গ্ৰহ ৰত্ন নিপিন্ধাকৈ শনি গ্ৰহৰ প্ৰতিকাৰ কেনেকৈ কৰিব।জানক।
Вставка
- Опубліковано 5 лют 2025
- গ্ৰহ ৰত্ন নিপিন্ধাকৈ কেনেকৈ শনি গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰি। সেই বিষয়ে কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে অশুভ শনিৰ দশা বা অন্তৰদশা কালত ভয় খাব নালাগে।ভক্তি ভাৱে শনিদেৱৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ তাৰ কিছু প্ৰতিকাৰ আগবঢ়াইছো।#Nkumar Astrologer.
Jani bohut val lagil mor.dhanybad jonalu aponak
Joi soni dev
আপোনাক বহুত বহুত ধন্যবাদ 🙏 এই videoto মোৰ কাৰণে বহুত বেছি লাগতীয়াল আছিলে কথাখিনি জানি ভাল লাগিল মইও শনিদেৱৰ প্ৰতিকাৰ কৰি আছো 🙏
ভাল লাগিল প্ৰতিকাৰ খিনি পাই।
Bohut bhaal lagil videotu
Bhot Val lagil 13:54 13:54
joi sonidab
Bohut kotha janislu apunar pora...bohut bohut dhoynobad
ভাল লাগিল আপোনাৰ কথা বোৰ❤️
🙏🙏🙏🌺🌺🌺💖💖💖❤❤❤জয় শ্ৰী শনি দেৱতা নম ❤❤❤
Val lagil
khub xundor video
Hundor 🙏
বহু ত ভাল লাগিল ধন্যবাদ চাৰ
আপোনাৰ পৰা অধিক আশা কৰিলোঁ। বহুতো ভাল লাগিল। নমস্কাৰ।
Val lagel dai sir .🙏🙏🙏
ধন্যবাদ দিছো।
Joi. Xoni. Deb. Thank. You. Sir
Jay soni devta
Tank you Biradar Ekini Protikar Dear babe
ভাল লাগিল
ভাল লাগিলে ধন্যবাদ জ্ঞাপন কৰিছো
ধন্যবাদ।
জয় শনিদেৱ
Val Lagal
খুৰা আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ আপুনি কোৱা কথা এইবিলাক মোৰ হৈ আছে
ধন্যবাদ দিছো।
জয় শনিদেৱ।
Khub bhal lagil
Thank you.
Xundor vidio dle sir apunar digau kamona thakil.....
ধন্যবাদ দিছো।
Agoloi aro dibo sir
নিশ্চয় চেষ্টা কৰিম।
Sir ketu r homoisha hole ki ki dan dibo lge please jonabo sun 🙏🙏🙏
ৰাহু -কেতুৰ বাবে চণ্ডালক ভোজন দ্ৰব্য দান কৰক।চৰাইক আৰু মাছক খাদ্য খাবলৈ দিয়ক।শুভ ফল পাব।
ছাৰ মোৰ যোৱা তিনিমাহ মান মই বহুত ভয়ানক দিন গৈ আছে অলপ অলপ ভাল হৈছে এতিয়া কি কৰিলে হেৰাই যোৱা বস্তুু বোৰ ঘূৰাই পাম
🙏🙏🙏
Vl lagile 🥺
ধন্যবাদ দিছো।
ধন্যবাদ
নিলম পাথৰ পিন্ধিলে মাৎস খাব পাৰিনে
Sir mur sani dukh thoka karona santan hua nay ,ki korib lagib ?
কুণ্ডলীখন মোৰ whats app number ত পঠায় দিব।সময় পালে চাই দিম।
আপোনাক কোটি কোটি প্ৰণাম জনালোঁ
ধন্যবাদ জনাইছো।
আপুনি দিয়া প্ৰতিকাৰ বৰ ভাল লাগিল
ধন্যবাদ।
Hoi da da mor hoise
আপোনাৰ ফোন নম্বৰ টো দিব নেকি?
জন্ম লগ্নত চন্দ্ৰ , ৰবি আৰু বৃহস্পতি থাকিলে ভালনে ছাৰ?
