পোহৰ যেনেকৈ আছে তেনেকৈ আন্ধৰো আছে ,ভাল যেনেকৈ আছে বেয়াও আছে ,ধনাত্মক যেনেকৈ আছে তেনেকৈ ঋণাত্মক আছে । বায়ু যেনেকৈ আছে কিন্তু আমি দেখা নাপাওঁ , শব্দ যেনেকৈ এজনৰ পৰা আন এজনলৈ যাওঁতে আমি দেখা নাপায় কিন্তু শুনা পাও তেনেকৈ গোটেই বিশ্বব্ৰহ্মাণ্ড খন বহুত ৰহস্য জনক হয়। ডিম্পো দা আপোনালৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জাছিলো।❤❤❤🎉🎉🎉🎉❤❤❤🎉🎉
আজিকালি murder case বহুত এ হয়। মোৰ এটা Questions আছে যে সেই মৰি যোৱা মানুহজনে আত্মা হৈ আহি দেখা দি অশান্তি দি থাকিব লাগে আৰু ইমান এ অশান্তি দিব লাগে যে সেই murder কৰা মানুহ জনে নিজেই police ৰ আগত গৈ কয় যে মই এই সেই মানুহ জনক এনেকৈ এ -------------------- মাৰিলো ।
কিমান সঁচা নাজানো এইবোৰ..... কিন্তু, আমাৰ ঘৰৰ ওচৰৰ মানুহ এজন আত্মহত্যা কৰিছিলে আমি সৰু হৈ থাকোঁতে। ঘৰৰ ওচৰৰ হলে ও একো দেখা বা শুনা ও নাছিলোঁ সেইবাবে বিশ্বাস ও হোৱা নাছিল। কিন্তু, কিবা পৰিস্থিতিত পৰি আমি বেলেগ ঠাইলৈ গুচি আহিলো। মোৰ পঢ়া শেষ নোহোৱা বাবে তাত থাকিব লগা হল... ঘৰৰ মানুহ বোৰ মানে মা, দেউতা, ভাইটি, ভন্টি চব নতুন ঠাইলৈ আহিছিল পুৰণি ঘৰ টোত আইতা আৰু মই আছিলোঁ। তাত ওচৰত ও মানুহ নাছিল বেছি। যি ঘৰৰ মানুহ জন ঢুকাইছিল সেই ঘৰ মানুহ ও বেলেগ ঠাইলৈ গুচি গৈছিল। তাত অকল আইতা আৰু মই আছিলোঁ ৩ মাহ মান। এদিন ৰাতি ১ তা মান বজাত কিছুমান শব্দ শুনিছিলোঁ । তাৰ পিছত সদায় তেনেকুৱা শব্দ কিছুমান শুনিব পাইছিলো। কি শব্দ আছিল নাজানো...কিন্তু তাৰ পিছত আমি ও তাৰ পৰা আহিছিলোঁ একেবাৰে। সঁচাকৈ সেই ৰাতি কেইটা ভয়ানক আছিল। আজিৰ পৰা ৫ বছৰৰ আগৰ কথা
Kiba ata ase ami vorkoka koru manuh mori gole ami hanti pbo karone iman Hokam napatile hoi ... Anekua hoise kiba karone hokam pota deri hole dekha die hopun t aru kti amoni kore
সঁচা কথা কব গলে এই পৃথিৱীত ভূত, জীন বা দেৱতা আছে.. মই নিজে নিজ চকুৰে দেখিছোঁ আৰু অন্য মানুহৰ পৰা ও শুনিছোঁ যাৰ লগত এইবোৰ ঘটনা হৈছে..videoটোৰ শেষৰ ঘটনাটো শুনি মোৰে গাৰ নোম শিয়ৰি উঠিছে।।
Dimpu da ata question asil apuni tu gutei dekh ghuri fhure kintu aji loike family logot ane korbat fhuribo goisene assamor bahirot mind nokoribo ane monot question tu ahi gol ❤
Mur thinking exactly dimpur dorei. Bhoot buli direct ketiau dekha nai, ba kunubai dekhise buli solid proof u dibo pora nai so hei hisabe bhoot bissakh kru buli kobo nuaru. Kintu mur logot ba mur logor kisumanor logot anekua kisumn ghotona hoi thoise jibure ketiaba vabibole badhyyo krai diye. So yeah kiba eta tu negative energy thake, specially kisumn particular place t. So manuhe bhoot ase buli besi bhoi u khabo nalage aru bhoot nai buli bindass jetiai tetiai jot tot ghuri u furibo nalage
