দৰাৰ বাবে ৰৈ থাকিল কইনা, কিন্তু বিয়া পাতিবলৈ নাহিল দৰা

Поділитися
Вставка
  • Опубліковано 22 лис 2024

КОМЕНТАРІ • 1,7 тис.

  • @mouchumibaruah9486
    @mouchumibaruah9486 Рік тому +238

    যি হ'ল বহুত ভাল হ'ল তেনেকুৱা ল'ৰাৰ লগত বিয়া হলে গোটেই জীৱন অশান্তিত যাব ।

  • @ArupDas-qr6qc
    @ArupDas-qr6qc Рік тому +266

    আপোনালোকৰ ওপৰত ভগৱানৰ আশীৰ্বাদ আছে।ভাল দিন আহিব।

    • @imhere001
      @imhere001 Рік тому +2

      Apunaluke gmei pua nai... Koina Joni ovodro hoi tair msg bur dekhisu nhoi

    • @abinashdas_aavinab
      @abinashdas_aavinab Рік тому +1

      @@imhere001 upuni Kun hoi koina joni r ?

    • @bastabdas8344
      @bastabdas8344 8 місяців тому +1

      বান্ধি থবো লাগিছিল সিহঁতক

  • @sanjuktarajavlogs6378
    @sanjuktarajavlogs6378 Рік тому +426

    ছোৱালী জনীক ভগৱানে সাহস দিয়ক, শক্তি দিয়ক। ছোৱালী জনি যাতে ভাঙি নপৰে।

  • @MRAxom
    @MRAxom Рік тому +37

    দাদা দুখ নকৰিব, হৈ ইমান কষ্টৰে বিয়াখন পাতিছিল আপোনালোকে, কিমান হেপাহ আছিলে... But একো চিন্তা কৰি দুখ কৰি নাথাকিব, যি হৈছে ভালে হৈছে, নহলে আপোনাৰ ভন্টি বিয়াৰ পিছত ইয়াতকৈ বহুত বেছি কষ্টত থাকিলে হৈ.. একো নাই ইয়াত কৈ বেছি ভাল লৰা পাব , ভাল পৰিয়াল পাব চাই থাকক... ভগৱানে মংগল কৰক আপোনাৰ ভন্তিক মই তাকে কামনা কৰিছোঁ.. 🙏🙏🙏

    • @bhargabkalita4309
      @bhargabkalita4309 Рік тому +1


      মাজনী তোমাৰ প্ৰতি ঈশ্বৰৰ আশীৰ্বাদ আছে। তোমাৰ ভাগ্য ভাল পাষণ্ড ৰ হাতত নাপালা। তুমি নিজকে সুৰক্ষিত বুলি ভবা।

    • @junhajorika669
      @junhajorika669 Рік тому +1

      God bless u 🙏

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 Рік тому +385

    ঈশ্বৰ ৰে ভাল কৰিলে কাৰণ ছোৱালীজনীয়ে বহুত কষ্ট পালে হয়। তেওঁলোকৰ কথা গম পায়।

    • @imhere001
      @imhere001 Рік тому +3

      Apunaluke gmei pua nai... Koina Joni ovodro hoi tair msg bur dekhisu nhoi

    • @nipkumar4910
      @nipkumar4910 Рік тому +11

      @@imhere001 ডাঙৰীয়া আপুনি কিবা ডৰাঘৰৰ পক্ষৰ মানুহ নেকি?

    • @gobindabarman1102
      @gobindabarman1102 Рік тому

      @@nipkumar4910 hobo pare suyalir goror a hoy sage vale hoyse 2 Tai kom nohoy

    • @justwatch4382
      @justwatch4382 Рік тому +3

      @@imhere001 Biya nkoru buli kole beya msg tu diboi. Parile dusor man dibo he lage he lage

    • @abinashdas_aavinab
      @abinashdas_aavinab Рік тому

      @@justwatch4382 ki msg pale o upuni

  • @lakhyajitgohain1796
    @lakhyajitgohain1796 Рік тому +13

    ভালেই হৈছে। ছোৱালী জনীয়ে এতিয়া তাতকৈ বহুত ভাল ল'ৰা এটাহে পাব

    • @ManjulataBhattacharya
      @ManjulataBhattacharya 6 місяців тому

      ভগৱান যি কৰে ভালৰ বাবেই কৰে

  • @LAWRENCE-f5t
    @LAWRENCE-f5t Рік тому +24

    ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। সেইখন ঘৰত ছোৱালী জনী বিয়া হোৱা হ'লে গোটেই জীৱন দুখত থাকিব লগা হ'ল হয়। সচাঁ ভাল পোৱা হ'লে সোণ ৰূপ, ধন টকা পইচা নিবিচাৰে। স্বাৰ্থৰ মানুহ সেইবোৰ। তাতকৈ ভাল ল'ৰা পাব ছোৱালী জনী। চিন্তা কৰিব নালাগে, এগৰাকী নাৰীক কেনেকৈ সন্মান কৰিব তাকো নাজানে।

  • @aimee890
    @aimee890 Рік тому +82

    ভন্টি যি হৈ গ'ল তাৰ বাবে চিন্তা নকৰিবা এদিন দুখ লাগিব । বিয়া হোৱা হলে গোটেই জীৱন দুখ লাগিল হেতেন।

  • @tarusaikia657
    @tarusaikia657 Рік тому +365

    বিয়া নহল ভালে হল জীয়াই জীয়াই জ্বলাই মাৰিলে হয় ঘৰত নিয়া হলে দুখ লাগে,

  • @ladyflora845
    @ladyflora845 Рік тому +8

    দুখৰ কথা যে অসমতো এনেকুৱা হৈছে এইবাৰ। অসমলৈ কুনাম কঢ়িয়াই অনা ঘটনা। আশা কৰোঁ যে এইয়াই প্ৰথম আৰু অন্তিম ঘটনা।

  • @sanjuktarajavlogs6378
    @sanjuktarajavlogs6378 Рік тому +142

    কইনা জনীৰ যে ভাগ্য ভাল , ইমানতে ৰক্ষা পৰিল। যদি বিয়া হৈ যোৱা হেঁতেন ছোৱালী জনিয়ে বোৰ কষ্ট ভুগিব লাগিল হয়। সেই কাৰনে দুখীয়া মানুহৰ ঘৰৰ ছোৱালী হৈ জন্ম লোৱা টো বোৰ পৰিতাপৰ কথা। মই ও ভুক্ত ভুগি।

