Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
সচাই পু ৰণি গীতবোৰৰ মাজত এক নতুন সোৱাদ আছে
সৰু থাকোতে শুনিছিলোঁ। সংগ্ৰহ কৰা জনক বহুত বহুত শুভেষ্যা জনালোঁ
বিহুগীতৰ পথাৰখনত আপোনাক বহুদিন বিছাৰি আছিলো ৰুবুলদা ! অৱশেষত আপুনি আহিল, এতিয়াহে ভাল লাগিব ...
হেৰাই গ’ল এই সুৰবোৰ ৷এতিয়া আৰু তেতিয়া বহুত পাৰ্থক্য আহিল ৷
মন ফাগুনৰ পছোৱা , নিৰুজনি, সোনমইনা ৰুবুল দা আৰু কৃষ্ণমণি আজিও বিহুত গুণগুণাই থকা গান বোৰ বিচাৰি ফুৰে শুনিবলৈ
Agar din bur katha manat parile bukukhan bikhai
Hosakoi, bohut dukh lage , 🌹
Nirujoni
LET THERE BE LIGHT 🌄 🌅🧚♀️LET THERE BE LOVE🌄🌅🧚♀️💧🍃 💜❤️💓💚LET THERE BE LIFE 🌄🧚♀️💧🍃🌲🌳🌴METTA🍓🍉🍎🍌🫐🍇🌹🏡🛖🤽♀️🚣♀️🏊♀️🚣🚵♀️🪂🐣🐒🦁🐅🐆🐱🦊🐻🐷🐼🦉🦅🦣🐑🐕🐓🦚🦜🦥🐁🦔🐲🐄🐃🐂🐴🦄🐝🦋🐞🐟🦢🐇🦥🐲🍚🥑🙏🌄🧚BHAWATU SABBA MANGALAMDIVINE PROTECTIONMETTA
সুন্দৰ, শুনিয়েই থাকিবলৈ মন মোৰো এনে বিহু তেতিয়াই মোৰ মনটো কৰবালৈ উৰা মাৰিব বিচাৰে কৰবালৈ,,, কিন্তু কি হব ভবা কথা ভবাতেই থাকিল,,, পিছত সেই ৰূপ চাবলৈ নাপাই মই গলো ডিব্ৰুগড় লৈ গৈ হে তত্ পালোঁ,
সৰুতে ইমান যে গাইছিলো গীতটি ,সঁচাকৈয়ে বহুত সুন্দৰ গীত
Moi aji hai bisari palu gantu
এই বোৰ গীত আজি নতুন প্ৰজন্মই গুৰুত্ব নিদিয়ে।শুনিব অ মন নকৰে।সেই দিন বোৰ মনত পৰে গৈছে।কি নিভাজ,সঁচা প্ৰকৃতি প্ৰেমিক আছিল মানুহ বোৰ তেতিয়াৰ।গীতৰ প্ৰতি টো লাইন অৰ্থ আছে প্ৰকৃতিৰ লগত।সকলো সৰল,সহজ,সাধাৰণ,আছিল সকলো।পুৰণা বিহু সুৰীয়া গীত মেইন।
সোণালী দিনৰ গীত আছিল এইবোৰ ।।
Ajit dinor gaant bhal nalage.aji prakonmai kenekoi purona gaan bhal napai amiu natun gaan iman bhal napau rash nai.
@@snakul2196 gaant majot kiba bisari paisilu.
Hosakoi.
