THE PRIME SHOW | আজমলক গ্ৰেপ্তাৰ নকৰাৰ কাৰণ দৰ্শালে মুখ্যমন্ত্ৰীয়ে | আজমলক লৈ গৰম ৰাজনীতি |

Поділитися
Вставка
  • Опубліковано 9 лют 2025
  • THE PRIME SHOW | আজমলক গ্ৰেপ্তাৰ নকৰাৰ কাৰণ দৰ্শালে মুখ্যমন্ত্ৰীয়ে | আজমলক লৈ গৰম ৰাজনীতি |
    #theprimeshow #himantabiswasarma #badruddinajmal #assampolitics #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 265

  • @BittuRoy-p1f
    @BittuRoy-p1f 10 місяців тому +56

    Hemant Biswas Sharma sir is doing great job but A Request to you CM Sir Take an strict action Against these Corrupted officers also should aware with Assam Civil Government offices officers are all corrupted. Grade 4 Employees are facing issue. In Assam

  • @nomaldas1021
    @nomaldas1021 7 місяців тому +18

    ভাল কথা কৈছে

  • @abdulkhalequemondal9591
    @abdulkhalequemondal9591 Рік тому +31

    আজমল আৰু আমাৰ CM sir ৰ নাটক চলিয়ে থাকিব

  • @dipakkalita7034
    @dipakkalita7034 Рік тому +27

    আজমল মামা ভাই ভাই ।

  • @harenpanging3275
    @harenpanging3275 Рік тому +18

    এই বিজেপি বিলাকৰ শক্তি আছে যদি আজমলক গ্ৰেপ্তাৰ কৰক ৷৷নতু বিদেশী বুলি দেশৰ পৰা বহিস্কাৰ কৰি দেখুৱাই দিয়ক ৷ মিছামিছি পৰ নিন্দাৰ বাহিৰে। কি আছে ?

  • @kangkankhakhalary-se7rg
    @kangkankhakhalary-se7rg Рік тому +17

    বদৰ হিমু ভাই ভাই ৷ এটিয়া বুজিবলৈ বাকী নাই ৷

  • @bipulali9045
    @bipulali9045 Рік тому +11

    আজমল আৰু cm ৰ একে কথা

  • @jagatpandey667
    @jagatpandey667 11 місяців тому +1

    Dhank you c m sir🎉

  • @ranjandowari5480
    @ranjandowari5480 Рік тому +19

    নিজৰ ভৰিত নিজেই কুঠাঘাত কৰা অসমীয়া । সুবিধাবাদী চম্পাকে আদৰ্শ

  • @MangalBoro-m6h
    @MangalBoro-m6h Місяць тому

    নহয় নহয় কেজুৰেলৰ কথা নকবা ইয়াত অসমত আপোনি কেজুৰেলৰ কথাকলৈ নকবা অসমত

  • @umeshkardong6116
    @umeshkardong6116 Рік тому +2

    আমি চাই আছো ।মই হোৱা হলে টেবুল নালাগে কুশল শৰ্মাকেই ধকিয়ালো হেতেন।কাৰণ তেওঁ আনৰ যুক্তি শুনিব নিবিচাৰে। চাও তহতে আজ্মলক কেইদিন জেলত ৰাখে।

  • @nirankhakhlary8955
    @nirankhakhlary8955 Рік тому +2

    আৰে ভাই আখামত দেখোঁ তোমাৰে চৰকাৰে চলি আছে!

  • @nabajitsaikia1217
    @nabajitsaikia1217 Рік тому +5

    Good sir

  • @tapanchandrakalita6420
    @tapanchandrakalita6420 Рік тому +6

    Thank you C.M sir

  • @RomoniDuwarah
    @RomoniDuwarah Рік тому

    Yes your right

  • @JitenBorah-g7f
    @JitenBorah-g7f Рік тому +11

    অসমৰ জাতিয় সম্পদক অপমান কৰা
    সমৰ্পকত আইন সংগত এটা ধাৰা প্ৰস্তুত
    কৰিবলাগে, অতিজৰুৰী ভাৱে কেবিনেটে ব্যৱস্হা লওক

    • @bhupendrachaliha2902
      @bhupendrachaliha2902 Рік тому +1

      আইৰ অনাদৰ কৰা বোৰ কুকুৰৰ জীয়েক পুতেক।

    • @bhupendrachaliha2902
      @bhupendrachaliha2902 Рік тому

      সমৰ্থন কৰিছো।

    • @bhupendrachaliha2902
      @bhupendrachaliha2902 Рік тому

      আইণৰ আও তাৰ ওপৰত
      জপিয়াই জপিয়াই জপিয়াই
      নিজৰ পোকৰত টেক টেকিয়া আনৰ পোকৰত
      পানী ছটিয়াই দিয়া।

    • @aslaminkhan9952
      @aslaminkhan9952 Рік тому

      Yes . Jeatia boniay oxomeya manuhok othosar korea teatia cm kot Jay aybur kiba gom paynea . Atia oxomeya 80% baheror manuhea dom domay asea. Hebur ki. Ajmol ??

