Thikai koise.Aijon ajon moha dhurondhor .sala vagobot khon mukhor agot loi ann dev devik ninda kore.amar gaoule ahibo moi dekhai dim apunar dore ninda kora luke kiman vyovisar kam kori ase.
@@Coc-s2f Keita aso axomot tohoti . Gutei bharatar sob sonaton Hindu sobe deb debi krishna Shiva ram hokoluke Mane . Tohoti he okol pabot joga hongkori. Pithi falibole tohotor dehot hokti thakibo lagibo pithaguri Sana khua gitar. Axomot 2% ase hongkori baki sob Hindu . Tohoti Hindu nohoi tohoti durasari. Kukuror jaat . Har har Mahadev jai ma kali Jai shree ram. ♈ Tohoti hongkori Gita Amar bhorir tolot dhuli.
অসমৰ এই অধৰ্মী বিধৰ্মী শংকৰী একশৰণীয়া কৃষ্ণভক্ত বৈষ্ণৱ কেইটাই কত কেতিয়া কি কয় ঠিক নাই ।ভণ্ড চয়তান বেপাৰী শংকৰী কেইটাৰ সিদ্ধান্ত সদায় সলনি হৈ থাকে ।নহলে সিঁহতৰ বেপাৰ বন্ধ হব বেপাৰ নচলিব গতিকে সিদ্ধান্ত সদায় বদলি থাকে ।
OM NOMOH BHOGAWOTE BASHU DAVAI 🙏 Porom probhu aru porom Brommo ajon ei hoi Jak aami adhom manuhe Nedekhu jar kripat ei hongkhar jonmo hoise aru ata homoyt bilin hbo jar gorvot ei hkolu ase .jibo jogot hei jona kabol prom probhu porom brommo krishno 🙏 teu ei hkolu baki june jee ei nokowk kio aamar eat kbo loga nai krishno 🙏 krishno 🙏 krishno 🙏 OM NOMOH BHOGAWOTE BASHU DAVAI 🙏
Bhagobot jetiya podhibi tetiyaa gom pabi Bhawonaa sai pai so nee..jodi puwa nai..sabi aru xikibi..bujiso...Xankori xakole ajonok hee mane sri kresnak..bujiso..
Lord Vishnu and lord Shiva are same….one energy…. the supreme and the ultimate….people do not understand this simple fact….that is why Hinduism did not flourish….when you put down lord Shiva you are putting down your lord Vishnu bcoz it is the same energy 🙏
No need to shut the door of Naamghar during the period of "AMBUBASHI" .As if, at the Naamghar there was only Singashan and Bangmoymurti Naam tatta ( GUNMALA).That is why no need to shut the door of Naamghar during that period.(Ghanashyam Bora,Khanapara,Guwahati).
আপুনি দেখিছোঁ জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ত কৈও ডাঙৰ। ধৰ্মত আনক উপলুঙা কৰিৰ নাপাই, ভগৱান ৰ সৃষ্টিত হে গুৰু জনাৰ জন্ম হৈছিল, গুৰুৰ সৃষ্টিত চাৰি জিৱৰ সৃষ্টি হোৱা নাছিল। গুৰু জনাই ধৰ্ম প্ৰচাৰ হে কৰিছিল সৎ মনেৰে সৎ উদ্দেশ্যৰে ,আপোনাৰ দৰে আনক নিন্দা কৰি নহয়।
Hosa ktha koise aapuni.Njnu kio emn ninda vabe baykha kore bhagawat khn hosake bhagawat t aan deb debik tushyo koribole likha ase ne buji napao.
@@bibharanidas1593 hoi hoi ehotok hongkori Gitak bharatat kunu bhal naapia enekua ku saritra babe.
@@kankanadeka3692গভীৰ তত্ব সকলোৱে বুজি নাপায় সেয়ে উচ্চ বাক্য কয়
শ্ৰী মল্লিকাজ্জুনেই নমঃ ৷ জয় মা কামাখ্যা ৷
ভগৱানৰ মাজত বিভেদ নাই | সকলো দেৱ দেৱীক পূজা অর্চনা কৰা নিতি নিয়ম বেলেগ বেলেগ | আপোনাকে প্রভু শ্ৰী কৃষ্ণক শ্ৰদ্ধা কৰে বহুত ভাল কথা কিন্তু তাৰ মানে এইটো ভৱা ভূল যে বাকী দেৱ দেৱী বোৰ মূল্যহীন | গুৰুজনাৰ নাম লৈ ধর্মটোৰ মাজত বিভেদ নানিব | হিন্দু ধৰ্মটোক ভাগ ভাগ নকৰিব মহাশয় |
এইকেইটা লৰা ছোৱালী নহলে kamaykha mandir jai moi nije দেখিছোঁ
Aitur alop besi hoise goi...bleg homalusona koriboloi..gurujona e hikai thoi jua nai bapjon...aitu k ple gorom tel dibo lgibo..bujise
Absulately right sir.we welcome to your coments.
