O Akash - Zubeen Garg & Satabdi Borah | New Assamese Song

Поділитися
Вставка
  • Опубліковано 18 жов 2024
  • MirchiAssam Presents "O Akash" sung by Zubeen Garg & Satabdi Borah
    Song : O Akash
    Singer : Zubeen Garg & Satabdi Borah
    Lyrics & tune : Ikram H. Juwel
    Music : Ankur Saikia
    Mixed & Mastered : Diganta Bordoloi
    Producer: Nekib Hoque
    Call/Whatsapp: 8822526901

КОМЕНТАРІ • 1,1 тис.

  • @gariyasisaikia1975
    @gariyasisaikia1975 3 роки тому +27

    জুবিন দা আমাৰ জীৱন তেখেতৰ পৰাই আমাৰ নতুন প্ৰজন্মৰ মাজত এক জীপাল মন গঢ়ি উঠে তেখেতে আমাৰ নতুন প্ৰজন্মৰ সাহস😍😍😍

  • @abhijitsaikia6476
    @abhijitsaikia6476 3 роки тому +62

    অশান্তিৰ মাজত শান্তি বিচাৰি পাওঁ, যেতিয়াই কোলাহল এই পৃথিৱীৰ পৰা আঁতৰি আহি নিস্তব্ধ আকাশৰ তলত থমকি ৰোৱাৰ চেষ্টা কৰোঁ, তেতিয়াই বাৰে বাৰে চকু মুদি শুনি পাওঁ এই গীতটি । পাহৰি যাওঁ সেই যান্ত্ৰিকতাৰ জীৱনটি । দাদাৰ লগতে শতাব্দী ৰ কণ্ঠয়ে বাৰুকৈয়ে হৃদয় স্পৰ্শ কৰিছে । ❤️❤️❤️❤️❤️

  • @assamesearmyboy5961
    @assamesearmyboy5961 3 роки тому +49

    জুবিন দা অসমৰ সংগীত জগতৰ এক উজ্বল ধ্ৰুৱ তৰা আপোনাক কেতিয়াও কোনো কাৰণতে হেৰুৱাব নিবিচাৰোঁ ভগৱানে আপোনাক কুশলে ৰাখক .. আপোনাৰ গানে বহুতক জীয়াই থকাৰ কিবা এটা কৰাৰ অনুপ্ৰেৰণা যোগাই ...সমগ্ৰ অসম বাসীৰ আশীৰ্বাদ আপোনাৰ শিৰৰ ওপৰত বিৰাজমান হৈ আছে❤️❤️

  • @bulendeka1005
    @bulendeka1005 4 роки тому +58

    অসমীয়া সংগীতৰ পিতৃ স্বৰুপ জুবিন দা ❣️🔥🔥🔥

  • @anupamabaishya5768
    @anupamabaishya5768 4 роки тому +355

    ধন্য সেই মাতৃ যিয়ে আপোনাৰ দৰে এজন কণ্ঠৰ পুত্ৰক জন্ম দিলে , তেওঁ আমাৰ সকলোৰে অতিকৈ মৰমৰ জুবিন দা , তেওৰ গান প্ৰতি মুহূৰ্তত শুনো সুখতো দুখতো , এই গানটো বহুত বহুত ভাল লাগিছে ❣️❣️♥️♥️💚💚😘😘

  • @Suman-mahi_7
    @Suman-mahi_7 4 роки тому +20

    এটাই কথা কও..... আপোনাৰ বিষয়ে যিয়ে যি কয় কৈ থাকক, আপুনি মোৰ ভগৱান হয়🙏🙏, lv u dada❤️❤️.....জয় জুবিন দা ❤️🙏

  • @dekavideos6404
    @dekavideos6404 3 роки тому +40

    শুনি শুনি আমনি নালাগে জুবিন দাৰ কন্ঠৰ গান.... হৃদয় চুই গ'ল 😞 জয় জুবিন দা ❤️❤️❤️🥰
    মৰহা পাহিৰে ফুলে কি নুফুলে
    সপোনৰ কলি আজি
    দিঠকত শুকালে 😞😞

