ভূত নে ভ্ৰম? নগাঁৱৰ কচুপিত গাঁৱৰ ভূতৰ ৰহস্য উৎঘাটন।

Поділитися
Вставка
  • Опубліковано 3 жов 2023
  • ভূত নে ভ্ৰম? নগাঁৱৰ কচুপিত গাঁৱৰ ভূতৰ ৰহস্য উৎঘাটন।
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / axomlive24
    / @asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #axomlive24digital
    #assamlive24digital
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamesenews
    #latestnewsofassam
    #latestnews

КОМЕНТАРІ • 1,8 тис.

  • @sandhanibora5354
    @sandhanibora5354 9 місяців тому +348

    যদি পৃথিবীত positive energy আছে, তেন্তে negetive energy থাকিব, ভূত বা অদৃশ্য শক্তি আছে.

    • @m.d9408
      @m.d9408 9 місяців тому +7

      Akdom right.

    • @aditya.sharma
      @aditya.sharma 9 місяців тому +2

      True

    • @prabhatsingha1420
      @prabhatsingha1420 9 місяців тому +5

      Exactly 💯% right. I have personally experienced about para normal affect in college hostel in 1984

    • @birensaikia1871
      @birensaikia1871 8 місяців тому +7

      Obviously thakiboi...if you believe in God then u should believe it too 🙏

    • @pollyphukan1432
      @pollyphukan1432 8 місяців тому +3

      Right

  • @Rj-9395
    @Rj-9395 8 місяців тому +42

    মোৰ মনৰ কথা... মই ভাবো আমি যদি ভগৱানক বিশ্বাস। কৰিব পাৰোঁ তেতিয়া হ'লে ভূতক কৰিব লাগিব যিহেতু আমি ভগৱানক দেখা নাই কিন্তু আমি মন্দিৰ যাও ভগবানৰ ফটো আছে ঘৰত ৰাখোঁ কিন্তু ভূতৰ ফটো আমি ৰাখিব নোৱাৰোঁ কিন্তু নহয় যে আমি ভূতৰ চিনেমা খন চালে আমাৰ ভয় কিয় লাগে..আমি যদি নিজক প্ৰশ্ন কৰো তেতিয়াই আমি গম পাম যে হয় ভূত আছে🙏🏻

    • @meIanchoIia
      @meIanchoIia 8 місяців тому +3

      Nijor irrational beliefs bilak nijor majot rakhilei bhal hoi😂.. prithibi t 101 ta phobia ulabo, kisumn e deep waterbodies le bhoi kre, so ki pani t bhut ase nki ??

    • @buluborthakur8098
      @buluborthakur8098 8 місяців тому

      ​@@meIanchoIial

    • @buluborthakur8098
      @buluborthakur8098 8 місяців тому

      ​@@meIanchoIia35:06 35:06

    • @buluborthakur8098
      @buluborthakur8098 8 місяців тому

      Asorit

    • @kaminideka2848
      @kaminideka2848 8 місяців тому

      Ry6❤

  • @mousumisaikia2050
    @mousumisaikia2050 8 місяців тому +38

    হনুমান পূজা কৰাওক খুব হনুমান চালিচা পঢ়ক ডাঙৰকৈ ঘৰত হনুমান চালিচা লগাই ৰাখক

    • @gurmukhsingh5638
      @gurmukhsingh5638 2 місяці тому +1

      I̤t̤ i̤s̤ a̤ v̤e̤r̤y̤ v̤e̤d̤r̤y̤ i̤n̤t̤e̤r̤e̤s̤t̤i̤n̤g̤ s̤t̤o̤r̤y̤.̤ l̤e̤t̤ ṳs̤

  • @mr.pabitra2222
    @mr.pabitra2222 9 місяців тому +263

    যিসকলে ভূত বিশ্বাস নকৰে তেওঁলোকে মানুহজনৰ ঘৰত কেইদিনমান ৰাতি থাকিবলৈ অনুৰোধ জনালোঁ।

    • @ganeshdas6223
      @ganeshdas6223 8 місяців тому +4

      😂

    • @rupamgogoi5629
      @rupamgogoi5629 8 місяців тому

      Ghrr lora swalii joni a aibur kri asa karon aji kali manuha vut manoba danob

    • @AS__boy
      @AS__boy 8 місяців тому +4

      Jam de moi

    • @ganeshdas6223
      @ganeshdas6223 8 місяців тому +1

      @@AS__boy ok xonkale jaba 😂

    • @bhaskar_borah446
      @bhaskar_borah446 8 місяців тому +2

      ​@@AS__boyTur guu ulai jabo sabii😂

  • @pratimdevi8759
    @pratimdevi8759 9 місяців тому +86

    সত্যনাৰায়ণ যজ্ঞ এভাগ পাতি চাব চোন I
    ঈশ্বৰত কৈ শক্তিশালী কোনো নাই !

    • @bkp9774
      @bkp9774 9 місяців тому +3

      কৰিস্মা নাথক মাতি বিহা নাম গুৱাৱক। মামাই cbi তদন্ত দিয়ক।

    • @bbsgaming5156
      @bbsgaming5156 9 місяців тому

      ৰাধে ৰাধে

    • @_R_B_K_777
      @_R_B_K_777 9 місяців тому

      😂😂

    • @Chocokiwi-wb2uq
      @Chocokiwi-wb2uq 9 місяців тому

      ​@@bkp9774 op bro 😂

    • @__gym_____warriors
      @__gym_____warriors 8 місяців тому

      @@bkp9774 🤣🔥👌

  • @palashpratim2809
    @palashpratim2809 9 місяців тому +48

    বৰ্তমান সময়ত বিজ্ঞানৰ যুগ সচা কথা কিন্তু ভানগড়, নাইনিতাল , দাৰ্জিলিং, দিল্লী আনকি লন্দনৰ কবৰস্থান (এখন বিশেষ কবৰস্থান) জাপানৰ এখন বিশেষ ফৰেষ্ট (য'ত মানুহ এবাৰ সোমালেই আৰু ঘুৰি আহিব নোৱাৰে ) এনেকুৱা আৰু অনেক অনেক ৰহস্য আজিও এই পৃথিৱীত ৰহস্য‌ই হৈ আছে, যাক আমি নহয় বুলিও অস্বীকাৰ কৰিব নোৱাৰো । কিন্তু জোনে এই ৰহস্য ভেদ কৰিব গৈছে তেওঁ আজিকোপতি জীবিত অৱস্থাত আৰু ঘুৰি আহিব পৰা নাই, এয়াও এটা সত্য প্ৰমাণিত কথা হৈছে বৰ্তমানৰ সময়ত। ধন্যবাদ।😊👻👽😈👀😸😼

    • @P_a_l_l_a_b_1
      @P_a_l_l_a_b_1 9 місяців тому +2

      Thik koisa...moi agree.but Bhangarh fake hoi...hai2 totally Misa kotha... proof hoi gol...but baki bur right koisa