@@Cricketshorts1539 আমেৰিকাত গৈ আমেৰিকা খন দেখা নাই যদিও ফটো বা ভিডিঅ আকাৰে দেখিছোঁ যিটো আছে এই পৃথিৱীত । কিন্তু ভূতক ভূতৰ চিনেমা বা ছিৰিয়েলৰ বাহিৰে ক'ত দেখিছা সেইটো প্ৰমাণ দিয়া ।
Mur lgt o bhutor ata story hoisil.....rj jharna baa a baa r vd t Mur story tu koise.......jharna baa r vd bur sai bht bhl lge..... love from Goalpara ♥️
*পুৰণি হলেও গছ নাকাতিব ফল *দিব নোৱাৰিলেও ছাঁ দিব*।
*একে দৰে পিতৃ - মাতৃ বৃদ্ধ হলেও* *অৱহেলা নকৰিব। টকা -পইচা দিৱ *নোৱাৰিলেও আশীবাদ দিব*।
❤
Right ❤
হয়
❤
❤
আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভ কামনা থাকিল।❤️
भूत पिसाच निकट नहिं आवै, महाबीर जब नाम सुनावै
Jai Bajrangbali ♥️💪
Nasai rog habai sob pira jopoto nironto honumoto Bira
Jai Hanuman 🚩🙏
Jai shree Ram
jai sree ram
🙏🏻
Jai Bajrangbali❤❤❤❤
যদি পৃথিৱীত ভগৱান আছে, তেতিয়া ভূতো থাকিব!
Xosa kotha
পোহৰ যেনেকৈ আছে তেনেকৈ আন্ধৰো আছে ,ভাল যেনেকৈ আছে বেয়াও আছে ,ধনাত্মক যেনেকৈ আছে তেনেকৈ ঋণাত্মক আছে ।
বায়ু যেনেকৈ আছে কিন্তু আমি দেখা নাপাওঁ , শব্দ যেনেকৈ এজনৰ পৰা আন এজনলৈ যাওঁতে আমি দেখা নাপায় কিন্তু শুনা পাও তেনেকৈ গোটেই বিশ্বব্ৰহ্মাণ্ড খন বহুত ৰহস্য জনক হয়।
ডিম্পো দা আপোনালৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জাছিলো।❤❤❤🎉🎉🎉🎉❤❤❤🎉🎉
Dimpu da heito fot nohai ato hol jin❤️
প্ৰথম কোৱা কাহিনী তো যোৰহাটৰ হয় ❤❤❤❤
Jorhat tor kon jega
Roommate morile ru tai 1 week r pora gom ye npai.....what a joke
Jorhatt bohu enekua ghotona ase mur nijor bondhu etar logote hoisile
@@anuragkalita1684joke nohoi! Tai jodi 1week ghorot e nai tai kor pora gom pabo?
😂😂😂😂😂@@anuragkalita1684
মানুহ মৰা পাছত দেহ তোক পূজা কৰে , সেৱা কৰে , অস্থি পূজা কৰে,জলোৱা জুইকুৰা পূজা কৰে,আৰু জীৱন্ত অৱস্থাত তিৰস্কাৰ কৰে মানুহ সচাকৈ অদ্ভুত, অদ্বিতীয় ।
আজিকালি murder case বহুত এ হয়।
মোৰ এটা Questions আছে যে সেই মৰি যোৱা মানুহজনে আত্মা হৈ আহি দেখা দি অশান্তি দি থাকিব লাগে আৰু ইমান এ অশান্তি দিব লাগে যে সেই murder কৰা মানুহ জনে নিজেই police ৰ আগত গৈ কয় যে মই এই সেই মানুহ জনক এনেকৈ এ -------------------- মাৰিলো ।
Bt xoitu energy'ru eta limit ase.. Xihotor limitor bahirot goi teneke koribo nuare...