  • @riyansnetwork9510
    @riyansnetwork9510 4 роки тому +288

    টেক্সী গাড়ী, মাছলে যোৱা, আলট্ৰাচন, অটৱালা,.....এইবোৰ শুনাবোৰেহে দিছলাইক কৰিব। জুবিন দাৰ গান এইবোৰে বুজি নাপায়। যিকি নহওক জুবিন দা সদায় চিৰসেউজ হৈ থাকক।জুবিন দা আমাৰ আৱেগ।
    জুবিন দা অহংকাৰ।
    জয় জুবিন দা।
    Love from DIBRUGARH 💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖

    • @60secstatus2
      @60secstatus2 4 роки тому +6

      Mur channel subscribe kra moi back krim dia 😘😘😘😘

    • @kongkonborah7693
      @kongkonborah7693 4 роки тому +7

      akdom hosa koisa

    • @devajitburagohain8122
      @devajitburagohain8122 4 роки тому +4

      সঁচা কথা

    • @kandarparoy5937
      @kandarparoy5937 4 роки тому +4

      Right

    • @tusharjyotinath6329
      @tusharjyotinath6329 3 роки тому +3

      Moi tu vigu ne ki kheibilak gawokor namei najanu 420 bokwaz fotuya gan gai okhomiya gan buli anor agot laj lage kintu Bollywood hindi language or lukok zubeen da amar assamor koi gourov anuvob koru..

  • @gayatridas6419
    @gayatridas6419 4 роки тому +153

    অহ কি সুন্দৰ... দাদা আপোনাৰ কণ্ঠই নাজানো কিয় চকু পানী বোৱাই দিয়ে... সঁচাকৈ নৈ ত ওপঙি যোৱাৰ দৰে অনুভৱ। বা আপোনাৰ কণ্ঠ ও অতি সুন্দৰ

  • @কলিতাদাৰলৰাটো

    গায়ক বহুত আহিৱ আৰু বহুত জাৱ জুবিন দা হিদয়ত থাকি যাৱ ♥️

    • @sharifahmed9341
      @sharifahmed9341 Рік тому +1

      Right

    • @InnocentSlug-yp8qb
      @InnocentSlug-yp8qb 4 місяці тому

      ​@@sharifahmed9341😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @NikumoniHazarika-rp9vc
      @NikumoniHazarika-rp9vc 3 місяці тому

      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤​@@sharifahmed9341

    • @NXTMONSTERKILLER
      @NXTMONSTERKILLER 3 місяці тому +2

      Jay Zubeen da

    • @hiteswarpanging1212
      @hiteswarpanging1212 3 місяці тому

      Q

  • @najkitchen7329
    @najkitchen7329 4 роки тому +40

    ইমান ধুনীয়া হৈছে, শুনিলে শুনিয়ে থাকিব মন যায়😍

  • @jagadishdas9546
    @jagadishdas9546 3 роки тому +29

    সৰুৰ পৰাই মই জুবিন দাৰ প্ৰেমিক❤️
    জয় জুবিন দা❤️❤️ জুবিন দা আমাৰ সাহস প্ৰাণ।।

  • @pratimboruah6865
    @pratimboruah6865 3 роки тому +23

    " অ' আকাশ ........... । " এটা মৰ্মস্পৰ্শী গান । জুবিন আৰু শতাব্দীক ধন্যবাদ ।

  • @preetipujakataki790
    @preetipujakataki790 4 роки тому +57

    যাদু যেন তোমাৰ মাত মাইনা বা ❣️..... একে ৰাহে শুনিয়েই থাকিলেও আমনি নালাগে ..... শুভেচ্ছা থাকিল প্ৰতিজন ব্যক্তিৰ মুখে মুখে প্ৰচলিত হৈ পৰক 😍😍🥰

  • @muntukuria788
    @muntukuria788 3 роки тому +42

    জুবিন দা মানে যাৰ কন্ঠই মন প্ৰাণ জুৰ পেলাব পাৰে।।।..Love you zubeen da..i love this song😍😍😍😍

  • @porismitaduttaofficial1753
    @porismitaduttaofficial1753 4 роки тому +126

    শতাব্দী বা কি গাইছা হয় ইমান ধুনীয়া লাগিছে জুবিন দা কথাটো কব নালাগে ।সুন্দৰ এটি গীত

