এটা দুখ লগা video - Sad story of Khaplang Kai

Поділитися
Вставка
  • Опубліковано 13 жов 2020
  • khaplang kai family phone no
    8638871619
    and please watch ...bhondu party's most unique video on khaplang kai's family . link below
    • MVI POLICE 🤣🔥 || assam...

КОМЕНТАРІ • 2,6 тис.

  • @aruphazarika4717
    @aruphazarika4717 3 роки тому +19

    ডিম্পু ভাই , খুব মহান কাম কৰিছা আৰু এইদৰে সদায় কৰি যাবা বুলিয়েই
    বিশ্বাস । মানুহে একো কৰিব নোৱাৰে,
    কিন্তু ভগৱানে তোমাৰ নিশ্চয় মঙ্গল
    কৰিব ।

  • @najkitchen7329
    @najkitchen7329 3 роки тому +400

    অসমত শিল্পীৰ পৰিয়াল ৰ এনেকুৱা অৱস্থা তেখেতৰ দৰে জনপ্ৰিয় শিল্পী জনৰ এই অৱস্থা উফ 😥 দিমপু দা বহুত ভাল লাগিল আগুৱাই যোৱা তুমি💚

    • @SKGaming-gs4tv
      @SKGaming-gs4tv 3 роки тому

      Ooo dimpu daa ....sarkararrr kamm niii haaa

    • @rmmoinachannel237
      @rmmoinachannel237 3 роки тому

      🍎🍎❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

    • @Azizulvlogs.
      @Azizulvlogs. 3 роки тому

      @@SKGaming-gs4tv mok subscribe kra moi back krim de plz kra plz 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @sanjithaloi
      @sanjithaloi 3 роки тому

      Wmm apuni thike koise.
      moiu Dimpu dar dory video bnabrloi sesta krisu.plz channel2 loi goi videobur sab sun vl pab.ru subscribe kri dib

    • @rpgaming6132
      @rpgaming6132 3 роки тому

      ua-cam.com/video/aWds_9YvSgI/v-deo.html

  • @pri4u431
    @pri4u431 3 роки тому +1

    Bhal jai ase dada. Keep it up

  • @binitabora309
    @binitabora309 3 роки тому +1

    Bhal korisa 👌👌👌👌

  • @monimalakolita3267
    @monimalakolita3267 3 роки тому +159

    অসমত শিল্পী ৰ অৱস্থা এয়াই । জীয়াই থাকোঁতে মান পত্ৰ, সম্বৰ্ধনা জনোৱা, বঁটা প্ৰদান অসংখ্য। মৃত্যুৰ পিছত তেওঁক চিনি নাপাই। ধন্যবাদ দিম্পু।🙏

    • @dipankorgogoi5070
      @dipankorgogoi5070 3 роки тому +1

      😁😁😁😁😁😁

    • @kuldipgoutamsharma780
      @kuldipgoutamsharma780 3 роки тому

      এনেকুৱা ভিডিঅ'ৰে মানুহৰ মন জয় কৰিব পাৰি।
      এইটো চাবচোন পাৰিলে সহায় কৰিব।
      ua-cam.com/video/ag1-amJ-LUA/v-deo.html
      লিংকটোত ক্লিক কৰি।
      এখেতৰো এনেকুৱা অৱস্থা।

    • @dhunmanideka2174
      @dhunmanideka2174 3 роки тому +1

      সেই দিনা নবীন দা গৈ ডাক্তৰ জনৰ ঘৰ পালে।
      ডাক্তৰ জনে তেওঁৰ অহাৰ কাৰণ সোধাত কলে যে তেওঁৰ মানুহ গৰাকীৰ তামাম জ্বৰ।
      কোনো মতেই তেওঁক ডাক্তৰ জনৰ চেম্বাৰলৈ আনিব নোৱাৰে।
      ডাক্তৰ - বাৰু ঠিক আছে।
      কিন্তু তোমাৰ ঘৰ ক'ত....?
      নবীন দাই ঘৰৰ এড্ৰেচটো কলে।
      নবীন দা - ছাৰ,আপুনি চেম্বাৰত ফ্ৰীজ কিমান কৈ লয়...?
      ডাক্তৰ - ২০০ টকা।
      নবীন দা - ঘৰলৈ গলে...?
      ডাক্তৰ - ৫০০ টকা।
      নবীন দা - ঠিক আছে ছাৰ।
      আপুনি মোৰ লগত এতিয়াই আমাৰ ঘৰলৈ ব'লক।
      মানুহ জনী গাটো বেছিয়ে বেয়া।
      ডাক্তৰ জনে নবীন দাক লৈ ঘৰ পালেগৈ।
      ডাক্তৰ - পিছে আপোনাৰ মিচেছ ক'ত...?
      নবীন দা - ছাৰ;মই বিয়াই পতা নাই।
      মিচেছ ক'ৰ পৰা থাকিব...!
      ডাক্তৰ - তেন্তে বেমাৰ হৈ আছিল বুলি যে মোক লৈ আহিছিলা.......?
      নবীন দা - ছাৰ,আজি গাড়ী মটৰ বোৰে ষ্টাইক কৰা নাই জানো....?
      বাটত ঘৰলৈ আ
      ভিডিঅ'টো চাওক হে
      👇👇👇👇👇
      ua-cam.com/video/-agoIiobq8Y/v-deo.html

