Tumar Babe ~ তোমাৰ বাবে । Pinkal Pratyush | Surabhi Das | Assamese Short Film | Anamika Films

Поділитися
Вставка
  • Опубліковано 7 лют 2025

КОМЕНТАРІ • 6 тис.

  • @PinkalPratyush
    @PinkalPratyush  4 роки тому +2510

    বৰষুণ আৰু ৰ’দৰ মধুৰ আলিংগনৰ পৰশতহে ৰামধেনুয়ে হাহেঁ _ঠিক সেইদৰে আপোনালোকৰ মৰম আৰু আৰ্শীবাদৰ ফলত বহু অপেক্ষাৰ অন্ত পেলাই জীপাল হৈ পৰিল আমাৰ চুটি ছবি "তোমাৰ বাবে" ❤️
    মইও নাজানো প্ৰেমৰ সংজ্ঞা কি ? তথাপিও কল্পনা আৰু দিঠকৰ দোমোজাত বাস্তৱৰ ৰং বোৰ বিচাৰিব শিকিছো , আপোনালোকৰ একাঁজলি মৰম আশীষ নহলে মোৰ বাবে সকলো শূন্য ,প্ৰতিশ্ৰুতি থাকিল আমাৰ ক্ষুদ্ৰ প্ৰয়াসে আপোনালোকৰ ব্যস্ততাপূৰ্ণ জীৱনত এক সুকীয়া মাদকতাৰ ৰং সিঁচিব_
    Team Anamika Films💝

  • @SurabhiDas22
    @SurabhiDas22 4 роки тому +1848

    সকলোকে বহুত বহুত ধন্যবাদ ইমান মৰম উপচাই দিয়াৰ বাবে। কষ্ট বোৰ সার্থক হোৱা দেখি সঁচাকৈ বহুত সুখী 🙏 ❤️❤️❤️

  • @assamesehiker1033
    @assamesehiker1033 4 роки тому +561

    "তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া" বঢ়িয়া লাগিল 👍👍

    • @informationworld5657
      @informationworld5657 4 роки тому +2

      এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘ua-cam.com/video/umGtIhftdj8/v-deo.html

    • @goardeka3756
      @goardeka3756 4 роки тому +2

      Hvy

    • @geniousboy8588
      @geniousboy8588 4 роки тому +3

      Katha 2 video r khatot he real life t bhtt kom

    • @saneswarbarman2211
      @saneswarbarman2211 4 роки тому

      ua-cam.com/video/FVvQrv2sodc/v-deo.html

    • @sauravnath2725
      @sauravnath2725 4 роки тому +1

      @@geniousboy8588 agreed

  • @chakradhar9237
    @chakradhar9237 3 роки тому +102

    "তুমি ধুনীয়া ভাৱে তোমাক ভাল নাপাওঁ , তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া " এই লাইন টো মোৰ হৃদয় জিকিছে 🙏🙏🙏🙏

  • @jiarulislam5447
    @jiarulislam5447 3 роки тому +69

    Pinkal: এটা কথা কি জানা, সাগৰ আৰু ভালপোৱাৰ কোনো লক্ষ নেথাকে, সাগৰে কেৱল বৌ যাৱ জানে আৰু ভালপোৱাই কেৱল ভাল পাব জানে।
    So much love it 💞❣️❣️

  • @ankitasaikia7889
    @ankitasaikia7889 4 роки тому +248

    অনুৰাগ আৰু মৌচুমী 💙🖤❣️
    নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে।
    নদীয়ে বৈ যাব জানে আৰু ভালপোৱাই মাথো ভালপাব জানে❣️❣️।
    Pinkal pratyush 🥺😍😍
    বাৰে বাৰে প্ৰেমত পৰো অ' মাতটোৰ❣️❣️
    সচাকৈয়ে অহংকাৰ‌ আৰু স্বাভিমানৰ মাজত বহুত পাৰ্থক্য 😌
    অশেষ কষ্টৰ সাৰ্থকতা দেখিবলৈ পাইছোঁ সুৰভি বা আৰু পিংকল দাদা❣️❣️

