Bhagawat Path||Pranjit gogoi

Поділитися
Вставка
  • Опубліковано 17 бер 2022
  • #pranjalprotimborah#pranjitgogoi #bhagawat

КОМЕНТАРІ • 371

  • @girishdeka3965
    @girishdeka3965 2 роки тому +12

    কৃষ্ণ,
    জয় গুৰু শঙ্কৰ ।
    সেৱাভাগ যাচিলো ।
    অতি সুন্দৰ ভাগৱত পাঠ আৰু বাখ্যা ।
    আগলৈ আশা কৰিলোঁ ।
    কৃষ্ণ ।

  • @anindittaborah1650
    @anindittaborah1650 2 роки тому +10

    আপোনাৰ ভাগৱবতৰ ভাঙনি আৰু মাতৰ সুৰটো শুনি থাকিলে পেটত ভোগ পিয়াহ একো নালাগে ওচৰত শুনিবলৈ পোৱা হলে আৰু ভাললাগিলহেতেন ঈশৰয়ে আপোনাক আৰু আগবহাই নিয়ক

  • @dondeswarphukan217
    @dondeswarphukan217 2 роки тому +6

    কৃষ্ণ, ওঁ নমো ভগগৱতে বাসুদেৱায় । বাপ সুন্দৰ ব্যাখ্যা শুনি অভিভূত হ'লো ।

  • @ritamoni3934
    @ritamoni3934 2 роки тому +8

    ইমান ধুনীয়া কৈ বুজাইছে অন্তৰে প্ৰণাম,, কৃষ্ণ কৃষ্ণ

  • @dancemastiwithbhaswati6464
    @dancemastiwithbhaswati6464 Рік тому +5

    হে মহান আত্মাা ৰূপী বাপ আপোনাৰ সুমধুৰ ভাগৱত কথা শুনি ধন্য হ'লো ।🙏কৃষ্ণ🙏

  • @ritwickgogoi6118
    @ritwickgogoi6118 10 місяців тому +2

    Hundar.lagil.huni.apunar.bhagawat.bykha....bap.krishna

  • @manjurajkonwar2807
    @manjurajkonwar2807 Рік тому +2

    ইমান সুন্দৰ আৰু সুমধুৰ ভাগৱত ভাঙনি শুনি অতি আনন্দ লভিলো । কৃষ্ণ কৃষ্ণ 🙏🙏 কৃষ্ণ ।

  • @realmotivation680
    @realmotivation680 2 роки тому +17

    বিশ্ব শান্তিৰ বাবে হে কৃষ্ণ দয়াময় দয়া কৰা সকলোকে।

  • @bholaramkoch6478
    @bholaramkoch6478 2 роки тому +13

    কৃষ্ণ বাপ, বহুত ভাল লাগিল। অতি সুমধুৰ কণ্ঠ আপোনাৰ।

  • @rekhobmasrekhob22
    @rekhobmasrekhob22 2 роки тому +5

    বহুত ভাল লাগিল দাদা আপুনাৰ মুখৰ পৰা ভাগৱত পাথ আৰু বাখ্যা শুনি মনতো শুদ্ধ হল মই বহুত ভাল পাওঁ ভাগৱত শুনী

  • @narenkalita709
    @narenkalita709 2 роки тому +7

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏
    বহুত ভাল লাগিছে শুনি 🙏🙏🙏🙏
    ভগৱন্তত তোমাক মঙ্গল কৰক আগলৈকে যাতে তোমাৰ পৰা আৰু বেছি কৈ জ্ঞান পাওঁ 🙏🙏🙏🙏🙏

  • @antonychetia8478
    @antonychetia8478 2 роки тому +5

    কৃষ্ণ বাপজনা আপোনাক কোটি কোটি প্ৰণাম কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ

  • @Rshi_-gaming_-
    @Rshi_-gaming_- 2 роки тому +6

    কৃষ্ণ বাপ জনক ভক্তি ভাৱে সেৱা জনালোঁ , সচাই শুনি বহুত ভাল লাগিল

  • @nabakantaamshi8316
    @nabakantaamshi8316 2 роки тому +29

    কৃষ্ণ বাপ ঈশ্বৰ !! আপোনাৰ শ্ৰীমুখৰ বাণী শুনি মুগ্ধ হলো ! কৃষ্ণ কৃষ্ণ !