    • @sanjithaloi
      @sanjithaloi 3 роки тому

      Dada আপোনি ঠিক কথাই কৈছে৷ মইয়ো দিমপু দাৰ দৰে VIDEO বনাবলৈ চেষ্টা কৰিছো৷ Chennel টোলৈ গৈ videobur চাবচুন৷ নিশ্চয় ভাল পাব৷ভাল পালে subscribe কৰি দিব দেই

    • @monimalakolita3267
      @monimalakolita3267 3 роки тому

      @@dhunmanideka2174 এবাৰ চাবাচোন ua-cam.com/video/mz-LgddTMnc/v-deo.html

  • @abinashrajbongshi1279
    @abinashrajbongshi1279 3 роки тому +142

    দিম্পু দা এইটো বহুত ভাল কাম কৰিছে ❤❤🤩🤩 ।আগলৈই কৰি যাব🙏🙏🙏🙏

    • @Azizulvlogs.
      @Azizulvlogs. 3 роки тому +1

      Mok subscribe kra moi back krim de plz kra plz

    • @monmeesharma9186
      @monmeesharma9186 3 роки тому +1

      Tumi muk subscribe kora moi tumak subscribe kori dim

    • @dhunmanideka2174
      @dhunmanideka2174 3 роки тому

      সেই দিনা নবীন দা গৈ ডাক্তৰ জনৰ ঘৰ পালে।
      ডাক্তৰ জনে তেওঁৰ অহাৰ কাৰণ সোধাত কলে যে তেওঁৰ মানুহ গৰাকীৰ তামাম জ্বৰ।
      কোনো মতেই তেওঁক ডাক্তৰ জনৰ চেম্বাৰলৈ আনিব নোৱাৰে।
      ডাক্তৰ - বাৰু ঠিক আছে।
      কিন্তু তোমাৰ ঘৰ ক'ত....?
      নবীন দাই ঘৰৰ এড্ৰেচটো কলে।
      নবীন দা - ছাৰ,আপুনি চেম্বাৰত ফ্ৰীজ কিমান কৈ লয়...?
      ডাক্তৰ - ২০০ টকা।
      নবীন দা - ঘৰলৈ গলে...?
      ডাক্তৰ - ৫০০ টকা।
      নবীন দা - ঠিক আছে ছাৰ।
      আপুনি মোৰ লগত এতিয়াই আমাৰ ঘৰলৈ ব'লক।
      মানুহ জনী গাটো বেছিয়ে বেয়া।
      ডাক্তৰ জনে নবীন দাক লৈ ঘৰ পালেগৈ।
      ডাক্তৰ - পিছে আপোনাৰ মিচেছ ক'ত...?
      নবীন দা - ছাৰ;মই বিয়াই পতা নাই।
      মিচেছ ক'ৰ পৰা থাকিব...!
      ডাক্তৰ - তেন্তে বেমাৰ হৈ আছিল বুলি যে মোক লৈ আহিছিলা.......?
      নবীন দা - ছাৰ,আজি গাড়ী মটৰ বোৰে ষ্টাইক কৰা নাই জানো....?
      বাটত ঘৰলৈ আ
      ভিডিঅ'টো চাওক হে
      👇👇👇👇👇
      ua-cam.com/video/-agoIiobq8Y/v-deo.html

    • @priyanujhazarikaofficial
      @priyanujhazarikaofficial 3 роки тому +1

      Tome muk subscribe kora moi tomak subscribe kore dim...

    • @monmeesharma9186
      @monmeesharma9186 3 роки тому

      @@priyanujhazarikaofficial moi kori dilu tumi kora nohola moi undsubcribe koei dim

  • @rakiburjaman5055
    @rakiburjaman5055 3 роки тому +2

    ধুনীয়া লাগিল দাদা🙂🙂😊😊😊

  • @xtrkhanvlogs4594
    @xtrkhanvlogs4594 3 роки тому +1

    Bohut Val lagiche

  • @missaplina
    @missaplina 3 роки тому +5

    শুপ্ৰভাত দিম্পু ।😊😍
    সেই দিনাখন তেখেতৰ পৰিয়ালৰ দুখৰ কাহিনী খুড়ীমাজনীৰ হিয়াভঙা কান্দোনেৰে শুনিব পাইছিলো ।বৰ দূখ লাগিছিল । সচাকৈয়ে দিম্পু তুমি অতি মহান । বহুত বহুত ধন্যবাদ তোমালৈ তেখেতৰ পৰিয়ালটিক কিছু সান্ত্বনা কিছু সহায় আগবঢ়োৱা বাবে । আজি তেখেতৰ আত্মাই খুবেই শান্তি পাব তোমালৈ আশীৰ্বাদ দিব।🙏😍😍😍😍
    👍

