হাঁহ খাব নেকি 🤣🤣 ধামাকা Prank Call to গায়ত্ৰী মহন্ত II Gayatri Mahanta আচৰিত, Mayur Mix Assamese

Поділитися
Вставка
  • Опубліковано 12 сер 2021
  • এটি সুন্দৰ Prank Call ভিডিঅ'আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ।।
    আশাকৰোঁ আপোনালোকে নিশ্চয় ভাল পাব আৰু ভাল পালে আনজনলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব 😍😍🙏
    A Prank Call to Actress Gayatri Mahanta by Actor Jaffy Bakshi.
    Follow me on Facebook
    👇🏿👇🏿
    100006415183...
    Follow me on Instagram
    👇🏿👇🏿
    reelCSf_T6...
    My Second channel
    👇🏿👇🏿
    • Video
    Thanks ❤️😊
    #gayatrimahanta #prankcall
  • Розваги

КОМЕНТАРІ • 716

  • @MayurMixAssamese
    @MayurMixAssamese  3 роки тому +340

    নমস্কাৰ আটাইলৈ..🙏 মোৰ দ্বিতীয় চেনেলটো Subscribe কৰিবচোন👇🏿👇🏿
    ua-cam.com/video/rfzO7yMsj4c/v-deo.html

    • @ST-kt7sd
      @ST-kt7sd 3 роки тому +8

      0

    • @ritadas1638
      @ritadas1638 3 роки тому +4

      Humm😘😁

    • @jahnobiborah781
      @jahnobiborah781 3 роки тому +4

      Ummmmmmm

    • @bindassbanditadas9723
      @bindassbanditadas9723 3 роки тому +4

      নিশ্চয় কৰিম দাদা।। মোৰ চেনেলটো চাব দেই ৰাইজ ।🙏🙏

    • @lgcollection8262
      @lgcollection8262 3 роки тому +2

      Dada mi notunkoi khulisu plz muk hohojugita koribo..moiu hokoluke korim

  • @chandamita303
    @chandamita303 3 роки тому +289

    গায়ত্ৰী বাৰ কথা বতৰা ভাল লাগে কোনো অহংকাৰৰ সুৰ নাই❤️🤗

  • @shikhasgallery2716
    @shikhasgallery2716 3 роки тому +394

    সৰুৰ পৰাই মোৰ প্ৰিয় অভিনেত্ৰী গায়ত্ৰী বা 😍সৰুতেই ওচৰৰ পৰা পাইছো থিয়েটাৰত, বৰ অমায়িক 😊ইমান ধুনীয়া কথা-বতৰা, মনটো পবিত্ৰ

    • @misingmimagajon7249
      @misingmimagajon7249 3 роки тому +7

      Like u

    • @jituali5662
      @jituali5662 3 роки тому +11

      গায়ত্ৰী বা আপোনাৰ অভিনয় চাই ভাল লাগে আপুনি আকৌ অভিনয় জগতত আহক

    • @jeemonigogoi3455
      @jeemonigogoi3455 3 роки тому +4

      মোৰো ভাল লাগে ❤️❤️❤️🤗😚😘

    • @cr9ff436
      @cr9ff436 3 роки тому +2

      😀😂😂😁😁😁😂😂😂

    • @nikhilrabha1219
      @nikhilrabha1219 3 роки тому +1

      Rajsree theatre dekha paisu Gayatri baak..aru jonbai vcd khonot j an val lage taair acting boor...moro priyo gayatri baa

  • @pujapegu1182
    @pujapegu1182 3 роки тому +72

    বহুত দিনৰ মূৰত গায়ত্ৰী বাৰ মাত হাৰ শুনিলো বহুত ভাল লাগিল।মোৰ প্ৰিয় অভিনেত্ৰী।😘😘😘❤️❤️❤️🥰🥰🥰

  • @himaniray6654
    @himaniray6654 3 роки тому +194

    বহুত দিনৰ মূৰত গায়ত্ৰী বাৰ মাতটো শুনিলোঁ বৰ ভাল লাগিল😍 ,,,,,প্রিয় অভিনেত্ৰী মোৰ❤️❤️❤️