  • @diptigogoi8456
    @diptigogoi8456 Рік тому +2

    কৃষ্ণ কৃষ্ণ আপোনাৰ পাঠৰ ভাঙনি ইমানেই সুন্দৰ নিদৰ্শন সদায়েই শুনি শেষ নাই শুনি য়ে থাকিব পোৱাৰ সৌভাগ্য হৈছে ।।

  • @rinkubaishya3304
    @rinkubaishya3304 2 роки тому +2

    Khub sundar khula kantha .aru bap jonar vagabat path aru artha bilak sundarke espasta hoise .gotike bapjonar derghaiu kamona kori esharar srisaranat sheua dharisu krishna.

  • @dipankarhujuri4365
    @dipankarhujuri4365 2 роки тому +4

    সুউব ভাল লাগিল। ভক্তিভৰা ৰসেৰে জীপাল হওক মনটো। কৃষ্ণ।।

  • @krishnakantanazira1390
    @krishnakantanazira1390 2 роки тому +4

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ পাঠ ব্যাখ্যা অতি সুন্দৰ হৈছে৷কৃষ্ণ হৰি ৰাম৷

  • @bimansaikia4305
    @bimansaikia4305 2 роки тому +9

    আপুনি নিৰহংকাৰী সেই বাবে ই শুনি বৰ ভাল লাগিছে।

    • @jyotimoy6018
      @jyotimoy6018  2 роки тому +1

      আপোনাৰ কৃপাপ্ৰাৰ্থী আমি🙏🙏🙏

  • @user-nx5vp1ou9v
    @user-nx5vp1ou9v 2 роки тому +3

    আপোনাৰ মুখৰ পৰা নিগৰি ওলোৱা শব্দৰ মালা ইমান সুন্দৰ আৰু শুৱলা ধন্যবাদ থাকিল 🙏🙏

    • @jyotimoy6018
      @jyotimoy6018  2 роки тому

      কৃষ্ণ সেৱাহে

  • @lakhinandanp4110
    @lakhinandanp4110 2 роки тому +9

    প্ৰথম বাৰৰ বাবে শুনিছোঁ । বৰ আপ্লুত হলো 💞❤️💞

  • @malinborah6189
    @malinborah6189 2 роки тому +4

    বহুত, ভাল লাগিছে প্ৰভু শ্ৰী কৃষ্ণ ৰাম ৰাম ৰাম 🙏🙏🙏

  • @susilkalita8039
    @susilkalita8039 2 роки тому +3

    আপোনাৰ সুন্দৰ মনোমোহা পাঠসুনি সচাই বৰ ভাল‌লাগিছে‌

  • @munindragogoi2586
    @munindragogoi2586 Рік тому +2

    কৃষ্ণ বাপ
    ভাগৱতৰ পৰম অমৃত কথা লৈ শত কোটি প্ৰণাম

  • @purna717
    @purna717 2 роки тому +9

    🙏কৃষ্ণ 🙏
    অতি মধুৰ তোমাৰ কণ্ঠস্বৰ -----
    শুনি থাকিলে সকলো পাহৰি যাওঁ ------

    • @jyotimoy6018
      @jyotimoy6018  2 роки тому +1

      কৃষ্ণ সেৱাহে

  • @bimaladas7604
    @bimaladas7604 Рік тому +1

    অতি সুমধুৰ আৰু সুন্দৰ বাখ্যা শুনি সচাকৈ বহুত ভাল লাগিল প্ৰভু ঈশ্বৰ আপোনাৰ পদ্মশ্ৰী মুখে কোৱা ভগৱন্তৰ কথা আপ্লুত হৈছো ধন্যবাদ