    • @nehagaming123
      @nehagaming123 Рік тому +5

      মনত দুখ নকৰিবা মানুহ ধনী দুখীয়া থাকে। মই ধনী হৈ কি কৰিছো ।

    • @juridas6139
      @juridas6139 Рік тому +2

      Moio bhukto bhugi dukhia ghorot jonmo hoi karon mor sasu Mai Moi joutuk niniar babe bohut kotha hunay anki hihotor kahit bhat khoar karoneo mok bohut beake koi

    • @sanjuktarajavlogs6378
      @sanjuktarajavlogs6378 Рік тому

      @@juridas6139 nije nijor vorit thiyo hobo hikikok aru ulai Ahok tar pora. Swadhin jibon japon korok. No tanson.

    • @soonmoni6746
      @soonmoni6746 Рік тому

      Thik ,moru bhut dhukh,moi u aji bhut bogtabogi

    • @dibakarkalita1860
      @dibakarkalita1860 Рік тому

      Dorajon petela............... Kothaburot ohongkari jen lagei........... Dhoni manuh je kotha saji koi sualik bodnaam korise naam koi koi....dora pokhyor vdo Tu sabosun......... Bhoniek jonir kothat misa jiliki uthise....... Bou ekok santi nidile heten

  • @sreesantgamerz2934
    @sreesantgamerz2934 Рік тому +102

    এনে কোৱা কুকুৰৰ লগত জীবন সংগী পাতে নেকি। ভগৱানে তোমাৰ মংগল কৰক। বিয়া একমাত্র লক্ষ নহয়। নিজৰ ভৰিত থিয় হবলৈ শিকা।

    • @dhrubajyotigogoi518
      @dhrubajyotigogoi518 Рік тому +5

      আপুনি সম্পুৰ্ণ কথাখিনি জানে নে ? একপক্ষ ৰ হৈ মন্তব্য কৰাতো কিমান যুক্তিসংগত ?

    • @justwatch4382
      @justwatch4382 Рік тому

      Dhoni ghoror ovdro lora aibur.

    • @pallabichakraborty5848
      @pallabichakraborty5848 Рік тому

      Thik koise yak jail hobo lage

  • @NirmolRay1996
    @NirmolRay1996 Рік тому +168

    দৰা পক্ষৰ মানুহৰ মূৰত গোৱৰ আছে।।।

    • @ranamayabrahma1801
      @ranamayabrahma1801 Рік тому +1

      গোৱৰ নহয় গুৱৰুৱাৰ বাহ আছে

    • @dhrubajyotidas4975
      @dhrubajyotidas4975 Рік тому +1

      News live t koinar wp chat dia ase sai ahib gm pab kun khab nupua😁😁

  • @coloursoflife943
    @coloursoflife943 Рік тому +24

    যি হয় ভালৰ কাৰণে হ'য়। ঈশ্বৰক ধন্যবাদ দিয়ক আপোনালোকৰ কন্যা বাচি গল। নহ'লে অলগৰ্ধ এজনৰ লগত গোটেই জীৱন কটাব লগা হ'লহেতেন।

  • @montudarig4737
    @montudarig4737 Рік тому +160

    আইন ব্যৱস্থা হব লাগে যিমান বিয়াত খৰচ হৈছে তাৰ মূল্য দৰা ঘৰে দিব লাগে ।

  • @rirleyarfarme8133
    @rirleyarfarme8133 Рік тому

    সৰ্ম্পন্ন বিয়াাৰ ক্ষ্যতি পুৰণ ব্যৱস্থা গ্ৰহন কৰিৱ লাগে । আৰু দৰাৰ চৰিত্ৰ আগতেইযে গম পালো ভগৱানক ধন্যৱাদ । কন্যনাই এইজন দৰাকৈ বহুত ধুনিয়া দৰা পাৱ ।

  • @monalishatalukdar9162
    @monalishatalukdar9162 Рік тому +258

    এইবিলাক চৰিত্ৰৰ কাৰণে আজিকালি লৰাই বিচাৰি বিচাৰি ছোৱালী নাপাই।পিছত কব ছোৱালীৰ ৰাখি থোৱা আছে বুলি, ইমান টকা পইচা খৰছ কৰি বিয়া হোৱা ত কৈ সেইখিনি পইচা ৰে ব্যৱসায় কৰি খোৱাই ভাল।বিয়া হব লাগে বুলি কথা নাই মাথোঁ আত্ম নিৰ্ভৰশীল হব লাগে।

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 Рік тому +15

    মানুহৰ জন্ম, মৃত্যু, বিবাহ কোনোৱেই নাজানে কাৰ কেতিয়া কত কি হয় 🙏🙏

  • @guptasarmah8949
    @guptasarmah8949 Рік тому +62

    ঈশ্বৰে যি কৰে ভালেই কৰে। বিয়াৰ পিছত ছোৱালীজনীৰ বিপদহে হ'লহেতেঁন।

  • @kennedykerketta401
    @kennedykerketta401 Рік тому +96

    God has saved the girl from danger .

  • @nilotpalsaikia6399
    @nilotpalsaikia6399 Рік тому +311

    আপোনাৰ ভনীয়ে এদিন কান্দিছে তাক লৈ দুখ নকৰিব... তেও সেইটো পৰিয়ালত গোতেই জীৱন কান্দি থাকোঁতে গলে হয়

  • @binodkakati7300
    @binodkakati7300 Рік тому +2

    যি হ'ল ভালেই হ'ল ! ভগৱানে যি কৰে ভালেই কৰে ! বিয়াখন ভাগিলেও ছোৱালীজনীৰ ভৱিষ্যত জীৱন ভাল হ'বগৈ ! নহ'লে ছোৱালীজনীয়ে চিৰকাল জীয়াতু ভূগিব লাগিলহেঁতেন ! ছোৱালীজনীক নতুন কৈ ভাল এখন ঘৰ চাই বিয়া দিয়ক ! সময়ে ভাল কৰি লৈ যাব ! ভৱিষ্যত উজ্বল হ'ব বুলি কামনা কৰিলোঁ !

