PRIME TIME 18 | কংগ্ৰেছ দলৰ অস্তিত্ব নাকচ কৰি অখিল গগৈয়ে কৰাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা ভূপেন বৰাৰ |

Поділитися
Вставка
  • Опубліковано 23 тра 2024
  • PRIME TIME 18 | কংগ্ৰেছ দলৰ অস্তিত্ব নাকচ কৰি অখিল গগৈয়ে কৰাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা ভূপেন বৰাৰ |
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #akhilgogoi #bhupenborah
    #zubeengarg #guwahatipolice #gauhatihighcourt
    #mangaldoi #guwahatinews #guwahaticrime
    #lakhimpurnews #lakhimpur #crime #crimenews2024 #assampolitics #khelmatipolicestation #dhubrifire #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/desc-youtube
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

КОМЕНТАРІ • 30

  • @ramnathborah7356
    @ramnathborah7356 Місяць тому +4

    বিৰুধী ঐক্য শক্তিশালী এয়া সুবিধাবাদিয়ে সুযোগ বুজি জিকোনো কৰিবলৈ সাজুহৈ আছে সাৱধান

  • @user-ns9nr9ky2h
    @user-ns9nr9ky2h Місяць тому +4

    খোৱা কামোৰা কৰি ৰাইজক দেখাই থকাতকৈ একত্ৰিত নোহোৱাই ভাল পাৰিলে ভেজা নোলোৱাকৈ চিন্তা কৰক।

  • @user-fy3hr4me4d
    @user-fy3hr4me4d Місяць тому +17

    ভূপেন বৰাৰ ভুলৰ বাবে অসমত কেইবাখনো লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হাৰিব

  • @lakhikurmi3144
    @lakhikurmi3144 Місяць тому +2

    Advance payment হৈছিল,full payment এতিয়া দিয়া নাই চাগে.....

  • @mohendradohutia
    @mohendradohutia Місяць тому +6

    নিজৰ ভিতৰত খোৱাকামোৰা লাগি একো লাভ নাই।অখিল গগৈয়ে সত্য কথা কৈছে। ভূপেন বৰাই পত্ৰ লিখি ৰাজহুৱা কৰিব নালাগিছিল।কলে কলে আৰু ।যদি এনে ধৰনে কাজিয়া সূত্ৰপাত হয়, তেনেহলে অসমৰ বাবে এক লজ্জা জনক পৰিবেশ সৃষ্টি হব।২০২৬ ত একো নহব। অনুগ্ৰহ কৰি ভাই ককাই দৰে মিলি থাকক।আমি সকলোৱে মিলি থাকো। ধন্যবাদ

    • @beautyhazarika7039
      @beautyhazarika7039 Місяць тому +1

      Aku. Lav. Nohob. Bora ❤akhomor. Raijok. Lajot Nepelab. Bora . ❤❤ Bora Apunar Pora. Congress Zindabad nohoi Murdabad. Hob 2026 at .

    • @ujjaldutta3645
      @ujjaldutta3645 Місяць тому

      Bhupen borah thkile Congress caa andulonor dore hobo

  • @MofidulIslam-mt1eg
    @MofidulIslam-mt1eg Місяць тому +2

    কংগ্ৰেছত যিয়ে যোগ দিছে তাৰ কাম শেষ

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 27 днів тому

    এইবোৰক বিশ্বাসত নোলোৱাই ৰাইজৰ মঙ্গল ৷

  • @user-mc5dw9eu7y
    @user-mc5dw9eu7y Місяць тому +2

    Bora Compromise

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k Місяць тому

    Bhogoban bhola kore.sap ..bang durot obßthañ kóre.