  • @puronpayeng7151
    @puronpayeng7151 2 роки тому +7

    কৃষ্ণ , গুৰু শংকৰ ; গুৰু মাধৱ । আপোনাক ভগৱানে মঙ্গল ৰাখক , তাৰে প্ৰাৰ্থনা ।

  • @ranjitsiva3707
    @ranjitsiva3707 2 роки тому +5

    কৃষ্ণ কৃষ্ণ প্ৰভূূূ বহুত বহুত ভাল লাগিল কৃষ্ণ

  • @alokkalita1028
    @alokkalita1028 2 роки тому +5

    আত্মা শুদ্ধ হৈ গল । সুন্দৰ ব্যাখ্যা ।

  • @jutikakalita5497
    @jutikakalita5497 Рік тому +1

    Krishna kripa Kariba Prabhu aamak🙏🙏🙏

  • @remanphukon5338
    @remanphukon5338 2 роки тому +4

    Emn dhunia koi bujai diya babe dhonybad Pranjit da

  • @dipakborah1152
    @dipakborah1152 2 роки тому +3

    🙏🌺Krishna🌺🙏Pujonio Dada jonak prnam jonaisu🙏🌺❤🌺🙏

  • @prasantakumarnath9469
    @prasantakumarnath9469 2 роки тому +8

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🙏🙏

  • @PKrNeogAssameseculture
    @PKrNeogAssameseculture 2 роки тому +2

    বৰ সুন্দৰ হৈছে ৷ কৃষ্ণ ৷ বৰ অকণমান শুনিবলৈ পালো ।

  • @rhiturajpathak8351
    @rhiturajpathak8351 Рік тому +1

    কৃষ্ণ বাপ। কৃষ্ণ কৃষ্ণ

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 2 роки тому +5

    Krishna 🙏 bap সেৱা জনালোঁ জয় গুৰু শংকৰ কৃষ্ণ 🙏

    • @jyotimoy6018
      @jyotimoy6018  2 роки тому +1

      কৃষ্ণ জয় গুৰু শংকৰ

  • @assamsese
    @assamsese 7 місяців тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ

  • @Himanku.-dutta_
    @Himanku.-dutta_ Рік тому +2

    প্ৰভু ঘৰৰ অশান্তিবোৰ দূৰ কৰাই নিয়া
    কৃষ্ণ🙏🙏🙏

  • @abhijitdeka7457
    @abhijitdeka7457 Рік тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @labagogoi3561
    @labagogoi3561 2 роки тому +6

    জয় শ্ৰী কৃষ্ণ ☀️🚩🙏

  • @junumech653
    @junumech653 2 роки тому +8

    কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ বহুত সুন্দৰ প্ৰভূ আপোনাৰ শ্রীমখৰ কথা ভাগবত পাঠ ভাল লাগিছে প্ৰভূ আপোনাৰ চৰণ সেৱা প্ৰণিপাত জনাইছো কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏প্ৰভূ কৃষ্ণ

  • @annadacharanroy9912
    @annadacharanroy9912 2 роки тому +7

    কৃষ্ণ বাপ ! বৰ সুন্দৰ কণ্ঠ, আপোনাৰ দ্বাৰা বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ভাগিৰ অনুপম ব্যাখ্যা শ্ৰৱণ কৰি ধন্য হলো, আপ্লুত হলো । কৃষ্ণ ।

  • @ganeshkoch561
    @ganeshkoch561 2 роки тому +2

    Krishna 🙏🙏🙏 bappp pronam jonalu apunaxobok bappp krishna 🙏🙏🙏

  • @indianweb3220
    @indianweb3220 2 роки тому +4

    কৃষ্ণ ভগৱান। দুখ বোৰ আঁতৰাই সুখ দিয়া আৰু। নহলে জীয়াই থাকিবলৈ বহুত কষ্ট হৈছে🙏🥺

  • @dhurbajyotibora7262
    @dhurbajyotibora7262 2 роки тому +5

    বহুত সুন্দৰ ব্যাখ্যা কৃষ্ণ

  • @premchanisblog
    @premchanisblog 2 роки тому +3

    Bohut val lagise dei pranjit da bohut dhunia apunar voice

  • @dimbeswergogoi8730
    @dimbeswergogoi8730 2 роки тому +3

    ইমান সুন্দৰ কৈ বুজাইছে অন্তৰে প্ৰণাম আপোনাক,,,

  • @manuramakalita2201
    @manuramakalita2201 Рік тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপুনি ইমান ধুনীয়া কৈ পঢ়ি বুজায় দিয়ে বৰ ভাল লাগিছে আমাৰ প্ৰভূ। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম।