    • @mostakimarrahman9037
      @mostakimarrahman9037 4 роки тому +1

      Kndinr pra imn lixa krsa😂😂

    • @informationworld5657
      @informationworld5657 4 роки тому

      এবাৰ চাবা 👨‍❤️‍💋‍👨😘ua-cam.com/video/umGtIhftdj8/v-deo.html

  • @asfaqrazakhan6592
    @asfaqrazakhan6592 4 роки тому +111

    অহংকাৰ আৰু স্বাভিমানৰ মাজত পাৰ্থক্য আছে ✅❤🙂

  • @darshanabaruah6901
    @darshanabaruah6901 4 роки тому +295

    তুমি ধুনীয়া বাবে তোমাক ভাল নাপাও
    তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া ❣️
    This diolog uff😘😘

  • @mintumonihisofficialaccoun7336
    @mintumonihisofficialaccoun7336 3 роки тому +32

    কি কম আৰু কবলে একো ভাষা বিচাৰি পোৱা নাই ইমান সুন্দৰ লাগিছে লগত আছো SUPPROTকৰি যাম সদায় 👍👍👍

  • @bituchutia1527
    @bituchutia1527 4 роки тому +39

    নদী আৰু ভাল পোৱা মাজত কোনো পাৰ্থক্য নাথাকে .!💓 সচাই কাহিনীটো বহুত ভাল লাগিল 👍👌🌹

  • @MusicalAssamJD
    @MusicalAssamJD 4 роки тому +161

    বহুত বেছি ভাল লাগিল ।
    তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ,
    তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া 💓

  • @MonirulIslam-dk9ep
    @MonirulIslam-dk9ep Рік тому +3

    হ্নদয় চুই যোৱা এটা ভাল পোৱাৰ কাহিনী...তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া❤❤.... your right 👍

  • @debasish_saikia9918
    @debasish_saikia9918 4 роки тому +106

    কি সুন্দৰ ছবি । মোৰ জীৱনৰ আটাইতকৈ ভাল লগা ছবিখন ।

  • @iamnayannilim
    @iamnayannilim 4 роки тому +308

    অহংকাৰ আৰু স্বাভিমানৰ মাজত পাৰ্থক্য আছে!
    Love is eternal!❤️

    • @informationworld5657
      @informationworld5657 4 роки тому +1

      এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘ua-cam.com/video/umGtIhftdj8/v-deo.html

    • @informationworld5657
      @informationworld5657 4 роки тому +1

      এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘ua-cam.com/video/umGtIhftdj8/v-deo.html

    • @saneswarbarman2211
      @saneswarbarman2211 4 роки тому

      ua-cam.com/video/FVvQrv2sodc/v-deo.html

    • @Science-Daily
      @Science-Daily 2 роки тому

      love is the most worst feeling

  • @MOON-yp9qe
    @MOON-yp9qe 4 роки тому +31

    তুমি ধুনীয়া বাবে তোমাক ভাল নাপাও, তোমাক ভাল পাও বাবে তুমি ধুনীয়া। ❤❤❤
    আকৌ কৈছো তোমাক ভালপোৱাৰ কোনো লক্ষ্য নাথাকে,নদীয়ে মাথো বৈ যাব জানে আৰু ভালপোৱাই মাথো ভাল পাব জানে। ❤❤❤ Amazing line🔥🔥🔥

    • @informationworld5657
      @informationworld5657 4 роки тому

      এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘ua-cam.com/video/umGtIhftdj8/v-deo.html

    • @MOON-yp9qe
      @MOON-yp9qe 4 роки тому

      @@informationworld5657 নিশ্চয় চাম

  • @madhusmitagoswami2505
    @madhusmitagoswami2505 2 роки тому +4

    আপোনাৰ প্রতিখন Short flim যে ইমান ধুনীয়া হয় কবলৈ ওচৰত ভাষাই নোহোৱা হৈ যায় চোন❤️💞

  • @moranofficial5504
    @moranofficial5504 4 роки тому +71

    আকৌ কৈছু এনেকুৱা এখন আমাক চত ফ্লিমচ লাগে Next ইমানে মজা লাগিল সছাকৈঁ চাই থাকোঁতে চকুলো নিগৰি আহিল ৷ বহুত বহুত ভাল লাগিল

  • @omiyasaikia9807
    @omiyasaikia9807 4 роки тому +53

    দুই জনেই প্ৰিয়❤️প্ৰিয় হৈ থাকক সদায় ❤️

  • @akashborah6447
    @akashborah6447 4 роки тому +64

    সঁচা ভাল পোৱা চিনি পোৱাত ভুল নকৰিবা....👍💐সচাকৈ কাহিনীটো বহুত বেছি ভাল লাগিল❣️ love you all💝💞

    • @informationworld5657
      @informationworld5657 4 роки тому +1

      এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘ua-cam.com/video/umGtIhftdj8/v-deo.html