    • @ajalideka836
      @ajalideka836 4 роки тому +1

      বহুত ভাল লাগিল শুনি 💕💕💕💕💕

    • @jagadishkakati4517
      @jagadishkakati4517 3 роки тому

      প্ৰাণ ঢালি গাইছে❤️❤️

    • @raju.southvideo1545
      @raju.southvideo1545 3 роки тому

      ua-cam.com/video/b1p8AHQSnrw/v-deo.html

  • @jadabdeka7529
    @jadabdeka7529 3 роки тому +27

    আনৰ গান যিমানেই নোখোনো কিয় জুবিন দাৰ গান নোখোনিলে টুপনি নাহে বেলেগৰ গান যিমানেই বাজি নেথাকক মনত জুবিন দাৰ গানহে বাজি থাকে আই লাভ ইউ জুবিন দা

  • @bindassgirl5515
    @bindassgirl5515 4 роки тому +55

    Uffffff gaan2 huni mon vorii jaii 😘😘
    Zubben dar krne ata like

    • @60secstatus2
      @60secstatus2 4 роки тому +1

      Mur channel subscribe kra moi back krim dia 😘😘😘😘

    • @bindassgirl5515
      @bindassgirl5515 4 роки тому

      @@60secstatus2 Mir chanel 2 eku diyai ny

    • @60secstatus2
      @60secstatus2 4 роки тому

      Ok mur to kori diya 😘

    • @raju.southvideo1545
      @raju.southvideo1545 3 роки тому

      ua-cam.com/video/b1p8AHQSnrw/v-deo.html

  • @sanjibbora458
    @sanjibbora458 2 роки тому +27

    জুবিন দা ৰ গান শুনা মানেই জীৱন ধন্য❤️❤️

  • @pratulborah76
    @pratulborah76 4 роки тому +24

    জুৱেল তোমাৰ গীত টি শুনিয়েই আছো । শুনিয়েই আছো । অংকুৰৰ সংগীত অ‌ংকুৰিত হ'ল । জুবিন গাৰ্গ আৰু আমাৰ শতাব্দীৰ কণ্ঠৰ যাদুৱে মন্ত্ৰ মুগ্ধ কৰি ৰাখিছে । আৰু গীত উপহাৰ দি যোৱা👍👍

    • @IkramHJuwel
      @IkramHJuwel 4 роки тому

      অশেষ ধন্যবাদ প্ৰতুলদা । মন্তব্যই উৎসাহিত কৰিলে ॥

  • @rajibdutta8022
    @rajibdutta8022 4 роки тому +34

    মাজৰাতিও গানটোৰ আমেজ লৈছো।বহুত ভাল গীত।

  • @পাগল-থ৯প
    @পাগল-থ৯প 3 роки тому +15

    ভাল সংগীত ইয়াক কয় । যিয়ে প্ৰতিটো কালতে জীয়াই থাকিব নিজৰ সৌন্দৰ্য্য বঢ়াই থাকি ।❣️❣️❣️❣️ Heartfelt thank for the composer and the lyricist. Such a great song u have created.❣️❣️❣️❣️

    • @IkramHJuwel
      @IkramHJuwel 3 роки тому +1

      অশেষ ধন্যবাদ🙏🙏॥ মন্তব্যই অনুপ্ৰাণিত কৰিলে🙂॥

  • @fintomkalita9781
    @fintomkalita9781 4 роки тому +11

    এটি হৃদয় চুই যোৱা গান,,,,💖💖💖💖💖💖💖💖 যিমান শুনিলেও মন নভৰে...😍😍😍

  • @raktimsaikia1941
    @raktimsaikia1941 3 роки тому +18

    Relax feel কৰো গান টো শুনি। 🙏ধন্যবাদ জড়িত সকলোকে। একেবাৰে শেষৰ যে humming টো লৈকে... আহ্ কেনে সুন্দৰ 😍