  • @anearu7448
    @anearu7448 3 роки тому +85

    গায়ত্ৰী বাৰ কথা বৰ শুনি বহুত ভাল লাগিল ❤️❤️

  • @kirongogoi4983
    @kirongogoi4983 3 роки тому +199

    বহুত দিনৰ মূৰত গায়ত্ৰী বাৰ মাতটো শুনিলো 🥰

  • @binitagogoi9472
    @binitagogoi9472 3 роки тому +48

    গায়াত্ৰী বাৰ মাত টো শুনিবলৈ video টো চাইছোঁ ❤️❤️❤️

  • @alishasonowal4693
    @alishasonowal4693 3 роки тому +46

    গায়ত্ৰী বা মোৰ খুবেই প্ৰিয় আৰু বহুত বহুত বেছি ভাল লাগে👌👌❤❤

  • @funy_video_reaction6.020
    @funy_video_reaction6.020 3 роки тому +50

    মজা ময়োৰ দা ধুনীয়া prenk কৰিছা....💓💓💓গোলাঘাটৰ পৰা মৰম জাছিলো .......Comment পঢ়া সকলো বন্ধু বান্ধবী জাতে সদায় সুখী হয় থাকে 💘💘 আৰু সকলোৰে মা - দেউতা যাতে 100 বছৰ জীয়াই থাকে তাৰেই কামনা 💘💘🙏🙏🙏

  • @harjyotideka8869
    @harjyotideka8869 3 роки тому +26

    The way , the gorgeous actress Gayatri Mahanta ba, responded such a sudden irritating phone call during her busy time, shows how great and '"down to earth "'personality she posses . She won my heart.❤️❤️

  • @babitasaikia7233
    @babitasaikia7233 3 роки тому +34

    বহুত দিনৰ পিছত গায়ত্ৰী মহন্ত বাৰ মাততো শুনিলো.....💜💜💜

  • @madhusmeetaBania
    @madhusmeetaBania 3 роки тому +64

    গায়ত্ৰী বা ইমান সহজ সৰল।বাৰ হাঁহিটো ufff 😍

  • @travelerslakhiminath9325
    @travelerslakhiminath9325 3 роки тому +21

    আপোনাৰ অভিনয় খুব ভাল লাগে জেফ্ৰি দা । আৰু gayatri বা ৰ মতটো শুনি খুব ভাল লাগিছে

  • @bindassbanditadas9723
    @bindassbanditadas9723 3 роки тому +39

    বহুত ইন্ত্ৰেষ্টিং দেই ।।। বহুত ভাল লাগিল দাদা ।
    এদিন গায়ত্ৰী বাʼক মাতিব আপোনাৰ মঞ্চলৈ ।।

  • @manalishadas2421
    @manalishadas2421 3 роки тому +175

    গায়ত্ৰী মহন্ত বা তোমাক বহুত মিছ কৰো বা ❤❤❤ ময়ূৰ দাদা গায়ত্ৰী বাৰ ইন্টাৰভিউ লবচোন 😊

  • @shimahiloidari7456
    @shimahiloidari7456 3 роки тому +33

    গায়ত্ৰী বা মোৰ বহুত মৰমৰ ভাল লাগে বাক মাত টু শুনিব পাই ভাল লাগিল

  • @kalpunadeka2196
    @kalpunadeka2196 3 роки тому +26

    জেফী দা বহুত ভাল মানুহ হয় কথা পাতিছো ইমান ভাল

  • @Princhibharali
    @Princhibharali 3 роки тому +36

    মই ঘনিষ্ঠ ভাবে লগ পোৱা মোৰ মৰমৰ অভিনেত্ৰী গৰাকী😘😘😘😘😘😘তেওঁ দৈৱকী লওঁতে মই যশোদা লৈছিলোঁ,, লগ পাই কথা পাতি বহুত ভাল লাগে,,, ফ্ৰী হয় বহুত।

