অৰুণোদয় আঁচনি বন্ধ হ'ব! কংগ্ৰেছে প্ৰস্তাৱ আনিলেই অৰুণোদয় বন্ধ কৰি দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

Поділитися
Вставка
  • Опубліковано 8 вер 2024
  • অৰুণোদয় আঁচনি বন্ধ হ'ব! কংগ্ৰেছে প্ৰস্তাৱ আনিলেই অৰুণোদয় বন্ধ কৰি দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। সঁচাকৈ বন্ধ হ'ব নেকি অৰুণোদয় আঁচনি? কি ক'লে মুখ্যমন্ত্ৰীয়ে?
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

КОМЕНТАРІ • 182

  • @jibongogoi6940
    @jibongogoi6940 Місяць тому +75

    বহুত ভাল খবৰ l
    বি জে পি ৰ ভোট ৰাজনীতি বন্ধ হব l
    বি জে পি ৰ ভেটিত তিতা লাও গজিব l

    • @nitulrajbongshi1044
      @nitulrajbongshi1044 Місяць тому

      Right....

    • @apurbadas4151
      @apurbadas4151 Місяць тому

      কিয় কংগ্ৰেছ আনিবলৈ আহোম মানুহ ৰজা হবৰ কাৰনে দুখীয়াৰ আচনি বন্ধ হব লাগে নেকি???

  • @rupdhannath6894
    @rupdhannath6894 Місяць тому +52

    কংগ্ৰেছ ৰ গাত দোষ জাপি দি বাপুৰাই অৰুণোদয় বন্ধ কৰিব ওলাইছে,আচল ৰাজনীতি ৰাইজে বুজি পায় মূৰ্খ,ভঁৰালত টকা নাই ,আঁচনিৰ ধন দিব নোৱাৰা হৈছে ,গতিকে কংগ্ৰেছ ৰ গাত দোষ টো জাপি দিব পাৰিলেই ,নিজৰ বাত মুকলি হব ,পুনৰ ৰাইজে অৰুণোদয় পোৱাৰ আশাত 26ত vote dib

  • @nextlevelshorts8231
    @nextlevelshorts8231 Місяць тому +48

    অৰুণোদয় বুলিয়ে নহয়, সকলো আচনি বন্ধ কৰি দিব লাগে। এইবোৰৰ ঠাইত বৃদ্ধ পেঞ্চন বৃদ্ধি কৰক। দুখীয়া বিধবা, বয়সীয়াল ছোৱালী সকলক দিয়ক।

    • @AnowerHossain-vx6hc
      @AnowerHossain-vx6hc Місяць тому +1

      ব্যাক্তিগত চিকিৎসালয়ত আয়ুষ্মান কাৰ্ড valueless.
      অৰুনোয় আচনিৰ হিতাধীকাৰী হিতাধিকাৰী বাছনিত যথেষ্ট খেলি মেলি হৈছে। so if it is a discontinued it will be good.

  • @krishnagogoi1657
    @krishnagogoi1657 Місяць тому +16

    সুন্দৰ | অৰুণোদয়ে নহয় সকলো আচনি বন্ধ হব লাগে | বান পানীত কক বকাই থকা লোক সকলক সহায় কৰক |

  • @user-vn3qh8tz4n
    @user-vn3qh8tz4n Місяць тому +24

    অৰোণদয় আচনীসন ১০০ ভিতৰত ৭০ ভাগেই ধনী মানুহেই পাই আচনীসন বন্ধ হলেও ভাল

    • @jmgassam1622
      @jmgassam1622 Місяць тому

      @@user-vn3qh8tz4n বেছি ভাগে ধনী সকলোৱে চাউল বিলাক বেছায়।ঘৰৰ চাউল খায়।

  • @samsulhaque4571
    @samsulhaque4571 Місяць тому +20

    Congress গাত বোকাচটিয়াই বিজেপিৰ উপায় নাই দেশ ঋনত পোট গৈছে। ইয়াকে নকয় কৱ কি !