মোৰ ভাল লাগে❤
বিহু প্ৰকৃতিৰ সৈতে জড়িত যিটো কথা এই গীতটোত ফুটি উঠিছে , অতি সুন্দৰ গীত ৷
ৰুবুল দাৰ সমান বিহুৱা অসমত পাবলৈ টান, জনাই জানে । সোনমইনা আৰু মন ফাগুনৰ পছোৱা কেছেটৰ আটাইকেইটা গান দিব দাদা । আৰু নতুন বিহু গীত অসমীয়াক উপহাৰ দিয়ে যেন দাদা ।
To ggggv
মোৰ লৰালি কালৰ অতি প্ৰিয় গীত ৷আজি ২২ বছৰৰ মুৰত শুনি ভাল লাগি গ’ল মনটো ৷
প্ৰকৃতি মাজত সৃষ্টি হোৱা গীতবোৰ কত লুকুৱাই ৰাখে দাদা
এনেকুৱা পুৰণি বিহু গীত বোৰ শুনি বহুত ভাল লাগে mindblowing
সৰুতে শুনিছিলো,, কিন্তু পিছলৈ বিছাৰি নোপোৱা হলো,, যতনাই থোৱা জনলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ,, ক'ত হেৰাই গ'ল এনে গীতৰ স্ৰষ্টা বোৰ,,, উফ্ কি গীত আছিল সেইবোৰ 🙏🙏🙏
Really
Bohut dhunya gan bhal lagildai
Ummmmmahhhh really bro
L
@@dipankarnath3812 se
ককাইদেউ আপোনাৰ গীত বহুত ভাল লাগে ,আপোনালৈ বিনম্ৰ অনুৰোধ আপোনাৰ সকলো গীত দিবছোন
১৯৯৩ চনৰ ফাগুনীৰ গীত কেইটা পাম বুলি আশা কৰিলো ।
সছাকৈ বৰ ধুনীয়া আছিল সেই সময়ৰ বিহুগীত বোৰ
শৈশবৰ পৰা আজিলৈকে চিৰসেউজীয়া হৈ থকা বিহু গীত ৷
জীবনত বিহু গান শিকিছো ৰুবুলদা আৰু কৃষ্ণমনি দাৰ পৰা
ইমান সুন্দৰ বিহু সুনিলে সুনিথাকিবৰ মন ।
বহুত দিনৰ পৰা বিচাৰি আছিলোঁ ৷ আজি শুনিবলৈ পায় বহুত ভাল লাগিল ৷আপোনাক বহুত বহুত ধন্যবাদ ৷
নেপাই দাদা, বজৰুৱা এসোপাৰ মাজত বিহুটোক আপুনি এৰি এনেকৈ আতৰি যোৱাটো। কিমান বছৰৰ পিছত যে আপুনি আহিল। সঁচাকৈয়ে ভাল লাগিছে।
Hoi Kisu din atori asilu etia ahisu. Apunaluke sai thakibo
ভাল ভাল বিহু বিচাৰো আপোনাৰ পৰা
Rubulda hunkale ahok
@@RUBULBORA L.
সচাকৈ দেই
এয়াহে আচল বিহু ! এইবোৰ গীত শুনি থাকিলেও হেঁপাহ নপলায় ! আজিৰ প্ৰজন্মই এইবোৰ বিহু গীত নুশুনে বা মাদকতা নুবুজে ! সুন্দৰ সংগ্ৰহ ! সংগ্ৰাহক গৰাকীলৈ সমাগত ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনালোঁ !❤❤❤❤❤
সৰু হৈ থাকোঁতে এইবোৰ নাম গাইয়ে বিহু মাৰিছিলোঁ। ২০০০ চনৰ আশে পাশে সময়খিনিলৈ মনত পৰি গ'ল। 😢😢
আকৌ এবাৰ নষ্টালজিক হ'লোঁ ।ধন্যবাদ প্ৰিয় বিহুৱা ৰুবুল বৰা দেৱ ।আপোনাৰ পৰা এনেকুৱা চিৰসেউজ গীতৰ পুনৰবাৰ আশা কৰোঁ আজিৰ দিনত ।
আপোনালোকলোও নবৰ্বষৰ শুভেশ্ছা জোনালো👍👍👍👏👏👏🙏🏼🙏🏼🙏🏼
ৰুবুল দাদা আমি এনেকুৱা ধৰণৰ নতুন বিহু আৰু শুনিব বিচাৰো
তেতিয়াৰ সেই কেছেতৰ দিনলৈ ঘুৰিযোৱা যেন লাগিল
শৈশৱতে এই বিহুটো খুব গাইছিলো। আকৌ শুনিবলৈ পাই বৰ ভাল লাগিল । পুৰণি বিহু আৰু শুনিবলৈ পাম বুলি আশা কৰিলো ।
Nichoi
আপোনাৰ বিহুবোৰে আমাৰ মনবোৰ চুই যায় কিমান যে মজা লাগে শুনিবলৈ । আপোনাৰ গানবোৰে সেইদিন বোৰলৈ আমাক ওভতাই লৈ যায় । ধন্যবাদ ।
সুন্দৰ আকৌ মনত পৰিলে ল'ৰালী দিন বোৰলৈ❤❤❤
শৈশৱৰে পৰা শুনি অহা গাই অহা প্ৰিয় বিহু গীত....
