"Bhalpabo Khuju Akou Ebar" by Prabin Borah lJAM Entertainsl Lyrical Video

Поділитися
Вставка
  • Опубліковано 17 лис 2024

КОМЕНТАРІ • 1,5 тис.

  • @jayantaborah3889
    @jayantaborah3889 8 місяців тому +546

    হাতত গিলাছ লৈ থকা lora জনৰ পৰা আহিছোঁ 😊 uff ki dhuniya 💓💓

  • @bichitragayon-
    @bichitragayon- 8 місяців тому +1028

    গিলাচ লৈ পৰিচয় পোৱা দাদাজনৰ পৰা শুনি আহিছো যোনেই আহিছা টিপচহী মাৰি যাবা❣️

  • @pulakgogoi1100
    @pulakgogoi1100 7 місяців тому +51

    মন প্ৰাণ শাঁত পৰি যোৱা কন্ঠটি মদৰ গিলাছ লৈ গোৱা ল'ৰাজনৰ পৰাই বিচাৰি চালো।বৰ সুন্দৰ গীতটি। আগলৈও পাই থাকো যেন।

  • @moromikapayeng220
    @moromikapayeng220 8 місяців тому +117

    হাতত মদৰ গিলাছ আৰু মুখত এক মধুৰ কন্ঠৰ গীত কি যে আমোদজনক দৃশ্য ❤ কৰবাত যেন জিলিকি ৰল তেওঁৰ সেই প্ৰতিভা বান সুৰৰ সৃষ্টি 😊তাৰ পৰাই আহিলো এই গীতটো শুনিব ❤

  • @hopunmorisika8180
    @hopunmorisika8180 8 місяців тому +280

    লৰা জনে গান তো আমাৰ মাজলৈ আনিলে, নহলে গমেই পোৱা নাছিলোঁ ইমান সুন্দৰ গান আছে বুলি

    • @jugantadutta5219
      @jugantadutta5219 8 місяців тому +4

      সেই viral ল'ৰাজনক ধন্যবাদ

    • @BanashriKalita-yb7pf
      @BanashriKalita-yb7pf 5 місяців тому +2

      xosai

    • @KapilRay-mv9oe
      @KapilRay-mv9oe 4 місяці тому

      Oooo oc lapp opljmkmhiiknmjhiiinl kl lillll lo. M'kuj😊 bi xnnm😅​@@jugantadutta5219

    • @JunmoniBezboruahJunmoni
      @JunmoniBezboruahJunmoni 4 місяці тому

      Thiki koise

    • @PankajNath69
      @PankajNath69 Місяць тому

      Lora jon gan tu nagale ako noholheten.. Ami ai gaan agote sunisu 😂😂

  • @DhanMani-b7x
    @DhanMani-b7x 8 місяців тому +180

    এনেকোৱা গান শুনিলে মানুহ জনীক আকৌ এবাৰ ঘৰত পঠিয়াই তাই লগত প্ৰেমত আকৌ এবাৰ পৰিব মন যাই। বহুত ভাল লাগিল শুনি।

  • @theconfusedthinker2641
    @theconfusedthinker2641 7 місяців тому +60

    হৃদয়ৰ ভঙা টুকুৰা বোৰ যেতিয়া_
    ৰঙা হৈ দিষ্পজেল গিলাছত জিলিকে উতে
    এনেকুৱা গীত বোৰে প্ৰাণ পাই..❤

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 6 місяців тому +3

      এৰা চিচা বা মানুহৰ হৃদয় ভাগিব ই বৰ ঠুনুকা এতিয়া সম্পৰ্ক বোৰ। কিছুমান মূহুৰ্তত এই গানবোৰে ভঙা কলিজাৰ ৰঙা তেজ হৈ চকুৰে বাগৰি আহে দেখোন 😔

  • @mainuphukandowarah
    @mainuphukandowarah 8 місяців тому +28

    হাতত ম'দৰ গিলাছ আৰু সুৰৰ মাজেৰে নামি অহা সেই ভালপোৱা❤উফ! তেওঁ গোৱাৰ পৰা আৰু বিশেষ যেন লগা হ'ল এই গানটো.. নাজানোঁ কিয় আকৌ এবাৰ প্ৰেমত পৰিব মন! আপোনজনৰ!