😅😮😮
Hoi pare. But hihotk sage eman freedom nidiye eibilak koribo. Ami njano ki hoi mora pisot
😂😂
@@coldbaby09 normal মানুহক দেখা দি distrub bibo nlge naa
কিমান সঁচা নাজানো এইবোৰ..... কিন্তু, আমাৰ ঘৰৰ ওচৰৰ মানুহ এজন আত্মহত্যা কৰিছিলে আমি সৰু হৈ থাকোঁতে। ঘৰৰ ওচৰৰ হলে ও একো দেখা বা শুনা ও নাছিলোঁ সেইবাবে বিশ্বাস ও হোৱা নাছিল। কিন্তু, কিবা পৰিস্থিতিত পৰি আমি বেলেগ ঠাইলৈ গুচি আহিলো। মোৰ পঢ়া শেষ নোহোৱা বাবে তাত থাকিব লগা হল... ঘৰৰ মানুহ বোৰ মানে মা, দেউতা, ভাইটি, ভন্টি চব নতুন ঠাইলৈ আহিছিল পুৰণি ঘৰ টোত আইতা আৰু মই আছিলোঁ। তাত ওচৰত ও মানুহ নাছিল বেছি। যি ঘৰৰ মানুহ জন ঢুকাইছিল সেই ঘৰ মানুহ ও বেলেগ ঠাইলৈ গুচি গৈছিল। তাত অকল আইতা আৰু মই আছিলোঁ ৩ মাহ মান। এদিন ৰাতি ১ তা মান বজাত কিছুমান শব্দ শুনিছিলোঁ । তাৰ পিছত সদায় তেনেকুৱা শব্দ কিছুমান শুনিব পাইছিলো। কি শব্দ আছিল নাজানো...কিন্তু তাৰ পিছত আমি ও তাৰ পৰা আহিছিলোঁ একেবাৰে। সঁচাকৈ সেই ৰাতি কেইটা ভয়ানক আছিল। আজিৰ পৰা ৫ বছৰৰ আগৰ কথা
Horror story 🤔🙄 (ভূতৰ সাধু) 😐
Moi vote boi nokoru. Moi butor logot dance korisu akeloge vat kaisu pisot a gom paisu voot asile buli mur gutei history tu hunibole muk comment kora
Aku nohii hat maribi hui jabi 🗿
@@lakhimiri8436baba kahinitu xunaba nki 😂😂beya nupua jodi
@@eagle66920 legend 😂
যাৰ লগত হয় সেইজনেহে জানে।।ম ই ও ভূত অন্ধবিশ্বাস বুলি কৈছিলো,কিন্ত প্ৰমাণ পোৱা বাবে মোৰ ভাৱনা খেলি মেলি হৈ গল।
😂😂😂
JKP
@@Bhaskar_official122okole dekhile gom pabi, tur haha2 kandin ot holoni hoi jabo, sokur pani nunu2 di ulabo😅🤣
@@mediumgaming7035nunu2 di olabo mane chou chou kori mutibo Zetia vut dekhibo 😂😂😂😂
Kiba ata ase ami vorkoka koru manuh mori gole ami hanti pbo karone iman Hokam napatile hoi ...
Anekua hoise kiba karone hokam pota deri hole dekha die hopun t aru kti amoni kore
ভগৱান আছে বুলি বিশ্বাস কৰে যদি ভূত অ আছে বিশ্বাস কৰা। গাঁও অঞ্চলত এনে বহু সঁচা ঘটনা আছে।
গাঁও বুলি কথা নাই টাউন ত ও আছে
দিপু দাদা ভূতে হনুমান লৈ বহুত ভয় কৰে তেনে হ'লে কিয় ভয় কৰিব লাগে জিমা ডাঙৰ ভূত নহক কিয় হনুমান ৰ নাম ললে ভূত পলাব হয় নে নহয়
Tur matha
মই বিশ্বাস কৰো 7:50 👏👐🙌👏
কিয়নো মোৰ লগত এটা এনেকুৱা ঘটনা ঘটি গৈছে । 😌 🙏
😂😂
আছে
থাকিবও পাৰে নেথাকিবও পাৰে, কিন্তু যিটো বস্তু দেখা নাই হয়টো সেইটো বস্তুৰ কাৰণে ভয় খোৱাৰ প্ৰয়োজন নাই ❤
হয় হয় থিক কৈছে আপুনি
14 missed call from Bhoot✅
😊
Dekhile bhoi khaboloi u natahkiba
ভূত বা দেৱতা আছে কিন্তু ভয় কৰিব নালাগে।
মই ভূত বিশ্বাস কৰোঁ সম্পূৰ্ণ ৰূপে। কাৰণ মই গাঁৱত থাকো আৰু মই বহুত বাৰ স্পষ্ট ভাৱে ভূত ৰ কাৰ্য মোৰ চকুৰ সন্মুষত দেখিছোঁ আৰু শুনিছোঁ। গতিকে এই পৃথিৱীত ভূত আছে।💯💯💯💯।🙏🙏🙏
Kaok su
Moi o biswas Kora naslu ahgoti ...jetiya NIS sokure dekhilo tetita he biswas hol...