অত্যন্ত শুভ। লগ্ন যদি মেষ,মীন,ধনু, কৰ্কট অথবা সিংহ লগ্ন হয়।
Sir moi suateh kin2 manhu jone Nila Kapur diboloi disill Jona bo sun apuni
শনিৰ দান কলা তিল,কলা মাহ,কলা বস্ত্ৰ,লোৰ বস্তু -যেনে লোৰ কটাৰী,লোৰ কেৰাহী আদি।নীল বস্ত্ৰ ৰাহুৰ দান হয়।
@@nkumarastrologer9287 thank u sir Mur aru husband or bhut problem hoiase apunak lg dhoribo parim niki apunar adress tu dibo sun upai nuhua hoigoise
খুড়া 🙏 মোৰ ৰাশি কুম্ভ
লগ্ন মকৰ মোৰ কুষ্ঠী খন এবাৰ চাই দিব নেকি।
জন্ম সময় ৰবিবাৰ ৰাতিপুৱা8,05 am 1990
মোৰ whats app number ত ডাটাখিনি পঠিয়াই দিয়া।তাত সময় পালে উত্তৰ দিম।
@@nkumarastrologer9287 khura no 2 pam nki apunar
Kola kapurna blucolar sir
কলা কাপোৰ। নীলা কাপোৰ বুধৰ দান হয় আৰু নীল বৰণৰ কাপোৰ ৰাহুৰ দান হয়।
আপোনাৰক বহুত বহুত ধন্যবাদ জনালো । আপুনি কোৱা কথাবোৰ আমাৰ লৰাৰ লগত হৈ আছে। আপোনাৰ ফোন নম্বৰটো কেনেকৈ পাম জনাবচোন।
কিছুমান ভিডিওত ফোন নম্বৰ দিয়া আছে। তাত Whats app কৰিব।
খুৰা প্রতি দেৱৰ হৈ মই কৰিলে হবনাই বাৰু
হ'ব। কিন্তু মনত ভক্তি ভাৱেৰে কৰিলে সুফল পাব।
Mor xoni dosha soli asa
শনিৰ মহাদশা চলিলে বুলি ১৯ বছৰে বেয়া হব বুলি কথা নাই। আনহাতে শনি কত আছে জনা দৰ্কাৰ। কাৰণ শনি তৃতীয়, ষষ্ঠ আৰু একাদশত থাকিলে অতি শুভ ফলপ্ৰদান কৰে।
শণিৰ দশা শেষ হ'লে শনি দেৱে কিবা আশিবাদ দি থৈ যায় নেকি,
শনি গ্ৰহৰ দশাৰ শেষৰ ফালে শুভ ফল প্ৰদান কৰা বুলি শাস্ত্ৰত উল্লেখ আছে।ইয়াতো এটা কথা আছে।শনিৰ দশা কালত শুভ কৰ্ম কৰিলে শুভ ফল পায়।
@@nkumarastrologer9287 bahut dhainabad khura🙏mor loratur 8 September t 8 years complete hoi 9 xumaise, xi poha xuna ako nokore kotha nuxune, astrologer dekhaisilu, ter xonir sarepoti lagi ase koise,ter Hoi moi kenadore sonidevok aaradhana koribo parim, xi val hbone baru, kiman dinoloike ter xonir doxa. Thakib, please jonabon🙏🙏🙏xi 2014 , 8 September rati 🙏8 or pora 8.15 vitorot janmma hoisil, please. Kipa korok. 🙏🙏🙏
মোৰ অক্টোবৰ ২০২৩ ৰ পৰা শনিৰ মহাদশা আহিব বৰ্তমান সময়ত কেনেধৰণৰ প্ৰতিকাৰ কৰিব লাগিব অনুগ্ৰহ কৰি জনাব🙏
শনিৰ মহাদশা আহিল বুলি বেয়া দিন আৰম্ভ হব বুলি ধৰি নলব।লগ্ন সাপেক্ষে শনিৰ অৱস্থান আৰু কোন ৰাশিত আছে সেইটো মুখ্য কথা।যদি ভাৱে ৰত্ন নিপিন্ধাকৈ কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি ভিডিও দিয়া আছে চাই ল'ব।
কিছুমানে কয় শনি মন্দিৰৰ প্ৰসাদ ঘৰলৈ আনিব নাপায় বুলি , আৰু শনি মন্দিৰত ফোট টো ৰাস্তা তে মুচি দিব লাগে এইটো কিমান দূৰ সচা । অনুগ্ৰহ কৰি জনাই দিবচোন ।
কথাটো মই জনাত শনি পূজাৰ প্ৰসাদ ঘৰলৈ আনিব নালাগে। আৰু শনি দেৱতাৰ মুখলৈ চাই সেৱা জনোৱা উচিত নহয়।ভৰিলৈ চাই ভক্তি ভাৱে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব লাগে। কিন্তু ফোট মুচি পেলাব লাগে বুলি মই কতো পোৱা নাই।
Thank you . আৰু শনি মন্দিৰত কলা ৰঙৰ কাপোৰ পিন্ধিব লাগে নে বগা পিন্ধিব লাগে জনাই দিবচোন ।
আপোনাৰ ফোন নম্বৰ টো দিয়ক❤
বহি লৈ কৰিম নে,থিয় হৈ সেৱা কৰিব লাগে জনাব চোন ।
শনি দেৱক মুখামুখিকৈ থিয় হৈ প্ৰণাম কৰিব নালাগে। আনহাতে শনিদেৱৰ মুখলৈ নাচায় ভৰিৰ ফালে চাই নিজৰ সমস্যা ব্যক্ত কৰিব লাগে ভক্তি ভাৱে।
Mor 21 bosor soli ase bemar aru bht mon beya thake xonidokha solise neki
ছাৰ মোৰ ঘৰৰ ওচৰত শনি মন্দিৰ নাই, কিবা বিকল্প আছে নেকি ? বেলেগ মন্দিৰ ৰ
যদি শিৱ মন্দিৰ আছে তেতিয়া শনিবাৰে তাত গৈ গাখীৰ,বেলপাতৰ লগত অলপ কলাতিল মিহলাই শিৱলিঙ্গত অৰ্পন কৰক। সেই দৰে শনিৰ দশা কালত মাজে সময়ে দিয়ক।
Joi Soni dev
Val lagal
ধন্যবাদ