  • @BipulDas-w4e
    @BipulDas-w4e 7 місяців тому +26

    সুৰা গিলাচ লৈ এইটো গীত গাই ভাইৰাল হোৱা দাদা জনে গোৱা পিছত শুনিব আহিলো গীততো ❤💝💯

  • @positivesoul279
    @positivesoul279 Рік тому +63

    আস্ !💖
    সেই মুহূর্তটো জীৱনত যেন কেতিয়াও পাহৰিব নোৱাৰিম, যিদিনা এই গীতটিৰ লগত মোৰ প্রথম পৰিচয় হৈছিল ৷ ব্যস্ততাপূর্ণ কলেজ জীৱনত ক্লাছৰ পিছত ক্লাছ কৰি কৰিডৰেদি অন্যমনস্ক অৱস্থাত খোজকাঢ়ি গৈ থাকোতে, থিয়েটাৰ হলত
    ” তুমি আঁতৰি যোৱাৰ খবৰ শুনি,
    সৰাপাত সেমেকি উঠে....!!"
    শব্দকেইটা কাণত পৰিলহি ৷
    নিমিষতে গীতটিৰ সুৰ তথা শব্দবোৰে অন্তৰত খুন্দা মাৰিলেহি ৷ লাহে লাহে, মনে মনে খিৰিকীৰ ফাঁকেৰ চাবলৈ চেষ্টা কৰিলো, গীতটিৰ শিৰোনাম জানিবলৈ হেঁপাহ জন্মিল ৷ শব্দৰ বাছনি, কন্ঠৰ অধিকাৰী "প্রবীন", তবলাৰ মৃদু চাপৰে যেন হৃদয়ত অৱগাহন কৰি উঠিব ৷ অৱশেষত সেইৰাতি জোনাকৰ তলত "ইউটিউব"ত আবিষ্কাৰ কৰিলো....
    ✨ভাল পাব খোজো আকৌ এবাৰ✨

  • @thanugogoi6119
    @thanugogoi6119 8 місяців тому +598

    2024 কোনে কোনে শুনিছা এই গানটো লাইক এটা কৰা

  • @munmi2717
    @munmi2717 8 місяців тому +45

    এতিয়া যে তুমি দুৰ
    ধোৱাতেই গলিছে মোৰ
    হৃদয়ৰঙী ফাগুন
    নিচুকাই নিজকে নিজে
    আকিছো সপোন
    তুমি যে মোৰ আপোন
    তোমাতেই হেৰাও মই ধাৰাসাৰ
    তোমাকেই বিচাৰো প্ৰতিবাৰ✨🌻

  • @JuriBora-kk3op
    @JuriBora-kk3op 8 місяців тому +218

    গানটো সদায় কোনে কোনে শুনা like কৰিবা ❤

    • @F2fuhhd
      @F2fuhhd 3 місяці тому +1

      Moi❤❤😢😢

    • @Ritadeka-h9n
      @Ritadeka-h9n 3 місяці тому

      Moi o😢❤❤

  • @smritideka5517
    @smritideka5517 8 місяців тому +32

    কিমান বাৰ শুনিছো তথাপিও চোন হেঁপাহেই নপলাই..ৰাতি টোপনিৰ পৰা সাৰ পাই ও শুনো...বহুত ভাল লাগে...uffffff lyrics ❤ ভালপাব খোজো আকৌ এবাৰ ❤❤❤

  • @aidul197
    @aidul197 Рік тому +60

    তুমি আঁতৰি যোৱাৰ খবৰ শুনি
    সৰা পাত সেমেকি উঠে
    তুমি উচপি থকা উমান বুজি
    গিতাৰত আঙুলি কপে 😣💔
    হৃদয়ত ধপধ্পনি, চকুত চকু পানী তথাপিও কি যে মধুৰ💗🙁