    • @Azizulvlogs.
      @Azizulvlogs. 3 роки тому

      Mor channel subscribe kra moi krim dia

    • @sahidul1426
      @sahidul1426 3 роки тому

      ua-cam.com/video/MWCNC2tDcC0/v-deo.html
      Sabo Mur video scuscribe karok

    • @sahidul1426
      @sahidul1426 3 роки тому

      @@Azizulvlogs. ua-cam.com/video/MWCNC2tDcC0/v-deo.html
      Sabo Mur video scuscribe karok

  • @zanegaming2997
    @zanegaming2997 3 роки тому +7

    দিম্পু দা আমি কেতিয়া ও আপোনাক নাপাহৰো
    আমাৰ মৰমৰ দিম্পু মোৰ ফ্ৰথম অসমীয়া ব্লগ আপুৰ হে সাইছো💕💕We all will Never Forget you
    Dimpu Da Love from (Majuli)

  • @mridulchandraborah8720
    @mridulchandraborah8720 3 роки тому +1

    সচাকৈ খাপলাং কাইক বহুত মিচ কৰিছো। সময় সুবিধা পালেই তেখেতৰ ঘৰত গৈ খবৰ কৰি আহিম। সেই চিৰিয়েল খনত তেখেতক আৰু চাবলৈ নাপাওঁ। বহুত দুখ লাগে। ভগৱানে কিয় তেওঁক ইমান সোনকালে লৈ গ ল 😪😪😪😪দিম্পুৰ লগতে খবৰ কৰিবলৈ যোৱা গোটেই দলটোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

  • @ROFIKULISLAM-mh5cq
    @ROFIKULISLAM-mh5cq 3 роки тому +1

    দিম্পু দা এই কারণেই তুমাক ভাল লাগে যে বিপদর হমঅত তুমি মানূহর ঘরত গই হোহারি দিয়া So Very Nice bro

  • @eduassam1583
    @eduassam1583 3 роки тому +170

    খাপলাং দা সকলোৰে প্ৰিয়।

    • @PAHARI6PM
      @PAHARI6PM 3 роки тому

      মোৰ চেনেলটো এবাৰ চাবচোন আৰু চাই ভাল পালে please মোৰ চেনেটো subs কৰিব । ভিডিঅ চাইহে subs কৰিব নহলে unsubs হৈ যায় ।🙏🙏🙏🙏🙏🙏,,.,..,, ,,,,,,,,,,.,.,

    • @arunavkalita6591
      @arunavkalita6591 3 роки тому

      Mur cnl tu saba please please 🤗🤗

    • @dreamers7463
      @dreamers7463 3 роки тому

      @@PAHARI6PM 😂

    • @monmeesharma9186
      @monmeesharma9186 3 роки тому

      @@priyanujhazarikaofficial moi kori dilu tumi kora aco

    • @PBVlogs23
      @PBVlogs23 3 роки тому

      @@Azizulvlogs. kri dilu muru kri diba

  • @sininapaba2373
    @sininapaba2373 3 роки тому +51

    স্বাৰ্থপৰ সকলো, অসমত শিল্পীয়ে কেতিয়াও উচিত সন্মান তথা মৰ্যাদা নাপায়🤐

  • @rumimahanta2463
    @rumimahanta2463 3 роки тому +1

    ইমান ভাল কাম কৰাৰ বাবেই বহুতেই আশিবাদ থাকিল

  • @narattamnath1665
    @narattamnath1665 3 роки тому

    Dhoinnobad Dimpu daa aitu video bonoa babe🙏 bohute gom pabo atia kthakhini ...Khaplang kair kahini khini akdom mor deutar logot milise 😥😥😥Hy eyay duniyaa ki kom💔😥...ji ki nhouk Apunak adinakhon log pabo lage muk❤️❤️🔥🔥 bohut Mon Ase Apunak log poa

  • @ashokdas3280
    @ashokdas3280 3 роки тому +15

    সুন্দৰ পদক্ষেপ।এনেকুৱা শিল্পীৰ ঘৰবোৰ কেনেকৈ চলি আছে মাজে মাজে দেখুৱাৰ চেষ্টা কৰিব লাগে।

    • @sanjithaloi
      @sanjithaloi 3 роки тому

      Dada আপোনি ঠিক কথাই কৈছে৷ মইয়ো দিমপু দাৰ দৰে VIDEO বনাবলৈ চেষ্টা কৰিছো৷ Chennel টোলৈ গৈ videobur চাবচুন৷ নিশ্চয় ভাল পাব৷ভাল পালে subscribe কৰি দিব দেই

    • @hiyadas9852
      @hiyadas9852 3 роки тому

      Please mor channel tu subscribe kri dibo😊 ua-cam.com/channels/mEF0LsmOuecSbqiqowCIGQ.html aro bhal lagile like aro comment o kribo😊

  • @bhanumatidalu7620
    @bhanumatidalu7620 3 роки тому +15

    বহুত দুখ লগা দৃশ্য, Dimpu ভাইটি তোমাক অশেষ ধন্যবাদ । 😢😢

  • @dhanmanibaruah9262
    @dhanmanibaruah9262 3 роки тому +1

    সুন্দৰ পদক্ষেপ 👌👌👌

  • @kulentalukdar7919
    @kulentalukdar7919 3 роки тому

    Xosake bhut dukh lga kahini hoise dimpu da..bhut vl Kam krisa

  • @mainabaruah3071
    @mainabaruah3071 3 роки тому +20

    Hometown mangaldai❤..
    Brilliant academy🔥

  • @gayatreebaruah7669
    @gayatreebaruah7669 3 роки тому +12

    দিম্পু দা বহুত ধন্যবাদ ❤

  • @mkbproduction2819
    @mkbproduction2819 3 роки тому

    thnx dimpu da..ths is d innr liner of assam...dhikkar he sarkar par jo artst ki itzt ni krta ..