  • @bobitaboruah8527
    @bobitaboruah8527 2 роки тому +2

    Krishna provu eman dhuniya koi gaise etia hodai hunu👏👏👏

  • @ankurbordoloi2467
    @ankurbordoloi2467 2 роки тому +7

    ধন্যবাদ মন শান্তি পাও শুনি

  • @rimishaborah7403
    @rimishaborah7403 Рік тому +1

    Eman dhuniya kotha bhur koi hunila huni thakibo mon jai

  • @girishbaishya1176
    @girishbaishya1176 Рік тому +1

    জয় পরম বান্ধব শ্রীকৃষ্ন।প্রণাম প্রভূ।

  • @tileswaryein1295
    @tileswaryein1295 2 роки тому +3

    আপোনাৰ ভাগৱতৰ ব্যাখ্যা শূনি সচাকৈ আপ্লোত হলো। কিন্তু মূল বিষয় বস্তুৰপৰা বেচি আতৰি গলে শ্ৰুুতাৰ মনোগ্ৰাহীতো কমি আহে। ইভাগে আপোনাৰ কন্ত সূৰ লয় প্ৰকাশভংগী সকলো ঠিকেই আছে।শেষত ভগৱন্তৰ চৰণত সেৱা জনাই আপোনাক কৃপাৰ সাগৰত ঠাই দিয়ক। লগতে আপোনা সৱৰ গুণ গৰিমাবোৰ আমাকো সমভাগি হবলৈ বাপসকলে আৰ্শীক দিয়াৰ লগতে পূৰ্ণ ভগৱন্তৰ ওচৰতো আৰ্শীক বিচাৰিলো। from shodiya.

    • @jyotimoy6018
      @jyotimoy6018  2 роки тому

      কৃষ্ণ সেৱা জনালো বাপ উপদেশ ভাগি পালন কৰিবলৈ চেষ্টা কৰিম🙏🙏🙏

  • @munilpegu8988
    @munilpegu8988 2 роки тому +16

    ভত্তি ভৰ সেৱা জনাইছোঁ, কৃষ্ণ। সুন্দৰ ব্যাখ্যা আৰু সুমধুৰ কণ্ঠস্বৰ আপোনাৰ।

  • @pranjalprotimborahofficial4339
    @pranjalprotimborahofficial4339 2 роки тому +3

    কৃষ্ণ সেৱা জনাইছো দেই বাপ ।

  • @boroodavhologs1975
    @boroodavhologs1975 Рік тому +1

    প্ৰভু, বহুত ভাল লাগিল আপোনাৰ এই কীৰ্ত্তন ভাগী।

  • @sanjibhandique6021
    @sanjibhandique6021 2 роки тому +42

    🙏🙏আভিভূত হলো আপোনাৰ শ্ৰীমুখৰ পৰা নিগৰিত ভাগৱতৰ তত্ত্বক অমৃতময় ব্যাখ্যাৰে উপকৃত কৰিলে।

  • @kishorkumarbordoloi9621
    @kishorkumarbordoloi9621 2 роки тому +3

    Krishan krishan bap 🙏🙏🙏

  • @digantahazarika7517
    @digantahazarika7517 2 роки тому +3

    কৃষ্ণ.. অতি সুন্দৰ বাপ।

  • @anantabora5634
    @anantabora5634 Рік тому +2

    Krishno🙏🙏🙏🙏

  • @user-vs3yv6qw9u
    @user-vs3yv6qw9u 6 місяців тому

    কৃষ্ণ ❤️ কৃষ্ণ ❤️ কৃষ্ণ ❤️ কৃষ্ণ ❤️❤️

  • @dilipkalita5254
    @dilipkalita5254 2 роки тому +2

    কৃষ্ণ কৃষ্ণ হে বুলিলো। ভক্তি ভৰা সেৱা জনাইছোঁ। ভবিষ্যতে লগ ধৰিবলৈ আশা ৰাখিছো।

  • @rupamdas4459
    @rupamdas4459 11 місяців тому +1

    প্ৰভু ভগৱন্তই যদি সেৱা কৰে আপোনাক এদিন আমাৰ ঘৰত নিমন্ত্ৰণ কৰিম কৃষ্ণ বাপ
    পৰম পিতা হে জনাৰ্দন শক্তি দিয়া প্ৰভু 🙏