  • @dipamdk19
    @dipamdk19 2 роки тому +2

    বহুত আবেগিক হৈ পৰো এই short film খন চালে । সচাঁকৈয়ে বাস্তৱিক । য'ত লুকাই আছে সচাঁ প্ৰেমৰ এক প্ৰতিচ্ছবি ❤️❤️❣️❣️❣️❣️

  • @bhanitadas7935
    @bhanitadas7935 4 роки тому +59

    তুমি ধুনিয়া বাবে ❤তোমাক ভাল নাপাও 😌তোমাক ভাল পাও 😊বাবে তুমি ধুনিয়া 😍
    চুই গল 😌বাক্যশাৰী এ 🌸uffffff voice

  • @ankitagogoi2474
    @ankitagogoi2474 4 роки тому +39

    বহুত ভাল লাগিল পিংকল দা মাজে মাজে তোমাৰ অভিনয় চায় মোৰ চকুপানী ওলাই গ'ল তোমাৰ মাতটো ইমান মিঠা তোমাক আৰু সুৰভী বা সঁচাকৈয়ে ধুনীয়া লাগিছিল

    • @johnpg684
      @johnpg684 3 роки тому

      Yess same condition

  • @pranabdas3850
    @pranabdas3850 4 роки тому +34

    সচাকৈ নদী আৰু ভাল পোৱাৰ কোনো লক্ষ নাথাকে....
    সচাকৈ বহুত বেছি ভাল লাগে তোমাৰ video বোৰ❤️❤️❤️
    দাদা সচাকৈ আপোনাৰ কবিতা আৰু কাহিনী বোৰ সচাকৈ বহুত ভাল লাগে💟

  • @palvlogs3919
    @palvlogs3919 2 місяці тому +2

    ৪ বছৰ হ'ল এটা সুন্দৰ কাহিনী আকৌ বিচাৰোঁ পিংকল দা ❤❤

  • @DIPSHIE25
    @DIPSHIE25 4 роки тому +182

    That means she thinks that she is too beautiful😊
    সকলো ল’ৰাই সৌন্দৰ্য চাই ভালপাবলৈ নাযায়৷
    কিন্তু এবাৰ ভালপোৱা হোৱাৰ পিছত সেই ছোৱালীজনী সেই ল’ৰাজনৰ বাবে পৃথিৱীৰ ভিতৰতেই ধুনীয়া হৈ পৰে😊

  • @aniketduttagupta7435
    @aniketduttagupta7435 4 роки тому +191

    সদাই ভাল লগা বোৰে আটাইতকৈ বেছি দুখ দিয়ে।
    Nothing can be more perfect then this line.❤️

    • @informationworld5657
      @informationworld5657 4 роки тому +1

      এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘ua-cam.com/video/umGtIhftdj8/v-deo.html

    • @Science-Daily
      @Science-Daily 2 роки тому +1

      moitu real lifet aitu situationt asu karubk lifer pora heruwalu😕💔

  • @satyajitsaikia631
    @satyajitsaikia631 4 роки тому +64

    "নদীয়ে সদায় কেৱল বৈ যাব বিচাৰে আৰু ভালপোৱাই সদায় কেৱল ভাল পাই যাব বিচাৰে , দুয়োৰে সীমা নাথাকে"
    সঁচাই অন্তৰ চুই যোৱা এটা কাহিনী।
    বহুতেই বেছি ধুনীয়া লাগিল।
    ✨💗✨💗✨💗✨💗✨💗✨

    • @jayantabora2826
      @jayantabora2826 3 роки тому +1

      Wowww🥰🥰🥰🥰 bht mrm laga

    • @joyshreekakati4804
      @joyshreekakati4804 3 роки тому +1

      My fvrt 😍👌👌🔥it's really awsm beautiful mind blowing.... Superb 👌

  • @Vocalnovember1
    @Vocalnovember1 3 роки тому +29

    "অহংকাৰ আৰু স্বাভিমানৰ মাজত পাৰ্থক্য আছে"", "নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে, নদীয়ে মাথো বৈ যাব জানে, আৰু ভালপোৱাই মাথো ভালপাব জানে"" ❤️💫🌼

  • @visualeffect1397
    @visualeffect1397 4 роки тому +134

    নদী আৰু ভাল পোৱাৰ মাজত কোনো পাৰ্থক্য নাথাকে ।।।সদায় ভাল লগা বোৰেহে আটাইতকৈ বেছি দুখ দিয়ে ।।।।।।।🥺🥺 এক হৃদ়স্পৰ্শী চুটি ছবি ।।।।