  • @robinchangmai9312
    @robinchangmai9312 Рік тому +26

    যি হল ভাল হল । যদি এই লৰাজনৰ লগত সম্বন্ধ হল হয় , তেন্তে বৰ দুখ ত দিন কটাব লাগিল হেঁতেন । মই ভাবো যে তাই বৰ lucky । ভগৱান তাইৰ লগত আছে । যি হল ভাল হল । Think positive । আৰ্শীবাদ থাকিল ।

  • @aamarprithivibharatiphukan6883

    ভগৱানক ধন্যবাদ দিয়ক,বিয়াহৈ যোৱাৰ আগতেই দৰা আৰু দৰাপক্ষক চিনি পালে,তেনে পৰিয়াললৈ বিয়া হোৱাতকৈ ঘৰতে থকাই ভাল,ঈশ্বৰে যি কৰে ভালেই কৰে,আহিবলগীয়া দিন বোৰ এতিয়াতকৈ ভাল দিন হৈ তেঁওৰ বাবে আহি আছে, All the best

  • @priyaborgohain2479
    @priyaborgohain2479 Рік тому +381

    Ji hoi valor karone hoi dukh nokoribo. Apunar vontie tatkoi besi val lora pabo

    • @AssamesekitchenandVlogs
      @AssamesekitchenandVlogs Рік тому +21

      Right thik koise..bohut bhal lora pabo..luksan holeu eku ny ..manhu sinibo deri hol..beya manhor pora basile..biya hole bohut kosto dile hoi

    • @heisenberg5124
      @heisenberg5124 Рік тому +5

      Hei2 agote hobo lagisl....anei luksan hol

    • @perfectsm6891
      @perfectsm6891 Рік тому +2

      Kheitu nuhua nhoi but suwali joni respect aru ghr pariyalar respect bur akou ahib parib janu.....

    • @papubora8597
      @papubora8597 Рік тому

      Kolap thakele hbo a....haibuli ari debo nuware lora tu uprt keba ata koribo

    • @jyotismanhazarika3524
      @jyotismanhazarika3524 Рік тому

      @@perfectsm6891 right . ghor khonor self respect kot thakil

  • @uttampegu1969
    @uttampegu1969 Рік тому +1

    ভগৱানে যি কৰে ভালেই কৰে। ভগৱানে তাইৰ কাৰণে বেলেগ ভাল ব্যৱস্হা কৰি থৈছে। এই কঠিন সময়খিনিত ভগৱানে তাইক শক্তি দিয়ক।

  • @abhijit47
    @abhijit47 Рік тому +54

    অসমীয়া এষাৰ কথা আছে।
    ঈশ্বৰে যি কৰে ভালেই কৰে। বিয়াৰ আগতেই মানৱ ৰূপত দানৱ চিন ওলাল ।

    • @imhere001
      @imhere001 Рік тому

      Apunaluke gmei pua nai... Koina Joni ovodro hoi tair msg bur dekhisu nhoi

  • @lakhijyotichinteyvlog6378
    @lakhijyotichinteyvlog6378 Рік тому +3

    বহুত দুখ লগা খবৰ😞।তেখেত কি নিজকে চিনেমাৰ গোন্দাগিৰি ভাবিছে নেকি নিজকে 😡। শিক্ষিত মানুহৰ ঘৰ হৈ শিক্ষাৰ বিষয়ে একো না জানে। যিমান বিয়াৰ কাৰণে টকা খৰচ হল, এখেতক দিবলৈ কওক।
    😭😡 ।
    একো নহয় বাইদেউ। নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ মনটোক কঠিন কৰা। ভগৱানে মঙ্গল কৰক আপোনাক।

  • @পইতাভাতগগৈ
    @পইতাভাতগগৈ Рік тому +73

    ভগৱানে ভালে কৰিলে,সেইটো মানুহ নহয় দানৱ আছিলে। বিয়া আগতেই গম পালে যে কুকুৰৰ পোৱালি কেনেকুৱা মানুহ আছে।বিয়া পাছত হয়তো তাইক কি শাস্তি দিলে হেঁতেন।

  • @jayabhagawatipujari3265
    @jayabhagawatipujari3265 Рік тому +2

    এনেকুৱা এটা পৰিয়ালৰ লগত আপোনালোক ৰ সমন্ধ নোহোৱাটো সোভাগ ।ইমানতে ৰক্ষা পোৱাৰ বাবে ভগৱান ক ধন্যবাদ । দুখ নকৰিব । খকুৱা আৰু দুষ্টৰ পৰা ৰক্ষা কৰাৰ বাবে আপোনালোকে ও ভগৱানক ধন্যবাদ দিয়ক ।ভনী জনীয়ে দুখ নকৰি এনে। মানুহৰ বিৰোধে সাহসৰে থিয় দিয়ক । তাইৰ ভাল হ ওক

  • @prarinitasaikia4380
    @prarinitasaikia4380 Рік тому +46

    একো বেয়া হোৱা নাই তাই ভাগ্যৰ ভাল যি কৰে ভগৱানে ভালৰ বাবেই কৰে চাব এটা ভাল ল'ৰা লগত বিয়া হব। আৰু এটা কথা এনেকোৱা চাথপৰ ল'ৰা লৈ বিয়া হোৱাত কৈ নোহোৱাকৈ থকাই ভাল।

    • @assamese_facts
      @assamese_facts Рік тому +2

      Moi jodi Biya patu,!!!!!!!!! Okol suali jni hlei hl,, aru eku nalage☺️

  • @user-kh5es8is6l
    @user-kh5es8is6l Рік тому +1

    ছোৱালী ঘৰৰ টকা পইছা গʼল আৰু কষ্ট ও যথেষ্ট হʼল । তথাপিও সুখৰ কথা এটা হʼল যে ছোৱালী জনী সাম্ভাব্য মৃত্যুৰ পৰা বাছিল। কাৰণ ইমান লোভী মানুহৰ ঘৰত ছোৱালী জনী নিশ্চয় সাংঘাটিক বিপদত পৰিলে হয়।যি হয় ভালৰ বাবেই হয়।🙏🙏🙏