  • @swagatkashayap2321
    @swagatkashayap2321 4 роки тому +18

    সচাই বৰ সুন্দৰ গান।সুন্দৰ কন্ঠ

  • @gonesh1994
    @gonesh1994 4 роки тому +71

    Beharbari outpost t hunilu.. Bisari bisari pai golu 💓💓💓💓💓 emn vl lagise 💕💕💕

    • @gonesh1994
      @gonesh1994 4 роки тому

      @chani zubeen Da rock আজিৰ পৰা ৪দিনৰ পিছৰ খণ্ড ত

    • @raju.southvideo1545
      @raju.southvideo1545 3 роки тому

      ua-cam.com/video/b1p8AHQSnrw/v-deo.html

    • @raju.southvideo1545
      @raju.southvideo1545 3 роки тому

      ua-cam.com/video/b1p8AHQSnrw/v-deo.html

    • @durlavmshry1312
      @durlavmshry1312 3 роки тому

      Link dya bhai.. moiu xunu🙄

  • @dhanjitdas3215
    @dhanjitdas3215 3 роки тому +26

    উফ.....বহুত বাৰ শুনিলো । শব্দ ,কণ্ঠ , ।এদিনত ৩০ বাৰ শুনিলো ।

  • @jaanbordoloi3806
    @jaanbordoloi3806 4 роки тому +31

    আৰু, শতবৰ্ষ জী থাকক আপুনি জুবিন দা।
    আপোনাৰ সৈতে নতুন নতুন মানুহবোৰক এনেকৈ সুবিধা দি যাওক।
    শতাব্দীৰ কন্ঠ ভাল লাগিছে।

  • @angshumoniborah2478
    @angshumoniborah2478 4 роки тому +12

    বৰ সুন্দৰ কথা,, বৰ সুন্দৰ গান,খুব ভাল লাগিল। এনে গান সদায় বিচাৰো।

  • @priyamjyotigogoi8852
    @priyamjyotigogoi8852 2 роки тому +15

    জীৱন ধন্য হৈ পৰে গীতৰ প্ৰতিটো শব্দৰ সুৰত ☺️

  • @palldas1348
    @palldas1348 3 роки тому +6

    Uff ! Ontor atama Sui jai❤️Love you zubin da..ru satabdi, Iman dhuniya 2mr voice2👌👌👌👌

  • @satyajitaxom230
    @satyajitaxom230 4 роки тому +99

    উফ্... কিমান বাৰ শুনিম আৰু নাজানোঁ, শুনিয়েই আছোঁ !

  • @dipakshisivasagar9652
    @dipakshisivasagar9652 4 роки тому +12

    কিমান বাৰ যে শুনিলো হিচাপ নাই।ইমান ভাল লাগিছে যেন শুনিয়েই থাকিম।Thank you Jubeen da nd Satabdi Ba,,ইমান সুন্দৰ গান এটি উপহাৰ দিয়াৰ বাবে।❤️❤️

    • @IkramHJuwel
      @IkramHJuwel 4 роки тому +1

      Thank you .

    • @Ritushff
      @Ritushff 3 роки тому

      Xuni xuni amoni nlge o kimn bar j xunilu hisap ny emn vl lge jen xuniei thakim hepahe nplai❤️❤️❤️

  • @kanchanjyotigohain5650
    @kanchanjyotigohain5650 4 роки тому +37

    ক’বলৈ ভাষা নাই শতাব্দী ৷ খুবেই সুন্দৰ ৷৷ তাতে জুবিন দা কন্ঠ ৷ মিস্কড মাষ্টাৰিং কৰা দিগন্ত দাকো ধন্যবাদ ৷