    • @informationworld5657
      @informationworld5657 4 роки тому

      এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘ua-cam.com/video/umGtIhftdj8/v-deo.html

    • @pranabdihingia8795
      @pranabdihingia8795 3 роки тому

      নদীৰ আৰু ভালপোৱা মাজত কোনো লক্ষ্য নাথাকে নদীয়ে বৈ যাব জানে আৰু ভালপোৱায়ে ভাল পাব জানে

  • @anamikasarkar96
    @anamikasarkar96 4 роки тому +77

    তুমি ধুনীয়া বাবেই তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া। [best line ever]....
    #anamikaAcreations

    • @boropawan1025
      @boropawan1025 4 роки тому

      Hoi dhuniya holei val lagibo kheitu nohoi nije val puwa bostu tu dhuniya nohobou pare

  • @samiranbhuyan1126
    @samiranbhuyan1126 4 роки тому +12

    নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে,,নদীয়ে বৈ যাব জানে আৰু ভালপোৱাই মাথোঁ ভাল পাব জানে।❤️❤️
    সঁচাই ভাল লাগিল চাই ❣️❣️

  • @imamulpradhani6045
    @imamulpradhani6045 Рік тому +6

    Best line "তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ, তোমাক ভাল পাওঁ বাবে ধুনীয়া লাগে❣️"

  • @bhagyashreedevi8639
    @bhagyashreedevi8639 3 роки тому +51

    সচাকৈ অন্তৰ চুই গাল..... মোৰ জীৱনৰ অনুৰাগ, যাক নিজৰ কৰিব নোৱাৰিলো বহুত মনত পৰিছে আজি।।।।। তুমি যতেই আছা, যাৰ লগতেই আছা সুখত থাকা।

    • @Assamboyww
      @Assamboyww 3 роки тому

      ua-cam.com/video/p9qr3Y_uGK4/v-deo.html

  • @jusukikalita2293
    @jusukikalita2293 4 роки тому +4

    কবলৈ একো ভাষা নাই বুজাবলৈ কোনো শব্দ নাই 🔥 ,কিমান যে সুন্দৰ অভিনয় তোমাৰ পিংকল দা❤️❤️ ।। আৰু সুৰভি বা ও💞 ।। ইমান নিখুঁত তোমালোকৰ প্ৰতিটো অংশ চালে চাই থাকিব মন যায় 💕।আৰু তোমাৰ মিঠা মাত টো শুনি থাকিব এ মন যায়😍 ,,আৰু আগুৱাই যোৱা তোমালোক এয়াই অদৃশ্য জনৰ ওচৰত প্ৰাৰ্থনা🙏

  • @inspiring_Life18
    @inspiring_Life18 4 роки тому +67

    নদী আৰু ভাল পোৱাৰ কোনো লক্ষণ নাথাকে , নদীয়ে বৈ যাব জানে আৰু ভাল পোৱাই মাথো ভাল পাব জানে ❣️

  • @agcreation866
    @agcreation866 3 роки тому +2

    অনুভৱ কৰিছো, ইমানদিনে অকলশৰীয়া হৈ থকা মইটোৰ হৃদয়টো আপোনালোকৰ কাহিনীটোৱে প্ৰেমত পেলাই থৈ গ'ল ৷ প্ৰেমৰ বৰষুণজাকত যেন জুৰুলী-জুপুৰী হৈ যাম ৷ যি কি নহওঁক ৷ খুউব সুন্দৰ কাহিনী ৷ হৃদয় চুই গ'ল ৷

  • @rohanjyotinath
    @rohanjyotinath 4 роки тому +29

    নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে।
    নদীয়ে বৈ যাব জানে আৰু ভালপোৱাই মাথো ভালপাৱ জানে। 💗💗

  • @DulumoniGogoi
    @DulumoniGogoi 4 роки тому +19

    তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ
    তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া 😍
    Uff hurt touching ❤️❤️❤️💖💖

  • @madhurjyahazarika9839
    @madhurjyahazarika9839 4 роки тому +26

    বহুত ভাল লাগিল পিঙ্কল দা আৰু সুৰভি বা ❤️
    আৰু যাতে তোমালোক আগুৱাই যোৱা তাৰেই কামনাৰে👍🏻🙏🏻