Krishna
কৃষ্ণ দেৱৰ বাহিৰে আন দেৱ দেৱী পূজা অৰ্চনা কৰা মূল্যহীন।
নিজেই আনক নিন্দা কৰে সেইজনেই আকৌ শাস্ত্ৰৰ জ্ঞান দিয়ে
হৰি হৰি
@@munu4749 right
@@munu4749 hosa kotha
@@munu4749 hoi hoi ehotor nisina pet Gela luk dekha nai
মহাদেৱক চিনি নোপোৱা বোৰে মদ ভাং খাই চিত খাই পৰি থকা প্রমাণ বহুত আছে,, জয় মা কামাখ্যা🙏🙏🙏 আপুনি নকৰাটো নকৰিব কিন্তু আনক কিয় নিন্দা কৰে। আনক নিন্দা কৰাটো আপোনালোকৰ মুল বিষয় বস্তু। গুৰুজনাৰ আগতেই জগতৰ পতি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আছিল,,অ এজনক চিনি পাই বাকিবোৰক চেই চেই..
Rame shivak Puja kore , krishnai shivak Puja kore , sankardevor pitri matrir santan nuhuat shivok aradhona korar pasot sankardevor janma hoisil ei mal naikiya ahongkari. Geitai shivak apoman koribo , Durga maak apoman koribo , kamakhya maak apoman koribo , ehot dakhya rajar nati puti . Ehotor dingi Kati sagoli dingi logale hanti pabo . Nohole besi sotfotai ase .
@user-mt5kx4mq3e tohot tu ek debo ek hebo . Krishna naamor Thumbnail loga , ambubasi buli thumbnail kio logabi tohoti? Ambubasi ki lage tohotor dakhya rajar jaaat . Satir tej Piya bongkha tohoti , shivar paribarok Pisa nerili .
Thikai koise.Aijon ajon moha dhurondhor .sala vagobot khon mukhor agot loi ann dev devik ninda kore.amar gaoule ahibo moi dekhai dim apunar dore ninda kora luke kiman vyovisar kam kori ase.
সচা কথা@user-mt5kx4mq3e
@user-mt5kx4mq3efaltur dore kotha nokabo .
শংকৰ সংঘ ওলোটা শাস্ত্ৰ। সংঘ মানুহৰ নিচিনা পেটকুলি মানুহ নাই আনক হোৱা দেখিব নোৱাৰে। তেওঁলোকে অকল শংকৰ সংঘত কেনেকৈ মানুহ অলপ সোমোৱাব পাৰো সেইতোকে দিনে নিশাই চিন্তা কৰি থাকে। আৰে মহাশয় আনক কিয় নিন্দা কৰে আপুনি বা আপোনালোকৰ সংঘ মানুহে লাজ নালাগেনে আপোনালোকৰ লোকৰ পকৰ চেলেকিবলৈ।
তোৰ চৈধ্য গোষ্ঠীৰ দম নাই শংকৰদেৱ সংঘক নিঃশেষ কৰিবলৈ। লাখ লাখ ভকত বৈষ্ণৱৰ প্ৰাণৰ অনুষ্ঠান হয় শংকৰদেৱ সংঘ। অসমৰ গাঁৱে ভূঞে যাবি সকলোতে শংকৰদেৱ সংঘৰ অনুগামী দেখিবি। কমেন্টৰ সলনি মানুহৰ আগত এইষাৰ কথা কবি চোন পিঠিৰ চামৰা ফালি পঠিয়াব মক্কেল চাল্লা কুকুৰৰ পোৱালি।
@@Coc-s2f ঐ হিজিৰা তহঁতি পাবত গজা বুলি কলে লাজ পাৱ। তোৰ হিজিৰা বাপেৰে তোক অলপো জ্ঞান দিব নাপায় নে। তহঁতৰ কাৰ সাহস আছে মোক চুই চাবলৈ কচু কতা দিম। তহঁতৰ এই অলগৰ্ধ বাপৰ চৰিত্ৰতো বুলে একেবাৰে ধিলা অলপ তোৰ বা তহঁতৰ তিৰোতা সকলক সাবধানে থাকিব কবি।
@@Coc-s2f মইতো মুখৰ আগত কওঁ সংঘ কেইটাক মুখুৰে মাতিব নোৱাৰে চাল্লা চোৱা চেলেকাহতে। তোক পালেতো মই বোবা কৰি পঠাম।
@@Coc-s2f Keita aso axomot tohoti . Gutei bharatar sob sonaton Hindu sobe deb debi krishna Shiva ram hokoluke Mane . Tohoti he okol pabot joga hongkori. Pithi falibole tohotor dehot hokti thakibo lagibo pithaguri Sana khua gitar. Axomot 2% ase hongkori baki sob Hindu . Tohoti Hindu nohoi tohoti durasari. Kukuror jaat . Har har Mahadev jai ma kali Jai shree ram. ♈ Tohoti hongkori Gita Amar bhorir tolot dhuli.
