এইটো Part 02 হয় ইয়াত বহুতো কথা উল্লেখ কৰা হ'ল । প্ৰভুৰ প্ৰশংসা হওক ।। আমাৰ সৈতে যোগাযোগ কৰক এই Link tu click Kori Whatapp Channel whatsapp.com/channel/0029Va97tSNKmCPJSaKuIU0Q
@@chandanjyotisarma বেদ উপনিষদ আৰু কোৰানৰ মতে ঈশ্বৰ নিৰাকাৰ আৰু যীচু ও এজন ঈশ্বৰৰ বাৰ্তাবাহক বুলি হে আমি জানো। এতিয়া আপুনিয়েই ভাৱকচোন যে নিৰাকাৰ বস্তু এটাই কেনেকৈ পৃথিৱী আৰু জীৱ সৃষ্টি কৰিব পাৰে!!! আৰু ঈশ্বৰে তেওঁৰ বাণীবোৰ কেনেকৈ প্ৰকাশ কৰিলে??? আপুনি যদি এজন খ্ৰীষ্টান ধৰ্মৰ লোক হয় তেন্তে ভাৱকচোন যে কেথলিক ধৰ্মৰ কিয় প্ৰথমে প্ৰটেষ্টান আৰু পাছলৈ বিলিভাৰ্চ, বাপ্তিছ ইত্যাদি ইত্যাদি হল। আৰু ভাবিলে আচৰিত লাগে যে এই সকলো ধৰ্মৰ মাজত কিছু পাৰ্থক্য দেখা যায়। ঈশ্বৰে কি তেওঁৰ মূল ধৰ্মৰ পৰা ফালৰি কাটি আহিব কৈছিল নেকি??? এই বোৰ কোনে কিয় কৰে আপুনি জানাই।
এইটো Part 02 হয় ইয়াত বহুতো কথা উল্লেখ কৰা হ'ল । প্ৰভুৰ প্ৰশংসা হওক ।।
আমাৰ সৈতে যোগাযোগ কৰক এই
Link tu click Kori Whatapp Channel
whatsapp.com/channel/0029Va97tSNKmCPJSaKuIU0Q
Amen❤
❤❤❤❤❤
Amen ✝️✝️✝️
Praise the Lord Hallelujah Amen
Praise the lord Amen
Praise the lord hallelujah Amen 🙏🙏🙏
Amen✝✝✝✝⛪⛪⛪⛪
Amen🙏 🛐✝️
দেখা যায় যে এই পৃথিৱীত অকল শান্তি বুলি নিজকে কোৱা ধৰ্মালম্বী লোক সকলেই আন এখন দেশ আক্ৰমণ কৰে আৰু সেই সকল দেশবোৰহে বেছি অশান্তিময় হৈ আছে
❤❤amend
Thank you
Praise the lord 🙏
Praise the lord amen 🌹🙏
Praise the Lord Glory to God🙏🙏🙏 Hallelujah Amen ❤❤❤
*
Praise the Lord 🙏🙏🙏 hallelujah 🙏 Aman
Lord you are great ❤❤
Probu tumi mohan
Great massage Brother Abba Elohim aapko bohut ashish de Masih Prabhu main
Praise the Lord, Jesus bless all 🙏🙏
❤ Aman Jaimashiki good morning 💐😘😚❤️🌞🌻
Pray request for Ritisha deka mujhe study me mn lgni chahiye praise God bless you halleluyah praisy amen 🙏🙏🙏🙏🙏🙏🙏
Pray request for Beauty Deka praise God bless you halleluyah praisy amen 🙏🙏🙏
Join with
whatsapp.com/channel/0029Va97tSNKmCPJSaKuIU0Q
Moi Kristine dormok bal paw
Ami Kristine hobo
Moi Kristine hobo parim ne
Asole moi ajon Muslim lora hoi Kristine hobo bisaro