Bohut mnt pre agr din bur
বিহুৰ যোজনাটো শুনি শুনি হেপাহেই নপলাই,কি যে সুৰীয়া আৰু লগতে বিহু....
সৰুকাললৈ মনত পৰি গ'ল...বিহু মানেই এই গীতটো
ৰুবুল বৰাৰ গীতবোৰ মোৰ বৰ প্ৰিয় । আকৌ সৃষ্টি কৰিবনে এনে গীত
Okhomiya Kristi sonskritir omulya sompod ei geet ti...ei geetot aami asu , aru aamat ei geet ase...!
সুন্দৰ বিহু গীত 👍👍👍👍👍👍👍👍
উফ কি সুন্দৰ প্ৰকৃত অৰ্থ বহুল গীত
এনেকুৱা বিহু শুনিলে হেপাহ নপলায় ।মনটো তাহানিৰ সৰু কাললৈ ঘূৰি যায়
Rubul da apunalukr bihu bisaru...apuni ahok...nhole hekh hoi jabo
ৰুবুল দাৰ গীত বহু দিনৰ মূৰত শুনিলোমন ফাগুনৰ পছোৱা আৰু মন আকাশৰ তৰা Uplod কৰক
Hosakoi apunaloi dhoinyabad jonaisu. Git2k jiyai rokharbabe
Aji ha bhal lagisa thanks Rubul Bora da for uploading
bohu dinor murot hunisu . abegor bokhoboti hoi goisu.
Yyyt to get y
❤❤ বহুত দিনৰ পিছত শুনিবলৈ পায় বৰসুখি হলো
বৰ সুন্দৰ গীত৷আপুনি আৰু গীত লিখিবচোন৷
মনটো ৯২চনলৈ উভটি গ'ল, সঁচাকৈয়ে কিমান ভাল লগা এটি সুমধুৰ বিহুগীত
Iman dhuniya huni thakibo mon Jai 🥰❤️
এনে চিৰযুগমীয়া গীত সমূহত বিহুৰ প্ৰকৃত ছবি চিত্ৰিত হয় ।
old is gold. Thanks for offering such old bihu song to us.
শুনিয়ে থাকিবৰ মন ৷ এবাৰ লিখা কাগজ জানো লিখাৰ পাচত উকা হৈয়ে ৰ’ল এই গীতটো পাম নেকি?
এইবোৰ বিহুৱে আমাৰ জীৱনৰ এচোৱা কাল ৰঙীন কৰি ৰাখিছিল ৷ কি সুন্দৰ গীত ৷
Apunak bahu bahu dhanybaad...kiman boxoror pora bisari asilu eai geet ti...1990 pora 2000 loike jiman bihu ase parile uploaded krbo
Nichoi Di asu lahe lahe. Dhnyabad
সচাকৈয়ে সেই সময়ৰ গীত বিলাক বহুত ভাল লাগে।
ৰুবুল দা আজি মনটো বৰ ভাল লাগিছে আপুনি আহিল যেতিয়া আগৰ বিহুৰ সুন্দৰ যুগটো আকৌ ঘূৰি আহিব।
Bhale lagil dei❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Bohut dhunia 👍👍👍👍
বাহ কিমান বছৰৰ মূৰত শুনিছো এই ধুনীয়া বিহু গীতটি। সৰু কালটো মনত পৰি গৈছে।
ইমান পুৰণি বিহু গীত শুনি ভাল লাগি গৈছে সৰু কথা মনত পৰে।।
Xosakoi dei
কৃষ্ণ দাৰ আৰু এটা গান আছিলনিৰুপমা তুমি আজি গাভৰু হলা
Yes muru bahut bhal lage moi class seven prhute guntu ulaisil
ময়ো বিচাৰি আছোঁ এই গানটো
বৰ ভাল লাগিল,পুৰণি বিহু এটা শুনিবলৈ পালো
বহুত ধন্যবাদ। বহুত দিনৰ পৰা বিচাৰি আছিলোঁ বিহু গীতটো।।
Dhnyabad
হাইস্কুলীয়া জীৱনৰ অতি জনপ্ৰিয় বিহু গীত ।টেপ ৰৰ্কডাৰ কেচেত লগাই শুনিছিলো ।বহু দিনৰ মুৰত শুনি সেই দিনলৈ মনত পৰি গল ।
লৰালি কালত সোনা বিহু নাম আজিও সুনিবলৈ পাইছো ধন্যবাদ
