১ আগষ্টৰ পৰা ৰাজ্যবাসীয়ে নাপাব বিনামূলীয়া চাউল!

Поділитися
Вставка
  • Опубліковано 7 лип 2024
  • #graphiccontent
    এক আগষ্টই শেষ সীমা। চৰকাৰৰ হেমাহিয়ে বিপদ মাতিব ৰাজ্যৰ ২ কোটি বিনামূলীয়া ৰেচন উপভোক্তালৈ। কেতিয়া সমাধান হ'ব সুলভ মূল্যৰ ব্যৱসায়ীৰ সমস্যা?
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

КОМЕНТАРІ • 8

  • @imdadali9519
    @imdadali9519 6 днів тому

    কেন্দ্ৰই অসমৰ মানুহক গুৰুত্বই নিদিয়ে।

  • @monoranjansarma2678
    @monoranjansarma2678 12 днів тому

    যদি কমিচন লাগে তেনেহলে ৰেচন কাৰ্ড বনালে টকা কিয় লয়?

  • @mamirhussen7537
    @mamirhussen7537 17 днів тому +1

    অসমৰ ঠাইভেদে 50 খনতকৈ কম ৰেচন কাৰ্ড থকা সূলভ মুল্যৰ এজেণ্ট সকলৰ লাইচেঞ্চ লকডাউনৰ সময়ত বাতিল কৰি মেচিন দিয়া নাই আৰু পূৰ্বৰ জাননী নিদিয়াকৈ এই চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নতুন কৈ ৰেচন কাৰ্ড চৰকাৰে ইতিমধ্যেই প্ৰদান কৰিছে যদিও সেই এজেণ্ট সকলক হিতাধিকাৰীৰ সংখা বঢ়াই তুলিবলৈ সুযোগ দিয়া নাই।
    এই ক্ষেত্ৰত প্ৰশ্ন কৰিবলৈ অনুৰোধ থাকিল

  • @manabendrasingha90
    @manabendrasingha90 10 днів тому

    Binamulia chaul diya bandha korai bhal hobo kiyono manuh bilake kam kaj nokori mod khai thake

  • @dulalhajarika3508
    @dulalhajarika3508 15 днів тому

    দোকানীবোৰে চাউল কম দিয়ে

  • @gobinbhuyan2158
    @gobinbhuyan2158 16 днів тому

    Free soul ration bandh karile moi bahit hukhi hom..nohole manuhey kheti kari nakhai..😮