  • @bhabanidas3724
    @bhabanidas3724 Рік тому +45

    ভগবানে যিকৰে ভালৰ অৰ্থেই কৰে। ছোৱালীজনী ৰক্ষা পৰিল। দৰাঘৰলৈ মানুহবোৰৰ ওপৰত পুলিচ কেছ দিব লাগে।

    • @assamese_facts
      @assamese_facts Рік тому +2

      Aji Kali nu kunubai joutuk bisare ne???!!!!!! Xi maane suali jonik vle Pua nasil, joutukor luvothe Biya patibo dhorisil

  • @shamimhussainpro5267
    @shamimhussainpro5267 Рік тому

    আল্লাহে পিথীবি খনত মানব সূস্টি কৰিছেনে কলংক পাতিছেড । আৰু আপোনাৰ বহুতো ভাল হৈছে নহ'লে নিজৰ ছোৱালী টোৰ জীবন টু ধ্বংস হ'লে হেতে । ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক

  • @amirkhan6955
    @amirkhan6955 Рік тому +88

    আচলতে সিহঁত কৈ দুখীয়া আৰু অসম্ভ পৰিয়াল এই পৃথিৱী ত নাই.. আপুনাৰ ভণ্টী ক ভগৱান এ বচাইছে..

  • @khaninsarma5522
    @khaninsarma5522 Рік тому +1

    Ji hoise bhal a hoise..... Bhanti gotei jibon tat kandibo loga hol hoi... Toka poisar demand di thkil hoi ...

  • @E-4.entertainment_01
    @E-4.entertainment_01 Рік тому +308

    নাঙঠ কৰি ৰাস্তাত দৌৰাই দৌৰাই পিটিব লাগে এইবিলাকক 🤬🤬

    • @mahendranathnath96
      @mahendranathnath96 Рік тому +2

      Right

    • @sangmaibawri8056
      @sangmaibawri8056 Рік тому +2

      Right

    • @rubulali2070
      @rubulali2070 Рік тому +5

      @@rubinaahmed7738 arrange marriage hole ki hl akedinai hyse nki biya khon prothome ktha hyse free hyse tar pist he biya hyse iman din ki gm pwa nsil nki suwali jni knkua aji he j kle aru xuna ajon suwali a nijor husbandk kiba bisarile dimand kra buli nokoi xeitu tair husbandr oprt thoka odhikar buli ky

    • @rubulali2070
      @rubulali2070 Рік тому +2

      @@rubinaahmed7738 pist hole ki thik besi ksto pale hy atia aru upai nai ji hbo lga asil hl aru

    • @imhere001
      @imhere001 Рік тому +4

      Apunaluke gmei pua nai... Koina Joni ovodro hoi tair msg bur dekhisu nhoi

  • @khargeswarbhai695
    @khargeswarbhai695 Рік тому +7

    ভালে হল অনেকা কুকুৰৰ লগত বিয়া নিদিয়া ভগৱানে আপোনালোকৰ উপৰত আহিৰ্বাদ কৰিব এদিন ভাল দিন আহিব

  • @utpaltalukdar9976
    @utpaltalukdar9976 Рік тому +103

    য়ৌতুক লোৱা বিলাক পুৰুষৰ নামত কলং তহঁত,
    লাজ নালাগে কেলা এইবিলাক আনিব কাপুৰুষ হত কেলা ৷

    • @1.99lakhs8
      @1.99lakhs8 Рік тому +1

      um xehotor karone moi o koina napong sage

    • @Ariyanali1214
      @Ariyanali1214 Рік тому

      Right

    • @MDjikir-ho6pw
      @MDjikir-ho6pw Рік тому

      নিজে কাম কৰা শক্তি নাই বেতাৰ

  • @akshayp1761
    @akshayp1761 8 місяців тому +2

    Val hol nohole jivan postale hoi sinta nhkoriba val din ahibo❤❤

  • @nabajyotisaiki945
    @nabajyotisaiki945 Рік тому +6

    Dada jone kotha khini kowte dukh
    Mone koise.apunar vanti val lora pabo sinta nkribo. Jibonot ghat protighat thkei... loratuye val hasti pabo.
    Possitive thkok. God bless u

    • @monkeydyuvi23
      @monkeydyuvi23 Рік тому +1

      Katha khini khuni dukh lagil...vgwane karo lgt jate ane nkre

  • @nurulquraanofficial.channe5344

    চিন্তা নকৰিব, ভগমানে আপোনাক সহায় কৰিব, ভাল লৰা পাব,

  • @nitusaikia4804
    @nitusaikia4804 Рік тому +27

    ২০ ২৫ বছৰ নিজৰ মাক বাপেকে কিমান কষ্টৰে ডাঙৰ কৰিলে আৰু হেইজনি ছোৱালীক বেলেগক গতাই দিয়াতোয়ে যুৰিছে তেহেতক আকৌ যৌতুকৰ লাগে

  • @ritahasnu
    @ritahasnu Рік тому

    ভালেই হৈছে দিয়ক আগতেই গম পাইছে ল'ৰাৰ বিবেকটো। বিবাহ পিছত গম
    পোৱা হ'লে sister জনী বহুত দুখ পালে
    হয়।

  • @nayanrabha20191
    @nayanrabha20191 Рік тому +25

    মোৰ এটা আহ্বান সাংবাদিক সকললৈ ।
    দ'ৰাজন যাতে সামাজিক মাধ্যমত দেখোৱা ব্যৱস্থা কৰে, যাতে তাৰ আৰু তেওঁলোকৰ মানসিকতা লগতে মানুহ ৰূপী লোভিয়াহ মুখা চিনি থব পাৰে ।

    • @rajibdas1088
      @rajibdas1088 Рік тому +1

      Thiky koisy apuni

    • @mathematicsconcept4604
      @mathematicsconcept4604 Рік тому +3

      Dekhaise news live t. Heitu sale akou sualik bea pua hobo

    • @nayanrabha20191
      @nayanrabha20191 Рік тому +1

      @@mathematicsconcept4604 news keita sai asu ki km publicity he hoi nase . Kunu km nohoi but first' konubai to bhul korise hitor ata porinam

  • @assameselifetips1164
    @assameselifetips1164 Рік тому +12

    সেই দৰা লৰাজনৰ পৰিয়ালটো অসভ্য। দুদিন পিছত হিজিৰা হৈ ৰাস্তাই ৰাস্তাই হাত চাপৰি পইচা লব লগা অৱস্থা হব।🙏🙏🙏🙏🙏হৰ হৰ মহাদেৱ ছোৱালীজনীৰ পৰিয়ালটোক চকু মেলি চোৱা🙏🙏

  • @niranjanengleng4187
    @niranjanengleng4187 Рік тому +10

    যি হয় ভালৰ বাবেই হয়. আপোনালোকে দুখ নকৰিব ছোৱালীজনীৰ ভাগ্য ভাল বাবে বিয়াখন নহল. ভালতকৈ ভাল লৰা পাব চিন্তা নকৰিব.