Guys just chill and sing,"भूत-पिशाच निकट नहीं आवे। महावीर जब नाम सुनावे ।। नासै रोग हरै सब पीरा । जपत निरंतर हनुमत बल बीरा।"
Jai Shri Ram !!!🚩🚩🚩🚩🚩🚩
Jai Shri Ram
Background Music tu tamam lagise dimpu Daa😮
"আপোনালোক সকলোকে ঈদ আল ফিতৰ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।"
Bhoot Pret Nikat Na Aabe Mahaveer Jab Naam Sunawe.. Jai Siya Ram ❤️🚩
সঁচা কথা কব গলে এই পৃথিৱীত ভূত, জীন বা দেৱতা আছে.. মই নিজে নিজ চকুৰে দেখিছোঁ আৰু অন্য মানুহৰ পৰা ও শুনিছোঁ যাৰ লগত এইবোৰ ঘটনা হৈছে..videoটোৰ শেষৰ ঘটনাটো শুনি মোৰে গাৰ নোম শিয়ৰি উঠিছে।।
Dimpu da ata question asil apuni tu gutei dekh ghuri fhure kintu aji loike family logot ane korbat fhuribo goisene assamor bahirot mind nokoribo ane monot question tu ahi gol ❤
Maa deutak koto furaboloi loi najai.konodin video nai dekha.makoko videot nedekhai
Private life , family show nkra2 a best❤
@@parvezalam8280 apunar kotha tu o thikei kintu♥️
Dada appunar kotha tu kintu thikei
Right
Happy Eid mubarak
Dimpu da
Love from Barpeta ❤❤
মোৰ ফালৰ পৰা ঈদ আৰু বিহুৰ বহুত বহুত শুভেচ্ছা জনাবলৈ পাই খুবেই সুখী কাৰণ এই বাৰ বিহু আৰু ঈদৰ শুভেচ্ছা একে লগে জনাবলৈ পাইছো ❤❤❤❤❤❤
The way he explains both the sides of a topic is excellent💯👏👏
Mur thinking exactly dimpur dorei. Bhoot buli direct ketiau dekha nai, ba kunubai dekhise buli solid proof u dibo pora nai so hei hisabe bhoot bissakh kru buli kobo nuaru. Kintu mur logot ba mur logor kisumanor logot anekua kisumn ghotona hoi thoise jibure ketiaba vabibole badhyyo krai diye. So yeah kiba eta tu negative energy thake, specially kisumn particular place t. So manuhe bhoot ase buli besi bhoi u khabo nalage aru bhoot nai buli bindass jetiai tetiai jot tot ghuri u furibo nalage
Yes that's right muru same
Love from lakhimpur❤
বিশ্বাস নকৰোঁ কেতিয়াও । কাৰণ আজিলৈকে দেখা নাই মই । ভয়ে ভূত ভূতে ভয় ।
Manu Rati kio bhoy khay
Toi jodi amerika nai dekha tene hole America nai hoy ne toi
@@Cricketshorts1539 আমেৰিকাত গৈ আমেৰিকা খন দেখা নাই যদিও ফটো বা ভিডিঅ আকাৰে দেখিছোঁ যিটো আছে এই পৃথিৱীত । কিন্তু ভূতক ভূতৰ চিনেমা বা ছিৰিয়েলৰ বাহিৰে ক'ত দেখিছা সেইটো প্ৰমাণ দিয়া ।
5:07 pisfalor manuh jon gaayab hoi gol 🤔
😂 rough cut korise editing korute seikarone tenekuwa lagise
@@technomusic10 hoy nki 😄
😂😂😂
bhoot ulaise vdo t🙊
@jintunat😅😅😅hluklyk7472
ভূত আছে আমাৰ এই পৃথিৱীত, কাৰণ মই নিজেই দেখা পাইছোঁ 🙋😳☠️💀
Aneo mora de ty
Kana kua vut 😂
🤣🤣🤣🤣
Mur gatu lagise 100% hosa koisu
Jodi tumi bhot ok bisakh kora tanahola Tumar pohar muloy nai 😅
যদি ভুত আছে তেতিয়া ভগৱান ও আছে কাৰণ ভগৱান আৰু ভুত ইপিথী সিপীথি
Yes
আগতীয়া কৈ বিহুৰ শুভেচ্ছা জনালো...🎉
Amazing conversation
আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো ❤
Love from Lakhimpur ❤
Love from Nagaon and Hojai ❤
Kenekua friendship je 1 week agot dhukale aru tai gom e napai 😂😂 feels so unreal
Ajoni biya khabo goisil ghr t ru lgr joni vara ghrt asil okole. First 2din man call msg hoisil kintu pisot busy hoi gol. Aru khei vara ghr tut khiht okole asil so blg kunuba ahi gom puwar kunu kotha nai.
