- 423
- 965 272
N Kumar Astrologer
India
Приєднався 20 жов 2019
NKumar @Dr.Nava kumar Talukdar (PhD,Vidyavaridhi)Jyotish Vidya Vachaspati(M.Phil), Jyotish Acharya(M.A) Jyotish shastri, Jyotish Bharati,Palm specialist. District NALBARI ,Assam.
যোগাযোগ:
Phone no : 8453051427
যোগাযোগৰ সময়: আবেলি: 5PM to 7PM
যোগাযোগ:
Phone no : 8453051427
যোগাযোগৰ সময়: আবেলি: 5PM to 7PM
মানৱৰ অঙ্গ প্ৰত্যঙ্গ নাচিলে/কম্পন হ'লে হ'ব পৰা শুভফল।জানক।#jyotish#faith #assam #Dr.Nava kumar.
মানৱৰ অঙ্গ প্ৰত্যঙ্গ নাচিলে/কম্পন হ'লে হ'ব পৰা শুভফল।জানক।#jyotish#faith #assam #Dr.Nava kumar.#Nkumar Astrologer.
আমাৰ শৰীৰৰ অঙ্গ নাচি উঠিলে বা কম্পন হ'লে তাৰ ওপৰত এক। বিশ্বাস চলি আহিছে যে কিবা ঘটনাৰ ইঙ্গিত হয়। কেইটামান তেনেকুৱা কম্পনৰ শুভ ফল আগবঢ়ালোঁ।
আমাৰ শৰীৰৰ অঙ্গ নাচি উঠিলে বা কম্পন হ'লে তাৰ ওপৰত এক। বিশ্বাস চলি আহিছে যে কিবা ঘটনাৰ ইঙ্গিত হয়। কেইটামান তেনেকুৱা কম্পনৰ শুভ ফল আগবঢ়ালোঁ।
Переглядів: 654
Відео
নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইংৰাজী ২০২৫ চন।#2025#Happy new year #Dr Nava kumar #assam.
Переглядів 3254 години тому
নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইংৰাজী ২০২৫ চন।#2025#Happy new year #Dr Nava kumar #assam.#Nkumar Astrologer.
বাৰ্ষিক ৰাশিফল।২০২৫ ইং চন।সিংহৰাশি বিশেষ।#2025 #singhrashi special #jyotish #Dr.Nava kumar#assam .
Переглядів 96112 годин тому
বাৰ্ষিক ৰাশিফল।২০২৫ ইং চন।সিংহৰাশি বিশেষ।#2025 #singhrashi special #jyotish #Dr.Nava kumar#assam .#Nkumar Astrologer #rashifal #vedicastrology .
স্বপ্নফল। এনেকুৱা সপোন দেখিলে সম্মান/সম্পদ বৃদ্ধি ইঙ্গিত হয়।#dream #jyotish #assam #Dr.Nava kumar.
Переглядів 1,6 тис.14 годин тому
স্বপ্নফল। এনেকুৱা সপোন দেখিলে সম্মান/সম্পদ বৃদ্ধি ইঙ্গিত হয়#dream #jyotish #assam #Nkumar.
বাৰ্ষিক ৰাশিফল।২০২৫ ইং চন। মীন ৰাশি। সংক্ষেপে।# Rakhifol #2025#meen#jyotish #assam #Dr.Nava kumar
Переглядів 6 тис.19 годин тому
বাৰ্ষিক ৰাশিফল।২০২৫ ইং চন। মীন ৰাশি। সংক্ষেপে।# Rakhifol #2025#meenrashi #jyotish #assam #Dr.Nava kumar #Nkumar Astrologer.
বাৰ্ষিক ৰাশিফল।২০২৫ ইং চন। কুম্ভ ৰাশি। সংক্ষেপে।#Rakhifal#2025#jyotish #assam #Dr.Nava kumar.