  • @labanyagogoi1426
    @labanyagogoi1426 Рік тому

    এনেকুৱা মই বৰ হোৱা মানুহৰক এদিন নহয় এদিন সিহঁতক সেই ছোৱালীজনী আৰু মাঁক-দেউতাক বিশেষকৈ ককাইয়েক জনৰ মনত যি দুখ আৰু অপমান দিছে ;ভগৱানে তেনেকুৱা মানুহক এদিন নহয় এদিন কোনোবা এটা জনমত উক্ত ছোৱালীজনী আৰু ঘৰৰসদস্য সকলৰ যিকোনো প্ৰকাৰে ক্ষমাৰ যোগ্য হবই লাগিব নহলে পিচৰ জন্মত সেই ককাইয়েক জনৰ ঘৰত দুৱাৰ মুখত এমুঠি অন্নৰ কাৰণে বাট চাই থাকিব লগা হব পাৰে শাস্ত্ৰ মতে/মানুহৰ ধন-সোণক লৈ অসংকাৰ কৰিব কেতিয়াও নাপায়!!!!

  • @lofivibes_sonari
    @lofivibes_sonari Рік тому +19

    দুখ নকৰিব যি হয় ভালৰ কাৰণে হয় দিয়ক। অপেক্ষা কৰক ভাল দিন আহিব

  • @Mariahfinnley
    @Mariahfinnley Рік тому +15

    It was a good that she didn't get married with him and I think that instead the brides family they should have canceled it on spot because if on the wedding day this happened and what would have happend to my dear sister after her wedding......
    What happens ,happens for good...
    I hope God will bless her with a much more better husband who truly deserves her❤....
    Stay blessed dear❤❤

  • @bimanborgohainbimanborgoha6361
    @bimanborgohainbimanborgoha6361 Рік тому +23

    এই বাতৰি টোৱে অকল ছোৱালী ঘৰৰ মানুহক কেই নহয় আমি যে ছাই আছো আমাৰো দুখত হীয়া ভাগি গৈছে , আজি ৰ যুগতো মানুহ ইমান অজ্ঞানি থাকে নে,নমানুহ ৰ শিক্ষা দীক্ষা থাকিলেই নহ'ব মগজুত জ্ঞান থাকিব লাগিব, জ্ঞান এ মানুহ ক কেতিয়াও অহঙকাৰী নকৰে।
    সমগ্ৰ অসম বাসীৰ চকুৰআগত দৰাঘৰীয়া

  • @jayantapatar1897
    @jayantapatar1897 Рік тому +1

    Bhagbane suwali janik jamar duwar pora ghurai anise bhai /thanks

  • @babulali3856
    @babulali3856 Рік тому +14

    দৰাজনক আৰু দৰাৰ পৰিয়ালক থানাত থকা ডাঙৰ সোণৰ সাৰু পাত যৌতুক হিচাবে দিব লাগে এয়া আমাৰ দাবী ।

  • @Nabochotubai
    @Nabochotubai Рік тому

    বহুত ভাল korile এই ধৰণৰ মানুহ লগত biya নোহোৱা tu বহুত ভাল লাগিল মই 🙏🙏🙏🙏♥️ sinta নকৰিব আগুৱাই যোৱা

  • @monujpalak560
    @monujpalak560 Рік тому +8

    এইটোক আগতিয়াকৈ চিনি পোৱাটো ভাল হল। এই পাষণ্ডটোক ক্ষতি পূৰণ বিছাৰিব।

  • @manashiintertainment3466
    @manashiintertainment3466 Рік тому +6

    ভাগ্য ভাল ছোৱালী জনীৰ দাদা---🙏🙏😴😴😥ভগৱানে শক্তি দিয়ক ছোৱালী জনীক.........তাতকৈও ভাল লৰা পাব ----❤️🙏🙏🙏😪

    • @assamese_facts
      @assamese_facts Рік тому

      Moi jodi Biya patu, okol suali jni holei hl aru eku nalage☺️

  • @priyashrikalita8388
    @priyashrikalita8388 Рік тому +28

    নালাগে দিয়ক তেনেকুৱা এঘৰ মানুহলৈ ভন্টিক বিয়া দিব। এতিয়াও যে ইমান লেতেৰা মনৰ মানুহ আছে।

  • @babulborah3515
    @babulborah3515 8 місяців тому

    ভগৱানক ধন্যবাদ অন্তত ছোৱালী জনী মৃত্যু মুখৰ পৰা বাচিল ।

  • @arunchbora
    @arunchbora Рік тому +4

    ঈশ্বৰে যি কৰে ভালেই কৰে ৷ ছোৱালী জনীৰ বহুত কষ্ট হ’লহেতেন ৷

  • @rajaboro1952
    @rajaboro1952 Рік тому

    News je ahise bhut Val lagil mne bhut din bhut bosor pra ei paro kowa bilakr anekuwa dhej kuja sovab ase,,,,atiya Val lagibo paro kowaye paro kowar agains kotha kobo 👍👍👍

  • @asrafulbulbul8128
    @asrafulbulbul8128 Рік тому +12

    ধৰা ঘৰৰ মানুহ বিলাকৰ মুৰত কি আছে, বুজি নেপালো। মানুহৰ লগত ইমান বেয়াকৈ প্ৰতাৰণা কৰিব নেপায়। বৰ দুখ লগা বিষয়। ভন্টি জনীয়ে ইয়াতকৈ হেজাৰ গুণ ভাল ধৰা পাব বুলি কামনা কৰিলোঁ।

  • @jaishreeram9655
    @jaishreeram9655 Рік тому +2

    শেষত গৈ দুয়োপক্ষই ইজনে সি জনক দাবী কৰা ওলাব। ছোৱালী য়ে জোৰণ দিয়াৰ পিছতো ইটো সিটো নিদিলা বুলি ওলাব আৰু ল'ৰা জনেও ওলাব। সদায় একপক্ষীয় কিয়??

