ছাত্র ছাত্ৰী সকলক উদ্দেশ্যি কি কলে || anjela changmai||angela changmai||
Вставка
- Опубліковано 8 лют 2025
- #এঞ্জেলাচাংমাই
#AnjelaChangmai
#narayankavach
AngelaChangmai #narayankabas#jagatboniabhagawatpath#ranturSaikiabhagwatpath #mandirabharali#Mandirabharalibhagwatpath #aniltantibhagwatpath #chandankonwarbhagawatpath#rontusaikiabhagawatpath#mondirabhorali #bhagawatpath#bhagwatbyakha #rijupathakbhagawat #rijuPathakbhagwatpath#rantursaikiabhagawatpathbyakha #pranjitgogoibhagawatptha#ভাগৱতপাঠ#ভক্তিৰসাগৰ#bhaktirsagor#pranjitgogoibhagwatpath
Copyright Notice :- Please do not copy this video or you will be given a copyright strike অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হব
No it's wrong idea । শ্ৰীমন্ত শঙ্কৰদেৱক ঈশ্বৰৰ অৱতাৰ নহয় বুলি কোনে কয়। ইমান ভুল চলি আছে জগতত ভাবিলে আচৰিত লাগে। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা সেহি জন্মে জীৱৰ জনম দূৰ কৰা। তিভূবন বন্দন দৈৱকী নন্দন যো হৰি মাৰল কঙস। জগজন তাৰন দেৱ নাৰায়ণ শঙ্কৰ তাকেৰি অঙশ।। তেওঁৰ জন্ম নাই সত্য কিন্তু য়দা য়দাহি ধৰ্মস্য গ্লানি ভৱতি ভাৰত। অভ্যুত্থানম ধৰ্মস্য তদাত্মানঙ সূজাম্যহম।। পৰিতানায় সাধুনাঙ বিনাশয় চ দুস্কূতাম। ধৰ্ম সঙস্থাপনাথায় সম্ভৱামি য়ুগে য়ুগে।। যেতিয়া ধৰ্মৰ গ্লাণি হয় অধমৰ প্ৰাদুৰ্ভাৱ বাঢ়ে তেতিয়াই ময় অৱতাৰ হৈ নিজকে প্ৰকাশ কৰোঁ। গতিকে ভগৱান শ্ৰীকৃষ্ণৰ 64প্ৰথম 24দ্বিতীয় আৰু 10বাৰ শেষ ভাৰত অৱতাৰ ধাৰিছিল। গতিকে শ্ৰীমন্ত শঙ্কৰদেৱৰ গাত কিমান গুণ আছিল সেইয়া ঈশ্বৰৰ গাত থাকে। মানুহৰ পৰাই ঈশ্বৰ হ'লেও মানুহৰ গাত ইমান গুণ নাথাকে। কূষ্ণ বলোৰাম শঙ্কৰদেৱ মাধৱদেৱৰ স্বৰূপ। অহ্ঙকাৰ থাকন্তে কূষ্ণক পাই শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। সেই হে ধন্য মোৰ জন্ম কূষ্ণৰ চৰণত জন্ম। সাত বছৰ বয়সৰে পৰা গীতা পঢ়িছিলোঁ।মাএ গীতা আন নহয়। মই বহুত আগতে ই কৈছিলো শ্ৰীমন্ত শঙ্কৰদেৱ পশ্চিম বংগত জন্ম হ'ব লাগিছিল। তেতিয়া আজিলৈকে পূথিৱীৰ ভিতৰত কমেও দুটা শ খন দেশত ভাগৱত শাস্ত্ৰ ৰচনা কৰা হ'ল হেঁতেন। ৰামায়ণ মহাভাৰত মহাকাব্য দুখনৰ ৰচনা কৰা হ'ল হেঁতেন। জগৎ গুৰু জগত গুৰু ই হ'ল হয়। হায় অসমীয়া মানুহ নহয় । 600ৰ ওপৰত স এ। বামুণীয়া হৰিধ্বনিয়া সঙঘ আৰু যে কিমান। ধন্যবাদ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤❤❤😂❤🙏🙏🙏🙏🙏🙏🙏🙏🏿🙏🏿🙏🏿