    • @bhushanjitdeka840
      @bhushanjitdeka840 8 місяців тому

      Darjiling t moi rati 10tat goisu xei thaile but agte najanisilo tat kiba Ase thake ba hoi buli but nxt day mok tat mnuhe koisile..kin2 moi ako napalo ba Mor ako nhol

  • @Mrinal20675
    @Mrinal20675 9 місяців тому +12

    বেয়া বস্তুৰ পাল্লাত যি পৰিছে তেও বুজিব ৷৷ ভুক্তভোগী ৷৷ ঈশ্বৰৰ কৃপাত ভালে আছো ৷ এইখন সমাজত ইমান নিকৃষ্টমানৰ মানুহ আছে হয়তো কল্পনা কৰিব নোৱাৰি ৷৷ যেতিয়া বেয়া বস্তু আপোনাৰ ঘৰত প্ৰবেশ কৰিব ঘৰৰ বিভিন্ন ধৰণৰ অশান্তি আৰম্ভ হৱ৷ ঈশ্বৰক এনেকৈ pray কৰক সকলো ঠিক হৈ যাৱ ৷

  • @hiradas2773
    @hiradas2773 8 місяців тому +69

    Play Shiv Tandav daily two times.🔱🕉️

    • @gmer860
      @gmer860 8 місяців тому +4

      No, Hanuman chalisa full dj box ❤

  • @aporisimduttadutta252
    @aporisimduttadutta252 8 місяців тому +31

    ইয়াৰ পৰা এটা কথা প্ৰমান হ'ল যে ভূতে মানুহ মাৰি পেলাব নোঁৱাৰে।নহ'লে ইমানদিনে ভূত আৰু মানুহ একেলগে থাকিব নোঁৱাৰে।

  • @kanghonrongchihonpi4293
    @kanghonrongchihonpi4293 8 місяців тому +50

    Current টো Direct কৰি দিয়াৰ পিছত কিয় ওৱাৰ বিলাক কটা নাই। আগত দেখোন কাটিছিল। এতিয়া মৰাৰ ভয়ত current ত হাত দিয়া নাই। তেনেহলে মানুহ হব পাৰে। ভূত প্ৰেত ক জানো কাৰেণ্টে চৰ্ত কৰে? মই হলে নাজানো দেই ।😮

    • @nikhilboro27626
      @nikhilboro27626 8 місяців тому +8

      Apuni thike koise, moio heituei vabusu. Manuhe korise.

    • @rekibahmed9029
      @rekibahmed9029 8 місяців тому +5

      Right

    • @hemangasarania
      @hemangasarania 8 місяців тому +4

      Right

    • @Rohan517
      @Rohan517 8 місяців тому +1

      Negative energy, ghost wagera, electronic iteams se jaldi attracted ho jata hai, current aur electronic chijo per negative energy apna kabu karr sakte hai

    • @pankaj934
      @pankaj934 6 місяців тому

      Electric pure energy ..bhut atmai electric control koribo noware

  • @pratyushpritombora5139
    @pratyushpritombora5139 8 місяців тому +45

    ঘৰটোৰ মানুহকেইজনৰ কাৰোবাৰ হাত আছে নহলে ভুতটোৰ faviquic logua 2 সম্ভৱ নহয়। এই কথাটো কোনাও মানি noloi daii

    • @riyanbhuyan1901
      @riyanbhuyan1901 8 місяців тому +2

      Right

    • @assamesxadhu
      @assamesxadhu 8 місяців тому +3

      হয় ঘৰ ৰ কোনোবাই কৰিচে ( বেমাৰ হব পাৰে এই টো movi দেখাই

    • @QueenYt-np1ji
      @QueenYt-np1ji 8 місяців тому +1

      Nissoi bhute aru favicol logabone🤣🤣

    • @ChintuManak
      @ChintuManak 8 місяців тому +1

      Misa aru Kotha nai😂😂

  • @Jack11223
    @Jack11223 9 місяців тому +39

    I think they should have fitted CCTV in every part of the home

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef 9 місяців тому +57

    গৃহস্থৰ লগতে ৰাইজেও বহুত উপকৃত হ'ব । মানৱ জাতিৰ কল্যাণ এই কাৰ্যসূচীয়ে কৰিব। Thanks to N.B NEWS .

    • @binapanisharma2136
      @binapanisharma2136 8 місяців тому

      কোনোবাই আপোনালোকৰ ক্ষতি কৰিবৰ কাৰণে হয়তু কিবা অশৰীৰী শক্তি জাপি দিছে | মোৰ মাৰ ঘৰ ৰাঙলু সুতাৰ গাৱত | সৰুতে মোৰ বাইদেউ এগৰাকীৰ গাত ভূত জাপি দিছিল | ভূত আহি গাত লগাৰ আগতে আমাৰ টিংৰ বাৰান্দাত ঢামকৈ শব্দ হৈছিল ,ঠিক তাৰ পিছমূহূৰ্ততে বাইদেউ গৰাকীৰ গাত লাগি মাত দিছিল ,মোৰ দেউতাক কৈছিল ," বুঢ়া ! মই আহি গ'লো নহয় !" কথা -বতৰা বহুত ভালকৈ কৈছিল | আমাৰ লগতো ভালদৰে কথা-বতৰা পাতিছিল | আমি কেতিয়াবা সুধো ,কিয়নো আমাৰ ছোৱালীজনীৰ গাত লাগি থাকা ,বেলেগ ঠাইত থাকিব নোৱাৰা নে ? তেতিয়া তেওঁ কয় তোমালোকৰ ছোৱালীৰ গাত মোক জাপি দিছে | গতিকে আহিবলৈ মই বাধ্য় |মই ভাবো কোনো বেজৰ আশ্রয় ললে উপকৃত হব নিশ্চয় ! পিছলৈ দেউতা ঢুকুৱাৰ পাছত আমাৰ ঘৰৰ অৱস্থা বহুত বেয়া হৈছিল | ঘৰখন ভাগ ভাগ হৈছিল | শেষত বাইদেউ গৰাকীৰ মৃত্য়ু হ'ল |

    • @nmh8571
      @nmh8571 7 місяців тому

      Nb a bohu bhal krise ... kn2 olop holeu nije jane j iat teulukoru oxuah ase.... so nije buji lua Nb tv....