  • @abhijittamuli803
    @abhijittamuli803 3 роки тому +40

    ময়ূৰ দা আগলৈ এনেধৰণৰ ভিডিও আমাৰ মাজলৈ আগবঢ়াই থাকিব বুলি আশা থাকিল😍👍

  • @juribarmanmakeupartish
    @juribarmanmakeupartish 3 роки тому +30

    গায়ত্রী মহন্ত বা এটা ইণ্টারভিউ লব চোন।❤❤❤

  • @poojabordoloi903
    @poojabordoloi903 3 роки тому +191

    ভাল লাগিল বহুত কেতিয়াবা গায়ত্ৰী বা ও ইণ্টাৰভিঅ লবাচোন💕

  • @niharikaborah4843
    @niharikaborah4843 3 роки тому +39

    বহুত ভাল লাগে গায়ত্ৰী মহন্ত বাক ❤️❤️🔥🤣

  • @dipshikhaentertainment3716
    @dipshikhaentertainment3716 3 роки тому +11

    গায়ত্ৰী বা ইমান ভাল। বহুত সহজ ।চাই ভাল লাগিল❤️

  • @dibyajyotideka8745
    @dibyajyotideka8745 3 роки тому +16

    গায়ত্ৰী বা একদম সৰুৰে মোৰ খুবেই প্ৰিয়। বাকীবোৰ অভিনেত্ৰীক বহুত পিছতহে ভাল পাওঁ। I ❤️ u always Gayatri Baa.. ৰূপে, গুণে কামে-কাজে, পঢ়া-শুনাই কিহতনো পিছপৰা....!

  • @shayanikakalita4960
    @shayanikakalita4960 3 роки тому +22

    গায়ত্ৰী বাৰ মাতটো শুনিলো ভাল লাগিল

  • @ududoyan1804
    @ududoyan1804 3 роки тому +81

    গায়ত্ৰী বা আকৌ যেন অভিনয় জগতত খোজ পেলায়।🍂 বহুত মিছ কৰোঁ তেওঁক।😢।
    ভিডিঅ টো ভাল লাগিল চাই।❤️❤️❤️

  • @assamesecartoonchannel929
    @assamesecartoonchannel929 3 роки тому +33

    Bor miss koriso baajonik .love you baa❤️

  • @minakhiboruah68
    @minakhiboruah68 3 роки тому +10

    মজ্জা মূয়ৰ দাদা বহু ত ভাল লাগিল ভিডিঅ'টো চাই । দাদা আপুনি গায়ত্ৰী বা লাইভ ল'ব চোন গায়ত্ৰী বাক বহু ত ভাল লাগে

  • @parishmita1759
    @parishmita1759 3 роки тому +25

    Always my fev Gayetri baa and Mayor da❤❤❤

  • @sanjibdas555
    @sanjibdas555 3 роки тому +6

    বহুত দিনৰ মূৰত গায়ত্ৰী বাৰ মাতটো শুনিবলৈ পায় বৰ ভাল লাগিল🥰 গায়াত্ৰী বাৰ কথা বতৰা বোৰ মোৰ বহুত ভাল লাগে ❤️

  • @gitikadevi4396
    @gitikadevi4396 3 роки тому +21

    Mojjaaa😂🤣🤣🔥🔥... Gayatri baa mur fevreat actres hoi..❤️❤️❤️

  • @bhaswatientertainment1077
    @bhaswatientertainment1077 3 роки тому +3

    Gayatri bak akw lge.. bht miss kro.. ru jeffy dada k theater t bht osrr pora pysu.. lv from mangaldai 😘😍

  • @minakhidas4768
    @minakhidas4768 3 роки тому +27

    One of my fvrt actress gayatri baa....all tym fvrt❤️.......jar alpo attitude nai miss kru bak bhut love uuu