  • @digantadeka7201
    @digantadeka7201 Рік тому +19

    একদম ধনী ঘৰৰ মানুহৰ লগত সংসাৰ কৰিব যোৱাৰ আগত ১০০ বাৰ ভাবি চাব লাগে। চাব লাগে যাতে ছোৱালী জনী যাই সেইখন ঘৰত সুখত থাকিব পাৰিবনে? বিলাসী বাহনত উঠি বৰ সুখত খাব পাৰিব সেইটো ভাবিব নালাগে !
    লাগিলে পইতা ভাত খাই ভঙা চাইকেলখনত উঠিয়ে দুয়োৱে সাধাৰন জীৱন কটাওক তেনেকে ভাবিব লাগে কিন্তু কোনে ভাবিব!!!!!

  • @bordoloimridulmridul
    @bordoloimridulmridul Рік тому

    এনেকুৱা মানুহ আছে নে এই সময়ত ।এইবোৰক মানুহ বুলি কবনোৱাৰি জন্তুু তুলনাতু বহুতে কম।উচিত শাস্তি দিব লাগে এনেকুৱা‌ মানুহক।

  • @ajitbiswas153
    @ajitbiswas153 Рік тому +4

    আইনৰ সহায় লব পৰা যায় নেকি। Obviously দৰা পক্ষৰ বিৰুদ্ধে ব্যৱস্থা লব লাগে।

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 Рік тому

    আমি এক পক্ষৰ কথা শুনি মন্তব্য দিয়াতো কিমান শুদ্ধ ??? কিয়নো what's app message খিনি দেখিলে একে খিনি মানুহে ইয়াৰ বিপৰীত মন্তব্য কৰিব। আৰু এটা কথা , ম‌ই কিন্তু কাৰো পক্ষ লৈ মাত নামাতো। গতিকে মোৰ মতে সকলো খিনি নজনা কৈ মন্তব্য নিদিয়াই ভাল । ধন্যবাদ ।

  • @MKD644
    @MKD644 8 місяців тому +3

    ঈশ্বৰে দেখাইছে ভবিশ্বত বেয়া হব ছোৱালীটোৰ বাবে ।এটিয়াইও সময় আছে tension লব নালাগে।গঢ় bless you 🙏

  • @megharoy6133
    @megharoy6133 Рік тому

    Dukh nokoribo ji hoi valor karone hoy. Apunar vonty heikhon ghorat goi gotei jiban dukhot thakibo lagile hy. Vogoban ase vogobane adin din dibo dada🙏

  • @bichitraboro4464
    @bichitraboro4464 Рік тому +4

    আজিৰ দিনটো এনেকুৱা লোভিয়া মানু্হ আছে ! বিয়াখন নহল একপ্ৰকাৰ ভালোও হৈছে। কাৰণ তেনেকুৱা মানুহে বিয়াৰ পিছত কৈনাজনিক যৌতুকৰ নামত অত্যাচাৰ কৰিলেহেতেন । মানৱতা হীন স্বাৰ্থলুভী তথা সংস্কাৰহীন আছিল দৰাপক্ষৰ মানু্হ ।

  • @NJMixNJMix
    @NJMixNJMix Рік тому

    মই ভাবো আপোনাৰ ভন্টি জনী আগন্তুক বিপদৰ পৰা বাছিলে। ভাল হব চিন্তা নকৰিব আপোনাৰ দুখ অনুভৱ কৰিব পাৰিচো। ভগবান আছে।

  • @anirudhakalita4041
    @anirudhakalita4041 Рік тому +5

    দুয়োপক্ষৰ মতামত লোৱাৰ পিছত আচল কথা ওলাই পৰিব। দৰাই কোৱা মতে‌ ছোৱালীজনীয়ে কিবা বেয়াকৈ কৈছে।

  • @JuwelTaro
    @JuwelTaro 7 днів тому

    Bhal he hoise.. Diboi nalage..suwali aru tenekoiye pabo hasti....

  • @atulhazarika4227
    @atulhazarika4227 Рік тому +6

    গুৱাহাটী হেঙেৰাবাৰীৰ কোন এই লুভীয়া তালুকদাৰ পৰিয়াল? ছোৱালী এজনীৰ জীৱনকলৈ হেতালি খেলা । আমি গুৱাহাটীৰ বাসিন্দা হৈ অতি লজ্জিত অনুভৱ কৰিছো ।

  • @zomunarajbongshiyadav2
    @zomunarajbongshiyadav2 8 місяців тому

    যেতিয়া দৰাঘৰে উল্টা তেলৰ ভাৰ বিছাৰিছিল তেতীয়া কেঞ্চেল কৰিব লাগিছিল 🙏🏼🙏🏼🙏🏼 বহুত দুখজনক কথা দুখ লাগিল 😭😭😭

  • @binudgogoi9213
    @binudgogoi9213 Рік тому +3

    আইনৰ সহায় ল'ব লাগে। এজনী ছোৱালীক ইমান অপমান কৰিবলৈ কোনে অধিকাৰ দিলে। তেওঁ লোকৰ বাইভনী নাই ছোৱালী ঘৰৰ অন্তৰ বেদনা কোনে বুজি পাব।

  • @chinugogoi9738
    @chinugogoi9738 Рік тому

    ভগৱানে যি কৰিলে আপোনালোকৰ ভালৰ বাবেই কৰিলে,ছোৱালী জেনীৰ ভৱিষ্যত ধ্বংস নহৈ যে ইমানতে বছালে। এতিয়া আপোনালোকৰ যিখিনি লোকচান কৰিলে তাৰ পূৰণৰ দাবী কৰক।

  • @khirodagogoi625
    @khirodagogoi625 Рік тому +3

    সেই জন লৰালৈ কোনো ছোৱালী
    য়ে ভৱিষ্যতে বিয়াত বহিব নালাগে
    । ঈশ্বৰে যি কৰে সদায় ভাল কৰে। ভণ্টী জনীৰ দিন ভাল
    আছিল সেই কাৰণে ঈশ্বৰে দৰাক আহিবলৈ বাধা দিলে ।
    ভবিষ্যতে তাইৰ খুউব ভাল
    মানুহৰ লগত বিয়া হব
    ঈশ্বৰৰ কৃপাৰ লগতে আমাৰ
    মনুষ্যৰো আশীৰ্বাদ সদায় আছে।
    কৃষ্ণ।।

  • @rashmiborah9138
    @rashmiborah9138 Рік тому

    Ji Bhogobane korile vale korile diok. Nohoba biya hoi jua pasot joutukor babe marpit kori thakile heten sodai. Apunar vontie bht val lorahe pabo boyok sinta nokoribo. 🙏🙏💙.bht bea lagise dei. Ajikaliu bor asot manuh thake.