  • @MukutChetia-t4l
    @MukutChetia-t4l 9 днів тому +2

    Uff ki dhuniya xur heart touching song❤❤❤❤

  • @rupamgohain2392
    @rupamgohain2392 8 місяців тому +11

    সংগীত ৰ শব্দ আৰু সুৰৰ অপূৰ্ব সমাহাৰ.... এৰি অহা দিন বোৰলৈ আকৌ মনত পৰি গল।

  • @RatneswarNath-ek5qp
    @RatneswarNath-ek5qp 7 місяців тому +26

    মদৰ গিলাচ হাতত লৈ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি তেখেতে এই গান টোক আৰু জনপ্ৰিয় কৰি তুলিলে। তেখেতৰ হাতত হেই গিলাচ টো আৰু তেখেতৰ হৃদয়স্পৰ্শী সুৰ আৰু কণ্ঠই এই গান টোৰ আমেজ আৰু সুকীয়া কৰি তোলে। কি যে শব্দৰ মায়াজাল । এই গীতটোৰ অন্তৰ্নিহিত অৰ্থই মোক আৰু অধিক আপ্লুত কৰি তোলে । সেই বাবে মই এই গান টোৰ অনুৰাগী হৈ ৰম।
    ভাল পাব খোজোঁ আকৌ এবাৰ❤

  • @pranabjyoti_official
    @pranabjyoti_official Рік тому +13

    Mon beya lagilei gantu xunu ....
    Hepahei nopolai sun ....❤️🥺
    Atiya je tumi dur 🥺🥲

  • @jahnobeekohar8224
    @jahnobeekohar8224 Рік тому +83

    হৃদয় চুই যায় 💞
    আজি লৈকে কিমান বাৰ শুনিছো হিচাপ নাই😌

  • @prasantaboruah4184
    @prasantaboruah4184 8 місяців тому +187

    মোৰ দৰে আৰু কোনে কোনে হেই লৰাজনৰ Viral video টো দেখি গানটো শুনিব আহিলা

  • @rupamboruah4113
    @rupamboruah4113 3 роки тому +41

    ai gan bur xunile anekua lage jen... korobat herai jam.. jiyai thokar hepah..., axa bur bahi jai.. vap hoi jen mur aku ai ni... ❤️❤️❤️congratulations kokaideu

    • @jehershort
      @jehershort 3 роки тому +1

      Ai gan To thik amare mot

  • @rahulbora2059
    @rahulbora2059 8 місяців тому +9

    EMN DHUNIYA KOI GAISE 💗 nice voice 🥳 makha olp lage henu iooooo kolijat 🔥 logai disa 😢kinuba single asa jode koba sun 🙌

    • @aloneking7814
      @aloneking7814 8 місяців тому +2

      😢😢😢😢😢😢😢I am single really Alone 😢😢

  • @ফিটঅসম
    @ফিটঅসম 8 місяців тому +8

    শব্দৰ কি মায়াজাল❤👍🙏👌

  • @akashbordoloi2345
    @akashbordoloi2345 Рік тому +25

    Line ufff,,,
    তুমি আতৰি যোৱাৰ খবৰ শুনি
    সৰা পাত সেমেকি উঠে
    তুমি উচুপি থকাৰ উমান বুজি
    গীতাৰত আঙুলি কঁপে।

  • @dhirajrajbongshi5999
    @dhirajrajbongshi5999 22 дні тому +3

    তুমি আঁতৰি যোৱাৰ খবৰ শুনি
    সৰাপাত সেমেকি উঠে
    তুমি উচুপি থকাৰ উমান বুজি
    গীতাৰত আঙুলি কঁপে
    পুৱাটি হৈছিল তোমাৰে মাতত
    এতিয়া দিনবোৰ ৰাতিৰ সুৰত।
    Ufffffffff.................❤❤❤❤
    বুকু বিষাই যাই, তথাপিও বাদ দিব নোৱাৰি গীতটি ।

  • @fitsinmoy
    @fitsinmoy 7 місяців тому +17

    Atya rati 1.15 bajise okle bisonat pori huni asu... Dusuku nigori ahe.. agor hei prem val powa bor monit porilee❤️❤️❤️❤️😢😢😢😢

