হিমন্ত বিশ্ব ভাৰতীয় ৰাজনীতিৰ চাণক্য নহয়,ঝাৰখণ্ডত FLOP হ'ল হিমন্ত !
Вставка
- Опубліковано 8 лют 2025
- 📌কেন্দ্ৰত নচলে হিমন্তগিৰি !
📌অসমতহে HERO হিমন্ত বিশ্ব শৰ্মা !
📌হিমন্ত বিশ্ব শৰ্মা পৰিস্থিতিৰ সোঁতত জাপ দিয়া Hero; অখিল গগৈ!
📌প্ৰমাণ হ’ল হিমন্ত বিশ্ব ভাৰতীয় ৰাজনীতিৰ চাণক্য নহয়, ঝাৰখণ্ডত ফ্লপ হ'ল হিমন্ত !
📌হিমন্তগিৰি যে কেন্দ্ৰত নচলে সেই কথা প্ৰমাণ কৰিলে ঝাৰখণ্ড বাসীয়ে !
📌বিৰোধী মিত্ৰ জোঁটে ঝাৰখণ্ডত ৮১ টা আসনৰ ভিতৰত ৫৬ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপি দলে লাভ কৰিলে মাত্ৰ ২১ খন আসনহে !
📌ফেচবুক লাইৰে হিমন্তক ভালকৈয়ে এজাউৰি দিলে অখিল গগৈয়ে!
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now
মোৰ মনৰ দৃষ্টিৰে---------------
যি কম সঁচা কম ।-------------
অপ্ৰিয় সত্য । কেন্দ্ৰত হিমন্ত বিশ্ব শমা' হিৰ' নহয় । কেন্দ্ৰই তেওঁক ব্যৱহাৰ হে কৰি আছে । কাৰন হিমন্ত বিশ্ব শমা' বাধ্য নহলে তেওঁৰে বিপদ । কিয় কলো সকলোৱে জানে ।
Right.
Akhil zindabad
Ukil gogoy jindabad Rahul Gandhi jindabad sunia gandhi jindabad ❤❤❤❤❤ bjp hotaw Assam India basaw
Akhil Gogoi zindabad
right
মোৰ মনৰ দৃষ্টিৰে------------
যি কম সঁচা কম ।--------
ভয় ভাবুকিৰ বাবেহে জনতাই ভোট দিছে প্ৰায় সংখ্য জনতাই । বিজেপিক মৰমত শ্ৰদ্ধাত ভোট দিয়া নাই ই চিৰ সত্য ।
Benga manu comment dibo napai .
অসমত হিল থাকিলে হব
আচলতে ঝাৰখণ্ডত বিজেপিয়ে এখনো আসন নাপালে হেঁতেন যদিহে হিমন্তই ঝাৰখণ্ডত গৈ শিবিৰ নাপাতিলে হেতেন! ঝাৰখণ্ডৰ ভিতৰুৱা অঞ্চলৰ বহুতেই হিমন্তক ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী বুলি ভাবিছিল। আমাৰো সেইটোৱে ধাৰণা হৈছিল যে হিমন্ত অসমৰ মুখ্যমন্ত্ৰী নে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ।যা হোক হিমন্তৰ কাৰণেহে বিজেপি য়ে ২১ খন পাবলৈ সক্ষম হ'ল। ছয় মাহ আগৰ পৰা শিবিৰ পতা হ'লে অতি কমেও ৭০ খন আসন পালে হয়। ৰাইজে বা কি কয়!
Asomot ketia bjp hare kheituhe bisarisu.....
Juabar bjp vote disilu, kin2 eibaror pora aru ndiu. Aru ndiu mane mora loike ndiu.
বিহাৰীৰ মনৰ খবৰ বিহাৰী হে জানিব।এমাহ দুমাহৰ মানুহ চিনা সহজ নহয়।
ঝাৰখণ্ডত হিমন্তৰ হিমন্ত গিৰি চলিচে নাই অখিল ভাইয়ে কি বুজিব। এবাৰ ঝাড়খণ্ডত গৈ চালে গম পাব।
আমি অসমত থাকিয়ে গম পালো ঝাৰখণ্ডত হিমনতগীৰি নচলিল বুলি।
উৰিষ্যাত কেনেকৈ হেৰো হৈছিল। ২৪ত
😂😂 ,2019কিমান আখন বিজেপি a পাইছিল 2024কিমান আখন পালে সেইটো জনেনে ,,কিমান আৰু চিয়াৰিব কামত নোহোৱা দল2ৰ বিষয়😂😂
Humanitarian jadu nakharil
এনেকুৱা কথা মখ্ইহে মুখলৈ আনে ।
উপনিবাচন কোনে সুধে।
Arundoi maikiye jarkhandat laat marilae himasurok.
Good....
himonta hero akhil o for assam tor kam asa bangaldesor babay
অখিল গগৈ আধা পাগল xo tar কথাত গুৰুত্ব দিব লাগে বুলি a nebhabu
Akhile by election t ki korile aru Panchayat election t ki koribo ?
অসমত নচলে অখিল গীৰি
Jai JMM
Beleg ৰাজ্যৰ কথা নাজানো । কিন্তু আমাৰ অসমত হিমো মামা Hero হয়। 5 টা সমিষ্ঠিৰ নিৰ্বাচনৰ ফলাফলে প্ৰমান কৰিলে ।
ভয় ভাবুকিৰ, মাৰপিট,EVM নহয় বিজেপি Printing mesin,ৰেগিঙ এইবিলাক নকৰি ইলেকচন খেলিব লাগে। পৃথিৱী থকালৈকে সত্য থাকিব।বালিলৈ যি পাত তেওঁলৈও সেই পাত।
komen...bes..ok
BJP nai Axomot JMM sorkar hobo
Upo nirbotionot ji sorkar hoi hei sorkerot jikibo . Hongkha logu voter hokole evictionor voiyot BJP k vote dise .
Assam or manubilak burbok hoi olop prolivon dilay vulkhaijai
Jharkhand bahi amar nisina murkhya nohoy, je dhormor afing khabo.
Jodi Khei toka bur val val manuhk di kisu khohai korile hoi, aru val kamot khotale hoi..?
Amar Okhomr janakhadharne kosto aru vukto vugi hoi thakib nalagile hoi...?
Assamar murkhsa bilak 100 tako bike hoi
😂
Akilor kunu value nai
সি নিজেই কি
তুমাৰ পিচে
Kar chenal kobo ne
BJP Nai kela 😂 Tata Good bye gaya 😂😂😂
অখিল গৰু চি আই এ ৰ তিকা ধুৱা চাকৰ হয়।
Apuni himantar bdam gai pagal hb na take nkoi Mari ja
E ata moha sagal eyar ata pari thaka a bon kam akhil sagal 😂