Переглядів 85221 годину тому
বাৰ্ষিক ৰাশিফল।২০২৫ ইং চন। কুম্ভ ৰাশি। সংক্ষেপে।#Rakhifal#2025#jyotish #assam #Dr.Nava kumar#vedicastrology #Nkumar Astrologer..
বাৰ্ষিক ৰাশিফল। ইংৰাজী ২০২৫ চন। মকৰ ৰাশি। সংক্ষেপে।#rakhifol #2025#jyotish #assam #Dr.Nava kumar.
Переглядів 1,2 тис.День тому
।বাৰ্ষিক ৰাশিফল। ইংৰাজী ২০২৫ চন। মকৰ ৰাশি। সংক্ষেপে।#rakhifol #2025#jyotish #assam #Dr.Nava kumar.#Nkumar Astrologer #vedicastrology
বাৰ্ষিক ৰাশিফল।২০২৫ ইংৰাজী চন। ধনু ৰাশি। সংক্ষেপে।#rakhispecial #2025#jyotish #assam#Dr.Nava kumar.
Переглядів 3 тис.День тому
বাৰ্ষিক ৰাশিফল।২০২৫ ইংৰাজী চন। ধনু ৰাশি। সংক্ষেপে।#rakhispecial #2025#jyotish #assam#Dr.Nava kumar.#vedicastrology #Nkumar Astrologer #Dhanu rakhifol.
বাৰ্ষিক ৰাশিফল।ইং২০২৫ চন।বৃশ্চিক ৰাশি। সংক্ষেপে।#rakhifol #2025#jyotish #assam #Dr.Nava kumar
Переглядів 1,5 тис.День тому
বাৰ্ষিক ৰাশিফল।ইং২০২৫ চন।বৃশ্চিক ৰাশি। সংক্ষেপে।#rakhifol #2025#jyotish #assam #Dr.Nava kumar #Nkumar Astrologer #vedicastrology .
বাৰ্ষিক ৰাশিফল। ইংৰাজী ২০২৫ চন।তুলা ৰাশি। সংক্ষেপে।#rakhifol #2025#jyotish #assam #Dr.Nava kumar .
Переглядів 1,2 тис.14 днів тому
বাৰ্ষিক ৰাশিফল। ইংৰাজী ২০২৫ চন।তুলা ৰাশি। সংক্ষেপে।#rakhifol #2025#jyotish #assam #Dr.Nava kumar #Nkumar Astrologer #vedicastrology .
বাৰ্ষিক ৰাশিফল। ইংৰাজী ২০২৫ চন। কন্যা ৰাশি। সংক্ষেপে।#rakhifol #2025#jyotish #assam #Dr.Nava kumar..
Переглядів 2 тис.14 днів тому
বাৰ্ষিক ৰাশিফল। ইংৰাজী ২০২৫ চন। কন্যা ৰাশি। সংক্ষেপে।#rakhifol #2025#jyotish #assam #DrNava kumar#Nkumar Astrologer #vedicastrology .
বাৰ্ষিক ৰাশিফল ইং ২০২৫ চন।সিংহ ৰাশি। সংক্ষেপে।#barshik rakhifol #2025#jyotish #Dr.Nava kumar #assam
Переглядів 5 тис.14 днів тому
বাৰ্ষিক ৰাশিফল ইং ২০২৫ চন।সিংহ ৰাশি। সংক্ষেপে।#barshik rakhifol #2025#jyotish #Dr.Nava kumar #assam #Nkumar Astrologer. #vedicastrology .
বাৰ্ষিক ৰাশিফল ২০২৫ ইং চন। মিথুন আৰু কৰ্কট ৰাশি। সংক্ষেপে।#rakhifal #2025 #Dr.Nava kumar #assam .