Krishna Krishna Krishna Krishna Krishna Krishna Krishna ❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🙏🙏🙏🙏
অতি সুন্দৰ প্ৰদৰ্শন আই প্ৰভু আপোনাক আগুৱাই নিয়ক আই প্ৰভু কৃপায় কৰক
জয় কৃষ্ণ গুৰু জয় কৃষ্ণ গুৰু জয় কৃষ্ণ গুৰু
❤🎉🎉🎉🎉❤❤❤❤❤❤❤❤🎉🎉🎉 dhanyabad janaisu tumak val lagile.jinumoni boruah 2:49
কৃষ্ণ কৃষ্ণ
বহু মনোমুহা বক্তব্য আগবঢ়োৱা দেখা গল আই।
কৃষ্ণ কৃষ্ণ ভকত বৈষ্ণৱ আই গৰাকীৰ সেৱা জনালোঁ কৃষ্ণ
Krishna
Krishna Krishna bap
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ এঞ্জেলা তোমাৰ ভৱিষ্যত উজ্বল হওক ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ শ্ৰী মুখেৰে অমৃতময় আৰু বলিষ্ঠ গুৰু মুখি গুৰুত্বপূৰ্ণ কথাবোৰে সকলোৰে অন্তৰ স্পৰ্শ কৰিছে, সেয়ে আপোনালৈ অশেষ ধন্যবাদৰ লগতে সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। লগতে N D 24ত" বিশ্বাসে মিলয় হৰি-অণুষঠান ভাগি আগবঢ়ায় এটা বলিষ্ঠ পদক্ষেপ লৈছে,তালৈও আমাৰ আন্তৰিক শুভেচ্ছা আৰু আশীৰ্বাদ আগবঢ়ালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
শেষত আমিহে গুৰু দুজনাৰ চৰণত ভক্তিভাৱেৰে নিজকে সমৰ্পিত কৰাৰ পৰিবেশ সৃষ্টি কৰিব লৈ অক্ষম হলো । কৃষ্ণ কৃষ্ণ কৃষ্ণ।
সাধাৰণ জীৱৰ জন্ম মৃত্যুতকৈ ভগৱানৰ আবিৰ্ভাৱ আৰু অন্তৰ্ধান একে বাৰে বেলেগ। ভগৱানৰ নিজৰ তেওঁৰ অন্তৰঙ্গা শক্তিৰ বলতেই তেওঁক জড়া প্ৰকূতিৰ সঙস্পশ ই কেতিয়াও কলুষিত কৰিব নোৱাৰে। পৰম পুৰুষ পৰেমেশ্বৰ কোনো জন্ম নাই তথাপিও তেওঁ বিভিন্ন ধৰণৰ অৱতাৰৰ ৰূপত জন্ম গ্ৰহণ কৰে। জন্ম গ্ৰহণ কৰিলেও তেওঁৰ দেহৰ পৰিবৰ্তন নহয়। কাৰণ তেওঁৰ চিন্ময় দেহ প্ৰতি টো অবতাৰত সলনি নহয়। তেওঁ অন্তৰঙ্গা শক্তিৰ বলেৰে যিটো চিন্ময় শৰীৰ প্ৰাপ্ত হয় সেই টোৱেই সকলো অবতাৰত সলনি নহয়। গতিকে সকলো যুগতেই সকলো অৱতাৰ কাহিনী জানে। কিন্তু জীৱাত্মা বিলাকে এটা জন্ম এৰা লগতে দেহটো ও এৰি এটা নতুন দেহ প্ৰাপ্ত হয় গতিকে আগৰ পুৰণি দেহৰ কথা একো