  • @zgdebajitborah4317
    @zgdebajitborah4317 2 роки тому

    Dimpu Da Bhut Bhut Val lagil Apunar Aie Xundor posestha .👍
    Aguai jaouk

  • @udeshnaray4817
    @udeshnaray4817 3 роки тому +6

    এইটো ভিডিঅ' বনোৱাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ ।সচাই চকুৰ আতৰ হ'লে মনৰো আতৰ হয় খাপলাঙকাই ইয়াৰ উদাহৰণ।

  • @jyotismitadeka8813
    @jyotismitadeka8813 3 роки тому +29

    গুড মৰ্নিং...
    💐💐শুনিছোঁ খাপলাং কাই ৰ দুখৰ কথা

  • @dhanmanideka7653
    @dhanmanideka7653 3 роки тому

    বহুত বহুত ধন্যবাদ দিম্পু দা ,ময়ো খাপলাং কাই ঘৰৰ ওচৰৰে ,এনেকুৱা এটা পদক্ষেপ লৈ অসম বাসীৰ ওচৰত তেওঁ লোকৰ অৱস্থাতো দেখুৱাৰ বাবে ,আপোনাৰ লগতে আৰু দাদা কেইজনক বহুত ধন্যবাদ

  • @dipankardipankar5319
    @dipankardipankar5319 3 роки тому

    Dimpu da val lagil khaplang kair pariyal tor dokhar katha bilag xhilpi xamajak dekhowar babe xakoloway xahayar hat ag bahraijen...

  • @parbatikitchen2072
    @parbatikitchen2072 3 роки тому +3

    ধন্যবাদ দিম্পু, ভালপোৱাবোৰ সকলোৰে বাবে চিৰ স্থায়ী হওক, ৰাহুলদাক পাহৰা নাই, কিন্তু পৰিয়ালৰ বিষয়েও কোনোদিন ভবাই হোৱা নাই, বৰ ভাল কাম কৰিলা তুমি, ধন্যবাদ

    • @experimentassam
      @experimentassam 3 роки тому

      Parle aponalokeo 10/20 Toka help korib mor videor dibscriebtion ot khaflangkar ghoror fon no aru bank account no tu ase

  • @zubeengargmusic2044
    @zubeengargmusic2044 3 роки тому +45

    দিমপু দা মোৰ দৰে গৰিব ঘৰৰ ছোৱালীয়ে আপোনাৰ দৰে ভিডিও বনালে ৰাইজে আকোৱালী লবনে 😭😭😭😭😭

    • @experimentassam
      @experimentassam 3 роки тому +1

      Lob jodi kom khorosot vat anja bonai poriyal solowa dekhuwab para

    • @nilakshichamuah3512
      @nilakshichamuah3512 3 роки тому

      😥😥😥😥😥😥😥😥😥😥😂😂😂😂😂😂😂

  • @upanandablogs7687
    @upanandablogs7687 3 роки тому

    খুবেই ভাল কাম কৰিছা দিম্পু

  • @ruhi2237
    @ruhi2237 3 роки тому

    Khub val kotha... Bor val lagel... Apunar jugedi sorkare Jen kiba ata bibosta kore...vale thakok prialte

  • @Pankoj1743
    @Pankoj1743 3 роки тому +6

    UA-cam ত যিমান ভিডিঅ' নাচাও কিয় দিম্পু দাৰ ভিডিঅ'ৰ কথাই সুকীয়া।।
    বাকী থাকিল অনুৰাগীৰ মৰমৰ কথা,
    আনে তোমাক কিমান মনত ৰাখে
    নাজানো কিন্তু আমাক বা তোমাক এদিন যৰৰ মানুহেও পাহৰিব।।

    • @hiyadas9852
      @hiyadas9852 3 роки тому

      Please mor channel tu subscribe kri dibo😊 ua-cam.com/channels/mEF0LsmOuecSbqiqowCIGQ.html aro bhal lagile like aro comment o kribo😊

  • @KrishnaDas-nz9vo
    @KrishnaDas-nz9vo 3 роки тому +6

    বিপদত সহায় কৰাতোয়ে পকৃত মানুহ । গতিকে দিমপুৰ বাবে এটা লাইক 👍👍👍👍💖💖💖💖💖

  • @rupahajong6557
    @rupahajong6557 3 роки тому

    Apunar videobur Sai bohut mojjaaa👌👌👌👌👌❤️❤️❤️❤️❤️❤️. Lage

  • @priyankagogoi7549
    @priyankagogoi7549 3 роки тому +2

    Good bro...