Переглядів 2,2 тис.14 днів тому
বাৰ্ষিক ৰাশিফল ২০২৫ ইং চন। মিথুন আৰু কৰ্কট ৰাশি। সংক্ষেপে।#rakhifal #2025 #Dr.Nava kumar #assam #Nkumar Astrologer #vedicastrology . মিথুন আৰু কৰ্কট ৰাশিৰ ৰাশি ফল ২০২৫ ইংৰাজী চনৰ বাৰ্ষিক ৰাশিফল।এই দুই ৰাশিৰ জাতকৰ উপকাৰত আহিব পাৰে বুলি সংক্ষেপে দি আছো।
বাৰ্ষিক ৰাশিফল ইং ২০২৫ চন।মেষ আৰু বৃষ ৰাশি। সংক্ষেপে।#rakhifal #2025#jyotish #assam #Dr.Nava Kumar.
Переглядів 2,9 тис.14 днів тому
বাৰ্ষিক ৰাশিফল ইং ২০২৫ চন।মেষ আৰু বৃষ ৰাশি। সংক্ষেপে।#rakhifal #2025#jyotish #assam #Dr.Nava Kumar.#Nkumar Astrologer.মেষ আৰু বৃষ ৰাশিৰ বিষয়ে সংক্ষেপে কিছু ফলাফল আগবঢ়োৱা হৈছে। গতিকে ইচ্ছুক অনুৰাগী সকলে বাৰ্ষিক ৰাশিফল বিষয়ে কিছু কথা জানিব পাৰিব।
লালকিতাপ অনুযায়ী ২০২৫ইং চনৰ সৌভাগ্য ৰাশি পাঁচটা জানি লওক।#rakhifal #lalkitab #2025#jyotish #Nkumar
Переглядів 5 тис.14 днів тому
লালকিতাপ অনুযায়ী ২০২৫ইং চনৰ সৌভাগ্য ৰাশি পাঁচটা জানি লওক।#rakhifal #lalkitab #2025#jyotish #Nkumar Astrologer #assam #rakhispecial .
আপোনাক হিংসা কৰা ব্যক্তিজনক চিনাক্ত কেনেকৈ কৰিব।#livestream #life #vastutips #Nkumar.
Переглядів 10 тис.14 днів тому
আপোনাক হিংসা কৰা ব্যক্তিজনক চিনাক্ত কেনেকৈ কৰিব।#livestream #life #vastutips #Nkumar.
এই কেইটা সঙ্কেত পালে বুজিব আপোনাৰ ভাল দিন সমাগত।#livestream #vastutips #jyotish #Nkumar#assam .
Переглядів 18 тис.21 день тому
এই কেইটা সঙ্কেত পালে বুজিব আপোনাৰ ভাল দিন সমাগত।#livestream #vastutips #jyotish #Nkumar#assam .
প্ৰতিবেশী হিংসাতকৈ ছদ্মবেশী হিংসা বেছি ক্ষতিকাৰক।#jyotish#motivation #vastutips #assam # Dr.NKumar
Переглядів 83121 день тому
প্ৰতিবেশী হিংসাতকৈ ছদ্মবেশী হিংসা বেছি ক্ষতিকাৰক।#jyotish#motivation #vastutips #assam # Dr.NKumar
কুকুৰক কিয় খুৱাব লাগে।কুকুৰে দিয়া শুভ/অশুভ সঙ্কেত।জানি লওক।#jyotish #vastutips #Nkumar#assam .
Переглядів 30 тис.21 день тому
কুকুৰক কিয় খুৱাব লাগে।কুকুৰে দিয়া শুভ/অশুভ সঙ্কেত।জানি লওক।#jyotish #vastutips #Nkumar#assam .
হাতৰ ৰেখাৰ পৰা হাৰ্টষ্ট্ৰোক /হাৰ্ট ট্ৰেচাৰ কেনেকৈ গম পাব।#heart line#heart stroke #hastarekha #assam
Переглядів 52321 день тому
হাতৰ ৰেখাৰ পৰা হাৰ্টষ্ট্ৰোক /হাৰ্ট ট্ৰেচাৰ কেনেকৈ গম পাব।#heart line#heart stroke #hastarekha #assam
জন্ম সময় অনুসৰি ভাগ্য বিচাৰ।#bhagyafal #Birth time #jyotish #Dr.Nava kumar #assam
Переглядів 2,6 тис.28 днів тому
জন্ম সময় অনুসৰি ভাগ্য বিচাৰ।#bhagyafal #Birth time #jyotish #Dr.Nava kumar #assam
মান,যশ আৰু কৰ্ম সংস্থাপনত ৰবি ৰেখাই মুখ্য ভূমিকা লয়।#Rekha bichar#Rabirekha#Dr.Nava kumar.