  • @lxstrand431
    @lxstrand431 9 місяців тому +35

    ভগবানক জোনে জোনে.......বিচাক...কৰে হেইজনে ভোতক বিচাক কৰিব

    • @m.d9408
      @m.d9408 9 місяців тому +1

      Right

    • @Medico.Krishna
      @Medico.Krishna 9 місяців тому +3

      একদম সচা।
      মই য়ো science r student but moi ভূত বিশ্বাস কৰোঁ।
      আৰু ভূত সচাকৈ আছে

  • @biswabupa-uq3ip
    @biswabupa-uq3ip 8 місяців тому +15

    প্ৰথমে অতমৌছন চেনচৰ লাইত লগাওক নহলে চিচি টিভি কেমেৰাৰ লগাওক। জয় শ্ৰী ৰাম 🚩🕉️🙏

  • @jagadishthakuria4018
    @jagadishthakuria4018 8 місяців тому +15

    মানুহ ঘৰৰ কথা একো নকোওঁ, কিন্তু আমি সৰু থাকোতে আজিৰ পৰা ৪৫/৫০ বছৰ আগতে এনেকুৱা অলৌকিক ঘটনা নঘোতা নহয়

  • @lahandavlogsdailylife3110
    @lahandavlogsdailylife3110 9 місяців тому +67

    মানুহ জনৰ লৰা টোক ভাল কে সুধা পাছা কৰক,,কাৰণ এইটো সময়ত লৰা ছোৱালী বোৰে নিজে বিচৰা বস্তু সমুহ নাপালে ,মনে মনে বিদ্ৰোহী হৈ পৰে ,,তাৰ খঙত কি কৰি আছে নিজেই গম নপাই,,,,

  • @amanulhaque6201
    @amanulhaque6201 9 місяців тому +44

    ভগবান যদি আছে, ভূত প্রেত থাকিব। কাৰণ ভগবান ক আমি বিশ্বাস কৰো।

    • @joeljesiecreations9791
      @joeljesiecreations9791 9 місяців тому +1

      Bhagaban aru Bhoot pret ekketai hoi. Ou dada. Kebol Iswar he hsukia.

  • @kutumhira5834
    @kutumhira5834 8 місяців тому +4

    সাংবাদিক গৰাকী সুন্দৰ ভাৱে উপস্থাপন কৰিছে। বাকী ৰহস্যময়।

  • @mask1129
    @mask1129 8 місяців тому +33

    কিয় জানো এইবোৰ যদি সঁচাও হয় তথাপিও মোৰ বিশ্বাস নহয়,কিবা অভিনয় কৰি থকা যেন হে লাগে🤔

    • @nitugogoi8133
      @nitugogoi8133 8 місяців тому +4

      Moi o bisakh nokoru

    • @sunalidas7981
      @sunalidas7981 8 місяців тому +3

      Right moiu aibilak t trust nokoru but thothapiu sabo ahisu

    • @hotpot4298
      @hotpot4298 7 місяців тому

      Exectly bro

    • @coldbaby09
      @coldbaby09 6 місяців тому

      Jodi bhoot nai den bhogwan'u nai.. Jodi bhgwan ase den bhoot'u ase. Aru eta kotha eitu jar lgt hoi okol xi'e feel koribo paribo

    • @coldbaby09
      @coldbaby09 6 місяців тому

      Karon duniat positive negative duta energy'e ase.. Jitu kotha ami sobei janu.

  • @utpalsonowal7020
    @utpalsonowal7020 9 місяців тому +33

    ঘৰখনত কোনোবা ওচৰ চুবুৰিয়াই সিংহাতে বিৰিড়া মিলি দিছে।।

    • @manash_tkd
      @manash_tkd 8 місяців тому

      Ai ktha tu hbo pre..ankua manuh bohut ase usr suburia..hingkhat ankua kre

    • @rinkeehazarika1830
      @rinkeehazarika1830 7 місяців тому

      Right

  • @hemkantaborah7434
    @hemkantaborah7434 9 місяців тому +29

    এই মানুহৰ সেই কিন্তু বাস কৰি থকাৰ কাৰণে কোনোবা বেয়া পোৱা মানুহ আছে নেকি?

  • @dipalidevi948
    @dipalidevi948 8 місяців тому +41

    মানুহ গৰাকী আৰু লৰাটোক বেলেগৰ ঘৰত ৰাখক আৰু দেউতাক আৰু ছোৱালীজনীক আনৰ ঘৰত থাকিব দিয়ক
    তাৰ পিছত ঘৰত কেমেৰা লগাই চাওক

    • @brajenjuri4496
      @brajenjuri4496 8 місяців тому +3

      Anr ghr aru belegr ghr ata e bujai baidew😂😂😂

    • @mayurdas2448
      @mayurdas2448 8 місяців тому +3

      Camera taru katibo vute😊

    • @bishnuburagohain8974
      @bishnuburagohain8974 8 місяців тому

      Camera logaiu lav nai 😊 birar matha bohut ase thik manuhot koi odhik 🙂

    • @manjuribaruah6284
      @manjuribaruah6284 8 місяців тому

      Thik koise

  • @DhanjyotiSarmah
    @DhanjyotiSarmah 8 місяців тому +17

    যদি আপোনালোকে তেওঁলোকক সহায় কৰি সমাধান কৰিব নোৱাৰে তেনেহলে অনুগ্ৰহ কৰি এদিন মোৰ লগত কথা হবচোন। বীৰা হৈছে এটা ভূতৰ প্ৰজাতি ই বহুত ওখ হব পাৰে আৰু পঠালি চকুৰে নেদেখি যদি তেওঁলোকে দেখা দিব নিবিচাৰে কিন্তু মোৰ ঘৰৰ ককা এতিয়া নাই কিন্তু ককা ৰ দিনত তেনেকুৱা প্ৰাণী এটা ককাই পালন কৰিছিল বুলি কোৱা শুনিছিলো কিন্তু ককাৰ মৃত্যুৰ আগতেই ককাই তেওঁক বিদায় দিছিল বোলে কিমান সত্য মই কব নিবিচাৰো কাৰণ প্ৰৱ অবিহনে কথা কোৱাটো ভুল হব কিন্তু মই নিজেই প্ৰমাণ যে যদি তেনেকুৱা কিবা হয় ককাৰ দিনৰ মন্ত্ৰ এটা জানো মই এটা মন্ত্ৰ ত সি দুটিয়বাৰ চোতাল লহেঁচিব নোৱাৰিব। কিন্তু আগতেই কৈছো বহুত বিভাগ আছে এইবোৰৰ ভূত 9101124540

  • @anjumonidas309
    @anjumonidas309 9 місяців тому +79

    ঘৰৰ আৰ্থিক উন্নতি দেখি সহ্য কৰিব নোৱাৰা ব্যক্তিৰ কু কৰ্ম এইবোৰ

    • @user-wr7of7uo9y
      @user-wr7of7uo9y 9 місяців тому +4

      Mur kintu tenekuwa lage de ...

    • @joeljesiecreations9791
      @joeljesiecreations9791 9 місяців тому

      😮Adrisyo Sakti r proman saboloi, 😢Kono Mandir ba puja kora thait, gaa nudhuwa koi probehs kori saba, 😂 nohole silguti duli mari di saba, tar pasot Result o loi apeksa kariba.....