  • @kbentertainment2927
    @kbentertainment2927 Рік тому +14

    কইনাই আৰু তাৰ অত্যাছাৰ সহিব নালাগে আগতে গম পালে সি মানুহ নহয় দানৱ 😡

  • @prasantakumargogoi6867
    @prasantakumargogoi6867 Рік тому

    যি হ'ল ভালেই হ'ল ৷কাৰণ জীৱনটো ৰক্ষা পৰিল ৷

  • @Miduldutta
    @Miduldutta Рік тому +14

    কিছুমান কাৰ্য ভালৰ বাবে হয় এইয়া কোনো দূৰ্ভাগ্যজনক কথা নহয় ,
    সেই ঘৰলৈ ছোৱালী জনি বিয়া হৈ যোৱা হ'লে কিজানি বৰ বাঘৰ সমস্যাত পৰিল হয় মানে ভাৱিব নোৱাৰা ,
    গতিকে এনেকুৱা কিছুমান বিপদৰ সম্মুখীন হ'লে ভগৱানে প্ৰবেশ কৰে মনুষ্য ৰূপত ,
    ভাল ল'ৰা ভাল সংস্কাৰ মানুহৰ পৰিয়াল পাব ,
    এইয়া ভালৰ বাবে হ'ল বুলি এনজয় কৰক

    • @harenmohan6586
      @harenmohan6586 Рік тому

      এয়াই নেকি শিক্ষীত সমাজৰ ধম।এজন লৰাৰ বাবে এজনী ছোৱালীয়ে ই ওপৰুক্ত যৌতুক।এনে নিকৃষ্ট মানসিকতা ৰ দৰাঘৰীয়াক লেংতা কৰি পিটি পিটি পিঠিত সোণৰ চেইন গঢ়াই দিব লাগে

    • @Miduldutta
      @Miduldutta Рік тому

      @@harenmohan6586 right 👍

  • @jyotikasaikia528
    @jyotikasaikia528 Рік тому

    বিয়া পাতি নিব মন নাই আগতেই কইনা ঘৰত অৱগত কৰিব লাগে। বিয়া দিনা এনেকুৱা এটা সিদ্ধান্ত মানি ল'বলৈ টান। কইনা পক্ষই আইনী ব্যৱস্থা লওক দৰাৰ উপৰিও। কইনাক ভাগি নপৰিবলৈ অনুৰোধ জনালোঁ 🙏

  • @deepgaming7046
    @deepgaming7046 Рік тому +4

    যি হল ভালৰ বাবে হল বুলি ভাবক । যদিও বিয়া পাতি নিলে হয় পাছত ইহঁতৰ নিচিনা মথা নথকা বোৰে ছোৱালী জনিক বহুত কষ্ট দিলে হয়।

  • @labhitakalita6901
    @labhitakalita6901 Рік тому +1

    এনেকুৱা পৰিয়াল এটাৰ লগত ছোৱালী জনীৰ বিয়া ভাঙি ছোৱালী জনী ৰক্ষা হে পৰিল।বিয়াৰ পিছত হয় টো তাই এইবোৰ কাৰণত অত্যাচাৰৰ সন্মুখীন হল হেতেন।

  • @upasanatalukdar9002
    @upasanatalukdar9002 Рік тому +30

    দুখ নকৰিব, যি হ'ল ভালে হ'ল , বিয়াৰ পিছত যৌতুকক লৈ শাৰিৰীক, মানসিক অত্যাচাৰ কৰিলে হয়

    • @imhere001
      @imhere001 Рік тому

      Apunaluke gmei pua nai... Koina Joni ovodro hoi tair msg bur dekhisu nhoi

    • @mondeepdeka5671
      @mondeepdeka5671 Рік тому

      @@imhere001 apune koina joni kun hoi apune tene ke koise jee

  • @poligogoi1997
    @poligogoi1997 3 місяці тому

    God bless you

  • @mouchumibaruah9486
    @mouchumibaruah9486 Рік тому +3

    বিয়া হৈ গৈ অশান্তি পাই ঘৰলৈ ঘূৰি আহি গোটেই জীৱনটো মানসিক কষ্ট পাই জীয়াই থাকিব লগীয়া হোৱাতকৈ বিয়া খন কেনচেল হোৱাটো বহুত ভাল হ'ল বুলি ভাবো ।

    • @assamese_facts
      @assamese_facts Рік тому

      Moi jodi Biya patu, okol suali jni holei hl aru eku nalage☺️

  • @ProtimaNeog-n1s
    @ProtimaNeog-n1s 8 місяців тому

    Val laghl

  • @Urvi569
    @Urvi569 Рік тому +21

    ছোৱালী জনী বাছি গ'ল বিয়া খন হোয়া নাই ভালে হৈছে দে ভগোবানে জি কৰে ভালৰ বাবেই কৰে,,,,আমাৰ গাওঁত এনেকৈয়ে এখন বিয়া হৈছিল কৈনাৰ গহোনা পাতি কাপোৰ কানি সোকলো লুতি লৈ দুমাহ পিচত ছোৱালীজনীক উলিয়াই দিছিল,,, এনেকুৱায় ছোৱালী মানুহৰ জীৱন,😥

