UXAAHOR TAAN • উশাহ • ANURAG BARUA | HIRU PABAN | INDRANIL GAYAN • Nocturne Music | Design Store

Поділитися
Вставка
  • Опубліковано 5 жов 2024
  • 𝗔𝗨𝗗𝗜𝗢 𝗖𝗥𝗘𝗗𝗜𝗧𝗦
    Vocal : Anurag Barua
    Music Direction / Production : Hiru Paban
    Lyrics : Indranil Gayan
    Composition : Anurag & Hiru Paban
    Flute : Nibir Dev Sharma
    Harmonium : Prabal Deka
    Sitar : Sayantan Banerjee
    Mix-Master - Nishant P Das
    Subtitles : Himagni Gogoi
    Recording Engineers : Bedashis Sharma, Hiru Paban
    __________________________________________
    𝗩𝗜𝗦𝗨𝗔𝗟 𝗖𝗥𝗘𝗗𝗜𝗧𝗦
    Artwork : Khanjan Saikia
    Animation & Editing : Pulak Jyoti Saikia
    Video Direction & Storyboarding : Kaju Gayan
    Calligraphy : Pranjit Sungmai
    ___________________________________________
    𝗦𝗧𝗨𝗗𝗜𝗢𝗦
    Recording Studio : Sangeet Audio Lab (Nagaon)
    Studio Legacy (Guwahati)
    Mixing Studio : MixTime Studio (Mumbai)
    Visual Studio : Design Store (Nagaon)
    ___________________________________________
    𝗟𝗬𝗥𝗜𝗖𝗦
    এইটো এটা গীতৰ কথাঃ
    এই যে
    এই যে আমি ঘৰা ঘৰি হৈছোঁ
    ইখন হাতে সিখন হাতক চুই চাবলৈ হাহাকাৰ কৰিছোঁ
    এই যে বাৰে বাৰে
    কাগজ নোহোৱাকৈ চিঠি এখন লিখিছোঁ
    এই যে বাৰে বাৰে
    একো নোকোৱাকৈ দুগালত এটা সাধু লিখিছোঁ
    চকুৰে নেদেখাকৈ
    চকুলৈ নোচোৱাকৈ
    এই যে পাৰ হৈ আহিছোঁ
    এখন হাত
    আন এখন হাতলৈ
    ইখন হাতে
    সিখন হাতক
    চুই চাবলৈ হাহাকাৰ কৰিছোঁ
    পুৰণি গান এটা বাজি শেষ হৈ যোৱা ৰাতিটো
    কি এই উশাহৰ টান !
    উজাগৰি নিশা কটাও
    সেই সুৰকে গুণগুণাই....
    এইটো এটা গীতৰ কথা....
    SUBTITLES
    This is a phrase of a song
    Just how.. just how…we parted our ways
    One hand reaching out to another,
    My fervour is screaming to touch you!
    Just how…again and again
    Without a piece of paper
    I am writing a letter to you
    Just how…again and again
    Without uttering a sole word
    I am penning down a tale on my cheeks
    Unaccompanied by the glance,
    without looking into your eyes
    Just how…I am traversing
    Just how…I am traversing
    One hand to another…
    One hand reaching out to another,
    My fervour is screaming to touch you!
    An ancient song in the air, played till the end
    The slumber of last night draped me to breathlessness
    The night remained long, wide awake without a blink
    Persisted me in humming that very tune
    This is a phrase of a song
    Just how.. just how…we parted our ways
    One hand reaching out to another,
    My fervour is screaming to touch you!
    ___________________________________________
    𝗖𝗢𝗡𝗡𝗘𝗖𝗧 𝗪𝗜𝗧𝗛 𝗨𝗦
    Hiru Paban:
    / stoic_resilience
    Anurag Barua:
    ...
    Indranil Gayan:
    ...
    Praball Deka:
    ...
    Nibir Dev Sharma :
    ...
    Sayantan Banerjee:
    ...
    Nishant P Das:
    ...
    Himagni Gogoi:
    / himagni_gogoi
    Kaju Gayan:
    ...
    Pulak Saikia:
    ...
    Khanjan Saikia:
    ...
    Pranjit Sungmai:
    ...
    Nocturne Music • Sound:
    ...
    Design Store:
    ...
    MixTime Studio:
    ...

КОМЕНТАРІ • 1,8 тис.

  • @nmhp111
    @nmhp111  6 місяців тому +237

    আমাৰ এই গীতটিক ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ!! আমি কৃতজ্ঞতাবদ্ধ ❤
    We are overwhelmed by the love we have received from you! We are grateful!
    Keep your blessings coming.... ❤️
    We'll try to do better ....
    - উশাহ

    • @dreamdiary8012
      @dreamdiary8012 5 місяців тому +1

      Jio Saavan t ase neki gaan tu ?