Переглядів 1,5 тис.28 днів тому
মান,যশ আৰু কৰ্ম সংস্থাপনত ৰবি ৰেখাই মুখ্য ভূমিকা লয়।#Rekha bichar#Rabirekha#Dr.Nava kumar.
জন্ম নক্ষত্ৰানুযায়ী ভাগ্য ফল।স্বাতী নক্ষত্ৰৰ পৰা ৰেৱতী নক্ষত্ৰলৈ।#bhagyafal #nakshatra#Dr.NKumar.
Переглядів 98728 днів тому
জন্ম নক্ষত্ৰানুযায়ী ভাগ্য ফল।স্বাতী নক্ষত্ৰৰ পৰা ৰেৱতী নক্ষত্ৰলৈ।#bhagyafal #nakshatra#Dr.NKumar.
জন্ম নক্ষত্ৰ অনুযায়ী ভাগ্যফল।#bhagyafal#nakshatra #astrology #Dr.Nkumar Astrologer.
Переглядів 1,3 тис.Місяць тому
জন্ম নক্ষত্ৰ অনুযায়ী ভাগ্যফল।#bhagyafal#nakshatra #astrology #Dr.Nkumar Astrologer.
প্ৰবল ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰম সাফল্যৰ মূল মন্ত্ৰ।#jyotish #motivation #assam #Dr.Nava kumar.
Переглядів 570Місяць тому
প্ৰবল ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰম সাফল্যৰ মূল মন্ত্ৰ।#jyotish #motivation #assam #Dr.Nava kumar.
হস্তৰেখা বিচাৰত ভাগ্যৰেখাৰ গুৰুত্ব কিয় বেছি। #Bhagya Rekha #hastarekha bichar #Nkumar#assam .
Переглядів 8152 місяці тому
হস্তৰেখা বিচাৰত ভাগ্যৰেখাৰ গুৰুত্ব কিয় বেছি। #Bhagya Rekha #hastarekha bichar #Nkumar#assam .
আয়ুস ৰেখা যদি চুটি হয়/শেষৰ ফালে দ্বি-বিভক্ত হয়।কি ফল পাব।#life line #rekha bichar #assam #Nkumar
Переглядів 1,5 тис.2 місяці тому
আয়ুস ৰেখা যদি চুটি হয়/শেষৰ ফালে দ্বি-বিভক্ত হয়।কি ফল পাব।#life line #rekha bichar #assam #Nkumar
আপোনাৰ সন্তান পঢ়াত অমনোযোগী হৈছে নেকি?# Education #remedies #jyotish #Nkumar#assam .
Переглядів 1,2 тис.2 місяці тому
আপোনাৰ সন্তান পঢ়াত অমনোযোগী হৈছে নেকি?# Education #remedies #jyotish #Nkumar#assam .
নমনীয়,অনমনীয় আৰু মধ্যম প্ৰকৃতিৰ হাতৰ ব্যক্তিৰ চাৰিত্ৰিক বৈশিষ্ট্য।#hastarekha#astrology #assam .
Переглядів 4362 місяці тому
নমনীয়,অনমনীয় আৰু মধ্যম প্ৰকৃতিৰ হাতৰ ব্যক্তিৰ চাৰিত্ৰিক বৈশিষ্ট্য।#hastarekha#astrology #assam .