  • @KhagenChGogoi
    @KhagenChGogoi Місяць тому

    Intermediate reactionr pecptd no prblm

  • @AAMIRKHANAHANAOFFICIAL
    @AAMIRKHANAHANAOFFICIAL 28 днів тому

    কংগ্ৰেছী এটা বেয়া গোন্ধ আৰু বিয়পাই নাথাকিব, এইবোৰৰ বাবেই কংগ্ৰেছ ডুবিছিল। আঞ্চলিক জাতীয়তাবাদী বিৰোধী ঐক্য একে মন,মানসিকতা সম্পন্ন মনোভাব হব লাগে,নহলে কাম নহব ভৱিষ্যতত, অখিলে কিবা কৈছে একেবাৰে অযুক্তিকৰ কোৱা নাই,মইয়ো তেখেতৰ ভাষ্য খিনি শুনিছোঁ, যিহেতু যোৱা লোক সভা নিৰ্বাচনত অখিল এষ্টিভভাবে লাগি আছিল আৰু ভাল এটা ভূমিকা নিৰূপণ কৰিছে। গতিকে কিবা কৈছে একো ডাঙৰ কৰিব নালাগে নহয় বিষয়টো কৈছে কৈছেই আৰু! যদি জাতীয়তাবাদীৰ শ্লোগান গাই দুই দিন থাকি, যোৱাৰাতি একেলগে ৰাতিৰ আহাৰ গ্ৰহণ কৰি আকৌ আজিয়েই কি কয় এইয়া দুৰ্ভাগ্যজনক দিশ,,। এইবোৰ টনা আজোৰা চিষ্টেম বাদ দিয়ক, নহলে 2026ত কংগ্ৰেছ একেবাৰে ধ্বংস হব। গতিকে ভাই ভাই হিচাপে দেশ,জাতি আৰু দেশৰ উন্নতিৰ সপক্ষে জাতীয়তাবাদী দিশক প্ৰধান্য দিয়ক,এইবোৰ দুৰ্গন্ধ নিবিয়াপ,, নহলে আৰু বেছি বেয়া দিন আহিব ভূপেন দা👍👍 আপুনি তেখেতৰ লগত ব্যক্তিগতভাৱে জনাব লাগিছিল যদি দলৰ ভৱিষ্যতৰ বাবে বেয়া কথা উপস্থাপন কৰিছে,ৰাজহুৱা কিয় কৰে চব কথা,,শত্ৰুক কিয় সুযোগ দিয়ে আপোনালোকক লৈ টুলুঙা মন্তব্য কৰিবলৈ,,, সংযত হওক তেতিয়া হে ভাল দিন আহিব👍

  • @monikantakuli7737
    @monikantakuli7737 Місяць тому +1

    Absolutely right comment given by Akhil Gogoi.

  • @DhirenChDeka
    @DhirenChDeka 29 днів тому +1

    😅

  • @junjyotigogoi5074
    @junjyotigogoi5074 Місяць тому +1

    কথাখিনি হয় ।

  • @bilashchandradoley2544
    @bilashchandradoley2544 Місяць тому +1

    সংঘাত নহয়। এইটো মেদিয়াত কব লগা নহয়।ভুপেন বৰা আৰু অখিল ৰ মাজত একো নাই। দুয়ো বন্ধু

  • @chowarabinda
    @chowarabinda 28 днів тому

    Boradewapuni akole paribo Kanu?

  • @brojenkhargharia15
    @brojenkhargharia15 Місяць тому

    Vopan kongrasot nothoka val

  • @bilashchandradoley2544
    @bilashchandradoley2544 Місяць тому

    Bhupen bora should be withdrwan the letter

  • @MirakhanikarBorah
    @MirakhanikarBorah Місяць тому +1

    ভূপেন borah wrong dicison পৰিতাপৰ boshoy

  • @brojenkhargharia15
    @brojenkhargharia15 Місяць тому

    Degonto ata moha fatoya

  • @PonkojPegu-vr4lt
    @PonkojPegu-vr4lt Місяць тому

    Akhil gogoi jindabad

  • @fulbarhussain8002
    @fulbarhussain8002 Місяць тому

    wokil goguy bohut bal manuh wokil goguy nathakile cogres naykiya holeten akhono ason na aheleten wokil da jinda bad

  • @HaruAhmed-mb8wi
    @HaruAhmed-mb8wi Місяць тому

    Bhupener babey Congress 26 aot nichinna hoay jaab.

  • @DhirenChDeka
    @DhirenChDeka 29 днів тому

    😅

  • @DhirenChDeka
    @DhirenChDeka 29 днів тому

    😅