  • @Rabi-hn1ps
    @Rabi-hn1ps Рік тому +5

    ""তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ ,, তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া,,""❤❤

  • @hemantahazarika9715
    @hemantahazarika9715 4 роки тому +38

    ""অহংকাৰ আৰু স্বাভিমানৰ মাজত পাৰ্থক্য আছে"", "নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে, নদীয়ে মাথো বৈ যাব জানে, আৰু ভালপোৱাই মাথো ভালপাব জানে"" এইবছৰৰ শ্ৰেষ্ঠ সংলাপ পিংকল দা, I love you

  • @kuhi203
    @kuhi203 4 роки тому +69

    তুমি ধুনীয়া বাবে তোমাক ভাল নাপাও....
    তোমাক ভাল পাও বাবে তুমি ধুনীয়া🥰❣️

    • @informationworld5657
      @informationworld5657 4 роки тому

      এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘ua-cam.com/video/umGtIhftdj8/v-deo.html

    • @rnvlogs3797
      @rnvlogs3797 4 роки тому

      Pomi gesa nki

    • @nibeditadeka3247
      @nibeditadeka3247 4 роки тому

      তুমি ধুনীয়া বাবে তোমাক ‌ভাল নাপাও.... তোমাক ‌ভাল পাও বাবে তুমি ধুনীয়া 😍😍🥰🥰

  • @expolresomethingelse8865
    @expolresomethingelse8865 4 роки тому +11

    ❤️❤️❤️একো নাই কবলৈ.. পিংকল সদায় প্ৰিয়। আৰু সুৰভী ৰ মাতটো😘

  • @Jibotiayan
    @Jibotiayan 11 днів тому +1

    Apunar video Bout val lage❤❤❤

  • @praygyanjyoitisaikia367
    @praygyanjyoitisaikia367 4 роки тому +30

    আজি লৈ কে যিমান বোৰ love story চালোঁ তাৰ ভিতৰত এইখন এ আছিলে best দাদা বহুত ভাল লাগিল চাই

  • @parishmita4536
    @parishmita4536 4 роки тому +40

    নদী আৰু ভালপোৱা ৰ কোনো লক্ষ্য নাথাকে 🍁wahhh😍

  • @ajitbora947
    @ajitbora947 4 роки тому +49

    সদায় ভাল লগা বোৰেহে আটাইতকৈ দুখ দিয়ে,,,,, হয় কথাটো,,,😭😭😭
    নাজানো কিয় কিন্তু পিঙ্কল দা আপোনাৰ কবিতা,কাহিনী মোৰ বহুত ভাল লাগে.....😭😭😭💞
    আপুনি কবিতা কাহিনী কলে এটা বেলেগ আবেগ লৈ কই,,ভাল লাগে বহুত.... 💝💝

    • @informationworld5657
      @informationworld5657 4 роки тому

      এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😍😘ua-cam.com/video/umGtIhftdj8/v-deo.html

  • @AxomPlaYz1
    @AxomPlaYz1 8 місяців тому +115

    Anyone In 2024 🥳❤️🤫

  • @kaushikdeka1873
    @kaushikdeka1873 4 роки тому +16

    ইমান ধুনীয়া হৈছে ,,,
    কবলৈ ভাষা নাই আৰু ,,,,
    আপোনালোক আৰু আগুৱাই যাওক ,,, তাকেই কামনা কৰো ,,, 🙏

  • @kabitatalukdar552
    @kabitatalukdar552 4 роки тому +14

    আজি আকৌ এবাৰ প্ৰেমত পৰিলো আপোনাৰ কন্ঠৰ❤💘ধুনীয়া লাগিছে কাহিনীটো চাই💕ইমান ধুনীয়া আবেগ!
    অনাগত দিনসমূহত এনে ভাল লগা উপহাৰ পোৱাৰ আশাৰে শুভেচ্ছা থাকিল😍😍

  • @saidurrahman3158
    @saidurrahman3158 4 роки тому +75

    One of the best short movie I have seen ever.Waiting for the next one.

    • @arvindkhanal2138
      @arvindkhanal2138 3 роки тому +1

      Kbhi kota factory nhi dekha kya???