  • @GorishaBorah
    @GorishaBorah 28 днів тому +2

    Tumatei heraw moi dharakhar ❤ priyo line❤❤

  • @anamikabaishya6131
    @anamikabaishya6131 8 місяців тому +10

    Mod khua lora tur video sai song tu bisari bisari aahisu 😍❤️

  • @shivabakti8866
    @shivabakti8866 6 місяців тому +2

    ❤❤❤ ইমান সুন্দৰকৈ শব্দৰ মায়াজালেৰে সজাইছে গানটো।

  • @nervyop5453
    @nervyop5453 3 роки тому +16

    Ai gaan tu xunibole oha xokolu lukoloi naman. Karon apunalukei asol xongeet bhal puwa luk. Mur babe Prabin da Zubeen dar pasor ananya jon... Love you Prabin da

    • @bitu6597
      @bitu6597 3 роки тому +2

      Mr bbeu😊🥰💕

  • @babatudip5126
    @babatudip5126 28 днів тому +1

    বহুত সুন্দৰ হৈছে... ভাল লাগিল ❤

  • @bikashsaikia3355
    @bikashsaikia3355 8 місяців тому +17

    সদায় দৰে আজিও বুকুখন ঠাণ্ডা পেলাই লৈছোঁ😊

  • @SumanNarah-dj3vq
    @SumanNarah-dj3vq 8 місяців тому +7

    I can't explain about this song................ wonderful lyrics

  • @sheikhabdulkayum6988
    @sheikhabdulkayum6988 8 місяців тому +3

    Bohut dhuniya gaisa dei bro manisu tuk❤❤❤❤❤

  • @NijarapathakNath
    @NijarapathakNath День тому +1

    Bahut Val lagil gaan tu Diya babe thanks 🎉🎉🎉

  • @Pallabi963
    @Pallabi963 10 місяців тому +22

    সদায় সুনো এই গান টো
    হিয়া চুই গৈছে 🥺😫🌏

  • @amritchetry6482
    @amritchetry6482 Місяць тому +1

    What a Classical touch....
    Outstanding Prabin bro....

  • @bestboiii6392
    @bestboiii6392 7 місяців тому +3

    Lyrics,voice and music tiniutar best cmbination.Gantu bohut bhal lagise.

  • @BijuliDeka-r4w
    @BijuliDeka-r4w 4 дні тому +2

    My favourite favourite song❤😊🎉🤗

  • @mainagogoi4836
    @mainagogoi4836 8 місяців тому +22

    আগত গীতটো শুনা নাছিলোঁ যেতিয়া হাতত লৰাটোৱে গিলাছটো লৈ গালে তেতিয়াৰে পৰা পগলা হৈছোঁ।

  • @rimjimgogoi4669
    @rimjimgogoi4669 Місяць тому +2

    Uffff 🥺❤️(vl pbo khuju ako abarr)😩🌷

  • @nurubaidurrahman927
    @nurubaidurrahman927 Місяць тому +4

    Ufff this song
    Close ur eyes and feel this song ❤❤❤❤

  • @RupamSarmah-f6w
    @RupamSarmah-f6w 3 місяці тому +1

    Waoo 🎉 ki xundor gan val lagi gol ❤

  • @KushalGogoi-d9p
    @KushalGogoi-d9p 8 місяців тому +4

    উফ কি সুন্দৰ গীত । শুনিলে শুনি থাকিবৰ মন যায় ।

  • @Bhanitakalita-l2f
    @Bhanitakalita-l2f 10 місяців тому +3

    Mojja lagil gaan tu xuni thakile xuni a thakibor mon jay 💖💗

  • @iMDADUL46
    @iMDADUL46 Рік тому +341

    I don't know if someone will understand or not....but I swear late night deep quotes...then that feeling in your heart that you lost the one who meant then entire world for you..... She's no more with you..... You'll have to see her with someone else...this deep quotes...and just the tale of an untold painful hidden love once which was both sided and now stucked as one sided.... One of the Worst feeling ever....those thousands of imaginations with her....and now just a bliss of nostalgia... I actually don't know to whome I'm speaking all this but now here the time is 12:35am just sleepless nights....some random songs some random images are rooming arround my mind. can't explain...how deep it is!!! Begging god to heal me my tears...hey stranger can you help me

    • @sleepybrain5626
      @sleepybrain5626 Рік тому +6

      You will heal soon.....take care

    • @deepjyootidas
      @deepjyootidas Рік тому +9

      None can help you; only you yourself can.