    • @JayantiBasumatary-z2t
      @JayantiBasumatary-z2t Рік тому

      8i
      .​@@bhupendrachaliha2902

  • @SatyamevaJayate-hq4pn
    @SatyamevaJayate-hq4pn 9 місяців тому +1

    আজমলক হৈছে এজন Brand অসমৰ৷

  • @monkaman4394
    @monkaman4394 Рік тому +5

    পাগলৰ ধৰে কাজিয়া কৰাটো ৰাইজৰ বাবে দূৰ্ভাগ্যজনক।

  • @dipakkalita7034
    @dipakkalita7034 Рік тому +2

    আজমল মামা ভাই ভাই গেপ্তাৰ কৰাৰ নজিৰ নাই ।

    • @kbrshortvideo5194
      @kbrshortvideo5194 9 місяців тому

      😊😊😊😊😊😊😊😊😊😊😊😊।।।।,।।

  • @azharazizlaskar85
    @azharazizlaskar85 11 місяців тому +4

    Ajmal geraptar korok aru Aiudf black list korok
    Assam or politics e ses hoye jaboo

  • @mukundadeka3213
    @mukundadeka3213 Рік тому +1

    ইহঁত দুটা বিদূৰ ভাই।

  • @AkhtaraliAli-t9p
    @AkhtaraliAli-t9p 9 місяців тому +1

    আজমলৰকৈ হিমন্তই অসমীয়া জাতিতোক বেচি অন্নাই কৰিচে ইয়াৰ কথা সুনি লাভ নাই

  • @sajaldas8941
    @sajaldas8941 Рік тому

    ❤❤ good and very good

  • @hemantaborgohain4493
    @hemantaborgohain4493 Рік тому +20

    লোককে দেখুৱাই কেতেৰাই মাতিবা ভিতৰি নেৰিবা বেথা ।

    • @abdulkhalequemondal9591
      @abdulkhalequemondal9591 Рік тому

      এক দম সছা

    • @balenphukan9438
      @balenphukan9438 Рік тому +1

      ❤😂😊

    • @অসমীয়ালৰা-ট২দ
      @অসমীয়ালৰা-ট২দ Рік тому +1

      গেদাৰ আগকাটা বাৰিৰ সোবাদ লৈছা চুদিৰভাই???

    • @hemantaborgohain4493
      @hemantaborgohain4493 Рік тому

      @@অসমীয়ালৰা-ট২দ 🙏 আপুনি অসমীয়া লৰা সঁচানে অসমীয়া । সমাজত এনে অশ্লীল শব্দ , তাকো সম্পূৰ্ণ শুদ্ধ হোৱা নাই। ভালেই লাগিল Replyটো পঢ়ি । আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় । ৰাজনীতি নেতাই কৰে । আমাৰ মূৰত কঠাল ভাঙি খায় । সিহঁতৰ বাবে সকলো সম্ভৱ । আপোনাৰ মোৰ মূল্য নিৰ্বাচনৰ সময়তহে । গতিকে অভদ্ৰ কথাৰে আমাৰ মাজত শত্ৰু হৈ লাভ আছেনে ? ভূলহলে মাফ কৰিব । ঈশ্বৰে আপোনাৰ মঙ্গল কৰক । আমাৰ বাবে মুছলিম, হিন্দু বঙালী সকলোৱে বিদেশী । ধন্যবাদ । জয় আই অসম ।