Val lagil
শৈশৱৰ বুকুৰ আপোন গীত এইবোৰ। চিৰ সেউজ ..... 😍
সঁচাই এইবোৰ গীতে বহুতো কথা কৈ যায়। এই সময়ত আৰু এটা দেহবিচাৰৰ গীতে মন চুই গৈছিল। কেছেট টোৰ নাম "দীনবন্ধু" ।যদি কোনোবা সংগীত প্ৰেমিয়ে যতনাই ৰাখিছে সমাজলৈ আগ বহাই দিব
ভাল লাগিল শুনি, চাই।
এই বিহুগীত যুগ যুগান্তৰলৈ থাকিৱ ।।
Bohut hundor Bihu git
বহুত ভাল লাগিল, লৰালি।।।।।।।
Bohut bhal lagil❤❤❤❤
সেই দিনবোৰ সঁচাই সোণালী আছিল ❤
ধুনীয়া , বিহু বিনন্দীয়া হওক
লৰালিত শুনি গাই ফুৰা দিনবোৰলৈ ঘূৰি গলো । মাদকতা ভৰা গীত । এতিয়াও গুণগুণাও । আগবঢ়োৱা জনলৈ কৃতজ্ঞ হলো ।
Bohut dhuniya
Nostalgic hoi goise mon2 ❤️ horute husori gabo jawte jujona diya pst a ai2 gaan gaw a ru ami😍 ekdom horu kal2 le mnt pori goise aji
Prothom a gaan tu a gabo hikisilu.
Hundor .❤❤❤
এনেধৰণৰ বিহু আজিৰ দিনত নতুনকৈ শুনিবলে নোপোৱা হ’লো।❤
Moza lagil deai
Mozaaaa
বহুত বহুত ধন্যবাদ
Bohut bhal lagil
সুন্দৰ।
বহু ত ধুনীয়া
বৰ সুন্দৰ❤❤
Hrute huni gai vl paw kokaidew apunar bihu geet keta dibo🙏🙏
Moiu Horu hoi thakutei huna aajiu monot aase bor dhunia Bihu geet 👍👍👍
Oh kot lukuwai rakhisil eii gann too😍😍😍😍😍😍😜loralik huworilu
এই বিহু গীত বোৰ শুনিলে শুনি থাকিবলৈ মন যায় ৷ ৰুবুল দাদা আপোনাৰ পুৰণি গিত বোৰ এইদৰে পাই থাকিম বুলি আশা থাকিল ৷
ধন্যবাদ। বিচাৰিলে নিশ্চয় পাৱ। UTube Chennai ত charge কৰি চাবচোন।
বিহু বিহ লগা এই গীতবোৰ শুনিলেই বিহ বিহ লাগে। কুলি,কেতেকীয়ে মাতক বা নামাতক ❤
শৈশৱলৈ মনত পৰি গ'ল
সুন্দৰ দাদা,এইবোৰ বিহু গীতত আচলতে বিহুৰ মাদকতা পোৱা যায়।
dhanyabad
অতি সুন্দৰ
Dada mahakobi Dante jidina Bihu tu please upload kori dibosun
আগতে আমি বিহু বুলি ক'লে যোৰহাটত ৰুবুল বৰা, আজি কলকাতাৰ ঘৰত বহি বছেৰেকৰ ব'হাগৰ বিহুৰ দিনা নিজৰ ছোৱালীক আমাৰ দিনৰ জনপ্ৰিয় বিহুগীত শুনাবলৈ পাই কিমান যে ভাল লাগিছে ❤️❤️
বিহু বুলি ক'লে এই খিনি হে। আজি কালিৰ গান শুনিবলৈ মন নযাই। আধুনিকতাৰ নামত ধ্বংস হৈ গৈছে বিহু হওঁক বা ভাওনা হওঁক।
Right dada
Bht besi val lga bihu gaan to 😍😍
Xundar
আপোনাক কি বুলি ধন্যবাদ দিম মোৰ শৈশৱৰ গীতটি
এই বিহু গীতটোত কিমান যে চোতাল বিহু মাৰিছিলো লেখ নাই 😍😍😍
বহুত ধন্যবাদ ।পুৰনি গীতবোৰ দিব
Bahut bhal lagishya ❤ ❤ ❤ ❤ ❤
সচাই পু ৰণি গীতবোৰৰ মাজত এক নতুন সোৱাদ আছে
সৰু থাকোতে শুনিছিলোঁ। সংগ্ৰহ কৰা জনক বহুত বহুত শুভেষ্যা জনালোঁ
বিহুগীতৰ পথাৰখনত আপোনাক বহুদিন বিছাৰি আছিলো ৰুবুলদা ! অৱশেষত আপুনি আহিল, এতিয়াহে ভাল লাগিব ...