    • @manashfluteofficial
      @manashfluteofficial 5 місяців тому +2

      Ufff 🥹❤️ki dhuniya o ❤️

    • @manashfluteofficial
      @manashfluteofficial 5 місяців тому +2

      Ufff ❤️🥹ki dhuniya

    • @kakalikalita579
      @kakalikalita579 5 місяців тому +4

      শব্দহীন হৈ পৰিছো।কৰুণ যদিও কিবা যেন এক মিঠা অনুভৱ ।

    • @itsmdofficial3983
      @itsmdofficial3983 5 місяців тому +1

      Muk o aber gaan gabo duba ne

  • @konmoinacreation8894
    @konmoinacreation8894 Рік тому +150

    নতুন প্ৰজন্মৰ এনে সৃষ্টিত ভাগৰুৱা কলিজাই ঠন ধৰি উঠে।শুনি শুনি বুকুৰ ভৰাল টকীয়াল কৰিবলৈ মন যায় এনে যাদুকৰী শব্দ শিল্পৰ অপূৰ্ব সুৰ লয় তালৰ মেহফিলত। বাস্তবিক জীৱনৰ চৰম সত্যতাক ইমান নিখুঁতভাৱে গীতটোত তুলি ধৰিছে অভিভূত হৈছোঁ।এই যাত্ৰা সুদূৰ প্ৰয়াসী হওক। অসমীয়া সংগীতক এনে নতুন পৰীক্ষা-নিৰীক্ষাৰ মাজৰে জনমানসৰ মাজলৈ লৈ অনাৰ যি অভিনৱ কৌশল ই সঁচাকৈয়ে যুগান্তকাৰী সূচনা।

    • @nmhp111
      @nmhp111  Рік тому +2

      বহুত বহুত ধন্যবাদ ❤️

    • @PaporiSaikia-i4q
      @PaporiSaikia-i4q 4 місяці тому

      ❤❤

  • @nangsikhamonigogoi9554
    @nangsikhamonigogoi9554 Рік тому +45

    Uffff❤🥺
    চকুৰে নেদেখাকৈ, চকুলে নোচোৱাকৈ
    এই যে পাৰ হৈ আহিছো 🥺🥀
    লিখোতে বৰ কষ্ট হৈছিল চাগে 🥺।

  • @captainbordoloi1388
    @captainbordoloi1388 Місяць тому +4

    Last wala jo harming ❤

  • @Xyz-n5x
    @Xyz-n5x Рік тому +70

    যাৰ নেকি pure music taste আছ এইটো গান সিহঁতৰ বাবে। উফফ ❣️

  • @Siddharth-i6b
    @Siddharth-i6b 8 місяців тому +23

    ভৱিষ্যতে এইটো এটা কিংবদ্তীত পৰিণত হব❤

  • @KULDEEPSUMANMUSICAL
    @KULDEEPSUMANMUSICAL 5 місяців тому +21

    বৰ সুন্দৰ গায়কী তোমাৰ । অসমীয়া সংগীত এয়াহে । এতিয়া আৰু চিন্তা নাই ।ভৱিষ্যতে অসমীয়া সংগীতৰ ভাল দিন নিশ্চিত । তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

  • @purabivlogs9590
    @purabivlogs9590 2 місяці тому +3

    Kene masterpiece 🥺❤
    Valpua manuh ajnor ovabot dedicated korib nuwariluu 🥹

  • @Wisdom_870
    @Wisdom_870 3 місяці тому +3

    What a song 😍 I've never heard any song in this genre in Assamese. Now I can proudly say that Assamese music is in safe hands ❤❤

  • @nspnsp6212
    @nspnsp6212 2 місяці тому +6

    Uff ki gaan ..kaibr xunilu ..hisap a nai ..tr pistu amoni loga nai ...❤❤

  • @gohinsutradhar8909
    @gohinsutradhar8909 6 місяців тому +30

    আজি শুনিছোঁ। কি কম ভাষা নাই কবলে ইমান ধুনীয়া গীত ❤

  • @binitaphukan994
    @binitaphukan994 6 місяців тому +14

    আপোনজনক হেৰুৱাই গোটেই গানটোত নিজকে বিচাৰি পালো। চুই গল

  • @kaushikbaruah9522
    @kaushikbaruah9522 Рік тому +50

    কিছুমান গান কেৱল গান হৈ নাথাকে, হৈ পৰে এজন মানুহ। আমাক বুকুত সাৱটি লৈ নিচুকাব পৰা মানুহ। এই গীতটোও ঠিক তেনেকুৱাই। শুভকামনা হীৰু ❤️ এনেকৈ আৱৰি ৰাখা সদায়।

    • @nmhp111
      @nmhp111  Рік тому +2

      বহুত বহুত ধন্যবাদ, কৌশিক ❤️❤️

  • @janmoninath2122
    @janmoninath2122 Рік тому +41

    ইমান ধুনীয়া কথা,কন্ঠ,সুৰ
    একদম সুৰীয়া সমাহাৰ।
    বাৰে বাৰে শুনিছোঁ,শুনি আমনি নলগা সৃষ্টি।❤

    • @thekaaju
      @thekaaju Рік тому +2

      Thank You so much from team "Uxaah" 🙏

  • @uniquevlog11k54
    @uniquevlog11k54 Місяць тому +4

    4.27 minutes kenekoi par hoi jai gom a napau aru hunibo mon jai........ Ki lyrics ooo uffffff😢 soulful 🎶songs🎵🎧

  • @AnuragGogoi-dm4jy
    @AnuragGogoi-dm4jy Рік тому +9

    ইমান সুন্দৰ গীতৰ ধাৰা আৰম্ভ হৈছে !
    বাৰে বাৰে শুনিছোঁ ,
    সোঁতত উটি নোযোৱা এই ধাৰাটোক গায়কে ধৰি ৰাখক ৷
    আপ্লুত হৈছোঁ , শুভকামনা জনাইছোঁ

