The importance of this song is unimaginable to my heart because three years back , I planted a radhasura sapling in loving memories of her . Radhasura flowers were her favourite. This year the grown up tree bloomed and made me realise that she's doing well in the stars .
Ur song and composition is what a 90's kid wants to hear. And u are giving us exactly what we want... Just keep giving us good songs, you will go long brother...m
“ৰাধাচূড়া” আপোনালোকৰ বাবে🫶🏻। জনাই থাকিব অনুভৱ বোৰ…
🎉❤
এই সুন্দৰ গানটি শুনি সঁচাকৈয়ে বহুত ভাল পালোঁ , প্ৰবীণ দা ✨😌👌🏻
সঁচাকৈয়ে বহুত সুমধুৰ ❣️, মনে শান্তি লাভ কৰিলে ।
💕💕
❤
কাৰোবাক পাই হেৰুৱাৰ বেদনাতকৈ,
পোৱাৰ আশাত বিলিন হোৱাৰ মাদকতাই সুকীয়া।
🐝🌙💝
Hoi baru... sokur pani norou ketyaba
Copy cat
'চায়া পোহৰ, দৰদী আখৰ'
কবিতা কবিতা লগা ভইটি দীগ দিগন্তৰ কথা, প্ৰবীন বৰাৰ সুন্দৰ কণ্ঠ। এই গানবোৰ কেতিয়াও আমনি নালাগিব। আৰু সুন্দৰ সুন্দৰ সৃষ্টিৰ কামনাৰে, গানটোৰ লগত জড়িত প্ৰতিজনক জনালো আন্তৰিক শুভকামনা!
Prabin da Abege (2016 to Radhachoora (2023) Tmr hoklu song huni ahsu arw hdai hunim❣️
The importance of this song is unimaginable to my heart because three years back , I planted a radhasura sapling in loving memories of her . Radhasura flowers were her favourite. This year the grown up tree bloomed and made me realise that she's doing well in the stars .
Indeed she is bro. Kudos to you for keeping her alive. Hope you are at peace. Keep growing bhai.
এবাৰ চকুৰে চালেই
হৃদয় মোৰ শাত পৰে
এনেকৈয়েটো বই থাকে কত' কাহিনী,আদি-অন্ত বিহীন ভাৱেই চিৰপৰিপূৰ্ণ হৈ💚
এনেকুৱা সৃষ্টিত একপক্ষীয় প্ৰেমিকৰ প্ৰেমও কিন্তু দুগুণৰ পৰা চাৰিগুণ হৈ বৈ যায় নদীৰ দৰে.....ভাল লাগিল দাদা, সদায় প্ৰিয় আপুনি মোৰ..❤
😭 emn dhuniya
সোনকালে অপেক্ষাৰ অন্ত পৰিব দাদা ৰ ভাগত আৰু এটি নতুন সুৰৰ অধ্যয় ❤
“ৰাধাচূড়া’’ ৰ ফুলবোৰ এপাহি এপাহিকৈ সৰিছে
বকুৰ নিমজ কোণত মৰমবোৰ ভগাই লওক সকলোৱে🌼🦋ধন্যবাদেৰে
দিগ দিগন্ত 🍁
Lyrics ❤️🙌
❤️❤️❤️✍️🔥
Ki lyrics... Uff❤❤❤
Mrigatrishna ❤❤& radhasura
সুৰৰ স্বৰলিপিত লিপিবদ্ধ হওঁক আবেগ বোৰ,,,, ৰাধাচুৰাৰ ৰহনে,,,নিব কঢ়িয়াই,, ৰাধাৰ কাষলে,,,,, প্ৰবীন দা লৈ ,,,❤
গানটো শুনি থাকোতে হয়তো সকলোৰে নিজৰ প্ৰিয়জনলৈ এবাৰ হলেও মনত পৰিছে ! ভাল লগা আৰু ভালপোৱাবোৰ যাতে ৰঙীন হওক ৰাধাচূড়াৰ দৰেই 💐❤️
সংগীত,সুৰ,কথা,কণ্ঠ বহুত ভাল লাগিল দেই,প্ৰবিন দাই কেতিয়াও দুখী নকৰে.... এই গানবোৰেই কালজয়ী গান হ'ব এসময়ত...😊
Dhuniya lagise gaan tu prabin daa.... Eitu buliye nohoy tumar goteikeita gaan ye bhal lageee....