  • @binoyhazarika6054
    @binoyhazarika6054 3 роки тому +3

    আমাৰ মাজত মানৱীয়তা নাইকিয়া হ’ল ৷ সেই কাৰণে এনেকুৱা মহান শিল্পীৰ এনে অৱস্থা হৈছে ৷

  • @armyxblinkyworld3216
    @armyxblinkyworld3216 3 роки тому +17

    If a famous actor like khaplanka's family is suffering from this sitiuation then what is the situation of our asaamese juniour artist we cant explain.....our govt have to take responsiblities towards the public.....thnx dimpu daaa for helping his family u r a real life hero keep going .....stay safe stay happy....we r always with uh

    • @Azizulvlogs.
      @Azizulvlogs. 3 роки тому

      Mok subscribe kra moi back krim de plz

    • @hiyadas9852
      @hiyadas9852 3 роки тому

      Please mor channel tu subscribe kri dibo😊 ua-cam.com/channels/mEF0LsmOuecSbqiqowCIGQ.html aro bhal lagile like aro comment o kribo😊

  • @sumankalitasuman5282
    @sumankalitasuman5282 3 роки тому +1

    Tq dimpu da and mojja vidio

  • @dwipendas1941
    @dwipendas1941 3 роки тому +1

    ইমান জনপ্ৰিয় অভিনেতা এজনৰ পৰিৱাৰৰ এনেকুৱা অৱস্তা বেয়া লাগিল বহুত

  • @joysingha1967
    @joysingha1967 3 роки тому +8

    শচাকৈ বৰ দুখ লাগিল । আজি খাপলাং কাইক বৰ মনত পৰিছে।💔🙏🙏🙏

    • @experimentassam
      @experimentassam 3 роки тому

      Ai video to sai amio goisilo aponalekeo parile 10/20Toka koi help korib please mor videor discription ot khaflangkair wife or fon no aru account no tu ase

  • @manashentertainment6872
    @manashentertainment6872 3 роки тому +16

    সঁচাকয়ে বহুত বেয়া লাগিল জনপ্ৰিয় অভিনেতা জনৰ ঘৰৰ কাহিনী দেখি। মানুহৰ জীৱন যে কেতিয়া কি ৰূপলৈ পৰিৱৰ্তন হয় ধৰিব এ নোৱাৰি।😢 ❤️ Love u Dimpu Daa❤️

    • @sanjithaloi
      @sanjithaloi 3 роки тому +1

      Dada আপোনি ঠিক কথাই কৈছে৷ মইয়ো দিমপু দাৰ দৰে VIDEO বনাবলৈ চেষ্টা কৰিছো৷ Chennel টোলৈ গৈ videobur চাবচুন৷ নিশ্চয় ভাল পাব৷ভাল পালে subscribe কৰি দিব দেই

    • @chaorishavvlogs4200
      @chaorishavvlogs4200 3 роки тому

      @@sanjithaloi ua-cam.com/video/oBffJEeiCFo/v-deo.html mur video bur ebar sabosun🙏

  • @mukutsarmah7176
    @mukutsarmah7176 2 роки тому

    বহুত ভাল কৰিলা, thank you so much

  • @ujjaldas2749
    @ujjaldas2749 2 роки тому +1

    দিম্পু দা আপুনি আৰু আগূৱাই জাক তাৰে কামনা কৰিলোঁ 💓..........লগতে বাইদেউ অবস্থা দেখি বৰ দুখ লাগিলে 😭.....

  • @bemine7808
    @bemine7808 3 роки тому +15

    U r great man...
    Simple lyf ...op lyf😎🥰😘

  • @pkdutta7953
    @pkdutta7953 3 роки тому +6

    যিজন শিল্পীয়ে জীয়াই থকাৰ সময়ত সকলোৰে মন জয় কৰিছিল কিন্তু মৰাৰ পিছত সকলোৱেই পাহৰিবলৈ ধৰিছে এইয়াই আমাৰ অসম ,দিম্পু তোমালৈ বহূত ধন্যবাদ থাকিল

    • @chaorishavvlogs4200
      @chaorishavvlogs4200 3 роки тому

      ua-cam.com/video/oBffJEeiCFo/v-deo.html ebar mur video buru hohai koribo

    • @hiyadas9852
      @hiyadas9852 3 роки тому

      Please mor channel tu subscribe kri dibo😊 ua-cam.com/channels/mEF0LsmOuecSbqiqowCIGQ.html aro bhal lagile like aro comment o kribo😊

  • @sabiralom1361
    @sabiralom1361 3 роки тому

    বহুত সুন্দৰ কাম কৰিছে দিম্পু দা ।

  • @jyotimoymedhi4950
    @jyotimoymedhi4950 3 роки тому

    আপুনি বহুত ভাল কাম কৰিছে দিম্পু দা
    ধন্যবাদ
    🙏🙏🙏
    #Jyotimoymedhi

  • @ainuscreativity6304
    @ainuscreativity6304 3 роки тому +5

    আমাৰ শিল্পী সকলৰ অৱস্থা আজিও খুব দুখ লগা, কিন্তু আমি সকলোৱে এওঁ লোকক জীয়াই ৰাখিব লাগিব

  • @Zadav_konwar6707
    @Zadav_konwar6707 3 роки тому +8

    ❤❤❤বহুত ভাল লাগিল ভিডিঅটো চাই ডিম্পু দা। আগলৈকেও যাতে আপুনি এনেদৰে ভাল কাম কৰি যায় তাৰে কামনা কৰিলোঁ। ডিম্পু দাৰ বাবে এটা হিত লাইক লগতে কমেন্ট ।।ধন্যবাদ।। ❤❤❤❤❤

    • @mmvlog9111
      @mmvlog9111 3 роки тому

      নতুন video দিবি

  • @bipulkhanikar1587
    @bipulkhanikar1587 3 роки тому

    ভাল কাম কৰিছা দিম্পু ৷ তোমালোকক ধন্যবাদ !