  • @GreatManofAssam
    @GreatManofAssam Рік тому +13

    এই যে বাৰে বাৰে
    কাগজ নোহোৱাকৈ চিঠি এখন লিখিছোঁ ❤❤❤
    উফ: ইমান ধুনীয়া গান শুনিবলৈ পাই ধন্য হৈছো ❤❤❤🥰🥰🥰

  • @NAB2405
    @NAB2405 Рік тому +4

    এই যে ৩ মাহ পাৰহৈ যোৱাৰ পিছত গীতটো সম্পূৰ্ণৰূপে শুনা আৰু অতদিনে গানটোৰ পৰা আঁতৰত থকাৰ অস্বস্তি খিনিৰ লগত যুঁজকৰা সময়খিনি বৰ কষ্টকৰ,
    সাধাৰণ যেন লগা এটা সৰু শব্দৰ ইমান অসাধাৰণ অৰ্থই শ্ৰোতাবন্ধুৰ মন কাঢ়িছে, ঘৰৰ পৰা দূৰৈত পৰিস্থিতি সুত্রে আঁতৰি থকা লোকসকলৰ হৃদয়ৰ এটা চুকত শোক এটাই খুন্দিয়াই গৈছে,, ইয়াত লিখা "হাত " শব্দটোৱেও মায়ে খুৱাই দিয়া ভাত কেইটালৈ মনত পেলাই, প্ৰিয়জনৰ সহযোগৰ কথা সোঁৱৰাই, আকৌ দেউতাৰ মৰম বোৰৰ কথা সোঁৱৰাই...
    বৰ ধুনীয়া লাগিল হৃদয়ত সযতনে সাঁচি থ'লো,
    শুভকামনা সকলোলৈ ✨🍂🖤

  • @jyotikadekamusicworld3003
    @jyotikadekamusicworld3003 Рік тому +6

    একেবাৰে হিয়া শাঁত পৰি গৈছে গায়কৰ কণ্ঠ, সুৰ, মিউজিক৷ কথাখিনিয়ে অন্তৰ চুই গৈছে ৷ অতি সুন্দৰ ৷ হাৰমনিয়ামৰ ব্যৱহাৰে গীতটি আৰু অধিক সুন্দৰ কৰি তুলিছে ৷ বৰ ধুনীয়া বজাইছে👌

  • @SharatGogoiOfficial
    @SharatGogoiOfficial Рік тому +80

    Kisu dhuniya ♥️

  • @amritadeka9043
    @amritadeka9043 Рік тому +11

    বহুত ভাল লাগিল। "উশাহৰ টান" যেন বুকুৰ মাজত কঢ়িয়াই ফুৰা অথচ অব্যক্ত এটি বাঙ্ময় সাধুকথা... সুৰ আৰু শব্দৰ যাদুকৰী সংমিশ্ৰণত ইমান সুন্দৰকৈ জী উঠিছে সেই নোকোৱা অনুভৱৰ কথা...👌👌

    • @nmhp111
      @nmhp111  Рік тому

      অশেষ ধন্যবাদ ❤️

  • @nayanjyotiii15
    @nayanjyotiii15 Рік тому +7

    গীতৰ কথাবিলাক কিয় ইমান আচৰিত , সকলো কথাই মিলি যায় নিজৰ জীৱনৰ লগত ❤❤❤

  • @palashjyotibora2175
    @palashjyotibora2175 Рік тому +18

    অবিশ্বাস্য!!! অসমীয়া সংগীতত এটি অপূৰ্ব, অনন্য সংযোজন৷ কথা, কণ্ঠ, সুৰ, সংগীতৰ মায়াজালত মন্ত্ৰমুগ্ধ হৈ ৰ’লো৷ অন্তৰাত্মাক প্ৰশান্তি দি গ’ল৷ ❤❤❤

  • @gitashreesaikia4632
    @gitashreesaikia4632 Рік тому +4

    গীতৰ কথা , সুৰে হৃদয় - মন জোঁকাৰি গ'ল । কি সুন্দৰ !!! কোলাহলৰ মাজতো হৈ থকা এই অৰ্থৱহ শিল্পই জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে । এনেকুৱা ভাল সংগীত আপোনালোকৰ পৰা পুনৰ আশা কৰিলোঁ ।