  • @makbulhussain4237
    @makbulhussain4237 5 місяців тому

    ছোৱালীৰ কপাল ভাল এয়াতকৈ ভাল লৰা পাব ৰাইজৰ আশীবাদ

  • @birajkonwar3605
    @birajkonwar3605 Рік тому +5

    আচলতে দৰা ঘৰৰ মানু্হ বোৰে বোৱাৰী পোৱা আশাহত বিয়া থিক কৰা নাছিল। বোৱাৰী লগত যৌতুক হে বিচাৰিছিল। যি হৈছে ভালে হৈছে সেই খন ঘৰত বোৱাৰী হৈ যোৱাত কৈ ঘৰতে থকাই ভাল। যুৰ যবষ্টি কৰি ভূল কৰিছিল আপোনালোকে। অত্যাচাৰ কৰিল হয় ছোৱালী জনীক, আপোনাৰ ভন্টি আৰু আপোনাৰ পৰিয়াল লে দুই তিন দিন কান্দিব, বেয়া লাগিব, কিন্তু এটা কথা ভাবি চাওঁক, আপোনাৰ ভন্টি যদি সেই ঘৰত যোৱা হয় উৰে জীৱন কান্দিব লগীয়া হল হয়।

  • @harshajitray3336
    @harshajitray3336 Рік тому

    Bohut bhal hoise j biyakhn nohl emn anekuya mnuhor ghort apnar vonty bohut lucky hoi .biya hoya hole kijni adino hukhot nathkile hoi

  • @Banditaskibakibi
    @Banditaskibakibi Рік тому +11

    প্ৰথমৰ পৰাই যদি তেনেকৈ কৈ আছিল কিয় নো বিয়া দিবলৈ ইমান উৎপাত কৰিছিল। এনেকুৱা ল'ৰা লৈ বিয়া হোৱাতকৈ ঘৰতে থকাই ভাল । ধনী ঘৰ দেখি বিয়া দিব খুজিছিল চাগৈ আপোনালোকেও

    • @abhijitbarman5730
      @abhijitbarman5730 Рік тому

      Thik khota koisy apuni ... Dhoni ghor or lora dekha pai .. Sowali jonok.kiba koi debo parily hol.buli.vabisil sgy

    • @BijitTalukdar728
      @BijitTalukdar728 Рік тому +1

      Apunak lora r poriyal r jen lgise...

    • @edu-jobcareerpoint2068
      @edu-jobcareerpoint2068 Рік тому

      আপুনি এজনী মহিলা হৈ এনে ধৰনৰ খবৰ এটা শুনি এনেকুৱা নিকৃষ্ট কমেন্ট কৰিবলৈ বেয়া লগা নাই নে ... কি নিঃকিন ,কাঠচিতীয়া মহিলা হে আপুনি... চিহ চিহ

    • @spectrum8118
      @spectrum8118 Рік тому

      Nonsense

    • @edu-jobcareerpoint2068
      @edu-jobcareerpoint2068 Рік тому

      আপুনি মহিলাৰ নামত কলংক এজনী......

  • @minakshiroy9807
    @minakshiroy9807 Рік тому

    Vgbane apnalkk aru apnar swalik bohut rksha krise,,,,🙏🏻🙏🏻🙏🏻 anekuya lrar lgt biya hya nai vale hoise,,, biya diyat kri ghrt thokai val

  • @dikhowporiyagavoru9839
    @dikhowporiyagavoru9839 Рік тому +5

    দুইঘৰে দুইঘৰ মানুহক blame কৰি থকাতকৈ কি prove আছে নিউজ chnl ত দিব লাগে।।এঘৰে কৈছে কইনাক blame দিছে এঘৰে দৰা ঘৰক।।দৰাই কৈছে কইনাৰ মেছেজৰ scnsht আছে সেইবোৰ দেখাই দিব লাগে আৰু কইনাৰ লগতো চাগে cll recordings বিলাক আছে চাগে।।তেতিয়া ওলাই যাব কাৰ দোষ হয়।।

  • @anamikadas-tk9jf
    @anamikadas-tk9jf 9 місяців тому

    সচাঁকৈ আমাৰ সমাজত এতিয়াও ছোৱালী এজনীক ঘৰৰ পৰা আন এখন ঘৰলৈ উলিয়া দিয়াতো চিন্তাৰ বিষয় কাৰণ প্ৰত্যেক মাক দেউতাকে ছোৱালী এজনীক বিয়া দিবলৈ ঘৰখনৰ লাগতীয়াল বস্তু কেইপদ‌ বিক্ৰী কৰি হে বিয়া দিবলগীয়া হয় আজিও যে যৌতুক বিচাৰি মানুহে তেওঁ পৰিচয় দিয়ে 😢😢😢

  • @manalishadas2421
    @manalishadas2421 Рік тому +15

    বিয়াৰ পিছত যদি বা জনীক যৌতুকৰ কাৰণে হাৰাশাস্তি কৰিলে তেতিয়া বা জনীৰ কি অৱস্হা হল হয় ভাবি চাবছোন ☺ যি হয় ভালৰ কাৰণে হয় । তেওঁলোকক যৌতুক হে লাগে 😑 কি যে মানুহ😑

    • @dharmendradeka8073
      @dharmendradeka8073 Рік тому +1

      You are right madam

    • @assamese_facts
      @assamese_facts Рік тому

      সেইকাৰণে ভাল পাই বিয়া যোৱাই ভাল

  • @rajibdeka8554
    @rajibdeka8554 Рік тому

    Asol kotha tu hol lorar ghrr jimn bur mnuh ase sob jhara hoi aru ahankari o hoi...sabo gole bia xon nhol aei2 bht a Val hoise..karon aji jdi bia xon hoi gol hoi tetia apunar swalik xantit thakibo ndle hoi...aji bia xon pta buli apunalkr hoi2 olp poisa lost hoise..kin2 xei lost xini apunar swalir xuxotkoi bht kom....

  • @bhupensaharia8474
    @bhupensaharia8474 Рік тому +38

    In mathematics we got a chapter relation, It is not o,k to put the relation any where whatever' you like

  • @RDSProduction
    @RDSProduction Рік тому

    আমি দুয়ো পক্ষৰে মতামত চালো । দুয়োটা পৰিয়ালেই নিৰুপায় । ছোৱালীজনীৰ মেছেজবোৰ পোৱাৰ পিছত বুজিছো যে তেওঁৰ বিহেভ আত্মসন্মান থকা পুৰুষৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নহয় ।