    • @borahrikta1236
      @borahrikta1236 Рік тому +7

      Your each nd every line... I cn able to relate... It's hard to vanish all those memories 💔

    • @Partha_music
      @Partha_music Рік тому +4

      Stay strong brother❤..God has something better for you🎉❤

    • @pawangogoi7043
      @pawangogoi7043 Рік тому +3

      😭😭

  • @MosturaBegum-i3w
    @MosturaBegum-i3w 6 місяців тому +2

    Bht bht vl lge song tu xuni emn dhuniya💗.. Myy Fvrt song🎶❤✨🥀

  • @NILUT359
    @NILUT359 7 місяців тому +12

    Nice voice and most emotional song ❤❤😊😊

  • @DeepsikhaDas-n6w
    @DeepsikhaDas-n6w 5 місяців тому +1

    উফ্ফ তোমাতেই হেৰাও মই ধাৰাষাৰ
    কি সুন্দৰ ❤️❤️

  • @KokiNYt-bgmi
    @KokiNYt-bgmi 2 роки тому +8

    Jidena tai ari jua pist..val akow paboloi mone nujua hol. Thothpiu thkibo lgiboo krubar akhat😌😌😌😌

  • @pranamikaborah3382
    @pranamikaborah3382 7 місяців тому +2

    Ki je dhuniya❤ bare bre xuni thkibo mn jai❤

  • @JharnaDevi-rk8nd
    @JharnaDevi-rk8nd 7 місяців тому +3

    Bohut vl lagil gaan tu xuni

  • @rajapayeng9174
    @rajapayeng9174 Місяць тому +1

    উম বঢ়িয়া হৈছে ❤🎉

  • @Motivation17549
    @Motivation17549 Рік тому +7

    গীতটোৰ আৱেগ ভৰা শব্দবোৰে মনটো চুই গ'ল .........❣❣

  • @mixturepj3377
    @mixturepj3377 Місяць тому +1

    Bhal pabo khuju akow abar❤

  • @RajaGogoi-z5m
    @RajaGogoi-z5m 8 місяців тому +6

    সুন্দৰ এটা মাত্ৰ গীতে এজন গায়কক আজীৱন অমৰ কৰিব পাৰে।

  • @UshaparnaGogoi
    @UshaparnaGogoi 19 днів тому

    মন বেয়া হ'লেই ভালপাব খোজো আকৌ এবাৰ❤❤

  • @RabhaMissong
    @RabhaMissong 7 місяців тому +3

    খুব সুন্দৰ ।
    ভাল লগা সুৰ, কথা, ,,,,,,,,

  • @SamarjitRabha-fg1bh
    @SamarjitRabha-fg1bh 8 місяців тому +20

    Aji a first hunisu 50bar man hunilu bht val lga gaan

  • @Resuptanti
    @Resuptanti 2 місяці тому +4

    😢 uff emn dhuniya

  • @kidszone6339
    @kidszone6339 8 місяців тому +4

    Ufffff lyrics ❤ valpabo khuju akou abr😢

  • @abhijitneoglove8921
    @abhijitneoglove8921 8 місяців тому +5

    Modor gilas loiu j eman dhuniya gan gabo pare hei he original gantu hunibo ahilu...bare bare hei j lora tu a guwa line keita hunibo mn goise 😊😊😊❤❤❤❤❤