নাজানে। কিন্তু পৰম আত্মা ই একেটা চিন্ময় শৰীৰেই সকলো অৱতাৰ maintain কৰে। গতিকে সমস্ত জগতৰ সৰ্বকালৰ সকলো ঘটনাৰ কথা জানে। কিন্তু জীৱ ই নাজানে পুৰণি দেহক এৰি নতুন দেহলৈ যোৱা বাবে। জীৱৰ প্ৰতি থকা অপাৰ অহৈতুকী কৰুনা বাবে মূল চিৰন্তন ৰূপতে দেখা দিয়ে তেওঁ ৰ যিটো যথাযথ ৰূপ সেই ৰূপতে ধ্যান কৰিবলৈ সক্ষম হ'ব জীৱ বিলাকে। ভগৱানৰ চিন্ময় শৰীৰ প্ৰাপ্ত কৰে যদিও জন্মৰপৰা যৌৱন কালছোৱা লৈকে পৰিৱৰ্তন ঘটে। তাৰ পিছত বূদ্ধ হ'লেও ভগৱান বুঢ়া ৰ দৰে নহয়। গতিকে ঈশ্বৰ অৱতাৰে সকলো যোগ আৰু সময়ৰ কথা জানিব পাৰে কিন্তু জীৱ ই এটা জন্মৰ কথা হে জানে। ধন্যবাদ।
নাম ঘৰত নাম গাই মাহ প্ৰহসাদ খাই কাৰ কি উপকাৰ হ'ব সমাজৰ জনগনৰ নে দেশৰ। এই বিলাক ধৰ্ম নহয়। ৰাইজৰ সমাজৰ জনগনৰ দেশৰ সেৱা কৰা হে আচল ধৰ্ম। ধৰ্ম সঙস্থাপনাথায় মানে জগতৰ চাৰি মুঠি জীৱ উৰণ বুৰন গজন ভ্ৰমণ। ইহঁতে চাৰি মুঠি দেহত সোমাই দেহ বিলাক ধৰি ৰাখিব লাগিব। কেনেকৈ। জীৱ বিলাকে দেহ বিলাক ধৰি ৰখা লগতে সিহঁতৰ আহাৰ বিহাৰ সকলো বিলাক যোগান ধৰিব লাগিব তেহে সকলো বিলাক কম্ম ধৰ্ম সফল কৰিব পাৰি ব। গতিকে এতিয়া জগতৰ জীৱ ই দেহ বিলাকক জীৱিত অৱস্থাত ৰাখিব কিন্তু দেহক অন্ন বস্ত্ৰ বাসস্থান আৰু চিকিৎসা আৰু জীৱন নিৰ্বাহৰ অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাত সহায় কৰিবলৈ সক্ষম হ'ব লাগিব। প্ৰথম অৱস্থাত নিজৰ চেষ্টা পিছত সমাজ আৰু ৰজা প্ৰজা চৰকাৰে সাহায্য নিগুণ ভাৱে কৰিব লাগিব। দেহ বিলাক থকা খোৱা শোৱা আৰু মানৱ কল্যাণৰ বাবে জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে চিন্তা কৰা উপদেশ ও সহায় সহযোগ সহানুভূতি আগবঢ়াই নিয়াকে সেৱা আৰু জীৱক আত্ম উপলব্ধি আত্ম দৰ্শন আত্ম বোধ আধ্যাত্মিকতাবাদৰ ওমান দিয়া কে ধৰ্ম বোলা হয়। সেৱা মানে দেহ বিলাকক জীৱিত উপযুক্ত সু
খে শান্তি ৰে ৰখা ধৰ্ম মানে দেহ টো ধৰি ৰখা আত্মাক সমস্ত আধ্যাত্মিক জ্ঞান অৰ্পণ কৰা। এই বিলাক সেৱা ধৰ্ম ত জগতৰ সকলো বিলাক দেহ আৰু দেহীয়ে সৱা উপভোগ কৰিব পাৰে। এই সেৱা ধৰ্মৰ বাস্তৱ নিগুণ সবব্যাপী ভকতি। নাম ঘৰত সোমাই ভাগৱত পঢ়া তো নিজৰ জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য আত্মাবোধ আধ্যাত্মিক অধ্যয়ন কলুষিত চেতনা বিশুদ্ধ কৰাত সহজ হয়। পিছত