এগৰাকী ছাত্ৰৰ তেজস্বী ভাষণ ৷৷ AJP ৰ মঞ্চত ছাত্ৰ ত্ৰিদিপ ভাগৱতীৰ গুৰুত্বপূৰ্ণ বক্তব্য ৷৷ AJP

Поділитися
Вставка
  • Опубліковано 15 вер 2024
  • #AssamPolitics
    #AssamNewPoliticalParty
    #AJP
    #AASU
    #AJYCP
    আৰু অধিক News, Information, Entertainment, Vlogging & Motivational ৰ ভিডিঅ'ৰ বাবে আমাৰ UA-cam Channel টো SUBSCRIBE কৰাৰ লগতে ভাল লাগিলে LIKE, COMMENT আৰু SHARE কৰি আমাক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা থাকিল।

КОМЕНТАРІ • 482

  • @wahidurrahman2375
    @wahidurrahman2375 5 місяців тому +47

    তোমাৰ কথাখিনি এজন অসমীয়া হিচাবে হৃদয়ঙ্গম কৰি জাতিৰ হৈ আগবঢ়া ওচিত।🎉🎉🎉

  • @rofiqulislam1080
    @rofiqulislam1080 5 місяців тому +7

    ত্ৰিদিপ ভাগৱতী, তোমাক অজস্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণে যে তুমি বাস্তৱ সন্মত হৃদয়স্পৰ্শী মন্তব্য আগবঢ়াইছা, আৰু তাৰ বাবে তোমালৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল !!!

  • @KuntiRabha
    @KuntiRabha 6 місяців тому +28

    বহুত ভাল লাগিল বাপা তোমাৰ কথা খিনি শুনি তুমি আগুৱাই যোৱা

  • @ranamedhi3484
    @ranamedhi3484 5 місяців тому +16

    তোমালোকৰ দৰে নিষ্ঠাবান জাতীয়তাবাদী যুৱকৰ অতি প্ৰয়োজন , সময় কিন্তু সমাগত ।

  • @koushik21774
    @koushik21774 5 місяців тому +12

    বহুত সুন্দৰ ভাষন। উজ্বল ভবিষ্যত কামনা কৰিলো

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 5 місяців тому +30

    বৰ ধুনীয়া ভাষন তেওঁ যেন সদায় এনেকৈ অসমৰ হকে কাম কৰি যাওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো

  • @binodkakati7300
    @binodkakati7300 2 роки тому +131

    অতি সুন্দৰ ভাষণ ! বহুত ভাল লাগিছে ! সাৱলীলভাৱে বিশ্লেষণ কৰিছে ! ভৱিষ্যত জীৱন উজ্বল হওঁক ! তাৰেই কামনাৰে ত্ৰিদীপ ভাগৱতী লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ !

    • @bhabenpegu3338
      @bhabenpegu3338 2 роки тому

      💔Q

    • @jharonachetia2767
      @jharonachetia2767 Рік тому +3

      আপোনাৰ সৈতে মইও একমত ।

    • @dhirajdohutia4487
      @dhirajdohutia4487 5 місяців тому +1

      সুন্দৰ মন্তব্য।

    • @vishwadarpan2622
      @vishwadarpan2622 5 місяців тому

      জধা-মূৰ্খতাৰ সীমা চেৰাই হিন্দু বিৰোধ কৰি পাকিস্তান তালিবান ISIS PFI কংগ্ৰেছ ৰ দৰে ৮৫৫ অসমীয়া ৰ তেজ খোৱা অসুৰৰ গোলামি কৰা নিলাজ বদন

  • @mrinalmedhi8346
    @mrinalmedhi8346 5 місяців тому +13

    বহুত ভাল লাগিল,অসমী আইৰ সুযোগ্য সন্তান, আমি ভবা অসমখনক বাস্তৱ ছবি দাঙি ধৰাবাবে আন্তৰিক ধন্যবাদ।জয় আই অসম 🙏🙏🙏

