৰ দিনলৈ কেতিয়াও হব নোৱাৰে আকৌ উভতি যাবলৈ মন গৈছে মোৰ সেইবোৰ দিনলৈ 😢
same too u
zubeen dar nicna kono hoba noware..❤love from Darrang❤😊
bht mojja lagil. exually moi hiyar dapunot tumarei sobi bulsobi khonr eti gaan bisari thakutei eitu plu. sai kin2 bht bhal lagil.
বিহু বিহু লাগি যায়, সঁচাকৈ শুনি আমনি নলগা বিহু গান
Best childhood memories..... Dihing paror piriti💕💕💕
Zubeen da❤️
Hoihobor kotha monot pore .... Joi zubeen da❤️
❤from south India🤗
We all have the same identity as indian 🫠
Old is gold..ga mon jur pori joa geet❤️
Zubeen daa apunar puroni gaanbur moi khadai khuni thaku mur bohut bhal lage Joi zubeen daa
At 45 it strengthens me and reminds me of my youthful days.Getting nostalgic being an assamese.
Old is gold ❣️🔥
ইমান ধুনীয়া নাচনী-ধুলীয়,ঁগানৰসুৰ ,বাহীৰ সুৰ ,ধুলৰ বাদন আজিৰ যুগত আৰু নাপাও
No words... lovable songs...
কবলে ভাষা নাই ❤️
Very.nice❤🎉🎉
Eman dhuniya gaan,zubeen dar ei khokulu hanbur hodai thakibo aamar hridoit hiya bhora gaan I love those song
জয় জুবিন দা
🥀😍❤
Exilent, superb.....old is gold 👌👌👌👌👌
Chaildhood memories 😊
old is always gold
thanks Zubeen Da