@@Coc-s2f right , এইবোৰ অসমৰ শত্ৰু
ইমান বিলাক কথা কৈছে ৰাইজেও শুনিলে বাৰু , কিন্তু এই এক শৰণ নাম ধৰ্মৰ দ্বাৰা কৃষ্ণ ভক্তি তত্বৰ বিষয়ে নকলে যে ? এই ভক্তি মাৰ্গৰ শাস্ত্ৰ বিলাকক কি বুলি অভিহিত কৰে বাৰু ? ইয়াৰ সয়ঙগা কি বাৰু ,বা এই শাস্ত্ৰ বিলাকৰ নিগুৰ তত্ব কি ? এই শাস্ত্ৰ বিলাকক নিগম শাস্ত্ৰ কয় , আৰু কোনে নিগম শাস্ত্ৰ চৰ্চাৰ বাবে উপযুক্ত হয় বা যোগ্যবান হয়? এই বিলাক জানি লৈহে ৰাইজক ধৰ্ম জ্ঞান দিয়া উচিত । কিন্তু দক্ষিনা গ্ৰহণ কৰা অনুচিত । আৰু টকা হিচাপে লোৱা যে মহাপাপ । এতিয়া শুনক , সৰ্ব তিয়াগী উদাসীন জনেহে নিগম শাস্ত্ৰ চৰ্চাৰ বাবে উপযুক্ত ব্যক্তি হয় । অৰ্থাৎ পুত্ৰ জায়া আশা ধন ,সবে বিসৰ্জন । তেবেসে সাম্ফলিব নিগম কিৰতন ।। গতিকে যিজন আশাবাদী সংসাৰী লোক , যিজনে নিজক ভাল পায়, আৰু নিজৰ সংসাৰৰ শ্ৰী বৃদ্ধিৰ বাবেহে কৃষ্ণৰ ভক্তি কৰে , সেই জনৰ বাবে নিগম শাস্ত্ৰৰ চৰ্চা অৰ্থাৎ নিৰ্গুন কৃষ্ণৰ ভক্তি অৰ্থ হীন । সেই বাবেই ১৯৩০চনৰপৰা আজিৰ তাৰিখলৈকে শঙ্কৰ সঙঘৰ সঙগী সংখ্যা কিমান হৈছেগৈ বাৰু ? ভাৰতত , পৃথিৱীৰ অণ্য ঠাইত বাদেই কেৱলমাত্ৰ অসমত থকা এই ধৰ্মীয় সংগঠনটোৰ সৈতে জড়িত হৈ থকা প্ৰত্যক্ষ ভাৱে , পৰিয়াল কিমান আছে বাৰু ? অসমৰ কিমান শতাংশ মানুহ আছে বাৰু ।বৰ বেছি ৭/৮শতাংশ হব চাগে । অৰ্থাৎ শিক্ষিত সকলে শাস্ত্ৰৰ অৰ্থ বুজি পায় , সেই বাবে ইমান কম সংখ্যক মানুহহে শঙ্কৰ সঙঘত আছে । আমাৰ পাৰথমিকত আজি ৭৩চনৰ পৰা সেই ১৮ঘৰেই চলি আছে আৰু ,২২ ঘৰৰ চাৰি ঘৰ উভতি গল । এতিয়া কথা হ'ল , অম্বুবাচী সময়ত কিয় ধৰ্ম মন্দিৰ বা নামঘৰত সোমাব নালাগে , চুটিকৈ কৈছো ,যে এই কেই দিন মানুহ বিলাক অসুচী হৈ থাকে বাবে মন্দিৰ নামঘৰত নোসোমাই ।ই এক হাজাৰ বছৰৰ পৰম্পৰা ।সৌ সিদিনা গঢ় লোৱা কোনো ধৰ্মীয় সংগঠনেই এই বিলাক পৰম্পৰা , ঐতিহ্য , কৃষ্টি সংস্কৃতি ধ্বংস কৰিব নোৱাৰে । ধণ্যবাদ । । ৰাম শ্ৰীকৃষ্ণ । ৰাজু দত্ত ।
Bhalei hoise bohut sastro Gyan ase apunar . Poromporai mani thakok .