    • @60secstatus2
      @60secstatus2 4 роки тому

      Mur channel subscribe kra moi back krim dia 😘😘😘😘😘

  • @minakshihatibaruah1054
    @minakshihatibaruah1054 3 роки тому +7

    ইমান সুন্দৰ ।সঁচাই মন ভৰি যায় জুবিন দাৰ গান শুনিলে😍

  • @tridipdeka4885
    @tridipdeka4885 4 роки тому +19

    Moza...
    হৃদয় চুই যায়.. কি গাইছা শতাব্দী বা আৰু জুবিন দা

  • @pdsinghvs
    @pdsinghvs 4 роки тому +5

    এটি সুন্দৰ গীতৰ বাবে সুন্দৰ কথাৰ প্ৰয়োজন আৰু সেয়া অকল এগৰাকী ভাল গীতিকাৰৰ অনুভৱৰ পৰাহে সৃষ্টি হয় । ইক্ৰামক মই আজিৰ পৰা প্ৰায় ৩১ বছৰ আগত প্ৰথম লগ পাইছিলো, কান্ধত গীতাৰ খন, তেওৰ সঙ্গীতৰ সাধনা এতিয়াৰ নহয়, সেইয়া চাগে মই লগ পোৱাৰ বহু আগৰ....তোমাৰ পৰা এনেকুৱা এতি গীতেই আশা কৰিছিলোঁ ইক্ৰাম.... আমালৈ আগবঢ়োৱা এই সুন্দৰ গীতটিৰ বাবে তোমালৈ বহুত বহুত ধন্যবাদ.... লগতে জুবিন গাৰ্গ আৰু শতাব্দী বৰাৰ কন্ঠত গীতটি অনন্য হৈ পৰিল, তেওঁলোকলৈও আন্তৰিক ধন্যবাদ....

    • @IkramHJuwel
      @IkramHJuwel 4 роки тому +1

      ধন্যবাদ বন্ধু । গীতটিক প্ৰাণ দিয়াৰ বাবে জুবিন ,শতাব্দীৰ ওঁচৰত সদায় কৃতজ্ঞ হৈ থাকিম । গান ভাল পোৱা প্ৰতিজনলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছো । এই গানেৰেই সুঁৱৰিম আমাৰ সেই এৰি অহা দিন ।

  • @jundeka2344
    @jundeka2344 4 роки тому +105

    আপুনি মাথোঁ আমাৰ ভগবান হয় জুবিন দা,

    • @raju.southvideo1545
      @raju.southvideo1545 3 роки тому

      ua-cam.com/video/b1p8AHQSnrw/v-deo.html

    • @purnamojjajubeendaborah7107
      @purnamojjajubeendaborah7107 3 роки тому

      Tumar xur xosai dei xunile xuni thakibo mon juwa ganto i love you jubeen daa tumi xodai amar majot sirojibon jiai thaka

  • @PriyankaDas-uw5ey
    @PriyankaDas-uw5ey 4 роки тому +9

    Hunile huniei thakibo mon jai 😌❤️❤️

  • @ranjitdas1811
    @ranjitdas1811 4 роки тому +5

    বহুত ধুনীয়া 90 দশকৰ কন্ঠ শুনিবলৈ পাইছোঁ আমি 🙏হে ভগৱান দাদাক যেন সদায় এনেকৈ ৰাখে.

  • @tridipdas5484
    @tridipdas5484 4 роки тому +5

    Zubeen DA apunar gaan apunar mat xumodhur,xunile hepah nupuwa ati kontho...love you Zubeen da

  • @rajibkonwar7585
    @rajibkonwar7585 4 роки тому +8

    ইমান ধুনীয়া গীত শুনি থাকিলে শুনি থাকিব এ মন গৈ থাকে।

  • @jeenisaikia1566
    @jeenisaikia1566 3 роки тому +10

    Soothing music. Lovely song..... Superb lyrics. Zubeen always best. Satabdi....so sweet voice. Best wishes .

  • @biki690
    @biki690 2 роки тому +9

    উফ কি কন্ঠস্বৰ জুবিন দা , শতাব্দী বা💕

  • @jeenisaikia1566
    @jeenisaikia1566 4 роки тому +17

    You are our pride Ikram Da......Excellent lyrics ......Superb song....and Zubin is always best.....thanks for creating such a lovely song.

  • @chandandas5129
    @chandandas5129 4 роки тому +17

    বহুত ধুনীয়া কণ্ঠ শতাব্দী বা তোমাৰ জুবিন দাৰ কথাটো কবই নালাগে আৰু লগতে গানটো ধুনীয়া হৈছে । বহুত বাৰ শুনিলোঁ এতিয়ালৈকে

  • @chitrajitlahon9507
    @chitrajitlahon9507 4 роки тому +9

    কি সুন্দৰ😍😍,,, বিচাৰি বিচাৰি আজি পালো গানটো,

  • @rubulahmed6612
    @rubulahmed6612 4 роки тому +19

    সুন্দৰ গীত... মন-প্ৰাণ জীপাল কৰি তুলিলে...