এই পৃথিৱীত ঈশ্বৰ বোলা একো বস্তু নাই। ই মাথো মানুহৰ সৃষ্টি হে। আদিম যুগত অথচ যেতিয়া মানুহে অকল খাদ্যৰ বাবে ঘুৰি ফুৰিছিল তেতিয়া কোনো ঈশ্বৰৰ ধাৰণা নাছিল। কিন্তু যেতিয়া মানুহৰ লাহে লাহে বৌদ্ধিক বিকাশ হৈছিল তেতিয়াৰ পৰাই ঈশ্বৰৰ ধাৰণা সৃষ্টি হল।
এতিয়ালৈকে এচাম লোকে স্বৰ্গ, পাপৰ মুক্তি, ঈশ্বৰ দৰ্শন আদি নামত মানুহক ৰাম ঠগন দি আহিছে।
ধৰ্ম গ্ৰন্থ ই কয় যে ঈশ্বৰ নিৰাকাৰ। কিছুমান ধৰ্ম গ্ৰন্থ ই কয় যে ঈশ্বৰ নিৰাকাৰ। তেওঁ কাকো জন্ম দিয়া নাই আৰু নিজেও জন্ম লোৱা নাই। আমি মূৰ্খ হিচাপে নিজকে প্ৰশ্ন সোধো যে নিৰাকাৰ বস্তু এটাই কি মাধ্যমত তেওঁৰ বাণীবোৰ প্ৰকাশ কৰিছিল!!!! নিৰাকাৰ বস্তু এটাই কেনেকৈ পৃথিৱী আৰু জীৱ সৃষ্টি কৰিলে??? অলপ সময় ভাবিলে সকলো বোৰ এক সাঁথৰ সাঁথৰ যেন নালাগে নে বাৰু???
এই পৃথিৱীত কেৱল ধৰ্মৰ বাবেই অশান্তি হৈ আছে। যদি ধৰ্ম নথকা হ'লে পৃথিৱীখন শান্তিৰ পৰিবেশে বিৰাজ কৰিলে হয়।।
ঈশ্বৰে আপোনাক জ্ঞান প্ৰদান কৰক । আমেন
@@JPBAssameseBibleStudy1 😁😁😁😁
@@JPBAssameseBibleStudy1 আপোনালোকে বেপাৰ কৰি থাকক
ঈশ্বৰ বোলা একো বস্তয়েই যদি নাই.... আকাশ মণ্ডল, বিশ্বব্ৰহ্মাণ্ড,এই জগত য'ত আপুনি আছে, মানুহ, জীৱ-জন্তু,গছ-গছনী ক'ৰ পৰা কেনেকৈ আহিলে....কোনে স্ৰজিলে জনাবচোন।।
@@chandanjyotisarma বেদ উপনিষদ আৰু কোৰানৰ মতে ঈশ্বৰ নিৰাকাৰ আৰু যীচু ও এজন ঈশ্বৰৰ বাৰ্তাবাহক বুলি হে আমি জানো। এতিয়া আপুনিয়েই ভাৱকচোন যে নিৰাকাৰ বস্তু এটাই কেনেকৈ পৃথিৱী আৰু জীৱ সৃষ্টি কৰিব পাৰে!!! আৰু ঈশ্বৰে তেওঁৰ বাণীবোৰ কেনেকৈ প্ৰকাশ কৰিলে???
আপুনি যদি এজন খ্ৰীষ্টান ধৰ্মৰ লোক হয় তেন্তে ভাৱকচোন যে কেথলিক ধৰ্মৰ কিয় প্ৰথমে প্ৰটেষ্টান আৰু পাছলৈ বিলিভাৰ্চ, বাপ্তিছ ইত্যাদি ইত্যাদি হল। আৰু ভাবিলে আচৰিত লাগে যে এই সকলো ধৰ্মৰ মাজত কিছু পাৰ্থক্য দেখা যায়। ঈশ্বৰে কি তেওঁৰ মূল ধৰ্মৰ পৰা ফালৰি কাটি আহিব কৈছিল নেকি??? এই বোৰ কোনে কিয় কৰে আপুনি জানাই।
Kenekoi moi krishtan hobo Parim
আমাৰ প্ৰভূ যীশু যে ঈশ্বৰ হয়....ত্ৰাণকৰ্তা হয়.... আমাক পাপৰ পৰা মুক্তি দিওতা হয়...এই সকলো কথা বিশ্বাস কৰিলেই হ'ল
Moi krishtan hobo parim ne
ঈশ্বৰে বিচাৰিলে নিশ্চয় পাৰিব
Praise the lord amen 🙏🙏🙏