Apuni namanleo kobo loga ni. All worlde shivok mane murkho kaitay belegok hahar bahira kicu kam ni
@user-mt5kx4mq3e Zubine gaan gabole ahileu bohut manuh ahe. Tohotor hanghar president secretary Gita sun Poisa kelengkari ulale , aru kiman ba kelengkari ulabo tohotor jaatot. Axomot 2% hongkori hobo. Ami sob honaton hoi ,Ek horon namanu ami. Tohoti musolmanor tulya.
@user-mt5kx4mq3e Axom koman dangor toi tu najono . Kiman manuh hoi ba tohotor ekhon potharot kiman manuh hoi amak hikabo lage nki. Sonaton dharmat bharatar imuror pora himurole hoi bhakta. Tohoti tou Hindu dharmat noporo nohoi , nijoke nije sukriti dibo nuaro nohoi tohote.
সুন্দৰ ব্যাখ্যা বাপ । জয় গুৰু শঙ্কৰ🙏🙏🙏🙏
Mone mone gharat gahori khua bap hoi
Rayjok sudha bhat khuwai ,ji juway ahile gahori,murgi 😂😂
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤
জয় শ্ৰী কৃষ্ণ,, অতি সুন্দৰ লাগিল,,।।
@@BibekGogoi-i1s har har Mahadev, jai ma kamakhya
মহোদয়
আপোনি যদি কিবা নিদ্দিষ্ট মাগ’ বিশ্বাস কৰে তেন্তে সেই মাগ’ৰ ভিতৰতে থকা উচিত ৷ অন্য মাগ’ৰ আলোচনা কৰি থাকে কিয় ?
গুণ নাম যিটো বিষ্ণুৰ শিৱৰ ৷
তাক ভিন্ন বুদ্ধি কৰে যি নৰ ৷৷
নামৰ সিয়ো মহা অপৰাধী ৷
নৰকত পৰে দৈৱে নাবাধি ৷৷
কী’তন(নাম অপৰাধ)
এই পদ ফাকিৰ অথ’ আপোনি কি বুজে আমাক ব্যাখ্যা কৰি শুনালে সুখী হ’ম ৷
ইয়াৰোপৰি
গক মুতি’জানা ব্ৰক্ষ্মা বিষ্ণু ত্ৰিনয়ন ৷
নুহিকে বিফল আমাসাক
দৰশন ৷৷
শংকৰদেৱ(ভাগৱত দ্বাদশ স্কন্ধ)
শিৱ বিষ্ণুৰ যত গুণ নম চয় ৷
তাক ভেদ বুদ্ধি কৰে যিটো দুৰাশয় ৷৷
জানিবা নামৰ ইটো অপৰাধী আতি ৷
আপোনাক আপুনি কৰিলে সিটো শাস্তি ৷৷
মাধৱদেৱ(নাম মালিকা)
এহি জানি হৰি হৰ ভেদ নকৰিব ৷
দুয়োৰো নাম গুনক সততে শুনিব ৷
কিন্তু একনিষ্ঠ কৰি হৰিক ভজিব
ব্ৰক্ষ্মা হৰ চৰাচৰ কৃষ্ণত দেখিব ৷৷
দশম স্কন্ধ ভাগৱত (অনন্ত কন্দলি)
হুৱা শৌচ নিত্যে কৰা মনক সংযম ৷
দিয়া দান সমস্ততে বুদ্ধ কৰি সম ৷৷
পৰৰ ধম’ক নিহিংসিবা কদাচিত ৷
কৰিবা ভূতক দায়া সকৰুণ চিত্ত ৷
হুইবা শান্ত চিত্ত সব’ ধম’ বৎসল ৷
এহি ভাগৱত ধম’ জানা মহাবল ৷৷
শংকৰদেৱ(ভক্তি প্ৰদীপ)
বাপ জনা আদৰ আৰু সন্মান সহকাৰে আপোনাক জনাওঁ যে আমি উপৰোক্ত বাণী সমুহ সৰোগত কৰি ধম’ পালন কৰোঁ
right
@@ashokhatibaruah7535 hosa kotha koise , eibilak hihote aukan kore , dorkar hole bhagobot puthi modified kori lobo . Jikunu prokare deb debik tussa tassilya korihe eribo. Jimane likha thakok
Right
@@ashokhatibaruah7535 right
আপোনালোকৰো হিন্দু মাৰ্গক অপমান কৰাৰ কোনো অধিকাৰ নাই।