  • @nitupranay7114
    @nitupranay7114 4 роки тому +7

    _খুব_ _সুন্দৰ_ 🤘 _বহু_ _দিনৰ_ _বিৰতিৰ_ _পাছত_ _শতাব্দী_ _বা_ _আৰু_ _জুবিন_ _দাই_ _গোৱা_ _গীত_ _এটি_ _শুনি_ _পালোঁ_ 😘😘

  • @nabajyotihira9237
    @nabajyotihira9237 4 роки тому +13

    ইমান ধুনীয়া লাগিছে ..গান টো .. মই দিনটো শুনি আছো ❤❤❤❤

  • @diganta274
    @diganta274 4 роки тому +5

    শুনি এ আছো আৰু কিমানবাৰ শুনিম নাজানো.. বহুত ভাল পাওঁ জুবিন দাক 😘

  • @manalishaboruah7656
    @manalishaboruah7656 4 роки тому +7

    Dhuniya aru bahi dhuniya bajaise Alen Burhagohain 👍👍👍👍👍

  • @pranitabora7419
    @pranitabora7419 4 роки тому +4

    🤗👍Mon toh bhal lagi gol gaan toh huni.beautifull nice song.Zubeen daa aru Satabdi baa.👌

  • @mriganshuneog1046
    @mriganshuneog1046 3 роки тому +3

    Bhal lagi goise dai

  • @ankurprotimboruah6911
    @ankurprotimboruah6911 4 роки тому +4

    Speechless....vakha nai kobole..hundor uposthapon....❤❤

  • @parinitabujarbaruah7363
    @parinitabujarbaruah7363 3 роки тому +4

    Gan tu xuni mon tu bhut vl lgil....Zubeen da xdai anekoi gan gai thka...take bisaru...Xotabdi bar voice tu o bhut dhunia

  • @jitumonifrpbypass8678
    @jitumonifrpbypass8678 4 роки тому +15

    জুবিন দা জুই 🔥🔥🔥❤

  • @animationbro.
    @animationbro. 4 роки тому +4

    উফ শব্দহীন জোৱেল দা ❤️❤️❤️ আপোনাৰ লিখনিয়ে মন মগজু চুই গল 👍

  • @pabitrarabha3094
    @pabitrarabha3094 3 роки тому +8

    হাজাৰ বাৰ শুনিলেও আমনি নলগা গান।
    I love you zubeen da 🔥🔥🔥

  • @sujituzir3493
    @sujituzir3493 2 роки тому +3

    গান এনেকুৱা হে হ'ব লাগে...ইমান ভাল লাগিল শুনি!! সছাই বহু বাৰ শুনিলো!!,

  • @The.Musical.Rishii___
    @The.Musical.Rishii___ 4 роки тому +13

    ❤️😭 Satabdi Baa
    Tumar Voice Khuni Fan Hoi Golu Dei...

  • @Bprnav...
    @Bprnav... 4 роки тому +8

    Gaan,,,,gaan,,,,ki gaan gaise zubeen da,,,,rlly m tottly speech-less today.....Hosa koi bhut,,bhut dhunia lgil geet'ti huni.....and #Satabdi baa u olso (swt vocal).........love u #zubeendaa n #Satabdi baa.....💖💖💖👍👍👍👍

  • @bgogoi1348
    @bgogoi1348 4 роки тому +14

    কি কন্ঠ নিগৰাইছে ‌
    শুনি আমনি নলগা এটী গান।

  • @chitraleedutta2532
    @chitraleedutta2532 3 місяці тому +1

    Hosake hunila huni thoka ATI geet zubeen dar kotha ki kom kintu sotabddi ba asomor agoraki hu gayika konthohilpi sehera dhunia huwa kaijonitka apuni bohut uporor❤love you sotabddi ba❤