    • @NayanSharma-k5b
      @NayanSharma-k5b 11 місяців тому

      Ni 0:21 0:21 ​@@abdulkhalequemondal9591

  • @bilashchandradoley2544
    @bilashchandradoley2544 Рік тому +1

    সংবাদিকে বি,জে,পি ৰ সপক্ষে কৈছে

  • @muhonmuhondas
    @muhonmuhondas 4 місяці тому

    C M sir your voice right thanks,

  • @jagatpandey667
    @jagatpandey667 11 місяців тому

    dhanyabaad sir❤

  • @SuheliLaskar-qj2du
    @SuheliLaskar-qj2du Рік тому +6

    Do Fear God. ..then injustice.. violence....will b Zero. in our Society

  • @rinkushivam8759
    @rinkushivam8759 Рік тому +7

    CM ZINDABAD

  • @nabajitsaikia1217
    @nabajitsaikia1217 Рік тому +6

    Jaihind cm sir I am very happy

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 Рік тому

    নাৰীক উচতুৱা ৰাজনীতি মানৱজাতিৰ দূৰ্ভাগ্য!

  • @sibanathburagohain7573
    @sibanathburagohain7573 7 місяців тому

    এইবোৰ ৰাইজে শুনক সত্ৰৰ মাটি দখলৰ বিৰুদ্ধে যি কথা কয় অসমত সৰু বৰ সকলো পৰিদৰ্শন কৰে যেন। ধন্যবাদ

  • @pradipkumarbrahma8349
    @pradipkumarbrahma8349 11 місяців тому +1

    After alienation of BPF the BJP is suffering from severe nemesis,

  • @DilipSaikia-qx6by
    @DilipSaikia-qx6by Рік тому

    ভূপেন পেগু এজন জি অসমৰ ৰাইজৰ আগত কেনেকে কথা কবলাগে তাক নাজানে হেইজন ভূপেন পেগু আমাৰ ৰাইজে তেওঁক মূৰ্খ কোৱা হৈছে।

  • @MAINULHOQUE-i4o
    @MAINULHOQUE-i4o Рік тому +1

    মুঠতে আজমল বন্দনাই কামত দিয়ে। লাগি থাকক।

  • @BabulHussain-m4k
    @BabulHussain-m4k 5 місяців тому

    আজমোল চাহাবৰ বয়স হল ,মানুহৰ বয়স হোৱাৰ লগে লগে জীৱনৰ কৰ্মফলবোৰ পাবোলৈ আৰম্ভ হয়...গতিকে জেইলত থকা আৰু বাহিৰত থকা একেই....

  • @AkhtaraliAli-t9p
    @AkhtaraliAli-t9p 9 місяців тому

    এই সান্বাদিক জনৰ কথা বাৰ্তাত তেওজে এতা বিক্ৰী হোৱা জেন লাগে

  • @abanidas6895
    @abanidas6895 11 місяців тому

    আপোনালোকে কথা কব জানে। আপোনালোকৰ কথা শুনি ভাল লাগে।

  • @MukulDas-l2m
    @MukulDas-l2m Рік тому +5

    আমাৰ উজানিত আজমল কোন কোনেও নাজানে। সচাঁকৈ যদি অসমীয়া সম্পদক অপমান কৰিছে অসমীয়া ভাষীক অসমীয়া সমাজে উচিত ব্যবস্থা হাতত লব লাগে।

  • @DigantaBora-j3g
    @DigantaBora-j3g Рік тому

    ❤. Like shar good

  • @safedali5491
    @safedali5491 6 місяців тому

    আজমলক সুৰক্ষা দিয়া সকল আজমল নহয় নে

  • @ishantechnicalmature
    @ishantechnicalmature 3 місяці тому

    Ajmal is an ominous symbol of Assamese culture

  • @rajdeepsaharia1556
    @rajdeepsaharia1556 Рік тому +3

    হা..হা..হা.

  • @MangalBoro-m6h
    @MangalBoro-m6h Місяць тому

    কিন্তু অসমত অসমীয়াই অসমীয়াক মাৰিবলৈ খোজে আজি কালি আৰু অসমীয়াই বুজা বুজি নাই আৰু অসমত অসমীয়াই বেছি কাজিয়া কৰে এনেকোৱা হলে অসম কেনেকোৱা বাছি থাকিব

  • @AmirHamza1amir.
    @AmirHamza1amir. Рік тому +2

    এইজন আজমলে মানে ৰাজ সাহায্য দিয়ে সেইকাৰণে এইজনক গ্ৰেপ্তাৰ নকৰে।

  • @ruhitdihingia8210
    @ruhitdihingia8210 Рік тому +5

    আজমল " প্ৰতীকী" কিদৰে হব পাৰে??? সাংবাদিক গৰাকীয়ে ভাল দৰে বুজাই দিব পাৰিব বুলি আমি " সন্দেহ "কৰো।