Amar iyar didi atak bhoote dhari thake
@@silpisikha4913tai j dhukaise bharaghar r Malik e gom puwa nasil nki ....aru suicide krile agotiyak police ye roommate jonike investigation kril hoi
পৃথিৱীত যেনেকৈ পজিটিভ শক্তি আছে তেনেকৈ নিগেটিভ শক্তি ও আছে। ইয়াৰ প্ৰমাণ মই নিজে পাইছোঁ। আগতে বিভিন্ন আলোচনী পঢ়ি ,ভূতৰ বিষয়ে অধ্যয়ন কৰি তাত আত্মাৰ কেনেকৈ আহ্বান কৰিব পাৰি জানিব পাৰিছিলো আৰু নিজে মাতিবলৈ চেষ্টা কৰিছিলোঁ তাকো অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই। ৰাতি বাৰ বজাত যেতিয়া অকলে ধূপ ধূনা জ্বলাই অকলে মোৰ নিজৰ ৰূমত এজন আত্মহত্যা কৰা লোকৰ আত্মা আহ্বান কৰিছিলোঁ সেই সময়ত হোৱা ভৌতিক পৰিৱেশটো আজিও মনট পৰিলে মোৰ গাৰ নোম ডাঙ খাই আহে।ধূপৰ গোন্ধ পায় মা দেউতা নহা হ'লে মোৰ হয়তো বেয়া হ'ল হেঁতেন কিয়নো আত্মহত্যা কৰা আত্মাৰ আহ্বান বহুত ভয়ংকৰ। মই ভগৱান বহুত বিশ্বাস কৰোঁ আৰু সেইদৰে ভূত ও বিশ্বাস কৰোঁ ইয়াৰ প্ৰমাণ মই নিজে পালোঁ।উইজা বৰ্ড,প্লেনছেট ইত্যাদিৰ দ্বাৰা আত্মাৰ আহ্বান কৰিব পাৰি। কিন্তু এইটো ভাল কথা নহয়।
Fake news
বেদান্ত হালৈ, আপুনি জানে নে বিশ্বায়নৰ যুগ ত ও বিজ্ঞানে ও ভগৱান আৰু ভূতৰ অস্তিত্ব নাই বুলি ক'ব নিবিচাৰে।যদি বিশ্বাস নহয় এবাৰ মাতি চাব পাৰে গভীৰ বিশ্বাস আৰু আস্থাৰে। নিয়ম বোৰ শিকাই দিম।
😂😂😂
শিকাই দে মই মাতি চাম@@user-uq1eo1kt9b
@@user-uq1eo1kt9bmk xikai dbo nkii ?? PLZZ
মই ভূতক ৰাতি বিশ্বাস কৰু😂😂
😂😂
😂😂
😂😂
😂😂
😂thik thik xuwar time ot 🤣🤣
Happy Rongali Bihu Dimpu da lagote Axomiya Natun Basoror Xubhesa thakil Advance 😚😚
Very information and important video 👍👍
Part 2 lagibo deh ❤️😅
Jodi vogoban ase tetiya hle bhut o thakib boli moi vabo
তোমাৰ মতে ভগৱান আছে নে ব্ৰ
Ase @@Bidideha
ভগৱান আমাৰ সকলোৰে হৃদয়তে আছে ভগৱান নোহোৱা হলেটো চাগে আমি জীয়াই নাথাকিলো হয়
@@Bidideha😂😂😂
Yes bro
Aru
Next val lagil❤❤❤😊😊😊👍
Bhal kotha koise dada ❤❤❤❤
Val lagel dada❤
ভূত আছে মই বিশ্বাস কৰো🙌
Mur lgt o bhutor ata story hoisil.....rj jharna baa a baa r vd t Mur story tu koise.......jharna baa r vd bur sai bht bhl lge..... love from Goalpara ♥️
Vl lgil bahut❤
Best👌👌
ভগবানে যেতিয়া কাল ৰোপ ধৰে তেতিয়া সেয়াই ভুত হয়❤❤❤❤❤❤❤❤❤
Hoi de sudmarni sob Jana toi bl
Kisa kisa lug hain re tumluguka tera Mind itna ghatiya kyu nahi