    • @Assamboyww
      @Assamboyww 3 роки тому

      ua-cam.com/video/p9qr3Y_uGK4/v-deo.html

  • @mikugogoi8602
    @mikugogoi8602 3 роки тому +2

    যি সঁচা ভাল্ পোৱা পাইছে hosai বহুত lucky তেওঁলোক

  • @akashbaglary2002
    @akashbaglary2002 4 роки тому +128

    11:11 Tumak val pau babe tumi dhunia👍❣🌻

    • @Assamboyww
      @Assamboyww 3 роки тому

      ua-cam.com/video/p9qr3Y_uGK4/v-deo.html

  • @bornalihazarika6615
    @bornalihazarika6615 4 роки тому +32

    সঁচাই হৃদয় চুই গল কাহিনীটোৱে

  • @himadrihatimuria2039
    @himadrihatimuria2039 4 роки тому +7

    Pinkal Pratyush☺ are bare bare premot poru tmr voicet💕
    Shurabhi baa tmi🔥🔥🔥bht val lge tmk....

  • @RanjanDas-x5m
    @RanjanDas-x5m 5 місяців тому +2

    Bht vl lgil surabhi baa and pinkal dada aguwai juwa❤

  • @belive498
    @belive498 4 роки тому +76

    প্ৰেমবোৰ যদি সচাই এনেকুৱা হলে । নাজানো নিজৰ সকলো দি ভালপোৱাৰ পিছতো কিয় প্ৰতাৰনাৰ সন্মূখিন হব লগা হয় ।

  • @kang_kana_2790
    @kang_kana_2790 4 роки тому +31

    বহুদিনৰ অপেক্ষাৰ অন্ত পেলায়।🥰অনুমতি অবিহনে আকৌ এবাৰ তোমাৰ যাদুকৰী কন্ঠৰ প্ৰমত পৰিলো।❣️❣️

  • @sbgamer2305
    @sbgamer2305 4 роки тому +4

    হৃদয় চুই যোৱা এখন সৰু সচাঁ কাহনী 😍 Tumar ❤️ babe. like krasun kar kar anekuya hoise.amazing 😍 short film by prinkal pratyush ❤️

  • @lakhyajyotisaharia5748
    @lakhyajyotisaharia5748 2 роки тому +2

    Bohut val lagise ketiya xekh hol gomei napalu 💞❤❤💞💝

  • @AbdulMajid-mo8om
    @AbdulMajid-mo8om 4 роки тому +194

    নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে। নদী মাথোঁ বৈ যাব জানে আৰু ভালপোৱাই মাথোঁ ভাল পাব জানে।😍(সঁচা ভালপোৱা সকলেহে এইখিনি কথা বুজি পায়)

  • @dailyportrait9473
    @dailyportrait9473 4 роки тому +15

    Perfect Perfect Perfect....
    Every moment,Every Min Every sec💝
    কবিতাৰ শব্দ
    music
    Bhaskar dar সুৰ
    just এখন পৃথক Dimension

  • @inzamamulhaque6668
    @inzamamulhaque6668 4 роки тому +5

    BoHut wait kori asilu.....finally aji dekhi asu....
    Gorgeous Looks...And Awesome Voice Pinkle da...aru Surabhi bar Smile Tu lajabab...

  • @Trishna80
    @Trishna80 Рік тому

    Bahut dhuniya.. Anurag tumi xasai khub moromloga...xaralota tumar dusakut futi uthe...God bless you

  • @manashidas9077
    @manashidas9077 4 роки тому +9

    সচাকৈ অন্তৰ চুই গ'ল দেই.🤗....... কন্দুৱাই দিলা দেই .....😢
    আগলৈও এনেকুৱা নতুন নতুন চুটি ছবি আমাক উপহাৰ দি থাকিবা😊......all the best all team members..👍

  • @assam4149
    @assam4149 4 роки тому +58

    Anekua akhn film lage. Jak jak lage like kora 👉👈👈🤣🤣🎂🔥💬😃🎂🎂🔥🥰🔥🤣💚🤣

  • @bichitraaxom6283
    @bichitraaxom6283 3 роки тому +5

    ভাল লগা আৰু ভালপোৱাৰ মাজতো পাৰ্থক্য আছে
    ভাল লগা সদায় থাকি যায়, ভালপোৱা ব্ৰেক আপৰ পিছত শেষ হৈ যায়।
    ভাললগাই প্ৰতাৰণা নকৰে,ভালপোৱাই কৰে , সেইবাবে মই ভাললগাহে কৰো , ভালপোৱা নহয়
    ভালটো মোৰ প্ৰিয়ংকা চোপ্ৰাকো লাগে , আৰু মোৰ মৃত্যুৰ শেষৰলৈকে থাকি যাব হৃদয়ত

  • @bijoyteron3209
    @bijoyteron3209 3 роки тому +3

    Kishore Baruah dangoriya da moi aamar tribal bhakhat ataai kotha kong mojjjjjja lagisi video tu sai ❤️❤️❤️ ❤️❤️ love you.