  • @anushmitabarman8892
    @anushmitabarman8892 Рік тому

    সেই আজমলক লৈয়ে আপুনি ৰাজনীতি কৰি আছে।

  • @sacindradeka8192
    @sacindradeka8192 Рік тому +1

    পাৰে যদি শিপাডালকে উভালক ।্

  • @hirendas3850
    @hirendas3850 8 місяців тому

    Thanks

  • @SyedMaidulIslam-im6ct
    @SyedMaidulIslam-im6ct 11 місяців тому +1

    বাইদেউর কথাবিলাক অতিকৈ স্পষ্ট।

  • @poruflodas7369
    @poruflodas7369 10 місяців тому

    Dhanya bad mama

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 Рік тому

    আচলতে হিমন্তই ভোটাৰক ব্যক্তিকেন্দ্ৰিক কৰি সততা,মানৱতা,সভ্যতা,সমাজবাদ চোবাই নিছে আৰু তাকে সৰহসংখ্যকে ইয়াক লৈছে ।যিবোৰে ইয়াক এই সুযোগ দিছে সিহঁতক সিহঁতৰ সন্তানে জবাব দিব!

  • @horenpachung-lz6uw
    @horenpachung-lz6uw Рік тому +1

    অ বাইদেউ তুমি যিমানেই চিঞৰক এখনো শাসন নাপায়।

  • @TankeswarMajumder-bl1sq
    @TankeswarMajumder-bl1sq Рік тому

    Right

  • @bkalita3283
    @bkalita3283 8 місяців тому +1

    Thanks to AAP Representative I thank her expression

  • @nanimabora
    @nanimabora Рік тому +1

    অনুৰূপে বাইদেৱে কিয় চিঞৰিছে

  • @nirankhakhlary8955
    @nirankhakhlary8955 Рік тому

    চেলেং চাদৰ অপমান কৰাজনক গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয় ?????

  • @lakhikalita8394
    @lakhikalita8394 Рік тому +1

    মামা তুলুঙা কথা নকব

  • @MangalBoro-m6h
    @MangalBoro-m6h Місяць тому

    নহয় নহয় বা্্লা দেশৰ মানুহক কোনে জাগা দিয়ে মছিলিম মানুহটোৱে জাগা দিয়ে নহ'লে কোনে দিয়ে চুপ মছিলিমেটোৱে দিয়েই নহ'লে কত থাকি হাজিৰা কাম কৰি লাচতত ঘৰৰ বনাবলৈ জুগা কৰে

  • @PhulonHazrika
    @PhulonHazrika 8 місяців тому

    ❤carett. Ansa

  • @rajivhajong7279
    @rajivhajong7279 4 місяці тому

    We hatycongress of Assam

  • @NasirUddinAhmed-z7b
    @NasirUddinAhmed-z7b 6 місяців тому +1

    Our C.M.forget his previous Character.He though he is a God of Assam.

  • @NurulIslam-rd4yb
    @NurulIslam-rd4yb Рік тому

    Thanks madam

  • @birsingnarzary1375
    @birsingnarzary1375 Рік тому

    অসমীয়াৰ শতৰু বদৰদ্দিন। তাক বয়কট ৰাইজে কৰিলো।

  • @pulinsharma8826
    @pulinsharma8826 Рік тому +4

    যি কেইজনে এই গামোচা চেলেং চাদৰ জাপি শৰাই দি ভৰিত ধৰি থাকে তেওলোকে এইক্ষেত্ৰত দায়ী।