  • @user-ge9kz8vi4q
    @user-ge9kz8vi4q 6 місяців тому +41

    ভাইটি, মোৰ ফালৰ পৰা তোমালৈ শুভেচ্ছা থাকিল।

  • @nirugogoi4576
    @nirugogoi4576 Рік тому +23

    শক্তি দিয়ক এইদৰে ৰাইজক বুজাবলৈ অহাৰ বাবে

  • @junuborgohain3453
    @junuborgohain3453 5 місяців тому +7

    ভাগৰতী অসমীয়া জাতিৰ বাবে এজন পথ প্ৰদৰ্শক । তেওঁৰ উত্তৰো উত্তৰ উন্নতি কামনা কৰিলোঁ। জাতীয় পৰিষদৰ জয় হওক 🎉

  • @hiranlahkar1534
    @hiranlahkar1534 5 місяців тому +3

    ইমান মননশীল ভাষণ।খুবেই আপ্লুট হ’লো।সুন্দৰৰ পথেৰে বাট বুলি যোৱা ভাইটি।এদিন দেখিবা সাফল্যৰ জয়মাল্যৰে উজলি উঠিবা

  • @mahindryBayan
    @mahindryBayan 5 місяців тому +89

    সকলো অসমীয়াৰ চিন্তা তোমাৰ দৰে হক তাকে কামনা কৰিলো

    • @vishwadarpan2622
      @vishwadarpan2622 5 місяців тому +2

      সকলো অসমীয়া বদন নহয়।
      সকলো অসমীয়া জধা-মূৰ্খ নহয়
      সকলো অসমীয়া ভৰিত কুঠাৰ মাৰি
      পাকিস্তান তালিবান
      ৮৫৫ অসমীয়াৰ তেজ খোৱা কংগ্ৰেছ ৰ গোলামি কৰি বিবেক বিক্ৰী কৰি মুখত জয় আই অসম মাৰি কলাক্ষেত্ৰ ধ্বংস কৰি মোগলক মহান বনোৱা লাচিতক অপমাণ কৰা
      অসমৰ ১২ জিলাত যুগ ধৰি অবৈধ মুছলমান পুহি হিন্দু সংখ্যা লঘু কৰি
      অসমক ইছলাম ৰাজ্য কৰাৰ অভিসন্ধি কৰা নকল নামধাৰুি অসুৰ দানব চয়তান কংগ্ৰেছৰ গোলামি কৰা নিলাজ বদন নহয়..
      সকলো অসমীয়াই নজনা নহয় যে
      CAA খন কোনো বিজেপি ৰ আইন নহয়
      সকলো অসমীয়াই নজনা নহয় যে যাক আপুনি বাংলাদেশী বুলি আজি বিৰোধ কৰি হিন্দুৰ বিৰোধ কৰিছে
      সেই খিনি ৰাভা বসুমতাৰি ৰাজবংশী উপাধিধাৰি লোক এদিন অসমীয়া আছিল আৰু সিহতক বাংলাদেশী কৰা অসুৰবোৰ হল কংগ্ৰেছ
      যাৰ গোলামি কৰি আপোনালোকৰ দৰে এচাম বদনে মৌপবাদী
      পাকিস্তামৰ সহযোগত উপদ্ৰব কৰা সন্ত্ৰাসত সহযোগ কৰি
      হিন্দু বিৰোধ কৰি লেতেৰা ৰাজনীতি কৰিছে
      ইয়াত চৰকাৰৰ আজি ভুল
      আপুনি নিজক সুধক
      আপুনি কোন সঁচৰ অসমীয়া ।
      সুধক
      আপুনাৰ ঘৰ বাৰী অসমত আছিল
      কংগ্ৰেছে টুকুৰা কৰি বাংলাদেসৰ সীমাত পেলালে আপুনি ইছলাম ৰাষ্ট্ৰৰ সীনাত সুমাল তাত প্ৰতাৰিত হৈ থাকিব নোৱাৰি প্ৰাণ লৈ আজি আপোনাৰ নিজৰ অসমত শৰণাৰ্থী হৈ আছে
      কিন্ত্ত
      আপোনাৰ দৰে অসমীয়াই চিঞৰ মাৰিছে ...caa আনি নামানো ..
      CAA আইন আনিছিল কোনে
      নিলাজ বোৰে জানে নে নাই? কোনে আনিছিল .কিয় আনিছিল
      কোনে সেইবোৰ মানুহক বাংলদেশী বনাইছিল....কি অধিকাৰ আছিম
      এইখম কংগ্ৰেছৰ পৈত্তিক সম্পত্তি আছিল নি
      😡😡😡😡😡😡