  • @user-mj7cd7nh7d
    @user-mj7cd7nh7d Місяць тому +27

    অৰুনাদয় আচনি বন্ধ হব লাগে। বস্তৰ দাম কমিব লাগে।

  • @bhabendoley6151
    @bhabendoley6151 Місяць тому +32

    বহুত ভাল খবৰ। ইয়াৰ বদলি স্বাস্থ্য,শিক্ষা ,চাকৰিত গুৰুত্ব দিয়ক।চৰকাৰ পুনৰ আহিব।

  • @jitendas7554
    @jitendas7554 Місяць тому +23

    সুন্দৰ, অতি সোনকালেই এই আচঁনি বন্ধ হ'ব লাগে । এইখন অৰুণ উদয় নহয় ,, কৰুণ উদয়হে ।

  • @S.M.8439
    @S.M.8439 Місяць тому +13

    BJP হাৰি যাব।

  • @bulumaihandique925
    @bulumaihandique925 Місяць тому +10

    ১১/০৫/২৪ তাৰিখে গুৱাহাটীৰ প্ৰতিক্ষা নাৰ্চিঙহোমত গয়টাৰ অপাৰেচন কৰি আহিলো। আয়ুষ্মান কাৰ্ড আছিল যদিও এটকাও ৰেহাই নেপালো।

  • @user-mh9lp5sy7f
    @user-mh9lp5sy7f Місяць тому +12

    যি সকলে অৰুণদয় আঁচনি পাই আছে সেই সকলক যেনে তেনে হে দি আছে ।হিমন্তই কৈ আছে যে কংগ্ৰেছে সমালোচনা কৰিলে অৰুনোদয় আঁচনি বন্ধ কৰি দিম বুলি কিন্তু এইবিলাক বাহানা হিমন্তৰ।

    • @violinasingha5550
      @violinasingha5550 Місяць тому +3

      Axom sarkarar puji nohowa hoise. Aibor cmr chal.

  • @underliton5572
    @underliton5572 Місяць тому +9

    যদি কৈছে বন্ধ হব

  • @patnedalu8999
    @patnedalu8999 Місяць тому +7

    হয় অৰুণোদয় বন্ধ হব লাগে।

  • @hajatgogoi1620
    @hajatgogoi1620 Місяць тому +2

    বন্ধ হ'ব লাগে অতি সোনকালেই ধনী ধনী লোকেই পায় আছে।

  • @Haney-pathan
    @Haney-pathan Місяць тому +13

    बंद होबो लागे 😂😂

  • @chariyonortheastyoutube2362
    @chariyonortheastyoutube2362 Місяць тому +6

    ৰাজনৈতিক খেল।

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n Місяць тому +7

    আৰু ঋণ লৈছে অৰুণোদয় কিয় বন্ধ হ'ব

  • @sukuramkachari72
    @sukuramkachari72 Місяць тому +2

    বৃদ্ধ আচনি নেদাকৈ অৰুণদয় আচনি এনে দি লাভ নাই,, আচনি বন্ধ হব লাগে।।।

  • @user-bp1jq1hx8f
    @user-bp1jq1hx8f Місяць тому +6

    ঘৰত বহি থকা মহিলাই কিয় ইনেই টকা পায় A W w কৰ্মী য়ে ইমান কষ্ট কৰি কি পাইছে কি দিছে 😂

  • @RamenbarmanRamenbarman-nx7qw
    @RamenbarmanRamenbarman-nx7qw Місяць тому

    Good News বোৰ ভাল লাগিল ধননবাদ

  • @SyedaEllinNaharSyeda
    @SyedaEllinNaharSyeda Місяць тому +3

    কিমানো ভয় খুৱায় থাকে, আমাৰ মানুহৰ হাত ভৰি আছে নহয় কৰি খাব আ'ক !আচনি টকা কেইটা ৰে কিনো হয় , মুখ্যমন্ত্ৰী য়ে ৰাতিপুৱা ই হিচাব কৰিবচোন,এজন মানুহ ক ওলাই যোৱা পৰা ঘৰলৈ ঘূৰি আহে মানে, কিমান টকা ৰ প্ৰয়োজন (সাধাৰণ মানুহ এজনৰ)?