  • @sunitakachari8787
    @sunitakachari8787 4 роки тому +7

    শুনিলে মাথোঁ শুনি থাকিব মন যায়, জীৱনৰ দুখ কষ্ট সকলো পাহৰি যাওঁ।।

  • @deepjyotidas2625
    @deepjyotidas2625 Рік тому +1

    Heart touching.... voice tu hoday hridoyot thakiboi

  • @lksoundproduction9715
    @lksoundproduction9715 4 роки тому +14

    সুন্দৰ শতাব্দী,সুন্দৰ গান হৈছে আৰু অংকুৰ দাৰ সংগীত ধুনীয়া হৈছে | love you জুবিন দা

  • @pilingadeka
    @pilingadeka Рік тому +1

    অতি সুন্দৰ খুব বৰ ধুনীয়া বহুত ভাল লাগিল birat moja palu bohriya boria love you zubeen da i like it I miss you

  • @gaurangaraajmusical4727
    @gaurangaraajmusical4727 4 роки тому +6

    Bohut bohut dhuniaaaaaaa ❤️❤️❤️❤️❤️❤️❤️❤️ki nu kom ru amr nisina manuha but val lagisaa sue gosia thanks ba and dada le ❤️aru baki xokolu loike dhoinbd thkil

  • @tpmultimedia
    @tpmultimedia 4 роки тому +4

    Zubeen Daa aru Satabdi Baa gaantu xuni bohut val lagil😍😍😍😍😍

  • @davidkumarmali4488
    @davidkumarmali4488 3 роки тому +12

    Really no one can never beat this person.... Joy zubeen daa💕💕

  • @pikunath3545
    @pikunath3545 3 роки тому +8

    অতি সুন্দৰ গীত শুনিলে মন জুৰ পৰি যায়

  • @kishorsingha2403
    @kishorsingha2403 4 роки тому +3

    বেহাৰবাৰী আউত পষ্ট ত পালো গানটো বৰ ভাল লাগিল এতিয়ালৈকে কেই বাৰ শুনিলো নিজেই নাজানো হেঁপাহ নপলাই । সঁচাকৈ মন গলি যায়, খুব সুন্দৰ গান😍😍😍

  • @bhaskargogoi9276
    @bhaskargogoi9276 4 роки тому +2

    Bohut bohut xundar mon porokha eti geet, Thanx Satabdi & Zubeen Da love u both of you

  • @madhabidas8821
    @madhabidas8821 4 роки тому +12

    কি গান অ'❤️😌 বাৰে বাৰে শুনিবলৈ মন যায় ❤️

    • @60secstatus2
      @60secstatus2 4 роки тому +1

      Mur channel subscribe kra moi back krim dia 😘😘

  • @Rupam_ZG_Kakati1845
    @Rupam_ZG_Kakati1845 Рік тому +3

    লিখি দিছো জুবিন দাৰ দৰে দ্বিতীয় জন কেতিয়াও অসমত খোজ পেলাব নোৱাৰে । আমাৰ জুবিন সদায় আনতকৈ বেলেগ । জয় জুবিন দা ❤

  • @anantajyotiborah2386
    @anantajyotiborah2386 4 роки тому +8

    I don't know what is there in your tone of creating music, but I have been always loving the way you bring certain changes to the World of Music. Do you have any idea how much you have contributed to the industry, it is innumerable and immense. I would like to Thank you so Much for it. I will always remain thankful and grateful to you ji..

  • @nabajyotiboro2941
    @nabajyotiboro2941 4 роки тому +41

    জুৱেল দাৰ বাবে এটা লাইক দিয়ক গীতিকাৰ সুৰকাৰ । জুবিন দাৰ আৰু শতাব্দীৰ টো ক'বই নালাগে 😊 l বহুত বহুত ভাল লাগিল

  • @jaanuds9145
    @jaanuds9145 3 роки тому +3

    Anekoi aguai jua aru hikhoroloi😍😍 tumi iman hundor song give diar babe thank you bro.. Tumi kukhole thaka always smile plz😍😍😍