    • @AnamikaRamchiary-en7gp
      @AnamikaRamchiary-en7gp 5 місяців тому

      Tene Assam nagalend problm solution ki apnr modi himu bapekee korisile nki. 😂😂😂😂😂😂😂😂😂 lora jonok utkha dibo lge ne dhmki dibo lge roles nd respons mgojut ni nki apnr

    • @moviesnation240
      @moviesnation240 3 місяці тому

      Joi Aai Asom

  • @Dibyangana-lk7ov
    @Dibyangana-lk7ov 5 місяців тому +14

    Hundor Jai ai assam

  • @travelsphere9985
    @travelsphere9985 2 роки тому +97

    "প্ৰথমতে আমি অসমীয়া হম
    তাৰ পিছত ভাল ভাৰতীয় হ'ম
    তাৰ পিছত আমি বিশ্ব নাগৰিক হম"
    ❤️❤️

  • @AijoneePori
    @AijoneePori 6 місяців тому +15

    অতি স্পষ্ট আৰু বাস্তৱ।

  • @ranjubhuyan262
    @ranjubhuyan262 2 роки тому +21

    বৰ সুন্দৰ ভাষণ দিছে ।তোমাৰ কথাবোৰ বাস্তৱ হওক এনে ত্ৰিদীপ বহুজন হওক ।

  • @madanborah9015
    @madanborah9015 Рік тому +15

    বৰ সুন্দৰ কথাবোৰ

  • @jayantahazarika4326
    @jayantahazarika4326 5 місяців тому +4

    সঁচাই বহুত ভাল লাগিল তোমাৰ কথা খিনি আমাৰ অসমৰ মানুহ খিনি তোমাৰ নিচিনা চিন্তা কৰক তেতিয়া হে অসম খন আগ বাঁহী যাব জয় আই অসম

  • @abdulkader6922
    @abdulkader6922 Рік тому +12

    ভাইটি আগুৱাই যোৱা ভাল লাগিছে।

  • @indreswardowari1876
    @indreswardowari1876 5 місяців тому +5

    সুন্দৰ অনুভৱ । বহুত ভাল লাগিল । জয় আই অসম।

  • @darpandeka5141
    @darpandeka5141 2 роки тому +53

    বহুত বহুত সুন্দৰ ভাষণ । ধন্যবাদ

  • @utpalbdas
    @utpalbdas 2 роки тому +29

    শক্তিশালী কন্ঠ ! যুক্তি আছে। 🙏🙏🙏

  • @dipagogoi9673
    @dipagogoi9673 5 місяців тому +12

    বহুত ভাল লাগিল জয় আই অসম

  • @anjusaikia9306
    @anjusaikia9306 5 місяців тому +10

    সুন্দৰ ।বহুত বহুত শুভেচ্ছা থাকিল

  • @sadhanagoswami6256
    @sadhanagoswami6256 5 місяців тому +2

    অতি মননশীল চিন্তা। ভাল লাগিল, তোমাৰ নিচিনা চিন্তা ধাৰাৰে সকলো অসমীয়া মাৰ বান্ধি আগবাঢ়ি গ'লে এখন সুন্দৰ অসম আমাৰ অসম আশা কৰিব পাৰিম। জয় আই অসম। 🙏