  • @Runjunmoni
    @Runjunmoni Місяць тому +3

    অৰুণোদয় বন্ধ হলে দুখীয়া মহিলা আৰু স্বামী নাইকিয়া আৰু স্বামীৰ পৰা বিচ্ছেদ হোৱা মহিলাই কংগ্ৰেছক উচিত বিচাৰ কৰিব।

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k Місяць тому +2

    আচনিতকৈ বস্তুৰ দাম কমাই দিয়ক। ৰাইজ এতিয়া নাখাই মৰিব। সেইকেইটা টকাই কি পাই। দোকানলৈ যাবলৈ ভয় কৰে। ঔষধৰ দাম কমাই দিয়ক।

  • @sivanathbhuyan-go9zq
    @sivanathbhuyan-go9zq Місяць тому +2

    আচনি টকা দিবলৈ চৰকাৰে কিমান ধাৰ লব

  • @user-lx9tv2qw7y
    @user-lx9tv2qw7y Місяць тому +3

    মামা এই আচঁনিৰ পৰা বহুত মানুহ উপকৃত হৈছে ।ফতুৱা বোৰৰ কথা নালাগে।আমাক সূতা কম্বল নালাগে ।

  • @jmgassam1622
    @jmgassam1622 Місяць тому +1

    অৰুণদোয় আঁচনি আৰু বিনামূলীয়া চাউলৰ কাৰণে বস্তুৰ দাম জুই চাই হৈছে।

  • @bmahatta9129
    @bmahatta9129 Місяць тому +1

    Bhal khbr

  • @chenehidutta5240
    @chenehidutta5240 Місяць тому +1

    অৰুণোদয় আঁচনি। ধনী লোকে পাই নেকি

  • @user-hu3qy9si2o
    @user-hu3qy9si2o Місяць тому +2

    এখেতে টকা দিব পৰা অৱস্থাতো নাইকিয়া হৈছে ছাগে।

    • @pranjal.borahpranjalborah7445
      @pranjal.borahpranjalborah7445 Місяць тому

      তোৰ হাত ভৰি দিয়া নাই নেকি কর্ম কৰি খা

    • @user-hu3qy9si2o
      @user-hu3qy9si2o Місяць тому

      @@pranjal.borahpranjalborah7445 তয় ছাগে অৰুনোদই পাই খুছহৈ আছে।মোক নালাগে ঐ।

  • @Munmisonowal31
    @Munmisonowal31 Місяць тому +1

    B j p jindabat

  • @SunehwarSonowal-yl3ip
    @SunehwarSonowal-yl3ip Місяць тому +1

    ভয় লাগিছৈ নোকি মামা😂😂😂😂😂😂😂

  • @user-wg5bm2qx6g
    @user-wg5bm2qx6g Місяць тому +4

    Mojja card khellile mama😅

  • @samsulali4266
    @samsulali4266 Місяць тому

    বস্তুৰ দাম বঢ়াই আৰু আঁচনি দিয়ক

  • @Garrison923
    @Garrison923 Місяць тому +2

    Arunodai bondho koribh lgh

  • @SanjayDas-xg2ko
    @SanjayDas-xg2ko Місяць тому +2

    Cm sir sab aasoni bandh Kori diok

  • @sribhabeshsarmasribhabeshs3056
    @sribhabeshsarmasribhabeshs3056 Місяць тому

    Right

  • @assameseyoutubechannel6810
    @assameseyoutubechannel6810 Місяць тому +1

    বস্তু দাম কমাওক। অৰুনোদই বন্ধ কৰক।এই বোৰ মিছা কথা।ভৰাল উদং বুলি কওক।

  • @joshnaray3117
    @joshnaray3117 Місяць тому

    শুকুনি মামাৰ টকা নাই মাইকী বিলাকক টকা দিব নোৱাৰি কংগ্রেছৰ পোকৰত দোষ জাপি দি সাৰিব খুজিছে 😂😂😂😂😂😂

  • @RamenbarmanRamenbarman-nx7qw
    @RamenbarmanRamenbarman-nx7qw Місяць тому

    আৰু p.m kisan বন্ধ কৰিলে ভাল হব

  • @Babu-j8t
    @Babu-j8t Місяць тому

    Val kotha

  • @user-ep5kt9yp5w
    @user-ep5kt9yp5w Місяць тому

    যদিহে ধনী লোকে পাইছে চৰকাৰক কিয় দেখাই নিদি মনে মনে আছে আপোনাৰ ঘৰতে ওলাব hebabe মনে মনে বহি আছে প্ৰভুজন