কৃষ্ণ বাপ জনা আপোনাৰ সুন্দৰ ব্যাখ্যা শুনি পৰম আনন্দিত হৈছোঁ লগতে নাম বৈকুণ্ঠত সহ অৱস্থান কৰি কৃষ্ণ নাম অমৃত ৰস পান কৰিছোঁ কৃষ্ণ কৃষ্ণ
❤কৃষ্ণ কৃষ্ণ কৃষ্ণ❤
কৃষ্ণ কৃষ্ণ বাপ আপোনাসৱৰ চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিলো কৃষ্ণ কৃষ্ণ 🙏
আপুনি এ কৈছিল যে ঋতুসময়ছোৱাত মহিলা সকলোৰ ৱাবে পবিত্ৰ সময়৷কিন্তুআকৌ কলে সমাজ ব্যবস্থাৰ পৰা দুৰত থাকিব লাগে৷কথাটো বুজি নাপালো৷
হয় ! এও আগৰ ভিদিঅ এটাত ঋতুমতী তিৰোতা সকল পবিত্ৰ বুলি কৈছিল! সেই তিনিদিন আই সকল বেছিহে পবিত্ৰ বুলি কৈছিল ! এতিয়া আকৌ তেওলোক চুৱা সামাজিক কৰ্মৰ পৰা দুৰত থাকিব লাগে বুলি কলে ? কথাতো কি ??
@@DumonKoushik-yb8yiএই দালৰ অৰ্থ নাই যি মন যায় তাকে কয়
অসমৰ এই অধৰ্মী বিধৰ্মী শংকৰী একশৰণীয়া কৃষ্ণভক্ত বৈষ্ণৱ কেইটাই কত কেতিয়া কি কয় ঠিক নাই ।ভণ্ড চয়তান বেপাৰী শংকৰী কেইটাৰ সিদ্ধান্ত সদায় সলনি হৈ থাকে ।নহলে সিঁহতৰ বেপাৰ বন্ধ হব বেপাৰ নচলিব গতিকে সিদ্ধান্ত সদায় বদলি থাকে ।
@@DumonKoushik-yb8yi😂😂😂😂
হাতী মাৰি ভুৰুকাত ভৰুৱাটো বিশ্বাস হয় নে নহয় ,
ইহঁতি জলি পকী মৰে কাৰণ শিৱ ৰাত্ৰি হওঁক বা দুৰ্গা পূজা হওঁক কোটি কোটি ভক্ত কিন্তু এক শৰণ মনা 0000.00001% । হেই কাৰণে আনৰ ধৰ্মক কামুৰি থাকে ইহঁতে। ইহটি দক্ষ ৰজাৰ বংশ । ইহঁতক ডিঙি কাটি ছাগলী ডিঙি লগালে অহংকাৰ গুচিব । মুচলমানক ইমান সমালোচনা নকৰে ইহঁতে জিমান নিজৰ দেৱ দেৱীক অপমান কৰে । ঔম নমহ শিৱ . Har har Mahadev. Shib hi shatya he. Jai shiv puran
অজ্ঞানী তোৰ মূৰত গোবৰ আছেনে নাই
Hoi
@@IndianGamer-wq9ki tur ki Gyan ase ahongkari anok ninda korar bahir e ki dal Gyan ase tohotor. Jai ma kali
@@IndianGamer-wq9ki tur murot gubor ase nki . Prosna hudhibo najono adhom
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
Kali golu ombubashi mela saboloi aru goi bohut aapluto holu.eman bhokto bapre khoj diyar thai nai.hokolowe jabo lage.Maa kamakhyar joy
@user-mt5kx4mq3etime pass koribole jega asse Amar xo sorry 😂
Seidintot lage aber kamakhya maar dorkhon korim🙏 .......anei nekehedao tat goi😅
Jai maa kamakhya 🙏🙏🙏
সুন্দৰ আলোচনা
OM NOMOH BHOGAWOTE BASHU DAVAI 🙏
Porom probhu aru porom
Brommo ajon ei hoi
Jak aami adhom manuhe
Nedekhu jar kripat ei hongkhar jonmo hoise aru ata homoyt bilin hbo jar gorvot ei hkolu ase .jibo jogot hei jona kabol prom probhu porom brommo krishno 🙏 teu ei hkolu baki june jee ei nokowk kio aamar eat kbo loga nai krishno 🙏 krishno 🙏 krishno 🙏
OM NOMOH BHOGAWOTE BASHU DAVAI 🙏