  • @jhulanjyoti5122
    @jhulanjyoti5122 Рік тому +4

    গীতৰ কথা কেইটা, গায়কী ,সুৰ ,সংগীত ব্যৱস্থাপনা অনুপম।
    ধুনীয়া# লাকু দা

  • @guddigogoi2855
    @guddigogoi2855 5 місяців тому +2

    হৃদয় চুই গৈছে ...বাৰে বাৰে শুনিও যেন আমনি লগা নাই ...😭❤

  • @borosaborah888
    @borosaborah888 Рік тому +10

    উফ্....কেনে ধুনীয়া গীত❤❤❤ বাৰে বাৰে শুনিও হেঁপাহ পলুৱা নাই। বহুত বছৰৰ পিছত এনেকুৱা মনটোক শান্তি দিয়া কণ্ঠ শুনা যেন লাগিছে ।শব্দৰ গাঁঠনি এনেই ধুনীয়া হৈছে....তাতে কণ্ঠটোত প্ৰাণ পাই শুৱগা চৰাইছে!ধুনীয়াতকৈও বহুত বেছি ধুনীয়া হৈছে গানটো....বুজাবলে ভাষা নাই সঁচাকৈ কিমান ধুনীয়া হৈছে!! Drums ৰ entry টোযে....কেনেকুৱা এটা perfect time ত হৈছে.....তাৰ বাবে কিবা এটা বেলেগ স্তৰ পাই গৈছে গানটো । Animation এ গানটোক আন এক উচ্চ স্তৰলৈ লৈ গৈছে । 'হাহাকাৰ' শব্দটোৱে সঁচাকৈ হাহাকাৰ লগাই দিছে! মন মগজু শাঁত পৰি গৈছে । আৰু এনেকুৱা গীত শুনিবলৈ পাম বুলি আশা ৰাখিছোঁ আপোনালোকৰ পৰা❤❤❤❤❤

    • @nmhp111
      @nmhp111  Рік тому +3

      বহুত বহুত ধন্যবাদ! এইয়াই আমাৰ সাহস! Thank Youuu ❤️
      আৰু হয়... উশাহ এটি album... এইটো তাৰ প্ৰথম গীত... আৰু চাৰিটা গীতৰ কাম চলি আছে.... Please do consider subscribing our channel if you enjoyed our work ❤️❤️

    • @borosaborah888
      @borosaborah888 Рік тому +2

      Eagerly waiting for the other songs of the Album😍😍😍😍😍😍 Already subscribed and shared. Best wishes to the whole team❤❤❤

    • @anuragbarua0102
      @anuragbarua0102 Рік тому

      Thank you so much ❤❤❤

  • @pronabjyotikalita829
    @pronabjyotikalita829 2 місяці тому +2

    কি সুন্দৰ গীত অ'❤ মন প্ৰাণ চুই গৈছে ❤ হিচাপ নাই কিমান বাৰ শুনিছো তথাপিও শুনি থাকিব মন গৈছে ❤ বহুত বহুত ধন্যবাদ এনে এটি অপূৰ্ব গীত উপহাৰ দিয়া বাবে ❤❤
    ইখন হাতে সিখন হাতক চুই চাবলৈ হাহাকাৰ কৰিছো❤❤ উফ পাগল কৰি দিছা❤❤❤❤❤❤

  • @ahomaxom8416
    @ahomaxom8416 Рік тому +8

    ভাল লাগিল।।
    আশা কৰোঁ এনেকুৱা অন্তৰ চুই যোৱা গান আগন্তুক দিনত শুনিব পাম বুলি।।
    মাৰ্ঘেৰিটা ♥️

  • @heifoodies3602
    @heifoodies3602 10 місяців тому +2

    এই গানটোত আবেগটো অলপ সুকীয়া.....কেতিয়াও শব্দৰ ৰূপ নোলোৱা মোৰ মনৰ ভাববোৰ চকুপানী হৈ যায় এই গানটো শুনিলে.....I often heard this song in the background while talking to him on the phone.. but....... Now I play this and cry...…(Bu)

  • @bondanaborah7798
    @bondanaborah7798 5 місяців тому +5

    উফ্ কিবা এক বেলেগ শান্তি আছে, প্ৰতিটো শব্দক অনুভৱ কৰিছোঁ।

  • @luhitchutia9525
    @luhitchutia9525 10 місяців тому +2

    মনৰ প্ৰশান্তি। বিজতৰীয়া কিছুমান সুৰত অভ্যস্ত আমাৰ সংস্কৃতিত নতুনত্বৰ সংযোজন। হাতত চাহ কাপ লৈ শুনি আছো আৰু শুনি যাম.....

  • @herambasaikia3562
    @herambasaikia3562 9 місяців тому +3

    Speechless ....

  • @Anurag_zero7
    @Anurag_zero7 9 місяців тому +2

    ব্যতিক্ৰম❤️❤️❤️

  • @arupkalita644
    @arupkalita644 Рік тому +12

    Uff ককাইদেউ কি কম শুই উঠি wp ৰ status pai youtube t ahi golu কাণত headphone লৈ বহুত বাৰ শুনিছোঁ ৰাতিপুৱাই বহুত ধুনীয়া গান এটা শুনিবলৈ পালোঁ

  • @akashnilgogoi905
    @akashnilgogoi905 4 місяці тому +3

    গান টো শুনো হে শেষ হৈ যায়,,,কেতিয়া শেষ হয় গম এ নাপাওঁ গোটেই দিন ৰাতি শুনি থাকিলেও আমনি নালাগে ইমান সুন্দৰ গীত ইমান ধুনীয়া কথা সুৰ সংগীত শুনিলে শুনি থাকিব এ মন যায়,,,,, আগলৈ আৰু এনেধৰণৰ গীত শুনিবলৈ পাম বুলি আশা কৰি আছো❤❤

  • @trailokyakashyap5147
    @trailokyakashyap5147 Рік тому +5

    বহুত সুখী । কেনে পালোঁ বুজাই কবলৈ কেতিয়াবা শব্দ নাথাকে

  • @TroilukyaNath
    @TroilukyaNath 6 місяців тому +2

    Ufff❤❤ সুন্দৰ কন্ঠ ❤

  • @bidyutkonwar6062
    @bidyutkonwar6062 Рік тому +6

    ভাষাৰে বুজাব নোৱাৰিম।।এটা সুন্দৰ গীত উপহাৰ দিয়া বাবে।।

  • @monjudevi1576
    @monjudevi1576 Рік тому +2

    হৃদয়ৰ স্পন্দন বিৰৰ লগত গানৰ তাল বোৰ বাজি উঠিছে ❤ বাৰে বাৰে শুনি আমনি নলগা এটি গীত ❤ ধেমাজি মাছখোৱাৰ পৰা মৰম জাছিলো ❤