  • @chandanmainanath1166
    @chandanmainanath1166 Місяць тому

    Good News

  • @puspadhardowarah1932
    @puspadhardowarah1932 Місяць тому +2

    অৰুণোদয়"আচনিৰ পইচাবোৰ"আমাৰ।আমাৰ"পৰা taxৰ যোগেদি পইচা নি এইবোৰ আচনি তৈয়াৰ কৰিছে।মই ইয়াৰ"সম্পূৰ্ণ বিৰোধী।আমাৰ নি আকৌ আমাকে ই দিছে! ইয়াত লাভ"কি হল!সেয়ে ২০২৬ ত ওফৰাবলৈ সিদ্ধান্ত লৈছো।

    • @Assameseofficial-hq2ul
      @Assameseofficial-hq2ul Місяць тому

      Kunu sarkar nhy xuda ahu dhanor guda,Kun sarkare amar pora tax nuluakoi asoni dibo paribo nam nejanu

  • @Babu-j8t
    @Babu-j8t Місяць тому

    🎉🎉

  • @RatulBorah-xk6ir
    @RatulBorah-xk6ir Місяць тому

    জনতাৰ মুৰত মাধমাৰ দি ভোট বেংক আচনিয়ে 26ত কাম নিদিব

  • @hiphopgamer415
    @hiphopgamer415 Місяць тому

    বন্ধ হব লাগে

  • @assamesemotivationd2.392
    @assamesemotivationd2.392 Місяць тому

    Wooo kiya politix yar...manuhor hohanu vuti butuloiboi...

  • @Jun_Photography
    @Jun_Photography Місяць тому

    moja

  • @LukeswarPatgiri-ku1ev
    @LukeswarPatgiri-ku1ev Місяць тому +1

    পশ্চিম বংগতো অৰুণোদয় আচঁনিৰ দৰে আচঁনি আছে।

  • @bulakakoti9165
    @bulakakoti9165 Місяць тому

    সচাঁ কথা

  • @Sahidul_craft
    @Sahidul_craft Місяць тому

    একেবারে নিম্ন পরিবারে ইলেকট্রক বিল মাহেলী আসে 1200 পরা 1800 টাকা

  • @samairaanjum4203
    @samairaanjum4203 Місяць тому

    Good

  • @drtsi
    @drtsi Місяць тому

    Himanta Biswa Sarma go back.....

  • @user-fo2gl9hi6m
    @user-fo2gl9hi6m Місяць тому +2

    Raijor Toka

  • @user-fn2jn7bt5r
    @user-fn2jn7bt5r Місяць тому

    পাৰিব

  • @mituldekadekamitul7344
    @mituldekadekamitul7344 Місяць тому

    অলপ হাহাকাৰ হলেও একো নহয়।বেছিভাগ নাপাব লগা মানুহে পাই আছে।প্ৰকৃত হিতাধিকাৰী বহুত কম ওলাব আৰু মাহে মাহে ১০০০ কৌটি টকা ধাৰ লৈ যাকে তাকে অৰুণোদয় দি বস্তু বাহানিৰ দাম বঢ়াই সাধাৰণ জনগনক জুৰুলা কৰাৰ একো দৰকাৰ নাই।আপোনাৰ দম আছেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া ধাৰ নোলোৱাকৈ অৰুণোদয এমাহ দিয়ক আপোনাক প্ৰত্যাহ্বান জনালো এই কমেন্টৰ জৰিয়তে।

  • @mamudas2684
    @mamudas2684 Місяць тому +1

    arunudoy June pabo lage teuluke nepai ? jaar ghrt sakori ru penson pai teuluke he pai ru arunudoy asoni nepauteu manuh bure khai cile ru etiyau kosto koriei khbo

  • @vivekhazarika
    @vivekhazarika Місяць тому

    Present CM of assam should not give interest what congress is saying,,, let them di what they like ,,,