    • @rimjimlahon239
      @rimjimlahon239 3 роки тому +1

      Hosakoi gayatri baak bht vl lge ❤️

  • @tulashimoran4810
    @tulashimoran4810 3 роки тому +14

    My favourite actress ❤❤❤Gayatri ba

  • @bhagyashree_7089
    @bhagyashree_7089 3 роки тому +12

    গায়ত্ৰী বা কথা কলেই জোনবাইটোলৈ মনত পৰে. মুখখন জোনবাই টো দৰেই

  • @assamesevlogs9115
    @assamesevlogs9115 3 роки тому +8

    ইন্টাৰভিউ লৱ চোন গায়ত্ৰী মহন্ত বাৰ বহুত ভাল লাগিল হয়

  • @axomattitude7164
    @axomattitude7164 3 роки тому +10

    গায়ত্ৰী বা তুমি সচাই ধুনীযা।

  • @paragsaikia4611
    @paragsaikia4611 3 роки тому +21

    ইমান সাধাৰণভাৱে কথা পাতিছে । বৰ ভাল পাওঁ গায়ত্ৰী বাক ❤️

  • @user-gb9xh1fh3h
    @user-gb9xh1fh3h 3 роки тому +16

    গায়ন্তি বাৰ interview লব দাদা 🙏🙏🙏🙏🙏🙏🙏

  • @debasishborah8080
    @debasishborah8080 3 роки тому +13

    Junbai r pora Gayatri baa r fan hoi ❤️ aji bohut dinor murot maat tu huni a vaal lagil ❤️

  • @sudeshnachankikalita4684
    @sudeshnachankikalita4684 3 роки тому +19

    All time favourite actress ❤️❤️❤️

  • @pranatidevi9441
    @pranatidevi9441 3 роки тому +7

    গায়ত্ৰী বাৰ কথা বোৰ ইমান সহজ সৰল ভাল লাগে।

  • @manikadasbayan7459
    @manikadasbayan7459 3 роки тому +9

    বহুত মজা লাগিল ভিডিঅ'টো চাই 😀😀।
    Love from Jishnu Bayan family Kokrajhar 💐💐💐💐

  • @kaberidevi3861
    @kaberidevi3861 3 роки тому +14

    Baak bht vall pao... Bht innocent... Love you so much baa... God bless ❤❤

  • @user-sn2yc8co2w
    @user-sn2yc8co2w 2 роки тому +3

    গায়ত্ৰী বায়ে ইমান সৰল ভাৱে কথা পাতে, বৰ সুন্দৰ দেই

  • @JaanBhaskar
    @JaanBhaskar 3 роки тому +34

    Mojja jomoni

  • @asmabegum4575
    @asmabegum4575 2 роки тому +6

    Mur বহুত বহুত ভাল লাগে গায়ত্ৰী বাক 🥰😍☺️😘 মোৰ প্ৰিয় অভিনেত্ৰী

  • @binodkalita4583
    @binodkalita4583 3 роки тому +11

    mayur tumi🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥aguai jua...

  • @s.rcreation3492
    @s.rcreation3492 2 роки тому +7

    ময়ুৰ আপুনি বহুত কষ্ট কৰে ,আপোনাৰ কথা কোৱাৰ ধৰণ বৰ ভাল লাগে ❤️, আগুৱাই যোৱা ।লাভ from Bongaigaon

  • @Karabikapinjal
    @Karabikapinjal 3 роки тому +6

    I love you jaffy da ❤❤ bohut val laga apunak

  • @Dipankarmedhi877
    @Dipankarmedhi877 3 роки тому +41

    মজা ময়ুৰ দা

  • @jaysrinath2392
    @jaysrinath2392 3 роки тому +25

    Mayur da tumi 🔥🔥🔥🔥

  • @rituparnarabha3536
    @rituparnarabha3536 3 роки тому +10

    গায়িত্ৰী বা বহুত মিছ কৰো আপোনাক

  • @bhaswatidas6732
    @bhaswatidas6732 3 роки тому +31

    My all time favorite actress gaiotree baa keep smiling baa in such a way 👌 and that's interesting video