    • @BirenkatharBiren
      @BirenkatharBiren 8 місяців тому

      Manuhe ei kamtu korexe

    • @dipankar7532
      @dipankar7532 8 місяців тому

      Yes 🙄😥

    • @anamikakalita8822
      @anamikakalita8822 8 місяців тому

      ​@@joeljesiecreations9791hahaha xosa kimtu

  • @kasturib6008
    @kasturib6008 9 місяців тому +66

    কি হৈছে নাজানো কিন্তু আপোনালোক থকা অৱস্থাত,যেতিয়া সকলো মানুহ ঘৰ খনৰ পৰা নোহোৱা হৈ গল,তেতিয়া সকলো বোৰ কেনেকৈ বন্ধ হৈ থাকিল??দিনত হে সকলো ঘটতা হোৱাটো ও এটা চিন্তনীয় বিষয়।কোনোবা মানসিক ৰোগীয়ে এইবোৰ কৰি থকা নাইটো?কিজানি তেওঁ নিজেও নাজানে যে তেওঁ মানসিক ৰোগী।কথা বোৰ কিন্তু সহজ নহয় যেন লাগিছে।।মানুহ ঘৰক ৰক্ষা কৰা প্ৰভু।এমাহ দিনে কেনেকৈ দিন কটাইছে চাগে🙏

    • @V....170
      @V....170 8 місяців тому

      Moiu bhabisu take

    • @pokpokkokok8033
      @pokpokkokok8033 8 місяців тому

      Exactly

    • @muninoza4944
      @muninoza4944 8 місяців тому +2

      ইয়াত পৰীয়ালৰ মানুহেই ওলাব ভাল ধৰণে অনুসন্ধান কৰক ।

    • @ApulicaOfficial
      @ApulicaOfficial 8 місяців тому

      multiple personality disorder

    • @bikashnath1381
      @bikashnath1381 8 місяців тому

      এওঁলোকৰ পৰিয়ালৰ যিকোনো মানুহ দুটা মানসিক ৰোগী হব পাৰে। ছোৱালী বা লৰা আৰু মাক। দেউতাক নহয় কাৰণ দেউতাক বাহিৰত থাকে। প্ৰথমতে মাকে দেখিছে, আৰু লৰাটোৱে fevikwik আনিব যোৱা বুলি দোকানী এজনে কৈছে

  • @pahikangkna5450
    @pahikangkna5450 8 місяців тому +10

    ভাল থাকিলে বেয়া থাকিবই,, গতিকে negetive energy নাই বুলি নকওঁ ।
    কিন্তু মোৰ মনত অহা প্ৰশ্ন টো হল যে হাতত পানী বা জুলীয়া ধৰনৰ বস্তু লাগিলে হে বেৰত চাপ বহে হাতৰ বা ধূলি হাতত লাগিলে চাপ বহে,, এতিয়া কথাটো হল হাতৰ চাপ কেইটা ইমান দেৰিলৈকে দেখা পোৱা হৈছে কেনেকৈ?

  • @2.0__HAKAI__FF__09
    @2.0__HAKAI__FF__09 9 місяців тому +43

    ঘৰৰ মানুহ ২৪ ঘণটাৰ কাৰনে বেলেগ কাৰোবাৰ ঘহৰত থাকী ২৪ ঘনটাৰ লৈকে cc camera লগাই ঠক

  • @lachitsaikia5845
    @lachitsaikia5845 9 місяців тому +25

    প্ৰথম কথা ঘৰ খনত ভগবানৰ ফটো এখন নাই ভূত নাথাকি কি থাকিব
    আমি বাহিৰত আছোঁ যদিও ভগবানৰ ফটো খন আছে ❤

    • @lakshyajyotidewri7888
      @lakshyajyotidewri7888 8 місяців тому +1

      24:59 চোৱা আছে নে নাই

    • @lachitsaikia5845
      @lachitsaikia5845 8 місяців тому

      ​@@lakshyajyotidewri7888umm আছে বাৰু
      Thanks দেখাই দিয়া বাবে

    • @user-he8ze9yl7d
      @user-he8ze9yl7d 8 місяців тому

      Toi video tu valkoi saiso ne nai valke sa vogobanor photo ase ne nai

    • @lachitsaikia5845
      @lachitsaikia5845 8 місяців тому

      @@user-he8ze9yl7d kun sudurvai o toi moi lakhyajyotik reply ki disu ebar sabi sun valkoi 😏

    • @liladharmedhi
      @liladharmedhi 8 місяців тому

      ​@@lachitsaikia5845Abey ghr usrore .nameghar asee usorte amar 😊

  • @angshugaming9813
    @angshugaming9813 8 місяців тому +22

    Vut tu sage electrician asile 😂

    • @Tina-qq2yk
      @Tina-qq2yk 8 місяців тому

      Amiu take vabisu

    • @dhanjitgamer6093
      @dhanjitgamer6093 8 місяців тому

      Vogoban bishak kora na nokra

    • @dhanjitgamer6093
      @dhanjitgamer6093 8 місяців тому

      Nijor ghorot jetiya anekuwa hobo gom pabi vut ase na nai

  • @anuragsankarofficeal6045
    @anuragsankarofficeal6045 8 місяців тому +18

    বেজ বেজালি বোৰ মানুহে সময় অনুজাৰী বিশ্বাস নকৰোঁ বুলি কৈ আহে কিন্তু বাস্তৱ ক্ষেত্ৰত মানুহে সেইবোৰ বহু বিশ্বাস কৰে।কিন্তু ভূত প্ৰেত বিশ্বাস কৰিলে আজিৰ মানুহে ভাবে un educated বা গাঁৱলীয়া বুলি সেই বাবে এনেকৈ কয়।বহু ডাঙৰ ডাঙৰ মানুহৰ ডিঙিত তাবিজ দেখোঁ। আমাৰ চাৰি খন বেদ আছে সকলোৱে জানে।ইয়াৰে এখন তন্ত্ৰ মন্ত্ৰৰ বেদ।গতিকে এই পৃথিৱীত সকলো বস্তুৱে বাস কৰে। মইও বিশ্বাস কৰোঁ।যদি কোনোবাই কয় সেইবোৰ মিছা বুলি মোৰ ওচৰত আহিব পৰীক্ষা কৰি দেখাই দিম ।প্ৰমাণ পাই যাব কি কি আছে।

  • @statusmaster518
    @statusmaster518 9 місяців тому +7

    ✋✋ mane kobo bisarise 2024 vote for Congress

  • @rtamuli8511
    @rtamuli8511 9 місяців тому +55

    হাতৰ চাপসমুহ ওচৰৰ সকলো সন্দেহ জনক ব্যক্তিক ফৰেণচিক লেবটৰীলৈ পঠাব লাগে

  • @kalpanabhuyan2372
    @kalpanabhuyan2372 9 місяців тому +16

    eitu kam manuh ne kune korise prove koribo pora nogol..
    cc tv logabo lagibo
    aru jodi negative energy e kori ase..tente daily Hanuman Chalisa poha arambho korok
    god bless the family🙏