হেৰাই গ’ল এই সুৰবোৰ ৷এতিয়া আৰু তেতিয়া বহুত পাৰ্থক্য আহিল ৷
মন ফাগুনৰ পছোৱা , নিৰুজনি, সোনমইনা ৰুবুল দা আৰু কৃষ্ণমণি আজিও বিহুত গুণগুণাই থকা গান বোৰ বিচাৰি ফুৰে শুনিবলৈ
Agar din bur katha manat parile bukukhan bikhai
Hosakoi, bohut dukh lage , 🌹
Nirujoni
LET THERE BE LIGHT 🌄 🌅🧚♀️
LET THERE BE LOVE🌄🌅🧚♀️💧🍃 💜❤️💓💚
LET THERE BE LIFE 🌄🧚♀️💧🍃🌲🌳🌴METTA🍓🍉🍎🍌🫐🍇🌹🏡🛖🤽♀️🚣♀️🏊♀️🚣🚵♀️🪂🐣🐒🦁🐅🐆🐱🦊🐻🐷🐼🦉🦅🦣🐑🐕🐓🦚🦜🦥🐁🦔🐲🐄🐃🐂🐴🦄🐝🦋🐞🐟🦢🐇🦥🐲🍚🥑🙏🌄🧚
BHAWATU SABBA MANGALAM
DIVINE PROTECTION
METTA
সুন্দৰ, শুনিয়েই থাকিবলৈ মন মোৰো এনে বিহু তেতিয়াই মোৰ মনটো কৰবালৈ উৰা মাৰিব বিচাৰে কৰবালৈ,,, কিন্তু কি হব ভবা কথা ভবাতেই থাকিল,,, পিছত সেই ৰূপ চাবলৈ নাপাই মই গলো ডিব্ৰুগড় লৈ গৈ হে তত্ পালোঁ,
সৰুতে ইমান যে গাইছিলো গীতটি ,সঁচাকৈয়ে বহুত সুন্দৰ গীত
Moi aji hai bisari palu gantu
এই বোৰ গীত আজি নতুন প্ৰজন্মই গুৰুত্ব নিদিয়ে।শুনিব অ মন নকৰে।
সেই দিন বোৰ মনত পৰে গৈছে।কি নিভাজ,সঁচা প্ৰকৃতি প্ৰেমিক আছিল মানুহ বোৰ তেতিয়াৰ।
গীতৰ প্ৰতি টো লাইন অৰ্থ আছে প্ৰকৃতিৰ লগত।সকলো সৰল,সহজ,সাধাৰণ,আছিল সকলো।
পুৰণা বিহু সুৰীয়া গীত মেইন।
সোণালী দিনৰ গীত আছিল এইবোৰ ।।
Ajit dinor gaant bhal nalage.aji prakonmai kenekoi purona gaan bhal napai amiu natun gaan iman bhal napau rash nai.
@@snakul2196 gaant majot kiba bisari paisilu.
Hosakoi.