  • @latikakalita2376
    @latikakalita2376 3 роки тому +9

    Gayatri baak bahut vl paw ❤️❤️❤️

  • @porimoran8512
    @porimoran8512 3 роки тому +18

    Val lage apunar video bur sai ... 😍💖.... Keep it up 👍

  • @assamixcartoon8833
    @assamixcartoon8833 3 роки тому +6

    বহুত ভাল লাগিল video টো চাই 👍👍👍👍👍

  • @himangshukalita3268
    @himangshukalita3268 3 роки тому +16

    Dhuniya lagise dada 🔥🔥🔥🔥

  • @pahi_yt
    @pahi_yt 3 роки тому +6

    Hosakoi Gayatri ba bohut val aru mur priyo obhinetri. Bohut val lagil video tu.❤️❤️❤️
    Next interview t Gayatri bak pam buli axa thakil 🙏🤗

  • @PranjitKalita11
    @PranjitKalita11 3 роки тому +22

    অতি সুন্দৰ ❤

  • @priyankusaikia472
    @priyankusaikia472 3 роки тому +20

    মোৰ গায়ত্ৰী বাক বহুত বেছি ভাল পাওঁ ❤️❤️🔥

  • @gargikalita5507
    @gargikalita5507 3 роки тому +13

    Love from darrang, bht vl lge dada, aponar vdo bor sai..💖

  • @lukeesharma7501
    @lukeesharma7501 3 роки тому +12

    বৰ ভাল লাগিল দে😀😃😍

  • @utpalanath5878
    @utpalanath5878 3 роки тому +6

    বহুত ভাল লাগে এইগৰাকী অভিনেত্ৰী ।

  • @jurimonisenapoti6015
    @jurimonisenapoti6015 3 роки тому +4

    Bahut val lagil vdo tu sai.... My favorite actress gayatri mahanta lgt prank call... Mojja👌👌👌👌 ❤❤❤

  • @arentertain3655
    @arentertain3655 3 роки тому +8

    Mojja video love you so much mayur mix Assamese mojja

  • @nabajitnath4220
    @nabajitnath4220 3 роки тому +39

    জয় আই অসম

  • @bijitsaikia1491
    @bijitsaikia1491 2 роки тому +1

    গায়ত্ৰী বাইদেউক সচাকৈ ভাল লাগে। ইমান কামোৰ দিয়াৰ পিছতো কথাবোৰ সহজ সৰল ভাবেই ক'লে।

  • @beautifulwordswithbarasha7978
    @beautifulwordswithbarasha7978 2 роки тому +6

    গায়ত্ৰী বাক বহুত ভাল লাগে....😍😍

  • @parishmitapatgiri4479
    @parishmitapatgiri4479 3 роки тому +23

    Dhuniya lagice dada... গায়ত্ৰী বাৰ interview loba sun dada val lagibo .

  • @sanjibdeka5930
    @sanjibdeka5930 2 роки тому +2

    মোৰ প্ৰিয় অভিনেত্ৰ গায়তী বা সৈতে কথোকথন শুনি ভাল লাগিল । সৰু পৰাই ভাল লাগে বা অভিনয় বোৰ । কিন্তু কেৱল টিভিতে বা মাত শুনিছোঁ আৰু দেখিছোঁ ।

  • @saitanyadeka4290
    @saitanyadeka4290 3 роки тому +15

    বহুত ভাল লাগিল

  • @jurimabora4218
    @jurimabora4218 3 роки тому +2

    Bht bht vl lgile bar mat xuni eman vl amr mrmr ba jni ki dhuniyakou ktha bor koise simple love u so much ba

  • @lokhi1587
    @lokhi1587 3 роки тому +10

    Dada bht bht lagil saii❤️🥰

  • @bikramkalita9237
    @bikramkalita9237 3 роки тому +2

    Maa kosom kosso bohut dinr murt Baa r mat khar khuna palo 😍🤩bohut bohut bohut a besi vl lgil😍💖