  • @sabitriKalita-eq8od
    @sabitriKalita-eq8od 8 місяців тому +473

    Hanuman calisa pohorele sob xomadhan Hobo . Jai sri Ram 🚩

    • @shyamalhazarika4570
      @shyamalhazarika4570 8 місяців тому +22

      Jai Shree Ram❤🙏🙇🙏🙇🙏🙇xustho kori diya mur Dada k😭

    • @ramanujankuch5444
      @ramanujankuch5444 8 місяців тому +11

      হনুমান চলিহাৰ নাম লৈ মাজতে ৰামৰ নামটো কিয় ল'লে 🤣🤣🤣

    • @riku_shorts12
      @riku_shorts12 8 місяців тому +6

      Jai shree ram 🙏

    • @SajimaBegum-px9nj
      @SajimaBegum-px9nj 8 місяців тому

      ​@@shyamalhazarika45704D bhi❤❤

    • @harjithazarika8328
      @harjithazarika8328 8 місяців тому +4

      Jai shree Ram

  • @pallabihazarika2471
    @pallabihazarika2471 8 місяців тому +23

    ঘৰত ঈশ্বৰ ভক্তি কৰা নহয় চাগে সেইকাৰণে ভূত প্ৰেতে বাহ লৈছে

    • @bhumika-assam
      @bhumika-assam 8 місяців тому

      ua-cam.com/users/shortsoxiVFQeu7Ck?feature=share

    • @bishnuburagohain8974
      @bishnuburagohain8974 8 місяців тому

      Aitu asolote bira hoi nai ba bohute kon bhut buliu koi iyar agit jimanei bhogobanor nam loleu iyar aku nohoi just for example apuni jodi bhalke saise tente tekhetlukor switch board ot ganeshor photo lagi asile juntu moriyai bhagi dile so jetiya loike malike nibisare tetiya loike he norokhe amar ghorotu same enekuwa hoisile olop janu 🙂

    • @dipankar7532
      @dipankar7532 8 місяців тому

      😂😂😂😹😹😹

    • @fatemaaktar8230
      @fatemaaktar8230 8 місяців тому

      😅😅😂😂😂

    • @Daruofficial74
      @Daruofficial74 8 місяців тому

      😅😅😅😅😂😂😂😂

  • @babaschannel6099
    @babaschannel6099 9 місяців тому +18

    মোৰ ব্যক্তিগত অনুভৱ পৰা কৈছোঁ ,মই কেবাবাৰো তেনে হোৱা বহুত ঠাইত পাইছোঁ আৰু তেনে ভুক্তভোগীৰ লোকে বিশ্বাস নকৰাৰ থল নাথাকে যে এক অদিশ্য শক্তি নাই বুলি এই পৃথিৱীত।

  • @dimpolgogoi6719
    @dimpolgogoi6719 9 місяців тому +22

    Jai Shri ram ❤❤

  • @user-ow4vf2hl6t
    @user-ow4vf2hl6t 9 місяців тому +16

    ভূতক faviqick কোনে বেচিছিল তাক ধৰ প্ৰথম কেলা 😞😞

    • @deepika12410
      @deepika12410 8 місяців тому +3

      Thats called invisible ghost 😂..manuh a kori ase jihetu berot fingerprint/berot thuu ase so sobut xihotei a (ghost)eri thoi gol etia time waste nkri direct forensic/crime branch r hlp lobo lge

    • @nitugogoi8133
      @nitugogoi8133 8 місяців тому +1

      😂😂

    • @TgrBiswajit
      @TgrBiswajit 8 місяців тому

      Hoi de😂😂

    • @nitugogoi8133
      @nitugogoi8133 8 місяців тому

      😅😅

    • @sonudas-kc5yc
      @sonudas-kc5yc 8 місяців тому

      😂😂😂

  • @Raw...774
    @Raw...774 8 місяців тому +11

    মই ভূত বিশ্বাস নকৰোঁ কিন্তু আজি লাগি আছে ভূত আছে 😢😢

  • @Manjai-ks3rg
    @Manjai-ks3rg 9 місяців тому +58

    দৈনিক পুৱা গধূলি হনুমান চালিছা পঢ়িলে ভূত প্ৰেত আছে যদি নিশ্চয় এইবোৰৰ পৰা পৰিত্ৰাণ পাব।

  • @lachitsaikia5845
    @lachitsaikia5845 9 місяців тому +53

    অদৃশ্য শক্তি নাই বুলি কোৱা টোক কৈছোঁ কেনেকৈ গম পালি sudurvai মই নিজে দেখিছোঁ ৰাতি প্ৰায় 12 বজাৰ পিছত সন্মুখত আহি নিজেই নাইকীয়া হৈ গৈছে মোৰ ভতিজা ছোৱালী জনি মৰাৰ পাছত তাইৰ আত্মাও দেখিছোঁ এবাৰ
    তহঁতক kela কবৰস্থানত এৰি আহিব লাগে

    • @Frustratedmitu
      @Frustratedmitu 9 місяців тому +6

      😂 Koborsthan t voot nulai bro , Smokhan t dekha jai generally

    • @JoyboyXspark
      @JoyboyXspark 9 місяців тому +6

      😅😅😅feviquick diya tu manuh r kam 😂😂😂

    • @dhanmanikalita4956
      @dhanmanikalita4956 9 місяців тому +7

      @northeast9022 jetiya dekhibhi koboloi sage jinda e netgakibi heart attack direct

    • @lachitsaikia5845
      @lachitsaikia5845 8 місяців тому +3

      @@Frustratedmitu Aioo hoi niki Koborstan aru Smokhan eketai
      Duitate manuhor horir rokha hoy 🤣

    • @lachitsaikia5845
      @lachitsaikia5845 8 місяців тому

      @northeast9022 তোমাৰ EX ৰ বাল কিদাল এনে কিমান মান দীঘল হব বাৰু 🤣🤣 বাল শব্দটো শুনিলে তলফালৰ কথা হে মনত পৰি যায় 😆

  • @baikunthadas1882
    @baikunthadas1882 9 місяців тому +12

    Hanuman salisa পঢ়ক সদায়, যদি সঁচাকৈয়ে bhoot প্ৰেট আছে পলাই পত্ৰং দিব...

  • @herokdutta1639
    @herokdutta1639 9 місяців тому +76

    ইমান বেছি ডাঙৰ ঘটনা যদি কোনো ভয় নকৰাকৈ পৰিয়ালৰ লোক সকল ঘৰটোত কেনেকৈ আছে... 🤔 পৰিয়ালৰ ব্যক্তিৰ এই কাৰ্য যেন অনুভৱ
    ভয়েই ভূত, ভয়েই নাই যেতিয়া ভূতও নাই.... 😶😶😶

    • @asomiyasuwalijannatasma8810
      @asomiyasuwalijannatasma8810 9 місяців тому +3

      Mor mosto voy😢

    • @P_a_l_l_a_b_1
      @P_a_l_l_a_b_1 9 місяців тому +7

      Nijor ghor khon kenakoi eribo

    • @kamalamahanta2214
      @kamalamahanta2214 8 місяців тому +1

      Tank you NB T.v.agaliu ghatanatur Antim khini dakhaba,lastat ki hal janibar man gaisa.