@@yutfufty😂😂😂hmm ji pai take koi ahun aco najne😂
Mur xosake voi lagise😢 aru baa video bur sai thaku vl lage xuni♥️
ছোৱালী জনি যদি 1 সপ্তাহৰ আগতেই মৰিছিল তেন্তে লগৰ জনিক কোনেও খবৰ নিদিলে নে 😅
Point tu kintu valid judi 1 din 2din hol hoi tenehole ignore koribo paril hoi but 1week taik kuneu bisar luwa nai ne
@@dimpiboro6581tai panit dubi morise kanekoi gom pabo
Akdom point ot dhorisa apuni 💯
Baar story keita koutei mur voi lagi goise
যদি ভগৱান, আল্লা আছে ভূতও আছে,,,
100% right...jodi positive energy ase then negative energy o ass...
Fav youtubers in one frame ❤
Val lagil..🎉
Majjjja dada I agree 💯%
Love frm Boko 😊💫
Amazing story
Jharna baar vdo moi bhut agr pry saw ru xuni bhut vl lge❤
Podcast r channel ata khuli diok dimpur da
Wow 😲👍🏻
মই বিশ্বাস কৰো...আজিৰ পৰা 10 বা 12 দিন আগৰ ঘটনা..ৰাতি 3 টা বজাত ভাত খালো.মানে ছেহৰি খালো..যিহেতু ৰোজা ৰাখিব লাগে...খোৱাৰ পিছত মছজিদত গলো নামাজ পঢ়িব. মোৰ ঘৰৰ পৰা অলপ দূৰত মছজিদ..নামাজ পঢ়ি সোনকালে ঘৰত আহিব চেষ্টা কৰিলো কাৰন মোৰ গাটো ভাল লগা নাছিল..ছবতকে আগত ঘৰমুৱা হলো অকলে... আধা ৰাস্তা পাৰ হোৱাৰ পিছত হঠাত মোৰ গাটো অলপ কপি উঠিল.কিবা ঠান্ডা অনুভৱ হল..মই ভাৱিলো ছৰ্দি জ্বৰ হব কাৰণে এনেকুৱা হৈ আছে ছাগে.. হঠাত মই লক্ষ্য কৰিলো মোৰ পিছত বেলেগ কোনোবাৰ ছাঁ আহি আছে খোজকাঢ়ি ..মই ভাৱিলো মোৰে ছাঁ হব কিজানি..কিন্ত ভালকে লক্ষ্য কৰিলো মোৰ ছাঁটো আগতহে আছে..পিছৰ ছাঁটো কাৰ নহলে..মই কিন্ত পিছফালে ঘুৰি চোৱা নাই..মনে মনে ভাৱি আছো মই অকলে আহিলো মছজিদৰ পৰা..কোন হৱ পাৰে পিছত..কোনো শব্দ নাই মানুহৰ...মোৰ অলপ অলপ ভয় লাগি আছিল তেতিয়া ..শুনা পাইছো এনেকুৱা হলে বোলে পিছ ফালে ঘুৰি চাব নালাগে..সেই কাৰণে পিছৰ ফালে ঘুৰি চোৱা নাই.. ঘৰ পাওতে অলপ খিনি সময় লাগিব.মই ভাবিলো যদি মই ৰখি দিও মোৰ ছাঁটো নিচ্চয় ৰখি দিব.. সেই ভাবি মই লগে লগে ৰখি দিলো..মোৰ আগত থকা ছাঁটো ৰখি দিলে কিন্ত মোৰ পিছত আহি থকা ছাঁটো আহিয়েই থাকিল..তেতিয়া মই বহুত ভয় খাই দৌৰ এটা মাৰিলো...ঘৰত যায় টৰ্চ লাইট লৈ আহি ইফাল সিফাল চালো..কোনো মানুহ নাই...তাৰ পিছৰ দিনাৰ পৰা দুই দিনলৈ মোৰ বহুত জ্বৰ হল..😢....ঘটনাটো একদম সত্য হয়.কোনেও কাল্পনিক বা মিছা বুলি নাভাবিব