হস্তৰেখা বিচাৰ।হাতৰ আঙুলিৰ নাম আৰু গ্ৰহৰ ক্ষেত্ৰ সমূহ।#hastarekha bichar #karkusti#astrology #assam
Переглядів 7622 місяці тому
হস্তৰেখা বিচাৰ।হাতৰ আঙুলিৰ নাম আৰু গ্ৰহৰ ক্ষেত্ৰ সমূহ।#hastarekha bichar #karkusti#astrology #assam
Xakolo kotha mili goise mor God help you🙏🙏
Mor left handar uporat maansho khini ketiaba nasi uthe ki fal dibo
চিন্তাৰ পিচত সুখ আহিব।
Amr gharot, karobar pohoniya maiki kola kukur ata ahise atiya amr gharot a thake, aru ata kola kukur ahi thake, thakeo amr tat atiya ako ata boga matiya color r kukur ata ahe(rati besikoi thake). Aitu xuvo ne Eyar uporio amar ghart pray kukur , mekuri,xar goru, vokora sagoli , belogor goru ahi thake
এইটো শুভ বুলি ধৰা হয়। কথা হল অকল শনিবাৰ বা অমাৱস্যা ৰাতি দেখা দিলে কোনোবাই কুমন্ত্ৰ কৰা বুলি ধৰিব।কলা কুকুৰক খুৱাব পাৰিলে শনি আৰু ৰাহু দূয়োটাৰ প্ৰতিকাৰ হয়।
Sir, mor DOB: 25.2.1999 , mithun rashi, mor kormosangthapon ketiya hobo kobo sun.
ছাৰ মোৰ চোৱা নাম টুনলতা।আৰু এতিয়া নাম হল জোনমনি।মোৰ ৰাশি কি হব ছাৰ।।জনাব চোন
জন্ম সময়ৰ নামেৰে ৰাশি চাব লাগিব। গতিকে সিংহ ৰাশি হব।মকৰ নহয়।
খুউৱ সুন্দৰ আৰু সচা কথা।মই ২০২৪চন টো একেবাৰে অসূষ্ঠ।এটা দিনো ভাল দিন নাহিল।এইবাৰ বাৰু অলপ হলেওঁ সুষ্ঠ হোৱা হলে। আপোনাৰ ভিডিঅ পূথম চাইছো।ভাল লাগিল আপোনী ইমান সুন্দৰকৈ বুজাই দিছে।অশেষ ধন্যৱাদ আপোনাক 🙏
অনুপ্ৰেৰণা মূলক বক্তব্যৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।সুস্থ হৈ উঠক তাকে কামনা কৰিলো।
Sir aapunk phone t ketiay ke pam
আপোনালৈ ও ইংৰাজী নববৰ্ষৰ ওলগ জনালোঁ ❤❤🎉🎉
আপোনাৰ পৰা ৰাশি ফল ২০২৫ চনৰ শুনি বহুব ভাল লাগিছে ধন্যবাদ❤
ভাল লাগিল। ভালপোৱা বুলি কোৱা বাবে।
Sir apnuk phone korila pam na ? 🙏
অহা কালি আবেলিৰ পৰা whatsapp number টো খুলি দিম।
সপোনত নিজক পঢ়োৱা শিক্ষয়ত্ৰীয়ে গামোচা পিন্ধোৱাটো কেনে ফল দিয়ে
এনেকুৱা সপোন সদায় শুভ হয়।
3 like👍 sir natun bosoror xuvessa thakil aponaloiuku, vogowane apunak xodai kusole rakhok, amer babe xundor video bor diboloi,happy new year 2025 ❤❤❤
চেষ্টাৰ ক্ৰুটি নকৰো। কাৰোবাৰ মনত যদি কিছু সাহস যোগাব পাৰো সেই চেষ্টা অব্যাহত ৰাখিম। নতুন বছৰৰ শুভেচ্ছা ও শুভ কামনা থাকিল।
ছোৱালী বাও চকু তলৰ নাছিলে ভাল নে বেয়া?