অপেক্ষাৰত এযোৰী চাৱনীত কিমান আদৰ থাকিব পাৰে সেয়া কেৱল ভালপোৱাৰ আবেগেহে বুজে 💚
সঁচা ইমান সুন্দৰ কন্ঠ 💓অপেক্ষাৰ অন্তত অৱশেষত শুনিবলৈ পালোঁ বহুত ভাল লাগিল💓💓💓💓
উফঃ, , কিবা এটা যেন আছে শব্দবোৰত , আৱেগ , অনুভুতি , ভালপোৱা হয়টো ইত্যাদি ইত্যাদি । এনে লাগিল গানটো কাণত নহয় হৃদয়ত বাজি উঠিল । ধন্যবাদ প্ৰবিন , এনে এটা গান উপহাৰ দিয়াৰ বাবে । ❤
তোমাৰ গানৰ কথা আৰু সুৰ সচাই অতুলনীয়। আগবাঢ়ি যোৱা, শুভেচ্ছা সদায় আছে।
Hundor.....kinto abege.....ufff❤
Mojja❤
বৰ সুন্দৰ কণ্ঠ । প্ৰবীণ দাদাৰ পতিটো গানেই মোৰ প্ৰিয়।❤❤ বহু অপেক্ষাৰ অন্তত গীতটো শুনিবলৈ পালোঁ । সঁচাই খুব ভাল লাগিল। গানটোৰ লগত জড়িত সকলোলৈকে শুভকামনা জনালোঁ।❤️❤️
Upcoming star of Assam ❤❤
Dhuniya lgise ❤
প্ৰবীণ দাৰ সকলো গীতেই মোৰ বহুত প্ৰিয় আশা কৰোঁ আপুনি আগলৈও এনেকুৱা ধৰণৰ গীত আমাক উপহাৰ দি আমাক আমোদ দিয়ে ❤❤❤❤
উফ.......মনৰ ভাব প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ হৈছে।♥️♥️🔥
Eman dhuniya gaanbur keneke bhabi pai ✨🥺
Thanks dada eman dhuniya gaan bur gift dia karone... ❤
বহুত বছৰৰ পিছত যদি কোনোবা এটি কণ্ঠই ইমান মন চুব পাৰিছে সেইয়া হৈছে প্ৰবিন বৰাৰ কণ্ঠই। নতুন বহুতো কণ্ঠ শিল্পী আহিছে ভাল কামো কৰিছে কিন্তু প্ৰবিন বৰা অলপ সুকীয়া। ইটোৰ পিছত সিটো ধুনীয়া গীত। ভাল হওঁক আগলৈ আৰু তাৰ বাবে শুভেচ্ছা থাকিল। বাকি গীতটিৰ ধুনীয়া কথা আৰু composition @deeg deeganta। আৰু ধুনীয়া সংগীত @debabrat dutta।
Ur song and composition is what a 90's kid wants to hear. And u are giving us exactly what we want... Just keep giving us good songs, you will go long brother...m
Prabin da ki nu kom ❤ Another masterpiece 🎉❤
Dhuniya hoise . Vindou e music val korise 😍
ভালপোৱাতকৈ
ভাল লাগি থকা টো য়ে ভাল😊💚🌿
Hundor ❤
mori gelu de bhai❤🥰🥰
কিমান যে সুমধুৰ আপোনাৰ কন্ঠ । ❤❤
Ekdm top class🔥🔥🔥
বহুত দিনৰ অপেক্ষাৰ অন্ত পৰিল সঁচাকৈ হৃদয় চুই যোৱা মিঠা অনুভব বোৱাই দিছে ৰাধা চূড়াই বহুত বহুত ভাল্ লাগিল love u ❤❤
বহুত ভাল লাগিল দাদা 😍😍
Roi asu roi thakim...jetiya loike Radhachoora nukhunu...❤❤❤
Biraaat dhuniya dada......
Apunar protyektu geet ononyo❤❤❤❤
Been your fan since 2k17
Emn dhunia 🎉❤❤❤
Dhuniya hoise gaan tu 🔥❤️
Beautiful lyrics ... Awesome voice... Xuni val lage
ইমান ধুনীয়াকৈ শুৰ বিলাক স্পষ্ট কৰিছে, বহুত বেছি ভাল লাগিল শুনি ❤❤
Mozzaaa as always.. ❤
Bhagorua deha tuk olp jironi dilu gan tu xuni❤
Bht dhunia lagise ❤️😍
Ki dhunia o❤
Prabin da xodai 🔥 ❤️ "radhachoora "❤
Lyrics bht dhunia ..xur dhunia ...