  • @crmusical689
    @crmusical689 5 місяців тому +7

    খুব ভাল লাগিল কথাকেইটা শুনি অনুপ্ৰাণিত হলো ।

  • @abinashkalita9242
    @abinashkalita9242 7 місяців тому +4

    অতি সাৰুৱা,সাৱলীল বক্তব্যৰ বাবে ধন্যবাদ।

  • @mohsinahasin8071
    @mohsinahasin8071 2 роки тому +24

    সুবেই সুন্দৰ!!!! ভাষণটো সুবেই সুন্দৰ হৈছে। মাথোঁ কথাখিনি কাৰ্য্যত পৰিণত কৰিব পাৰিলে আমাৰ অসমখনৰ নাম বিশ্ব দৰবাৰত উজলাই তুলিব পৰা যাব ।। প্ৰফুল্ল কুমাৰ মহন্ত, হিমন্ত বিশ্ব শৰ্মা , সৰ্বানন্দ সোনোৱাল, ৰিপুন বৰাৰ দৰে নেতাৰ পুনৰাবৃত্তি হব নালাগে।।

    • @rajaborah1550
      @rajaborah1550 2 роки тому +3

      Kar Nisina hobo lage apuni vote Diya rakibul r party ne baddaruddinr party??

    • @rajaborah1550
      @rajaborah1550 2 роки тому

      Apunalukor jatir kotha valdore janu eyat dangor dangor comment likhibo kin2 vote dia xomoit mohila deka jyostho hokuluwe kebol either anti Modi party nohole pro Muslim party k Di dibo

  • @hemantadas2357
    @hemantadas2357 5 місяців тому +4

    Bohut Val lora Tridib,,, Salute tumak

  • @popingogoi2605
    @popingogoi2605 Рік тому +7

    সুন্দৰ ভাষণ আগোৱাই জুৱা জাতিক বছাবলৈ সকলোবোৰ এক হব লাগিব

  • @alokdutta5907
    @alokdutta5907 2 роки тому +29

    বহুত সুন্দৰ ভাষণ । জয় আই অসম ।

  • @pjbhuyan
    @pjbhuyan 2 роки тому +11

    ভাগৱতী দা মই কটনত আপোনাৰ তৰ্ক চাইছিলো। মই অভিভূত হৈ পৰিছিলো। আজি আপোনাৰ জাতীয়তাবাদী পন্থাদেখি মোৰ বৰ ভাল লাগিল। এদিন কটনত চিনাকী হ'ম।

  • @jatindas4577
    @jatindas4577 5 місяців тому +2

    অতি সুন্দৰ ভাষন। তোমাৰ দৰে চিন্তাধাৰা সকলোৰে হওঁক। তাকেই কামনা কৰিলোঁ।

  • @pratapkalita8894
    @pratapkalita8894 Рік тому +5

    সুন্দৰ ভাষন দিছা ভাইটী, ভাল লাগিছে। তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।

  • @budheswarnath6516
    @budheswarnath6516 5 місяців тому +2

    প্ৰকৃত উন্নয়ন কেৱল জাতীয় তা বাদী চৰকাৰত হে সম্ভৱ , ই চিৰন্তন সত্য !!.. এই মৰম লগা ভাইটি জনৰ কথা খিনি বহুত সচাঁ কথা... এওঁ জাতীয় পৰিষদত থাকি দলটিক সহায় কৰিব বুলি আশা কৰিছো ।

  • @anilkumarkalita6774
    @anilkumarkalita6774 5 місяців тому +1

    মন চুই যোৱা ভাষন " ভাল লাগিল " অসমৰ সংকতৰ সময় ! তোমাৰ নিচিনা ডেকা শক্তি জাগিব লাগিব " শুভেচ্ছা থাকিল " !