জয় কাল সংহতি সংঘ . ঔম নমহ শিৱ । দক্ষ বংশক নাশ কৰা। Tohotor sankari keitak maa kamakhya mandir , Shiva doul darkhan korat pratibandh logai thobi, aru bhikhyari dore je durga puja compound t dukan , shiva ratri compound t dukan eibilak koratu badha dibi . Nohole ako pape subo . Adharmi hot.
মহা মূৰ্খৰ মন্তব্য
@@joyprakashtamuli4627 nijoke Shrestha byakhya kora tohoti tu ahongkari nohoi janu. Anor dharmar deb debik tussa tassilya koratu tohotor sankari keitar uddeshya. Tohotor heikhonok bharotor nalage axomot 99% namane Jano nai. Nijor shreshthata nijor majote rakh amak bhagabat byakhya hunale ami hosa buli navabe tou . Jai mahakal har har Mahadev
@@joyprakashtamuli4627 laj paiso agyani. Kamakhya darkhan koribo jaute naktu dhaki jabi , Durga Puja sabo gole naktu dhaki jabi dei , aru tur puter jiyerok ,nati putik kobi saraswati pujat , Durga Pujat dhunia dhunia sari , mekhela sador Pindi fashion show dekhabo jabi kintu sewa nokoribi Puja nokoribi buli kobi selfi Mari gusi ahibi buli kobi. Jai Sanatan Dharma
Bhagobot jetiya podhibi tetiyaa gom pabi Bhawonaa sai pai so nee..jodi puwa nai..sabi aru xikibi..bujiso...Xankori xakole ajonok hee mane sri kresnak..bujiso..
@@pujapanservice3710 Murtik pujaa nakore bujiso pujaa sabo pari karon xei khon Bozar melaa hoi..
কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ আৰু মুচলমান ভাই ভাই। বাকী সব সুদুৰ্ভাই 😊
কৃষ্ণ বাপ
কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা
কৃষ্ণ বাপ,,,,,,,🙏🙏🙏
Jai guru Sankar Krishna hori ram 🦚🦚🦚🦚🦚🦚🦚🦚🙏🙏🙏🙏🦚🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ
কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ 🙏
জয় শ্ৰী কৃষ্ণ ।।
জয় জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ।।
জয় বঢ়াৰ পো শ্ৰী শ্ৰী মাধৱদেৱ।।
জয় প্ৰাণজিত গগৈ বাপজনা।।
নমন।।।।।
গুৰু নে গ.ৰু
কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
Joysri krishna
আনৰ উপাস্য দেৱ দেৱীক উপলুঙা কৰা এনেকুৱা মহাপণ্ডিত কৰ পৰা টপকিল আকৌ। গুণী জ্ঞানিয়ে কেতিয়াও আনক উপলুঙা নকৰে। যি শাস্ত্ৰৰ বাণী আনক বুজাই আছ সেই শাস্ত্ৰৰ জন্ম কেতিয়া আৰু কৰ পৰা হৈছে সেইখিনি পাহৰিলি বোধহয়। ভন্দ্ কৰোবাৰ।
এইজন হিজিৰা দেনা দেনা কৰি থাকে যে সেই বিধৰ।
Jai guru shankar❤❤
কৃষ্ণ
জয় গুৰু শঙ্কৰ 🙏 কৃষ্ণ
Krishna
Om namah sibai
কৃষ্ণ কৃষ্ণ।
ওঁম ভাগবত গীতা বাসুদেবায় নমঃ
কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
লাহে লাহে বহুত নজনা কথা আপোনাৰ পৰা এটা দুটাকৈ জানিব পাৰিছো। ধন্যবাদ প্ৰভো ❤🙏🙏🙏
Atia.......