মোৰ ভাল লাগে❤
বিহু প্ৰকৃতিৰ সৈতে জড়িত যিটো কথা এই গীতটোত ফুটি উঠিছে , অতি সুন্দৰ গীত ৷
ৰুবুল দাৰ সমান বিহুৱা অসমত পাবলৈ টান, জনাই জানে । সোনমইনা আৰু মন ফাগুনৰ পছোৱা কেছেটৰ আটাইকেইটা গান দিব দাদা । আৰু নতুন বিহু গীত অসমীয়াক উপহাৰ দিয়ে যেন দাদা ।
To ggggv
মোৰ লৰালি কালৰ অতি প্ৰিয় গীত ৷
আজি ২২ বছৰৰ মুৰত শুনি ভাল লাগি গ’ল মনটো ৷
প্ৰকৃতি মাজত সৃষ্টি হোৱা গীতবোৰ কত লুকুৱাই ৰাখে দাদা
এনেকুৱা পুৰণি বিহু গীত বোৰ শুনি বহুত ভাল লাগে mindblowing
সৰুতে শুনিছিলো,, কিন্তু পিছলৈ বিছাৰি নোপোৱা হলো,, যতনাই থোৱা জনলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ,, ক'ত হেৰাই গ'ল এনে গীতৰ স্ৰষ্টা বোৰ,,, উফ্ কি গীত আছিল সেইবোৰ 🙏🙏🙏
Really
Bohut dhunya gan bhal lagildai
Ummmmmahhhh really bro
L
@@dipankarnath3812 se
ককাইদেউ আপোনাৰ গীত বহুত ভাল লাগে ,আপোনালৈ বিনম্ৰ অনুৰোধ আপোনাৰ সকলো গীত দিবছোন
১৯৯৩ চনৰ ফাগুনীৰ গীত কেইটা পাম বুলি আশা কৰিলো ।
সছাকৈ বৰ ধুনীয়া আছিল সেই সময়ৰ বিহুগীত বোৰ
শৈশবৰ পৰা আজিলৈকে চিৰসেউজীয়া হৈ থকা বিহু গীত ৷
জীবনত বিহু গান শিকিছো ৰুবুলদা আৰু কৃষ্ণমনি দাৰ পৰা
ইমান সুন্দৰ বিহু সুনিলে সুনিথাকিবৰ মন ।
বহুত দিনৰ পৰা বিচাৰি আছিলোঁ ৷ আজি শুনিবলৈ পায় বহুত ভাল লাগিল ৷আপোনাক বহুত বহুত ধন্যবাদ ৷
নেপাই দাদা, বজৰুৱা এসোপাৰ মাজত বিহুটোক আপুনি এৰি এনেকৈ আতৰি যোৱাটো। কিমান বছৰৰ পিছত যে আপুনি আহিল। সঁচাকৈয়ে ভাল লাগিছে।
Hoi Kisu din atori asilu etia ahisu. Apunaluke sai thakibo
ভাল ভাল বিহু বিচাৰো আপোনাৰ পৰা
Rubulda hunkale ahok
@@RUBULBORA
L.
সচাকৈ দেই
এয়াহে আচল বিহু ! এইবোৰ গীত শুনি থাকিলেও হেঁপাহ নপলায় ! আজিৰ প্ৰজন্মই এইবোৰ বিহু গীত নুশুনে বা মাদকতা নুবুজে ! সুন্দৰ সংগ্ৰহ ! সংগ্ৰাহক গৰাকীলৈ সমাগত ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনালোঁ !❤❤❤❤❤
সৰু হৈ থাকোঁতে এইবোৰ নাম গাইয়ে বিহু মাৰিছিলোঁ। ২০০০ চনৰ আশে পাশে সময়খিনিলৈ মনত পৰি গ'ল। 😢😢
আকৌ এবাৰ নষ্টালজিক হ'লোঁ ।
ধন্যবাদ প্ৰিয় বিহুৱা ৰুবুল বৰা দেৱ ।
আপোনাৰ পৰা এনেকুৱা চিৰসেউজ গীতৰ পুনৰবাৰ আশা কৰোঁ আজিৰ দিনত ।
আপোনালোকলোও নবৰ্বষৰ শুভেশ্ছা জোনালো👍👍👍👏👏👏🙏🏼🙏🏼🙏🏼
ৰুবুল দাদা আমি এনেকুৱা ধৰণৰ নতুন বিহু আৰু শুনিব বিচাৰো
তেতিয়াৰ সেই কেছেতৰ দিনলৈ ঘুৰিযোৱা যেন লাগিল
শৈশৱতে এই বিহুটো খুব গাইছিলো। আকৌ শুনিবলৈ পাই বৰ ভাল লাগিল । পুৰণি বিহু আৰু শুনিবলৈ পাম বুলি আশা কৰিলো ।
Nichoi
আপোনাৰ বিহুবোৰে আমাৰ মনবোৰ চুই যায় কিমান যে মজা লাগে শুনিবলৈ । আপোনাৰ গানবোৰে সেইদিন বোৰলৈ আমাক ওভতাই লৈ যায় । ধন্যবাদ ।
সুন্দৰ আকৌ মনত পৰিলে ল'ৰালী দিন বোৰলৈ❤❤❤
শৈশৱৰে পৰা শুনি অহা গাই অহা প্ৰিয় বিহু গীত....
Bohut mnt pre agr din bur
বিহুৰ যোজনাটো শুনি শুনি হেপাহেই নপলাই,কি যে সুৰীয়া আৰু লগতে বিহু....