    • @pratyushpritombora5139
      @pratyushpritombora5139 8 місяців тому +6

      সৰু লৰা টো লৈ চোৱা চোন ।। বিন্দাছ আছে bahh sala

    • @QueenYt-np1ji
      @QueenYt-np1ji 8 місяців тому +1

      Putek tu e korise sage 🫢

  • @pollobigogoi4223
    @pollobigogoi4223 9 місяців тому +36

    হনুমান বাবাৰ পঞ্চমুখি ফটো এখন রাখক, হনুমান চালিচা পাঠ কৰক, হনুমান পিতাই ৰক্ষা কৰিব।

  • @ranjankeot3875
    @ranjankeot3875 9 місяців тому +24

    Only for cctv 🙏🙏🙏

  • @naxx_cy
    @naxx_cy 9 місяців тому +17

    😅Wah anekua bhoot r kam agote huna nai dei. Bhoot tu dekhun electrician😂. 3 idiots cinema t thoka Ranchordas r bhoot jen pau. Ai bhoot tuk APDCL t thoi ahibo lage😂😂

  • @jatindeka6784
    @jatindeka6784 9 місяців тому +10

    ফেবিকুইক ব্যবহাৰ কৰাটোয়ে নিশিত কৰে এইয়া কোনো অশৰিৰী আত্মাৰ কাম নহয়; খোব ষুস্খ পয়্যবেশন কৰিলেই পৰিস্কাৰ হ্ব ;পহৰা দি থকা মানুহ বোৰৰ fingerprints forensic লৈ পঠালেই ৰহস্য ফাদিল হ্ব

  • @janmilarabha6144
    @janmilarabha6144 9 місяців тому +17

    এই এটা বাতৰি নে সাধুকথা? ইয়াত অভিনয় কৰা সকল ভাল অভিনেতা। যদি সঁচা ঘটনা হয় তেন্তে ইয়াৰ গৃহস্থ আৰু ওচৰ চুবুৰীয়া সকলোৱে মুৰ্খ।

    • @jitunath1670
      @jitunath1670 9 місяців тому

      এইবিলাক মিচা নেকি?

    • @barsha_gogoi-.
      @barsha_gogoi-. 9 місяців тому +2

      Ki ktha koi h murkho ni?teu luk andho ni h mnuh nedakhibo kiba jdi kra...knky imn khini kribo 1 mah dhori mnuhai...

    • @KR-by3es
      @KR-by3es 9 місяців тому +1

      Ghoror bitorat aru bairor temparature ek no hobo..olop difference thakiboi

    • @KR-by3es
      @KR-by3es 9 місяців тому +3

      Electrican bhoot sake! Kiba electric kam korar homoi mori jua atma hobo paare!

    • @serenkoikoi7717
      @serenkoikoi7717 8 місяців тому

      😂😢😮😮😮

  • @Medico.Krishna
    @Medico.Krishna 9 місяців тому +42

    ইমান দিনে কেনেকৈ আছে হে এওঁলোকে।।।🤔🤔

  • @bk6929
    @bk6929 8 місяців тому +1

    একৰণ নাম ধৰ্মৰ জৰি়য়তে ৰাতিপুৱা আৰু গধূলি ভাগৱত আৰু কৃন্ত্তন অনুষ্ঠান আৰম্ভ কৰক ঘৰৰ মূৰব্বী জনে এদিনতে ঠিক হৈ যাব অন্তৰৰ পৰা কৰক,,,,,,, 100%

  • @AbinaShSenaPati60
    @AbinaShSenaPati60 8 місяців тому +7

    বেলেগ একো কৰিব নালাগে live cemera logawk , চাওঁক তাৰ পিছত কি হয়। Sob ঠিক হয় যাব নিশ্চয়

  • @jeemivlogs123
    @jeemivlogs123 9 місяців тому +62

    বাতৰি ৰ অৰ্থ হৈছে সমাজৰ মাজত জ্ঞানৰ পোহৰ প্ৰতিষ্ঠা কৰা।।‌ অন্ধকাৰ পিনে নিয়া নহয়।।

    • @monster-ln6ro
      @monster-ln6ro 9 місяців тому +12

      Jetia apunar ghorot bhoot humabo tetia hei gom pabo lukor dukh kenekai bhugisai

    • @lsd4889
      @lsd4889 9 місяців тому +7

      Tomr lgt howa ni krne biswas nkriba ..jetia ghatib muti dauriba hoi2 behus hoi jaba jno bhanti

    • @sikhamonimithi5196
      @sikhamonimithi5196 9 місяців тому +2

      কি এইটো এটা জ্ঞান নহয় নেকি।

    • @debajanisarma1673
      @debajanisarma1673 9 місяців тому +3

      Tumi vuut dekhile muti diba😮

    • @dhanmanikalita4956
      @dhanmanikalita4956 9 місяців тому +6

      Baidew moi o science Val pau bisshakh kro kintu baidew kisuman bastu bightanor urdhat baidew apunar logot holehe gom pbo

  • @-assamese_channel
    @-assamese_channel 8 місяців тому +4

    দাদা আপোনাৰ কথা শুনি মোৰ অলপ বিশ্বাস হৈছেও আৰু অলপ হোৱা নাই কাৰণ যদি ভূত আছে তেতিয়াহ'লে ভগৱান ও আছে । সিহঁতৰ ঘৰত চাগে মানুহে কৰিছে মোৰ মতে । কাৰণ যদি ভূত আছে তেতিয়াহ'লে আপোনালোকে দেখিলে হয়।আৰু এটা ভিডিঅ বনাই দিব sir😊

  • @djhmthouse3893
    @djhmthouse3893 8 місяців тому +21

    তেওঁলোকৰ ঘৰৰ মাইকী মানুহ জনী আৰু লৰা জনৰ দ্বাৰা এইবোৰ হৈ আছে । মানুহ জনী মুখ খন দেখিলেই তেওঁৰ ওপৰত সন্দেহ হয়। এই ঘটনাটোৰ ভিতৰত তেওঁলোকৰ ঘৰৰ বহুত গোপন ৰহস্য সোমাই আছে ।। এই বিষয়টো চি.বি.আই ক জনালে এসপ্তাহৰ ভিতৰত ৰিজাল্ট পাব 🤔

  • @durlovesaikiachannel3286
    @durlovesaikiachannel3286 8 місяців тому +4

    কথাবোৰ যেনেকৈ আনন্দত কৈছে,,, মোৰ সচা যেন লগা নাই কাৰণ ইমান দিন এনেকুৱা পৰিৱেশ এটাৰ মাজত তেওঁ লোকৰ চকুত চকুপানী হৱ লাগিব।