কৃষ্ণ হৰি ৰাম🙏
❤❤❤❤ KRISHNA❤❤❤❤
Hare krishna 🙏
কৃষ্ণ হৰি ৰাম
Krishna Krishna probhu
Krishan
Krishna Krishna Krishna 🙏🙏🙏
Krishna probhu
Krishna krishna
জয় শ্ৰীৰাম ৷
ভগবান
কৃষ্ণ অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধৱ ৰাম কৃষ্ণ ৰাম নাৰায়ণ কৃষ্ণ ৰাম নাৰায়ণ কৃষ্ণ ৰাম নাৰায়ণ হৰিৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ।
কৃষ্ণ, কলি যুগৰ সত্য শুদ্ধ নীতি গুৰু জনাৰ আদৰ্শৰে উপস্থাপন কৰি জীৱৰ উপকাৰ হেতু যি ভগৱানৰ গুণানু কীৰ্তণ কৰিছে ই এক মহান কৰ্ম ।🙏🙏🙏
Krishna Krishna Krishna 🙏 🙏🙏🙏🙏
Bahut Val lagil xuni
ভাগৱত ত থকা কথা বোৰ হে বননাৰ কৰি সুন্দৰ কৈ হোজাই দিছে ।বৰ সুন্দৰ হৈছে । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
Lord Vishnu and lord Shiva are same….one energy…. the supreme and the ultimate….people do not understand this simple fact….that is why Hinduism did not flourish….when you put down lord Shiva you are putting down your lord Vishnu bcoz it is the same energy 🙏
Krishna Krishna
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ ৰাম নাৰায়ণ ৰাম নাৰায়ণ ৰাম নাৰায়ণ ৰাম নাৰায়ণ
Krishna ❤
Krishna Krishna Krishna bap
জয় মা কামাখ্যা
কৃষ্ণৰ বিনে গতি নাই
আপোনাক মা কামাখ্যা মন্দিৰৰ উপৰত ভাল বেয়া বিচাৰ কৰিবলৈ নিমন্ত্ৰন দিছে নি। আপুনি গোটেই পৃথিৱীত কি হৈ আছে গম পাই নে মানু্হ গৈ মহাকাশ পালেগৈ আপুনি আমাৰ অসমীয়া মানুহ বোৰক কি জ্ঞান দি আছে,,,,, ধৰ্ম পুথি কথা নকওঁ বাৰু,, একেখন গাঁৱত বিভাজন হৈ আহিছে, আগৰ পৰা চলি অহা আমাৰ পূৰ্ব পুৰুষৰ দিনৰ যি বিলাক নীতি নিয়ম কৰি আজি এই সময় পাইছে,, সকলো একগোট হৈ জীৱন যাপন কৰি আছিল আপোনাৰ এই সংঘ নামত ধৰ্ম প্ৰচাৰ কৰা আপোনাৰ নিচিনা মানুহৰ প্ৰভাৱত গাঁও বিলাকত বিভাজন হোৱাত অৰিহণা আছে অলপ ভাবিব কথা বোৰ,,,,,, আৰু কব লগীয়া আছে আপোনাক এদিন লগ পালে ভাল তৰ্ক কৰিব ইচ্ছা নাই কিন্তু আমাৰ গাঁৱ জাতি টো কি অৱস্থা পাইছে সেইটো ভাবিব একতা স্থাপন কৰিব কেনেকৈ পাৰি তাৰ উপৰত প্ৰচাৰ কৰিব পাৰিলে,,, নিন্দা, অপমান,, উপলুঙা এইবিলাক নিজৰ মাজত নানিব পাৰিলে।।।
Krihna❤❤❤🙏🙏🙏
Krishna 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ, সেৱা জনালো
Krishna hare hare Ram ❤
krisna ram.......
Krishna🙏🙏🙏🙏🙏
Har har mahadev 🙏
Har har Mahadev….