  • @indrajeetbora2575
    @indrajeetbora2575 4 роки тому +6

    সুন্দৰ প্ৰেমকাহিনী। ❤️❤️❤️
    তাতে পিংকল দাৰ মাত 😍😍😍😍😍 লগতে অভিনয় 🤩🤩🤩
    "তুমি ধুনীয়া বাবে তোমাক ভাল নাপাও
    তোমাক ভালপাও বাবে তুমি ধুনীয়া" 💕💕💕

  • @oliviasangma6980
    @oliviasangma6980 4 роки тому +72

    26 minutes kenek gol gomei napalu...😍aru okonman dighol hole😊
    Btw part 2 kune kune bisare??❤❤

    • @tinamou769
      @tinamou769 4 роки тому +1

      nibisaru karon aibur kalponik he bastob bht voyonkor

  • @Lakhya_Prajil
    @Lakhya_Prajil 4 роки тому +6

    উফফফ🔥
    কাহিনী💜
    Pinkal da❣️
    Surabhi ba❣️

  • @sunitasonowal7223
    @sunitasonowal7223 3 роки тому +1

    বহুত বাৰ চালো,, মন চুই যায় এনেকুৱা প্ৰেমৰ কাহিনী,,,ভাল লাগে,, really loving both of you so beautiful act, choreography,,

  • @kangkanaborthakur875
    @kangkanaborthakur875 4 роки тому +16

    💕1st time an assamese short film could touch my heart❤adorable and fabulous story💕

  • @goutomnon3307
    @goutomnon3307 3 роки тому +3

    So beautiful ❤️ bohot moja lagil sai

  • @taralideka3509
    @taralideka3509 3 роки тому +7

    খুবেই সুন্দৰ 💓বুজাবলৈ ভাষা নাই

  • @Sweet_sparow245
    @Sweet_sparow245 3 роки тому

    Bhut bhut val lagil storytu sai pinkal ru surabhi tumaluk duyuke mur falorpora bhut bhut huvokamona thakil❤❤❤👍👍👍👍👍👍

  • @dimpidas4410
    @dimpidas4410 4 роки тому +15

    After seeing this I cried sometime😭😭it was awsm love story.. I love you surabhi baa nd pinkal daa.. Nd both of u r my 😍fav

  • @jagritidas5870
    @jagritidas5870 4 роки тому +4

    Enekuwa story sai cmnt nidiyake thkibo nwrilu khosakr mn2 sui gol.... 😍😍😍😍😍bht val lgil bht bsi......

  • @bhabengogoi5788
    @bhabengogoi5788 4 роки тому +30

    O my God u two guys rocked.....tears came through,..so romantic.loved a lot

    • @informationworld5657
      @informationworld5657 4 роки тому

      এবাৰ চাবা 👨‍❤️‍💋‍👨🥰😘ua-cam.com/video/umGtIhftdj8/v-deo.html

  • @HussainAli-fw1yi
    @HussainAli-fw1yi 6 місяців тому +3

    Bohut bohut val lagil sai❤❤

  • @_butterfly_996
    @_butterfly_996 4 роки тому +39

    Bohut hundor hoise 💕
    A big shout out to the entire team of Tumar Babe
    Storyline Acting ekdm Mojaa
    Aguai jua 👍

  • @karabideka489
    @karabideka489 4 роки тому +14

    বাৰে বাৰে সেই অচিনজনৰ প্ৰেমত পৰো👀👓.কিন্তু সদায় ভাল লগা বোৰেহে আটাইতকৈ বেছি দুখ দিয়ে। তথাপি নদীৰ দৰেই মোৰ অনুভৱবোৰো বাঢ়ি গৈ থাকিব। ❤🌈

  • @priyankakalita6405
    @priyankakalita6405 4 роки тому +40

    Wow... So mesmerizing... Just loved it... Background music is giving me goosebumps.. 😱😱😱 long live true love😉❤

  • @riturajkalita2767
    @riturajkalita2767 7 місяців тому

    নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে, নদীয়ে কেৱল বৈ যাব জানে আৰু ভালপোৱাই কেৱল ভাল পাব জানে।বাঃ, কি সুন্দৰ ডাইলগ।
    সঁচাকৈ ভাল লগা এটি লাভ ষ্টৰি।