Bhut dhunia💞
বহুত ভাল লাগিল , ইমান সুন্দৰ, ধুনীয়া এক অনুভূতি য়ে দোলা দিছে
গান আৰু কবিতাই বহুত মানুহক জীয়াই ৰাখে...মৰিও নমৰে 😢❤
অতি শুৱলা ♥️ মনজোৰ পৰি যোৱা❤
Ufffff You’re the gem of our Assamese industry♥️♥️♥️♥️♥️♥️♥️
বহুত বহুত ভাল লাগিল❤️❤️❤️😊
Bohut bhal loga💗
Great work 👍👍
Fabulous 🎶🔥🔥
Music, lyrics ,composition hokolu bht dhunia hoise...aru probin daar gaan mur hodai priyo.. sui gol❤❤❤
Are are abhiman bhagibo dhore tumi ohar onuman pale .... please release ❤
Abege r pora atia loi ke ❤ you are the best singer ever ❤
Tumar voice ea hridoy sui jai hosakei 😭❤🩹
Moza brooo 😘❤❤😘❤😘❤😘❤😘❤
Proud of you Samir Daa. Ki dhuniya solo.
Life would be valueless without your music bora da💕
মন পৰশা .. Love u prabin da..❤
Moja hoise voice 🔥🔥
ইমান ধুনীয়া গান ও ❤😍
Apunar maat tu uff ultimate mane❤gaan tur likhoni u ultimate
আপোনাৰ কন্ঠ তাতে দিগ দিগন্ত ককাইৰ শব্দ ❤💥
নতুনত্ব থাকেই তোমাৰ সৃষ্টি বোৰত ❤ lot's of love and wishes to the entire team 🖤♥️
Masterpiece❤
Prabin da apuni juiiii.....❤❤❤❤❤❤
Ouchh Much love ❤️💕
Roi asu ❤️ prathame huniboloi❤
❤
Ultimate prabin da
ইমান ধুনীয়া কথা সুৰ কন্ঠ...💚💚💚💚 বহুত ভাল লাগিছে ❤
🔥🔥🔥🔥🔥🔥🔥🔥 Bora daaa
❤one of the finest singer Assam has got❤
Apunr gaan mur hdai a priyo..💝huni thkila hdai huni thkibo a mn jai..😊 enedorai vl vl gaan amk hunai thakok..lots of love bro😘❤️
এবাৰ চকুৱে চালে হৃদয় শাঁত পৰে...." কিমান ভালপালে হৃদয়ে নাচে ❤❤❤ভালপোৱাবোৰ সকলোৰে সঁচা হওক।। ধুনীয়া গানটোৰ বাবে বহুত শুভেচ্ছা
So beautiful brother & Diganta da awesome ❤❤❤
Specially thanks for Shyamal da👍 Good job and keep going ✌️
Another Masterpiece 😍😍❤️❤️🔥🔥
Hundor !
Moja ❤
Mojaa song
অপেক্ষাৰ অন্তত অৱশেষত শুনিবলৈ পালোঁ,খুব সুন্দৰ ❤️
Deeg Da বঢ়িয়া 😍
কি ধুনীয়া 😍
Waw❤️
আপোনাৰ প্ৰতিটো গানে মোৰ প্ৰিয় ৷ গানৰ কথা, সুৰ ,কন্ঠ অতুলনীয় ৷ ভালে থাকক ৷
মৰম লগা❤😊
Have peace after listening this song... Nice dada keep going... ❤
Dada vl lagil gann Tu xuni morom gann Tu o xuni boli roi asu 💕
Bor dhuniya dada
Saliya ❤❤ Dada
ইমান স্পষ্ট শব্দ ককাইদেউৰ❤️🥺
দাদা সুন্দৰ।।❤❤ আপোনাৰ গান অলপ বেলেগ তকৈ বেলেগ ❤❤মিঠা অনুভৱৰ ৰিনীকি ❤❤ পলসুৱা গুন্ধ 🎉
আপোনাৰ সৃষ্টি সদায় বিশেষ ❤