  • @pranjithazarika8537
    @pranjithazarika8537 5 місяців тому +1

    সচাঁকৈ বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলা। বহুত ধন্যবাদ।

  • @pabanboruah6801
    @pabanboruah6801 5 місяців тому +1

    সঁচা কথা, সুন্দৰ চিন্তাধাৰা সুন্দৰ ভাষণ আগুৱাই যাওক আপুনি,

  • @gakulkalita7918
    @gakulkalita7918 2 роки тому +18

    ভাল লাগিল ।আগলৈ শুভেচ্ছা থাকিল ।

  • @ashokpuzari6099
    @ashokpuzari6099 5 місяців тому +3

    Very good speech.wish you a bright future.

  • @rantuvlogs2257
    @rantuvlogs2257 2 роки тому +6

    বহুত সুন্দৰ

  • @ruprekhahazarika5921
    @ruprekhahazarika5921 5 місяців тому +5

    আজিৰ সকলো নবপ্ৰজন্মৰ চিন্তা ধাৰণাবোৰ তোমাৰ দৰে হলে কোনোৱে আমাৰ নোম এদালো লৰাব নোৱাৰে আমি অসমতে অসমীয়া ভগনীয়া হব লগিয়া পৰিষ্ঠিতি হব লগা নহয় ❤জয় আই অসম 🙏

  • @manjithregon3831
    @manjithregon3831 5 місяців тому +3

    বহুত বহুত ভাল লাগিল

  • @Spc760
    @Spc760 Рік тому +10

    কথাবোৰ একেবাৰেই নুই কৰিব নোৱাৰি , সম্পূৰ্ণ যুক্তিসন্মত

  • @bittosaikia7009
    @bittosaikia7009 Рік тому +13

    ধুনীয়া

  • @pankajphukan6468
    @pankajphukan6468 2 роки тому +11

    সুন্দৰ । অতি সুন্দৰ মন্তব্য ।

  • @binudas8708
    @binudas8708 6 місяців тому +5

    তোমাৰ লগত একমত। আমি এটা কথা সদায়েই চিন্তা কৰিব লাগিব। যে আমি জাতী ক ভাল পালেহে আমাৰ জাতীটো জিয়াইয়াই থাকিব ।আমি আমাৰ ভাষাটো ক জিয়াই ৰাখিলেহে আমি জিয়াই থাকিব পাৰিম। আমি আমাৰ সকলো পৰমপৰা জিয়াই ৰাখি আমাৰ সন্তানৰ হাতত থৈ গলেহে আমি যে এটা অসমীয়া জাতি জগতত আছিলো তাক আগলৈ আমাৰ প্ৰজন্ময়ে জানিব । যদি আমি এইবিলাক পাহৰি আছনীৰ লোভত জিয়াই থাকিবলৈ হয় তেন্তে আমি ২৪চৰ পিচত এই আমাৰ জাতিটোক বগা কপোৰ পিন্ধাই চাঙীত তুলিবৰ সময় সমাগত।কাৰন আমাৰ মাজলৈ caa আহি আমাৰ সন্মুখত কালসৰ্প হৈ দিয় দিলেহি। আহক আমি সকলোৱে caa ৰ বিপৰীতে এক লগ হৈ সকলোকে দেখুৱাই দিও যে কনকলতা মুলাগাভৰুৰ তেজ আমাৰ গাত এতিয়াও আছে। আমি নিজৰ দেশক আৰু নিজৰ জাতি আৰু নিজৰ মাতিক কিমান. ভাল পাও তাক হয়টো তেওঁলোকে জানিবলৈ বাকি আছে । দেশৰ আবে মৰিবলৈ অলপো ভয় নকৰো সময এতিয়া সমাগত।❤😂 দেশ বুলিলে নেলাগে আদেশ। সৰুৰে পৰায়েই আন্দোলন কৰি কৰি ডাঙৰ হলো। পুলিচৰ মাৰ খাইছো , জেলত আছো, বাগানীয়া মানুহৰ ঘৰৰ ধানৰ ডোলীটো ৰাতি আছো এই কথা অগপ আৰু BJP ৰ ডাঙৰ নেতাবিলাকে বহুতে জিনে নিশ্চয়। কাৰন সেই সময়ত সোনোৱাল মোৰ মাৰ ঘৰৰ ওচৰত থকা মোৰ ম আমাৰ ঘৰতে থাকেগৈ ।অগপৰ সকলো নেতা মোৰ 2 নম্ৰ বাইদেউ ফুলু দত্তৰ ঘৰত থাকি আন্দোলন কৰে। ৰাতি হলে লোকাই থাকে। সেইবিলাক কথা পাহৰি গৈছে 😂কিয়?????