  • @Kharkhuavlogger
    @Kharkhuavlogger Рік тому +5

    উফ কি যে গান। কেনেকুৱা এটা যে সাংঘাটিক ধুনীয়া সংমিশ্ৰণ। মন চুই গল।

  • @dipjyotimoran3334
    @dipjyotimoran3334 5 місяців тому +2

    অপূৰ্ব সৃষ্টি ❤❤❤,,,হিয়া ভৰি পৰে,,❤❤ গানটো শুনিলে,,, অলেখ শুভকামনা,,,😊

  • @himadrihazarika9334
    @himadrihazarika9334 Рік тому +7

    বাৰে বাৰে শুনিছোঁ।।।।নিজৰেই এটা যেন অপ্ৰকাশিত কাহিনী।।।।যাক কোৱা নাযায় ।।।।চুই চাব ও নোৱাৰি অথচ অনুভৱৰ দোলনিত দুলি থাকে অহৰহ

    • @thekaaju
      @thekaaju Рік тому

      ধন্যবাদ 🙏

    • @samiranborah2683
      @samiranborah2683 5 місяців тому

      সচাঁই অ ..হৃদয় ও উচুপে মাজৰাতিৰ প্ৰকৃতিৰ নিস্তব্ধ বুকুত

  • @NivaraniRaniChetia-uz9lu
    @NivaraniRaniChetia-uz9lu 2 місяці тому +2

    কি যে আচৰিত গীত। গীতৰ কথা সুৰ আৰু কণ্ঠদান আৰু অনুভৱ লগতে পুৰণি বাদ্য কেই পদৰ মুখ্য সংমিশ্ৰণ। বৰ্তমান সময়ৰ গীত বোৰ বৰকৈ শুনা নহ‌য়। কিন্তু তোমাৰ এই গীতটো প্ৰথম শুনাৰ পৰা এতিয়ালৈকে কিমান বাৰ যে শুনিছো বুজাব নোৱাৰিম।আৰু অনুৰাগ নামটো মোৰ বৰ প্ৰিয় কাৰণ মোৰ একমাত্ৰ পুত্ৰ অনুৰাগ। তোমাৰ গীতৰে মই কথা নোহোৱা চুটি ছবি এখন বনোৱাৰ কথা ভাবি আছো বাবে তোমাৰ অনুমতি বিচাৰি ছো লগতে যদি তোমাক যোগাযোগ কৰিব পৰা নম্বৰ টো দিয়া নিশ্চয় কৃতাৰ্থ হম।

  • @Manashi-
    @Manashi- Рік тому +5

    শব্দ বোৰ ইমান ধুনীয়া । কণ্ঠটোত কি ধুনীয়াকৈ প্ৰাণ পাইছে।ভাল লাগিছে❤

    • @nmhp111
      @nmhp111  Рік тому

      Bohut bohut dhonyobad ❤️

  • @rainbowstudio4728
    @rainbowstudio4728 Місяць тому +3

    This music deserve millions views ❤
    Soulful music ❤

  • @pattram7645
    @pattram7645 Рік тому +11

    শতবাৰ ধন্যবাদো কম হব, কিয়নো শতবাৰ শুনিয়েইটো মনটো ক্ষান্ত নাথাকে। বহু সাধনাৰ ফলৰ গীত এয়া। সকলোলৈ অশেষ শুভেচ্ছা এনে QUALITY PRODUCT এটা উপহাৰ দিয়া বাবে। ❤️❤️❤️❤️❤️❤️

  • @Bhagyashree__077
    @Bhagyashree__077 Рік тому +4

    উফ্!কন্ঠয়ে হৃদয় জিকিছে🥺❤
    গানটোৰ মাজৰ এফাঁকি আজি শুনিছিলো কাৰোবাৰ Status ত কিমান যে বিছাৰিছো সকলোতে নাপাওঁ হে নাপাওঁ,কিমান বাৰ যে Search কৰিছো মাজৰ যি অকণমান শুনিছিলো ঠিক নাই,অৱশেষত পালো🥺❤

  • @rikmoyshayari1818
    @rikmoyshayari1818 Рік тому +7

    অশান্ত মনক শান্ত কৰা এটি জীয়া গীত।❤️❤️❤️👍

  • @dipankargogii6039
    @dipankargogii6039 Рік тому +2

    Bor hundor ortho ❤

  • @prayagsaikia5013
    @prayagsaikia5013 Рік тому +6

    এই শুনিলো উশাহৰ টান
    সুৰীয়া কবিতাত প্ৰেমৰ উমান
    উপচি পৰিল দিল দৰিয়া
    অনাবিল অনুভৱে পৰশা ♥ হিয়া
    অম্লান হৈ ৰওক ইন্দ্ৰনীল তোমালোকৰ গান
    অভিনন্দন
    : প্ৰয়াগ শইকীয়া:

    • @nmhp111
      @nmhp111  Рік тому

      Thank You so much 🙏😊

  • @saikiaacademy7826
    @saikiaacademy7826 6 місяців тому +1

    অমৃত সংগীত । বহু সাধনাৰ পিছত হে এনে সৃষ্টি কৰিব পাৰি । সচাই প্ৰশংসনীয় । শুভকামনা থাকিল সকলোলৈ ❤❤

  • @khirodjyotibora
    @khirodjyotibora Рік тому +6

    ইমান সুন্দৰ। শব্দহীন..🙏🙏❤❤
    ইন্দ্ৰনীল ছাৰ 🙏🙏

    • @nmhp111
      @nmhp111  Рік тому

      Thank Youuu ❤️

  • @axomomgaming6147
    @axomomgaming6147 Рік тому +6

    অনুৰাগ দা।।। আপোনাক লাগে
    তোমাৰ voice 🔥🔥🔥🔥🔥
    এতিয়া লৈকে 100 বাৰ উপৰত হুনিলো গান তো হেপাহ পলুৱা নাই,,,❤❤❤

    • @thekaaju
      @thekaaju Рік тому

      Thank You from team "UXAAH" ❤

  • @swopnamkashyap
    @swopnamkashyap 6 місяців тому +3

    Uff হৃদয় চুই গৈছে ❤❤ইমান সুন্দৰ লিখনি সুন্দৰ কন্ঠ সুন্দৰ সংগীত ব্যৱস্থাপনা❤❤ ধন্যবাদ ইমান ধুনিয়া গীত এটা উপহাৰ দিয়াৰ বাবে 😊😊

  • @DPD2729
    @DPD2729 2 місяці тому +2

    Lyrics and composition and voice❤.....aibur song viral kio nohoi...ajihe hunilu 1st...what a song🔥

  • @NDASBYKAKI
    @NDASBYKAKI Рік тому +4

    এইটো এটা কেৱল গীতৰ কথাই নহয়।অসান্ত মন সান্ত কৰা গীত❤️💕

  • @anamikasaikia9066
    @anamikasaikia9066 6 місяців тому +3

    হৃদয় চুই যোৱা এটি গীত। বাৰে বাৰে শুনিয়ো যে আমনি লগা নাই।

  • @adityaboruah7208
    @adityaboruah7208 10 місяців тому +4

    ভাষা নাই কবলৈ,অসমীয়া সংগীত আপোনালোকৰ হাতত সুৰক্ষিত❤❤❤

  • @tulumonikonwar9724
    @tulumonikonwar9724 Рік тому +4

    আপোনালোকৰ দাদা বহুত ডাঙৰ এগৰাকী অনুৰাগী ❤️ ভাল গানবোৰ ভাল মানুহৰ লগতে থাকক দিওঁক এনেকে 😚 আৰু আগুৱাই গৈ থাকক । বহুত ভাল পাওঁ আপোনাক 🙌 গানটোৰ লগত জড়িত প্ৰত্যকজন ব্যক্তিলৈ মৰম ❤️ আৰু শুভকামনা জনাইছোঁ ধেমাজিৰ পৰা।

    • @thekaaju
      @thekaaju Рік тому

      আপোনালৈও "উশাহ" ৰ টীমৰ তৰফৰ পৰা অশেষ ধন্যবাদ 🙏

  • @nimaymandal6915
    @nimaymandal6915 Рік тому +4

    বহুত বহুত ভাল লাগিল xune mojja Anurag. 👌👌👌💐💐💐

  • @karishmasvlog6467
    @karishmasvlog6467 Місяць тому +2

    Xdai huni thkileu Amoni nologa eti Geet ❤️❤️👌

  • @melophile30
    @melophile30 8 місяців тому +3

    Can't believe. Such a masterpiece creation 😍 speechless ❤ l have already failed to count on how many times I've listened to this masterpiece ❤

  • @maina8366
    @maina8366 Рік тому +3

    ফুটনি মাৰি কোৱা নাই মই ভাল গানৰ পাগলা হয় । হাজাৰ গান শুনিছো বিভিন্ন ভাষাৰ গান শুনাৰ অভ্যাস আছে। কিন্তু এইটো গান কি বনাইছে ৰে
    What a composition. I'm obsessed with this song .I felt The line '' ইখন হাতেৰে সিখন হাতক চুই চাবলে হাহাকাৰ কৰিছো''❤️
    but Composition my God কি ক'ম। এটা কথা কওঁ‌ শুব কমেই পাব অসমীয়া গানত এইটো অনুভৱ ''pure composition''.
    #composition

    • @thekaaju
      @thekaaju Рік тому

      ‘উশাহ’ এলবামৰ টীমৰ তৰফৰ পৰা আপোনালৈ অশেষ ধন্যবাদ 🙏

  • @kalpajyothazarika6644
    @kalpajyothazarika6644 Рік тому +3

    Masterpiece...💗হয়তো শব্দৰে ব্যক্ত কৰিব পৰা নাই ধুনীয়া গীতটি....Loop ত শুনি আছোঁ ...💗

    • @dixitdas45
      @dixitdas45 Рік тому

      Suggested by One and Only Dixitdas 😂❤

  • @deepjyotichoudhury1019
    @deepjyotichoudhury1019 4 місяці тому +1

    উফ!!!!
    কি গান। অসমীয়া সংগীতৰ নতুন সোৱাদ, নতুন সম্পদ।।
    উশাহে হৃদয় কঁপাই তুলিছে!!!!
    কৰুণ যদিও মিঠা অনুভৱ।।
    যোৱাকালিৰ পৰা শুনিয়েই আছোঁ শুনিয়েই আছোঁ, আমনি লগা নাই।
    এনেধৰণৰ অনেক সৃষ্টিৰ আশা ৰাখিলো।