  • @BhagyashreeGogoi-z6k
    @BhagyashreeGogoi-z6k 29 днів тому +2

    ❤❤uff

  • @akashnayanmusical251
    @akashnayanmusical251 9 місяців тому +5

    Uff voice ❤️🔥যিমান শুনিলেও আমনি নালাগে❤❤

  • @PranjalHazarika-h1x
    @PranjalHazarika-h1x 7 місяців тому +1

    Bhut dhuniya lage hajar hunelau amoni nlage 👌💕💕💕💕

  • @binod7478
    @binod7478 8 місяців тому +3

    Ohh কিমান সুন্দৰ কথা ।

  • @PurnimaSimi
    @PurnimaSimi 6 місяців тому +2

    বহুত ভাল হৈছে শুনিলে শুনি থাকিব মন জায় আমণি নেলাগে ❤❤😊😊

  • @pankajjyotibora8166
    @pankajjyotibora8166 3 роки тому +30

    হৃদয় স্পৰ্শ কৰি যোৱা শব্দবোৰ ।

  • @MinakhiBordoloi-hp5qw
    @MinakhiBordoloi-hp5qw 6 місяців тому +1

    Lovely song birat Val lagil❤❤❤

  • @monalisha067
    @monalisha067 7 місяців тому +4

    My favourite song xodai xunu gaan2 jiman xunileu amoni nalage ❤🥰

  • @khitishdeka6557
    @khitishdeka6557 4 місяці тому +1

    অতি সুন্দৰ ,হৃদয় চুই যোৱা এটি গান ।❤

  • @karabiprincydas7266
    @karabiprincydas7266 3 роки тому +9

    Aaioiiii lyrics....... Eman dhuniaaa..... ভাল পাব খোজো আকৌ এবাৰ❤❤❤ তোমাকেই তোমাকেই........ Haaie.... ❤❤

    • @MultimediaTr.
      @MultimediaTr. 2 роки тому

      ঐ! ভাল পাব খোজো আকৌ এবাৰ! ❤️

  • @Der822
    @Der822 7 місяців тому +1

    gan khone hridoi sumi gol ❤❤❤❤❤❤❤

  • @lachitkalita4404
    @lachitkalita4404 Місяць тому +3

    Love this song ❤❤❤❤❤

  • @rabhaffvlogs1154
    @rabhaffvlogs1154 6 місяців тому +1

    Moza dei borah well done with your melodies voice

  • @labhitasaud3272
    @labhitasaud3272 7 місяців тому +6

    In the era of Nahiba ubhoti i listening to " Val pabo khuju akou ebar " 😌✨

  • @pranjalbarua5149
    @pranjalbarua5149 Місяць тому +1

    যিমান শুনিলেও হেপাহ নপলাই ও ইমান প্ৰাণ ধালি গাইছা❤

  • @mousumisworld7331
    @mousumisworld7331 8 місяців тому +13

    হাতত গিলাছ লৈ থকা দাদা জনৰ পৰা আহিছোঁ 😊 শুনিয়েই আছো, শুনিয়েই আছো.... ❤❤❤ What a lyrics 💘 ভাল পাব খোজো আকৌ এবাৰ 🥰

  • @alwaysbehappy9714
    @alwaysbehappy9714 24 дні тому +1

    Salute Raja da🫡. Nice tabla bools ❤. Loves to all artists 💖

  • @sudiptabordoloi214
    @sudiptabordoloi214 2 роки тому +6

    Jetia hridoyot karubar babe xosa vl pua thake enkua lyrics aru xurr hridoyr porai njonake ulai pore ojanite🥀❣️ Govir nixa aru ei osrunigora gaanor vaxa...ufff jen jurkoi tumar hatkhon akow ebaroloi khamosi dhori mur galot bulai lom💔 monot pore tumr mukh khon...tmr namote siyori vagori pore eta xomoi t ontorkhone.. montu olp man patol lgi jai🖤......
    Jidina prothom xunisilu gaantu xeidinaw ratitu xekh hoisil tmr namote.. Etiaw xekh hoi ketiaba💔..... Dhonyabad dada gaantu amk diar babe💝

  • @babulali8634
    @babulali8634 7 місяців тому +1

    10000bar man xunilo ufff mjjjjjha

  • @MeghaTocha
    @MeghaTocha 8 місяців тому +4

    Val pabo khuju akou abar❤❤❤❤

  • @Monojit8638
    @Monojit8638 26 днів тому +1

    When people fall in love,they listen to enjoy the song , but when they breakup they learn to understand the meaning of music 💫😌I left a memory in the comment box with a broken heart. If someone suddenly likes it, I will listen again. I will hear the sound in the notification. These songs will never get old.💔🥀B

  • @neetukakoti9681
    @neetukakoti9681 3 роки тому +59

    Loved the lyrics and the best part- classical touch in a modern composition.