  • @padmapaninath
    @padmapaninath 6 місяців тому +6

    জাতীয় চেতনা মূল সম্বল । ভাল লাগিল

  • @pritygogoi1886
    @pritygogoi1886 4 місяці тому

    ❤❤ তোমাৰ কথাবোৰত মোৰ একমত তোমাৰ কথাবোৰ শুনি মোৰ মন চুই গল । তোমাৰ দৰে সকলো অসমীয়াই বুজি পোৱা উচিত লগতেই তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ঈশ্বৰৰ তোমাক সদায় কুখলে ৰাখক ।

  • @hemantagogoi9462
    @hemantagogoi9462 2 роки тому +11

    বহুত সুন্দৰ।

  • @RahulDas-rz2bu
    @RahulDas-rz2bu 2 роки тому +53

    বাস্তৱক মানি লোৱা আগতে। এনেকুৱা ভাষণ শুনি হে ভাল লাগে। বাস্তৱত ৰূপায়িত কৰা খুব কঠিন।

  • @srigunajitsharma8282
    @srigunajitsharma8282 6 місяців тому +8

    Apunak ❤❤🙏 ,kotha apunar dore hb lage ,apunar dore akhil Gogoi jodi kotha kole hoi rayjor support pale hoi

  • @mintumonidas2771
    @mintumonidas2771 2 роки тому +12

    সুন্দৰ লাগিলে কথাকেইতা শুনি ।

  • @jayshreedas2538
    @jayshreedas2538 Рік тому +8

    ৱাহ!সুন্দৰ

  • @dkvlogs0145
    @dkvlogs0145 2 роки тому +22

    ভাষণটো শুনি বহুত বহুত ভাল লাগিল । কিন্তু মানুহে কেৱল ভাষণ দিলেই নহয়।
    অসমৰ ৰাজনীতিৰ ইতিহাসত বৰ্তমানলৈকে যিমান বিলাক নেতাই জাতিৰ নামত ৰাজনীতি কৰি আহিছে কেৱল মাত্ৰ নিজৰ স্বাৰ্থ পূৰণৰ লক্ষ্য আগত ৰাখিয়েই ডাঙৰ ডাঙৰ ভাষণ প্ৰদান কৰি আহিছে। এই বাবে অসমীয়াত এষাৰ কথা আছে , লংকালৈ যিহে যায় সি ৰাৱণ হয়।
    লগতে তামিলনাডুৰ কথা ইয়াত বাৰে উল্লেখ কৰা হৈছে, তামিলনাডুৰ জনতাৰ লগত অসমৰ জনতাৰ তুলনা কৰিব নোৱাৰি। কাৰণটো হৈছে তামিলনাডুত শিক্ষাৰ লগত কৰ্ম তুলনা নকৰে। কিন্তু আমাৰ ইয়াত BA pass কৰা লৰাই হাজিৰা নকৰে। কৰে মাথো আন্দোলন, আন্দোলন আৰু আন্দোলন