  • @skcreation5550
    @skcreation5550 9 місяців тому +16

    মই এটা কথা বুজি পোৱা নাই ঘৰৰ মানুহ খিনিয়ে কি সাহসত ৰাতি শুৱে ৷যি খিনি মানুহে বিশ্বাস নকৰে সেইসকলে ৰাতি থাকক বা ৰাতি শুৱক থাকক vedio কৰি দেখুৱাক l

    • @SimpiBorah-fh1qz
      @SimpiBorah-fh1qz 8 місяців тому +1

      Rati xuatu badei...manuh khini jnke bohi ase live t.. moi tu bohi thakibou nuaru😢

  • @bishnuprasadsaikia465
    @bishnuprasadsaikia465 9 місяців тому +34

    কামটো মানুহে কৰিছে ।ঘৰত cc কেমেৰা লগালে ধৰা পৰিব ।

    • @axomgamers298
      @axomgamers298 9 місяців тому +2

      klhhh emn super man nk he klaa crnt kati pani sotiyai douri jbo pribo

  • @Kamal_official0
    @Kamal_official0 9 місяців тому +15

    If the ghost left finger prints the check it with the help of forensic department might be person

  • @chandanapatowari8810
    @chandanapatowari8810 8 місяців тому +19

    কোনোবাই বিড়া জাপি দিছে, ডাঙৰ বেজ লগালে গুছি যাব।এইবোৰ দেখা নপাই।😢

  • @rahulboro5009
    @rahulboro5009 9 місяців тому +5

    Nice background music

  • @RaktimSarma444
    @RaktimSarma444 9 місяців тому +11

    Hanuman chalisa path korokm...bhut pichas... betal... polai potronk dibo... Jai shree Ram 🙏

  • @dipankar7532
    @dipankar7532 8 місяців тому +21

    After wearing invisible clothes......
    A human only can do it.. 🙌

  • @UjjalHazarika-hg6oz
    @UjjalHazarika-hg6oz 6 місяців тому +2

    এই ঘটনা টো কি হ'ল গে

  • @7gc970
    @7gc970 9 місяців тому +40

    ভুক্ত ভোগীৰে বুজী পাই আনে কথাবোৰ কোৱাৰটো সহজ ।

    • @m.d9408
      @m.d9408 9 місяців тому +2

      একদম right ৰ ওপৰত কৈছা কিছুমান মানুহ আছে এনে চেল বেলাই আছে সিহঁতৰ ঘৰত হোৱা হলে চাগে লেপৰ তলতে বুটলত মুটিব লগা হল হেন চাগে।

    • @deepikasaikiagohain6713
      @deepikasaikiagohain6713 9 місяців тому +3

      Thikei koise.. Jar hoi he buji pai.. Loratu hua hole emn current or lgt lagi nathake.. He2 maak deutakor lgte ase buli koise..

    • @umeshchetiya1340
      @umeshchetiya1340 9 місяців тому +2

      Right

  • @fireball1174
    @fireball1174 8 місяців тому +20

    যদি ভগবান আছে ভুত থাকিবই
    আৰু কিছুমান ওজা আছে জাপি দিয়ে ।

  • @user-bd9wy7sk3p
    @user-bd9wy7sk3p 6 місяців тому +2

    Joi Krishnaguru provu aibilak nohuwa kori diya provu joi Krishnaguru 🙏🙏

  • @JagatVlogs206
    @JagatVlogs206 7 місяців тому +2

    গোটেই ঘটনাটো গম পাও।। মানুহ ঘৰৰ মানুহ জন চাকৰি সূত্রে কোনো এ জাগালৈ transfer হোৱাৰ কাৰণে transfer ৰখা বলৈ এই কামটো কৰি আছে
    ঘৰৰ মানুহেই। হাতৰ চাপ টো লৰাটো ৱে দিয়ে।। এইবোৰ সকলো মিছা।।

  • @purnimabora7039
    @purnimabora7039 9 місяців тому +117

    As a 10th students this is very interesting for me. And I felt very impressed that you guys work very hard.
    Good job sir☄️

    • @a2q875
      @a2q875 9 місяців тому +11

      10 th student koi pina ki logic ase
      Moi 11 pcmb student by the way

    • @bharatibasumatary6438
      @bharatibasumatary6438 9 місяців тому

      0ôy6

    • @jaduborah6214
      @jaduborah6214 8 місяців тому

      ​@@a2q875 AA In
      ,,
      . Ki ni
      Oh o😊

    • @bruh0028
      @bruh0028 8 місяців тому +3

      Ki murtu koiso i don't i do. Gadho

    • @Leojat575
      @Leojat575 8 місяців тому +2

      Bruh.. They are trying to spread wrong thing. 😂and our generation will totally destroy if this happens.
      It's not hardworking. It's call nonsense😅

  • @nabajitlagachu358
    @nabajitlagachu358 9 місяців тому +12

    Why no media channel is taking about cctv , why they are not installing cctv camera,

  • @zenox125bgmi
    @zenox125bgmi 8 місяців тому +2

    Har har mahadev🕉
    Jai shree ram🚩💝

  • @bhabeshchaudhury5431
    @bhabeshchaudhury5431 8 місяців тому +2

    সবকে বান্দৰ বনাই আছে, এনেকৈ সময় নস্ট কৰাতকৈ এখন ভুতৰ চিনেমা বনাওঁক ।

  • @pranabdas3536
    @pranabdas3536 9 місяців тому +47

    কোনোবা মানুহে কৰি আছে কাম টো

    • @DilipDeka-jt2tj
      @DilipDeka-jt2tj 9 місяців тому +3

      এটা গ্ৰুপ জৰিত হৈ আছে এই বদমাছিটোত ।

    • @bazzigaargaming3127
      @bazzigaargaming3127 9 місяців тому +4

      Toi kene ke gom pali 🙂😂

    • @Laughingzone-11
      @Laughingzone-11 9 місяців тому +2

      Muru tene lagise

    • @DilipDeka-jt2tj
      @DilipDeka-jt2tj 9 місяців тому

      @@bazzigaargaming3127 100% মানুহৰ বদমাছি ।

    • @abhidasdewri4959
      @abhidasdewri4959 9 місяців тому +1

      kintu dinot manuh thakuteu keneke manuh xumai

  • @yugiKarishma
    @yugiKarishma 8 місяців тому +3

    ভগৱানক যদি আমি বিশ্বাস কৰো। কিন্তু আমি ভগবানক দেখা নাই । তেনেহলে অমি ভূত কিয় বিশ্বাস নকৰোঁ আমিটো ভূতটো দেখা নাই । গতিকে negetive positive দুটা থাকিব পাৰে।