  • @tileswariborah2277
    @tileswariborah2277 Рік тому +1

    Krishna Krishna very nice provu

  • @daisyrabha2343
    @daisyrabha2343 2 роки тому +2

    Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏

    • @jyotimoy6018
      @jyotimoy6018  2 роки тому +1

      🙏🙏🙏

    • @premadharligira532
      @premadharligira532 2 роки тому +2

      কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ লগতে এই ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰি থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলোকে এই দাসৰ পৰিয়ালবৰ্গই ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ

  • @sudiptachangmai7657
    @sudiptachangmai7657 Рік тому +1

    আপোনাৰ ব্যাখ্যা শুনি বৰ ভাল লাগিল।আমাক এনেকুৱা ব্যাখ্যা শুনোৱাৰ বাবে বহুত বহুত ধন্যবাদ

  • @devsaikia784
    @devsaikia784 2 роки тому +4

    কৃষ্ণ বাপজন সেৱা জনাইছো 🙏🙏

  • @musicallyanushka
    @musicallyanushka 2 роки тому +18

    কৃষ্ণ প্ৰভু 🙏 শুনিলে শুনি থাকিব মন যোৱা আপোনাৰ কণ্ঠ ও ব্যাখ্যা 🙏🙏🙏

    • @rupkantapathori665
      @rupkantapathori665 Рік тому

      অন্যান্য ধৰ্মাৱলম্বী লোক ভগৱানৰ নামত ইমান সময় নষ্ট নকৰে চাগে ।

  • @sewalibora7160
    @sewalibora7160 Рік тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল 🙏🙏🙏🙏🙏🙏🙏

  • @atulcomedyvideos5795
    @atulcomedyvideos5795 Рік тому +1

    krishno krishno provu

  • @pabannath5589
    @pabannath5589 2 роки тому +47

    দাদা মোৰ ঘৰ মৰিগাঁৱৰ ভোৰাগাঁও ত, আপুনি কোৱা সকলো কথা মোৰ ভাল লাগে, আৰু আপুনি এতিয়াও ইয়াতেই আছে, আপুনাৰ পাঠ আৰু ব্যাখ্যাই মোক বৰকৈ মোহিত কৰিছে, কৃষ্ণ,🙏🙏🙏

    • @HimangshuVlog941
      @HimangshuVlog941 2 роки тому +3

      কৃষ্ণ

    • @phatikdasphatikdas6639
      @phatikdasphatikdas6639 2 роки тому +2

      Krishna

    • @amiyathakuria8526
      @amiyathakuria8526 Рік тому

      Krishna

    • @rupkantapathori9666
      @rupkantapathori9666 Рік тому

      পৃথিৱীত যদি সময় খৰছ কৰা ধৰ্ম আছে এইটোৱেই ।অইন ধৰ্মাৱলম্বী লোকে ভগৱানে নামত কাম বন খতি নকৰে।

    • @rupamsaikia4383
      @rupamsaikia4383 Рік тому

      @@rupkantapathori9666 toi Miya hoy neki ki koiso ha toi xomoy খৰচ নকৰা টো কি prithibir bhitort dhoni neki ha ne শিক্ষা বেছি টোৰ

  • @Krishnasmriti42
    @Krishnasmriti42 2 роки тому +3

    নৈমিষাৰণ্য 🙏 আপোনাক কৃষ্ণ

  • @babunath3143
    @babunath3143 2 роки тому +2

    Krishna bhut vl lgil🙏🙏🙏🙏

  • @monmonisaikia4310
    @monmonisaikia4310 Рік тому +1

    Krishno bohut hundar

  • @pranatisaikia2424
    @pranatisaikia2424 2 роки тому +3

    Prabhudew hunela hune thakebar manjie apuner sree mukhar amret bane Namosker,

  • @polashsaikia7139
    @polashsaikia7139 2 роки тому +3

    Bohut hundor bakhya bapjon.

  • @mainasaikia1166
    @mainasaikia1166 2 роки тому +2

    Val lagil oti hundor.moiu hiki asu path.maikor agot gua nai ajiloike oknman voi voi lage.