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx Місяць тому +1

    আমি কলা নহয়। আপুনি বাৰে বাৰে কিয় কৈ আছে।

  • @tamulpur5102
    @tamulpur5102 Місяць тому

    Good news 📰📰 sir

  • @pbbassam5268
    @pbbassam5268 Місяць тому +2

    Bidhoba pension dibo lagibo

  • @Jacksparrow13963
    @Jacksparrow13963 Місяць тому

    Well done to the Andhbhakt ✅✅✅

  • @user-kx9lk5be2s
    @user-kx9lk5be2s Місяць тому +2

    Bhale hobo

  • @hemantaborgohain4493
    @hemantaborgohain4493 Місяць тому

    অকল অৰুণোদয়ৰ ধনেৰে অসমীয়া জীয়াই থকা নাই । অসমীয়া নিজেই কৰ্ম কৰি জীয়াই থাকিব জানে । মূখ্যমন্ত্ৰীয়ে অৰুণোদয় আচনি হিতাধিকাৰী সকলক ইমান নিম্নস্তৰৰ বুলি ভাবিব নালাগে । তাতোকৈ কওক চৰকাৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে কিবা এটা অচিলা পালেই হিতাধিকাৰী আচনিবোৰ বন্ধ কৰা হব । কংগ্ৰেছৰ গাত হেচাঁ দি লাভ নাই । আমি বুজি পাওঁ । চিকিৎসাৰ বৰ্দ্ধিত টকাখিনি কি কৰিব , গছপুলিৰ নামত খৰচ হোৱা টকাবোৰ পুলি ৰোৱাসকলে পাবনে ? বাইদেউ কিমানগৰাকী লাখপতি হ'ল ? কিম 11:20 ান বিদেশী খেদিলে, কিমানক ভূমিপট্টা শুদ্ধভাৱে দিলে, কিমান চৰকাৰী বিদ্যালয় বন্ধ হ'ল, অসমৰ কিমান বৃত্তি সন্ধানী যুৱক-যুৱতী বহিৰাজ্যত মৃত্যু হৈছে, জোনমনি, ইন্দ্ৰানী, সুনীল, জাহাঙ্গীৰ এইবোৰ কওক ।

  • @deepjyotiroy5929
    @deepjyotiroy5929 Місяць тому

    Bondho hobo lage

  • @dhurbajyotikachari4589
    @dhurbajyotikachari4589 Місяць тому

    Himanta r BJP aru nohobo raije gom paise BJP go back from AXOM

  • @prodippadi7724
    @prodippadi7724 Місяць тому +1

    বন্ধ কৰি দিব লাগে

  • @khargeswarkalita4630
    @khargeswarkalita4630 Місяць тому

    হিমন্তই বিৰোধী ৰ একো শুনিব নিবিচাৰে।2026 ত বাদ দিয়া,থাকা দিন কেইটা ৰাইজৰ হৈ কাম কৰা। ৰাইজৰ মন বেষ্ট কৰিব নালাগে এতিয়াৰ পৰা

  • @bharatbaruah5702
    @bharatbaruah5702 Місяць тому

    চৰকাৰ ৰ টকা নাই কংগ্ৰেছক দোষ দি আঁচনি বন্ধ কৰা ৰাজনীতি মামাৰ

  • @SanjayDas-xg2ko
    @SanjayDas-xg2ko Місяць тому +1

    BJP aase desh basi ase

  • @user-tq9dc3it8u
    @user-tq9dc3it8u Місяць тому

    Thik kotha koise. Sire

  • @riderzassam
    @riderzassam Місяць тому

    Bondo hobo koribo Lage kionu Dhoni ornudoi dukia nohoi😂😂😂

  • @utpalgoswami1990
    @utpalgoswami1990 Місяць тому

    হেৰৌ মূৰখৰ দল অৰুনোদইৰ আঁচনি বন্ধ কৰা দৰকাৰ, নিজৰ কামায় নায়, ধাৰ লৈ আঁচনি চলায় সকলো বয়- বস্তুৰ দাম তেতু পায়ছেগৈ , দিছে অৰুনোদইৰ বাবে ধাৰলৈ আনি আপোনাক কিন্তু এই ধাৰৰ বোজা আপোনাৰ লৰা ছোৱালীয়ে নাতি নাতিনিয়ে সুদৰ সতে ঘূৰাই দিব লাগিব । আছনিৰ নামত টকালৈ ল'ৰা, ছোৱালী, নাতি নাতিনিক চুইচাইদ কৰাৰ পৰা বচাওক ।