  • @priyankagogoi9439
    @priyankagogoi9439 3 роки тому +10

    তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া (এই সাৰ কথাই মন চুই যায়) ❣️❣️❣️❣️❣️❣️❣️❣️👍👍🥰🥰😘

  • @samiransaikia330
    @samiransaikia330 4 роки тому +23

    শান্তনু দা মেইন 😂😎 । যি কি নহওঁক বহুত ভাল লাগিল 😍

  • @rituponzunaakgogoi
    @rituponzunaakgogoi 4 роки тому +14

    কবলৈ ভাষা নাই আজি Pinkal দা🙏😍

  • @sajinabegum9030
    @sajinabegum9030 3 роки тому +2

    Xosakoi bohut val lagise... Veido tu sai.....

  • @deepjyoti834
    @deepjyoti834 4 роки тому +33

    নদী আৰু ভালপোৱাৰ কোনো লক্ষ্য নাথাকে...
    নদীয়ে মাঁথো বৈ যাব বিছাৰে আৰু ভাল পোৱাই মাথোঁ ভাল পাব জানে ❤️❤️
    সঁচা ভালপোৱাক ইমাণ নিখুঁত ভাৱে প্ৰকাশ কৰি তোলাৰ বাবে সকলো লৈ অশেষ ধন্যবাদ ❤️
    Nothing can be more perfect then this line💞

  • @misingyameko4789
    @misingyameko4789 3 роки тому +3

    Bohut duniya lagise video to

  • @dipuborasvlogs1037
    @dipuborasvlogs1037 4 роки тому +38

    বহুত বহুত ভাল হৈছে দাদা। ❤️ কিন্তু যিমান যি নহলেও কিয় জানো আপোনাৰ 14 February ৰ সেই চুটি ছবি দুখন আৰু তাৰ কবিতাৰ এটা এটা শব্দই মনত আলোড়ন সৃষ্টি কৰি যায়। কাৰোবাৰ প্ৰেমত পৰোঁ বা নপৰো একো কথা নাই, কিন্তু 14 ফেবৰুৱাৰী ৰ কবিতা কেইটাই শিকাই যায় ভালপোৱা কি? পুনৰ অপেক্ষাত 14 February সেই বিশেষ ভালপোৱা দিনটোলৈ.....

  • @deepakthapa4372
    @deepakthapa4372 2 роки тому

    Waw .....so heart attack korise
    Pankaj 💖💖💖
    Swabhiman aru bhal puwarr parthokiyo 👍👍

  • @birajhazarika.......8413
    @birajhazarika.......8413 4 роки тому +16

    সঁচা প্ৰেম ৰ কাহিনী বৰ্ণনাৰ এখন সুমধুৰ চুটি ছবি চাই ভাল লাগিল। আৰু এখনি এনে ছবি আপোনাৰ team ৰ পৰা আশা কৰিলো।

  • @chandanatalukdar519
    @chandanatalukdar519 4 роки тому +8

    তোমাৰ দুচকুত মই কিয় বিচাৰিচো মোৰ ঠিকনা❤❤❤❤
    বহুত ভাল লাগিল

  • @happycornernipa285
    @happycornernipa285 4 роки тому +9

    Tmr flm nhoi 2ta dailoge Muk pgla korise pinkal❤️❤️tmi dhunia babe tmk VL npo..vl pau bbei tmi dhunia..❤️❤️

  • @johny726
    @johny726 2 роки тому

    বৰ ধোনীয়া প্রেম কাহানী চাই বৰ ভাল লাগিল❤❤❤👍👌🌹🌹🌹

  • @momigogoi1477
    @momigogoi1477 4 роки тому +19

    Mousumi muru nm hoi🥰..by the way story was amazing😘all are bst 👍n we alwz keep supporting u all☺️ dialogue bur uff..🥰🥺

  • @satyajitsaikia631
    @satyajitsaikia631 4 роки тому +12

    Woooowwwww_
    It's really Amazing yrrr ✨💗✨💗✨
    Heart ❤️ touching 💗 short film ❤️

  • @arjunvloger3184
    @arjunvloger3184 3 роки тому +3

    যিমান চালেও মন নভৰে অতি সঁচাকৈ বহুত ভাল লাগিছে, মাথোঁ তোমাৰ বাবে ❤️❤️❤️

  • @gsmomchannel4288
    @gsmomchannel4288 2 місяці тому

    সঁচাই কাহিনীটো বহুত ভাল লাগিল ❤❤❤