সৰুকাললৈ মনত পৰি গ'ল...বিহু মানেই এই গীতটো
ৰুবুল বৰাৰ গীতবোৰ মোৰ বৰ প্ৰিয় । আকৌ সৃষ্টি কৰিবনে এনে গীত
Okhomiya Kristi sonskritir omulya sompod ei geet ti...ei geetot aami asu , aru aamat ei geet ase...!
সুন্দৰ বিহু গীত 👍👍👍👍👍👍👍👍
উফ কি সুন্দৰ প্ৰকৃত অৰ্থ বহুল গীত
এনেকুৱা বিহু শুনিলে হেপাহ নপলায় ।মনটো তাহানিৰ সৰু কাললৈ ঘূৰি যায়
Rubul da apunalukr bihu bisaru...apuni ahok...nhole hekh hoi jabo
ৰুবুল দাৰ গীত বহু দিনৰ মূৰত শুনিলো
মন ফাগুনৰ পছোৱা আৰু মন আকাশৰ তৰা Uplod কৰক
Hosakoi apunaloi dhoinyabad jonaisu. Git2k jiyai rokharbabe
Aji ha bhal lagisa thanks Rubul Bora da for uploading
bohu dinor murot hunisu . abegor bokhoboti hoi goisu.
Yyyt to get y
❤❤ বহুত দিনৰ পিছত শুনিবলৈ পায় বৰসুখি হলো
বৰ সুন্দৰ গীত৷আপুনি আৰু গীত লিখিবচোন৷
মনটো ৯২চনলৈ উভটি গ'ল, সঁচাকৈয়ে কিমান ভাল লগা এটি সুমধুৰ বিহুগীত
Iman dhuniya huni thakibo mon Jai 🥰❤️
এনে চিৰযুগমীয়া গীত সমূহত বিহুৰ প্ৰকৃত ছবি চিত্ৰিত হয় ।
old is gold. Thanks for offering such old bihu song to us.
শুনিয়ে থাকিবৰ মন ৷ এবাৰ লিখা কাগজ জানো লিখাৰ পাচত উকা হৈয়ে ৰ’ল এই গীতটো পাম নেকি?
এইবোৰ বিহুৱে আমাৰ জীৱনৰ এচোৱা কাল ৰঙীন কৰি ৰাখিছিল ৷ কি সুন্দৰ গীত ৷
Apunak bahu bahu dhanybaad...kiman boxoror pora bisari asilu eai geet ti...1990 pora 2000 loike jiman bihu ase parile uploaded krbo
Nichoi Di asu lahe lahe. Dhnyabad
সচাকৈয়ে সেই সময়ৰ গীত বিলাক বহুত ভাল লাগে।
ৰুবুল দা আজি মনটো বৰ ভাল লাগিছে আপুনি আহিল যেতিয়া আগৰ বিহুৰ সুন্দৰ যুগটো আকৌ ঘূৰি আহিব।
Bhale lagil dei
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Bohut dhunia 👍👍👍👍
বাহ কিমান বছৰৰ মূৰত শুনিছো এই ধুনীয়া বিহু গীতটি। সৰু কালটো মনত পৰি গৈছে।
ইমান পুৰণি বিহু গীত শুনি ভাল লাগি গৈছে সৰু কথা মনত পৰে।।
Xosakoi dei
কৃষ্ণ দাৰ আৰু এটা গান আছিল
নিৰুপমা তুমি আজি গাভৰু হলা
Yes muru bahut bhal lage moi class seven prhute guntu ulaisil
ময়ো বিচাৰি আছোঁ এই গানটো
বৰ ভাল লাগিল,পুৰণি বিহু এটা শুনিবলৈ পালো
বহুত ধন্যবাদ। বহুত দিনৰ পৰা বিচাৰি আছিলোঁ বিহু গীতটো।।
Dhnyabad
হাইস্কুলীয়া জীৱনৰ অতি জনপ্ৰিয় বিহু গীত ।টেপ ৰৰ্কডাৰ কেচেত লগাই শুনিছিলো ।
বহু দিনৰ মুৰত শুনি সেই দিনলৈ মনত পৰি গল ।
লৰালি কালত সোনা বিহু নাম আজিও সুনিবলৈ পাইছো ধন্যবাদ
Dhnyabad
Val lagil
শৈশৱৰ বুকুৰ আপোন গীত এইবোৰ।
চিৰ সেউজ ..... 😍