  • @dcomsonowal215
    @dcomsonowal215 4 роки тому +1

    উফফফ''!!হ্রদয় চুমি গৈছে কথা সুৰে

  • @ankurdeka2367
    @ankurdeka2367 4 роки тому +9

    Lyrics,,voice,, ufff....I love it....zubeen da...satabdi baa😘😘😘😘😘😘😘😘

  • @khanjanbaruah5541
    @khanjanbaruah5541 4 роки тому +1

    100 times complete xuna.... Satabdi baa.. Apunii dhuniiaa gaise dadar logt.. 💝 Vogoban💝

  • @nayonhazorika7914
    @nayonhazorika7914 2 роки тому +7

    জুবিন দাৰ সুৰ এক অন্যনা ❤️❤️

  • @samujjalkarjee8081
    @samujjalkarjee8081 4 роки тому +5

    Moza hoise Zubeen da nd satabdi.. 5+ XUNILU etia loi.. Satabdi moza.. ❤

  • @Entertainment07786
    @Entertainment07786 4 роки тому +5

    Ikram da aru Satabdi Amar gourabh ... Jubeen da tu ever green. ❤❤❤

  • @SumiDevi-fx9is
    @SumiDevi-fx9is Рік тому +2

    Xukh dukhor majot xunu aitu gan bohut val lage mur ak hodoy suijua gan I love you zg da❤️❤️

  • @pinkyboruah5364
    @pinkyboruah5364 4 роки тому +5

    সুন্দৰ গীত.... বহুত ভাল লাগিল।

  • @shradhanjalisaikia248
    @shradhanjalisaikia248 2 роки тому +2

    Ufff ki voice duijonore😍

  • @dharitribhuyan2641
    @dharitribhuyan2641 3 роки тому +4

    জুবিন দাৰ গান শুনিলে দিনটোৰ গোটেই ভাগৰ নোহোৱা হৈ যায়...love you zubeen da

  • @prastutisaikia1995
    @prastutisaikia1995 4 роки тому +2

    Bor xundor geet bht vl lagil xuni😍😍

  • @prasantaboruah2101
    @prasantaboruah2101 4 роки тому +3

    অতি সুন্দৰ গীত মন প্ৰাণ চুই গৈছে জুবীন দা আৰু শতাব্দী বা

  • @binoyhazarika2068
    @binoyhazarika2068 3 роки тому +1

    মন চুই যোৱা গানৰ কথা.... সুৰ.......শুভেচ্ছা থাকিল

    • @IkramHJuwel
      @IkramHJuwel 3 роки тому

      অশেষ ধন্যবাদ🙏

  • @deepjyotiibailungg8456
    @deepjyotiibailungg8456 4 роки тому +3

    উফ কি কম আৰু কি লিখিম ।।।
    ভাখা নাই ।।মা কছম ।।।💯💯💯💖💖💖

  • @anjukalita9420
    @anjukalita9420 4 роки тому +2

    Satabdi baa ur voice ufff😍 ru amr jonor kotha koboi nalage ♥zubeendaa always rocks... Kimn bar hunilu hisap nai amoni loga nai

  • @kakalidaskakalidas1245
    @kakalidaskakalidas1245 3 роки тому +4

    সুন্দৰ👌👌

  • @binadas9421
    @binadas9421 4 роки тому +1

    Bohut dhuniya lagil gaantu keyaba bru xunilu antor sui gl gaan 2y.... thanks xundor gaan tu babe🙏🙏🙏

  • @debasishdeka2654
    @debasishdeka2654 2 роки тому +10

    PURE VOICE ❤ ZUBEEN DA 💥

  • @nitishsarma6045
    @nitishsarma6045 4 роки тому +1

    Bahut dinon pasat man parakha gaan eti sunilu....thank you🙏

  • @gunadeepgogoi6471
    @gunadeepgogoi6471 4 роки тому +3

    গানটোৰ প্ৰতিটো শব্দই মন মোহিত কৰিব পাৰে, হাজাৰ বাৰ শুনিছোঁ আৰু শুনিম

  • @bijayatatoppo1651
    @bijayatatoppo1651 4 роки тому +2

    Bohut dhuniya Zubeen da Satabdi baa. Bohut xundor hoise 🥺🥺🥺🥺🥺. Lots love.