  • @HobibAhmed-k8k
    @HobibAhmed-k8k 9 місяців тому

    Tank you madam it is carat

  • @joyrambora8105
    @joyrambora8105 11 місяців тому

    চেলেং দিয়া মানুহ বিলাক কেনেকোৱা তেওঁ লোক পাগল নেকি

  • @inglishvlogs1015
    @inglishvlogs1015 Рік тому +1

    দুয়োজনে একে

  • @AmMintuIntartitment
    @AmMintuIntartitment Рік тому +5

    আপুনিও মাটি চোৰ আজমল

  • @bkalita3283
    @bkalita3283 8 місяців тому

    Untolerable behaviour of M L A

  • @chandiramkhatowal9632
    @chandiramkhatowal9632 Рік тому

    Good tinsukia assam

  • @ramenborah3207
    @ramenborah3207 Рік тому

    মহম্মদ চম্পক ৰ কথা বিলাক ভাল লগা নাই, মই কিন্তু বিজেপি নহয় দেই মহম্মদ চম্পক ।

  • @rinkushivam8759
    @rinkushivam8759 Рік тому +2

    Usit kotha kole Laz paay

  • @abduljalil716
    @abduljalil716 Рік тому +4

    আজমল আৰু বিজেপি একেটি মূদ্রাৰে ইপিঠি সিপিঠি।

  • @intajulzaman4393
    @intajulzaman4393 Рік тому

    Good mem

  • @Bijoynarah-l6f
    @Bijoynarah-l6f Рік тому

    CM response good comments

  • @nirankhakhlary8955
    @nirankhakhlary8955 Рік тому

    সেইগিলা বাদ দিয়ক , আপোনাৰ আইনে কি কয়???

  • @budheswarnath6516
    @budheswarnath6516 Рік тому

    গা এৰা দিয়া মন্তব্য 😊😅

  • @kushalgogoi9200
    @kushalgogoi9200 Рік тому

    এই সকলো বোৰ যধামূৰ্খ , কৰণ তেওঁ লোকে কাৰো কথা শুনিবলৈ ধৈয্য নাথাকে ৷

  • @nanimabora
    @nanimabora Рік тому

    এনেদৰে চিঞৰ বাখৰ কৰিলে ভাল নালাগে

  • @lalitpukan4197
    @lalitpukan4197 Рік тому

    বসুনধৰাই অসমত ২৩%ই ঠাই পাইছে। বাকীবোৰ কি হ'ল?পেগু

  • @SriCCDas
    @SriCCDas 3 місяці тому

    আচল কথা নকয় ফালটো কথা নকব।

  • @AbdulJalil-qv7yf
    @AbdulJalil-qv7yf Рік тому

    আজি খাটাং কথা কৈ দিলে এইজন আজমলৰ লগত শত্ৰু নাই

  • @bilashchandradoley2544
    @bilashchandradoley2544 Рік тому

    সাংবাদিক নিৰপেক্ষ হব লাগে

  • @AmirHamza1amir.
    @AmirHamza1amir. Рік тому +1

    গৰু বেপাৰ কৰিলে কি বেয়া কথা চুৰি নকৰিলেই হয়।

  • @umeshkardong6116
    @umeshkardong6116 Рік тому

    এই বান্দৰী জনীও আনৰ কথা শুনিব নোখোজে ।

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 4 місяці тому

    প্ৰশ্ন কোনে কাক কৰিছে কোনে উত্তৰ দিছে

  • @sunandaborah8177
    @sunandaborah8177 8 місяців тому

    সম্মান কৰিব নজনা মানুহক মাতি নালাগে ।

  • @ChahabPayeng-fx5bl
    @ChahabPayeng-fx5bl Рік тому +1

    Himanta zindabad

  • @j.rahmanrahman6139
    @j.rahmanrahman6139 Рік тому

    Bodoruddin ,Himanto zindabad

  • @psbinstitution1124
    @psbinstitution1124 Рік тому +1

    আজমল আৰু মোৰ অসমৰ মুখ্যমন্ত্ৰী ভাই ভাই। সাম্প্রদায়িক ৰাজনৈতিক মেৰুকৰনেৰ কাৰণে বুঝাবুঝি আছে।

  • @AyanPatgiri
    @AyanPatgiri 11 місяців тому

    Bjp❤❤❤❤❤

  • @kanakchunkrang7273
    @kanakchunkrang7273 6 місяців тому

    এই বাংলাদেশী বিলাকক দিবেইদ দত মাতিব নালাগে !

  • @nurmahammad5125
    @nurmahammad5125 Рік тому

    Chasa mama bai bai

  • @sonarampegu9986
    @sonarampegu9986 Рік тому

    পাগল হল এই জনে। কি কয় আছে।

  • @jagannathborah2022
    @jagannathborah2022 8 місяців тому

    Ajmol asamiargamusha dibo nalage

  • @profullagogoiprafullagogoi6604

    গামোচা / চেলেং আদি বিদেশী মন্ত্ৰী বা পৰ্য্যতকক দিব নেলাগিব নেকি ?

  • @intajulzaman4393
    @intajulzaman4393 Рік тому

    Ajmol Jindabad

  • @shashikantenath1414
    @shashikantenath1414 Рік тому

    AIUDF এটা চোৰ।

  • @azharazizlaskar85
    @azharazizlaskar85 11 місяців тому

    Ajmal mane assam politics