  • @laxmirekhanath7226
    @laxmirekhanath7226 3 роки тому +17

    She is so polite 😍

  • @reemadas5794
    @reemadas5794 2 роки тому +3

    প্ৰিয় অভিনেত্ৰী.. বহুত বহুত miss কৰো ।

  • @kunilbora6649
    @kunilbora6649 3 роки тому +5

    নগাঁও ৰ পৰা মৰম যাছীলো....💚💚💚

  • @nabajitnath4220
    @nabajitnath4220 3 роки тому +17

    Moja dada tumi 🔥🔥🔥

  • @Creative_study276
    @Creative_study276 2 роки тому +4

    I love Gayatri Mahanta 💕evergreen beautiful

  • @pahichutia2262
    @pahichutia2262 3 роки тому +13

    Moja lgise dada 🥰❤️

  • @ZubeenGargMotorGarage
    @ZubeenGargMotorGarage 3 роки тому +19

    Dadi mojaaaa lagise video to ❤️❤️ Love From Bongaigaon 🥰🥰

  • @archanaborah9939
    @archanaborah9939 3 роки тому +3

    Val risk loi phone korise 😄😄😄
    mojjjjjjaaa lgil

  • @mamonikalita7737
    @mamonikalita7737 3 роки тому +10

    Gayatri baa mor priyo ❤❤❤

  • @dipshikhadeka630
    @dipshikhadeka630 3 роки тому +29

    বা ইমান ধুনিয়াকে কয় কথা বোৰ😘😘

  • @baruahjayantaofficialboy4175
    @baruahjayantaofficialboy4175 3 роки тому +10

    বহুত বেছি ভাল লাগিল দাদা 🤗🤗🤗

  • @nayanadas3598
    @nayanadas3598 2 роки тому +1

    Gayatree bar Ktha bur imn VL lge....so sweet ba jni🥰🥰❤️❤️

  • @user-Bray46
    @user-Bray46 3 роки тому +13

    A moja love from kokrajhar😍😍😍😘😘😂

  • @rulizxz9901
    @rulizxz9901 3 роки тому +2

    Xosake bohut val lagil ♥️😘jefi Da mur fvrt actor

  • @rekibryan4371
    @rekibryan4371 3 роки тому +4

    best prank call 👍...bohut val lagil

  • @hrishikeshdeka6257
    @hrishikeshdeka6257 3 роки тому +7

    Mojja lagise dei dada, excellent.

  • @jitupratimvlogs9021
    @jitupratimvlogs9021 3 роки тому +3

    Jaffy dak bohut bar log palu ako log powa akhare .. ❤️
    গায়ত্ৰী বা ❤️❤️

  • @labanyakonwar3327
    @labanyakonwar3327 3 роки тому +3

    Bohut val lagil anekoi prank call bilak di thakibo son

  • @ritadas1638
    @ritadas1638 3 роки тому +3

    Hum bohut val lage😝😝aru agor porai bohut val pau giote bak🤣😂😂😁😍😘

  • @d.p.experiment549
    @d.p.experiment549 3 роки тому +17

    গায়ত্ৰী বা ৰ এটা ইনটাৰভিউ লব ময়ুৰ দা ।🥰🥰🥰🥰🥰🥰

  • @monalishaneogthakuria8610
    @monalishaneogthakuria8610 2 роки тому +2

    দুয়োজনৰে কথা বতৰা খুব ভাল লাগিল ...💐

  • @monoramaray4000
    @monoramaray4000 3 роки тому +5

    গায়ত্ৰী বা মোৰ প্ৰিয় অভিনেত্ৰী

  • @Somirchangmai4020
    @Somirchangmai4020 3 роки тому +5

    Vl lagel dada moi apunar video hodai sau♥️❤️😃🙂🙂✌️❤️🧡💛💚💙💜🤎🖤🤍♥️💘💝💖💗💓💞💕❣️💟

  • @Dipankarmedhi877
    @Dipankarmedhi877 3 роки тому +11

    দুই নম্বৰ ভিউ