  • @SanjayDas-xg2ko
    @SanjayDas-xg2ko Місяць тому +1

    Congres pagal hoi gol

  • @yoyoking1847
    @yoyoking1847 Місяць тому

    Eman dukhia mohilai arunudoi asoni pai asa bondha korila baya hobo

  • @user-dj7tn6cs5o
    @user-dj7tn6cs5o Місяць тому +2

    Congress r murut kothal vangibo aibar

  • @preeanshreesaikia6550
    @preeanshreesaikia6550 Місяць тому

    Good News,

  • @lipikahajong-nn8ho
    @lipikahajong-nn8ho Місяць тому

    Val bandho hub lage

  • @utpalkrgogoi7430
    @utpalkrgogoi7430 Місяць тому

    বন্ধ হোৱাটো বিচাৰিছোঁ

  • @PromodBora-mj9mr
    @PromodBora-mj9mr Місяць тому

    Arunudoi. Assoniea. Samajik. Bikolanga. Creat. Korisa

  • @kyushubota7682
    @kyushubota7682 Місяць тому

    Moja.ligobo

  • @user-tk2ue8hc5b
    @user-tk2ue8hc5b Місяць тому

    Bondho kori dile val hobo amar eiyat dukhiya khokol napay dhoni bilak he pay bjp dhoni bilakor

  • @upenboro-eg6jv
    @upenboro-eg6jv Місяць тому

    Sorkaror hatot toka nathakali bpndho nohoy ki hobo .

  • @user-ug1vc8dw1f
    @user-ug1vc8dw1f Місяць тому

    সম কামৰ। সম বেতন দিয়ক আঁচনি য়ে কামত নাহে ।

  • @ramenbordoloi798
    @ramenbordoloi798 Місяць тому

    Latest politics dialog 😊

  • @bolinbori3537
    @bolinbori3537 Місяць тому

    মাকৰ গিদাখন

  • @ShahidulIslam-vk1iy
    @ShahidulIslam-vk1iy Місяць тому +1

    মিঠা কথা কৈ লাভ নাই

  • @GoneshPatowary
    @GoneshPatowary Місяць тому +1

    মামাৰ চাল

  • @RanjitaBoruah-ts5lw
    @RanjitaBoruah-ts5lw Місяць тому

    Koti koti kelengkari b j p sorkerot hoise

  • @barasasaikia4671
    @barasasaikia4671 Місяць тому

    Xihote ki asoni desil mnt pelabi lage..... Athua aro lep ne xuta

  • @Rupjyoti9319
    @Rupjyoti9319 Місяць тому

    Vote bank kot bondho koribo😂😂😂

  • @AjitDas-md7fz
    @AjitDas-md7fz Місяць тому

    ভাল হে

  • @user-lh6rn8wi1w
    @user-lh6rn8wi1w Місяць тому

    2026 congress zindabad

  • @user-vm8sw6qc3p
    @user-vm8sw6qc3p Місяць тому

    Himantor notun plan😂😂😂😂

  • @user-fp9om7tw3m
    @user-fp9om7tw3m Місяць тому

    Bandha hobo laga

  • @jagotchdutta9526
    @jagotchdutta9526 Місяць тому

    Bonndha kori le bhal himu dodai ,,,,,,,,,

  • @ciyadevi3637
    @ciyadevi3637 Місяць тому

    Bahut val khobor karan dhoni bure he pai aase

  • @durgaranibiswas9736
    @durgaranibiswas9736 Місяць тому

    Hemantar Falto Kathai Kam Nidiye

  • @NireshBiswas-uu8so
    @NireshBiswas-uu8so Місяць тому

    Konu as dib nalge. Karon dile beya pay. A m mama apunar kam nai. Apuni ohongkari. Fail bjp. Agor cm val asil. Sovranod val asil. He is
    Very good. Bjp ahib kintu jorhatoth gb ji takib. Tar noleg ase.