এই জনক দেখিবলৈ মন নাই। বেলেগক বহুত নিন্দাকৰে
@user-mt5kx4mq3e tamul pan di matib kuna disa apunak.enakuwa vori dhui Pani khai thaka din aji kali goisa aru.
joi guru songkor
ৰাজ্যিক ধৰ্ম আপোনালোকৰ।
শক্তি পুজাৰ মুল কি ?
Krishna🙏🙏
বাপ ঈশ্বৰ । ভাগত সাষ্ট্ৰত লিখা আছে নি ? জাতি-জনজাতিক গীণ কৰিবলৈ লিখা আছে নি ? আমাৰ সমাজ খন । শংকৰদেৱ দৰে মহান গুৰুজনা সকলে আমাৰ সমাজ আকৌ সোণ দৰে গঢ়িব কেনেকৈ পাৰিম ?
আপুনি বয়সহলে বুদ্ধি ভাল। ভগৱান বদটি গুৰুজনা জীৱিত অৱস্থাত বৰ্তমানৰ দৰে আছিলপ্ৰভো।।প্ৰকৃতি পুৰুষ দুয়ো নীয়ন্ত মাধৱ,।হৃদয়ৰপৰা মহামায়া ভসগবন্তই বাজ কৰিলে।পত্নী ৰাজস্ব লা হলে ভকত মন্দি ৰতো নুসুমুৱাটো পৰিলক্ষিত।সেহি দিন হন্তে প্ৰভু ভগৱন্ই এৰি গৈল এক নাম। বুদ্ধ ৰূপ ধৰি মায়াৰ শৈয্য ত শ য়ন কৰিলা ৰাম।।এই খন লক্ষ ঋষি মুনি জন্ম হোৱা দেশ। ভগৱান ৰাম কৃষ্ণৰ জন্ম লোৱাদেশ।এৰিলে আছে ধৰ্ম নভয়লা কিছু যত কৰ্ম।কামাখ্যা শাক নশ হয়বন্ত।।....সেহী মালা গুটি মই ধৰি প্ল লয়ত।সমস্ত প্ৰাণীক মই কৰি থাকোহত।।ৰুদ্ৰ ৰূপধৰি।ভগৱান এজনেইয়।
শংকৰী বৈষ্ণৱ ধৰ্মৰ আদৰ্শ হৈছে আনৰ উপাস্য দেৱক শিৱক দুৰ্গাক দেৱ দেৱীক বেদকৰ্ম ভক্তি ধৰ্মক নিন্দা বিৰোধ কটুসমালোচনা কৰা ,নহলে শংকৰী সকলে তেনে আচৰণ নকৰিলে মুক্তি বৈকুণ্ঠ গতি নাপায় ।
সাহস আছে যদি তেখেতৰ সন্মুখত প্ৰশ্ন কৰিব?
@@mithundeka8606ki darka , questions koribole .
Har Har Mahadev....Jai Mahakal....Aru apuni nizoke harbogayani bule nabhabibo....
@user-mt5kx4mq3e aru apunar hai prabhu jonea nu mahadev r bikhoye ki koi ase...
No need to shut the door of Naamghar during the period of "AMBUBASHI" .As if, at the Naamghar there was only Singashan and Bangmoymurti Naam tatta ( GUNMALA).That is why no need to shut the door of Naamghar during that period.(Ghanashyam Bora,Khanapara,Guwahati).
Joi. Maa. Kamakhya. Joi. Maa. Dhoritri debi
তেখেতৰ ব্যাখ্যা সচাঁই অতি সুন্দৰ। সেৱা নিবেদিলো।
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ
Jay shree krishna jay shree ram
Krishna Krishna 🌷🌷🌷🌷🌷🌷
Krishna Krishna krishna
Jai maa kamakhya
Krishna baap🙏
Om Namah Shivay Jay Sree Krishno
আপুনি কিমান টকাৰ মাননীত আহিছে
Krishna Krishna bap
কৃষ্ণ ❤🪔🌹🙏কৃষ্ণ❤🪔🌹🙏 কৃষ্ণ ❤🪔🌹🙏
জয় মা কামাখ্যা ❤🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ
Krishna. 2
Krishna 🙏🙏🙏🙏
আপুনি এনেকৈয়ে গীতা শাস্ত্ৰখন ও পঢ়িব চোন ...
Krishna Krishna 🎉