  • @rajuramray4964
    @rajuramray4964 2 роки тому +5

    আপুনি ভাষণটো ভালেই দিছে ,সুন্দৰ

  • @bhaskarborah4254
    @bhaskarborah4254 2 роки тому +32

    দীৰ্ঘদজীৱি হোৱা। জয় আই অসম।

  • @user-ey5ie1ei1c
    @user-ey5ie1ei1c 11 місяців тому +5

    Bhal lagil

  • @bhanimaborgohain-xy1he
    @bhanimaborgohain-xy1he 4 місяці тому

    অতি সুন্দৰ,ভাল লাগিল , ধৈনয়বাদ আপুনালৈ

  • @dipikakonwar8315
    @dipikakonwar8315 5 місяців тому

    বৰ ভাল লাগে তোমাৰ কথাবোৰ। এনেকৈয়ে থাকিবা । আশীৰ্বাদ থাকিল।

  • @mrinaligogoi5823
    @mrinaligogoi5823 5 місяців тому +2

    Oti hundor ❤❤❤

  • @biswajitnath4703
    @biswajitnath4703 5 місяців тому +1

    Bohut val lagil kotha khini xuni.xokolo axom basiye xuna usit ei kotha khini.

  • @janulahon9911
    @janulahon9911 5 місяців тому +1

    একেবাৰে সচা কথা।মৰমৰ ছাত্ৰ জনে কোৱা কথাখিনি মানি চলিলেহে অসম বাচিব। 🎉🎉

  • @seutibhuyan
    @seutibhuyan 5 місяців тому +2

    ট্ৰিদিপ ৰ চিন্তা ক অসমৰ জনগণই সহাইৰি জানুৱা উচিত।। জয় আই অসম

  • @iliasali-kq1ut
    @iliasali-kq1ut 5 місяців тому

    Every Assamese should try to think like you for his native land. Thaks to you for your patriotic speech.

  • @nilishaika5262
    @nilishaika5262 8 місяців тому +4

    Hundar.

  • @lipikabhuyan6979
    @lipikabhuyan6979 6 місяців тому +5

    সুন্দৰ

  • @puspadhar6239
    @puspadhar6239 5 місяців тому +1

    Best expression, I hope new generation follow you

  • @samiulhoque6488
    @samiulhoque6488 5 місяців тому

    বহুত সুন্দৰ,(জয় আই অসম 👍👍

  • @anjugogoi2390
    @anjugogoi2390 5 місяців тому +1

    Bohut. Val. Kotha. Ajp. Zindabad

  • @saurabhgogoi8744
    @saurabhgogoi8744 5 місяців тому +2

    ভাল লাগিল।

  • @uttambhuyan6413
    @uttambhuyan6413 2 роки тому +8

    অতি সুন্দৰ শুৱলা ভাষণ সকলোৱে বুজিব পৰাকৈ কৈছে )

  • @mukutborah4081
    @mukutborah4081 5 місяців тому +1

    অতি সুন্দৰ বক্তব্য। ভাল লাগিব।

  • @musficali6843
    @musficali6843 5 місяців тому +1

    বহুত বহুত ধন্যবাদ

  • @nagendas9671
    @nagendas9671 4 місяці тому

    ভাল লাগিল অসমীয়া জাতিৰ হৈ সকলো ওলাই আহক ।

  • @minaborahvlogs6348
    @minaborahvlogs6348 Рік тому +6

    অতি সুন্দৰ ভাল লাগিল 🥰

  • @munindradeka5934
    @munindradeka5934 2 роки тому +4

    Bhal lagil, moi lagat aaso,, jai aai assam

  • @manjugohain6786
    @manjugohain6786 5 місяців тому

    সুন্দৰ বক্তব্য দিয়াৰ বাবে ধন্যবাদ ।

  • @uttambhuyan6413
    @uttambhuyan6413 2 роки тому +7

    হয় সচা কথা সৎ সত্য সনাতন (জয় হিন্দ জয় আই অসম ) অউম শান্তি )

  • @dipenboro7210
    @dipenboro7210 5 місяців тому +2

    VERI. GOOD. BHAI

  • @LakhyajyotiSaikia-iz3yg
    @LakhyajyotiSaikia-iz3yg 5 місяців тому +1

    Future of Assam has been rise.