  • @prabhatrajbongshi436
    @prabhatrajbongshi436 3 роки тому

    bohut bohut val lagil apuni ja aikhini korila ai kotha প্ৰচাৰ kori apuni bohut val kam korila.....অগুৱাই যাওক আপুনি😊😊god blass you

  • @jeerok2512
    @jeerok2512 3 роки тому +9

    That's why I love dimpu da
    I'm inspired sir

  • @Piyussarmashorts
    @Piyussarmashorts 3 роки тому +3

    Love From Shila Barpeta Assam

  • @user-uu2ln8hn3c
    @user-uu2ln8hn3c 3 роки тому +1

    Dimpu da apona video to bohut val lagil

  • @binoddeka2280
    @binoddeka2280 3 роки тому

    Khaplang kai ...moi bohut val pau his acting.. toi xohai kor tar familik..dimpu...amar morom ase khaplang kay logot..

  • @TerryChanYT
    @TerryChanYT 3 роки тому +165

    Brilliant academy 😍🔥🔥

  • @alimuliassam6405
    @alimuliassam6405 3 роки тому +59

    মোৰ প্ৰিয় অভিনেতা .....খাপলাং কাই❤
    বহুত মনত পৰে তেওঁলৈ....😢
    দিম্পু দা ভাল লাগিল আপুনি আজি তেখেতৰ বিষয়ে বহুত জনালে.......এটি মৰমৰ লাইক সকলোৰে বাবে❤❤....ধন্যবাদ,সুস্থ থাকক,

  • @ayeshasiddika4562
    @ayeshasiddika4562 3 роки тому

    Bhut bhut vl lagil vedio to sai

  • @biplobsarkar3468
    @biplobsarkar3468 3 роки тому

    Dimpu aponar eai vabona eai kam
    bilak val lage aru vobisotoli korija
    best of luck thank you

  • @mrinav5597
    @mrinav5597 3 роки тому +5

    Dimpu mama,
    Bohut bhal kaam kori ase apuni.
    God Bless You!!! :'(

  • @lifezzinfinite2121
    @lifezzinfinite2121 3 роки тому +18

    Your help is so much inspiration for them 👌🏻👍keep loving👍keep supporting👍🤲❤

  • @pranmarley9078
    @pranmarley9078 3 роки тому

    Yes dimpu bohut vl video... Aro tumar kotha bilak bohut xosa kotha koisa maa ksm

  • @ng.842
    @ng.842 3 роки тому

    Bhut bhal kaam korisa dimpu... Baido apunak bhogowane hokti diok jibon namor bostu tuye enekuwa edin hukh edin dukh

  • @deepjyotisaikiasaikia3598
    @deepjyotisaikiasaikia3598 3 роки тому +3

    Mojja

  • @ashapurnasaikia4962
    @ashapurnasaikia4962 3 роки тому +23

    Very good Dimpu. Rahul Das was a brilliant actor. Govt should help his family.

    • @MrRunal-v1e
      @MrRunal-v1e 3 роки тому

      Awesome bhai

    • @sanjithaloi
      @sanjithaloi 3 роки тому

      Dada আপোনি ঠিক কথাই কৈছে৷ মইয়ো দিমপু দাৰ দৰে VIDEO বনাবলৈ চেষ্টা কৰিছো৷ Chennel টোলৈ গৈ videobur চাবচুন৷ নিশ্চয় ভাল পাব৷ভাল পালে subscribe কৰি দিব দেই

    • @sanjithaloi
      @sanjithaloi 3 роки тому

      @@MrRunal-v1e Dada আপোনি ঠিক কথাই কৈছে৷ মইয়ো দিমপু দাৰ দৰে VIDEO বনাবলৈ চেষ্টা কৰিছো৷ Chennel টোলৈ গৈ videobur চাবচুন৷ নিশ্চয় ভাল পাব৷ভাল পালে subscribe কৰি দিব দেই

  • @akonjitrabha3297
    @akonjitrabha3297 3 роки тому

    Dhimpu da vedeo khon shai buhut dhuk lagese. Buhut buhut dhaynabhat dhimpu da🌹

  • @gaurikalita4829
    @gaurikalita4829 3 роки тому +1

    Lakhimpur ahiba broo.... Tmr vdo sai mja lge

  • @rahulkundu628
    @rahulkundu628 3 роки тому +19

    1:00 হয় দাদা , এই কথাবোৰৰ বাবে আপোনাক আমি ইমান ভাল পাও। কাৰণ আপোনাৰ কোনো লেবেল নাই... Love u boss big fan