সু -সংবাদ পায়।
Sir bhal pam jonabo
Sir happy new year
Same to you
Sir please ketiyar pora matibo parim jonabo
মে মাহৰ পৰা কিছু উন্নতি লাভ কৰিব। নিজে কিছু চেষ্টা অব্যাহত ৰাখিব লাগিব।
Dhunu Rakhi ebar he bhal hunisw moi thanku sir
Apuni kua kotha bor mor lgt hoi ase...hokolu xosa kotha..homadhanor upai dibo khura🙏🙏🙏
ভিডিঅ'টোৰ লগত প্ৰতিকাৰ কোৱা আছে। তথাপি কৈছো বুধবাৰে গনেশ মন্দিৰত গৈ নৈবেদ্য আগবঢ়াব। যিকোনো মন্দিৰত বুধবাৰে এখন তিনি কোনীয়া ধৰ্মীয় পতাকা বান্ধি আহিব। শুভ ফল পাব।
100 % Right
আপোনাক নতুন বছৰৰ শুভেচ্ছা জনালো। ভিডিঅ টো ভাল লাগিল। ধন্যবাদ থাকিল।
আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Mohashoy moi bhutrini seikarone aibosartu kenekuwa hobo jonab dibosun
এই বছৰ মকৰ ৰাশিৰ মাৰ্চৰ শেষৰ পৰা ভাল হব।শনিৰ সাৰেসাতি সমাপ্ত হব। সেয়ে শুভ বুলি কব পাৰি। আধৰুৱা কামবিলাক সম্পূৰ্ণ হব।
Right❤❤❤
Mora manhulogt kotha pateli val n bea
একো বেয়া নহয়।মৃত মাতৃক দেখিলে দীৰ্ঘায়ু লাভ হয়।
Notun bosoror suvaysha jonalu
same to you.
Happy new year 🎉🎊
same to you.
@nkumarastrologer9287 tq
মোৰ মকৰ ৰাশি আপোনাৰ কথা লগত গোটেই কেইটাই কথা এ মিলিছে...❤
ধন্যবাদ।
Happy new year dada.
Same to you
Happy new year khura...apunar usorot kundali khan dekhuwabo bisaru..keneke jogajug korim anugrah kori jonabo...
same to you.
bhal lagil sai
Have a very nice and Happy New Year 2025 .... Wishing you a very happy and prosperous year ahead....May God bless you with good health whole the year..... Thank you so much sir
Thank you so much.
Sir apunaloi happy new year
Sir bhal napam nki, ketiya bhal pam jonabo
ভাল লাগিল
Numbar tu deok
বাওচকু নাচি থাকিলে আৰু বাও হাত খুজুৱালে ভাল নে বেয়া
নাৰীৰ বাওঁ ফাল হ'লে শুভ বুলি ধৰা হয়। বাওঁ চকু নাচিলে অৰ্থপ্ৰাপ্তি আৰু বন্ধু লাভ হয়।
ভাল উপদেশ দিলে ধন্যবাদ।
🙏🙏🙏
Val lagil sir 🙏
ঘৰত কুকুৰ পালিলে গ্ৰহদোষ কাটে নে
ঘৰত কুকুৰ পুহিলে শনিতকৈ ৰাহুৰ দোষ বেছি কটা যায়।
Mor min lagno panchamat mangal .rahu aase ki fal dibo
মীন লগ্নসাপেক্ষে পঞ্চমত মঙ্গল নীচস্থ হয়। আপুনি মঙ্গলৰ ৰত্ন ভুলতো নিপিন্ধিব। হনুমান চালিচা সদায় পঢ়িবলৈ লওক। মঙ্গল ৰাহু যোগ যিকোনো ঘৰতে শুভ নহয়। বিশেষকৈ দশা কালত।
@@nkumarastrologer9287 thank you very much
মোৰ লৰা নিকুঞ্জ ২২/১/৯৮ জন্ম। ব্যবসায় ক্ষেত্ৰত অলপ জনাবচোন অনুগ্ৰহ কৰি।
ধন্যবাদ।
মঙ্গল গ্ৰহ অধিপতি হলে সেইটো মাঙ্গলিকদোষ বুলি কয়নেকি জনাবচোন
ৰাশি চক্ৰত মঙ্গল লগ্ন, চতুৰ্থ,সপ্তম, অষ্টম আৰু দ্বাদশ ঘৰত থাকিলে মাঙ্গলিক হয়। কিছুমান গ্ৰন্থত দ্বিতীয় ভাৱত থাকিলেও মাঙ্গলিক হয় বুলি উল্লেখ আছে।
Sir মোৰ এইবাৰ জন্ম তাৰিখ টো অসমীয়া ইংৰাজী আৰু বাৰ টো ধুনীয়া কৈ মিলি গৈছে কিয় বাৰু?