কোনোবাই লক্ষ কৰিছা নে যেতিয়া দিম্পু দাই ভিদিঅ টোত "ভূতটো এটা ইন্টাৰনেচনেল চাবজেক্ট", বুলি ক'লে তাৰ আগমুহুৰ্তত দিম্পু দাৰ পিছফালে থকা ঘৰটোৰ পৰা এজন মানুহে মোবাইল টিপি ওলাই আহি থাকি হঠাতে নোহোৱা হৈ যায়, এয়া ইডিতিং নে আন কিবা????? 😱😱
Edit krute hoise nki
Eaitu rough cutting buli koi😂😂🤣🤣
socha kotha moi dekhilu hatat manuh jon gayeb hoi gol
Jiye nahok Kahini kaita val lagil
Dimpu Da ❤❤❤
Love from nalbari ❤
ভয় লাগিল।😮
Love from goalpara❤❤❤❤❤❤
Love from hajo 🎉🎉🎉
Love from tinsukia vai 🎉🎉🎉🎉
This video so amazing, but i didn't found the full explain video in this channel
Eid mubarak❤❤❤
Asake but ase dimpu da ❤❤❤
LOVE FROM DWARKUCHI❤
আপুনি দিম্পু দা , দা বুলিয়েই সম্বোধন কৰিছো (কিন্তু বয়সৰ ফালে দি তুমি মোতকৈ যঠেষ্ট্য সৰু হয় ) , মানুহক ৰাজস্থানৰ ভানগড় দূৰ্গৰ লগত প্ৰথমে পৰিছয় কৰাই দিলে ভাল হলেহয় । 😮💀🦴👀😢😢😢🙏👐🙏
Agot video ata ase Sai laok
Video tu r part 2 dibo Dimpu Daa...
It's all about psychological illusion 👍
Love from patacharkuchi 🥰
Ase ase nissoi ase ❤
দেউম্পু দা তেমিলনাদু নালাগে আমাৰ ঘৰৰ বাৰি পীছ ফালে অহীলে দেখা পায় জাৱ😅😅
ৰাতি কোনে কোনে video টো চাই আছে like এটা কৰি যোৱা 🙏🙏🙏
Love you too from Hyderabad
Love from sibsagar ❤
Love from karbi Anglong ❤
Me too from kA
Me kA
Mor baby tu ak 😅😅
Nice video 🎉🎉🎉
stories bhal lagi se
Paranormal activity e iyar proman Dimpu Bhai. He ji ki nohowk ! Agotiyakoi Rongali Bihu r hubeshya gyapon korilu Dimpu Bhai.
Kia baat ha Bhai ???❤❤
Tor guti
5:12 pisfale manuh tu gayab hoi gol j aitu bhoot niki 😮
Clip tu kati disil😂
App ka video bahut pasand aati hai samajh mein thoda thoda problem aati hai Love From West Bangla
Mojja ❤️
Thanks for 180 subscriber🎉❤❤❤
তুমি
যদি ভূত দেখা ভাল লাগিব। মই অসমীয়া ভূত। মই আৰু ভূত বন্ধু।।।❤
Toi baj
Yes baai kua ai2 gotonatu mok o bohut Surprised korixe aru huni beya o lgixe
Background music টো আচলতে ভূত ৰ feel দিয়াই দিছে।
Yes 👍
ডিম্পো দা 5মিনিট 19 secndot পিছফালে এটা মনো ঘৰৰ পৰা ওলাই হঠাৎ নোহোৱা হৈছে। এইটো এডিত নে কি ডিম্পু দা চোৱক সুণ অলপ
Nhy bhoot 😂😂😂😂
Positive energy aase jodi nigetiveu aase prithibit. Val beya duyutaye aase
Music to mojja
Wow Congratulations for 3 million 🎉