  • @multi945information
    @multi945information 7 місяців тому +1

    Tumatei herau moi
    Uff ki hur
    Mojja

  • @rivaldodas5118
    @rivaldodas5118 2 місяці тому +3

    Heart touching song but very nice ❤

  • @RhythmBora
    @RhythmBora 7 місяців тому +1

    Ki j mitha... Really awesome.. Love it❤❤

  • @barshadas8448
    @barshadas8448 10 місяців тому +11

    তুমি মোৰ নোহোৱা বুলি জানিও কিয় মনটো এ সদায় তোমাকেই বিচাৰে 😢 কিয় তোমাতেই হেৰাই যায় সকলো সপোন 🥺🫂

    • @JitenDas-qf6nl
      @JitenDas-qf6nl 7 місяців тому +2

      তোমাক বহুত val lage mur jana ❤❤

  • @Sweetyhazarika-w5r
    @Sweetyhazarika-w5r 4 місяці тому +1

    My favourite song ❤ vall gaisa dai tumi ❤

  • @MonikaBorgohain-uv7zx
    @MonikaBorgohain-uv7zx 10 місяців тому +6

    ❤❤❤❤সুমধুৰ গীত,আমনি নলগা, শুনি থাকিবই মন❤

  • @dharitrisonar353
    @dharitrisonar353 2 місяці тому +2

    So nice song really👌❤

  • @jyotimoyofficial4141
    @jyotimoyofficial4141 4 місяці тому +6

    234 bar aa gya hu sunne ke liye❤

  • @deepshikhagogoitairai3905
    @deepshikhagogoitairai3905 3 місяці тому +1

    Val pabo khuju ako ebar ❤ love this song very much ❤❤

  • @DipankorBora-qo5xv
    @DipankorBora-qo5xv 8 місяців тому +8

    8Tar pora etia 11ta bajise ekerahai huni asu bht val lagise mnt pore tailoi val2 etiao pao tai j ako muk pai take vabi thaku moi thank u probin da ❤️🥰

    • @PaporichetiaPapori
      @PaporichetiaPapori 8 місяців тому

      Moi bortoman huni asu,11 bar hoisege aru sau kiman bar hunibo paru eketa kei huni thakibo❤❤

    • @DipankorBora-qo5xv
      @DipankorBora-qo5xv 8 місяців тому

      ​@@PaporichetiaPaporiAjio hunib ahisu ako bht baror karne

    • @DipankorBora-qo5xv
      @DipankorBora-qo5xv 5 місяців тому

      ​@@PaporichetiaPaporinkb aru gaan2 bht val lage zubeen da mousam da pasote jodi neel da pasote jodi kunuba apun heijonei hl prabin borah ❤️

  • @DakshinaBharadwaj
    @DakshinaBharadwaj 6 місяців тому +1

    Jiman sunileo Amani nalage. Amazing ❤

  • @jitumonikalita4664
    @jitumonikalita4664 7 місяців тому +3

    সদাই প্ৰিয় আপুনি ,আৰম্ভণি ৰ পৰা এতিয়া লৈ ,বিশেষ কৈ এইটো গান সুৰ প্ৰিয় ,হেঁপাহ নপলাই শুনিলে ও ❤

  • @pranjalnath8278
    @pranjalnath8278 8 місяців тому +2

    Bhut vl lgise dada jonr porahe gm plu emn dhuniya

  • @surajitdeka1071
    @surajitdeka1071 8 місяців тому +11

    আৰু এনে গান নবনাবা, কাৰণ আমি এইটো গানকে শুনি থাকিম ❤❤

  • @elvizvloging2712
    @elvizvloging2712 2 місяці тому +2

    Bhaiti bht dhuniya gaaisa..
    Agg bari jwa val val gaan bonai..love from rangia...nd all my brothers❤