  • @JutimalaBuragohain
    @JutimalaBuragohain Рік тому +8

    বহুত ধুনীয়া, বহুত দিনৰ পিছত এটি মন চুই যোৱা গীত 🤍

    • @nmhp111
      @nmhp111  Рік тому +2

      Thank Youuu so much ❤️.... We are admirers of your works too ☺️ thanks for giving us a ear... Please feel free to share amongst your friends ❤️

    • @anuragbarua0102
      @anuragbarua0102 Рік тому +1

      Thankyou so much baa❤❤ means a lot❤❤

  • @pratimaadhikari6862
    @pratimaadhikari6862 2 місяці тому +2

    পাগল হৈ যাম আৰু এইটো কে শুনি শুনি। Fainted 😭

  • @nripankarbairagi-gu4rs
    @nripankarbairagi-gu4rs Рік тому +6

    Excellent.bhal lagil.sundar.mantu bhal lagil gantu suni.lakue dhunia likhisa.good singing.

  • @JubileeBhattacharya
    @JubileeBhattacharya Місяць тому +2

    ইখন হাতেৰে সিখন হাতক চুই চাবলৈ হাহাকাৰ কৰিছোঁ 🥺❤️

  • @dhrubajyotipatra5515
    @dhrubajyotipatra5515 Рік тому +5

    গীতৰ কথা ,সুৰ,কণ্ঠ,সংগীত....কি কম অপূৰ্ব সমাহাৰ....মন চুই গ'ল....সুন্দৰ❤

  • @namitatsk1146
    @namitatsk1146 5 місяців тому +4

    কি ধুনিয়া গান অ❤️❤️কিমান বাৰ যে শুনিলোঁ হিচাপ নাই আজি❤️❤️

  • @bidyutsaikiachannel1682
    @bidyutsaikiachannel1682 Рік тому +4

    Bht সুন্দৰ....what a lyrics...mojja lgil শুনি

  • @mridujyotisonowal7125
    @mridujyotisonowal7125 8 місяців тому +2

    মনৰ শান্তি। ইমান নিখুঁতভাবে শব্দবোৰ সজাইছে❤❤❤

  • @Aditiyatech
    @Aditiyatech Місяць тому +3

    ধুনীয়া লাগিছে হেঁপাহ নপলাই অ ❤❤

    • @Aditiyatech
      @Aditiyatech Місяць тому

      আৰু দিব দাদা ভাল লাগিল

  • @samudrakumarphukan5259
    @samudrakumarphukan5259 Рік тому +2

    ইমান সুন্দৰ গান ....love you dada.
    কিবা এখন অচিন দেশলে গুছি গ'লো গানটো শুনি...😘❤❤❤

    • @thekaaju
      @thekaaju Рік тому

      Thank You ❤ from team "UXAAH"

  • @anupambarua1264
    @anupambarua1264 Рік тому +5

    বহুত ধুনিয়া হৈছে আগুৱাই যোৱা আশীৰ্বাদ থাকিল

  • @RajSaikia-fu1ot
    @RajSaikia-fu1ot 5 місяців тому +1

    জীৱন তোৰ কিছুমান স্মিতি মনত পেলাই দিয়া এনে গান শুনি নিজকে এক অচিনাকি যেন অনুভৱ হৈছে।।। ইমান ধনীয়া ❤❤❤❤

  • @didrikshahandique7087
    @didrikshahandique7087 8 місяців тому +4

    This song became my addiction now a days❤ why these lyrics are so soothing 😭❤

  • @UnsteadyMusic
    @UnsteadyMusic Рік тому +2

    ইমান ধুনীয়া

  • @unknownshorts3291
    @unknownshorts3291 Місяць тому +3

    Ki lyrics likhisa bro mind blowing ❤❤❤

  • @AchyutBorah-nf3uu
    @AchyutBorah-nf3uu 7 місяців тому +2

    অতি সুন্দৰ হৈছে আগুৱাই যোৱা।।।এনেকুৱা zone ত গান গোৱা মানুহ খুব কম।।।❤❤❤

  • @sharodeehandique3021
    @sharodeehandique3021 Рік тому +5

    সুন্দৰ.....বহুদিনৰ পাছত এটা মন চুই যোৱা গীত শুনিলো💓

    • @nmhp111
      @nmhp111  Рік тому

      অশেষ ধন্যবাদ 💗

  • @thefunnygamers7620
    @thefunnygamers7620 2 місяці тому +2

    lyrics , animation,mixing ,everything 🫡💞

  • @vupalibaishya-q4k
    @vupalibaishya-q4k 6 місяців тому +3

    হাজাৰ বাৰ শুনিলেও যেন মনটোৱে আকৌ কয়..আৰু এবাৰ ❤.. outstanding 🫶🏻✨

  • @DiamondAasamese
    @DiamondAasamese Рік тому +2

    Classic...
    এক অন্য গীত
    এক অন্য সোৱাদ .....
    ........💞........