    • @sanjithaloi
      @sanjithaloi 3 роки тому

      Dada আপোনি ঠিক কথাই কৈছে৷ মইয়ো দিমপু দাৰ দৰে VIDEO বনাবলৈ চেষ্টা কৰিছো৷ Chennel টোলৈ গৈ videobur চাবচুন৷ নিশ্চয় ভাল পাব৷ভাল পালে subscribe কৰি দিব দেই

    • @Azizulvlogs.
      @Azizulvlogs. 3 роки тому

      Mok subscribe kra moi back krim de

    • @hiyadas9852
      @hiyadas9852 3 роки тому

      Please mor channel tu subscribe kri dibo😊 ua-cam.com/channels/mEF0LsmOuecSbqiqowCIGQ.html aro bhal lagile like aro comment o kribo😊

  • @manikakalita55
    @manikakalita55 3 роки тому +7

    Big fan Dimpu. ......... love from tihu....

  • @bakkbakk_girl
    @bakkbakk_girl 3 роки тому

    Hosa dei ...enekua ajn manuhor ghr r obostha enekua dekhi bea lagise ...sokare kiba ata kribo lge ....Dimpu vl kam krisa ...thank u

  • @pappujoadder8414
    @pappujoadder8414 3 роки тому

    বহুত ভাল কাম কৰিছে Dimpu Da

  • @ap_49
    @ap_49 3 роки тому +7

    Love from Lakhimpur dimpu da love u so much dimpu da

  • @sushildoley3596
    @sushildoley3596 3 роки тому +6

    ভাল কথা ইমান কষ্ট নকৰিবা
    কিয় নু জীয়াই থাকিব লাগিব
    আমাৰ কাৰণে,,,,,? 👍

    • @hiyadas9852
      @hiyadas9852 3 роки тому

      Please mor channel tu subscribe kri dibo😊 ua-cam.com/channels/mEF0LsmOuecSbqiqowCIGQ.html aro bhal lagile like aro comment o kribo😊

  • @rajbongshi4111
    @rajbongshi4111 3 роки тому

    Dimpu ভাই বহুত বহুত ধন্যবাদ।

  • @hirakjyotikalita8699
    @hirakjyotikalita8699 3 роки тому

    Tuk keneke morom dem dimpu.. UA-cam ot jode morom debo pora aru balag botton thakil hoi khai tu u delu hoi.. Toi aguai jaa .. ❤️❤️❤️ mur falor pora bohut morom dily

  • @nayanxnwl_
    @nayanxnwl_ 3 роки тому +12

    বহুত ভাল কাম কৰিছে দাদা ।

  • @bimansaikia8947
    @bimansaikia8947 3 роки тому +22

    চৰকাৰে কিয় লোৱা নাই এই বিলাকৰ বাবে পদক্ষেপ লোৱা হেতেন ভাল আছিল

  • @ganeshaurang6595
    @ganeshaurang6595 3 роки тому +1

    Dada Hero apunalke Hoday aguway jawk god bless you hero

  • @suranjansaikia3846
    @suranjansaikia3846 3 роки тому +2

    Great dimpu da. Hikarone apunak blgegotkoi blg lge❤u

  • @B.Sarmah1
    @B.Sarmah1 3 роки тому +6

    কাৰোবাক সহায় কৰিলে কেতিয়াবা নিজকো কোনোবাই সহায় কৰিব ।নিজৰো মনটো বহুত ভাল লাগে মই কাৰোবাক সহায় কৰিব পাৰিছো বুলি ।

    • @experimentassam
      @experimentassam 3 роки тому

      Khosai koise apuni ai video tu sai moi o goisilo khafkangkair ghorot mor videot khaflangkair ghoror fon no aru account no diya ase parile aponalokeo 10/20 Toka ji pare khohai korok dhannyabad

  • @nabajyoti80
    @nabajyoti80 3 роки тому +5

    Dimpu da tumr dre manuh ajonk pai ami xasai lucky..
    Dipmu dak vl powa bore like kora

  • @satyajitdeka4228
    @satyajitdeka4228 2 роки тому

    দিম্পো ভাই মই বহুত সুসী আজি
    Toi j khalpla khura htr ghrt ahiso aru eman dhuniya k vlog tu bonaiso tq Bhai

  • @gudumainalove2694
    @gudumainalove2694 3 роки тому

    বহোত ভাল লাগিল dimpu da সদাই এনেকে মানুহক তোমি সহাই কৰি যোৱা পাৰিলে এনেকোৱা ভিডিঅ আৰো দিবাছোন

  • @vlogslife2088
    @vlogslife2088 3 роки тому +52

    Love from West Bengal Siliguri 🖤

    • @AbhinavandAnuragshow
      @AbhinavandAnuragshow 3 роки тому +1

      @NK Bikash moi korim aru tumio koriba

    • @NEWINFORMATION0.2
      @NEWINFORMATION0.2 3 роки тому +1

      Mur channel tu sabo sun dada plzz

    • @PAHARI6PM
      @PAHARI6PM 3 роки тому +1

      মোৰ চেনেলটো এবাৰ চাবচোন আৰু চাই ভাল পালে please মোৰ চেনেটো subs কৰিব । ভিডিঅ চাইহে subs কৰিব নহলে unsubs হৈ যায় ।🙏🙏🙏🙏🙏🙏,,.,..,, ,,,,,,,,,,..,