নিশ্চয় এইবছৰটোত কিবা উল্লেখযোগ্য ঘটনা ঘটিব।
@nkumarastrologer9287 আশীৰ্বাদ কৰিব sir 🙏
𝙷𝚘𝚒 𝚜𝚒𝚛 𝚗𝚎𝚐𝚊𝚝𝚒𝚟𝚎 𝚊𝚗𝚡𝚒𝚝𝚢 𝚟𝚘𝚒 𝚟𝚘𝚒 𝚕𝚘𝚐𝚊 𝚟𝚊𝚋 𝚑𝚘𝚒𝚡𝚎 𝚔𝚑𝚎𝚕𝚒 𝚖𝚎𝚕𝚒 𝚑𝚘𝚒 𝚐𝚘𝚒𝚌𝚎 𝚖𝚒𝚗𝚍 𝚋𝚞𝚛 𝚜𝚒𝚛 𝚋𝚑𝚞𝚝 𝚙𝚛𝚘𝚋𝚕𝚎𝚖 𝚑𝚘𝚒 𝚐𝚘𝚒𝚡𝚎 𝚜𝚒𝚛 𝚞𝚙𝚊𝚒 𝚊𝚝𝚊 𝚍𝚒𝚢𝚘𝚔 𝚜𝚒𝚛 😢
আত্মবিশ্বাস ঘূৰাই আনক। সকলো ঠিক হৈ যাব।
হয় ছাৰ, আপুনি কোৱা সকলো খিনি কথা মোৰ লগত আজি ৩-৪ বছৰ ধৰি চলি আছে। মই এই দীঘলীয়া সময়ছোৱাত এতিয়ালৈকে বহুত কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰি আছোঁ, কোনো এটা কামতে সফল হ'ব পৰা নাই, বহুত চেষ্টা কৰিও অলপমানৰ কাৰনে হ'লেও সফলতাৰ পৰা বঞ্চিত হ'ব লগা হয়, আৰ্থিক অভাৱত মানসিক ভাবে দুৰ্বল কৰি তুলিছে, সকলো ফালৰ পৰা উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে, উপায় বিহীন হৈ দিনে ৰাতিয়ে মানসিক ভাবে দুৰ্বল হৈ ভাল দিনৰ বাবে অপেক্ষা কৰি সময় গণি আছোঁ । ঈশ্বৰেই মোৰ বাবে এতিয়া একমাত্ৰ সহায়! ..... আপোনাৰ লগত যোগাযোগ কৰিবৰ বাবে আপোনাৰ ফোন নং টো দিবছোন, যদি সুবিধা হয়.... কথাখিনি বিস্তৃত ভাবে জনোৱা বাবে অশেষ ধন্যবাদ 🙏🙏
Apunar namber tu dino sun
ধন্যবাদ
ৰবিৰ মহাদশা আৰু বৃহস্পতিৰ অন্তদশা সিংহ ৰাশি,কন্যা লগ্নৰ বাবে কেনেকুৱা বাৰু?
কন্যা লগ্ন সাপেক্ষে ৰবি দ্বাদশ পতি হয়। কথা হল বৃহস্পতি কোনটো ঘৰত আছে নজনাকৈ কোৱা উচিত নহয়।
@nkumarastrologer9287 ৰবি,বুধ অষ্টমত,বৃহস্পতি ,শনি নৱমত।
Thank You sir