  • @nanimabora
    @nanimabora 5 місяців тому +2

    অতি সুন্দৰ

  • @bitulsaikia6055
    @bitulsaikia6055 2 роки тому +6

    Val kotha koise . So very good 👍

  • @konkon3774
    @konkon3774 Рік тому +6

    Majja

  • @sanjitkumarswargiary8092
    @sanjitkumarswargiary8092 2 роки тому +5

    Bor xundor bhaxon.

  • @ramendrasarmah9040
    @ramendrasarmah9040 5 місяців тому +2

    দাদা সুন্দৰ

  • @padumibaruah2798
    @padumibaruah2798 Рік тому +4

    Dhunia Boktobyo uposthapon korisa vaiti sotyor Sodai joi hoboii

  • @hemolotasonowal9146
    @hemolotasonowal9146 2 роки тому +25

    ইমান ধুনীয়া ভাষন শুনীয়ে থকিব মন যায়

  • @lachitdas7038
    @lachitdas7038 7 місяців тому +3

    সুন্দৰ বক্তব্য ❤

  • @user-gp4nn5sf2z
    @user-gp4nn5sf2z 6 місяців тому +6

    শুভ কামনাৰে,জয় আই অসম।🌷👌

  • @mamonisaikia543
    @mamonisaikia543 3 місяці тому

    ধূনীয়া কথা ভাল লাগিছে আগুৱাই যোৱা

  • @JitusonowaljituJitusonow-zn1ho
    @JitusonowaljituJitusonow-zn1ho 5 місяців тому

    অতি সুন্দৰ বন্ধু জয় আই অসম৷

  • @rajuramray4964
    @rajuramray4964 2 роки тому +40

    আপুনি ভাষণটো ভালেই দিছে, সুন্দৰ কথা কৈছা কিন্তু আপুনি যদি অসমৰ মুখ্যমন্ত্ৰী পদটো পায় আপুনি ও একে পথেৰে যাব ১০০% মই লিখি দিম। আজি যিটো পথেৰে গৈ আছে আজিৰ মুখ্য ভূমিকাত থকা মানুহ বোৰ আপুনি ও একেটা পথেই বাছি লবি

    • @manashjyotiray5648
      @manashjyotiray5648 2 роки тому +1

      এক দম সঠিক... মই কোনো ৰাজনৈতীক দলৰ নহয়

    • @kamaltalukdar8884
      @kamaltalukdar8884 6 місяців тому

      Absolutely right

  • @farhasuhana9646
    @farhasuhana9646 2 роки тому +5

    আগুৱাই যাওঁক দাদা ❤

  • @pradipbasumatary4080
    @pradipbasumatary4080 Рік тому +1

    Very best speach. I hope AJP follow his speach.

  • @janulahon9911
    @janulahon9911 5 місяців тому

    বহুত বহুত শুভাশিষ ছাত্ৰ জনলৈ।

  • @rupalahon-bt3zn
    @rupalahon-bt3zn 5 місяців тому +1

    Ati hundor vakhon

  • @prasantadas2828
    @prasantadas2828 4 місяці тому

    তোমাৰ দৰে যেন আৰু সহস্ৰ জন নসুৰুজ উদয় হওঁক তাৰে কামনা কৰিলোঁ ।

  • @dhirendeka2690
    @dhirendeka2690 2 роки тому +10

    ল'ৰা জনৰ ভাষণটো ভাল লাগিছে । ননী গোপাল মহন্ত দেৱৰ টাইপৰ ভাষণ ।

    • @parishmitayoutubebar5671
      @parishmitayoutubebar5671 Рік тому +1

      ময়ুৰ বৰাৰ ভাষণৰ দৰে

    • @pratimasarma1737
      @pratimasarma1737 5 місяців тому

      ননী গোপাল মহন্তৰ লগত তুলনা কৰিব পৰা নাযায়।