    • @AbhinavandAnuragshow
      @AbhinavandAnuragshow 3 роки тому

      @NK Bikash Tumi muk kora moi tumak loge loge korim

    • @AbhinavandAnuragshow
      @AbhinavandAnuragshow 3 роки тому +1

      @@PAHARI6PM moi tumar channel tu sai tumar bondhu Hom aaru tumio mur channel tu Abar sai mur bondhu hobo sun

  • @chittaranjanphukan4841
    @chittaranjanphukan4841 3 роки тому +7

    দিম্পু দা সকলোৱেই বিপদৰ সময়ত থিয় দিয়ে। সেইবাবে তেওঁ সকলোৰে মাজত জনপ্ৰিয়।
    এনে লোকসকলক চৰকাৰে কিবা এটা সহায়ৰ হাত আগবঢ়ায় যেন। তেতিয়াহে এনে শিল্পী সকল আমাৰ হৃদয়ত প্ৰায় থাকি যাব।

    • @sanjithaloi
      @sanjithaloi 3 роки тому

      Dada আপোনি ঠিক কথাই কৈছে৷ মইয়ো দিমপু দাৰ দৰে VIDEO বনাবলৈ চেষ্টা কৰিছো৷ Chennel টোলৈ গৈ videobur চাবচুন৷ নিশ্চয় ভাল পাব৷ভাল পালে subscribe কৰি দিব দেই

  • @yashikavideos2281
    @yashikavideos2281 3 роки тому +1

    Good job #Dimpu da👌

  • @dolliborah5054
    @dolliborah5054 3 роки тому +2

    Dimpu দা তুমি সঁচাই বহুত ভাল তোমাৰ প্ৰতিটো vidio মই চাও তুমি যেনেকৈ মানুহ বোৰক সহায় কৰা মোৰো সহায় কৰিব মন্ যাই কিন্তু মই যিহেতু বহুত সৰো হৈ আছো একো কৰিব নোৱাৰোঁ মোৰ বেয়া লাগে যেতিয়া এটা পৰিয়াল হওক বা বেলেগ মানুহ যেতিয়া কস্ট খাই মোৰ সহায় কৰিব মন্ যাই...... Dimpu da আশীৰ্বাদ কৰিবা যাতে তোমাৰ নিচিনা যিমান পাৰো নিজৰ সামৰ্থৰে কস্ট কৰি হলেও মানুহ বোৰক সহায় কৰিব পাৰোঁ..........,🙏🙏

  • @manashiray5705
    @manashiray5705 3 роки тому +7

    He was a legend❤️.....jdii moi kiba job krilu hy moi nischoy tekhetor fmly k hlp krillu hy😔

  • @urbashibasumatary7419
    @urbashibasumatary7419 3 роки тому +4

    Love from Mangaldoi

  • @pujabhuyan9413
    @pujabhuyan9413 2 роки тому +1

    Nice bhut val lagil sai video to dada xodai sau moi tumr video bur bhut najana kotha janibo pari video bur sai

  • @bikashdeka1238
    @bikashdeka1238 3 роки тому +1

    Dimpo da Val Kam karisa, thank u,,,

  • @_Riteeka_
    @_Riteeka_ 3 роки тому +3

    Lot's Of Love From Mumbai , Maharashtra ❤️❤️

  • @parishmitadeka1021
    @parishmitadeka1021 3 роки тому +4

    Brilliant academy 😀✊🥰

  • @sanchitaMahantaDas
    @sanchitaMahantaDas 3 роки тому

    Bohut val kam karise dada telokor bikhoye Raijok Abgot karai.Thank you

  • @anuradhabarman6961
    @anuradhabarman6961 3 роки тому

    Apunar dharona jenekuwa sobei vabile khothai nasil da I proud 4 U

  • @rebotboruah8931
    @rebotboruah8931 3 роки тому +3

    Bohut dukh loga kotha 😞😞😞😞

  • @mmvlog9111
    @mmvlog9111 3 роки тому +12

    শিল্পীৰ পৰিয়ালৰ বাবে দিম্পুৰ এই চিন্তা ভাল লাগিল।।।।

    • @thesafiqulvlogs9915
      @thesafiqulvlogs9915 3 роки тому

      mor chennel tu subscribe koribo plz

    • @sanjithaloi
      @sanjithaloi 3 роки тому

      Dada আপোনি ঠিক কথাই কৈছে৷ মইয়ো দিমপু দাৰ দৰে VIDEO বনাবলৈ চেষ্টা কৰিছো৷ Chennel টোলৈ গৈ videobur চাবচুন৷ নিশ্চয় ভাল পাব৷ভাল পালে subscribe কৰি দিব দেই

  • @solutiongamer9939
    @solutiongamer9939 3 роки тому

    very very sad story. It touched my heart. Thankyou dimpuda.🙏

  • @mbegum5806
    @mbegum5806 3 роки тому

    Bahut val kam karisa dimpu daa all time love you ❤❤❤🙏🏼🙏🏼🙏🏼