  • @user-rr2xr6vh5b
    @user-rr2xr6vh5b 8 місяців тому +2

    Aibilak ako bhoot shoot nohoi kunubai jani buji kori ase aitu😂

  • @runjunborah7600
    @runjunborah7600 8 місяців тому +8

    আপোনালোকলৈ কাতৰ অনুৰোধ যে বিপদত পৰা পৰিয়াল টো উদ্ধাৰ কৰক

  • @montraveller3318
    @montraveller3318 9 місяців тому +14

    T. R . P. আৰু বিশেষ নকওঁ । বুজাই বুজি পাব ...... 🙏 ধন্যবাদ

  • @skcreation5550
    @skcreation5550 9 місяців тому +35

    Feviquick কোনে কোন কিনিছিল সেই area টোৰ দোকানীবোৰক সোধক ৷

  • @dixitakalita2097
    @dixitakalita2097 8 місяців тому +1

    N.B. news oloi bahut bahut dhanyawad aru xuvokamona🙏

  • @Amlanjyotis73
    @Amlanjyotis73 8 місяців тому +6

    ভূততকে মানূহলৈ মোৰ বেছি ভয় লাগে

    • @bhumika-assam
      @bhumika-assam 8 місяців тому

      ua-cam.com/users/shortsoxiVFQeu7Ck?feature=share

  • @bchazarika1967
    @bchazarika1967 9 місяців тому +16

    শেষ সমাধান কি হব বাত চাই থাকিলো ।

  • @sarojinichaudhury179
    @sarojinichaudhury179 9 місяців тому +14

    মিটিঙত উপস্থিত থকা লোকসকলে বোলে সদায় এইদৰে পহৰা দি থাকে ৷তেন্তে ১২ বজাৰ পিচত বিজ্ঞানীসকল আহিব বুলি জানিও সকলোৱেই অন্তৰ্দ্ধান হ’ল কিয় ?

  • @deepsarmah8558
    @deepsarmah8558 9 місяців тому +6

    পহা গুনা কৰা ভুত ( কাৰেণটৰ কাম জানে ) ।

    • @deepika12410
      @deepika12410 8 місяців тому +1

      Invisible hoi kri ase sooo manuh ghore forensic/crime branch r help lobo lge mur mote time waste nokori

  • @rajanideori5519
    @rajanideori5519 9 місяців тому +38

    এয়া কোনো ভুত নহয় CC কেমেৰা লগালে ওলাই পৰিব ! (লৰাটোৱেই সম্ভব )

    • @davedavid5989
      @davedavid5989 9 місяців тому +4

      He bahut dinor pora bike bisari ase

    • @sangitadiganta
      @sangitadiganta 8 місяців тому +3

      Bira ari dise kunobai.. Amr osrt mnuh aghorr o anekua hoisile 7 bsr man agote

    • @tinkuthomasdas495
      @tinkuthomasdas495 8 місяців тому +2

      Lora tuye mur moteo

    • @himashreekolita51
      @himashreekolita51 8 місяців тому +1

      Mur jen lagi ase lora jon gate ase

  • @mbharali2627
    @mbharali2627 9 місяців тому +4

    ইলেকট্ৰনিক বা ইলেকট্ৰিকেল কাম কৰাই ইলেকট্ৰিচিয়ানক বা ইলেকট্ৰনিকৰ কাম কৰা লোকক টকা নিদিয়াকৈ আছে নেকি বাৰু ?

  • @Trishna_Sonowal846
    @Trishna_Sonowal846 9 місяців тому +34

    Faviquic বাৰু ভূতে দিব পাৰে নেকি!!🙄... দুদিন মানৰ পিছত murder নহয়টো!!🤔.... ভূতে murder কৰিলে বুলি কব।।

  • @harekrishnajoyradheradhera2904
    @harekrishnajoyradheradhera2904 9 місяців тому

    Hare Krishna...... Bhogowan Sri Krishna 2mi rokkha koro sob bipod theke ai poriyal taake please please.......Radhe Radhe.......

  • @Mrinal20675
    @Mrinal20675 9 місяців тому +6

    বিজ্ঞানে ঈশ্বৰক বিচাৰে ঈশ্বৰে নহয়...

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 9 місяців тому +9

    ৰহস্য উদ্ঘাটন ক'ত হ'ল????

  • @taramaiphukan8785
    @taramaiphukan8785 8 місяців тому +3

    অদৃশ্য শক্তিয়ে ওৱাৰ কাটাটো আচৰিত। কোনোবা মানুহৰে বেয়া কাম হ'ব।সকলো ভালৰ বাবেই গৈছে কিন্তু কিয় একো ধৰা পৰা নাই?হয়তু মানুহৰে কাম হ'ব।

  • @harekrishnajoyradheradhera2904
    @harekrishnajoyradheradhera2904 9 місяців тому

    Hare Krishna..... Bhogowan Sri Krishna 2mi rokkha koro sob bipod theke ai poriyal taake......Radhe Radhe.......

  • @mintuhuzuri9597
    @mintuhuzuri9597 8 місяців тому +2

    Ata manuh bhut ase. 😂😂😂

  • @subhasishchutian8801
    @subhasishchutian8801 9 місяців тому +8

    মোৰ নিজৰ অভিজ্ঞতা আছে । ভয় নকৰো, নাইকৰা এতিয়াও। কিন্তু কিবা নেদেখা, বা শক্তি আছে খাতাং

  • @minudey7657
    @minudey7657 9 місяців тому +177

    ডিব্ৰুগড় জিলাৰ মৰাণৰ জগতৰ ৰোগী আৰোগ্য প্রাথনা ভৱনলৈ আহক তাতেই ঈশ্বৰে সুস্থ কৰিব আমেন

  • @poragboruah4156
    @poragboruah4156 8 місяців тому +2

    পৰিয়ালৰ কোনো সদস্য জড়িত আছে । ভালকৈ অনুসন্ধান কৰিলেই ওলাই পৰিব ।

  • @PlayBolt927
    @PlayBolt927 6 місяців тому +1

    Jai shree Ram 🚩

  • @koushikpachani
    @koushikpachani 8 місяців тому +5

    হনুমান চালিশা পঢ়িব লাগিব🙏

    • @bhumika-assam
      @bhumika-assam 8 місяців тому

      ua-cam.com/users/shortsoxiVFQeu7Ck?feature=share

  • @mrigankadeka5097
    @mrigankadeka5097 9 місяців тому +25

    কোনোবাই বীৰা জাপি দিছে , কাৰণ এনেকুৱা কাহিনী নিজ চকুৰে দেখিছো , পিছত ওজা আহি বীৰা খেদিছে ।

    • @hridicriativ
      @hridicriativ 8 місяців тому

      বিৰা কি বস্তু

  • @bishnuhansda7199
    @bishnuhansda7199 8 місяців тому +2

    Background music tu huni bhut ulabo nsina lage goise😂😂😂

  • @sumonmili4161
    @sumonmili4161 7 місяців тому +3

    Jay bholenath 🌍🙏🌺❤️