  • @honkshisaikia
    @honkshisaikia 7 місяців тому +7

    গীতটি আমাক উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ।। ভাগৰুৱা সময়খিনিত, উৎপাত কৰি ফুৰা মনটোৱে অলপ সকাহ পাইছে ♥️

  • @taraligoswami8643
    @taraligoswami8643 Місяць тому +2

    Imn dhuniya gan tu xsake❤️ outstanding😌kiba ata vl lgi gol

  • @WSWxOGGY
    @WSWxOGGY 6 місяців тому +3

    Ghopok koi ulaisile geet tu.. Rokhai thoi dise.. Bohut dhuniya lagile❤

  • @নীৰনিৰ্মল
    @নীৰনিৰ্মল 6 місяців тому +2

    বুকুৰ ইপাৰ শিপাৰ হৈ অনুভৱবোৰ আকাশৰ শিপাৰ পালে গৈ মনটো চোন উভতি আহিব নোখোজে❤

  • @salmanasrin1391
    @salmanasrin1391 Рік тому +6

    Akou ebar xunisu dei.. ratir play list t add hboi mane.. kiba ek xanti lagil xuni,and voice tu👌👌

  • @shilpishikhaburagohain2750
    @shilpishikhaburagohain2750 Рік тому +2

    উফ্ ! শব্দবোৰে চুই গৈছে 💗 কিমান যে শান্তি গীতটিত .....

  • @NACHARITYFOUNDATION
    @NACHARITYFOUNDATION Рік тому +4

    Spotify প্ৰথম দিনৰ পৰাই শুনি আছো এটি পলৰ বাবে হলেও আমনি লগা নাই । আজি এতিয়া আকৌ UA-cam ত শুনিব আহিলো । ভাৱিলো কমেন্ট এটা দি যাওঁ । হিৰু অ' মানিছো কিন্তু কেনেকৈ পাৰা ইমান সুন্দৰ গান উপহাৰ দিব । #কাৰউশাহলৈ অপেক্ষা কৰি আছো শুনকালে দিয়া । আৰু ইন্দ্ৰনীল দা তোমাক ধন্যবাদ আকৌ এবাৰ ,মানিছো তোমাক

    • @nmhp111
      @nmhp111  Рік тому +1

      বহুত বহুত ধন্যবাদ, নিবিড় দা! ❤️❤️ এনেকৈয়ে সাহস দি যাব.... ❤️

    • @NACHARITYFOUNDATION
      @NACHARITYFOUNDATION Рік тому +1

      বহুত ভাল কাম কৰিছা হিৰু ।

  • @ChirajBoruah
    @ChirajBoruah 6 місяців тому +2

    Apunar gan huni mntu je korbat kunuba khinit bikhai jai .... Eman hundr ata ganr hur ru kotha hunim buli voba nasilu ... Apuni jui dada ❤

  • @kangkanatalukdar6925
    @kangkanatalukdar6925 Рік тому +10

    কিমান বাৰ শুনিছো গানটো আজিলৈ হিচাপ নাই। প্ৰতিটো শব্দই মনটোক চুই যায়। ইখন হাতেৰে সিখন হাতক চুই চাবলে হাহাকাৰ কৰিছো.....উফ!

    • @thekaaju
      @thekaaju Рік тому

      ধন্যবাদ 🙏

    • @kangkanatalukdar6925
      @kangkanatalukdar6925 Рік тому +2

      এই যে বাৰে বাৰে গীতটিৰ প্ৰেমত পৰিছো...!
      অকল গীতৰ কথাখিনিৰ কথাই কোৱা নাই, সুৰ, ধৰণ বা কম বাজনাত গোৱা ধৰণটো, লগতে হাৰমনিয়ামৰ সুৰ, গোটেই মিলি কিবা আইতাই সাধু কথা ক'লে যি ৰস পাইছিলো তেনে অনুভৱ এটি আহিছে অন্য ধৰণেৰে। লগতে মাতটিটো যেন এক আবেগ আছে। সকলো মিলি Perfect👌

    • @thekaaju
      @thekaaju Рік тому

      ❤️

    • @kamalatalukdar8324
      @kamalatalukdar8324 Рік тому

      Hosakoi dei . Bor dhuniya . Bohudinor murot gan eti hunilu

  • @BarshaSaikia-ys7ih
    @BarshaSaikia-ys7ih Рік тому +1

    ইমান ধুনীয়া গান,বাৰে বাৰে শুনিলেও আমনি নালাগে❤🌼দিনটোত কিমান বাৰ শুনো হিচাপ নাই।

  • @anishakalita828
    @anishakalita828 Рік тому +4

    সঁচাকৈয়ে বহুত ভাল লাগিল গান টো শুনি ।😌❤️

  • @Heemuu0
    @Heemuu0 6 місяців тому +3

    Ajiu ei gaan tu amoni ba purona jen anubhav nhoi othosa notun aru kiba ata vhal lagi jai hridoi sui jai ,, masterpieace❤😊

  • @shikhahazarika1209
    @shikhahazarika1209 Рік тому +6

    বাৰে বাৰে শুনিও মন নভৰে.. ইমান মধুৰ

    • @nmhp111
      @nmhp111  Рік тому

      Thank Youuu so much ❤️

  • @PikuDas567
    @PikuDas567 3 місяці тому +1

    এইটো কেৱল এটা গীতেই নহয় ! এক হৃদয়ৰ স্পন্দন ❤।