    • @jyotimoy6018
      @jyotimoy6018  2 роки тому +1

      ভগৱন্ত ই কৃপা কৰিব ....🙏🙏🙏

    • @mainasaikia1166
      @mainasaikia1166 2 роки тому

      @@jyotimoy6018 thank-you

  • @dibyagogoi1418
    @dibyagogoi1418 2 роки тому +2

    Krishna krishna bap bor hundor byakhya ag borhale.

  • @dulumonilahon812
    @dulumonilahon812 Рік тому +1

    কৃষ্ণ কৃষ্ণ বাপজন

  • @purabidolakashoria4529
    @purabidolakashoria4529 2 роки тому +2

    কৃষ্ণ বাপজন 🙏 🙏
    বৰ আপ্লুত হৈছোঁ বৈকুণ্ঠ ৰ ইচ্ছৰ কৃষ্ণৰ গুণ গৰীমাৰ ব্যাখ্যা শুনিবলৈ পায়।আগলৈও ভাগৱত ৰ গোটেই কেইটা স্কন্ধ ৰ ব্যাখ্যা শুনিবলৈ আশাৰে বাত চাই ৰম

  • @punyarabha151
    @punyarabha151 Рік тому +1

    🙏 Krishna 🙏 krepa koreba Prabha u 🙏🙏🙏🙏🙏🙏🙏🙏🔥❤️

  • @biplabborah5784
    @biplabborah5784 2 роки тому +2

    কৃষ্ণ বাপ🙏🙏।জয় গুৰু শংকৰ।

  • @RIPUNKACHARI
    @RIPUNKACHARI 2 роки тому +7

    ধুনীয়া।

  • @pallabbhaiyoutubechannel8730
    @pallabbhaiyoutubechannel8730 2 роки тому +6

    সুন্দৰ কণ্ঠ 🙏🙏🙏

  • @dipankarborah1546
    @dipankarborah1546 2 роки тому +6

    কৃষ্ণ বাপ। আপোনাৰ ভাগৱত ব্যাখ্যা শ্ৰৱণ কৰি সচায় আপ্লুত হ'লো।

  • @BiswajitDas-ic5qg
    @BiswajitDas-ic5qg Рік тому +1

    বহুত ভাল লাগিছে শুনি পেলাই , আপোনাৰ মাতটি ও বহুত ধুনীয়া☺️☺️☺️

  • @mr.manash6948
    @mr.manash6948 Рік тому +1

    বহুত বেছি ভাল লাগিছে আপুনি মহান

  • @ajitdas5409
    @ajitdas5409 2 роки тому

    মাছৰ গোন্ধ ৰ বদলি পদ্ম গন্ধা হল
    আৰু কালক্ৰমে মহাভাৰত তেওঁ ৰেই
    দ্বাৰা গঠিত পৰাশ মূনী কাহিনী
    উপভোগ্ কৰি লে ভাল লাগিল হয
    ধন্যবাদ কৃষ্ণ

  • @sarbanandasingh269
    @sarbanandasingh269 2 роки тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @chandramili171
    @chandramili171 2 роки тому +4

    ভগবন্তই আপনাক কৃপা কৰক 🙏🙏🙏

  • @diptidevi6349
    @diptidevi6349 Рік тому +1

    bohut val lagise xuni Krishna Krishna 🙏🙏🙏

  • @Krishnasharma-yg1bh
    @Krishnasharma-yg1bh 2 роки тому +1

    Jaisri.krishna

  • @manuranjanchetia6867
    @manuranjanchetia6867 Рік тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @rajchamuah7330
    @rajchamuah7330 19 днів тому

    Khup Sundor Krishna bapjon

  • @jitamonigogoivolg4232
    @jitamonigogoivolg4232 Рік тому +2

    আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ প্ৰভু 🙏🙏🙏

  • @suryakumarrajbongshi7772
    @suryakumarrajbongshi7772 Рік тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @Ridipaxom
    @Ridipaxom 2 роки тому +3

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছো

  • @debadash7047
    @debadash7047 2 роки тому +1

    Rahila Das
    Krishno BAP Pronam

  • @kokholiasaikia3874
    @kokholiasaikia3874 Рік тому +1

    Bohut val lagill

  • @dipabhuyan3684
    @dipabhuyan3684 2 роки тому +1

    বৰ সুন্দৰ লাগিছে তোমাৰ ভাগৱত কথা তোমাক প্ৰনাম জনালোঁ ধন্যবাদ